ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Nimaijan Bihu Husori Doll I Performing In Delhi I (2016) I Part 1 I Bihu Husori I

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ก.ย. 2017
  • আৰু এটা নতুন ভিডিঅ' : • শিৱসাগৰৰ Mur Priyo Naa...
    ২০২১ বৰ্ষৰ প্ৰথমটো অনুষ্ঠান : • Nimaijan Sanmilita Bih...
    New Video Nimaijaan : • Nimaijan Sanmilita Bih...
    নিমাইজান ২০২০ : • Video
    ভিডিঅ ভাল পালে লাইক কৰিব লগতে চেনেলটো SUBSCRIBE কৰিবলৈ নাপাহৰিব।
    Contact us on :-
    +91 7896213741,+91 7399598242
    #Nimaijanhusori #BDproduction

ความคิดเห็น • 991

  • @njyotithangta999
    @njyotithangta999 4 หลายเดือนก่อน +6

    হুঁচৰি মানেই শিৱসাগৰৰ নিমাইজান হুঁচৰি,এইবাৰ ও এইযোৰা হুঁচৰি কে শুনি থাকো মন গ'লেই,কবলৈ ভাষা নাই🔥মোৰ দৰে ২০২৪ অত কোনে এইবাৰ শুনি আছে লাইক এটা কৰি যাব,Love From NJyoti Konwar Sivasagar ❤️‍🔥...

  • @dkalita7888
    @dkalita7888 4 หลายเดือนก่อน +5

    আজি গৰু বিহুৰ দিনা 2024 চাই‌ আছো
    মোৰ জীৱনৰ খুব ভাল লাগা বিহু চাই আছোঁ আজি
    খুবেই সুন্দৰ হৈছে

  • @rajdeep2411
    @rajdeep2411 2 ปีที่แล้ว +30

    কি অপূর্ব, বাঁহীবাদকজনৰ প্ৰেমত পৰিছোঁ

  • @birinchiphukan6733
    @birinchiphukan6733 3 หลายเดือนก่อน +2

    বহুত বহুত সুন্দৰ হৈছে বিহু গীত পৰিৱেশন কৰা কিজনৰ মাত অতি মিঠা মুঠতে গোটেই বিহুৱা দলটোৱে ই অতি পাৰ্গত

  • @deepjyotibasumatary2600
    @deepjyotibasumatary2600 4 ปีที่แล้ว +25

    লকডাউনৰ মাজতো এনে বিহু চাই সকলো দুখ কষ্ট পাহৰি গলো। বৰ সুন্দৰ বিহুদল। বিহুৱা দুজনৰ কণ্ঠ কিন্তু মানিব লাগিব। প্ৰতিগৰাকীয়েই পাকৈত বিহুৱা। প্ৰতিজনলৈ বিহুৰ শুভেচ্ছা যাচিলো।

  • @debashishrajkonwar2615
    @debashishrajkonwar2615 5 ปีที่แล้ว +141

    শিৱসাগৰৰ বিহু ক'লেই নিমাইজানৰ কথা মনত আহে । খুব সুন্দৰ হৈছে

    • @ashistarudeb5574
      @ashistarudeb5574 3 ปีที่แล้ว

      Bor bhal lage.iman din delhit thakio pahora nai.Happy bihu to all.

    • @surajsarmahpathak8403
      @surajsarmahpathak8403 2 ปีที่แล้ว +1

      @@ashistarudeb5574 Happy Bihu to all

  • @Anurag_819
    @Anurag_819 4 หลายเดือนก่อน +1

    চালে চাই থাকিবলৈ মনযোৱা এটি সুন্দৰ বিহু হুঁচৰি দল উপভোগ কৰিলোঁ। সঁচাই কি সুন্দৰ বাঁহী,ঢোল,পেপা, বিহুনাম তুলনা নাই। সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ।❤

  • @anilbhuyan1618
    @anilbhuyan1618 4 หลายเดือนก่อน +1

    বাহীবাদকজনৰ লিডিং কেপাচিটি মানিবলগীয়া৷বিহুৱাৰ কণ্ঠ সুৰ অপূৰ্ব৷উপস্থাপনশৈলী,অংশগ্ৰহণকাৰী সকলোৰে সুন্দৰ প্ৰদৰ্শন৷ভাল লাগিল লগতে শুভেচ্ছা জনালোঁ৷আগুৱাই যাওক

  • @ushakalita3231
    @ushakalita3231 ปีที่แล้ว +4

    ভগৱান কি দেখিছোঁ ভাবিব পৰা নাই কবলৈ ভাষা নাই মুখত । ধন্যবাদ নিমাইজান । ভগৱানে সকলোকে কুশলে ৰাখক।

  • @ramdhenu1663
    @ramdhenu1663 4 ปีที่แล้ว +106

    ক’বলৈ শব্দৰ অভাৱ ,,😍😍❤️সকলো অপূৰ্ব 💐💐💐😍😍😍,,,বাঁহীৰ প্ৰেমত পৰিলো ❤️❤️

  • @sangitasaikia2906
    @sangitasaikia2906 3 ปีที่แล้ว +75

    বিহু অসমৰ আবেগ❤️❤️ বিহু অসমৰ স্বভিমান❤️❤️

  • @arupagomacharyya4067
    @arupagomacharyya4067 4 หลายเดือนก่อน +2

    অনন্য সুন্দৰ বিহুৰ নাচ গান , আপ্লুত হৈছো গান নাচৰ চেওত ।।

  • @khirudgogoi7231
    @khirudgogoi7231 3 ปีที่แล้ว +14

    বিহু বলিয়া মন...ৰব নোৱাৰি সুন্দৰ বিহু ...😍😍love from sonari💕💕

  • @rubulguhain2985
    @rubulguhain2985 ปีที่แล้ว +5

    বহুত ধুনীয়া হৈছে... হুঁচৰি হ'ল অসমীয়াৰ আবেগ আৰু স্বাভিমান...! ♥️♥️🙏🙏

  • @bituponmech7254
    @bituponmech7254 2 ปีที่แล้ว +34

    বাঁহীবাদক জন মোৰ দাদা হয়,,,নিমাইজান বিহু উপভোগ কৰা মজাই বেলেগ ❤️❤️

    • @adityakumarphukan4506
      @adityakumarphukan4506 ปีที่แล้ว

      Bahi tu ki scale r use korise jonabo sun🙏🙏🙏🙏🙏

  • @bhabenboruah3089
    @bhabenboruah3089 3 ปีที่แล้ว +39

    আজি গৰু বিহু দিনা 2021 ত চাই আছোঁ , অভূতপূৰ্ব - মুখৰ পৰা এইটো শব্দই ওলাই আহিল👌

  • @jituborgohain9017
    @jituborgohain9017 4 ปีที่แล้ว +38

    2020 বিহু Tragedy .... কোনে নো বুজিব Coruna এ চব চেছ দিলে. এইবাৰ ঢোল , পেপাৰ মাত নুশুনিমে
    😢 Proud my hometown শিৱসাগৰ

  • @priyadutta4908
    @priyadutta4908 6 ปีที่แล้ว +40

    ইমান দীঘলীয়া সময়ৰ বিহু হুঁঁচৰি প্ৰথম বাৰ চাইছো। নাচো নাচো লাগি গৈছিল। বহুত সুন্দৰ পৰিবেশন.😍😍

  • @kumudbharali988
    @kumudbharali988 4 หลายเดือนก่อน +1

    অপূৰ্ব !! এক বুজাব নোৱৰা শিঁহৰণ !

  • @bituponkalita6469
    @bituponkalita6469 3 ปีที่แล้ว +10

    কি সুন্দৰ বাঁহী বাদন, বিহুৱা দুজনৰ কন্ঠস্বৰ উফ শুনিলে শুনি থাকিব মন যায়. শিৱসাগৰ বাসী হিচাপে বহুত গৌৰাম্বীত. উজ্জ্বল ভৱিষ্যৎত কামনা কৰিলো.

    • @ZatingCreation
      @ZatingCreation  3 ปีที่แล้ว

      th-cam.com/video/svdGnf8q9BU/w-d-xo.html

  • @ratulborah9946
    @ratulborah9946 3 ปีที่แล้ว +6

    অতি সুন্দৰ। "কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা,
    চাইনো চাই থাকিলে হেপাঁহ মোৰ নপলাই
    নিমাই জানৰ বিহুৱাৰ গাথা। "

  • @dhrubajyotichoudhury5226
    @dhrubajyotichoudhury5226 4 ปีที่แล้ว +53

    💝অতুলনীয়💝বিষেক কৈ গায়ক দুজন আৰু বাঁহী বজোৱা জন🙏🙏কবলৈ ভাষা বিচাৰি পোৱা নাই। download কৰি থৈ দিলোঁ,পিছত নেট নহলে চাব পাৰিম👏👏

  • @lungxuuboyz8807
    @lungxuuboyz8807 5 ปีที่แล้ว +62

    বিহু নামৰ নিৰ্বাচন অপূৰ্ব ।
    ৰগৰ , কিৰিলি , লহৰ সুন্দৰ ।
    কিনো কম ভাষা বিচাৰি নাপালোঁ ।
    অপূৰ্ব সাৱলীল পৰিবেশন ।

  • @sankarjyotigogoi1434
    @sankarjyotigogoi1434 5 ปีที่แล้ว +8

    সচাঁ বৰ সুন্দৰ প্ৰদশন ,সকলো বিহুৱাটি লৈ হিয়াৰ শুভেচ্ছা যাচিলো ।।

  • @sagarika776
    @sagarika776 2 ปีที่แล้ว +4

    অসমৰ বাহিৰত থকা বহুত বছৰ হল। বিহুৰ বতৰত অসমলৈ উৰি যাবলৈ মন যায়। ভাল বিহু চোৱাৰ আৰু শুনাৰ হেপাহ পূৰ্ণ হল। অলপ আৱেগিক হৈ পৰিলো।

  • @abhijitbaruah2121
    @abhijitbaruah2121 3 ปีที่แล้ว +3

    বৰ সুন্দৰ । এটা ই শব্দ আছে , Parfect

  • @nobajyotinath3265
    @nobajyotinath3265 4 ปีที่แล้ว +9

    এবাৰ দুবাৰ নহয় বহুবাৰ চাইছো আৰু চাই থাকিম। কবলৈ ভাষা নাই । উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @probhatsonowalmusicalcenel810
    @probhatsonowalmusicalcenel810 2 ปีที่แล้ว +4

    বহুত বহুত সূন্দৰ ভাষানাই কবলৈ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏

  • @konmoinacreation8894
    @konmoinacreation8894 5 ปีที่แล้ว +11

    অপূৰ্ব সুন্দৰ নিদৰ্শন, প্ৰকৃত বিহু সংস্কৃতি, হৃদয় চুই গ'ল, বৰ্তমান প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ পশ্চিমীয়া সংস্কৃতিৰ আগমনে অসমীয়া সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত কিছু কিছু দিশত বেয়া প্ৰভাৱ পেলাইছে, কিন্তু এনেধৰণৰ অন্তৰঢালি সেৱা আগবঢ়াই আপোনালোকে উঠি অহা নৱ-প্ৰজন্মৰ বাবেও এক মহান আদৰ্শৰ ভেঁটি গঢ়ি তুলিছে, আমি অসমীয়া হিচাপে জীয়াই থকাৰ মূলতে এই বিহু সংস্কৃতি, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সমন্বয়ৰ এনাজৰীত নিকপকপীয়া বান্ধ খাই জাতিটোৰ হকে কাম কৰাৰ বাবে।

  • @sanjibgatak8719
    @sanjibgatak8719 5 ปีที่แล้ว +7

    অতি সুন্দৰ কণ্ঠশিল্পী পৰিৱেশন কৰিছে. লগতে খুৱ সুন্দৰ

  • @himasrikalita7318
    @himasrikalita7318 3 ปีที่แล้ว +9

    গৌৰবেৰে অসমীয়া ❤️ বাঁহী বাদন আৰু ঢুলীয়া আৰু গান তথা সুৰত মোৰ প্ৰেম হৈ গল।।

  • @raktimnibircreation7848
    @raktimnibircreation7848 2 ปีที่แล้ว +8

    মুঠতে সকলো অপূৰ্ব ❤️ ইমান দীঘলীয়া বিহু প্ৰথমবাৰ চাইছো। সুন্দৰ পৰিবেশন

  • @bjdassam2823
    @bjdassam2823 5 ปีที่แล้ว +113

    বিহু বুলিলে উজনি অসম বিখ্যাত,,,,, বিশেষকৈ শিৱসাগৰ,,,,👍👌

    • @assammanab5391
      @assammanab5391 4 ปีที่แล้ว +4

      Hoi neki namoni oxm ki km neki

    • @hirokgogoi6369
      @hirokgogoi6369 4 ปีที่แล้ว +6

      Kin2 Namoni axomot ujonir Lora besi 😆

    • @horenborah8807
      @horenborah8807 4 ปีที่แล้ว +8

      Assam bulile...... Bihu ❤❤❤..jai ai axom 🖐

    • @ZatingCreation
      @ZatingCreation  4 ปีที่แล้ว +10

      Namoni axom ujoni axom kunu kom nohoy kintu ai mohurtot ujoni axomei shrestha..gom pali lora hot

    • @hiyaborah_22
      @hiyaborah_22 4 ปีที่แล้ว

      Ek dom xosa kotha koisa

  • @sankarborah2624
    @sankarborah2624 ปีที่แล้ว +1

    বহুত বেছি ধুনীয়া হৈছে❣️🫶☺️

  • @Loganusa100
    @Loganusa100 5 ปีที่แล้ว +54

    I am in love with with Assam!!! Amazing rich, beautiful!

  • @arunsarkar2036
    @arunsarkar2036 5 ปีที่แล้ว +55

    সচাকৈয়ে নিমাইজান বিহু দলৰ নিচিনা বিহু কতো চোৱা নাই ... সচাকৈয় বহুত ভাল লাগিল চাই ...

    • @santanuboruah5170
      @santanuboruah5170 4 ปีที่แล้ว +7

      Choraideu Abar sai sabo Dada

    • @bijugogoi7521
      @bijugogoi7521 3 ปีที่แล้ว

      Hosa dei

    • @bhairabmahanta2743
      @bhairabmahanta2743 3 ปีที่แล้ว

      @@santanuboruah5170 QaQQaQQQq1@@1@@1q#qaqAQ1QQAA@~aaAq@AAa@~1aa1QQ£aaaa@aaaaa1@@aq@1A~A£aaAaA to

  • @user-ib2ml9fs9s
    @user-ib2ml9fs9s 5 ปีที่แล้ว +6

    সুন্দৰ প্ৰদৰ্শন দেই ধন্যবাদ জনালোঁ, সকলোৰেই অভিনয়, বাদ্য উৱাহ কবলৈ ভাষা নাই। বাহীঁ বাদক জন আপোনাক প্ৰনাম মোৰ। ৰবলৈ পৰা নাই তেজ গৰম হৈ আহিছে। অসমীয়াৰ কৃষ্টি অতুলনীয় পৃথিৱীৰ ভিতৰতে। জয় আই অসম

  • @achyutgogoi9525
    @achyutgogoi9525 4 หลายเดือนก่อน +2

    Really really very wonderful n lovely am proud of assam, I love assam

  • @NakulBhuyan-lk3oh
    @NakulBhuyan-lk3oh 5 หลายเดือนก่อน +3

    ২০২৪ ত শুনিছো কবলে ভাষা নাই। কৃষ্ণ কৃষ্ণ।

  • @parishmitaboruah4036
    @parishmitaboruah4036 3 ปีที่แล้ว +6

    উপস্হাপন বহুত সুন্দৰ হৈছে...কবলে ভাষা নাই...নাচিবলে মন গৈছিল চাই থাকোতে...বাঁহীৰ সুন্দৰ হৈছে...

  • @jyotimoycreations..
    @jyotimoycreations.. ปีที่แล้ว +3

    ইমান সুন্দৰ নিদৰ্শন । সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @user-zn2uu9xt3q
    @user-zn2uu9xt3q 4 หลายเดือนก่อน +1

    বিহু বুলি ক'লেই সৰুৰেপৰা নিমাইজান বিহু দলৰ কথা মনলৈ আহে । নিমাইজান এক আবেগৰ নাম । তুলনাবিহীন ।

  • @joydeepdutta200
    @joydeepdutta200 2 ปีที่แล้ว +3

    2022 t hunisu...hosakoi bohut val lagile...eman dhuniya husori...hunile huni thakibo mon jai...❤❤❤🔥🔥🔥

  • @uddipongogoi588
    @uddipongogoi588 6 ปีที่แล้ว +39

    Bohut val lgil. Hosake jiwont anekua husori bihu prothom saboloi palu. Vakha nai..mindblowing....
    Upload Kora jonok dhnyobad jonaisu

  • @Rodalig
    @Rodalig ปีที่แล้ว +2

    শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, বাঁহী বাদক জনক 🥰 unbelievable outstanding performance all are jakass

  • @rupamjyotikalita5524
    @rupamjyotikalita5524 3 ปีที่แล้ว +5

    কি সুন্দৰ পৰিৱেশন !!! যেতিয়াই এই অনুষ্ঠানটো চাও গাৰ অংগই অংগই বিহু সুমাই পৰে । মই কৰবাত হেৰাই যাও বিহুৰ মাজত ।

    • @ZatingCreation
      @ZatingCreation  3 ปีที่แล้ว

      th-cam.com/video/svdGnf8q9BU/w-d-xo.html

    • @user-kn5dh4xy3p
      @user-kn5dh4xy3p 3 หลายเดือนก่อน

      ​@@ZatingCreationakay kothay

  • @user-zi3dp7do3h
    @user-zi3dp7do3h 3 ปีที่แล้ว +195

    বাহীবাদক জনৰ বাবে এটা লাইক

  • @champakgogoi7787
    @champakgogoi7787 5 ปีที่แล้ว +7

    সকলো খিনিয়েই সুন্দৰ ,সৰ্বাংগ সুন্দৰ পৰিবেশন,বহুত ভাল লাগিল😊😊😊

  • @anupamduwarah3723
    @anupamduwarah3723 3 ปีที่แล้ว +14

    শিৱসাগৰ বুলি কলেই স্পীচেলি বিহু ,,,,,,❤️❤️❤️

  • @parishmitagogoi4052
    @parishmitagogoi4052 2 ปีที่แล้ว +4

    বিহু আহিলেই ইউটিউবত হুঁচৰিবোৰ চাৰ্চ কৰি চাই থাকোঁ। বিশেষকৈ নিমাইজানৰ হুঁচৰি জোৰা। চাই থাকিলেও আমনি নালাগে। কি সুন্দৰ বাঁহী, পেঁপা আৰু ঢোল, তালৰ মাত.. বিহুৱা কেইজনৰ মাত কিন্তু মানিবলগীয়া। নাচ ও বহুত ধুনীয়া। ঘৰৰ ওচৰৰ হুঁচৰি হিচাপে গৌৰৱ কৰোঁ দেই..

  • @avaranihazarika1730
    @avaranihazarika1730 5 ปีที่แล้ว +12

    There are different ways to express Assamese traditioal Bihu Dance .I am happy that many Assamese Bihu Parties are able to give standard performance in Bih Dance in different.ways in Delhi's Cultural show and get high support from the audience . It is a very good news for Assamese people . Thank you so much

  • @pujadevi4223
    @pujadevi4223 2 ปีที่แล้ว +30

    কোনে কোনে 2022 চত old বিহু গান শুনি আছা?বিহু জিন্দাবাদ👌👍

  • @deepjyotidas2397
    @deepjyotidas2397 ปีที่แล้ว +2

    Oh!!!!!!!!!!!!!!!!!!! What a culture,tradition but also emotion, heart beat of indigenous people of Assam, JOI AIE AXOM ✊

  • @inutchawrok8594
    @inutchawrok8594 4 ปีที่แล้ว +3

    অতি সুন্দৰ। ইমান সুন্দৰ পৰিৱেশন। এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো।

  • @pankajtamuli4119
    @pankajtamuli4119 5 ปีที่แล้ว +19

    ❤❤❤❤❤❤ বিহু আমাৰ আবেগ আমাৰ প্ৰাণ

  • @ratulratulsonowal3141
    @ratulratulsonowal3141 3 หลายเดือนก่อน

    বাঁহীটো বৰ সুন্দৰ পৰিৱেশন

  • @sikhadutta2482
    @sikhadutta2482 4 หลายเดือนก่อน +1

    অতি সুন্দৰ হুচৰি দ'ল

  • @apg5444
    @apg5444 4 ปีที่แล้ว +11

    Really awesome the entire piece....specially loved the flute and the selection of bihu songs and the singers

  • @suntobora9806
    @suntobora9806 3 ปีที่แล้ว +3

    সুন্দৰ বিহু প্ৰদৰ্শন ,বিশেষকৈ, বাঁহী, গীত গোৱা জনৰ মাতটো বৰ মিঠা।আৰু আগুৱাই যাওক শুভেচ্ছা থাকিল।

  • @pabangogoi9580
    @pabangogoi9580 6 หลายเดือนก่อน +1

    বাঁহী বাদকজন মোৰ ঘৰৰ কাষৰে ককাইদেউ ।ভাল লাগিল দেখি

  • @Mukti781
    @Mukti781 3 ปีที่แล้ว +2

    দেহামন নাচি উঠে অ।।।।সচাই খুব সুন্দৰ হৈছে।।।

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 2 ปีที่แล้ว +5

    ২০২২ত চাই থকাসকলে মাত দি যাওক ।
    নিমাইজানৰ বাবে শব্দ এটাই----- "অপূৰ্ব"

  • @arupsbg7443
    @arupsbg7443 6 ปีที่แล้ว +40

    বৰ সুন্দৰ বিহু... লগতে বিহু গোৱা দুয়োজনৰ কণ্ঠ... বাঁহি সুমধুৰ মাতে বৰ ধুনীয়া বিহু...

  • @user-ik4fv1pn8d
    @user-ik4fv1pn8d หลายเดือนก่อน

    Bht dhunia hoise kbo vakha ni love you nimai jaan bihu hosiri dol

  • @gitashreenath8739
    @gitashreenath8739 4 ปีที่แล้ว +1

    ভাষা নাই কবলৈ।অপূৰ্ব,অতিমধুৰ💝💝💝💝💝

  • @depeechamuah1678
    @depeechamuah1678 4 ปีที่แล้ว +10

    সচাকৈ বহুল ভাল হৈছে, মোৰো নাচো নাচো লাগি গৈচে

  • @bharotiborah8125
    @bharotiborah8125 6 ปีที่แล้ว +12

    Soulful performance....paromparik aitijyahali husori....bahut bhal lagil sai. Thanks to all the members

  • @rajibkumarborpuzari705
    @rajibkumarborpuzari705 ปีที่แล้ว +1

    সচাকৈ মন ভৰি গল।

  • @user-px8zo3gq1f
    @user-px8zo3gq1f 5 ปีที่แล้ว +9

    বহুত সুন্দৰ।মন গলেই এই ভিডি’অ টো চাও আমনি নালাগে।

  • @bimanvlogs7360
    @bimanvlogs7360 ปีที่แล้ว +6

    I have watched this performance several times but it never fades. All of the performers are outstanding. Heartiest love to the flutist. And both the singers voices are amazing. Big heart ❤️ to NIMAIJAN HUSORI DOL. LONG LIVE NIMAIJAN HUSORI DOL ❤️ LOVE FROM TINSUKIA ASAAM.

  • @subhamphukan5020
    @subhamphukan5020 5 ปีที่แล้ว +4

    Bohut val lagile huni eman dhunia hur eman dhunia dhulor cheo eman dhunia nasor lohori eman dhunia nasoni swali bilakor hur khubei dhunia aru oha bosorot moiu nimaijanor doltut humam buli vabisu

  • @momidevi6947
    @momidevi6947 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল আপোনালোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আগুৱাই যাওক কবলে ভাষা নাই, নাই কোনো শব্দ মুঠৰওপত আপোনালোকৰ অনুষ্ঠানে আমাক সঁচাকৈয়ে মুগ্ধ কৰিছে

  • @colorfullife2422
    @colorfullife2422 4 ปีที่แล้ว +2

    Eman dhunia bahi bojaisa...bhut val lagisa

  • @kalpanadas5218
    @kalpanadas5218 6 ปีที่แล้ว +14

    ধুনিয়া বিহুৱে মন প্রান কাৰি লৈ যায়

  • @ankurajborah12
    @ankurajborah12 5 ปีที่แล้ว +4

    বৰ সুন্দৰ লাগিল চাই গান কিটাও স্পস্ত হৈছে মজা

  • @AG-ks5mr
    @AG-ks5mr 5 ปีที่แล้ว +1

    Ami akhomiya......proud to be an Assamese girl...iman dhunia bihu ejura saboloi bhagyo lagibo....bohut bohut dhonyabad.....👍👍👍👍👍

  • @ArchitaHandique
    @ArchitaHandique ปีที่แล้ว +1

    Super Bihu, performance,,by,, this bihudolll,,,all,,Assam,,,,, very nice 👍👍👍🔥🔥

  • @simantasaikia1906
    @simantasaikia1906 2 ปีที่แล้ว +3

    বহুত উন্নত মানৰ হুঁচৰি দল , ভালদৰে উপভোগ কৰিলো।

  • @debabratkhanikar5520
    @debabratkhanikar5520 6 ปีที่แล้ว +7

    bohut dhunia hoise....saley sai thakibor mon jai...maghote bohagor feeling ahi goise....superb work

  • @biyaspatarpatar7627
    @biyaspatarpatar7627 10 หลายเดือนก่อน +2

    Bhut dhuniya lagise bihu

  • @anilhandique436
    @anilhandique436 ปีที่แล้ว +2

    বাহীঁ বাদনৰ বাবে 👌

  • @tiktok-wi5hh
    @tiktok-wi5hh 5 ปีที่แล้ว +5

    Eman dhuniwa huise...sai thakilio hepay nplay sble..nice 😍😍😍

  • @kakalideka4884
    @kakalideka4884 3 ปีที่แล้ว +12

    বাহীবাদকজনৰ প্ৰেমত পৰিলোঁ😍❤

  • @Parag-1987
    @Parag-1987 ปีที่แล้ว +2

    What a wonderful performance...grand salute for this Husori Dol...

  • @rubuldutta1929
    @rubuldutta1929 4 ปีที่แล้ว +1

    ধুনিয়া মজ্জা ।

  • @ashimdas1180
    @ashimdas1180 6 ปีที่แล้ว +3

    Bhut bhut xundor Lagise..kin2

  • @biiibekwrld999
    @biiibekwrld999 2 ปีที่แล้ว +3

    Sound of The Bahi is so amazing and performance of all people are so beautiful.. Love from Arunachal ♥️. In future I should watch bihu in real life ...

  • @nayandeka118
    @nayandeka118 ปีที่แล้ว +2

    মিহি সাপৰ বোৰ ভাল লাগিছে

  • @santu1111
    @santu1111 2 ปีที่แล้ว +1

    বিহু বলিয়া ডেকা আমি .....বিহু বুলি কলে ৰব নোৱাৰোঁ.....সুন্দৰ হৈছে

  • @lakhyajgogoi3828
    @lakhyajgogoi3828 5 ปีที่แล้ว +7

    বহুত ধুনীয়া হৈছে।।।ভাল লাগিল দেই চাই❤️❤️❤️

  • @allembrace
    @allembrace 5 ปีที่แล้ว +3

    A great gift to human society with color , music, dance of great joy from ASSAM , India.

  • @huntubhuyan5634
    @huntubhuyan5634 5 ปีที่แล้ว +1

    Bohut dhuniya apunalukor husori doll akha koru aibar bohagot jate akou prodokhon diye very nice

  • @juliegogoi3760
    @juliegogoi3760 2 ปีที่แล้ว +1

    🔥🔥🔥♥️♥️♥️♥️ khub duniya

  • @bipulchandranath8039
    @bipulchandranath8039 6 ปีที่แล้ว +5

    Bihu husori2 sai xosake bohut vl lagil

  • @rickman4782
    @rickman4782 3 ปีที่แล้ว +6

    মন প্ৰাণ উৎফুল্লিত কৰা বিহু

  • @dimpysaikia5192
    @dimpysaikia5192 2 ปีที่แล้ว +2

    উফ.....❤❤কবলৈ শব্দৰ অভাৱ,..... অসমৰ গৌৰৱ,❤আবেগ❤

  • @rajibgogoi3768
    @rajibgogoi3768 2 ปีที่แล้ว +1

    Ajihe dekhisu eman dhuniya bihu

  • @Kookie-zc3gt
    @Kookie-zc3gt 5 ปีที่แล้ว +17

    Just a thought passed by while watching this incredible performance. The lyrics of the bihugeet is so beautiful, it would've been even better if non assamese people watching and listening would understand it too. As the program is in Delhi. If someone translated the assamese lyrics into English and they showed it in the white screen during the performance.

    • @ninipertin6248
      @ninipertin6248 2 ปีที่แล้ว +1

      This is the full bihu I have ever witnessed. Along with the main Assamese music it has also incorporated musics of different ethnic groups of Assam. At the end one has to say "yes, i have enjoyed seeing and listening to bihu of Assam".

  • @bimalgogoi2215
    @bimalgogoi2215 2 ปีที่แล้ว +4

    বাঁহী বাদক জনলৈ salute❣️❣️