এয়া মোৰ জীয়াই থকাৰ অন্তিম চেষ্টা এটা😭😭Paramananda Hazarika

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ต.ค. 2024

ความคิดเห็น • 339

  • @BornaliBora-o4z
    @BornaliBora-o4z ชั่วโมงที่ผ่านมา +29

    এই মানুহজন সকলোৰে মিলী সহায় কৰো আহক

  • @muzzkirhussain3104
    @muzzkirhussain3104 5 ชั่วโมงที่ผ่านมา +64

    অসমত প্ৰায় ৩কোতি ৯০ লাখ মানুহ আছে। আধা সংখ্যকেও যদি ১০ টকাকৈ দিয়ে সমাধান হ'ব। যিয়ে যিমান পাৰে সহায় কৰক।

    • @sumichetia3739
      @sumichetia3739 3 ชั่วโมงที่ผ่านมา

      Hsakoi aiuk hohai korok....

  • @bimansaikia4305
    @bimansaikia4305 2 ชั่วโมงที่ผ่านมา +20

    ভাইটি বিমান দাই কৈছো।জীৱন যুদ্ধত ইমান দিন লৈকে স্থিৰ থকাৰ বাবে তোমাক শত কোটি বাৰ ধন্যবাদ জনালো।তোমাৰ উচ্চা কাং খ্যা বেছি হ'ল বুজি পাইছো । ভবিষ্যতে এনে কাম নকৰিবা । উচ্চকাংখ্যা বেছি হোৱাৰ বাবে ৰামায়ণত জগতৰ ৰাজ লক্ষী হৈয়ো বন বাসী সীতাৰ কি হ'ল দেখিছা। আপোন ইচ্ছাত ৰামৰ লগত বনলৈ যোৱাৰ সীতাৰ এই স্বণ মৃগৰ কি প্ৰয়োজন আছিল। এই স্বণ মৃগৰ বাবে ই ৰামায়ণ খনো দীঘল হৈছে লগে লগে ৰামায়ণৰ গতি পথো সলনি হৈছে। আমাৰ যে উচ্চাকাংক্ষা বেছি হ'ব নালাগে তাৰ জ্ঞান ৰামায়ণে দিছে। ধম্ম শাস্ত্ৰ মানৱ জাতিৰ জ্ঞানৰ দাপোন। তাৰ পৰা জ্ঞান সদৃশ অমৃত মন্থন কৰিবলৈ চেষ্টা কৰিবা। তুমি মোৰ ওচৰলৈ আহিবা বহুত টকা দি সহায় কৰিব নোৱাৰো বুদ্ধি দি গাৱৰ ল'ৰা যেতিয়া যিমান পাৰে সাধ্য অনুসাৰে সহায় কৰিম ।

  • @bandanakonwar664
    @bandanakonwar664 ชั่วโมงที่ผ่านมา +9

    আহক আমি সকলো মিলি তেওঁক অকণমান হ হাই কৰোঁ🙏🙏

  • @DuttakD
    @DuttakD 31 นาทีที่ผ่านมา +4

    ভগৱানে তেখেতক শক্তি দিয়ক আৰু আমাৰ ৰাইজে অলপ সহায় কৰক

  • @priyankahaloipinky1404
    @priyankahaloipinky1404 2 ชั่วโมงที่ผ่านมา +17

    hokoloe 100 tokakoi help korok...protitu comment t kra mnuhe plsss🙏🙏🙏 মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ❤... আজি আপোনালোকে সহায় কৰক কালি ঈশ্বৰে আপোনাক সহায় কৰিব🙏♥️

  • @sunandramohan9756
    @sunandramohan9756 3 ชั่วโมงที่ผ่านมา +19

    আপোনাক ভগৱানে সহায় কৰিব। সন্তানৰ পৃথিৱীখন হ'ল নিজৰ মাক-দেউতাক গতিকে আপুনি ভূল পথৰ কথা কেতিয়াও নাভাবিব।হে ভগৱান দাদাক বিপদৰ পৰা উদ্ধাৰ কৰা। ৰাম কৃষ্ণ ৰাম!

  • @pankajdas6310
    @pankajdas6310 ชั่วโมงที่ผ่านมา +7

    সুখ আৰু দুখ মানৱ জীৱন শেষ নুহোৱা পযন্ত এক অতুলনীয় অংগ ।ঠিক যেনেদৰে বাৰিষা নদী সমূহ যেনেদৰে খৰালী শুকাই ঠিক তেনেদৰে মানুহৰ জীৱনটোও দুখ বোৰ নাইকীয়া হৈ সুখৰ মুখ তেনেদৰে আহি লগ দিয়ে।দাদাজন যে বহুত বিপদত পৰিছে তেখেতৰ কথাত বুজি পোৱা গৈছে ।এই বিপদৰ সময়ত যদি আমি মানুহৰ জনম লৈ মানৱীয়তা খাতিৰত তেখেতক উদ্ধাৰ নকৰো শ্ৰেষ্ঠ মানৱ জাতিৰ মানৱতা নামত থাকিব নো কি???
    সেয়েহে সকলোলৈ হাতযোৰ কৰি বিনম্ৰতাৰে অনুৰোধ যথা সম্ভৱ সুবিধা হোৱাকৈ দাদাজনক এই চুড়ান্ত বিপদৰ সময়ত সকলোৱে কিবা এটা বৰঙণি আগবঢ়াই সহায় কৰক।

    • @dulpachanipachani9110
      @dulpachanipachani9110 49 นาทีที่ผ่านมา

      তেওঁ মনৰ দুখবোৰ সকলোৰে আগত কবলৈ কুণ্ঠাবোধ কৰা নাই ,গতিকে আহক আমি সকলোৱে মিলি তেওকঁ সহায়ৰ হাত আগবঢ়াও।

  • @jyotidas2063
    @jyotidas2063 5 ชั่วโมงที่ผ่านมา +38

    আপুনি হনুমান চালিচা পাঠ কৰক সমস্যা সমাধান হবই

    • @axomiyaloraa.l
      @axomiyaloraa.l ชั่วโมงที่ผ่านมา

      Bl hobo

    • @Donvaiiiii
      @Donvaiiiii 45 นาทีที่ผ่านมา

      ​@@axomiyaloraa.l mukh erai dim kukur HANUMAN JIK OPOMAN NOKORIBI

  • @banikalita3082
    @banikalita3082 3 ชั่วโมงที่ผ่านมา +11

    মাৰ আশীৰ্বাদেই সকলোতকৈ ডাঙৰ আশীৰ্বাদ। পৰাপক্ষত মাকৰ কথা মানি চলাটো অতি দৰকাৰ। ধাৰ বিলাক পৰিশোধ কৰিবলৈ ভগৱানে আপোনাক শক্তি দিয়ক।

  • @gitanjaligoswami7908
    @gitanjaligoswami7908 ชั่วโมงที่ผ่านมา +15

    আপোনাৰ ভিডিওতোয়ে মনটো বৰ দুখ লগাই দিলে। আপুনি খুব নিষ্ঠা সহকাৰে হনুমান বাবাকে চিন্তা কৰক আৰু দিন ৰাতি হনুমান চালিয়ে পঢ়ক।আপোনাক হনুমান বাবাই বচাব। জয় বাবা হনুমান 🙏🙏🙏🙏

    • @gitanjaligoswami7908
      @gitanjaligoswami7908 ชั่วโมงที่ผ่านมา +2

      চালিছা

    • @kanitakalita4320
      @kanitakalita4320 ชั่วโมงที่ผ่านมา

      Opuni. Hanuman chalica pahri nijake sthir karak 'aoke help karib para jai kanekai

  • @BabitaGogoi-j8j
    @BabitaGogoi-j8j 5 ชั่วโมงที่ผ่านมา +19

    ধৈৰ্য্য ধৰক ভগৱানে সহায় কৰিব।

  • @rashmigogoi6238
    @rashmigogoi6238 ชั่วโมงที่ผ่านมา +5

    সকলোৱে সহায় কৰক।🙏🏻 ধৈৰ্য ধৰক আপুনি।🥺

  • @jyotsnagogoi7933
    @jyotsnagogoi7933 ชั่วโมงที่ผ่านมา +14

    তেওঁ জীয়াই থাকিলে সকলোৰে ধাৰ পৰিশোধ কৰিব পাৰিব ,গতিকে তেওঁক জীয়াই থাকিবলৈ দিয়ক ।

  • @luknathgondhialuknathgondh7999
    @luknathgondhialuknathgondh7999 36 นาทีที่ผ่านมา +2

    আপোনি ব্ৰাহ্মসকুমাৰী আশ্ৰমলৈ যাওক। মনটো বহুত শান্তি পাব

  • @Ketalaman
    @Ketalaman ชั่วโมงที่ผ่านมา +3

    ইমান দিন ধৰ্য্য ধৰিলে দাদা , সকলোৱে সহায়কৰিব আপুনি আৰু অলপ দিন অপেক্ষা কৰক ।মানুহৰ মানবিয়তা আজিয়ো আছে ।যিয়ে যিমান পাৰে সহায় কৰিব । ভগৱান এই পৃথিৱীত আপোনাৰ বাবে আছে ।

  • @swapnalisaikia7063
    @swapnalisaikia7063 12 นาทีที่ผ่านมา

    ভগৱানে নিশ্চয় সহায় কৰিব। ধৈয্য আৰু ধৰি।

  • @rekhasarmah460
    @rekhasarmah460 3 ชั่วโมงที่ผ่านมา +11

    সদাই হনুমান চালিচা পাঠ কৰক।

    • @axomiyaloraa.l
      @axomiyaloraa.l ชั่วโมงที่ผ่านมา

      Bl

    • @Donvaiiiii
      @Donvaiiiii 44 นาทีที่ผ่านมา

      ​@@axomiyaloraa.l mur vangi dim ovodro axur

  • @SubhasBuragohain
    @SubhasBuragohain 4 ชั่วโมงที่ผ่านมา +18

    একাউণ্ট নাম্বাৰ দিয়ক ১০০ দিম ।যিপাৰে সকলোৱে দিয়ক ।মানুহেই ভগৱান !

    • @JSSUnsscripted
      @JSSUnsscripted  4 ชั่วโมงที่ผ่านมา

      Gpay: 9707060701

  • @Pujaboruah5622
    @Pujaboruah5622 53 นาทีที่ผ่านมา +2

    যিমান‌ পাৰে‌ সহায় কৰক‌ মানুহজনক মৰিবলৈ‌ নিদিব

  • @itimonigogoi8471
    @itimonigogoi8471 3 ชั่วโมงที่ผ่านมา +12

    ভগৱান তুমি হাত পাতি ধৰা ।

  • @rupaligogoisaikia9142
    @rupaligogoisaikia9142 3 ชั่วโมงที่ผ่านมา +8

    ভিডিঅ'টো চাই নাকান্দি নোৱাৰিলোঁ। সান্ত্বনা দিবলৈ ভাষা নাই। তথাপিও কৈছোঁ,ধৈৰ্য ধৰা ভাইটি।

  • @rajmonibora4927
    @rajmonibora4927 ชั่วโมงที่ผ่านมา +6

    টকা পইছাক সকলোৱে মৰম কৰিবলৈ হওঁক। ১০টকাই হওঁক মৰমেৰে তাক সাচিঁবলৈ শিকক❤️

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 3 ชั่วโมงที่ผ่านมา +4

    ধাৰ পৰিশোধ নকৰিব বুলিটো ভবা নাই।ধাৰ দিয়া সকলেও তেওঁৰ অৱস্থা মানবীয়তাৰে চাই সময় দিয়ক আৰু তেওঁক জীয়াই থাকিবলৈ দিয়ক।জীয়াই থাকক আৰু ধাৰবোৰ পৰিশোধ কৰাৰ চেষ্টা কৰক।

  • @purnimakalita1805
    @purnimakalita1805 4 ชั่วโมงที่ผ่านมา +16

    ছোৱালীজনীৰ আৰু মানুহজনীৰ মুখলৈ চাই জীয়াই থাকিব

  • @SunilKumar-zy3xs
    @SunilKumar-zy3xs 8 นาทีที่ผ่านมา

    দাদা ধৈৰ্য ধৰক ভগৱানে আপোনাক নিছয় সহায় কৰিব মানুহৰ ৰূপত আহি আৰু আপুনি হনুমান চালিছা পাট কৰক দাদা l পাৰিলে আমি সকলোয়ে মিলি সহায় কৰোঁ আহক দাদাসকল l

  • @dadulborah8413
    @dadulborah8413 4 ชั่วโมงที่ผ่านมา +6

    সমস্যা কাৰণ মৃত্যু নহয় । সমস্যা কাৰণ হৈছে সমাধান ধয্য ধৰিব লাগিব । মৰি যোৱাৰ মানেই সমস্যাৰ বোৰৰ পৰা নিজকে পেলোৱা দুৰ্বল হৈ পৰা । সাহসী হব লাগিব কম্মʼ কৰিব লাগিব লাহে লাহে সকলো ঠিক হব । এবাৰ মা পত্নী সন্তানৰ মুখলৈ চাব ।

  • @RihajAli-md7ml
    @RihajAli-md7ml 11 นาทีที่ผ่านมา

    দাদা জনক সকলোৱে মিলি জিবন জীয়াই থকাৰ সৰু অনুপ্ৰেৰণা দিওঁ আহক।

  • @nirmalipathak3571
    @nirmalipathak3571 23 นาทีที่ผ่านมา +2

    Apuni Hanuman chalisa path karak bahut help pabo.Aru 1taka ataku maram kariba saba takai apunak ketiyao log ari najai.Manuhar bhul hay sei bhular para ami sikiba lage.Bhagbane apunar mangal karak.

  • @ritadeka195
    @ritadeka195 2 ชั่วโมงที่ผ่านมา +5

    অসমৰ একোটি মানুহে‌ যদি 20টকা কৰি‌‌ দিয়ে মানুহজনে সকাহ পাব‌

  • @anannyadutta6999
    @anannyadutta6999 55 นาทีที่ผ่านมา +5

    June jimn pare d hohai korok....👍🏼

  • @MalabikaBhuyanBaruah
    @MalabikaBhuyanBaruah 3 ชั่วโมงที่ผ่านมา +5

    একো বেলেগ কথা চিন্তা নকৰিব দেই। শক্তিশালী মন এটা লৈ আগবাঢ়ক।ভগবানৰ ওপৰত ভৰষা ৰাখক।

  • @Abhinob123
    @Abhinob123 2 ชั่วโมงที่ผ่านมา +3

    ভূপেন হাজৰিকাই কৈ থৈ গৈছে "মানুহে মানুহৰ বাবে" আহকচোন সকলোৱে পাৰিলে ১ টকা হ'লেও আগবঢ়াওক

  • @niyor6777
    @niyor6777 18 นาทีที่ผ่านมา +1

    আপোনাতকৈ কম কিন্তু মোৰো প্ৰায় আপোনাৰ দৰেই অৱস্থা। ৰ্ধয্য ধৰক। কিবা নহয় কিবা ৰাষ্টা ওলাব।

  • @bhaskarjithandique8875
    @bhaskarjithandique8875 48 นาทีที่ผ่านมา +2

    Sobe jiman pare help korok guys ..as a human being 🙏
    QR code diya ase video tut

  • @UtpalLamphar1234
    @UtpalLamphar1234 41 นาทีที่ผ่านมา +1

    কি কম ভাষা নাই আপোনাৰদৰে মইও একেই অবস্থাত আছো বেলেগৰ কাৰণে মইও ধাৰত পোট খাই আছো মইও বেলেগক আনৰ পৰা টকা লৈ দি পেলাই আজি দুবছৰৰ পৰা বেলেগৰ বোজা মই মোৰ মূৰত লৈ আছো এতিয়া মই মোৰ পৰা অলপ অলপ কে ধাৰ মাৰি আছো আপুনি ভাগি নপৰিব ধৈৰ্য্য ধৰক চেষ্টা কৰক লাহে লাহে সকলো ঠিক হব আত্মহত্যাই শেষ উপায় নহয় আমি পুৰুষ হওঁ কাপুৰুষ নহওঁ সমস্যাৰ সতে মুখা-মুখি হম আৰু সমস্যাৰ সতে যুজিম মইও যুজি আছো কিন্ত হাৰ নামানো যুজি যুজি জিকিম মোৰ বিশ্বাস ৷

  • @lukumonibaruah5454
    @lukumonibaruah5454 ชั่วโมงที่ผ่านมา +3

    ইমান অধৈয্য ন'হ'ব। কিন্তু যিপইচা পায় অলপ কিবা ব্যৱসায়ত invest কৰিব। নিশ্চয় আপোনাৰ ভৱিষ্যত ভাল হ'ব।

  • @sorupaidas7114
    @sorupaidas7114 47 นาทีที่ผ่านมา +2

    আশীৰ্বাদ কৰিছো ভগৱানে সহায় কৰক। সকলোৰেই সহায় কৰক। সকলো আগবাঢ়িলে ভাল হয় সকলোৰেই 10 টকা কৈ দি সহায় কৰক 🙏🙏🙏মইও ৫০০শ টকা দিম। ধন্যবাদ। একায়ন নম্বৰ টো দিবা।

  • @pinkugogoi371
    @pinkugogoi371 2 ชั่วโมงที่ผ่านมา +4

    পাপু দাদা আপুনি তেনেকুৱা ভুল সিদ্ধান্তৰ নলব । কাৰণ আপুনি মৰি গলে আপোনাৰ wife aru ছোৱালী জনীয়ে কষ্ট পাব। এতিয়া যেনেকৈ আপোনাক মানুহে prce কৰিছে ঠিক তেনেকৈ আপোনাৰ পৰিয়াল টোক prce কৰিব । ভগবান আছে সকলো ঠিক কৰি দিব । সকলোৱে যেনেকৈ যি পাৰে সহায় কৰক । 🙏🙏🙏🙏

  • @sewaligogoi9170
    @sewaligogoi9170 3 ชั่วโมงที่ผ่านมา +4

    ইয়াকে কয় গ্ৰহৰ দুখ । চিন্তা নকৰিব । আপুনি সংকটমোচন হনুমান পাঠ কৰি চাওঁকচোন ?

  • @najrulhaque3609
    @najrulhaque3609 6 ชั่วโมงที่ผ่านมา +10

    জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব,,🥀🧭

  • @dipikadas2317
    @dipikadas2317 6 ชั่วโมงที่ผ่านมา +9

    ধৈৰ্য্য নেহেৰুৱাব ৷ভগৱানে নিশ্চয় পথ দেখুৱাব ৷

  • @iborah2923
    @iborah2923 56 นาทีที่ผ่านมา +2

    Kotha kowatu eta kola hoi. Ei Video tu sai gom palu manuh jone hundor koi kotha bur kobo pare. Jar folot manuhe hohoje toka di diye🥰. Baideu Apuniu kotha kenekoi manuhok kobo lage ei manuh jonor pora hiki lobo sun 🥰🙏

  • @manujkumarbaruah106
    @manujkumarbaruah106 3 ชั่วโมงที่ผ่านมา +10

    Practically সকলোৱে নূন্যতম কিবা এটা দি সহায় কৰক। বাকী ভগৱানৰ ওপৰত।

  • @arjuchoudhury240
    @arjuchoudhury240 4 ชั่วโมงที่ผ่านมา +5

    যদি পাৰো নিশ্চয় কিঞ্চিৎ হʼলেও সহায় কৰিম বুলি কথা দিলো।

  • @manuranjankonwar4346
    @manuranjankonwar4346 5 ชั่วโมงที่ผ่านมา +8

    নাজনাকে কৰা ভুলৰ ক্ষমা আছে জানি কৰা ভুলৰ ক্ষমা নাই

  • @limabhuyan1490
    @limabhuyan1490 22 นาทีที่ผ่านมา +1

    তেওঁক এতিয়া জীয়াই ৰখাটো সকলোৰে কাম। আপোনাৰ ভূল হৈছে হয় কিন্তু আপোনাৰ কথা খিনিয়ে আৰু দহজনক শুদ্ধ পথত আগুৱাই নিৱ । আমি কমকৈ হলেও সহায় কৰিবলৈ আগ্ৰহী। একাউন্ট নম্বৰ টো দি দিন।

  • @dipanditadutta4448
    @dipanditadutta4448 36 นาทีที่ผ่านมา +1

    He Probhu tumi poriyal tic hat pati dhara aeie tumar usarat parthana

  • @julibordoloi6565
    @julibordoloi6565 20 นาทีที่ผ่านมา +1

    সকলোৱে সহায় কৰোচোন আাহক

  • @dhurbajyotiborah8743
    @dhurbajyotiborah8743 5 ชั่วโมงที่ผ่านมา +5

    কান্দি গলো চাই থাকোতে ।ভগবানে তোমাকসহায় কৰিব।

  • @shantibora8971
    @shantibora8971 ชั่วโมงที่ผ่านมา +1

    সকলোৱে সহায় কৰক। মইও যি পাৰিছো সহায় কৰিছোঁ। কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়।

  • @Pujaboruah5622
    @Pujaboruah5622 43 นาทีที่ผ่านมา +1

    প্ৰাৰ্থনা ভাগ‌ ভুল‌ হৈছে‌ বুলি‌ কব‌ বিছৰা‌ নাই‌ মোক‌ উধাৰ‌ নহয়‌ তাক‌ উধাৰ‌ 🙏🙏🙏

  • @kabitamohan5140
    @kabitamohan5140 ชั่วโมงที่ผ่านมา +2

    আপুনি হনুমান মন্দিৰ জাওক । হনুমান চালিচা পঢ়ক।কিবা এটা সহায় কৰিম ।

  • @SadhanaGogoi-x9y
    @SadhanaGogoi-x9y 2 ชั่วโมงที่ผ่านมา +3

    বিচলিত নহব। ভূল হল যেতিয়া। শুধৰাবলৈ ওলাই আহিছে ভগৱানে সহায় কৰিব। আমিও সহায় কৰিম।pass bookr no টো দিয়ক।

  • @RitagogoiHazarika
    @RitagogoiHazarika 6 ชั่วโมงที่ผ่านมา +10

    ধৈৰ্য ধৰা এদিন ভাল সময় আহিব

  • @GunindraDoley-e8q
    @GunindraDoley-e8q 2 ชั่วโมงที่ผ่านมา +2

    দাদাক সকলোৱে সহায় কৰক 🙏🙏 😢

  • @nirachangmaihandiquenirach7975
    @nirachangmaihandiquenirach7975 3 ชั่วโมงที่ผ่านมา +3

    ঈশ্বৰৰ উপৰত বিশ্বাস ৰাখক এদিন সফল হবই

  • @Hemalataboruah-y8g
    @Hemalataboruah-y8g 3 ชั่วโมงที่ผ่านมา +2

    টকা ধাৰ লোৱাতো বৰ বেয়া কাম ‌‌। সাহসেৰে যুঁজ কৰা নিচ্ছয় সফল হবা ‌। ভগৱানে তোমাক সহায় কৰিবলৈ ‌ ।

  • @luknathgondhialuknathgondh7999
    @luknathgondhialuknathgondh7999 28 นาทีที่ผ่านมา +1

    সকলোৱে সহায় কৰক

  • @ranjitaneog5653
    @ranjitaneog5653 8 นาทีที่ผ่านมา

    বহুত কানদিলো আজি . আপুনি বহুতওপৰলৈ হাত মেলিলে দাদা . সেইটো ডাঙৰ ভুল কৰি পেলালে .হলেও আপুনি মনলে বেয়া চিনতাবোৰ নানিব .ছোৱালী জনীৰ কথা এবাৰ ভাবিব দাদা. সাহস নেহেৰুৱাব . হনুমান ছালিচা সদায় পাঠ কৰিবলৈ লওক চোন . ভগৱানে অলপ হলেও সহায় কৰিব . আৰু সকলোৱে দাদা জনক সহায় কৰক যেন . Ac নং দিব যি পাৰো সহায় কৰিম

  • @himanibanikya8168
    @himanibanikya8168 4 ชั่วโมงที่ผ่านมา +2

    ভগৱানে তোমাক ভাল কৰিব তুমি জে স্বীকাৰ কৰিছা তোমাৰ ভাল হবয়ে ভগৱান krishna ই তোমাক বচাব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Devil-r6m
    @Devil-r6m ชั่วโมงที่ผ่านมา

    Moru bohut dhar asse. Tathapio dadar abasthya xuni bohut dux lagil. Xaklowe jate etka dutakakoi holeu dadak di xahai kore. Sowali jonir muxaloi sai please😢😢😢. Joi sri ram joihanuman.

  • @PallabikaMahanta-sw6yx
    @PallabikaMahanta-sw6yx 5 ชั่วโมงที่ผ่านมา +6

    ৰ্ধয্য ধৰা পাপু। ভগৱানে নিউ চায় আকৌ দিব

  • @rubiduttaborah6785
    @rubiduttaborah6785 5 ชั่วโมงที่ผ่านมา +15

    ময়ো একে সমস্যা ত পৰি ছিলো কিন্তু মই এভাগ প্ৰাথনা গৃহ আছে তালৈ গলে বহুত উপকৃত হলো আপোনি ইচ্ছা কৰিলে যোগাযোগ কৰিব পাৰে। ইমানো চিন্তা নকৰিব এদিন সকলো ঠিক হব।

    • @dimpidas4998
      @dimpidas4998 5 ชั่วโมงที่ผ่านมา +1

      Kot ase jonabo ne muk

    • @madhujya162
      @madhujya162 4 ชั่วโมงที่ผ่านมา +1

      Kot ase Jonabo

    • @Bidisha__803
      @Bidisha__803 4 ชั่วโมงที่ผ่านมา +1

      Kot ase jonabo

    • @rubiduttaborah6785
      @rubiduttaborah6785 3 ชั่วโมงที่ผ่านมา

      ফোন কৰক নম্বৰ দিয়ক

    • @rubiduttaborah6785
      @rubiduttaborah6785 3 ชั่วโมงที่ผ่านมา

      ফোন নং দিয়ক

  • @geetikaassamesmixvideos...3973
    @geetikaassamesmixvideos...3973 4 ชั่วโมงที่ผ่านมา +5

    ভগৱান এ সহায় কৰক।।।। মই যি পৰিছো g pay t দিছোঁ দাদা।।।।

  • @ranjitadeori6018
    @ranjitadeori6018 2 ชั่วโมงที่ผ่านมา +1

    ধৈৰ্য ধৰক ভগৱানে আপোনাক এটা নিশ্চয় উপায় দিব

  • @nalinisaharia8078
    @nalinisaharia8078 2 นาทีที่ผ่านมา

    God help you .All the success .kamt busy howa .

  • @manash107
    @manash107 ชั่วโมงที่ผ่านมา +1

    ভগৱানে ভাল কৰিব দাদা 😥

  • @UjjalborahUjjalborah
    @UjjalborahUjjalborah ชั่วโมงที่ผ่านมา +2

    পাপু মোৰ খুব ভাল বন্ধু অনুগ্ৰহ kri কিবা এটা সহায় কৰক

  • @purobigogoi8616
    @purobigogoi8616 2 ชั่วโมงที่ผ่านมา +2

    Aapuni dhukh sikar korise... Val lagil. Gibonot dhan hompoti lage hosa kintu heibur upovug koribo he pari. Assamor hokoluwa raje rs 10 dibo 🙏🙏akmatro juwali jonir karone🙏🙏

  • @irabharali7837
    @irabharali7837 52 นาทีที่ผ่านมา +1

    আপোনাৰ দেউতাই কৰা ভুলটো
    আপুনি কেতিয়াও নকৰিব । সময়
    এতিয়াও আছে ।ভাল দিন আহিবই

  • @samudrajitborah7370
    @samudrajitborah7370 3 ชั่วโมงที่ผ่านมา +3

    আহক আমি সকলোৱে সহায়ই কৰোঁ । gpay r holoni a/c no tu de debo ... বহুত মানুহে gpay কৰিলে পইচা নুসোমাবও পাৰে

  • @jyotishhazarika7612
    @jyotishhazarika7612 16 นาทีที่ผ่านมา

    Don't worry, God will help you

  • @ratikantamili.5442
    @ratikantamili.5442 4 ชั่วโมงที่ผ่านมา +2

    Dada, dhorjyo dhorok,...God Bless you....😭😭😭😭🙏

  • @Mohinur07
    @Mohinur07 2 ชั่วโมงที่ผ่านมา +1

    মানুহে মানুহৰ বাবে ___কথাটু সকলোৱে চিন্তা কৰি কিবা এটা কৰক

  • @debasishdas3270
    @debasishdas3270 ชั่วโมงที่ผ่านมา +2

    আপোনাৰ কথাখিনি শুনি অন্তৰত খুউব দুখ লাগিছে। আপুনি আৰু কোনো বেয়া চিন্তা নকৰিব যাৰ কাৰণে আপোনাৰ পৰিয়ালবৰ্গ গোটেই জীবনৰ কাৰণে ভুক্তভোগী হব লগাত পৰে। ঈশ্বৰৰ ওচোৰত প্ৰাৰ্থনা কৰক তেখেতেই উদ্বাৰ কৰিব। টকা ২০০ পঠাবলৈ চেষ্টা কৰিছিলো video ত দিয়া Scanner ৰ জৰিয়তে কিন্তু সফল হোয়া নাই। কিবা problem আছে Scanner বা bank account ত। হেয়ে আপুনাৰ bank account details জনালে টকা ২০০ মান পঠাবলৈ চেষ্ঠা কৰিম। আশাকৰো অসমৰ ৰাইজে অলপ হলেও আপুনাক সাহায্য নিশ্চই কৰিব। ঈশ্বৰ আপুনাক মানষিক শক্তি দিয়ক।

    • @ARUNKALITA
      @ARUNKALITA 59 นาทีที่ผ่านมา +1

      Description t dia ase

    • @debasishdas3270
      @debasishdas3270 35 นาทีที่ผ่านมา

      Tekhetor mobile No dia ase kintu moi pothabo sesta korichu kintu google pay ba phone pay konotuei jua nai. Fail dekhuai ase.

  • @RAGcreation-78
    @RAGcreation-78 ชั่วโมงที่ผ่านมา +1

    ভগৱান আপোনাৰ সহায় হওক। আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিছে এইটো বহুত ডাঙৰ কথা

  • @TWT8
    @TWT8 5 ชั่วโมงที่ผ่านมา +5

    হাৰ নামানিব দাদা। ধৈৰ্য ধৰি ভালকৈ চিন্তা কৰক আৰু এইটো নাভাবিব যে আপোনাৰ ধাৰ আছে একো নাই ভাবি লওক, নতুনকৈ চিন্তা কৰক ব্যৱসায় আৰম্ভ কৰক আৰু এদিন এইবোৰ ধাৰ আৰামত মাৰিব পাৰিব।

  • @rumidas2878
    @rumidas2878 4 ชั่วโมงที่ผ่านมา +2

    ৰাস্তা চাৰিওফালে বন্ধ হৈ গৈছে, ভগৱানক প্ৰথনা কৰিছো কিবা এটা ৰাস্তা দিব,😢😢😢

  • @monishaboruah941
    @monishaboruah941 24 นาทีที่ผ่านมา +2

    মোৰ কিন্তু অলপো এই মানুহজনলৈ দুখ লগা নাই কাৰণ ইমান নভৱাকৈ ইমান টকা ধাৰ লৈছিল কিয় ? ? ?

  • @hasinaahmed8732
    @hasinaahmed8732 ชั่วโมงที่ผ่านมา

    God bless you

  • @topandas9171
    @topandas9171 ชั่วโมงที่ผ่านมา +1

    God bless you brother

  • @kalpanahazarika311
    @kalpanahazarika311 3 ชั่วโมงที่ผ่านมา +2

    মাসিক ভাবে শতাস হলে নহব৷ চিন্তা কৰি আটাই কেইজনে লাগি ভাগি আৰজন কৰিবলৈ লাগক আৰু সাহষেৰে আগ বাঢ়ক ৷

  • @junmonigogoi4204
    @junmonigogoi4204 30 นาทีที่ผ่านมา +2

    আমি সকলোৱে মিলি 10টকা 20টকাকে দি সহায় কৰো আহক

  • @padmalochangogoi1357
    @padmalochangogoi1357 44 นาทีที่ผ่านมา +1

    বেংকৰ ধাৰ 500000 লাখ লৈছে। আকৌ ধাৰ মাৰিব নোৱাৰি লোকৰ পৰা সুদত আনিছে। এতিয়া ভূল টো কত হৈছে আপোনাৰ লোণ লৈ নে ট্ৰেডিং কৰি হৈছে।

  • @sumigohain9421
    @sumigohain9421 นาทีที่ผ่านมา

    Aamar assamese jiman youtuber aase mainly popular youtuber hokolok ei msg or joriyote ei manuh jonok help koribole request korisu karon teolukor ata ata videosot lakh lakh viewers aahe aru pratijon youtuber e jodi ei videotur dore teor kahini tuk Akhombakhi raijor majot prosar kore nissoi teor problem tur pora hokah pabo. Manuh jonok jiyai rakhibo poratu pratijon akhombakhir dayitta,So hokoluke videotu share koribole anurudh thakil🙏

  • @PallabikaMahanta-sw6yx
    @PallabikaMahanta-sw6yx 5 ชั่วโมงที่ผ่านมา +4

    পাপু বেয়া ভাৱ মনলৈ নানিবা। ৰ্ধয্য ধৰা।

  • @JunaBorah
    @JunaBorah 5 ชั่วโมงที่ผ่านมา +3

    ভগবানে সহায় কৰক

  • @simibarman6994
    @simibarman6994 2 ชั่วโมงที่ผ่านมา +6

    আপুনি কথাবোৰ বৰ সুন্দৰকৈ আৰু শুদ্ধকৈ কয়। এইটো আপোনাৰ গুণ।

  • @BinitaDas-h6o
    @BinitaDas-h6o ชั่วโมงที่ผ่านมา +2

    Hokole hohai korok please..

  • @radhabhuyan2593
    @radhabhuyan2593 3 ชั่วโมงที่ผ่านมา +1

    আপুনি হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ যাব পৃথিৱীত ভগৱান আছে

  • @mahindrikalita8226
    @mahindrikalita8226 ชั่วโมงที่ผ่านมา +1

    Aaponar bndhuborr lgt .tulna krato prthm.bhul xei karne..ji manr. Manuh ximant thakib. Lage

  • @Blue_bird348
    @Blue_bird348 3 ชั่วโมงที่ผ่านมา

    আপুনি ভগৱানক সদায় আৰাধনা কৰক আৰু এটা কাম কৰি জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰক। সকলোখিনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক।

  • @archanadas3866
    @archanadas3866 ชั่วโมงที่ผ่านมา +1

    হনুমান চালিচা পাঠ কৰা পাপু

  • @Bidisha__803
    @Bidisha__803 5 ชั่วโมงที่ผ่านมา +2

    কান্দি গলো,,, ভগৱানে সহায় কৰিব🙏🏻ভাগি নপৰিবা,,,,

  • @ashwinidasi8439
    @ashwinidasi8439 2 ชั่วโมงที่ผ่านมา +2

    তোমাৰ ভূলটো চিকাৰ কৰিছা ।দিন বেয়া আহিলে লটি ঘটি হয়। সৰু কাম এটা হ'লেও বিচাৰা

  • @mridulahazarika4592
    @mridulahazarika4592 2 ชั่วโมงที่ผ่านมา

    আপোনাক ভগৱানে সহায় কৰে যেন।

  • @debenkalita341
    @debenkalita341 31 นาทีที่ผ่านมา

    Dada pray God everyday and Read Hanuman chalisa. Control yourself. We must help you.

  • @prativasaikia6980
    @prativasaikia6980 ชั่วโมงที่ผ่านมา +2

    Toka loi enjoy kori etiya kandibo ahisa

  • @roshmirekhabordoloi1712
    @roshmirekhabordoloi1712 8 นาทีที่ผ่านมา

    Honuman chalisa phohok dada hokolu vl hobo