vaona biswanath chariali

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ก.พ. 2025

ความคิดเห็น • 35

  • @barnaligogoi8166
    @barnaligogoi8166 ปีที่แล้ว

    Dhuniya hoise jai guru Sankar🙏

  • @monishadutta5547
    @monishadutta5547 ปีที่แล้ว

    Moja hoise

  • @debenborsaikia4624
    @debenborsaikia4624 3 ปีที่แล้ว +1

    সুন্দৰ হৈছে ৷আৰু সুন্দৰ হোৱাৰ কামনা কৰিলো ৷
    (ঢাপকটা RRL যোৰহাট)

  • @devajyotikakati4747
    @devajyotikakati4747 ปีที่แล้ว

    সুন্দৰ ❤

  • @Arunsaikia691
    @Arunsaikia691 3 ปีที่แล้ว

    ধুনীয়া___❤️

  • @ldvawonavlog3831
    @ldvawonavlog3831 ปีที่แล้ว

    Aponar video moi sai thako val lage moio notun moko saport koreba

  • @bikmouvlogs7667
    @bikmouvlogs7667 3 ปีที่แล้ว

    Sai val lagil...

  • @jayantaborah8053
    @jayantaborah8053 2 ปีที่แล้ว +1

    Bad ass, I am scared just seeing this on mobile 😳🔥

  • @nabakachari2760
    @nabakachari2760 2 ปีที่แล้ว +3

    Lightmen are uncultured .They are harassing the spectators by instant changing of lighting.

  • @HemantaNath-of4ur
    @HemantaNath-of4ur 2 ปีที่แล้ว

    Mojja

  • @bhaskargogoi4118
    @bhaskargogoi4118 2 ปีที่แล้ว

    অতি সুন্দৰ l

  • @devajyotikakati4747
    @devajyotikakati4747 ปีที่แล้ว

    Full video

  • @ডেকাগিৰি
    @ডেকাগিৰি ปีที่แล้ว

    Bor blg vauna de....asorit...😮...

  • @chandramahazarika9891
    @chandramahazarika9891 2 ปีที่แล้ว

    Waw,,,🔥🥰

  • @bikashmedhi1726
    @bikashmedhi1726 2 ปีที่แล้ว

    Poribekhon kora vauna khonor name to ki baru

  • @Jyotishmandehingia
    @Jyotishmandehingia 2 ปีที่แล้ว

    Soritro vagor nam kinu...?

    • @annie9624
      @annie9624 2 ปีที่แล้ว

      Boghakhur

  • @babusarmah5728
    @babusarmah5728 ปีที่แล้ว +3

    এইবোৰ কেনেকুৱা ভাওনা অ', এইবোৰ ভাওনাৰ গীত নেকি ? ভাওনাৰ প্ৰবেশত এনেকে নাগাৰা বজাই নাম নাগায়, আমাৰ এইফালে গোলাঘাট, যোৰহাট, শিৱসাগৰ, এইফালৰ ভাওনা চাবা উঠি আহিবলে মন নাযাব, ভাওনা কাক কয় গম পাই যাবা, যি হওক আমাৰ এইফালৰ ভাওনাৰ নিচিনা হবই নোৱাৰে চিধা কথা, বেয়া পাই লাভ নাই আৰু কাৰোবাৰ গাত লাগিব পাৰে, কিন্তু এইবোৰ মোৰ মতে ভাওনাই নহয়, কাৰণ আমাৰ এইফালে ভাওৰীয়াই যিটো প্ৰবেশ দিব আৰু গায়নে যিটো সুৰ দিব একদম গাৰ নুম শিয়ৰি উঠে 😊

    • @jayantaborah7835
      @jayantaborah7835 ปีที่แล้ว

      সকলো ঠাইৰে ভাওনাৰ নিজস্ব স্বকীয়তা আছে

    • @sourabhborah18
      @sourabhborah18 ปีที่แล้ว +5

      অসমীয়া ভাওনা আৰু ব্ৰজাৱলী ভাওনাৰ মাজত পাৰ্থক্য আছে। শোণিতপুৰ জিলাত ব্ৰজাৱলী ভাষাত ভাওনা হয়। বাৰেচহৰীয়া ভাওনাৰ নাম শুনিছে নিশ্বয়। গোলাঘাট, যোৰহাটৰ ভাওৰিয়াই বিলাপ, পয়াৰ, মধ্যাৱলী, চপয়, পাহাৰীয়া বিলাপ, পিতাম্বৰী এইবোৰ বুজি পায়নে? গুৰুজনাৰ সৃষ্টি ব্ৰজাৱলীত, যেনেকৈ আপুনি প্ৰবেশটো অচিন পাইছে ঠিক আপোনালোকৰ ভাওনা আমি চালে অচিন পাম। আমি আমাৰ ভাওনাক লৈ গৌৰৱান্বিত, ব্ৰজাৱলী ভাওনাৰ দৰে কোনো ভাওনা হবই নোৱাৰে, এইটো কথাত আপুনি বেয়া পায়ো লাভ নাই। অসমীয়া ভাওনা মানে ভ্ৰাম্যমাণ নাটক সদৃশ।

    • @directupload6355
      @directupload6355 ปีที่แล้ว

      Bad dea he .. tumalkur fale ji asur nachi nachi ulai aku val nlaga

    • @classicmotors1319
      @classicmotors1319 ปีที่แล้ว

      jrht svsgr vauna sua ase. kokal afale matha efale. bogoli r nisina dingi mur jukari jukari vekuli nisina jopiyai probekh kore

    • @Toxicstranger495
      @Toxicstranger495 ปีที่แล้ว

      Tohtot vauna he natok,, Kela axur ulale kot bahi bojai ০০ okora hot 🤣🤣 axur kak koi 1st hiki lobi,, axur ahile sob kopi jai তাণ্ডব kori ahe na ki bahi hurot 🤣🤣 tohotor ki je vauna aru akdm boaring hoi,, amr sivsgr, Jorhat fale hiki jabihi

  • @pabitradas6634
    @pabitradas6634 2 ปีที่แล้ว +2

    Ki vauna.. Negera nam he hoise

    • @sanjibhazarika9745
      @sanjibhazarika9745 2 ปีที่แล้ว

      Kiba jno janu...

    • @babusarmah5728
      @babusarmah5728 ปีที่แล้ว +1

      ​@@sanjibhazarika9745 ত‌ই কি জান' বোপাই, এইবোৰ ভাওনাৰ গীত নেকি ? ভাওনাৰ প্ৰবেশত এনেকে নাগাৰা বজাই নাম নাগায়, আমাৰ এইফালে গোলাঘাট, যোৰহাট, শিৱসাগৰ, এইফালৰ ভাওনা চাবি উঠি আহিবলে মন নাযাব, ভাওনা কাক কয় গম পাই যাবি, যি হওক আমাৰ এইফালৰ ভাওনাৰ নিচিনা হবই নোৱাৰে চিধা কথা, কাৰণ আমাৰ এইফালে ভাওৰীয়াই যিটো প্ৰবেশ দিব আৰু গায়নে যিটো সুৰ দিব একদম গাৰ নুম শিয়ৰি উঠে, বেয়া পাই লাভ নাই ভাই চিধা কথা, আৰু গাত লাগিলেও উপায় নাই এইটোৱেই সচা ।

    • @anupam7484
      @anupam7484 ปีที่แล้ว

      Vaunar bilap ata mati xuna xun

    • @babusarmah5728
      @babusarmah5728 ปีที่แล้ว

      @@anupam7484 বিলাপ মাতিবলে প্ৰয়োজন নাই মহাশয়, সৰুৰ পৰাই ভাওনা চাই আহিছোঁ আৰু কৰিছোঁও বহুত ভাওনা, গতিকে ভাওনা কাক কয় আমি জানো, বুজিলি

    • @pabitradas6634
      @pabitradas6634 ปีที่แล้ว

      Moi majuli... Amar fale negera namot vuna pravesh nhoi... Negera bojai. Ki talot pravesh hoise janabo nki?