ৰাস চাওঁক - finally Biswanath Rakh mahotsav

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 พ.ย. 2021
  • this is the ………. Rakh Mahotsav
    mrinmoy channel
    / @mrinmoysvlogs
    ruben channel
    / @rubenmahanta0101
    #dimpubaruah #rakh2021 

ความคิดเห็น • 2.4K

  • @BABITADEVI-xt3bp
    @BABITADEVI-xt3bp 2 ปีที่แล้ว +38

    বৰ সুন্দৰ প্ৰদৰ্শন।
    সুন্দৰ বিশ্বনাথবাসী
    অসমৰ সংস্কৃতিক সন্মান জনালোঁ ।
    ধন্যবাদ দিম্পু দা।
    আপোনাৰ বাবেই চাব পালোঁ ।

  • @banikankanakashyap4175
    @banikankanakashyap4175 2 ปีที่แล้ว +36

    অশেষ ধন্যবাদ বিশ্বনাথ চাৰিআলিলৈ অহাৰ বাবে। Love from Gohpur..💓💓

  • @mahikantadas6899
    @mahikantadas6899 ปีที่แล้ว +1

    বিশ্বনাথ চাৰিআলিৰ সকলো ঠাইৰ ৰাস সুন্দৰ । বহুবছৰ আগতে বুঢীগাং সাৰ্বজনীন শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ;বিশ্বনাথ ঘাটৰ ৰাস সচায়ে মনোমোহা দৃশ্যৰে ভৰপুৰ এক অনাবিল আনন্দ পোৱা গৈছিল ।

  • @debojitchintey7042
    @debojitchintey7042 2 ปีที่แล้ว +28

    অশেষ ধন্যবাদ বিশ্বনাথ চাৰিআলিলৈ অহাৰ বাবে//Love from Biswanath (Assam) ❤❤🙏

  • @anjalipathak492
    @anjalipathak492 2 ปีที่แล้ว +10

    সুন্দৰ খুবেই আকৰ্ষণীয় হৈছে বিশ্বনাথ চাৰিআলিৰ ৰাস। চাই বহুত ভাল লাগিল। ধন্যবাদ।

  • @ryugagamingff293
    @ryugagamingff293 2 ปีที่แล้ว +2

    aami biswanath baaxiye apuna soboloike swagatam jonaisu🥰🥰💕welcome to BNC

  • @krishnadevi3571
    @krishnadevi3571 2 ปีที่แล้ว +2

    আমাৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিখন গাঁৱৰে ৰাস ধুনীয়া

    • @mahikantadas6899
      @mahikantadas6899 ปีที่แล้ว

      বিশ্বনাথৰ এক সুকীয়া বৈশিষ্ঠ আছে ।সকলোৰে একতা থকা ঠাই কিয় ভাল নহব ।সকলো লোকেই কষ্ট কৰিব পাৰে। নানা জাতিৰ মিলন ক্ষেত্ৰ তথা যাক কোৱা হয় গুপ্ত কাশী ।

  • @lohitgogoi852
    @lohitgogoi852 2 ปีที่แล้ว +4

    এইয়াই জানোঁ নহয় আমাৰ গৌৰৱ,আমাৰ চহকী পৰম্পৰা ।।

  • @harekrishna2935
    @harekrishna2935 2 ปีที่แล้ว +4

    Love from biswanath 😍 Buroighat

  • @munsonowal732
    @munsonowal732 2 ปีที่แล้ว +6

    Apunar homan kunu hbo nuware akhomor you tuber ...... Love you dimpu da ....🥰😘😘

  • @pranjitshorts8933
    @pranjitshorts8933 2 ปีที่แล้ว +2

    ডিম্পুদা সচাঁই বহুত ভাল লাগিল। প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ৰাস 🙏🙏🙏🙏❤️❤️❤️❤️🌹🌹🌹😍😍😍

  • @Dibakar342
    @Dibakar342 2 ปีที่แล้ว +1

    আমাৰ অসমৰ সাংস্কৃতি সচাঁই অপূর্ব।
    বসুদেব লগত বিবাহ হৈছিল।

  • @_amlan.borah_
    @_amlan.borah_ 2 ปีที่แล้ว +19

    অসমৰ অন্যতম ৰাস....বিশ্বনাথ চাৰিআলিৰ লেহুগাওঁ সাৰ্বজনীন ৰাস।
    Thanks Dimpu da❤️ অহাৰ বাবে...

  • @sontonuboruah1566
    @sontonuboruah1566 2 ปีที่แล้ว +4

    Rakhor huvessa thakil hokoluloi🙏🙏

  • @goutamdas2340
    @goutamdas2340 2 ปีที่แล้ว

    আমাৰ বিশ্বনাথলৈ অহা বাবে ধন্যবাদ দিম্পু দা...

  • @labanyagogoi6895
    @labanyagogoi6895 2 ปีที่แล้ว +4

    প্ৰথম বাৰৰ বাবে এই নেকুৱা ৰাস চালো ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️❤️

  • @nirmaligoswami8162
    @nirmaligoswami8162 2 ปีที่แล้ว +6

    Love from biswanath ❤️❤️

  • @murchanaa.0
    @murchanaa.0 2 ปีที่แล้ว +6

    Love from biswanath chariali❤️

  • @alexdfigo572
    @alexdfigo572 2 ปีที่แล้ว +1

    বিশ্বনাথৰ ৰাসে সচাকৈ আপ্লুত কৰিলে। ডিম্পু তোমাক ধন্যবাদ।

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 2 ปีที่แล้ว +1

    প্ৰথমে দিম্পুলৈ অশেষ মৰম যাচিলো বাক্সা জিলাৰ পৰা..... তোমাৰ জৰিয়তে বিশ্বনাথৰ ৰাসৰ এটি আভাস পালো.... সঁচাকৈ বহুত ধুনীয়া বিশ্বনাথৰ ৰাস.... ১৯৯৫ চনতেই সেইফালে যোৱা..... বৰগাং ৰঙাগড়া চাহ বাগিচাত বিয়া খাব গৈছিলো..... সময় পালে যাম...

  • @_mishra_5175
    @_mishra_5175 2 ปีที่แล้ว +4

    Love from bswanath charali dimpu daa😍

  • @smritirekhaborah9385
    @smritirekhaborah9385 2 ปีที่แล้ว +3

    🤗❤️val lagil log pai @Dimpu Da

  • @pappubordoloi8486
    @pappubordoloi8486 2 ปีที่แล้ว +1

    মজা লাগিল dimpuda বিশ্বনাথ চাৰিআলি ৰ ৰাস চাই ।মই ইয়াৰ ৰাস নোচোৱা 7 years হৈ গ'ল dimpuda

  • @dipteenath4168
    @dipteenath4168 2 ปีที่แล้ว +2

    বহুত বহুত ধন্যবাদ বিশ্বনাথ চাৰিআলিলৈ অহাৰ বাবে..
    Love from jamugurihat💓💓

  • @sukanyabaruah1674
    @sukanyabaruah1674 2 ปีที่แล้ว +212

    দিম্পু দা এইয়াই আমাৰ বিশ্বনাথ, দেখুৱাবলৈ আৰু বহুত আছে আহিছা যিহেতু সকলো বোৰ ভাল কৈ চাই যাবা।তুমি অহাৰ কাৰণে ভাল লাগিল❤️

    • @nisharajbongshi4836
      @nisharajbongshi4836 2 ปีที่แล้ว +5

      Kiman din hbo o rakh tat

    • @user-db3zb5wf1y
      @user-db3zb5wf1y 2 ปีที่แล้ว +6

      @@nisharajbongshi4836 এখন ৰাস ২ দিন হয়,কেইবা ঠাইতো বেলেগ বেলেগ কৈ পতা হয়,,কিন্তু বিশেষ ভাল লাগে লেহুগাওঁ আৰু ৰেইল গেটৰ ৰাস দুখন😊

    • @sardarsingh7832
      @sardarsingh7832 2 ปีที่แล้ว +8

      Gorehagi putona main❤️

    • @nisharajbongshi4836
      @nisharajbongshi4836 2 ปีที่แล้ว +1

      Kundina rakh xakh hbo

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว

      th-cam.com/video/yGISQrTx6gI/w-d-xo.html

  • @assamorjyotish
    @assamorjyotish 2 ปีที่แล้ว +5

    সঁচাকৈ ৰাসৰ এনেকুৱা পৰিবেশ দেখি বহুত ভাল লাগে | Love from BAKSA❤️❤️❤️

  • @menakadas7622
    @menakadas7622 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল ভিডিঅ চাই ধন্যবাদ দিমপু

  • @pintuboraatoz1878
    @pintuboraatoz1878 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল দেই dimpu , জিলিকি থাকা সদায় এনেকৈয়েই ।

  • @simashreegogoi6616
    @simashreegogoi6616 2 ปีที่แล้ว +62

    সঁচাকৈয়ে বহুত ভাল লাগিল। প্ৰথম বাৰৰ বাবে এনেকুৱা ৰাস দেখিলোঁ।❤️❤️❤️

  • @alimuliassam6405
    @alimuliassam6405 2 ปีที่แล้ว +9

    সঁচাকৈ এইয়াই আমাৰ লোকসংস্কৃতি,যাৰ মাজতেই লুকাই আছে লোককৃষ্টিৰ প্ৰতিভূ.যাক লৈ আমি বিশ্বদৰবাৰত গৌৰৱ কৰিব পাৰোঁ, যি ভাওনাই সত্ৰীয়া সংস্কৃতিৰ স্বকীয়তা বহন কৰি লৈ গৈছে অনাদিৰ পৰা অনাদিলৈ .....
    "কুমাৰী দৈৱকীৰ বিয়া কুমাৰ বাসুদেৱৰ সহিতে হৈছিল"...
    আমাৰ স্বাভিমান ভাওনাক সকলোৱে আঁকোৱালি লয় যেন আৰু আজীৱন আমাৰ চিনাকি হৈ ৰয় যেন তাৰেই কামনাৰে,জয় আই অসম❤👏🌸🌸❤

  • @bhaskarmusicalvlogs2264
    @bhaskarmusicalvlogs2264 2 ปีที่แล้ว +6

    এয়াই আমাৰ বিস্বনাথ ❤️ love uh Dimphu da❤️

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 ปีที่แล้ว +1

    সুন্দৰ ডিম্পু দা, শুভেচ্ছা জনালোঁ

  • @sauravroy0
    @sauravroy0 2 ปีที่แล้ว +4

    সঁচা কৈ চাবলগীয়া ৰাস ❤️❤️❤️❤️

  • @assamesebloggersabitalifes6454
    @assamesebloggersabitalifes6454 2 ปีที่แล้ว +2

    Happy rax purnima 💓

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +1

    অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ অপূর্ব নিদর্শন। সঁচাকৈয়ে বৰ ভাল লাগিছে। চাবলৈ যাবলৈ বৰ মন গৈছে।

  • @jyotismitakalitajyotismita4418
    @jyotismitakalitajyotismita4418 2 ปีที่แล้ว

    Thank you dimpu dada amar taloi rax sab ahar karone log he napalu❤️❤️😍

  • @ffdimpu29gaming21
    @ffdimpu29gaming21 2 ปีที่แล้ว +5

    ডিম্পুদা সচাঁই বহুত ভাল লাগিল । প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ৰাস💖💖💖💖🌹

  • @bikramphotography
    @bikramphotography 2 ปีที่แล้ว +227

    সচাঁই বহুত ভাল লাগিল । প্ৰথমবাৰ এনেকুৱা ৰাস দেখিবলৈ পালো । 💛💛💛

    • @aliabegum3733
      @aliabegum3733 2 ปีที่แล้ว +3

      Very very nice

    • @mekhunar1786
      @mekhunar1786 2 ปีที่แล้ว

      @@aliabegum3733 th-cam.com/video/8Kry62sOlZo/w-d-xo.html

    • @casiowithgarg4741
      @casiowithgarg4741 2 ปีที่แล้ว +1

      Next ahi jaba 😀

    • @mojamilvlogs68
      @mojamilvlogs68 2 ปีที่แล้ว +1

      সিতেই।কাইৰ।ঘৰলৈ।জাও।বলক।link.👉th-cam.com/video/v8xh1wdUzZ0/w-d-xo.html

    • @dhrubajyotiborah8952
      @dhrubajyotiborah8952 2 ปีที่แล้ว

      Bohut Miss korilu sab napalu aibar

  • @sardarsingh7832
    @sardarsingh7832 2 ปีที่แล้ว

    Love from biswanath chariali.....raax khn alp holeu bhiror mnuhe gom pabo....thnk you Dimpu❤️

  • @gitanjalidas6181
    @gitanjalidas6181 2 ปีที่แล้ว +6

    সঁচাকৈ বহুত ভাল লাগিল .. জয় আই অসম 🌍❤️ ... ইমান সুন্দৰ সংস্কৃতি

    • @RamitKumarRoy
      @RamitKumarRoy 2 ปีที่แล้ว +1

      জয় বাংলা

  • @dolly6822
    @dolly6822 2 ปีที่แล้ว +5

    Much much love frm biswanath chariali dimpu da😘😌

  • @sangitabora5876
    @sangitabora5876 2 ปีที่แล้ว +4

    Xokoluloike rash mohutshovor xuvessha jonalu ❤🙏

  • @minadas5564
    @minadas5564 2 ปีที่แล้ว

    Bhut val lagise tezpurar rakh sai...thanks dimpu.

  • @Minakshi.25
    @Minakshi.25 2 ปีที่แล้ว

    সচাঁকৈ বহুত ভাল লাগিল দিম্পু দা ৰাস চাই❤❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 ปีที่แล้ว +3

    Dimpu দা ৰঙিয়া তৰণী ৰাস মহোৎসৱত আটাইতকৈ ভাল লাগে 🎇🎇❤️💚💛💛🙋🌐🎇🎇❤️

  • @uddipanhandique8093
    @uddipanhandique8093 2 ปีที่แล้ว +11

    I am from Biswanath Chariali. Aiya hoi sa amr culture...Thanku Dipmu da

  • @_bichitra
    @_bichitra 2 ปีที่แล้ว

    উষ্ম আদৰণি জনালোঁ। ভাল লাগিল তুমি অহাৰ বাবে। বিশ্বনাথৰ ঐতিহ্যকো কেমেৰাত বন্দী কৰি লৈ যাবা।

  • @assamesegirls8393
    @assamesegirls8393 2 ปีที่แล้ว +1

    ডিম্পু দা বিশ্বনাথ চাৰিআলি ৰ ৰাস খন চাই বহুত বহুত ভাল লাগিল আৰু আপোনাৰ ভিদিঅ বোৰ চাই বহুত ভাল লাগে

  • @warriorboyzz1630
    @warriorboyzz1630 2 ปีที่แล้ว +9

    Tnk u dimphu 💕❤️ ami jungle tt thkoo so tumlokor karne ajii jungolr major pora rakh sabo paiso tnks again.love from indian army 🪖

  • @monalishamagar8609
    @monalishamagar8609 2 ปีที่แล้ว +5

    love from Biswanath chariali🤞❤

  • @montugogoi3621
    @montugogoi3621 2 ปีที่แล้ว +8

    Moi বিশ্বনাথ চাৰিআলিৰ হয় . Val lagil log Pai Dimpu Da🥰

  • @raktimhazarika5882
    @raktimhazarika5882 ปีที่แล้ว +1

    Amar gohpurotu enekuwai same rakh hoi love from gohpur ❣️ahiba dimpu da eibar gohpur rakh sabole

  • @koskosalimitedhoribol5042
    @koskosalimitedhoribol5042 2 ปีที่แล้ว +3

    বহুত বহুত ধন্যবাদ Dimpu bro🙏🙏❤️❤️
    Mojja Rakh ❤️❤️❤️🙏🙏🙏
    Jaba Lgibo

  • @nitumonikalita5195
    @nitumonikalita5195 2 ปีที่แล้ว

    বহুত ভাল লাগিল।।। দৈৱকীৰ বিয়া বসুদেৱৰ লগত হৈছিল।।।

  • @chitramohamdoley4672
    @chitramohamdoley4672 2 ปีที่แล้ว

    Bor vhal lagil dimpu data❣️❣️❣️❣️
    Doibokir biyah
    Doibokhir biyah hoisil Krishnar bapekor hoite

  • @nilambarvlogs5199
    @nilambarvlogs5199 2 ปีที่แล้ว +6

    Wowo dimpu da এনেকুৱা ৰাস উৎসৱ কেতিয়াও দেখা নাই 👌👌😍

  • @taralitora7007
    @taralitora7007 2 ปีที่แล้ว +5

    বহুত ভাল লাগিল চাই.... এনেকুৱা ৰাস প্ৰথম বাৰ দেখিবলৈ পালো। Thanks দিম্পু দা 🥰🥰❤️❤️❤️❤️

  • @goutambharali1309
    @goutambharali1309 2 ปีที่แล้ว

    বহুত চেষ্টা কৰিও লগ নাপালো বেয়া লাগিল । আৰু ধন্যবাদ বিশ্বনাথত ৰাস চাৱলৈ অহা বাৱে । দিম্পু দা পাৰিলে অলপ ক'ৱ নে আৰু কি কি ঠাই চাৱ কিমান দিন আছে আৰু বিশ্বনাথত লগ পোৱাৰ বহুত হেপাহ আছিল

  • @mrinmaydas1630
    @mrinmaydas1630 2 ปีที่แล้ว

    Dhunia sanskritituk bhu dhunia ke bojai rakhar babe biswanath bakhi 🙏🙏🙏🙏🙏🙏🙏🙏

  • @RubenMahanta0101
    @RubenMahanta0101 2 ปีที่แล้ว +3

    thanq dei amr ghort oha karone akou log Pam diya ❤️🔥

  • @pankajkarki3392
    @pankajkarki3392 2 ปีที่แล้ว +4

    Love from BISWANATH CHARIALI

  • @bappidas6364
    @bappidas6364 2 ปีที่แล้ว +1

    Dimpu da 2mr logot deka korar bohut ecca korisa,,,gowahati kot asa 2mr gor🥰🥰

  • @Assamtechnology1
    @Assamtechnology1 2 ปีที่แล้ว +1

    সঁচাকৈয়ে বহুত বহুত বহুত ভাল লাগিল video টো চাই

  • @dipokdas2301
    @dipokdas2301 2 ปีที่แล้ว +10

    Welcome to biswanath chariayli ❤️ dimpu da love you ❤️

  • @ramensarma5838
    @ramensarma5838 2 ปีที่แล้ว +3

    I am a big fan of you Dimpu da😍😍
    from Nalbari Belsor

  • @ankitadas8858
    @ankitadas8858 2 ปีที่แล้ว

    thnq dimpu rakh dekhuwar babe...eman sabo mon goi asil.2mar lgote aataye dekha pale biswanath sari aalir rakh..ru moi o salu,amar eyat chhaygaonot rakh nhole nhoi aibaro..
    doibaki basudevr lgot biya hoisil🤩

  • @dipengorh3247
    @dipengorh3247 2 ปีที่แล้ว

    আমাৰ বিশ্বনাথলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ

  • @ppkvines3830
    @ppkvines3830 2 ปีที่แล้ว +4

    Moja 🔥 lagesa 🤗 dimpu daa 🔥 🤘♥️

  • @__panchinayak__5158
    @__panchinayak__5158 2 ปีที่แล้ว +5

    Love from Biswanath chariali❤️❤️❤️dimpu da

  • @SarbajitVlogs
    @SarbajitVlogs 2 ปีที่แล้ว +1

    Dimpu dada ahpunr video sai bohut val lage ❤️😍

    • @SarbajitVlogs
      @SarbajitVlogs 2 ปีที่แล้ว

      Dimpu da moiu TH-cam video diu muku sapout koribo kua na

  • @dildarhussain689
    @dildarhussain689 2 ปีที่แล้ว +1

    Wellcome to biswanath chariali. Dimpu dada... love you ❤️

  • @hemanta8202
    @hemanta8202 2 ปีที่แล้ว +5

    Love from Biswanath Chariai❤

  • @animeshdeb2926
    @animeshdeb2926 2 ปีที่แล้ว +5

    Prothom baar uphobhug korilu eman dhuniakoi Raas. Thank you Dimpu for showing us our beautiful culture and traditions

  • @ruliborah1874
    @ruliborah1874 2 ปีที่แล้ว

    Thank you dimpu da amar rax loi ahar babe.

  • @Sramanujantutorialhome
    @Sramanujantutorialhome 2 ปีที่แล้ว

    সঁচাই বহুত বহুত ধন্যবাদ দিম্পুলৈ বিশ্বনাথৰ ৰাস দেখুওৱা বাবে ❤️❤️❤️

  • @xetribhuban2762
    @xetribhuban2762 2 ปีที่แล้ว +6

    Wlc to biswanath ❤️🤩🥀✨

    • @AtifAslamVlogs
      @AtifAslamVlogs 2 ปีที่แล้ว +1

      th-cam.com/video/Fih0YCwLHaQ/w-d-xo.html

  • @PratimNath23
    @PratimNath23 2 ปีที่แล้ว +37

    Along with Raax, they also celebrated Dimpu's presence.. so happy to see that..

  • @sankarrajgarh6438
    @sankarrajgarh6438 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ দিম্পু দা বিশ্বনাথ চাৰিআলি লৈ অহাৰ বাবে।।

  • @sahidulahmed1328
    @sahidulahmed1328 2 ปีที่แล้ว

    Dimpu da thank you tumar karone ami biswanath r rakh dekhi palu moi jam buli bhabisilu kintu jabo nuwalirilu

  • @mr.b.bhuyancreations143
    @mr.b.bhuyancreations143 2 ปีที่แล้ว +3

    অতি সুন্দৰ প্ৰদৰ্শন।👍👍👍

  • @himakshikalita9525
    @himakshikalita9525 2 ปีที่แล้ว +5

    Hosakoi bohut besi val lagil Dimpu Daa

  • @abonjyotibezboruah8527
    @abonjyotibezboruah8527 2 ปีที่แล้ว

    Rax patile xodai any kua hb lge thanks dimpu da

  • @sweetydevi4108
    @sweetydevi4108 2 ปีที่แล้ว +1

    So happy dimpu da 2mk lg pi...bht bht ❤ u..😘

  • @tapanborah376
    @tapanborah376 2 ปีที่แล้ว +9

    Dimpu da tumak log dhoribo nuyarilu. Love for Biswanath chariali💯

    • @AtifAslamVlogs
      @AtifAslamVlogs 2 ปีที่แล้ว

      th-cam.com/video/Fih0YCwLHaQ/w-d-xo.html

  • @manjulatirkey9764
    @manjulatirkey9764 2 ปีที่แล้ว +14

    Dimpu da Lots of love to you from our Biswanath Chatiyali.

  • @devitechchannel3284
    @devitechchannel3284 2 ปีที่แล้ว

    Dimpu da haatkhon bhal paaisene
    Aapunar videot jiey nedekhaok saai bahut besi bhal laage💓
    Jai ho Dimpu da
    Raakh🙏🙏

  • @upaxona3922
    @upaxona3922 2 ปีที่แล้ว +20

    Glad to see our own place being depicted by you Dimpu dada.Lots of love from Biswanath

  • @Shrutishmita
    @Shrutishmita 2 ปีที่แล้ว +3

    Bohut vll lgil deii dimpu da thank you aamk emnbur dhuniya poribekh dekhuar karone 🔥🔥🔥🔥🔥🔥🔥

  • @pankajgogoi9233
    @pankajgogoi9233 2 ปีที่แล้ว +210

    এইয়াই অসমৰ সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন😊😊

  • @ajoynath1622
    @ajoynath1622 2 ปีที่แล้ว

    বিশ্বনাথৰ পৰা মৰম যাচিলো দিম্পু দা...অহাৰ বাবে ধন্যবাদ ..

  • @sadiyalocalvlog978
    @sadiyalocalvlog978 2 ปีที่แล้ว +1

    Dekha nupua dreshyo dekhuwar babe dhonyo bad dada❤️💖💖✨👍

  • @nikibkhan7527
    @nikibkhan7527 2 ปีที่แล้ว +6

    LOVE from Biswanath chariali ❤️❤️

  • @mominulisassam6087
    @mominulisassam6087 2 ปีที่แล้ว +3

    Finally lok pam dimpu da ❤️👍

  • @PranjitKalita11
    @PranjitKalita11 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল দিম্পু দা 🥀🥀

  • @gobindapuran5596
    @gobindapuran5596 2 ปีที่แล้ว

    Thank u dimpu da rash Mela dekhuwai diyar karone

  • @_AngShu_Man_
    @_AngShu_Man_ 2 ปีที่แล้ว +4

    Bohut lagil sai... Love from Barpeta😊

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +3

    দিম্পুৰ জনপ্রিয়তা❤

  • @rahulbhakat310
    @rahulbhakat310 2 ปีที่แล้ว

    tomar babe iman dangor dangor rash cabo parisu dimpu da bohut bht dhanyabad

  • @s.rcreation3492
    @s.rcreation3492 2 ปีที่แล้ว

    আমাৰ ৰাসতকৈ বহুত পৃথক বিশ্বনাথৰ ৰাস । ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @kankitahazarika4790
    @kankitahazarika4790 2 ปีที่แล้ว +6

    Happy rax purnima
    Welcome to our Bishwanath Chariali Dimpu daa💕

    • @pitmalvlogs3015
      @pitmalvlogs3015 2 ปีที่แล้ว +1

      বা Subscribe কৰি দিব মোক=======