ভগৱানে যি কৰে ভালৰ বাবেই কৰে, কাহিনীটো এবাৰ শুনিবচোন

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2022
  • ভগৱানে যি কৰে ভালৰ বাবেই কৰে, কাহিনীটো এবাৰ শুনিবচোন#srimanta_motivator

ความคิดเห็น • 444

  • @monalishaneogthakuria8610
    @monalishaneogthakuria8610 ปีที่แล้ว +3

    ইমান সুন্দৰকৈ আপুনি বৰ্ণনা কৰিলে শুনি মনটো ভাল লাগি গ'ল ।

  • @dipalidevi465
    @dipalidevi465 ปีที่แล้ว +4

    ইমান ধুনীয়া কৈ ভগৱানৰ কথা শুনিলে আপোনালৈ বহুত ধনৈৱাদ থাকিল

  • @amarswapna1133
    @amarswapna1133 ปีที่แล้ว +5

    কাহিনী টো কৈ আপোনাৰ মধুৰ কথাৰ সুৰ বৰ ভাল লাগিল ,,,,ভগবানে আগুৱাই নিয়ক,,,শিৱ ৰাম ,,,,🙏🔱🙏

  • @pallaviborah1012
    @pallaviborah1012 ปีที่แล้ว

    বৰ ধুনীয়া কাহিনী,,, আজিহে পালোঁ,, ভাল লাগিল।

  • @swapnanalbaria8156
    @swapnanalbaria8156 ปีที่แล้ว +1

    Bohut Val lagil kahinitu xuni

  • @rangdhalirupali2944
    @rangdhalirupali2944 ปีที่แล้ว +1

    Hosak Bohut Bhal Lagil 🙏🙏🙏

  • @trithathengal1177
    @trithathengal1177 ปีที่แล้ว +1

    বশুত ভাল লাগিল ধন্যবাদ

  • @nivaraniboruah2216
    @nivaraniboruah2216 ปีที่แล้ว +1

    আপোনাৰ কাহিনীতো সচাই বৰ ভাল লাগিল |🙏🙏

  • @fatikdeka451
    @fatikdeka451 ปีที่แล้ว +6

    সাধুটিৰ অতিব সুন্দৰ আপোনাক ধন্যবাদ জনাইছো।

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +1

    বহুত ভাল লাগিল ধন্যবাদ

  • @monipegu6026
    @monipegu6026 ปีที่แล้ว +1

    আপুনি যি কাহিনী শুনাই ছে একেবাৰে মনত বিশ্বাস সৃষ্টি হৈ পৰিছো। আৰু সেই কাহিনীটো শুনোৱাৰ বাবে বহুত বহুত ধন্যবাদ🙏🙏

  • @rashmiborah1103
    @rashmiborah1103 ปีที่แล้ว +2

    ভাল লাগিল কৃষ্ণ🙏

  • @joysatnami2223
    @joysatnami2223 ปีที่แล้ว +1

    Bhu vl lgile kahini2

  • @namitadutta2752
    @namitadutta2752 ปีที่แล้ว

    Bohut.xundot.kahani.xosakoie.mon.sui.goise. 👌🏽👌🏽👌🏽👌🏽👌🏽👌🏽

  • @minahazarika1737
    @minahazarika1737 ปีที่แล้ว

    সুন্দৰ এটা কাহিনী বৰ্ণনা কৰিছে ককাইদেউ

  • @muktinathbordoloi8793
    @muktinathbordoloi8793 ปีที่แล้ว +1

    ভাল লাগিল বহুত বহুত ধন্যবাদ।

  • @nalinikalita7012
    @nalinikalita7012 ปีที่แล้ว +1

    বহুত ভাল লাগিল

  • @dasdas7720
    @dasdas7720 ปีที่แล้ว +1

    সুন্দৰ প্ৰেৰণা জগালে ।

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +1

    বহুত ধন্যবাদ। শুনি ভাল লাগিল।

  • @manabidevi2956
    @manabidevi2956 ปีที่แล้ว +23

    Ki hundor kahini...Mon Sui gol...Hoy vogobane ji kore Valor babe kore..🙏

  • @llnm4891
    @llnm4891 ปีที่แล้ว

    Bahut. Val. Lagil. Huni bhagbanar. Katha. .om. Sri. Hari. Bisnue. Namah

  • @diptibora1183
    @diptibora1183 ปีที่แล้ว

    কাহিনীটো শুনি সচাকৈ বৰ ভাল লাগিল ।

  • @hiramoniphukan3922
    @hiramoniphukan3922 ปีที่แล้ว

    সুন্দৰ লাগিল আপোনাৰ কথাবোৰ।হয় সেইটো মই ও ভাবো যে ভগাৱনে যি কৰে ভালৰ কাৰণে কৰে সেইটো পুৰা সত্য বুলি ভাবোঁ কাৰণ কিছুমান বেয়া মনৰ মানুহৰ পৰা মোক আঁতৰাই ৰাখিলে যোনে অকল নিজৰ প্ৰয়োজনতাত ব্যৱহাৰ কৰিছিল আৰু হয়তো ভগৱানে ও সেইয়া হয়তো সহ্য নহল আৰু সেইবোৰৰ পৰা এতিয়া আঁতৰাই ৰাখিলে আৰু মই সেইটোত অলপো দুখ নকৰি ভগৱানকে কওঁ যে ভগৱানে কৰিছে আৰু যি কৰিছে ভালৰ কাৰণে কৰিলে গতিকে ভগৱানকে ধন্যবাদ দিয়ে😊

  • @shashiburagohain4558
    @shashiburagohain4558 ปีที่แล้ว +9

    সুন্দৰ কাহিনী। কাহিনীটো শুনি ভাল লাগিল। মাজে সময়ে এনেধৰণৰ আৰু কাহিনী শুনিবলৈ পাম বুলি আশা থাকিল। I am from Sivasagar. But I'm studying B. Ed. in Guwahati. May God bless you everyday... 🙏

  • @dimpalburagohain2753
    @dimpalburagohain2753 ปีที่แล้ว +3

    100% Right যি হয় ভালৰ কাৰণে হয় । মই জীৱনটো বৰ সহজে লৈ আছিলো। এটা দুৰ্ঘটনাৰ পিছত মই জীৱনটো বহুত ভালদৰে বুজি পাইছোঁ । এসময়ত যি খিনি টকা উপাৰ্জন কৰিছিলোঁ, সেইখিনি মদৰ নামত ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া মোৰ হাতত কাম নাই আৰু টকাও নাই। ইমানবোৰ কিয় হৈ আছে বুজি পোৱা নাই। নিজকে এটা সান্তনা দি আছো আকৌ ভাল দিন আহিব । দুৰ্ঘটনা পৰা বহুত কথা বুজিলো হাতত পইছা থাকিলে লগ বন্ধু অভাব নাই যেতিয়া পইছা নাথাকিব সেই বন্ধু বোৰৰ মুখৰ মাত খা ও পাবলৈ বহুত কঠিন এই কথাটো মানুহৰ মুখে মুখে শুনি আহিছিলো কিন্তু প্ৰমাণ হাতে হাতে পাই গলোঁ সেয়েহে ভগবানক মই ধন্যবাদ জনাও 🙏🙏🙏 ।

  • @jugeswarigogoi7688
    @jugeswarigogoi7688 ปีที่แล้ว +1

    Kahini tu bhal lagila

  • @mouchumiborah709
    @mouchumiborah709 ปีที่แล้ว +2

    খুউব সুন্দৰ কাহিনী।ভাল লাগিল।

  • @dipikakumar2762
    @dipikakumar2762 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল
    এনেকুৱা কথা কৈছে মন ভাল লাগি গল

  • @santanakakoty1278
    @santanakakoty1278 ปีที่แล้ว +12

    খুউব সুন্দৰ, মনটো ভাল লাগি গ'ল ।

  • @izzatullah118
    @izzatullah118 ปีที่แล้ว +1

    Bhal Lagil.

  • @jyotibora3125
    @jyotibora3125 ปีที่แล้ว +1

    Bor vl lagil kahinitu

  • @leenadeka4803
    @leenadeka4803 ปีที่แล้ว +1

    Bohut bhal lagil

  • @nilimadas9618
    @nilimadas9618 ปีที่แล้ว +1

    Vidio tu Val lagil

  • @minaayengia9967
    @minaayengia9967 ปีที่แล้ว +1

    Bohut val lagil 🙏🙏🙏

  • @sangitaborah5519
    @sangitaborah5519 ปีที่แล้ว

    অতি সুন্দৰ সঁচা কথা শুনি বহুত ভাল লাগিল দাদা

  • @prangoanroyroy5093
    @prangoanroyroy5093 ปีที่แล้ว +2

    অতি সুন্দৰ 🕉️🙏🚩

  • @babitatamuliborah7986
    @babitatamuliborah7986 ปีที่แล้ว +7

    বৰ প্ৰয়োজনীয় নীতি শিক্ষা মূলক কাহিনী।মন চুই গৈছে।

  • @jyotigogoi3852
    @jyotigogoi3852 2 หลายเดือนก่อน

    ভাল শিক্ষা পালো। আপোনাক বহুত বহুত ধন্যবাদ।

  • @rulisaikia6020
    @rulisaikia6020 ปีที่แล้ว +2

    সচাকৈ ককাইদেউ, ভগৱানে যি কৰে ভাল কৰে বুলি বিশ্বাস কৰো।কাহিনীটো বহুত ভাল লাগিল।🙏

  • @bhanirayvlog2568
    @bhanirayvlog2568 ปีที่แล้ว

    ভাল লাগিল দাদা সঁচাকৈ ভালৰ কাৰণে হৈ যি কৰে ভগৱানে

  • @tulumonisarmah5449
    @tulumonisarmah5449 ปีที่แล้ว

    সুন্দৰ কাহিনী।বৰ ভাল লাগিল

  • @jyotishnadas9440
    @jyotishnadas9440 ปีที่แล้ว

    Oti Sundor bht val lagil kahini juge bht ktha janibo pariluu

  • @krisshnahazarika8989
    @krisshnahazarika8989 ปีที่แล้ว +1

    Bhal. Lagil

  • @renugogoirenugogoi5954
    @renugogoirenugogoi5954 ปีที่แล้ว

    কৃষ্ণ বাপ সছাকৈয়ে কাহিনীটো বৰ ভাল লাগিল।

  • @minakhi5112
    @minakhi5112 ปีที่แล้ว +1

    Bhal lagil

  • @junboro2461
    @junboro2461 ปีที่แล้ว +1

    Bhut vl lagil dada kahini ...kuhni aru agile dib vl vl kahini bur

  • @chinmoy1839
    @chinmoy1839 ปีที่แล้ว +8

    সুন্দৰ বৰ্ণনা দাদা 🙏
    হয় ,ঈশ্বৰে যি কৰে সদায় ভালৰ বাবে
    কৰে ।

  • @chayanikabarman5231
    @chayanikabarman5231 ปีที่แล้ว

    বহুত ধুনীয়া লাগিছে 🙏🏼

  • @harichandrabori8835
    @harichandrabori8835 ปีที่แล้ว +5

    ইমান ধুনীয়াকৈ কৈছে - বহুত ভাল লাগিলে।

  • @jayashreemazumdar9135
    @jayashreemazumdar9135 ปีที่แล้ว +1

    Xosakoie vali lagil

  • @kunjalataburagohain7432
    @kunjalataburagohain7432 ปีที่แล้ว +1

    Hundor kahini ❤️

  • @satyabaruah5400
    @satyabaruah5400 ปีที่แล้ว +7

    আপোনাক ধন্যবাদ জনাইছোঁ সুন্দৰ আদৰ্শ পঠিওৱা বাবে।

  • @gopalboro1995
    @gopalboro1995 ปีที่แล้ว

    Vogobanor kahani khuni bohut Val lagil thank you so much

  • @hiyavlog4629
    @hiyavlog4629 ปีที่แล้ว

    Bohut dhunia kahanitu val lagil sir well done 👌👍👍

  • @madhurjyasaikia6020
    @madhurjyasaikia6020 ปีที่แล้ว +1

    সুন্দৰ

  • @minasarma8037
    @minasarma8037 ปีที่แล้ว

    বৰ ভাল লাগিল কাহিনীটো শুনি

  • @harakantatamuli1053
    @harakantatamuli1053 ปีที่แล้ว

    Kahinitu bor upodekhmulok .Thank you .Krishna krishna.

  • @juliraniroy5491
    @juliraniroy5491 ปีที่แล้ว

    Bhut val lagil kahini ti ,,, thank you very much ☺️

  • @mattudad8963
    @mattudad8963 ปีที่แล้ว +1

    Muru. Xosai bohut bohut vl lgil kahini2 huni ...ARU MOIU KETYAU VOGOBANK DUKH NIDIU ARU AJILOIKE DIU PUWA NI VOGOBANK DUKH ...MOI JANU JE VOGOBANE JI KRE KHODAI VLE KRE VGOBAN KHODAI MUR KRNE BEST ...MOI JANU J BISHAKH ASE JE VOGOBAN KHODAI MUR LGT ASE ...HEIKRNE MOI VOGOBNK KETYAU BEYA NAPAU ..☺️ Jai Shree Krishna. 🙏🙏🙏

  • @pritirekhasaudkakoty9571
    @pritirekhasaudkakoty9571 ปีที่แล้ว +2

    ভাল লাগিল কাহিনীটো।সঁচাকৈ ভগৱানে যি কৰে ভালৰ বাবেই কৰে।

  • @namitadutta2752
    @namitadutta2752 ปีที่แล้ว

    Hoi.bohute.val.lagile. 💐💐💐💐

  • @diptimudoi6177
    @diptimudoi6177 ปีที่แล้ว

    বহুত সুন্দৰ ।

  • @jitaduttasaikia3972
    @jitaduttasaikia3972 ปีที่แล้ว

    বৰ সুন্দৰ।মন ভৰি গ'ল।

  • @farukhussain97
    @farukhussain97 ปีที่แล้ว

    Dhoinobad Val palu verry verry goid

  • @kankanboruah6003
    @kankanboruah6003 3 หลายเดือนก่อน

    বহুত ভাল লাগিল,,,মইও বহুবাৰ প্ৰমাণ পাইছোঁ,,ইষ্ট দেৱে যি কৰে ভক্তৰ ভালৰ বাবেই কৰে,,,

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว

    বহুত ভাল লাগিল Godbiess u

  • @manindrabarman7493
    @manindrabarman7493 ปีที่แล้ว

    বহুত ভাল লাগিছে ।

  • @birinchibaishya3976
    @birinchibaishya3976 ปีที่แล้ว

    Xundar kahini bhal lagil 👌

  • @susilkalita8039
    @susilkalita8039 ปีที่แล้ว +1

    সুন্দৰ মনোমোহা কাহিনী টো বৰ ভাল‌লাগিছে‌ ধন্যবাদ

  • @tapashkakati7882
    @tapashkakati7882 ปีที่แล้ว +3

    আপোনাৰ সাধুতো শুনি বহুত ভাল লাগিল ধন্যৱাদ 🙏🙏🙏

  • @sarajumazumdar9398
    @sarajumazumdar9398 ปีที่แล้ว

    ভাল লাগিল কাহিনীটো❣️

  • @mainuhazarikabora7612
    @mainuhazarikabora7612 ปีที่แล้ว

    বৰ মনোযোগ দি শুনিলো ভাল লাগিল

  • @pragyakhidasixb3617
    @pragyakhidasixb3617 ปีที่แล้ว +1

    bhal lagil

  • @rupammeraspark71
    @rupammeraspark71 ปีที่แล้ว

    Bhout vall lgaile xhoundar 🙏🏽🙏🏽🙏🏽

  • @bijusaha7183
    @bijusaha7183 ปีที่แล้ว

    Ki hundor kahini.thanku so much.

  • @bonnybora3538
    @bonnybora3538 ปีที่แล้ว +1

    Bahut xsashakoie bhal lagil

  • @kalpanakataky9092
    @kalpanakataky9092 ปีที่แล้ว +3

    কথন শৈলী অতি মনোমোহা।ভাল লাগিল।

  • @lakhimiborkakoty
    @lakhimiborkakoty 11 หลายเดือนก่อน +1

    Vl lagil ❤

  • @jayadas1355
    @jayadas1355 ปีที่แล้ว +1

    Val lagil Krishna 🙏

  • @bobitaphukon4243
    @bobitaphukon4243 ปีที่แล้ว +3

    ভাল লাগিল।
    সঁচাকৈ ভগৱানে যি কৰে ভালৰ বাবেই কৰে ।

  • @podumbora8364
    @podumbora8364 ปีที่แล้ว +1

    Apunar ktha kua stil arukahinitu bhut val lagil

  • @jinudutta4274
    @jinudutta4274 ปีที่แล้ว

    Khub sundor u gianmulk.realy vogobàne ji kore valoloihe kore.

  • @bornaliborahfollow728
    @bornaliborahfollow728 ปีที่แล้ว

    সুন্দৰ kahani

  • @pinkidutta5031
    @pinkidutta5031 ปีที่แล้ว +2

    ভাল লাগিল দাদা। কাহিনীটো শুনি উপকৃত হ'লোঁ।আজিৰ পৰা বেছি চিন্তা নকৰোঁ,যি হ'বলৈ গৈ আছে ভাল হ'ব বুলিয়ে ভাৱিম।

  • @baharulislamsardar3166
    @baharulislamsardar3166 ปีที่แล้ว

    এনেকুৱা কাহিনী ৰচনা কৰা হয় । আচলতে ভগৱানেই কওক বা ঈশ্বৰেই কওক মানুহৰ মঙ্গলৰ বাবে একোৱেই নকৰে ।

  • @nipamonibarman6171
    @nipamonibarman6171 ปีที่แล้ว

    Kotha khini xuni bohut bhal lagil

  • @RAJDEEP_NATH_OFFICAL
    @RAJDEEP_NATH_OFFICAL ปีที่แล้ว +1

    kahinitu bihut val lagil agoloi --------aru

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว

    জয় শ্ৰী কৃষ্ণৰ 👏👏

  • @bishnuhazong-dr3xq
    @bishnuhazong-dr3xq ปีที่แล้ว +1

    Thank you. Joi SRI krishna.

  • @amiyakeptmahanta8798
    @amiyakeptmahanta8798 ปีที่แล้ว +1

    bahut vl lagil dada

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 ปีที่แล้ว +20

    সুন্দৰ কাহিনী। সঁচাকৈয়ে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে👏🏻👏🏻👏🏻🙏🙏

    • @nibeditqbhagawati3735
      @nibeditqbhagawati3735 ปีที่แล้ว

      বৰ ভাল ‌লাগিল ‌ভগবান নীৰব হৈ থকাৰ কাৰণটো বুজি ‌ পালো

    • @guralgogai9861
      @guralgogai9861 ปีที่แล้ว +1

      সুন্দৰ কাহিনী

  • @kabitamoran6158
    @kabitamoran6158 ปีที่แล้ว

    Bohut Val lagil .

  • @dipalitalukdar7798
    @dipalitalukdar7798 ปีที่แล้ว

    Bhut hundor kahini 👏👏👏

  • @tapannath1505
    @tapannath1505 ปีที่แล้ว

    Val Lagil bohut kahineto tar pora Giyan Palu. Thank-you sar

  • @user-zb6ye1nn7q
    @user-zb6ye1nn7q ปีที่แล้ว +23

    সুন্দৰ , কাহিনীটোৰ পৰা শিক্ষা লাভ কৰিলো ,যি হয় ভালৰ কাৰণেই হয।ঈশ্বৰে সকলোৰে মঙ্গল কৰে। আপোনাক অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏

    • @Mukuvlog1493
      @Mukuvlog1493 ปีที่แล้ว

      সুন্দৰ কাহিনী ভাল লাগিল ।

    • @dibyajyoticcbhuyan9152
      @dibyajyoticcbhuyan9152 ปีที่แล้ว +1

      Bohut bhal lagil.

  • @ritumonidas5475
    @ritumonidas5475 ปีที่แล้ว

    Bohut val lagil thangk you 🙏🙏

  • @harshitbaruah9067
    @harshitbaruah9067 ปีที่แล้ว

    Khubei val lagil

  • @maryborah3224
    @maryborah3224 ปีที่แล้ว +2

    ভাল লাগিল কাহিনীটো🙏

  • @gajendas9212
    @gajendas9212 ปีที่แล้ว

    সমস্ত ভগৱন্তৰ লীলা

  • @ripaligogoi4937
    @ripaligogoi4937 ปีที่แล้ว

    Bohut val lagile