Koliya Dak dakhi bohut val lagil .awor hoiyadoito vaw tu hodai xau moi TH-cam ot koliya dar vawna buli charge kori .you are great dada vala thakok🙏🙏🙏🙏🙏
Yes, I also admit it. Really Mr. Kalia is best valiant (negative) actor in Assemese Bhaona world.May God bless him. I seen him so many valiant characters. In my eye he never failed in any character of the Bhaona Naat,which he had already performed. I wish his bright future.( from Khanapara,Guwahati -22).
Kolia dak 1st dakhilu anakoi. Bohut khula monor manuhjon. Bht vl pao apunar ovinoi sai.. hahi tu vl lga dai apnr.. katiaba log pam kolia da apunak..anakua ajon vaoriak raijor mjt sinaki kori dia babe apunak o dhoinyobad disu kokai.. kolia da huisto hoi uthak akhibad krisu.. bht vl lgil video tu sai
হয়দৈত্যৰ অভিনয়ত কলীয়া দা অদ্বিতীয়।। বহুতে কৰিছে কিন্তু কলীয়া দাৰ অভিনয়ে হৃদয় চুই যায় ।। অসমৰ শ্ৰেষ্ঠ খলনায়ক 💪
মানুহজনক এনেকৈ চোৱাৰ বহুত হেপাহ আছিল ❤ ধন্যবাদ দাদা
আমি নগাঁৱৰ পৰা চাই আছো । দাদাৰ অভিনয় ওচৰৰ পৰা চোৱাৰ ভাগ্য হোৱা নাই , কিন্তু youtube ত দেখি দেখি একেবাৰে যেন চিনাকী যেন লগা হ'ল । অভিনয়বোৰে গাৰ নোম শিয়ৰি যায় । আপোনাক ঈশ্বৰে অযুত শক্তি দিয়ক । কৃষ্ণ
নিৰহংকাৰী মনৰ মানুহ❤। চহা শিল্পী। হয়দৈত্যৰ চৰিত্ৰটিক এক বলিষ্ঠ উপস্থাপন দি ৰাইজক বিলাই দিয়াত কৃপনালি নকৰা মানুহ। মাটিৰ মানুহ। সোনকালেই আৰোগ্য হৈ ৰাইজৰ মাজলৈ আহক।- প্ৰণৱজ্যোতি।
অসমৰ এজন অন্যত্বম শ্ৰেষ্ঠ ভাওঁনাজগতৰ শিল্পী কলিয়ালৈ বহুত বহুত মৰম আৰু শুভকামনা যাঁচিছো। ঈশ্বৰে তেওঁক এনেদৰে ৰাইজৰ শিল্পী হিচাপে সদায় কুশলে ৰাখক। 🙏🙏🙏
সচাকৈয়ে কলীয়া দাৰ অভিনয় অতুলনীয় |প্ৰিয় অভিনেতা |❤️❤️❤️❤️🙏🙏
Koliya dak bohut din bisari asilu,,,,apunaluke kotha rakhile babe bohut bohut dhonyobad,,,
কলীয়া দাৰ কথা খিনিত যুক্তি আছে 👍
কলিয়া দা ক সুস্থ দেখি ভাল লাগিছে👏👏
ভাওনা জগতৰ লগতে সকলোৰে গৌৰৱ। সদায় ভালে থাকক। সহজ সৰল মনটো সুন্দৰকৈ পৰিস্ফুত হৈ উঠিল
কলীয়া ভগৱানক ভক্তি কৰা মানুহ।।মাটিৰ মানুহ ,দম্ভ অহংকাৰ নাইকিয়া মানুহ।।লগতে ৰাতি হলে ভূত বুলিলে,ঢকুৱাটো পৰি থাকিলেও তাৰ বাবে সেইয়া ভূত।।
ভাওনা জগতৰ দুৰ্দান্ত অভিনেতা
জয় তু ভাওনা সংস্কৃতি 🙏🏻❤️
Koliya Dak dakhi bohut val lagil .awor hoiyadoito vaw tu hodai xau moi TH-cam ot koliya dar vawna buli charge kori .you are great dada vala thakok🙏🙏🙏🙏🙏
Koliya dak dekhi Bohut val lagil ❤❤vogowane teuk vale rakhok🙏🙏🙏,logote Hunuwali axom R j ku lage,bat sai asu,,,,,,,❤
কলিয়া দাৰ আপোনা উজ্জল ভবিষ্যত কামনা কৰিছো ।
সুন্দৰ সাক্ষাৎকাৰ।ভাল লাগিল। তেওঁৰ সু স্বাস্হ্য কামনা কৰিলোঁ।
ভাওঁনা তথা অভিনয় জগতৰ অন্য এক পৰিচিত নাম কলিয়া দা।
হয়দৈত্য.. সমবৰ৷সুৰ বুলি কলে চিধাই অভিনয় জগতৰ খলনায়ক আপোনাৰ কথাই মনলৈ আহে।ভগৱানে সুস্থ কৰি ৰাখক আপোনাৰ লগতে ঘৰৰ সকলোকে। অভিনয় জগতখনত আৰু আগবাঢ়ি যাওক শুভেচ্ছা থাকিল ।আজি এই সাক্ষাৎ কাৰতো পাই সচাই বহুত ভাল লাগিলে ।🙏🙏
কলীয়া দা লগত আমাৰ বহুত অভিজ্ঞতা হৈছে | ভাল মনৰ মানুহ এজন | ভূতলৈ ভয় কৰে তেওঁ | তেওঁক ঘৰত নমাই থৈ আহিছো বহুত বাৰ | ভাল লগা মানুহ এজন |
সাক্ষাৎকাৰটোত কৈছোঁ তেওঁ ভয়পাদুৰা মানুহ বুলি😂😂
কলিয়া দাৰ জয় হক
বহুত ভাল লাগিলে কলিয়া দাৰ চিনাকীপৰ্বটি ❤ গায়ন মনাই দা আৰু ৰাংগা দাক আৰু আমাৰ সকলোৰে মৰমৰ প্ৰজ্ঞান প্ৰতিম দাক লাগে । আশা কৰোঁ তেওঁলোকৰো চিনাকীপৰ্ব ভাগ দেখা পাম ।
বহুত প্ৰিয় তেওঁ ❤
খোলা অন্তৰৰ মানুহ
বৰ চহা মানুহ ভাল লাগিল ❤
কলীয়া দা love you❤❤❤❤
Bhal lagil koliea main
ভাওনা জগতৰ অন্যতম শ্ৰেষ্ঠ খলনায়ক।
Big friend ❤koliya da❤🎉
কলীয়া দা আমাৰ ভাওনা সংস্কৃতিৰ এক অতি মূল্যবান ৰত্ন , তেখেত আমাৰ গৌৰৱ 🎉🎉🎉🎉
হয়দৈত্য / সম্বৰাসুৰ / লবন দৈত্য বুলিলে কলীয়া দা অদ্বিতীয় ❤❤❤❤
ভাল লাগিল। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
কলীয়া দা আপোনাৰ ভাওনাৰ কথা কি কম আৰু আপোনাৰ অভিনয়ে মোক পাগল কৰি দিয়ে, আপুনি সদায় ভালে থাকক আৰু সদায় এনেদৰে ৰাইজক আমোদ দি জায়ক ❤️❤️❤️😊
নয়ন মনি খনিকৰ আৰু সত্যম খনিকৰ সাক্ষাৎকাৰ লাগে ।। 🙏🙏 কৃষ্ণ ।।
কলিয়া বান্ধৈহে মেইন🙏🙏 শ্ৰদ্ধা নিবেদিলো।
কলীয়া দা অদ্বিতীয়। কলীয়া দা জুই। মোৰ আৰু ভাষা নাই
Vl lgil bohut❤aibar ranga dak lage
Koliya da best ❤bohut val lage...vogobane kukhole rakhok....
সুন্দৰ অভিনেতা গুৰুজনাৰ সৃষ্টিৰ অসমীয়াৰ গৌৰৱ প্ৰণাম 🙏🙏🙏
কলীয়া দাৰ অভিনয়ে হৃদয় চুই যায়।।
বৰ ভাল লাগিল শইকীয়া ডাঙৰীয়া। ঈশ্বৰে আপোনাক ভালে ৰাখক।
Hoyo Doity all Assam best
Koliya da ❤ 🔥 next video ranga dak lage 🎉🎉
শ্ৰেষ্ঠ হয়দৈত্য। তেওঁৰ দৰে কোনেও নোৱাৰে।
Hosakoia joliya dar abhinoy bohut vall lagee ❤❤❤❤ hodai vale thakok
Hundor kolia daa🎉🎉
Ritunjoy r interview lbosun
Koilya tumi hodai valkoi thaka,tumi vanuna jogotor ata noikhotro,tumi hodai val koi thaka vogobanor usorot haieai parthona
Koliya daa dhunia obhinoy korile .. Nagaon Khutikatia t
Sologuri gawt bor dhuniya ovinoi krile ❤
অপেক্ষাৰ অন্ত পৰিল । ভাল লাগিল দেখি 😊😊 ভালে থাকক সদায়
।।
Next part Satyam khanikar and nayan nibir plz plz❤❤❤❤
No.1 kholnayak kolia da..My favourite
কলীয়া দা❤❤ হয় দৈত্যৰ ক্ষেত্ৰত কলীয়া দা অদ্বিতীয়।
Bht val lagil koliya daa k dekhi. We love u.
ভাল লাগিল দদাই ❤ বাকী তোমাৰ দেউতা মানে সৰু ককা ও এজন ভাল ভাৱৰীয়া আছিল, আমাৰ ইয়াত থাকোতে ককা হতঁৰ দিনৰ ভাওনাৰ কথা এতিয়াও পানবেচা গড়কোষত চৰ্চিত ❤
nayan aru satyam❤❤hunkale lage
কলীয়া দা অভিনয় সঁচাই হুকীয়া❤❤❤❤
Yes, I also admit it. Really Mr. Kalia is best valiant (negative) actor in Assemese Bhaona world.May God bless him. I seen him so many valiant characters. In my eye he never failed in any character of the Bhaona Naat,which he had already performed. I wish his bright future.( from Khanapara,Guwahati -22).
Tumi aru aguai jua.amar akhirbad hadai ase
Bohut val lagile kolia dak bhut dinor murot dekhi, vogobane teuk kukhole rakhok .
Koliya daa🥰🥰🥰
Koliya da main bhale kukhole rakhok vogobane apunak love you ❤
Val lagil
Main jon.❤
ভালেই লাগিছে। মানুহজনৰ খুহুতীয়া স্বভাৱ এটা আছে।
Assamsse Umesh Puri ❤koliya da ❤
Kolia dak 1st dakhilu anakoi. Bohut khula monor manuhjon. Bht vl pao apunar ovinoi sai.. hahi tu vl lga dai apnr.. katiaba log pam kolia da apunak..anakua ajon vaoriak raijor mjt sinaki kori dia babe apunak o dhoinyobad disu kokai.. kolia da huisto hoi uthak akhibad krisu.. bht vl lgil video tu sai
বহুত ধন্যবাদ❤
I love kolia da❤
কলীয়া দা সদায় হুষ্ট থাকক ❤
Dhuniya😊😊❤❤
No 1 kolia da
কলীয়া দাক অনুকৰণ কিৰী আছোঁ কেতিয়াবা সুবিধা পালে চেষ্টা কৰিম দেখুৱাবলৈ।
Kolia da long live❤❤❤
Oh kolia da aponar swasthar harbatoprakar unnati kamana korilu.bhut val lage fuli ase seni sampa apuni aditio
ভাওনা জগতৰ পুৰণা শিল্পী প্রণৱ বৰা সাক্ষাৎকাৰ লব চোন |
বায়ন প্ৰনৱ বৰা কথা নাই কোরা আকৌ
কোন ঠাইৰ?
Teok
Koliya da main 🙏🏾🙏🏾🙏🏾
Dipankar bora (godo) r interview loi ahibo
Koliya da 🔥🔥🔥
Sakshyakartue Val lagil
Love you koliya da ❤
Dadar vanuna eber dinot chaboloi mon ase
মই প্ৰথম দিনা ভাওনাত লগ পাই সুধিছিলো, ইমান বগা মানুহ জনক কলা বুলি কিয় কয় 😅 বৰ জমনি মানুহ জন । বহুত ভাল লাগে একেলগে ভাও কৰি
Bohut val lagil,
কলীয়া দা ❤
Love ❤❤❤ koliya da
Koliya da always 🔥🔥🔥
Koleya da 🙏🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Pura 1 hr r video gutai tu salu koliya dar babe ❤
কলীয়া দা 🔥🔥🔥
Mojja ❤
ন কছাৰী টিম এটাত এটা সৰু লৰা আছে ।বৰহোলা শিশু ভাওনা সমাৰোহত শেষ্ঠ খলনায়াক (সম্বৰাসুৰ)পাইছে।মোৰ সম্ভৱ কলীয়া দা ভিডিও চাই চাই শিকিছে।2nd কলিয়া দা বুলি কব পাৰি । সাংঘাটিক অভিনয় বুলি কলোঁ।
নয়ন মণি দা আৰু সত্যম দাকু বিচৰিছো একেলগে।
First view,,সুন্দৰ ককাই❤❤
Amja koliya da main🔥🔥🔥
Majulir jotin Bora dadar video dib dei
Koliya daa ❤
Bohut val lagise koliya dak sai
Hundor❤ lagila video tu🎉....
Jaji জৰাবাৰী প্রখ্যাত মুখাশিল্পী প্রদীপ হাজৰিকা দাকো আনিব 🙏🏻🙏🏻🙏🏻
ধন্যবাদ... নিশ্চয় চেষ্টা কৰিম
Bohut val lagil ❤❤❤❤
আমাৰ গাওঁত এবাৰ কলিয়া দাই হিৰণ্যাক্ষ্য গাইছিল। মোৰ মনত থাকি গল। মোৰ মতে সঁচাই তেওঁৰ নিচিনা খলনায়ক ভাওনা জগতত নাই। 🫶🫶🫶😍😍😍😍
সদাই কুশলে থাকক তাকে কামনা কৰিলো
Dadak ishore vale Rakhok
বিতু দাৰ video লাগে (শ্ৰেষ্ঠ হিৰনাক্ষ)
My favourite actor ❤