ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত, ভাল, লাগিল, চাই Krishna🙏🙏🙏
এয়াহে আমাৰ প্ৰকৃত বিহু ৷নিভাঁজ পৰিৱেশন দেখি আপ্লুত , মুগ্ধ ৷
শ্ৰী যুত ৰুবুল বৰা দেবক অশেষঅশেষ ধন্যবাদ জ্ঞাপন কৰিছো। 🔴🔴❣️❣️❣️🙏🙏🙏🙏🙏💜💜⛄
মই বোকাখাত নগৰৰ বাসিন্দা আৰুএতিয়া দিল্লীত থকা সৰু ছোৱালীৰঘৰত বিশেষ কাৰণত আছো। ❤আপোনালোকৰ হুচৰি দল টিৰবিহু চাই মন মুগ্ধ হৈ গৈছে। মই ইয়াৰপৰাই যোৰহাটৰ বিহু হুচৰি দল টিকআন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। যি সকলে ইউ টিউবিত প্ৰদৰ্শন কৰাৰচেষ্টা কৰিছে, তেওঁ বিলাককো মোৰতৰফৰ পৰা শুভেচ্ছা জনাইছো।জয় আই অসম। 💜🙏🙏🙏🙏🙏❣️🔴🔴🔴🔴🔴🔴🔴❤❤❤❤❤❤❤❤❤💜💜💜❤
Rubul...bihu ahilei tumaloi monot pore.college aru cassette or dinbur monot pore.dhuniya hoise husori.jorhotiya buli gourav koru.
অতি, সুন্দৰ সাজপাৰ,ভাল হৈছে প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক কৃষ্ণ জয় গুৰু শংকৰ সুন্দৰ প্ৰদৰ্শন,উজ্বল ভৱিষ্যতৰ কমণা কৰিলোঁ 🙏
বহুদিনৰ মূৰত এটা অতিকে সুন্দৰ পুৰণি- পৰম্পৰাগত (যোৰহাট জিলাৰ বুলি উল্লেখিত ) হুঁচৰি-বিহ শ্ৰৱন দৰ্শন কৰিবলৈ পাই সচাকৈ আপ্লুত হ'লো । ধন্যবাদ।
😮
এই বিহু হুঁচৰি এতিয়া লুপ্ত পথত কিন্তু ৰুবুল দা আপোনাক সঁচাই বহুত ধন্যবাদ জনাইছোঁ আপুনি এনেদৰে জীয়াই ৰখা বাবে। এতিয়াও মনত পৰে যেতিয়া ক্লাছ 5,6,7 পঢ়ি আছিলোঁ মইও এনেদৰে এখন বিহু গাইছিলো আজি এই বিহু চাই মোৰ স্মৃতি সজীৱ হৈ উঠিল।
বহুত বহুত ধন্যবাদ।নিভাঁজ উপস্থাপন
এইয়া হে আমাৰ গাওৰ প্ৰকৃত বিহূ
বহুত সুন্দৰ হুঁচৰি দেখা পালো।সকলো লৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ।❤❤
সুন্দৰ,বহুত ভাল লাগিছে।🙏❤️
Bor val lagel
সঁচাকৈ অতি সুন্দৰ প্ৰদৰ্শন হৈছে, এনেকৈ আমাৰ অতি মৰমৰ বিহুটি youtube ৰ জৰিয়তে ৰাইজৰ মাজলৈ অগবহাই দিয়া বাবে ধন্যবাদ জনাইছো🙏।
Hundor,Rubul Da.bohut val lagile
সুন্দৰ উপস্থাপন ভাল লাগিল ।আৰু আশা কৰিলো ।
অসমীয়াৰ প্ৰকৃত নিৰ্ভেজাল বিহু । চাই মন প্ৰফুল্লিত হৈ গৈছে।
ভাল লাগিল ককাইদেউ
Bihur batarot aiahe asol husori .mon pran anondot nasi uthe bare bare huni amoni nologa husori bikhekh koi dhulor seubur❤.
বহুত ভাল মানুজন মই বহুত ভাল পাওঁ 😘😘😘🥰🥰🥰😊😊😊😊😊💋♥️♥️❣️❣️👌👌👌✌️✌️✌️👏👏👏💯💯💯🔥🔥🔥
❤❤❤ nice
Mojaa
সুন্দৰ এইয়াহে প্ৰকৃত বিহু আজি কালি এনেকোৱা বিহু দেখিব নোপোৱা হলো
Veri veri nice 7:22 7:24
বর বঢ়িয়া বিহু বিহু গালে এনেকৈ গাব লাগে
Rubul da aponi bohut bhal korile dei ayahe prokit husori dol or bihu
Thanks.
Val hoise. Pronam.
Jorhatar paramparagat husori pradarsan sai bar bhal lagil.
ভাল লাগিল চাই ।
In such way we can safe our culture. Congratulations to all .. happy rongali bihu.
এই মানোহ জন বাৰো জীয়াই আছেনে
Hundar bihu ❤❤❤
Dolti loi dhonyabad jonalu...
লৰালি দিন বোৰলৈ মনত পৰি গ'ল দেই। ধন্যবাদ।
প্ৰকৃত নিভাঁজ বিহু।
Bhut dhuniya lagise buhu
❤❤❤❤Dhunia hoise.
❤bohut val lagil
ককা আপুনালোক আমা ইয়াত বিহু মাৰিব❤❤❤❤
Nice 👍👍
Hundor
Abu a asol bihu akhomiya....🥰🥰🥰❤❤❤
আমাৰ আগৰ বিহু চাই বৰ ভাল লাগিল .সেই ঢোলৰ চেওবোৰ কত চাবলৈ পাম ভাবিছিলো কিন্তু আপোনালোকে দেখোৱালে নথৈ সুখী হৈছো.চিৰদিন যাতে থাকে এনেদৰে
Bhut vl lagil ...
Hundor hoise
Mjh mjh
সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বাপতি সাহোন সংস্কৃতি যাতে নেৰে তাকেই কামনা কৰিছোঁ।
সুন্দৰ উপস্থাপন
Hundor bihu
Samprotik bihu nittya ,husori ba sankrity bohut develop hoisy ,kintu ai puroni bihur hukia bishaysatta aru hoindoijya asy,jak arai goi bortoman bihur porompora sankritiry khap khuwai adunik rup dibo nowary. Old bihu is always class .
Bor hundor cament dile dei porhi bhal lagile dei, aponak bohut bohut dhonyabad disu,
Hosai bht hundor 😘😘😘😘😘😘😘
এইদৰেই পুৰণি বিহু যোৰা নিয়ম ধৰি ৰাখিব বুলি আশা ৰাখিলোঁ । সুন্দৰ হৈছে
Hosai Bohut val lagil
ৰুবুল da nice song
সুন্দৰ👌
ধুনীয়া,,,🥰🥰🥰🥰
Rubul dak thank you miss you
Very nice 🙏
বৰ সুন্দৰ
আজি কালিৰ এনেকুৱা বিহুৰ দেখিব নোপোৱাৰ হলো।
ককাইদেউ,"যেতিয়া ফাগুনৰ বতাহ বলে তেতিয়া তোমালৈ মনত পৰে "গানটো আপলোড দিবচোন
Mojjaa
2024 ......❤❤❤
বহিয়া দেই ৷
Mojja lagisile
Old is gold
অধিক হাৰত চান্দ সংগ্ৰহ কৰাৰ নামত বেপাৰ কৰা সকলে এনেকুৱা বিহু চোৱাতো দৰকাৰ, বিহু কি বুজিব পাৰিব।
Nice 🥰
Bhadokoli kaitik val lagise.
এনেদৰে আমাৰ লোক শিলপক সংৰক্ষণ কৰাৰ বাবে ধন্যবাদ ।
Nice.
Asal Bihu
Nice
very nice
❤ 19:25
🥰🥰🥰🥰🥰
Moiu bhumuki eta mari thoisu
Hosai Val.hoise.......puroni bihu paboloi nai.... Aajikali... Sob. Faltu hol bihu
2r³
Ki j humodhur. Aiyahe axomiyar prakitor bihu husori.
বহুত, ভাল, লাগিল, চাই Krishna🙏🙏🙏
এয়াহে আমাৰ প্ৰকৃত বিহু ৷
নিভাঁজ পৰিৱেশন দেখি আপ্লুত , মুগ্ধ ৷
শ্ৰী যুত ৰুবুল বৰা দেবক অশেষ
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। 🔴🔴❣️❣️❣️🙏🙏🙏🙏🙏💜💜⛄
মই বোকাখাত নগৰৰ বাসিন্দা আৰু
এতিয়া দিল্লীত থকা সৰু ছোৱালীৰ
ঘৰত বিশেষ কাৰণত আছো।
❤আপোনালোকৰ হুচৰি দল টিৰ
বিহু চাই মন মুগ্ধ হৈ গৈছে। মই ইয়াৰ
পৰাই যোৰহাটৰ বিহু হুচৰি দল টিক
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
যি সকলে ইউ টিউবিত প্ৰদৰ্শন কৰাৰ
চেষ্টা কৰিছে, তেওঁ বিলাককো মোৰ
তৰফৰ পৰা শুভেচ্ছা জনাইছো।
জয় আই অসম। 💜🙏🙏🙏🙏🙏❣️🔴🔴🔴🔴🔴🔴🔴❤❤❤❤❤❤❤❤❤💜💜💜❤
Rubul...bihu ahilei tumaloi monot pore.college aru cassette or dinbur monot pore.dhuniya hoise husori.jorhotiya buli gourav koru.
অতি, সুন্দৰ সাজপাৰ,ভাল হৈছে প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক কৃষ্ণ জয় গুৰু শংকৰ সুন্দৰ প্ৰদৰ্শন,উজ্বল ভৱিষ্যতৰ কমণা কৰিলোঁ 🙏
বহুদিনৰ মূৰত এটা অতিকে সুন্দৰ পুৰণি- পৰম্পৰাগত (যোৰহাট জিলাৰ বুলি উল্লেখিত ) হুঁচৰি-বিহ শ্ৰৱন দৰ্শন কৰিবলৈ পাই সচাকৈ আপ্লুত হ'লো । ধন্যবাদ।
😮
এই বিহু হুঁচৰি এতিয়া লুপ্ত পথত কিন্তু ৰুবুল দা আপোনাক সঁচাই বহুত ধন্যবাদ জনাইছোঁ আপুনি এনেদৰে জীয়াই ৰখা বাবে। এতিয়াও মনত পৰে যেতিয়া ক্লাছ 5,6,7 পঢ়ি আছিলোঁ মইও এনেদৰে এখন বিহু গাইছিলো আজি এই বিহু চাই মোৰ স্মৃতি সজীৱ হৈ উঠিল।
বহুত বহুত ধন্যবাদ।
নিভাঁজ উপস্থাপন
এইয়া হে আমাৰ গাওৰ প্ৰকৃত বিহূ
বহুত সুন্দৰ হুঁচৰি দেখা পালো।সকলো লৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ।❤❤
সুন্দৰ,বহুত ভাল লাগিছে।🙏❤️
Bor val lagel
সঁচাকৈ অতি সুন্দৰ প্ৰদৰ্শন হৈছে, এনেকৈ আমাৰ অতি মৰমৰ বিহুটি youtube ৰ জৰিয়তে ৰাইজৰ মাজলৈ অগবহাই দিয়া বাবে ধন্যবাদ জনাইছো🙏।
Hundor,Rubul Da.bohut val lagile
সুন্দৰ উপস্থাপন ভাল লাগিল ।আৰু আশা কৰিলো ।
অসমীয়াৰ প্ৰকৃত নিৰ্ভেজাল বিহু । চাই মন প্ৰফুল্লিত হৈ গৈছে।
ভাল লাগিল ককাইদেউ
Bihur batarot aiahe asol husori .mon pran anondot nasi uthe bare bare huni amoni nologa husori bikhekh koi dhulor seubur❤.
বহুত ভাল মানুজন মই বহুত ভাল পাওঁ 😘😘😘🥰🥰🥰😊😊😊😊😊💋♥️♥️❣️❣️👌👌👌✌️✌️✌️👏👏👏💯💯💯🔥🔥🔥
❤❤❤ nice
Mojaa
সুন্দৰ এইয়াহে প্ৰকৃত বিহু আজি কালি এনেকোৱা বিহু দেখিব নোপোৱা হলো
Veri veri nice 7:22 7:24
বর বঢ়িয়া বিহু বিহু গালে এনেকৈ গাব লাগে
Rubul da aponi bohut bhal korile dei ayahe prokit husori dol or bihu
Thanks.
Val hoise. Pronam.
Jorhatar paramparagat husori pradarsan sai bar bhal lagil.
ভাল লাগিল চাই ।
In such way we can safe our culture. Congratulations to all .. happy rongali bihu.
এই মানোহ জন বাৰো জীয়াই আছেনে
Hundar bihu ❤❤❤
Dolti loi dhonyabad jonalu...
লৰালি দিন বোৰলৈ মনত পৰি গ'ল দেই। ধন্যবাদ।
প্ৰকৃত নিভাঁজ বিহু।
Bhut dhuniya lagise buhu
❤❤❤❤Dhunia hoise.
❤bohut val lagil
ককা আপুনালোক আমা ইয়াত বিহু মাৰিব❤❤❤❤
Nice 👍👍
Hundor
Abu a asol bihu akhomiya....🥰🥰🥰❤❤❤
আমাৰ আগৰ বিহু চাই বৰ ভাল লাগিল .সেই ঢোলৰ চেওবোৰ কত চাবলৈ পাম ভাবিছিলো কিন্তু আপোনালোকে দেখোৱালে নথৈ সুখী হৈছো.চিৰদিন যাতে থাকে এনেদৰে
Bhut vl lagil ...
Hundor hoise
Mjh mjh
সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বাপতি সাহোন সংস্কৃতি যাতে নেৰে তাকেই কামনা কৰিছোঁ।
সুন্দৰ উপস্থাপন
Hundor bihu
Samprotik bihu nittya ,husori ba sankrity bohut develop hoisy ,kintu ai puroni bihur hukia bishaysatta aru hoindoijya asy,jak arai goi bortoman bihur porompora sankritiry khap khuwai adunik rup dibo nowary.
Old bihu is always class .