প্ৰকৃততে কি হৈছিল প্ৰিন্সি আৰু পৰাগৰ মাজত? অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’ | FULL SHOW

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2021
  • ▶️ সেন্দুৰৰ দাম কিমান?
    ▶️ ৰিলেশ্যনশ্বিপৰেই বা মূল্য কিমান?
    ▶️ মানৱিক সম্পৰ্ক কাঁচৰ দৰেই থুনুকা নেকি?
    ▶️ প্ৰেম-যুগ্ম জীৱনৰ পৰা সংঘাত-অপহৰণলৈ
    ▶️ প্ৰিন্সি, পৰাগ আৰু প্ৰতাৰণা
    ▶️ অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’ LIVE

ความคิดเห็น • 3.9K

  • @onlyvirelvideos2506
    @onlyvirelvideos2506 2 ปีที่แล้ว +2580

    Parag ৰ কথা খিনি support কৰা সকলে like কৰা

    • @pranabborah2671
      @pranabborah2671 2 ปีที่แล้ว +2

      I like you bro

    • @axomboy121
      @axomboy121 2 ปีที่แล้ว +18

      Duyotake sini napao but Duyotare kotha huni gom palo je Porag right

    • @pbmpinku8897
      @pbmpinku8897 2 ปีที่แล้ว +12

      Full saport parag

    • @pbmpinku8897
      @pbmpinku8897 2 ปีที่แล้ว +8

      Parak jindabaad ❤️👍🏻

    • @jatindutta1628
      @jatindutta1628 2 ปีที่แล้ว +2

      Right

  • @junekoch2692
    @junekoch2692 2 ปีที่แล้ว +32

    পৰাগৰ মাকে ৩ বাৰ যোৱা হয় বুজিলোঁ কিন্তু বাইদেউ আপুনিও এতিয়া ১বাৰ যোৱা কথাষাৰ মনত ৰাখিব 😷😷

  • @user-li3su8kt3x
    @user-li3su8kt3x 4 หลายเดือนก่อน

    সচা প্রমিক। ধন্যবাদ বন্ধু।

  • @kirtirajkamal9121
    @kirtirajkamal9121 2 ปีที่แล้ว

    মই পৰাগ ক support koru .......পৰাগক support kora xokole plz like

  • @papuentertainment1048
    @papuentertainment1048 2 ปีที่แล้ว +157

    Prinshi কথা 100% মিছা যেন লাগিছে, কথাৰ উলোত পালত তাই

  • @prarthanamoran7070
    @prarthanamoran7070 2 ปีที่แล้ว +199

    আমি সচাঁ‌ প্ৰেম বিচাৰি ফুৰিও নাপাওঁ‌ কেতিয়াবা।কিন্তু তাই পাইয়ো হেৰুৱালে ।বাহ বাহ দিছোঁ‌

    • @bikash7392
      @bikash7392 2 ปีที่แล้ว +2

      Bisari furile kenekoi paba

    • @sagarneel9667
      @sagarneel9667 2 ปีที่แล้ว +2

      Aikhini kothake 1st nkoi apharon kra buli kio badnam kribo lage badmas suwali

    • @prarthanamoran7070
      @prarthanamoran7070 2 ปีที่แล้ว

      @@bikash7392 তেনে কি কৰিব লাগিব

    • @bikash7392
      @bikash7392 2 ปีที่แล้ว

      @@prarthanamoran7070 wait aru anuvob korib lagib

    • @junpreet9261
      @junpreet9261 2 ปีที่แล้ว +4

      @@prarthanamoran7070 😂😂😂 tai loi beyau lagise. Eman viral hoi juar pisot kunuba handicapped eu biya koriboloi 100 bar bhabibo

  • @sonjibgohoin893
    @sonjibgohoin893 ปีที่แล้ว

    মাক জীয়েক ওলোতা

  • @monicabocha6881
    @monicabocha6881 2 ปีที่แล้ว

    Olop sai siti prem...

  • @lakhimpurmanoj788
    @lakhimpurmanoj788 2 ปีที่แล้ว +91

    মাটি কিনিবা মাজ খাল,ছোৱালী আনিবা মাক ভাল, নিজৰ ছোৱালীজনিৰ জীৱনটো এগৰাকী মাকে কেনেকে ইমান খেলি-মেলি কৰিব পাৰে। এটা মিছা কথা লোকোৱাবৰ কাৰণে হাজাৰটা মিছা ক'ব লগিয়া হয়,কিন্তু সচাঁ‌ সদায় সচাঁ‌। পৰাগ দা আপুনি ভাল সংগি পাৱ ,প্ৰিন্সিৰ হাত দুখনৰ লগতে আৰু এটা বস্তু নাই সেইটো হৈছে এখন সচাঁ‌ অন্তৰ,হাত নাথাকিলেও একো কথা নাই কিন্তু অন্তৰ খনৰ বৰ প্ৰয়োজন,মানুহ মানুহৰ দৰে জীয়াই থাকিবলৈ।

    • @boragameing7011
      @boragameing7011 2 ปีที่แล้ว

      Mnuhr hajer kiba thakok ba nathakok kin2 akhn hsa antr thaka2 khubai prayujn👍dhunia likhisa bro

    • @tinamonibania6662
      @tinamonibania6662 3 หลายเดือนก่อน

      Right bro

  • @atulboruah4025
    @atulboruah4025 2 ปีที่แล้ว +90

    ৰাইজৰ মৰম এই পৰিয়ালটোৰ মুৰত উঠিল। স্বাৰ্থপৰ মানুহ এইবোৰ।

  • @nripendas1254
    @nripendas1254 2 ปีที่แล้ว

    Phala bahh jora nalage

  • @BichitraKr.Thakuria
    @BichitraKr.Thakuria 5 หลายเดือนก่อน

    সকলো শোনাৰ পিছত গম পোৱা গল যে পৰাগৰ পৰিয়াল বেয়া

  • @Updatepoint95
    @Updatepoint95 2 ปีที่แล้ว +130

    প্ৰিন্সি মন গেলা কণীতকৈ বেয়া।তোক কোনে আদৰি ল'ব ।লাজ নাই ক্থা ক'বলৈ।

  • @dipjyotiofficial551
    @dipjyotiofficial551 2 ปีที่แล้ว +51

    Princhi আশা কৰোঁ তুমি এই comments বোৰ পঢ়িবা । নিজকে যিমান ভদ্ৰ সজাবলৈ বিচাৰিছা , আচলতে তুমি তললৈ হে নামি গ'লা ................ Porag da you are a great man.........

    • @Ureka0127
      @Ureka0127 2 ปีที่แล้ว

      Nijake murkha xasaise Princi namar sowalijaniye....tai duhat nai babe xakalo we madam karisil jadio tair selfish character atiya xakalore gyatta.,.?????

  • @priyankaborah3511
    @priyankaborah3511 2 ปีที่แล้ว

    Porag aguai jua

  • @ajantadevi8103
    @ajantadevi8103 2 ปีที่แล้ว +84

    এখন সুন্দৰ নাটক।অনুপমদা আৰু প্ৰিন্সীৰ মাকৰ অভিনয় সুন্দৰ।Studio ত বেলেগ মানুহ হঠাত সোমাব পাৰে বুলি আজিহে জানিলো

    • @Ureka0127
      @Ureka0127 2 ปีที่แล้ว +6

      Its nothing but a great drama yarr...after all I strongly support Parag as a great human being...

    • @jyancshrebhajoni1127
      @jyancshrebhajoni1127 2 ปีที่แล้ว +4

      Aiburr Hokolu khell hoii Ehotorr Anekoi kunu Majott a humaii ahibo Nuware Aburr Sbb khell khelise Butt Parag A Bestt👍

    • @RBPets
      @RBPets 2 ปีที่แล้ว +6

      একেই অনুভৱ । অনুপম চক্ৰৱৰ্তীৰ দেওবৰীয়া আড্ডাৰ পৰা আৰম্ভ কৰি প্ৰতিটো অনুষ্ঠানেই প্রিয় ।। কিন্তু আজি সেইজন অনুপমে কিবা যেন বাধ্যত পৰি মুখা পিন্ধিছে তেনে লাগিল ।।

    • @ankitadas7854
      @ankitadas7854 2 ปีที่แล้ว +3

      Anupam Show t pare.. Scripted nahai je
      LOL

    • @parbinahmed2256
      @parbinahmed2256 2 ปีที่แล้ว +1

      Anupom da hosa koi a baiddhot pori se

  • @mridusmita9950
    @mridusmita9950 2 ปีที่แล้ว +480

    দুহাত নাইকীয়া এজনী ছোৱালীক ভাল পাইছিলো অন্তৰৰ পৰা , কিন্তু প্ৰিন্সি তুমি ভুল কৰিলা ... যেনেকৈ তুমি তোমাৰ নামৰ সৈতে সকলোৰে পৰিচিত হৈ আহিছিলা তেনেকৈয়ে তুমি নিজৰ মান সন্মান সকলোখিনি আঁতৰাই আনিলা ... তোমাৰ কথাত অহংকাৰ ফুটি উঠিছে । তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা আন্তৰিকতা ইতিমধ্যেই আঁতৰি আহিছে ...
    পৰাগ তোমাৰ ভাল হওক .... মুক্তি পালা তুমি পৰাগ !

  • @kishurnarah2931
    @kishurnarah2931 2 ปีที่แล้ว +47

    ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। পৰাগ দা আপুনি নতুন জীৱন আৰম্ভ কৰক।

  • @channelmrinmoymayuri2531
    @channelmrinmoymayuri2531 2 ปีที่แล้ว +56

    পৰাগ তোমাক সন্মান কৰিছো।

  • @naliniborah8426
    @naliniborah8426 5 หลายเดือนก่อน

    ছোৱালী জনি দুষ্ট যেন লাগিছে

  • @vibewithkonwars9295
    @vibewithkonwars9295 2 ปีที่แล้ว +67

    প্ৰিন্সি ৰ মাকৰ অভিনয় শলাগিবলগীয়া। প্ৰিন্সি সুবিধাবাদী। পৰাগ সচাঁত আছে

    • @Ureka0127
      @Ureka0127 2 ปีที่แล้ว

      Akdom....

  • @malatalukdar1443
    @malatalukdar1443 2 ปีที่แล้ว +46

    সোনজনী তোমাৰ কথাবোৰ মিছা যেন লাগিছে, বৰ দম দিয়া যেন লাগিছে

  • @udayanofficial5390
    @udayanofficial5390 2 ปีที่แล้ว +14

    পৰাগ দা সন্মানৰ যোগ্য।

  • @LifeUncut33
    @LifeUncut33 2 ปีที่แล้ว +23

    যদি প্ৰশাসনৰ মানুহে ল'ৰাজনৰ বিৰুদ্ধে বহু পুৰণি গোচৰ আছে বুলি প্ৰিন্সীক মিছা কথা কৈ ন-কৈ গঢ়া সংসাৰ খন থান-বান কৰি দিলে তেন্তে প্ৰশাসনৰ সেই ব্যক্তি জনৰ বিৰুদ্ধে গোচৰ তৰিব লাগে। যদি প্ৰিন্সীয়ে প্ৰশাসনৰ বিৰুদ্ধে মিছা অপবাদ আনিছে তেন্তে প্ৰিন্সীৰ বিৰুদ্ধে প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে।

  • @kusumbarneog6466
    @kusumbarneog6466 2 ปีที่แล้ว +57

    হাত নাইকিয়া বুলি সহানুভূতি আছে ৷কিন্তুু তাইৰ কথাবোৰ মিছা ৷

  • @sikhakour842
    @sikhakour842 2 ปีที่แล้ว +26

    এতিয়া গৈ থৈ যি দেখিছো পুলিচ কেটা গাত হে দূখ। প্ৰেম গৈ ওটেঙা গছত

    • @Manu-yy3jy
      @Manu-yy3jy 2 ปีที่แล้ว

      😁😁😁

  • @Runjun.Sonowal99
    @Runjun.Sonowal99 2 ปีที่แล้ว

    Suwali joni Heman ata Vall Sovabor Nohoi jen lagil... ...Mur mote Porag Hotya ..

  • @pabitradas6628
    @pabitradas6628 2 ปีที่แล้ว

    Moja

  • @anirbansaikia4415
    @anirbansaikia4415 2 ปีที่แล้ว +159

    পৰাগ এজন নিস্বাৰ্থ প্ৰেমীক ভগৱানে তাৰ মঙ্গল কৰক .....🙏

    • @Ureka0127
      @Ureka0127 2 ปีที่แล้ว +1

      Parag k mor falar phalar para xuvakamana, kiyano tai jen princi namar jakhinitok....!!!!!

  • @rdentertainment2773
    @rdentertainment2773 2 ปีที่แล้ว +55

    দাদা ছোৱালী জনীক লব নালাগে ছোৱালী জনীৰ মন লেতেৰা

  • @dipjyotiroy9869
    @dipjyotiroy9869 2 ปีที่แล้ว +1

    Vul korile voy lage...
    Vul nkorile kihor voy..

  • @panchurikaaborah
    @panchurikaaborah 5 หลายเดือนก่อน

    Porag tumi bohut doyalu.. Tumar kotha khini huni val lagil😢

  • @sagorikaroy9164
    @sagorikaroy9164 2 ปีที่แล้ว +42

    যেতিয়া পৰাগ দা সঁচা কথা কবলৈ যায় তেতিয়া প্ৰিন্সিয়ে চিঞৰি কথাটো আন ফাললৈ লৈ যায় ।

  • @kamaltalukdar8884
    @kamaltalukdar8884 2 ปีที่แล้ว +143

    সচাকৈ প্ৰিঞ্চি গগৈক ভাল বুলি ভাবিছিলোঁ । কিন্তু ছোৱালীজনী অহংকাৰী আৰু মিচলীয়া। পৰাগ তুমি ভাল মানুহ হৈ প্ৰিঞ্চি গগৈক দেখুৱাই দিয়া। তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।

  • @rupomdas9330
    @rupomdas9330 ปีที่แล้ว

    Parag da apuni hapok gakhir kuwabo bisarisil kintu apunar anguli khai dile .apuni notun jiban aromva korok. Aapuni good.

  • @Assamboyrishirocks
    @Assamboyrishirocks 2 ปีที่แล้ว

    Apa to buhut val hoi

  • @putulgogoi5386
    @putulgogoi5386 2 ปีที่แล้ว +181

    যদি সঁচাকে কেছ আছে কোনটো পুলিচে কৈছে কেমেৰা মুখত কবলৈ অনুৰোধ জনালোঁ 👍

  • @poppikhanikar1919
    @poppikhanikar1919 2 ปีที่แล้ว +258

    প্ৰিন্সি তোমাৰ প্ৰতি যিমান সহানুভূতি আছিল । সেইয়া সকলো নোহোৱা হৈ পৰিল। অন্ততঃ অপহৰণৰ কথা কব নালাগিছিল। তোমাৰ অৱস্থাৰ কথা জানিও পৰাগে তোমাক আদৰি লৈছিল।কিন্তু তুমি তেওঁকেই প্ৰতাৰণা কৰিলা। 😐

  • @minakhigogoi7194
    @minakhigogoi7194 5 หลายเดือนก่อน +2

    অনুপম দা আপোনাৰ অনুষ্ঠান চাই বিশেষ বিশ্বাস নিৰপেক্ষতাৰ দেখিবলৈ পাই ধন্যবাদ জনালো

  • @user-ke3ks1ip8o
    @user-ke3ks1ip8o 9 หลายเดือนก่อน

    Ai dui joni misolia

  • @achiyakhatun1091
    @achiyakhatun1091 2 ปีที่แล้ว +98

    প্ৰিঞ্চিৰ কথাত বহুত সন্দেহ আছে ।থানাত কোৱা পুলিচৰ কথাবোৰ ফাদিল কৰিব লাগিব ।পৰাগৰ কি কেচ আছে ।

  • @yeasminelahi9687
    @yeasminelahi9687 2 ปีที่แล้ว +77

    অনুপম চক্ৰৱৰ্তী দাক বহুত ধন্যবাদ.. আপুনি কথাখিনি direct xodhai vl lagise... এনেকুৱা ছোৱালীক কেতিয়াও সহায় কৰিব নালাগে.. নিজৰহে বদনাম হয়... পৰাগ আৰু মাকৰ ভাষ্য বহুত সহজ- সৰল..

  • @bolinkuli8702
    @bolinkuli8702 2 ปีที่แล้ว

    I like

  • @mrinalkumardas9910
    @mrinalkumardas9910 2 ปีที่แล้ว +18

    এটাই কথা বুজিলো যে মাক-বাপেকে সোণৰ কণী দিয়া হাহঁজনী আনৰ হোৱাটো বিচৰা নাই। প্ৰিন্সীৰ মাক-বাপেক ভনীয়েক স্বাৰ্থপৰ যেন লাগিছে।ভবিষ্যত্ সময়ত প্ৰিন্সীয়ে এই কথা ভালদৰেই উপলব্ধি কৰিব।পৰাগৰ কথাত সত্যতা আছে বুলি অনুভব কৰিছো।

    • @rumibarman8007
      @rumibarman8007 2 ปีที่แล้ว +1

      একেবাৰেই সচা কথা। বহুত মেচেজ পালো এইটো কথাহে একেবাৰে সত্য।

    • @ranuhazarika3598
      @ranuhazarika3598 2 ปีที่แล้ว

      প্ৰিঞ্চিৰ পৰিয়ালে ভুল কৰিলে ৷ সৰুসুৰা ভুল প্ৰেমত হব পাৰে , সেইবুলি সিহঁত দুয়োৰে সংসাৰ খন ধংস কৰিব নালাগিছিল ৷ মাক-দেউতাকৰ অবিহনে পিছলৈ হে সেইকথা অনুভৱ কৰিব ৷ সম্পুৰণ ব্যক্তিগত আবেগ অনুভূতি প্ৰেম ভালপোৱা বিবাহৰ দ্বাৰা গঢ়ি উঠা সন্তোস পুৰুষ মহিলা দুয়োজনেহে বুজি পায় ৷ সেই ভুল অন্ততঃ মাকদেউতাকে কৰিব নালাগিছিল বুলি এই অনুষ্ঠানৰ দ্বাৰা অনুভৱ দিছে ৷ বিয়া হোৱাৰ পাছতো সংসাৰ খন বচাই প্ৰিঞ্চিৰ পৰিয়ালে আগৰ দৰেই নিজৰ দ্বায়িত্ব পালন কৰি থকা হলেহে তেওঁলোকক ভাল মানুহ বুলি ভাবিলো হেতেন ৷ ইয়াৰ বিপৰীতে তেওঁলোকে লৰাৰ প্ৰতি বিপৰীত চিন্তা প্ৰিঞ্চিৰ মুৰত সুমুৱাই গোটেই জীৱনলৈ এটা অবুজ যান্ত্ৰনা (প্ৰকাশ নকৰিলেও) দিলে৷ সময় বাগৰিলে তাই বুজিব , এতিয়া বুজা নাই ৷ এজনী শাৰীৰিক ভাবে স্বাৱলম্বী হব নোৱাৰা ছোৱালীক এনে কৰিব নালাগিছি ৷ জীৱনটো জীৱলৈ দিব লাগিছিল ৷ভাবিব লাগিছিল সময়ত কিবা যদি ল’ৰাৰ পৰা বেয়া ব্যৱহাৰ হয় তেতিয়া হে বেলেগ কথা ভৱা উচিত আছিল ৷ সাধাৰণ মানুহৰো সংসাৰটো আজিকালি বিবাহ বিচ্ছেদ বা অশান্তি নোহোৱাকৈ নাথাকে ৷

  • @parthahazarika7418
    @parthahazarika7418 2 ปีที่แล้ว +35

    Porag তুমি আগুৱাই যোৱা👍

  • @abhijeetnath5132
    @abhijeetnath5132 2 ปีที่แล้ว +522

    তুমি অকল শাৰীৰিক ভাৱেই পঙ্গু নহয়,
    মানসিক ভাৱেও পঙ্গু
    এই স্বাৰ্থপৰ পৃথিৱীত পৰাগৰ দৰে এজন প্ৰেমিক পোৱাটো সৌভাগ্য ৰ কথা

    • @chiranjibmili3637
      @chiranjibmili3637 2 ปีที่แล้ว +2

      Right .......

    • @l..krider0144
      @l..krider0144 2 ปีที่แล้ว +8

      মই কিন্তু প্ৰিন্সি আৰু কথা কোৱা মহিলা জনীক অলপ বেয়া কৈ কব মন গৈছে।।এজন লৰাক কিয় মানসিক কষ্টৰ দিব বিচাৰি আছে।।।

    • @ssarma5755
      @ssarma5755 2 ปีที่แล้ว +7

      Hunibole beya holeo, you are 100% right bro... dukhon haat nathaka chuwali ejonik val pai biya pati gharat loi jabor babe ji kunu lorar e kolija lagibo.. salute Parag bula lora jonok..

    • @midiliakujur7693
      @midiliakujur7693 2 ปีที่แล้ว

      Right 👍

    • @adityaas1999
      @adityaas1999 2 ปีที่แล้ว

      Right

  • @mintuborman2630
    @mintuborman2630 2 ปีที่แล้ว +6

    কব নেপায় কিন্তু সছা যে ভগৱানে তোমাক সকলোৱে দেখাকে পংগু কৰি পঠালে কিন্তু তুমি মানসিক ভাবে পংগু। তোমাক নিয়া লৰাজন বহুত মহান আছিল।

  • @santanu2276
    @santanu2276 2 ปีที่แล้ว

    Hoi porag is right 👍👍
    I support porag👍

  • @kangkanakalita
    @kangkanakalita 2 ปีที่แล้ว +212

    পৰাগ আৰু প্ৰিন্সিৰ ফোন ৰেকৰ্ডিং অসমৰ ৰাইজক শুনাব লাগে।তেতিয়া চব ওলাই যাব।

  • @pobitragogoi3967
    @pobitragogoi3967 2 ปีที่แล้ว +40

    তাই সঁচা হোৱা হেঁতেন কেমেৰাৰ ফালে চাই কথা কলে হেঁতেন।। কেমেৰালৈ চাই কথা কবলে সাহস নাই তাইৰ।। তাই কেতিয়াও সঁচা হব নোৱাৰে🙄
    পৰাগ সঁচা যেন লাগিল❤️

  • @sanidhyagoatpigpoultryduck137
    @sanidhyagoatpigpoultryduck137 2 ปีที่แล้ว +13

    লৰাটোৰ জীৱন বৰ্বাদ।মাক জনি denger আছে।

  • @deepanjalikalita7722
    @deepanjalikalita7722 2 ปีที่แล้ว +18

    দুহাত নাথাকিলেও যে তুমাক এজন ল'ৰাই অশেষ ভাল পাইছিল আৰু বিয়া কৰাইছিল, কিন্তু পুলিচ ৰ দুটা সচা মিছা কথাতে ল'ৰা জনক পৰ কৰি পেলালা। এইয়াই তুমাৰ প্ৰেম। হওক দিয়া তোমাৰ পৰা ল'ৰা জন ৰক্ষা পৰিল।

  • @ANUJ_CHUTIA
    @ANUJ_CHUTIA 2 ปีที่แล้ว +95

    ছোৱালী জনি নৰকতো ঠাই নাপাব চাকে

  • @royalfflegend4363
    @royalfflegend4363 2 ปีที่แล้ว +28

    কেলা মাক, জীৰীয়েক অভিনয় মজা কৰে

  • @theaspirants1272
    @theaspirants1272 2 ปีที่แล้ว +29

    পংগু শব্দটো ক'বলৈ মই বেয়া পাওঁ কিন্তু এই প্ৰিন্সিক প্ৰথমবাৰ কৈছো পংগু তাই শাৰীৰিক ভাৱেও আৰু মানসিকভাৱেও মক্কেল মাইকী🥺

    • @ajitchetia6757
      @ajitchetia6757 2 ปีที่แล้ว

      Prothom prince r makok vodrota hikabo hol

    • @ajitchetia6757
      @ajitchetia6757 2 ปีที่แล้ว

      Are agoraki manuhok iman beake koar adhikar kot pale prince r make

  • @DilipDas-se2qr
    @DilipDas-se2qr หลายเดือนก่อน

    Anupam da aaponak lg pable keneke jga jog krim,bahu

  • @parthanath3659
    @parthanath3659 2 ปีที่แล้ว +13

    এই ছোৱালী জনী বদমাছ হয় তাই কথাবোৰ পৰাই গম পোৱা গৈছে।ল'ৰাতোক হাজাৰ বাৰ ধন্যবাদ দিব লাগে ছোৱালী জনীয়ে । দুখন হাত নথকা ছোৱালী এজনীৰ বাবে ল'ৰাতোৱে ইমান ত্যাগ আৰু বলীদান দিছিল।সচাঁ কথা কব গলে এই ছোৱালী জনী ভাগ্য ভাল আছিল আজিৰ দিনত এনেকোৱা এটা ল'ৰা যে তাই পাইছিল।এই দৰে বদমাছ কিছুমান ছোৱালীৰ বাবে ল'ৰা এটাই বৰ মানসিক কস্তুত দিন কটাব লগীয়া হয়।

  • @allindianchannels5980
    @allindianchannels5980 2 ปีที่แล้ว +54

    পৰাগক support korisu , 🙏🙏🙏 পৰাগ tumi vl swali pba , tumr vl din ahi ase

    • @Ureka0127
      @Ureka0127 2 ปีที่แล้ว

      Nishoikoi parage xundar jiban par kariba pariba....

  • @miratalukdar7969
    @miratalukdar7969 2 ปีที่แล้ว

    Prag apunar antr khan Bhut safa

  • @laxmangogoi6644
    @laxmangogoi6644 2 ปีที่แล้ว +1

    Parag right

  • @rwisu_official
    @rwisu_official 2 ปีที่แล้ว +13

    He bhogoban🙏 Axomar ru kunu lora e princr premor jalot jen pori najai...
    "Logote hokolu k kati bihur xubesha jonalu" 🙏🥰

  • @papuburagohain4330
    @papuburagohain4330 2 ปีที่แล้ว +36

    পৰাগ তুমি শেষত বহুত ভাল কথা এখৰ কলা
    তাই কিন্তু এদিন কন্দিব লাগিব তুমি মাথোঁ wait kora aru নিজক কষ্ট nidiba

  • @jonsangeetcreator
    @jonsangeetcreator 2 ปีที่แล้ว +51

    সঁচা ভালপালেই শেষত এনেকুৱাই হয়,,,, ল'ৰা জনে সত্যত আছে সেইকাৰনে ষ্পষ্টকৈ কৈছে,,, কিন্তুু ছোৱালীৰ জনী কথা সলনি হৈ আছে,,, ছোৱালীজনী ধুনীয়া অভিনয় কৰিব জানে, এইটো প্ৰেম নহয় প্ৰেমৰ নামত এখন সুন্দৰ নাটক ।।

  • @ankurjyoti7953
    @ankurjyoti7953 8 หลายเดือนก่อน

    আমি সকলোবে এজন এজন পৰাগ এই জীৱনত

  • @hemantabooragi3253
    @hemantabooragi3253 2 ปีที่แล้ว +19

    অনুপমদা আপোনাৰ অনুষ্ঠান টো চাই বহুত ভাল লাগিল এই অনুষ্ঠানৰ জৰিয়তে এটা কথা বুজিব পাৰিলো যে কোন দুষী কোন নিৰ্দোষী নাজানো কিন্তু আপুনি মে এজন মহান সেই কথাটো মই ভালদৰে বুজিব পাৰিছো আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল অনুপম দান🙏🙏

  • @user-re2pe9rd4y
    @user-re2pe9rd4y 2 ปีที่แล้ว +20

    খুবেই দুখৰ বিষয়...... প্ৰেম - ভালপোৱা এনেকুৱাই নেকি ও ..... য'ত সন্মান নাই.. বিশ্বাস নাই, মৰম ভালপোৱা বহু... দূৰত ....ভালপোৱাক অপমান নকৰিব ..হাঁহিৰ পাত্ৰ নকৰিব 🙏🙏

  • @villagelife7131
    @villagelife7131 2 ปีที่แล้ว +3

    অভিনয় ভাল লাগিল studio ৰ অভিনেতা সকলক । বিশেষ প্ৰিন্সি নামৰ চৰিত্ৰটো ।

  • @pallabiphukan9339
    @pallabiphukan9339 2 ปีที่แล้ว +1

    porag is right

  • @RatulAsom123
    @RatulAsom123 2 ปีที่แล้ว +51

    কেতুপম, প্ৰিঞ্চি আৰু মাকে বকবকাই আছে। পৰাগ বেছেৰাক কথা ক'বলৈ দিয়া নাই।
    ভদ্ৰতাৰ কথা কয়। মাকৰ ব্যৱহাৰনো কি ভাল হৈছে। মাকে ল'ৰাটোৰ ঘৰৰ বিষয়ে ইমান বেয়াকৈ কৈছে। মাৰ বাপেৰক ধৰি কথা কৈছে। হেৰ' খুড়ী মইও কওঁ যে তোমাৰ জীয়েক প্ৰিঞ্চিও দেখুন এটালৈ যোৱা ৰেকৰ্ড কৰিলে এতিয়া।

  • @bikashchetia7368
    @bikashchetia7368 2 ปีที่แล้ว +28

    মাক মহা সাৰামী যেন অনুভব হয়

    • @Assam-ki-Rasoi
      @Assam-ki-Rasoi 2 ปีที่แล้ว

      হাৰামী হয় সাৰামী নহয়

    • @sumimahanta6639
      @sumimahanta6639 2 ปีที่แล้ว

      Hoi..bht acting krse..dekhle gm pai

  • @manashmahanta763
    @manashmahanta763 2 ปีที่แล้ว +6

    পৰাগ মোৰ দৃষ্টিত তুমি বাচি গলা গ্ৰহ নক্ষত্ৰ ভাল আছিল তোমাৰ, দুদিন বেয়া লাগিব ধৈৰ্য্য ধৰিবা। নতুন সূৰুয ৰৈ আছে তোমাৰ বাবে। শুভকামনা।

  • @manoranjanrajbongshi7964
    @manoranjanrajbongshi7964 2 ปีที่แล้ว +1

    Sowali joni khub patol mindr

  • @adarsheegogoi3953
    @adarsheegogoi3953 2 ปีที่แล้ว +49

    কোন শুদ্ধ কোন ভুল আমি নাজানো। কিন্তু,প্ৰিন্সি গগৈৰ কথা কোৱা শিষ্টাচাৰ নাজানে। ল'ৰা জনে ভদ্ৰভাৱে কথাখিনি কৈছে।

  • @bandanadas6577
    @bandanadas6577 2 ปีที่แล้ว +68

    প্ৰিন্সি আৰু মাক দুয়োজনীয়েই অভদ্ৰ ।

  • @karmarajdeuri5985
    @karmarajdeuri5985 2 ปีที่แล้ว +1

    Princi world number one misoliya sali chee ghin lagise tair khota huni

  • @Ytevlog
    @Ytevlog 2 ปีที่แล้ว +1

    Misa matise suwali jniye

  • @atulboruah4025
    @atulboruah4025 2 ปีที่แล้ว +8

    পৰাগ তোমাক ধন্যবাদ।

  • @digantagogoi9495
    @digantagogoi9495 2 ปีที่แล้ว +53

    ছোৱালী জনীৰ পৰিয়াল তো হাৰামি

  • @liveyoutubeb6325
    @liveyoutubeb6325 2 ปีที่แล้ว

    🤠

  • @anupgogoi3965
    @anupgogoi3965 2 ปีที่แล้ว

    Porag da Laika

  • @rupomray8162
    @rupomray8162 2 ปีที่แล้ว +29

    কেলা‌ বহুত ফালটু ছোৱালী দে এইজনী , লোৰাজন ভাল বাছিলে ।

  • @anup_axom_info
    @anup_axom_info 2 ปีที่แล้ว +44

    টপকৈ কৰপৰা আহি গিৰিল ভদ্ৰ মহিলা গৰাকী 😀😀😀

    • @maramirabha1743
      @maramirabha1743 2 ปีที่แล้ว +5

      😃😃😃😃😃tvt olabo mon saage

    • @kiddlynikha
      @kiddlynikha 2 ปีที่แล้ว +2

      🤣🤣🤣🤣🤣𝘀𝗵𝗼𝘄 𝗼𝗳𝗳 𝗸𝗿𝗶𝗯𝗼 𝗹𝗴𝗲𝗲𝗲𝗲

    • @dheerajsvlogs.7518
      @dheerajsvlogs.7518 2 ปีที่แล้ว +2

      Atithi hilpi oko.

  • @jatinpk.1191
    @jatinpk.1191 2 ปีที่แล้ว

    Pince good 👍

  • @Wah_momo-wah
    @Wah_momo-wah 2 ปีที่แล้ว +294

    মানুহৰ কথা পৰাই মানুহৰ চৰিত্ৰ চিনি পোৱা যায় 🥴 পৰাগ সত্য 🙏আজি দিনত পৰাগৰ দৰে ল'ৰাই এনেকুৱা এজনী ছোৱালীক পত্নী কৰিম কোৱা টো সহজ নহয়🙏

  • @Kaushik006
    @Kaushik006 2 ปีที่แล้ว +73

    শাৰীৰিক ভাৱে আৰু মানসিক ভাৱে ছোৱালীজনী পংগু

  • @uneducatedboy4911
    @uneducatedboy4911 2 ปีที่แล้ว

    মিচলিয়া ছোৱালী,

  • @sagarikadas1608
    @sagarikadas1608 2 ปีที่แล้ว +60

    Anupam Da apuni next jitya ihotor live program pate then mur 1tai request j apuni audience a question koribo para k 1ta option rakhibo. 1ta phone no dibo. Karon aji klir jugot suwalir main ostro hoise sokupani so okl sokupanit ami judgement koribo nuwaru. Imn dine ihotor kotha huni gmpalu j bohut question majot miss hoi goise jot hosa kotha bohut khini thaki juwajen lagise.. mur kotha khnit kunbai honmoti thkile ebar jonai dibo..dhoinyobad.🙏

    • @jonsangeetcreator
      @jonsangeetcreator 2 ปีที่แล้ว +1

      আপোনি ঠিক কথায়ে কৈছে 👍

    • @JMcricketlover7
      @JMcricketlover7 2 ปีที่แล้ว +1

      Point

    • @satyamgogoi2713
      @satyamgogoi2713 2 ปีที่แล้ว +1

      Tumar kotha moiu akmot

    • @mdas8996
      @mdas8996 2 ปีที่แล้ว +1

      hoi thik koise

    • @dipanjalidas4726
      @dipanjalidas4726 2 ปีที่แล้ว +2

      Oh aru 1ta talk show pati amaku kobo diye jen, aru atiya dekhun tai Anupam daak a dukh di ase

  • @kalitamsd8357
    @kalitamsd8357 2 ปีที่แล้ว +573

    পৰাগ দা আপোনাক অন্তৰৰ পৰা সন্মান কৰিছো। আপোনাৰ ক্থাত সত্যতা আছে। নতুন জীৱন আৰম্ভ কৰক।

    • @c-hr7738
      @c-hr7738 2 ปีที่แล้ว +3

      Manufacturing jodi beya hoy . Tetiya hole products beya hoy.

    • @m.roodrakshdhabavlog5030
      @m.roodrakshdhabavlog5030 2 ปีที่แล้ว

      Hosa kotha

    • @rktour55
      @rktour55 2 ปีที่แล้ว +4

      ছোৱালী জনী ফালটো হয় মাক জনী ফালটু সোব মিছা কথা

    • @ranadangoria1061
      @ranadangoria1061 2 ปีที่แล้ว

      @@c-hr7738 please please please

    • @annnyanbora7081
      @annnyanbora7081 2 ปีที่แล้ว

      @@nog6894 🙄🙄kak kole kotha2.parag ne princhi k

  • @bandanadas6577
    @bandanadas6577 2 ปีที่แล้ว +74

    প্ৰিন্সি 100% মিছলীয়া। সঁচা প্ৰেমৰ মূল্য বুজি নাপায় । ঘৰৰ মানুহক টানি টানি কিয় কথা কৈ আছা।

  • @22libasumatary28
    @22libasumatary28 2 ปีที่แล้ว

    Prothomote Morom koribo pasot kosto dibo parag a moi kotha bur huni gom palu

  • @ashokkrgogoi4431
    @ashokkrgogoi4431 2 ปีที่แล้ว

    প্ৰিঞ্চিৰ মুৰত ধৰিছে , আবোল তাবোল বকিছে। মাকো একেই ।

  • @reflection0305
    @reflection0305 2 ปีที่แล้ว +44

    ছোৱালীজনী আৰু ছোৱালীজনীৰ ঘৰৰ মানুহবোৰ নাটক কৰি আছে আৰু মিছলীয়া হয়, সাৰ্থপৰ হয়.....

  • @mithunsaikia857
    @mithunsaikia857 2 ปีที่แล้ว +22

    মাক জীয়েক দুইজনী কান্দি জিকিব আহিছে I প্ৰিন্সি বনৰী I এতিয়া দুইজনী তলমুৰ কৰি থাক নমৰালৈকে I বেছি ওপৰলৈ উঠিছিলি I এতিয়া ভালকৈ Famous হলি দে I প্ৰিন্সি বনৰী বনৰী বনৰী জনীৰ কথা কোৱাৰ শিষ্টাচাৰ কনো নাজানে

  • @dipikadaimari8337
    @dipikadaimari8337 2 ปีที่แล้ว

    Suwali jni bhut Misa ktha koise

  • @ashokkrgogoi4431
    @ashokkrgogoi4431 2 ปีที่แล้ว

    প্ৰিঞ্চি ৰানু মন্দল ।

  • @arundhatidas7881
    @arundhatidas7881 2 ปีที่แล้ว +77

    তাই কিহক লৈ ইমান দেমাকী দেখাইছে তাইহে জানে ৷ এজন শিক্ষিত যুৱকে জানি বুজি ভাল পাই বিয়া পাতিছে ৷ আৰু তাই কৰিলে নাটক ৷ মোৰ অনুপম চক্ৰবৰ্তী লৈহে বহু প্ৰশ্ন থাকি গ'ল ৷

  • @ANUJ_CHUTIA
    @ANUJ_CHUTIA 2 ปีที่แล้ว +25

    #লৰা জন সত্য

  • @kamalgogoi7747
    @kamalgogoi7747 2 ปีที่แล้ว

    Ok%%

  • @monboruah2709
    @monboruah2709 8 หลายเดือนก่อน

    Nice acting

  • @mgvlogs9797
    @mgvlogs9797 2 ปีที่แล้ว +230

    প্ৰিন্সি গগৈ তুমি নিজৰ মান সন্মান সকলো হেৰুৱালা। তোমাক অসমবাসী ৰাইজে বহুত মৰম চেনেহ আদৰ কৰিছিল। কিন্তু তুমি সকলো শেষ কৰিলা। ভবা নাছিলো তুমি এনেকুৱা বুলি ।