আনন্দ মিশ্ৰক অনুপম চক্ৰৱৰ্তীৰ পোনপটীয়া প্ৰশ্ন

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2022
  • 'স্পষ্টবাদী' আনন্দ মিশ্ৰক অনুপম চক্ৰৱৰ্তীৰ পোনপটীয়া প্ৰশ্ন। নগাঁৱৰ এনকাউণ্টাৰত SP আনন্দ মিশ্ৰ দায়বদ্ধ নহয়নে? কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ প্ৰশ্নত আনন্দ মিশ্ৰৰ কি উত্তৰ?

ความคิดเห็น • 1.6K

  • @Just_villagethings
    @Just_villagethings 2 ปีที่แล้ว +274

    অনুপম দা এজন আৰক্ষী বিষয়াক সন্মান কৰিবলৈ শিকক । আপোনাৰ ব্যৱহাৰই আপোনাৰ পৰিচয় । ইমান বেছি অভদ্ৰামি এজন সাংবাদিকক শুভা নিদিয়ে । তেওঁ নিজেই এজন উচ্চ পদস্থ বিষয়া হৈ চাৰ বুলি সম্বোধন কৰিছে । মিশ্ৰ চাৰলৈ সদায় শুভকামনা থাকিল ।

  • @himangshubordoloi6520
    @himangshubordoloi6520 2 ปีที่แล้ว +325

    আনন্দ ছাৰৰ লগত সদায় মই আছো,ভাল কাম কৰিলে বিভিন্ন সমস্যা আহিবই,আপুনি আগুৱাই যাওক ছাৰ..🙏🙏🙏

    • @sunamonisaikia3319
      @sunamonisaikia3319 2 ปีที่แล้ว +2

      Right sir bohut val

    • @bitupan447
      @bitupan447 2 ปีที่แล้ว +2

      Right

    • @himangshubordoloi6520
      @himangshubordoloi6520 2 ปีที่แล้ว +5

      @@sunamonisaikia3319 ভাল বুলি ক'লেই সকলো শেষ নহয়,তেখেতক support কৰক সকলোৱে,এইখন চৰকাৰে ন'হলে অসমখন বেছিব কোনদিনা

    • @SabitaKalita-wg8ep
      @SabitaKalita-wg8ep ปีที่แล้ว

    • @sabitaburagohain8255
      @sabitaburagohain8255 ปีที่แล้ว

      ​@@sunamonisaikia3319😊😅 2:04 😊😅😅UtgIsn'tYvvvf😅66H

  • @phulmaidutta9865
    @phulmaidutta9865 2 ปีที่แล้ว +51

    আনন্দ মিশ্রা চাৰক বহুত ভাল পাওঁ,, শ্ৰদ্ধা কৰোঁ তেখেতক। তেওঁক সদায় কুশলে ৰাখিবা ভগৱান🙏আপুনি সদায় আগুৱাই যাওঁক চাৰ 🙏

  • @dipankaroza531
    @dipankaroza531 2 ปีที่แล้ว +35

    অনুপম দা আপোনাক আগতে ভাল লাগিছিল সন্মান কৰিছিলোঁ কিন্তু আজি যি আপোনাক দেখিলো এজন IPS ক এনেকে হাঁহি হাঁহি ঠাট্টা কৰা কিবা ভাল নালাগিলে । আনন্দ মিশ্ৰ ছাৰে বহুত ভাল কাম কৰি থৈছে , এবাৰ ইতিহাস বোৰ লুটিয়াই চাব । 🙏

  • @diplinashorts
    @diplinashorts 2 ปีที่แล้ว +122

    এজন Ips অফিচাৰ ৰ লগত কেনেকৈ কথা পাতিব লগে সেইটো নাজানে অনুপম চাৰ 🙏🙏 ব্যৱহাৰ কৰিব সিকক প্ৰথম🙏🙏

    • @bastobaxom4831
      @bastobaxom4831 2 ปีที่แล้ว +2

      Reporter hoi question koribo a

    • @amlanjdutta9290
      @amlanjdutta9290 2 ปีที่แล้ว +6

      @@bastobaxom4831 question korok tat aku prblm nai ....khali taur behavior tu bhal nohoi ....ajon IPS officer k keneke prosno koribo lage anupam chakraborty ee najane.....manuh enai nokoi janu ....apunr beboharai apunr porisoi ....eixar ktha chakraborty dangoria e bor bhalke dekhai dile

    • @arbiiimesh
      @arbiiimesh 5 หลายเดือนก่อน

      Mr. Anupam Chakraborty, u r a journalist with no district level / state level / National level or any kind of special category just holding a microphone 😅in hand or represent tending people to compel right to wrong or vice versa….
      Apuni ovodrami besi no koribo…..iman shouting kori tetu faali kotha nokono….
      Respect koribo xikibo,, paholor nisina hahi nathakibo……
      Ananda Mishra is an IPS Offer by his own credibility and eligibility and passion with huge image of international standard…..
      Anupam chakraborty learn to behave itself and be within ur limit to prevent urself from being HOPELESS….

  • @phunudas9452
    @phunudas9452 2 ปีที่แล้ว +105

    ভাল কথা লাগিছে মোৰ negativity বেছি হলে নগাঁও কি চাকৰি এ এৰি jam ♥️ sidha sadha মানুহ,,,আমি পিছত পৰিলে কিন্তু বেয়া হৈ যাব,,,পইন্ট♥️ ঘায়েল sher,,🐅🐅

  • @nitiskitchen4659
    @nitiskitchen4659 2 ปีที่แล้ว +168

    আনন্দ মিশ্ৰ এজন ষ্পষ্টবাদী আৰু সাহসী অফিচাৰ, তেওঁ সদায় সত্যৰ পক্ষপাতিত্ব কৰে।

    • @mitalidas175
      @mitalidas175 2 ปีที่แล้ว +2

      🙏🏾🇮🇳🇮🇳💯

    • @jin2pegu839
      @jin2pegu839 2 ปีที่แล้ว +2

      👍

  • @impossiblegames1783
    @impossiblegames1783 2 ปีที่แล้ว +53

    কেলা অনুপম চক্ৰৱৰ্তী কি মানুহ তই ৰে।। Respect him.....

  • @dhrubasaloi2311
    @dhrubasaloi2311 2 ปีที่แล้ว +261

    Anupam Da, please don't Lough. He is an IPS officer,we should respect his speach.

    • @knowyourhealthassam.123
      @knowyourhealthassam.123 2 ปีที่แล้ว +4

      Exactly

    • @strangergaming8296
      @strangergaming8296 2 ปีที่แล้ว +1

      🔥🔥

    • @monujgogoi8478
      @monujgogoi8478 2 ปีที่แล้ว +7

      Bhori seleki thaak jaa.

    • @raktotpalhazarika4131
      @raktotpalhazarika4131 2 ปีที่แล้ว +4

      Just because he's an IPS he doesn't have the right to kill someone or make someone handicap for life. Remember, everyone has some profession. I choose to be an engineer that's why I never dreamt of becoming an IPS . If he's really a good person the way he talks about his achievements he should have the courage to accept his mistakes gracefully. After everything is brought to book by IAS pawan borthakur he is still trying to frame kirti Kamal with some false allegations. Because if bonia opens his mouth Mishra's real face will come out

    • @nikashdutta1005
      @nikashdutta1005 2 ปีที่แล้ว +10

      Fal2 reporter aisob....poisa khai bolisni kore

  • @danialshastri89
    @danialshastri89 2 ปีที่แล้ว +302

    Respected Anupam dada
    Anand Mishra sir is an IPS officer by cracking the civil services at least he deserve a respect in your show
    It seems it was not a professional conversation .
    Decorum should be maintained

    • @bigogio4985
      @bigogio4985 2 ปีที่แล้ว +12

      Murkho human life is much more important than cracking upsc

    • @rabi9545
      @rabi9545 2 ปีที่แล้ว +3

      Great

    • @rikisuryavanshi9321
      @rikisuryavanshi9321 2 ปีที่แล้ว +12

      @@bigogio4985 Tur baper drugs peddler jen paisu geda

    • @punkaj14
      @punkaj14 2 ปีที่แล้ว +6

      Seriously rey. Anand Mishra bule. Anupam Chakraborty hoi ki mane

    • @Mr-Lakshya-
      @Mr-Lakshya- 2 ปีที่แล้ว +5

      @@bigogio4985 toi nijei murkho....gadha

  • @rkofficial1868
    @rkofficial1868 2 ปีที่แล้ว +76

    বিৰোধী লবী, জ্বলন, চৰকাৰ লবী .......হাঁহি তামাচা নকৰিব চক্ৰৱৰ্তী ডাঙৰীয়া। আনন্দ মিশ্ৰ আদৰ্শ তেওঁৰ দৰে আন এজন অসমত নোলাই।

  • @rkofficial1868
    @rkofficial1868 2 ปีที่แล้ว +45

    একদম ঠিক কথা কৈছে আনন্দ মিশ্ৰ👍👍🙏 Yes drugs বিৰূদ্ধে থাকিবই সংগ্ৰাম

  • @bishnubaruah9983
    @bishnubaruah9983 2 ปีที่แล้ว +100

    আনন্দ মিশ্ৰ মহোদয়।
    I salute to you
    সমগ্ৰ অসম আপোনাৰ লগত আছে।
    ধৰ্ষণকাৰি, ড্ৰাগছ বেপাৰী লগতে নাৰী সৰবৰাহ কাৰি সকলো চাফা কৰি দিব লাগে।

  • @ajaybhuyan9875
    @ajaybhuyan9875 2 ปีที่แล้ว +116

    *Anand mishra sir we Stand with Legel*
    *WITH YOU*
    *সত্য সদায় জয়* ✊🙏🏼
    জয় আই অসম ❤✊✊✊✊✊🇮🇳🚩

  • @anupjyotisarma4142
    @anupjyotisarma4142 2 ปีที่แล้ว +51

    অনুপমৰ দাঁ‌ত নাই তাতে আকৌ হাহিঁ‌ তাৰ । বৰ ডাঙৰ সাংবাদিক দেই ভাই 😆😆😆

    • @sabitakalita7096
      @sabitakalita7096 2 ปีที่แล้ว +1

      দাত এদিন সকলোৰে পৰিব।আজি কালি মানুহৰ দাত বেছিদিন নাথাকে।দাত পৰিব চুলি পকিব সকলোৰে আহিব এনেকুৱা দিন।😂😂আজি কালি বহুত মানুহৰে কম বয়সত দাত পৰি যায়।আজি কালি খোৱা বিলাগ ভেজাল হৈ পৰিছে সকলো খোৱাতে সাৰ দিয়া বেজি ভেজাল সেইকাৰনে মানুহৰ দাতৰ কেলচিয়াম কমি যায়।দাতৰ গুৰি খই হৈ যায় বহুত ধৰনৰ অসুবিধা আহে দাতত সেইকাৰনে বহুত সোনকালে দাত পৰি যায়।বেয়া নাপাবা দেই কথা খিনি কোৱাৰ বাবে ক্ষমা যদি ভুল কৈছো তাৰ কাৰনে ক্ষমা বিচাৰিছো🙏🙏

  • @ABHILASHSARMAH
    @ABHILASHSARMAH 2 ปีที่แล้ว +18

    আনন্দ মিশ্ৰ ছাৰৰ "image" বেয়া হল নে নাই নাজানো, কিন্তু সেই 'দেওবৰীয়া আড্ডা'ৰ পৰাই ভাল লগা অনুপম দাক, এই অনুষ্ঠানৰ পৰা ভাল নলগা হ'ল ।

  • @cloudnine5030
    @cloudnine5030 2 ปีที่แล้ว +161

    Leaving the topic aside, being an IPS office he showed how a Civil Servant talks with another person and how he responds very politely and respectfully and others are just 🙏

  • @lachitborahofficial
    @lachitborahofficial 2 ปีที่แล้ว +106

    আমাৰ মানুহ বিলাকৰ এটোই ভূল যে আমি ভাল কাম বোৰক অনুসৰণ নকৰো,ভূল ক্ৰমে হ'ল এটা ভূল নগাঁৱত, বাকী কাম বিলাক ভাল ভাৱে কৰি আহিছে , আনন্দ চাৰে, তেওঁক ইমান কিয় ভূল ধৰা হৈছে, তেওঁ কিন্তু বহুত ভাল মানুহ।

    • @rabi9545
      @rabi9545 2 ปีที่แล้ว +2

      Great

    • @pranjaldaimary5250
      @pranjaldaimary5250 2 ปีที่แล้ว

      Nirih ejon bektik udahoron tor maa bapehh bahh bhai k jodi tenekuwa korilehb toi ki korili hoi........??

    • @bhaskarsonowal8963
      @bhaskarsonowal8963 2 ปีที่แล้ว

      Right 👍

  • @thegscreate6115
    @thegscreate6115 2 ปีที่แล้ว +13

    অনুপম শক্ৰবতিৰ ব্যবহাৰ ভাল নালগিল। এজন Ips বিষয়াক কেনেদৰে কথা কব লাগে তেওঁ নাজানে।Anand sir এ নিজেই এজন oficer হৈ তেখেতক sir বুলি respect কৰিছে,আৰু তেওঁ পোৰা নাম লৈ আছে। যিয়ে নহক আনন্দ sir বৰ ভাল মানুহ তেওঁ সদায় সৈত্যত থাকে। আৰু আনন্দ sir ৰ কথা কোৱা style বহুত ভাল লাগে। Jai hind sir

  • @bikash2114
    @bikash2114 2 ปีที่แล้ว +37

    অনুপম দা..এগৰাকী বিষয়াৰ লগত কেনেকে কথা পাতিব লাগে আগতে শিকি লওক...

  • @r19gaming69
    @r19gaming69 2 ปีที่แล้ว +96

    He is a very emotional man also;
    Idk Why people don’t thinks the matter a little practical .
    He is a true Gem,straight forward man ❤️

    • @edu4all168
      @edu4all168 2 ปีที่แล้ว +2

      A big political story behind this case...

    • @sudem_7
      @sudem_7 2 ปีที่แล้ว

      Lol

  • @regonvlogs1137
    @regonvlogs1137 2 ปีที่แล้ว +19

    আনন্দ মিশ্ৰ ছাৰ আমি আছোঁ আপোনাৰ লগত...দৃঢ়তাৰে আগবাঢ়ি যায় থাকক

  • @jyotigaming01
    @jyotigaming01 2 ปีที่แล้ว +6

    অনুপম দা আপুনি এজন IPS বিষয়াক কি দৰে ব্যৱহাৰ কৰিব লাগে সেয়া ভালদৰে শিকি লওক। আপোনাৰ যি হাঁহি সেই হাঁহিয়ে আপোনাৰ কথাৰ ওজন আৰু পৰিচয় দাঙি ধৰিছে। আপুনি এজন LEGEND হবলৈ চেষ্টা কৰি আছে কিন্তু আপোনাৰ দ্বাৰা এই জনমত অসম্ভৱ। 🙏🙏🙏

  • @pranitabarmandas6809
    @pranitabarmandas6809 2 ปีที่แล้ว +16

    ধন্যবাদ চাৰ। আপুনি টো গুলিওৱা নাই ।গতিকে কিছুমান ফকতীয় মানুহে আনন্দ চাৰৰ বিৰুদ্ধে লাগি নিজকে বচাবলৈ চেষ্টা কৰি আছে। চাৰ সত্যৰ সদায় জয়।আপোনাৰ সাহস ভগৱানে দিয়া। ধন্যবাদ।

  • @tirtha3908
    @tirtha3908 2 ปีที่แล้ว +92

    স্পৰ্শকাতৰ বিষয় এটাক লৈ চক্ৰবৰ্ত্তীয়ে বহুৱাৰ নিচিনা অনুষ্ঠান চলাইছে যে, কিয় বা… হাঁহি চোৱাচোন তেওঁৰ।

  • @Moon-qm9mt
    @Moon-qm9mt 2 ปีที่แล้ว +77

    I'm always with you Anand sir ...🙏

  • @Mrgamingytofficial999
    @Mrgamingytofficial999 2 ปีที่แล้ว +15

    আনন্দ মিশ্ৰৰ লগত মই সদায় আছো আপুনি আপোনাৰ কাম ভালদৰে কৰি যাৱক ভাল কাম কৰিলে সমস্যা আহেই

  • @jaydevtalukdar4764
    @jaydevtalukdar4764 2 ปีที่แล้ว +7

    আনন্দ ছাৰৰ দৰে যদি এগালমান পুলিচ বিষয়া থাকিলহেতেঁন ! কামবোৰ চাফ-চিকুন হ'লহেতেঁন 😘❤️😘💪👌

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 ปีที่แล้ว +46

    ভাল মানুহবোৰক বদলি কৰে, আনন্দ মিশ্ৰৰ দৰে আৰক্ষী আৰু কেতিয়াও নাপাব 🖤 He is real hero 🙏

  • @kishulalung5784
    @kishulalung5784 2 ปีที่แล้ว +69

    নিজকে কি ভাবিছে আপুনি , আপুনি এজন reporter হয়। এজন IPS officer ক তেনেকৈ কবলৈ আপোনাৰ অধিকাৰ নাই । তেওঁ এজন honarable person হয় । So respect him .🙏

    • @SiddharthaRay7
      @SiddharthaRay7 2 ปีที่แล้ว

      honarable person

    • @EDU_life_style
      @EDU_life_style 2 ปีที่แล้ว

      Anand mishra nam karhi ase reporter pagol nki

    • @KANDARPAMUSIC
      @KANDARPAMUSIC 2 ปีที่แล้ว

      Anekua Reporter Nalage. Reporter Hahi 2 Sa Olp o Respect bula Nedekhilu. Pagolor dore lagile,

  • @santonuborpatra8557
    @santonuborpatra8557 2 ปีที่แล้ว +48

    There is a quote at LBSNAA's wall - "Character is the utmost virtue." ♥️🎴 Anand Misra Sir , you've inspired our youth a lot , not only by your commitment , but also through actions. And you've showed how to deal with such cheap , narrow minded people. ♥️🎴

  • @user-jt5ou4vm3o
    @user-jt5ou4vm3o 2 ปีที่แล้ว +68

    Sir, নগাওঁ আপুনি নিজৰ ইচ্ছামতে অহা নাই, নিজৰ ইচ্ছামতে resign কিয় দিব! সঁচা কি সকলোৱে জানে। আপোনাৰ নিচিনা নিষ্ঠাবান বিষয়া অসমত প্ৰয়োজন।
    ৰাজনীতি থাকিব, চলি থাকক, আপোনাক লাগে।

    • @rabi9545
      @rabi9545 2 ปีที่แล้ว +1

      Great

    • @tmgjj5596
      @tmgjj5596 2 ปีที่แล้ว +1

      Right 100%

  • @mrinmoy13
    @mrinmoy13 2 ปีที่แล้ว +98

    অনুপম চক্ৰৱৰ্তী , আপুনি এজন IPS officer k আনন্দ মিশ্ৰ বুলি বাৰে বাৰে নাম কাঢ়ি কথা কৈ আছে , আপুনি কি বুলি ভাৱে নিজকে ?

    • @nikashdutta1005
      @nikashdutta1005 2 ปีที่แล้ว +4

      Hi madarchod eta...kamnai aisobor fal2 reporter

    • @assampolicejkn
      @assampolicejkn 2 ปีที่แล้ว +8

      আনন্দ মিশ্ৰ ডাঙৰীয়া বুলি সম্বোধন কৰিছে।
      বিতৰ্ক সৃষ্টি নকৰিব।

    • @dimbeswardeka121
      @dimbeswardeka121 2 ปีที่แล้ว +2

      Namto kiyo dise ha dangoriya buli koi ase kanot ki tula somai loisa neki ha beleg state akhonot goi sa

    • @Abhi-ie8fh
      @Abhi-ie8fh 2 ปีที่แล้ว +1

      Axomiya kotha Buji nopowa nke he ,hero bonayso tuhate aru xadharon lokor haraxasti hoise

    • @n17northeast2
      @n17northeast2 2 ปีที่แล้ว +1

      Nijok he pm buli vhabixe sge......kin2 Mishra sir e ako sir buli koixe de.....kin2 eaijon repoter prabhuye ako nam kahi matixe......nijor okad pahori he nijok hagor(sea)buli vhabixe...... mishra siro agt toi pukhuri atau nohoi ..... respect kank diye hoi2 pahorile......

  • @UnstoppableVoice
    @UnstoppableVoice 2 ปีที่แล้ว +42

    We need Anand Mishra Sir in Nagaon 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

    • @tmgjj5596
      @tmgjj5596 2 ปีที่แล้ว

      Aru napai nogaon raije anekuwa strong good IPS officer napai 😭😭😭
      Beya din start hol nogaonor youthor . sai thakok 👍
      Drugs mafiar utpat suru hobo .
      I always support mishra sir ❤️❤️🙏🙏

  • @BibidhKhobor6663
    @BibidhKhobor6663 2 ปีที่แล้ว +9

    আপোনাৰ লগত সদায় আছোঁ। আমি জানো সকলো ৰাজনীতি। যাক লৈ ৰাজনীতি হৈছে তাৰ বিষয়ে পিছত গম পোৱা যাব।

  • @SoniyaB65
    @SoniyaB65 2 ปีที่แล้ว +13

    I support Anand Mishra, he is in right direction. He is great in his work 👍👍👍

  • @dishansaikia245
    @dishansaikia245 2 ปีที่แล้ว +90

    Gadha reporter. If Anand Mishra would have started speaking fluent hindi and english, "Anupam Chakraborty" would have got stunned 😂. I appreciate that IPS Anand Mishra have given his best in this interview. Despite being a person from another state, he has tried his best to give the answers in assamese. Really inspiring.❤️

    • @minakshisharma7076
      @minakshisharma7076 2 ปีที่แล้ว +2

      Thik koisa reporter tu khud gadha aru nijok bht smart buli bhbe it seems like he is being personal with anand mishra

    • @anamikahaloi1068
      @anamikahaloi1068 2 ปีที่แล้ว +1

      😄😄thike koise.

  • @pratikchakravarty7659
    @pratikchakravarty7659 2 ปีที่แล้ว +38

    Reporter is laughing at a decorated officer. If a good officer is working in a good way. People pulls him down.
    We are with you #wesupportanandmishra.

  • @motivationandknowledge3162
    @motivationandknowledge3162 2 ปีที่แล้ว +12

    Great salute to ANAND MISHRA SIR..
    of his polite behaviour..
    And our media shows his own value..

  • @Ride384
    @Ride384 2 ปีที่แล้ว +49

    Kotha a kobo najane dexun anupam chokroborti a🤣 IPS ki bostu sage buji a napai abar bohi sa sun IPS r exam t 😁😁😁

    • @localtravel2481
      @localtravel2481 2 ปีที่แล้ว +2

      10 bar dile o clear koribo nuaribo

    • @krishnakamal586
      @krishnakamal586 2 ปีที่แล้ว +1

      Bhal koisa Bondhu.....

    • @Brahmaputra23
      @Brahmaputra23 2 ปีที่แล้ว

      @@localtravel2481 ha ha ha ha

  • @missingupdatechannel5138
    @missingupdatechannel5138 2 ปีที่แล้ว +15

    Always he will be in my heart...anand sir.

  • @artinfelicity1111
    @artinfelicity1111 2 ปีที่แล้ว +8

    এজন IPS ক কেনেকৈ সন্মান কৰিব লাগে আপুনি নাজানে নেকি????।।।।।।। প্ৰথমে সন্মান কি শিকি লওক ।।।।🙏পিছত interview লব আহিব😂

  • @charusmitadeka7597
    @charusmitadeka7597 2 ปีที่แล้ว +3

    Anand Mishra Sir ❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏 কৰ্মই যাৰ প্ৰকৃত পৰিচয়❤️❤️❤️।।আপোনাৰ দৰে সাহসী আৰু বিশ্বাসযোগ্য ব্যক্তি এনেধৰণৰ পদবীত থাকিলে আগলৈ সমাজখন বহু স্বচ্ছ দিশলৈ গতি কৰিব ছাৰ।। আপুনি আদৰ্শ হওঁক।।🙏🙏🙏

  • @sanjibchoudhury7231
    @sanjibchoudhury7231 2 ปีที่แล้ว +74

    Why reporter is laughing?? Talking with a respected IPS officer not a common men.

    • @jetuki
      @jetuki 2 ปีที่แล้ว +1

      Pada goise sage teor studiot .

  • @soriflora734
    @soriflora734 2 ปีที่แล้ว +23

    Salute to Anand sir💯🔥🔥..... No one equals you ..No one👍... This stage is not for you..you r a gem🙏👏👏

  • @ruchadance3076
    @ruchadance3076 2 ปีที่แล้ว +11

    Anand Mishra is a very intelligent and dedicated person. I always respect him.

  • @girisa5095
    @girisa5095 2 ปีที่แล้ว +7

    Sir, anan mishra you will always be my inspiration, I'm inspired by the way you handle law and order in nagaon and by your sweetness in words❤..one day and I will be like you sir❤👊

  • @aparnachoudhury2385
    @aparnachoudhury2385 2 ปีที่แล้ว +59

    Anupam da don't forget Anand Mishra sir's position, though he is an amicable person. After all he is an IPS officer. So it would be good if you show some respect and well mannerisms while talking to him. He deserves immense respect.

    • @nikashdutta1005
      @nikashdutta1005 2 ปีที่แล้ว +7

      Aisobok koi labh nai... Reporter aru gadhor majot eku diff nai...

    • @manjugohain4493
      @manjugohain4493 2 ปีที่แล้ว +1

      Very well said

    • @rinkukonwar2010
      @rinkukonwar2010 2 ปีที่แล้ว

      Right aparna👍🏻

  • @MahananGogoi
    @MahananGogoi 2 ปีที่แล้ว +42

    He sounds absolutely genuine..Also reflects his secretary in his words..He doesn't seem to even care too much for a position like SP or being an IPS officer unlike others. He even did not hesitate to say that there are better things to do... Respect n regards Mr Mishra 👍

  • @RBHOfficial
    @RBHOfficial 2 ปีที่แล้ว +5

    Absolutely blunt, direct and straight forward…..👏🏻👏🏻👏🏻👏🏻

  • @santhalpoint7649
    @santhalpoint7649 2 ปีที่แล้ว +8

    Good people never last long... This is universal truth.

  • @geetashreeojha1054
    @geetashreeojha1054 2 ปีที่แล้ว +46

    Why he is acting like Arnab Goswami 😭😂😂😂

    • @birajmarandi
      @birajmarandi 2 ปีที่แล้ว +1

      exactly 😂

    • @jetuki
      @jetuki 2 ปีที่แล้ว +3

      Goswamir xalpoitak neki 🤣

    • @minakshisharma7076
      @minakshisharma7076 2 ปีที่แล้ว +2

      Maybe he needs fame 😂😂

    • @biswajitlachan868
      @biswajitlachan868 2 ปีที่แล้ว

      Okora tua vhabisile vhal k phosam buli ter hahi tua koi....gaadho

    • @crazyopg.8661
      @crazyopg.8661 2 ปีที่แล้ว

      😂😂😂

  • @dhananjoychowhan4711
    @dhananjoychowhan4711 2 ปีที่แล้ว +16

    CID ৰ তদন্তৰ অপেক্ষা থাকিল।
    CIDয়ে যাতে অতিশীঘ্ৰে প্ৰতিবেদন দাখিল কৰে।

  • @abhijitsaikia8046
    @abhijitsaikia8046 2 ปีที่แล้ว +4

    No one has clean drugs in Assam who destroy someone's family n CM sir Grand salute to u bt some people want to puss u down bt ur always grt n We want Anand Mishra Sir in Barak valley.Thnks

  • @royalenfield350lover
    @royalenfield350lover 2 ปีที่แล้ว +2

    We proud of you sir 🙏 one the best reply to the culprits I have ever seen. We all are with you Anand Mishra Sir 👍

  • @mauchumidas1734
    @mauchumidas1734 2 ปีที่แล้ว +22

    Anand Mishra sir you are real hero 🙏🙏

  • @anjanadas5272
    @anjanadas5272 2 ปีที่แล้ว +24

    If he transferred to other states,it is the one of the most tragic things happened to Assamese people because he is rare officer.. after he transferred, drugs peddler will be free...

  • @rishirajbiswas3056
    @rishirajbiswas3056 2 ปีที่แล้ว +2

    Respected sir, A.Mishra remain what ever you are never change yourself lot's of blessings are with you. Continue ur Josh

  • @ratnaduttavlogs1815
    @ratnaduttavlogs1815 2 ปีที่แล้ว +6

    আনন্দ মিশ্ৰ চাৰ আপোনাক বহুত ভাল লাগে।ভাল কাম কৰিলে বদনাম আহেই।

  • @manishdas2471
    @manishdas2471 2 ปีที่แล้ว +53

    This man is trying to sort things out, assist him, he is doing his job, lucky to have him, if u let this happen there are many progressive states that want police man like this, we r lucky to have him. Police is not like politician , ask question in a respectable manner. Laughing at such serious debate is lack of professionalism.

  • @abisektanti2638
    @abisektanti2638 2 ปีที่แล้ว +9

    Anand Mishra sir is my motivation and Anand sir is a great man

  • @palashbhuyan1503
    @palashbhuyan1503 2 ปีที่แล้ว +5

    আনন্দ মিশ্ৰ ছাৰ জিন্দাবাদ🙏

  • @biswajitdeka7964
    @biswajitdeka7964 2 ปีที่แล้ว +4

    You are so honest person sir...we are with you Mishra sir.

  • @SD-ff1wc
    @SD-ff1wc 2 ปีที่แล้ว +40

    ছাৰ আপুনি এখন ভাল সমাজৰ কাৰণে যি খিনি কৰিব লাগে যথেষ্ট খিনিয়েই কৰিছে তাত কোনো সন্দেহ নাই কিন্ত আপোনাৰ এটাই ভুল হ’ল আপুনি জোখত কৈ বেছি কৈ ইলেক্ট্ৰনিক মিডিয়াৰ লগত আগবাঢ়ি আহিল সেইটোৱেই কাল হ’ল৷মনে মনে থাকি আপুনি অপাৰেচন বোৰ চলাই যাব লাগিছিল৷যেতিয়া বিপদ আহে তেতিয়া যিমান পাৰি ধৈৰ্য সহকাৰে আৰু মৌন হৈ তাৰ পৰা উদ্ধাৰ হোৱাৰ চেষ্টা কৰিব লাগে ক্ষোভৰে নহয় ৷যি কি নহওক আপুনি আপোনাৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি যাব বুলি আশা ৰাখিলো৷

  • @udayrajphukan6303
    @udayrajphukan6303 2 ปีที่แล้ว +41

    Best ips officer in india ❤️❤️❤️

  • @jaydeeppatar4068
    @jaydeeppatar4068 2 ปีที่แล้ว +5

    Anand mishra sir you are my idol and always will be my idol.. ❤🇮🇳 #respect 🙏🙏🙏

  • @Nibirnayandas
    @Nibirnayandas 2 ปีที่แล้ว +2

    What a humble person beh.. Imn kua pst2 he answered every question politely ❤️

  • @dhrubasaloi2311
    @dhrubasaloi2311 2 ปีที่แล้ว +60

    Why should we blame him without CBI investigation. I personally want Ananda Mishra type officer. He is a great leader.

  • @Surojit0924
    @Surojit0924 2 ปีที่แล้ว +9

    JAI HIND 🇮🇳 SIR, love n respect from JORHAT

  • @lakhiprasaddas5328
    @lakhiprasaddas5328 2 ปีที่แล้ว +15

    মি: অনুপম আপোনাৰ ইমান হাঁহি কিয় ? ইমান Serious বিষয় এটাত এনেকুৱা ফটুৱা হাঁহি ভাল নেদেখি । Atleast এজন IPS বিষয়াক সন্মান কৰিব শিকক ।
    ধন্যবাদ ।

  • @RkR8077
    @RkR8077 2 ปีที่แล้ว +6

    Anant Sir ,,ur duty is my ❤️ emotional and grateful ur speech ,

  • @momomania7910
    @momomania7910 2 ปีที่แล้ว +30

    Anupam da , professionalism apuni rakha nai. Media channel ase buli a apuni ejon IPS OFFICER"or dignity touch koribo nuare. He did a lot of Good Works. Media cannot JUDGE anyone. The soul purpose of MEDIA is to gain information and provide truth to the PUBLIC. The Dignity and Respect for IPS OFFICERS like ANAND MISHRA is much greater than Your Thoughts.

  • @rex-jm5cp
    @rex-jm5cp 2 ปีที่แล้ว +71

    Anupam Chakraborty dekhun sobor upor hoi gol...IPS officer ejonok nam karhi matibo pora hol

  • @a.d.seditz8556
    @a.d.seditz8556 2 ปีที่แล้ว +3

    সচাই এইখনেই আমাৰ অসম য'ত ভাল কাম কৰিবলৈ গ'লে বেয়া শুনিবলৈয়ে পায়। বাকী কথাটো বাদেই অনুপম চাৰ আপুনি এজন সাংবাদিক হৈও এজন IPS বিষয়াৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানে। বাকী যেতিয়া পৰা Anand চাৰৰ কথা শুনি আহিছোঁ তেতিয়াৰে পৰা তেওঁৰ বিষয়ে ভালকৈয়ে শুনি আছোঁ। আৰু সদায় চাৰৰ আদৰ্শত থাকিম।
    শুভকামন থাকিল Anand Mishra চাৰলৈ।

  • @banashreetamuli6112
    @banashreetamuli6112 2 ปีที่แล้ว +5

    Salute to Anand Mishra... সত্যৰ সদায় জয় ....

  • @tennysonsaikia2738
    @tennysonsaikia2738 2 ปีที่แล้ว +91

    We need Anand Misra in Nagaon. One incident can't undo his good works that he has been doing for Nagaon. The Bangladeshi-origin drug
    peddlers will have free run now. Its sad. CM must review his decision. Must

    • @rabi9545
      @rabi9545 2 ปีที่แล้ว +1

      Great words.....HBS sir please come forward.......

  • @souravray1843
    @souravray1843 2 ปีที่แล้ว +13

    নগাঁও এৰিলে গোৱালপাৰাত আহক আনন্দ মিশ্ৰ sir ।

  • @billionairehack490
    @billionairehack490 2 ปีที่แล้ว +3

    I liked the way anand mishra sir rply.. Clearly mentioned if require he can resign his jo also .there's lot of good thing to do👍🏻

  • @jitupandas3757
    @jitupandas3757 2 ปีที่แล้ว +4

    Love you Anand Mishra sir... You are very honest and straight forward person..

  • @dailynews2414
    @dailynews2414 2 ปีที่แล้ว +25

    Anand Misra sirk transfer korat anupam chakrabarty besy happy jen lagise. Asomiya sangbadik ejonor enekuwa bebohare amak lojjito korise. Socalled journalist. Shame anupam chakrabarty

  • @jaijawanagrifarm2416
    @jaijawanagrifarm2416 2 ปีที่แล้ว +15

    "Tiger Only Roar never bark let them bark".... Keep up Sir...

  • @allin1vlogs397
    @allin1vlogs397 2 ปีที่แล้ว +2

    Anand Sir You Are A One Of The Super Cop 👮 Jai Hind

  • @kapilaboro9454
    @kapilaboro9454 2 ปีที่แล้ว +2

    Anand Mishra sir speak so well ♥️ disipline, polite ❤️big respect to Anand Mishra sir ❤️nd u r always in our heart 💓

  • @sahidulislamsahiduislam8311
    @sahidulislamsahiduislam8311 2 ปีที่แล้ว +7

    Sar, you're good person🇮🇳. Great ips office er assam.... Sar, I am respect you❤..

  • @alakeshsarma5590
    @alakeshsarma5590 2 ปีที่แล้ว +13

    Try to behave like gentleman reporter sir!!

  • @santanuduarah7188
    @santanuduarah7188 2 ปีที่แล้ว +2

    Val lagil interview tu, Anand Mishra vision is very clear. So, We proud him.

  • @tridipsarma8858
    @tridipsarma8858 2 ปีที่แล้ว +1

    Love his clearness...this type of Media jurnalism is so hopeness and shamefull

  • @bestofmusic591
    @bestofmusic591 2 ปีที่แล้ว +8

    Real hero anand mishra sir .....pushpa Raj.... 🙏

  • @darkwarrior1608
    @darkwarrior1608 2 ปีที่แล้ว +15

    Anupom toi .. respected koribo hikhh..agott...
    IPS hoi tut ka bohut agot

  • @lachitdas532
    @lachitdas532 2 ปีที่แล้ว +2

    Anand Mishra seems to be very transperant regarding his stance. Which is an essential attribute that is expected from an civil servant. Hats off you sir. Keep doing great deed..

  • @jahnu1835
    @jahnu1835 2 ปีที่แล้ว +5

    I am with Mishra sir.... Learn to respect a civil servant.....☺️💔

  • @Jintu555
    @Jintu555 2 ปีที่แล้ว +9

    Anupam saikia sound low korok..he is an best ips officer.

  • @yadabsanjel1318
    @yadabsanjel1318 2 ปีที่แล้ว +14

    Please transfer him to our district ❤️.. Sonitpur.. because we love him 🇮🇳❤️🇮🇳 .. real hero of nation 🔥..

  • @surajkrsah5507
    @surajkrsah5507 2 ปีที่แล้ว +1

    Sir you are a true and a very gentle person u are working very good and a true leader # respect u sir

  • @parthyojitflutekalita5099
    @parthyojitflutekalita5099 2 ปีที่แล้ว +3

    আনন্দ মিশ্ৰ চাৰ সদায় আমাৰ আছিল আৰু হয় থাকিব । কিন্তু যিহেতু লৰা জনেও ন্যায় পাব লগে , গতিকে তদন্ত টো হবই লাগিব । চাৰ আপুনি যদি সত্যত আছে তেন্তে নিশ্চয় আপুনি জিকিব

  • @JiyaHayaan
    @JiyaHayaan 2 ปีที่แล้ว +9

    You are the best Anand Sir.....you have to continue your best

  • @abhijithajong7552
    @abhijithajong7552 2 ปีที่แล้ว +12

    Love and respect to Anand misra sir, Stand with him

  • @chimpedeka494
    @chimpedeka494 2 ปีที่แล้ว +4

    Salute Mishra sir.......Anupam da don't Lough...imn khini capability apunar ni teu ajon IPS offcr ...ebar UPSC crack koribo try koribo tarpst hahibo

  • @ar9833
    @ar9833 2 ปีที่แล้ว +4

    Anand Mishra Sir, how you simply ignore Anupam Dada to be called him as Cheaper.... 🙏🙏🙏 Thank you Anand Mishra Sir 🙏

  • @dhrubathakuria6665
    @dhrubathakuria6665 2 ปีที่แล้ว +12

    I support you Anand sir.