'মামা' মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুপৰীয়াৰ এসাঁজ মাজুলীৰ ভাগিনৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • 'মামা' মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুপৰীয়াৰ এসাঁজ মাজুলীৰ ভাগিনৰ
    মামাৰ সৈতে কি কথা পাতিলে ভাগিনহতে?
    প্রিয় মামাৰ সৈতে কি আহাৰ গ্ৰহণ কৰিলে ভাগিনকেইজনে?
    মামা-ভাগিনৰ মাজত বহু অন্তৰংগ আলাপ #LIVE
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 1.1K

  • @rajudas4428
    @rajudas4428 3 ปีที่แล้ว +97

    সচাকৈ ছাৰ আপুনি বহুত মহান মাজুলীৰ সেই কণ কণ ল'ৰা কিজনৰ লগত আপুনি মহান আদৰ্শৰে মৰমেৰে কথা বতৰা পাতি দুপৰীয়াৰ এসাজ আহাৰ গ্ৰহণ কৰিলে আৰু মাজুলীৰ ল'ৰা কিজনৰ সুখ দুখৰ কথা বুজ ল'লে বহুত ভাল লাগিল আপুনি যেনেদৰেই নিৰ্বাচনৰ আগ মুহূৰ্তত কৈছিল ল'ৰা কিজনৰ লগত মাজুলীত গৈ এখাজ ভাত খোৱাৰ কথা, আপুনি কথা ৰাখিলে আৰু ল'ৰা কিজনৰো বহুত আশা আছিল আপুনি মহান আপোনাক সচাকৈ ভাল লাগে আপোনাৰ কৰ্ম আৰু আদৰ্শ আপুনি সদায় আমাৰ অসমীয়া জাতিটোৰ মাজত জিলিকি থাকক আৰু ভাল লাগিছে আপোনাক ২০২১ চনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে পাই আপোনাৰ দীৰ্ঘায়ূ আৰু সু স্বাস্থ্য কামনা কৰিলোঁ ।

  • @HalfTwinsSisters
    @HalfTwinsSisters 3 ปีที่แล้ว +186

    Lucky দেই ভাগিন কেইজন 😂 মন্ত্ৰী ৰ লগত ভাত খাবলৈ পাইছে 👍

  • @mamonisaikia8745
    @mamonisaikia8745 3 ปีที่แล้ว +393

    এইবাৰ অসমৰ ভাল দিন আহিছে যেন পাইছো। কাৰন গাৱৰ লৰা ছোৱালিৰ মনৰ ভাষা বুজা অসমৰ এজন মুখ্যমন্ত্ৰি পাইছে। ভাল লাগিছে।

    • @realfact4194
      @realfact4194 3 ปีที่แล้ว +4

      Hussa kota

    • @gyanjitsonowal6918
      @gyanjitsonowal6918 3 ปีที่แล้ว +1

      Right

    • @__nabakrishna--3323
      @__nabakrishna--3323 3 ปีที่แล้ว

      Ummm

    • @chandankn
      @chandankn 3 ปีที่แล้ว +4

      sab show off eibur, nijor tv news channel loi nedekhuwale hol hai neki.....dhet drama eibur

    • @amlanmedhi1183
      @amlanmedhi1183 3 ปีที่แล้ว

      @@chandankn right. Manuh hokk dekhowa kam karise ako dal akhomor val kam kora naiii

  • @sunupanikavlogs
    @sunupanikavlogs 3 ปีที่แล้ว +54

    অকল মাজুলীৰ লৰাক মৰম কৰিলে নহব
    😰😰😰😰😰😰😰

  • @hridoyjyotidas5526
    @hridoyjyotidas5526 3 ปีที่แล้ว +32

    কিবা এটা ভাল লাগিছে দেখিয়েই 😍😍😍
    আগন্তুক দিনত আৰু ভাল ছবি দেখা পাম বুলি আশা থাকিল মামা❣️❣️

  • @bituldowarah6336
    @bituldowarah6336 3 ปีที่แล้ว +147

    মামা ভাগিনৰ অকৃত্ৰিম মৰম 👍👍💐💐 #salute CM#

  • @Jinkismita45
    @Jinkismita45 3 ปีที่แล้ว +201

    কথা দি কথা ৰখা মানুহ যদি দেখা নাছিল , আজি চাই লওক ! অসম আগ বাঢ়ক ❤️

    • @dibgogoi5736
      @dibgogoi5736 3 ปีที่แล้ว +3

      অতি সুন্দৰ পদক্ষেপ

    • @ritugogoi1561
      @ritugogoi1561 3 ปีที่แล้ว +1

      Soboke corona logabo eidale

    • @karabidevi955
      @karabidevi955 3 ปีที่แล้ว

      মাজুলীত কৰুণা নাই নেকি ?

    • @rijumonideoghoria1307
      @rijumonideoghoria1307 3 ปีที่แล้ว

      Good

  • @utpaltalukdar9976
    @utpaltalukdar9976 3 ปีที่แล้ว +225

    আমাৰ গাওঁৰ সৰু সৰু লৰা বোৰক মুখ্যমন্ত্ৰী ৰ নাম সুধিলে মা মা বুলি কয় ৷

  • @gautammitra3781
    @gautammitra3781 3 ปีที่แล้ว +79

    This is a perfect example of how CM should be. Great pride to get you as CM

  • @perfectdoley343
    @perfectdoley343 3 ปีที่แล้ว +40

    মামাক কিন্তু আচৰিত, কথা দি কথা ৰখা মুখ্যমন্ত্ৰী ২০২১ চনত প্ৰথম পাইছো।।।

  • @rakeshdergaon3726
    @rakeshdergaon3726 3 ปีที่แล้ว +42

    সচাকৈ আমাৰ মামা কিন্তু মহান । মানৱীয় গুণসম্পন্ন।

  • @rimadeka6181
    @rimadeka6181 3 ปีที่แล้ว +420

    শান্তিত মানে ভাতটোও খাব নিদিয়ে😂😂 reporter মখাই 😂😂

    • @kakoli8291
      @kakoli8291 3 ปีที่แล้ว +7

      Mama amar mama😁😁😁😍😍😍😍😍😍🤗🤗🤗🤗🤗🤗🤗😊😊😊😊😊🤗🤗🤗🤗🤗🤗🤗🌹🌹🌹🌹🌹❤❤❤❤❤😅😅😅😅😅😅😅😁😁😂😂😂😂😂😂😂👌👌👌👌🤗🤗👍👍👍👍

    • @bikikumar8698
      @bikikumar8698 3 ปีที่แล้ว +6

      @@kakoli8291 oi kukur, suworor badsha

    • @kakoli8291
      @kakoli8291 3 ปีที่แล้ว +7

      @@bikikumar8698 who are you ?😡😡😡

    • @kakoli8291
      @kakoli8291 3 ปีที่แล้ว +6

      @@bikikumar8698 you are pawan ! Am I right

    • @kakoli8291
      @kakoli8291 3 ปีที่แล้ว +5

      @@bikikumar8698 accha tumne apna name kab change kiya

  • @kandarpakeot7670
    @kandarpakeot7670 3 ปีที่แล้ว +70

    বেচ্ ভাল লাগিল । চৰকাৰ যিয়েই নহওক কিয় এনে এজন মুখ্যমন্ত্ৰী আমাৰ বাবে খুবেই প্ৰয়োজন বুলি অনুভব কৰো । নিশ্চয়ে তেখেতে অসমৰ হৈ বহু কামেই কৰিব বুলি এই আৰম্ভনি খিনিৰ পৰাই বহুত বহুত আশা কৰিব পাৰি । এজন সাধাৰন মানুহ হিচাবে নিস্বাৰ্থ ভাবে মই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

  • @jitamonikonch7931
    @jitamonikonch7931 3 ปีที่แล้ว +18

    Great Promise of Himanta Mama...❤

  • @kasturib6008
    @kasturib6008 3 ปีที่แล้ว +22

    বহুত আয়ুস দিয়ক ভগৱানে এই মানুহ জনক আৰু ভাল ভাল কাম কৰিবলৈ শক্তি দিয়ক🙏🙏🙏

  • @lovitaofficial503
    @lovitaofficial503 3 ปีที่แล้ว +8

    মামাই কি কেৱল ভাগিনবোৰক লগ কৰে,,,ভাগিনীবোৰক লগ নকৰে নেকি ?
    This is beya kotha mama 😄

  • @jitamonikonch7931
    @jitamonikonch7931 3 ปีที่แล้ว +6

    Great Promise of Himanta Mama...❤
    ...❤
    অসম বাদেই, সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বতে বিৰল দৃশ্য...
    বিশ্বৰ ইতিহাসত এনে দৃশ্য নাই সম্ভৱতঃ আৰু আগলৈও নোলাব...
    ❤ ❤ ❤

  • @purobibora3946
    @purobibora3946 3 ปีที่แล้ว +42

    ভিদিওটো চাই কিয় জানো আবেগিক হ'লো । সদায় মামা এনেদৰে আমাৰ লগত থাকিলে আমি সকলো খুব ভালদৰে আগবাঢ়ি যাব পাৰিম। মামাক ভগৱানে সদায় ভালে ৰাখক ।

    • @prabinsarma5354
      @prabinsarma5354 3 ปีที่แล้ว

      Hoi diok... Video 2 Sai xasai bohut vl lagil,,, xakolu k xaman distrire sua mnr mnuh hl mama

  • @runudevisharma1242
    @runudevisharma1242 3 ปีที่แล้ว +8

    ভাল লাগিল আহাৰ পৰিবেশনটো চাই।
    শুভ সন্ধিয়া জনালো চাৰ।

  • @Bitupan_saikia
    @Bitupan_saikia 3 ปีที่แล้ว +24

    কিবা‌ সামাজিক দুৰত্ব, SOP, এইবোৰৰ বিষয়ে শুনিছিলো উঠাই ল'লে নেকি , নে সেইবোৰ অকল জনতাৰ বাবেহে🤔🤔

    • @noobteamx1gemar
      @noobteamx1gemar 3 ปีที่แล้ว +1

      A mjh dese bro

    • @yoyo4677
      @yoyo4677 3 ปีที่แล้ว +2

      SOP khon cencel hol

    • @mousumikonch1469
      @mousumikonch1469 3 ปีที่แล้ว +1

      @@yoyo4677 mojaa disa Tumi u 😁

  • @deepdeep5734
    @deepdeep5734 3 ปีที่แล้ว +17

    বহুত ভাল লাগিল sir ৰ এইটো ৰূপ দেখি।

  • @prashantakakoty2379
    @prashantakakoty2379 3 ปีที่แล้ว +11

    শৰ্মা ডাঙৰীয়াই নিজৰ কথা ৰাখিলে , ভাতসাঁ‌জ খালেহি । নিৰ্বাচনৰ সময়ত হাততধৰি লৈফুৰা ল'ৰাকেইজন আছেনে বাৰু ? যিজনে খেলাধূলাৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল ।

  • @sagarikadas8391
    @sagarikadas8391 3 ปีที่แล้ว +7

    মামা ভাগিনৰ আলাপ আলোচনা দেখি ভাল লাগিল।😊😊

  • @ddoley3996
    @ddoley3996 3 ปีที่แล้ว +32

    মামা তুমি আচলতে জুই নহয় বৰফ লাভ ইউ মামা।

  • @gaminglover4329
    @gaminglover4329 3 ปีที่แล้ว +56

    Love you Mama.

  • @hemjyotideka7962
    @hemjyotideka7962 3 ปีที่แล้ว +6

    মামাওঁ কম নহই ভাগিনীয়েকহতো কিন্তুু কম নহই দেই 😂😂😂😂😂

  • @bimaldoley7075
    @bimaldoley7075 3 ปีที่แล้ว +9

    মুখ্য মন্ত্ৰী ডাঙৰীয়া এনেকৈ প্ৰতি খন সমষ্টিক দেখা দি সাধাৰণ মানুহ হিচাপে কথা পাতি থাকিলে আমাৰ অসম খন আপোনাৰ নেতৃত্বতাধীন সৰকাৰে ভৱিষ্যতে যি থাকিব। কাৰণ আমাক তেনেকুৱা মুখ্য মন্ত্ৰী ক হে প্ৰয়োজন আছে।

  • @arupdax6500
    @arupdax6500 3 ปีที่แล้ว +55

    আজি কালি লৰা বোৰ বহুত Smart হল।

  • @kusheswardeka9202
    @kusheswardeka9202 3 ปีที่แล้ว +10

    ছাৰ আপুনি সময় উলিয়াই ভিতৰুৱা গাঁৱৰ মানুহবোৰক এবাৰ লগ কৰি হোজা মানুহ খিনিৰ সৈতে ভাব বিনিময় কৰক । সুখ দুখৰ ভাগ বতৰা কৰি মানুহ খিনি আপোন কৰক আপোনাৰ ওপৰত বহুত আশা আছে ।

  • @pallobphukon3603
    @pallobphukon3603 3 ปีที่แล้ว +2

    ভাল লাগিল দেই দেখি আমাৰ সাধাৰণ লৰাবোৰৰ লগত মুখ্যমন্ত্ৰী হৈও আপুনি ইমান ধুনীয়া কৈ কথা পাতিছে ৷ বাকী যিয়ে নহওক বাৰু ভাল কামবোৰ কৰি যাব বুলি আশা কৰিছো ৷ লৰা কেইজনক দেখি বৰ মৰম লাগিছে কিমান যে সপোন আছে তাহাতৰ সপোনবোৰ পূৰণ হওক কণমানি কেইটাৰ তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ৷

  • @leezapaul8767
    @leezapaul8767 3 ปีที่แล้ว +11

    HBS is an example of how an CM should be ....lots of respect 🔥🔥🔥

  • @hannanvlogs6681
    @hannanvlogs6681 3 ปีที่แล้ว +90

    সকলো লৈ মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা পবিত্ৰ ঈদ্ ৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু লগতে সকলোৰে সু-স্বাস্থ্য কামনা কৰিলো।❤️❤️ Stay home 🙏
    stay safe

  • @jayantakoch7619
    @jayantakoch7619 3 ปีที่แล้ว +4

    সচাই হৃদয় চুই গল।
    বহু বছৰৰ মূৰত এজন মুখ্যমন্ত্ৰী আমি পাইছো।
    কিবা এটা যেন পৰিবৰ্তন হ'বলৈ আগবাঢ়িছে ৰাজ্যখন। ৰাইজৰ আশীষ আপোনাৰ লগত আছে। আগুৱাই যাওঁক।❤🙏

  • @laisribasumatary6767
    @laisribasumatary6767 3 ปีที่แล้ว +1

    Very good responsibility.

  • @pabansaikia3881
    @pabansaikia3881 3 ปีที่แล้ว +7

    সদায় যদি আমাৰ নেতা এনেকোৱা হয় আশা কৰিব পাৰি অসমৰ উন্নতি পতিদিনে হব।ভাল লাগিছে God bless you sir.

  • @girishdas5281
    @girishdas5281 3 ปีที่แล้ว +8

    ভাগিন কেইজন কিন্তু স্মাৰ্ট আছে।এওঁলোকৰ কথা বতৰা বোৰ ছাৰ ৰ লগত মিলিছে।কপাল ফুলিব ভাগিন হতৰ।

  • @nabablock3239
    @nabablock3239 3 ปีที่แล้ว +27

    Amak anekuwa cm lge love you mama👍🙏🙏

  • @hiteswarhajong4880
    @hiteswarhajong4880 3 ปีที่แล้ว +9

    মামা জিন্দাবাদ হয় আৰু জিন্দাবাদ থাকিব সদায়

  • @বকুলফুল-গ৮ঢ
    @বকুলফুল-গ৮ঢ 3 ปีที่แล้ว +25

    মহান ব্যক্তিৰ মহান আদৰ্শ জিলিকি থাকিব সদায় চিৰসেউজ হৈ।

  • @snehabora634
    @snehabora634 3 ปีที่แล้ว

    Thank you Sir,

  • @kamalchetrytezpur176
    @kamalchetrytezpur176 3 ปีที่แล้ว +6

    Video tu sai etaa kothaa kom Mama Mon tu ta 100% clean . heart to heart connect. I was never seen like that CM love you Dada.

  • @santanunayanmishra3335
    @santanunayanmishra3335 3 ปีที่แล้ว

    Himanta Biswa Sarma sir jindabad.....i love you sir🙏 God bless you......

  • @manjulpathak4182
    @manjulpathak4182 3 ปีที่แล้ว +3

    এয়া আমাৰ মুখ্যমন্ত্ৰী । অসমৰ উন্নয়ন অৱধাৰিত!

  • @nayannath7483
    @nayannath7483 3 ปีที่แล้ว +1

    Salute to you Sir

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 3 ปีที่แล้ว +21

    আঁৰ বেৰ নোহোৱাকৈ কন মানি কিশোৰ কেইটাৰ সৈতে এগৰাকী মূখ্যমন্ত্ৰীৰ এনে সহজ সৰল অন্তৰংগ আলাপে নিশ্চয়কৈ কনমানি কেইটাক উৎসাহিত কৰিব।

  • @ajitchandradas5833
    @ajitchandradas5833 3 ปีที่แล้ว +1

    এনেকৈ কথা-বতৰা অসমৰ বাবে উপযুক্ত আৰু এনেকৈ লগপোৱা আশা ৰে ধন্যবাদ

  • @arupbora9869
    @arupbora9869 3 ปีที่แล้ว +6

    মামা সদাই 🔥..... Love you Sir,,

  • @debuborah6222
    @debuborah6222 3 ปีที่แล้ว +1

    অসমে এজন ভাল মুখ্যমন্ত্ৰী পালে।

  • @ritubordoloi4753
    @ritubordoloi4753 3 ปีที่แล้ว +24

    HBS long live.God bless you.

  • @madhyaphulaniminiujanimaju1810
    @madhyaphulaniminiujanimaju1810 3 ปีที่แล้ว +1

    মায়া আপোনাক মই ভাল পাও আমাৰ মামা জিন্দাবাদ

  • @bikikundu2428
    @bikikundu2428 3 ปีที่แล้ว +5

    Anekua CM 1st time palu.. salute sir🙏

  • @indrajitpradhan3261
    @indrajitpradhan3261 3 ปีที่แล้ว +1

    Good

  • @arundhatidas7881
    @arundhatidas7881 3 ปีที่แล้ว +26

    ৰিপোৰ্টাৰে পেট ফুলাব ৷ কি যে হব

  • @ranjitahazarika2140
    @ranjitahazarika2140 3 ปีที่แล้ว +1

    Vl lagil vidiotu dekhi

  • @abhijitbaruah9094
    @abhijitbaruah9094 3 ปีที่แล้ว +17

    সাংবাদিক বন্ধু সকলে দেখোন নিজেই covid protocol ভংগ কৰি আছে।।এতিয়া তেওঁলোকৰ বিৰুদ্ধে কোনে বাতৰি কৰিব

    • @tanishabaruah4419
      @tanishabaruah4419 3 ปีที่แล้ว +2

      দাদা আপুনি ঠিক কথা কৈছে

    • @abhijitbaruah9094
      @abhijitbaruah9094 3 ปีที่แล้ว +3

      @@tanishabaruah4419 কৰুণা যিমান ভয় লগা তাতকৈ বেছি ভয় লগাই দিয়ে কিছুমান সাংবাদিকে।।কিছুমান চিতা জুই দেখাই বা তেনে ধৰণৰ কিছু দৃশ্যবোৰ দেখাই।।এতিয়া তেওঁলোকৰ ক্ষেত্ৰত কি হয় আছে

    • @নিতুলনাথ
      @নিতুলনাথ 3 ปีที่แล้ว +4

      ঠিকেই, সাংবাদিক সকলে কোনো protocol মনা নাই।

    • @ncblogs9971
      @ncblogs9971 3 ปีที่แล้ว +2

      তাকেহে

    • @amarjitbaruah4589
      @amarjitbaruah4589 3 ปีที่แล้ว +3

      Thikei koise diuk dada apuni

  • @আহোমগগৈ
    @আহোমগগৈ 3 ปีที่แล้ว +2

    মামা মুখুৰা নাই য়ে কৰুনা নাই নেকি

  • @mamugogoi5061
    @mamugogoi5061 3 ปีที่แล้ว +7

    এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ পাই আমি সচাই সুখী

  • @azizulhoque3872
    @azizulhoque3872 3 ปีที่แล้ว +2

    সোণোৱাল দেৱ থকা হলে ভাল লাগিল হেঁতেন।

  • @namitadevi930
    @namitadevi930 3 ปีที่แล้ว +12

    Xosakoi val lagil video tu... respect you mama 🙏🙏

  • @pranjalgogoi7745
    @pranjalgogoi7745 3 ปีที่แล้ว +1

    আমাৰ নৱ-নিৰবাচিত মুখ্যমন্ত্ৰীক অশেষ মৰম আৰু স্বৰধা জনাইছো, আমাৰ কনমানি কেইটাৰ মন আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজক বুজি পোৱাৰ বাবে । এনেকুৱা এজন মুখ্যমন্ত্ৰী আমাৰ সচাকৈ প্ৰয়োজন ।

  • @imranpradhani
    @imranpradhani 3 ปีที่แล้ว +10

    This is the sign of a true politician..Hatts off sir for your kind behaviour with the students🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @shekharchowdhury903
    @shekharchowdhury903 3 ปีที่แล้ว

    ইমান ধুনীয়া দৃশ‍্য

  • @mrigashreebora907
    @mrigashreebora907 3 ปีที่แล้ว +4

    ভাল লাগিল। ছাৰ আপুনি অসমৰ ইতিহাসত নতুন দৃষ্টান্তৰ সৃষ্টি কৰিব বুলি আশা থাকিল।

  • @priyasaikia3075
    @priyasaikia3075 3 ปีที่แล้ว +2

    বহুত ভাল‌ লাগিল মামা।‌আপুনাক এনেকে দেখি।❤️

  • @ara2670
    @ara2670 3 ปีที่แล้ว +32

    Moi hslc 2009 pass krisu..now moi govt teachr...sir apunar drei jdi cm pluhei hslc agot..tetia bhut happy hlohoi..atia o happy😊

  • @jaygupta6229
    @jaygupta6229 3 ปีที่แล้ว +1

    Bohut enjoy korilu mama-bhagina lunch video! Excellent!👌👌👌

  • @digantobora4041
    @digantobora4041 3 ปีที่แล้ว +31

    আমি মাজুলীত জন্ম হৈ বহুত গৌৰৱ কৰো ❤️❤️❤️❤️.....I am Happy....

  • @gourirajowar9
    @gourirajowar9 3 ปีที่แล้ว

    বহুত ভাল লাগিছে চাই কিনতু সচা ইমান সহজ সৰলভাৱে কথা পাতিছে এখন দেশৰ পৰিচালকৰ মাজতো যে লুকাই আছে এজন সহজ সৰল মানুহ সেই কথাটো গম পাই আজি মই বহুত সুখী

  • @neetineog6403
    @neetineog6403 3 ปีที่แล้ว +6

    বৰ সহজ সৰল গাৱৰ মৰম লগা লৰা কেইজন ভগৱান সহায় হয় যেনতোমালোকৰ

  • @jahirulislam4311
    @jahirulislam4311 3 ปีที่แล้ว

    Proud fill mama

  • @nilakshidevi8250
    @nilakshidevi8250 3 ปีที่แล้ว +13

    A good begining.... hope it will continue...

  • @jitensarania2075
    @jitensarania2075 3 ปีที่แล้ว

    Very good Sir , Is Great full N power full C.M ,

  • @pranjalkalita9596
    @pranjalkalita9596 3 ปีที่แล้ว +16

    ছাৰ সময় পালে শিৱসাগৰ আহিব এপাক

    • @mriduldas-zj6eq
      @mriduldas-zj6eq 3 ปีที่แล้ว +1

      নাহে গগৈ আছে দেখোন।

  • @sharzinasultana7799
    @sharzinasultana7799 3 ปีที่แล้ว +1

    অকল মামা ভাগিণৰ মাজত মৰম থাকিলে নহব আমাৰ পিনে ও অলপ চাব।

  • @DJ-hx3pe
    @DJ-hx3pe 3 ปีที่แล้ว +3

    আজিলৈকে এইটো ভাল লগা মুহূৰ্ত দেখা মনত পৰা নাই ৷ এনেকৈ ভাল লগা মুহূৰ্ত প্ৰতি দিনে প্ৰতিটো কামতে দেখি থাকিলে আৰু ভাল লাগিব মামা৷ জয় আই অসম

  • @dipanjaliborahvoice9296
    @dipanjaliborahvoice9296 3 ปีที่แล้ว

    Great sir

  • @ajoy2160
    @ajoy2160 3 ปีที่แล้ว +4

    বিভিন্ন মানুহৰ বিভিন্ন সমস্যা আছে গতিকে এখন দেশ বা ৰাজ্যৰ মানুহৰ ও সমস্যা ভিন ভিন। লগতে দেশৰ বা ৰাজ্যৰ বিভিন্ন দল হা সংগঠনৰ ও মত ভিন ভিন আৰু থাকিবও লাগিব।। গণতন্ত্ৰত শক্তিশালী বিৰোধী দল ৰ বহুত প্ৰয়োজন!
    কিন্তু এটা কথা লিখি লওক , আমাৰ অসম এ ভাৰতৰ ভিতৰত সেষ্ঠ মুখ্যমন্ত্ৰী পাইছে!
    অসম আগুৱাই যাওক!
    জয় আই অসম।❤️

  • @lilagurung5120
    @lilagurung5120 3 ปีที่แล้ว +1

    Himonto sir or kotha khini bohut Vhal lage my super hero himonto sir. JAI hind JAI aai Assam

  • @prasantabhatta3428
    @prasantabhatta3428 3 ปีที่แล้ว +3

    God bless to CM of Assam

  • @kaberimajumder8456
    @kaberimajumder8456 3 ปีที่แล้ว

    Sir, you are the best person 🙏🙏💯

  • @susmitabarman9838
    @susmitabarman9838 3 ปีที่แล้ว +3

    আপোনাক ভগবানে ভালে ভালে ৰাখক।।❤️❤️

  • @diliphazarika2658
    @diliphazarika2658 3 ปีที่แล้ว +1

    হিমন্ত মামা জিন্দাবাদ 🙏

  • @jintusarma4704
    @jintusarma4704 3 ปีที่แล้ว +10

    Assame ajan bahot val .C.M pale..bhogwane aaponk val rkhak sir Lv u

  • @chintudaskingkohli7128
    @chintudaskingkohli7128 3 ปีที่แล้ว +2

    আমাৰ গৌৰৱ মামা আমাৰ গাওঁৰে

  • @_shining_star_09
    @_shining_star_09 3 ปีที่แล้ว +11

    Mama 🔥❤️
    Bomb bomb jui 🔥 😁

  • @shibashischakraborty3060
    @shibashischakraborty3060 3 ปีที่แล้ว +1

    Unique Man Himanta Sir...Proud of Him...God bless all

  • @monishabonia9515
    @monishabonia9515 3 ปีที่แล้ว +25

    Vaiti Keita manisu🔥🔥

  • @ssarjtp2603
    @ssarjtp2603 3 ปีที่แล้ว

    মন মুগ্ধ হৈ গ'ল 👏👏👏👏🙏🙏🙏

  • @S.M.8439
    @S.M.8439 3 ปีที่แล้ว +18

    10জনে খাইছে,40জনে চাইছে।কি কান্দ ?খাওতে চাই থাকিব নাপায়।

  • @pratidhwanibora9717
    @pratidhwanibora9717 3 ปีที่แล้ว +1

    খুবেই সুন্দৰ এটা পৰিৱেশ❤️

  • @dibakarbaishya6365
    @dibakarbaishya6365 3 ปีที่แล้ว +5

    Love u HBS sir😍😍😍😍

  • @rupamnarzari8657
    @rupamnarzari8657 3 ปีที่แล้ว

    সছাকৈ‌ মায়া তুমি মহান

  • @pratikshamahanta9457
    @pratikshamahanta9457 3 ปีที่แล้ว +6

    মামা বটদ্ৰৱা সমষ্টিলৈ আহিলে আমাৰ লগতো কিন্তু এসাজ খাব লাগিব😁❣️

  • @sangeetabaruah6941
    @sangeetabaruah6941 3 ปีที่แล้ว +1

    ভিডিঅটো চাই বহুত ভাল লাগিল।

  • @niranjandutta4105
    @niranjandutta4105 3 ปีที่แล้ว +3

    ভাল লাগিছে কিবা এটা 😍😍😍

  • @kakaligoswami3417
    @kakaligoswami3417 3 ปีที่แล้ว +6

    Nijar mama je lagise. . Ghar manuh je cm hoise tenekua lagise. . . Nijke gorb anuv krisu. . Mont kiba eta furti lagi ase. . . . Amar mama Great 🙏🙏🙏. . . .

  • @bokuldas3438
    @bokuldas3438 3 ปีที่แล้ว

    Thank you sir

  • @kabitapatgiri4833
    @kabitapatgiri4833 3 ปีที่แล้ว +7

    U are the best Mama...aponak ebar log poar osor r pora soar bahut issa ase...

  • @sonjuguraghai2093
    @sonjuguraghai2093 3 ปีที่แล้ว +2

    good anekai jaba agot

  • @kabitauniquekitchen1770
    @kabitauniquekitchen1770 3 ปีที่แล้ว +4

    God bless you my cute c.m sir🙏🙏🙏🙏