ন-আলি, কুঁৱৰী পুখুৰীৰ হাড় জোৰা দিয়া বনৌষধ ঘৰৰ বাৰীতে আছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • ন-আলি, কুঁৱৰী পুখুৰীৰ হাড় জোৰা দিয়া বনৌষধ ঘৰৰ বাৰীতে আছে#srimanta_motivator

ความคิดเห็น • 96

  • @binubora1268
    @binubora1268 ปีที่แล้ว

    বৰ সুন্দৰ ভিডিঅ' এনে ভিডিঅ' আগলৈও কামনা কৰিলোঁ

  • @ritabhatta6141
    @ritabhatta6141 ปีที่แล้ว +2

    অতি সুন্দৰ ব্যৱস্থা,বিষৰ। ভাল লাগিল।

  • @renulongchot7547
    @renulongchot7547 ปีที่แล้ว +1

    ধন্যবাদ জ্ঞাপন কৰিলো।

  • @atulchsarania2779
    @atulchsarania2779 ปีที่แล้ว

    VEDIO CHAI BHAL LAGIL SIKIBALOI AGRAH HAICHE

  • @jonalisaikia6489
    @jonalisaikia6489 2 ปีที่แล้ว +2

    অতি গুরুত্বপূর্ণ।

  • @simagogoi8564
    @simagogoi8564 ปีที่แล้ว

    Niec

  • @jitaduttasaikia3972
    @jitaduttasaikia3972 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় ভিডিঅ'।১০০% প্ৰমাণিত।

  • @pinkidutta5031
    @pinkidutta5031 2 ปีที่แล้ว +1

    বিতংকৈ তথ্যখিনি জানিব পাৰি উপকৃত হ'লোঁ।দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ।

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 2 ปีที่แล้ว +2

    অতি প্ৰয়োজনীয় ভিডিঅ। বহুলোক উপকৃত হ'ব👏🏻👏🏻🙏🙏

  • @prativabaruah9023
    @prativabaruah9023 2 ปีที่แล้ว +1

    অতি প্ৰয়োজনীয় ভিডিঅ ।ভাল লাগিল চাই।

  • @Ishanborah5678
    @Ishanborah5678 2 ปีที่แล้ว +3

    প্ৰয়োজনীয় সাক্ষাৎকাৰ গ্ৰহণ কৰিলে। নিশ্চয় বহুতো লোক উপকৃত হ'ব।

  • @nabakalita1189
    @nabakalita1189 ปีที่แล้ว

    গছজোপাৰ ফটোতো স্কিনত দেখুৱাই দিব ছোন।

  • @nirubora3660
    @nirubora3660 2 ปีที่แล้ว

    প্ৰগেমটো চাই বহুটো উপকৃত হলো। নিজৰ লগতে ৰাইজৰ। ইমান নম্র বুজাই দিছে। ধন্যবাদ। বাকি থাকিল ফুন নংটো।

  • @rulisaikia6020
    @rulisaikia6020 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় ভিডিঅ ককাইদেউ। সকলোৰে উপকাৰ হ'ব। তেখেতৰ মাতৃৰ পৰা আমাৰ এওঁৰ বাবেও ঔষধ আনিছিলোঁ। এতিয়া ভাল হ'ল। তেখেতলৈ বহুত বহুত শুভকামনা জনাইছো লগতে আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এই অমূল্য ঔষধটোৰ গৰাকীৰ লগত সকলোকে চিনাকি কৰাই দিয়াৰ বাবে।🙏

  • @manalishagogoi8510
    @manalishagogoi8510 ปีที่แล้ว +1

    ছাৰ বহুত ভাল লাগিলে video টো চাই

  • @minakshigogoi2907
    @minakshigogoi2907 2 ปีที่แล้ว +1

    খুউব প্ৰয়োজনীয় ভিডিঅ আগবঢ়ালে । বহুলোক উপকৃত হ'ব ।

  • @padmadas3964
    @padmadas3964 ปีที่แล้ว

    Tekhtr. Phn. No tu. Pale. Vl. Asel. Dada. Dhanaybad

  • @minuphukan372
    @minuphukan372 2 ปีที่แล้ว +2

    আজি সঠিককৈ জানিবলৈ পায় সুখী হলো, বহুত আগৰ পৰা শুনি আহিছো ।

  • @bgdimensions8378
    @bgdimensions8378 2 ปีที่แล้ว +5

    নজনা কথা শিকিলোঁ, ধন্যবাদ জনালোঁ

  • @meghaleebora548
    @meghaleebora548 2 ปีที่แล้ว +3

    গগৈ দেৱে মোৰ ৰাজহাড়ৰ বিষ ভাল কৰিছিল। আৰু বহুত মোৰ চিনাকি মানুহক ভাল কৰিছিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়ো জনক।

  • @lachuboruah6360
    @lachuboruah6360 2 ปีที่แล้ว +1

    অতি গুৰুত্বপূৰ্ণ ভিডিঅ' দাদা

  • @nirumonigayan3356
    @nirumonigayan3356 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় ভিডিঅ' আগবঢ়ালে দাদা,উপকৃত হ'ব সকলো

  • @monjulagogoi6480
    @monjulagogoi6480 ปีที่แล้ว +1

    চাৰ নমস্কাৰ।মইয়ো সপোনত পোৱা ঔষধ আছে জি ঔষধে চিলিপ দিচ-মোচুকা খোৱা -কমৰ বিষ এপালিতে সম্পোণ ভাল কৰে।ছাৰে ঘৰতে ৰুই লৈছে।মই দাঙৰ গছ বাবে ঘৰতে ৰুই লব পৰা নাই গতিকে ২০০০চনতে পায়ো দিকলাৰ দিব পৰা নাই। ভাল লাগে ঈশ্বৰে দিয়া ঔষধে জেতিয়া কম বয়ষৰ পৰা ককা বয়ষৰ লৈকে লৈ ভাল পাই আসিবাদ দি জায় এয়ে মোৰ বাবে আসিবাদ।ঈশ্বৰে এনে দৰে চলাই নিলে ডাক্তৰক দেখুৱাই ভাল নুপোৱা ৰাইজক সহাই কৰিবলৈ আগ্ৰহি মই।দুয়োজনে বশুতু ৰাইজক সেৱা আগ বশুৱা লগতে বশুতে ওপকৃত পোৱা বাবে দুয়োজনলৈ কোঁটি কোঁটি প্ৰণাম।

  • @pikumoniyein972
    @pikumoniyein972 2 ปีที่แล้ว +1

    অতি গুৰুত্বপূৰ্ণ

  • @aroohonkaushik7739
    @aroohonkaushik7739 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় তথ্য যোগান ধৰিলে।

  • @sanjibrajkhowa2624
    @sanjibrajkhowa2624 ปีที่แล้ว

    অসমৰ আপুনি এজন সু চিকিৎসক। মোৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ।উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @mousumigogoi6193
    @mousumigogoi6193 2 ปีที่แล้ว +2

    ককা বৰ ভাল ভিডিঅ'এটা আগ বঢ়াইছে ৰাইজৰ বাবে। আপোনাৰ কাৰণে মোৰ আৰু মোৰ ভাইটিৰ ভৰি ভাঙা জোৰা লাগিল। ডাক্তৰে 3month লাগিব কৈছিল ভাল হবলৈ কিন্তু আপোনাৰ কাৰণে অামি 22 দিনতে খোঁজ কাঢ়িব পাৰিলোঁ। বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ কাৰণে অপাৰেশ্যনৰ কষ্টৰ পৰাও হাত হাৰিলোঁ আমি ।

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 2 ปีที่แล้ว +1

    Very Imformative video

  • @chinmoy1839
    @chinmoy1839 2 ปีที่แล้ว +1

    অতি প্ৰয়োজনীয় ভিডিঅ'আগবঢ়াই দিলে দাদা । দুয়োগৰাকী দাদালৈকে জনাইছোঁ সহস্ৰ প্ৰণাম🙏💐

  • @ahamidtarapdar1980
    @ahamidtarapdar1980 2 ปีที่แล้ว +1

    Good job

  • @parismitabordoloi754
    @parismitabordoloi754 2 ปีที่แล้ว +1

    এখেতক চিনি পাওঁ । আমাৰ এওঁ আঙুলি এটাত কাঠ আচিনা নিচিনাকৈ এটা গুটি উঠিছিল । ভীষণ বিষ । ডাক্তৰক দেখুৱাত দৰৱ দিলে খাবলে ,লগাবলে আৰু যদি ভাল নহয় তেতিয়া অপাৰেচন কৰিব লাগিব বুলি কৈছিল । ডাক্তৰৰ ঔষধত অকনো ভাল নহ'ল । শেষত এখেতৰ দৰৱে তিনি পালি লগালতে ভাল হ'ল । এও লোকৰ অফিচতে এখেতে চাকৰিও কৰে । হাতৰ কামতো পাৰ্গত ।

  • @kripalibhuyan5326
    @kripalibhuyan5326 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় ভিডিঅ' । সকলোৱে উপকৃত হ'ব

  • @pritirekhasaudkakoty9571
    @pritirekhasaudkakoty9571 2 ปีที่แล้ว +3

    অতি গুৰুত্বপূৰ্ণ ভিডিঅ'।ইয়াৰ দ্ধাৰা বহুত মানুহ উপকৃত হ'ব পাৰিব।অতি প্ৰয়োজনীয় ভিডিঅ' আগবঢ়ালে দাদা 🙏🙏

    • @dr.prabinsaikia5153
      @dr.prabinsaikia5153 ปีที่แล้ว

      এই বিদ্যা আপুনি কাৰ হাতত দি যাব? এইটোও অতি গুৰুত্বপূৰ্ণ বিষয় ৷

  • @nirubora3660
    @nirubora3660 2 ปีที่แล้ว

    অনুগ্ৰহ কৰি ফুন নংটো পাম বুলি আশা কৰিলো ধন্যবাদ

    • @srimantamotivatoranushilan8846
      @srimantamotivatoranushilan8846  2 ปีที่แล้ว

      তেখেতৰ নম্বৰ ভিডিঅ' টোতে দিয়া আছে, চাওকচোন

  • @chiranjibchaliha9841
    @chiranjibchaliha9841 2 ปีที่แล้ว +2

    সকলোৰে বাবে গুৰুত্বপূৰ্ণ এটা ভীডিঅ…সকলোৱে চাব

  • @dipabhuyan3684
    @dipabhuyan3684 2 ปีที่แล้ว

    মই দূলীয়াজানৰ পৰা কলো মোৰ ভাগিন লৰাতো হাতৰ বাওষি যুৰাতু লৰিছিলে মেডিকেল ত আহৈ লাখ টকা বিছাৰিলে নাহৰকটীয়া তিনিচুকীয়া এজন মানুহে বিনা প ইচা তে হাত খন ভাল কৰি দিলে লৰাতুৱে জেবলিন খেলে তেখেতে ছয় মাহ ৰেছ লবলৈ কৈছে আপোনাকো ধন্যবাদ জনালোঁ আৰু আগ বাঢ়ি যাৱক

  • @bhupensingha6424
    @bhupensingha6424 ปีที่แล้ว +1

    Bhori bonga thik korene

  • @rupjyotinath8964
    @rupjyotinath8964 2 ปีที่แล้ว +1

    মইও এই ঔষধ ব্যৱহাৰ কৰি উপকৃত হৈ আছোঁ।।

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +1

    ভিডিঅ'টো চাই বৰ উপকৃত হ'লো। বৰ দৰকাৰী ভিডিঅ'।

  • @mouchumi2821
    @mouchumi2821 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় ভিডিও আগবঢ়ালে । জানিবলৈ পায় ভাল পালোঁ

  • @malobikagogoi8727
    @malobikagogoi8727 2 ปีที่แล้ว +1

    বৰ প্ৰয়োজনীয় বিষয়

  • @bhupensingha6424
    @bhupensingha6424 ปีที่แล้ว +1

    Purana bhonga thik korene

    • @srimantamotivatoranushilan8846
      @srimantamotivatoranushilan8846  ปีที่แล้ว

      নম্বৰতো আছে তাতে, আপুনি যোগাযোগ কৰিবচোন

  • @dipankorborah8499
    @dipankorborah8499 ปีที่แล้ว +1

    Contact number to Pam naki olp jruri asila

  • @bobitaphukon4243
    @bobitaphukon4243 ปีที่แล้ว +1

    মোৰ মানুহজনৰ ককালৰ ৰাজহাড় ফাটিছে মই ও ঔষধটো আনিবলৈ যাম ।

  • @jyotikadas2036
    @jyotikadas2036 2 ปีที่แล้ว +1

    দাদা মোৰ মাৰো ভৰি এখন ভঙা বহুবছৰ হ'ল, এনেকুৱা বনৌষধিৰেই চিকিৎসা কৰোঁতে জোৰা লাগিছিল যদিও আকৌ এবাৰ পৰি মাৰ আঁঠুৰ ঘিলাটো এতিয়া কিছু ফাক হৈ গৈছে বহু বছৰ হ'ল এতিয়া চিকিৎসা কৰিলে ভাল হ'বনে জানিবলৈ মন আছিল। বৰ গুৰুত্বপূৰ্ণ বিষয়ত ভিডিঅ' বনালে আপুনি, বহুলোক উপকৃত হ'ব।🙏🙏🙏

  • @armanahmed1919
    @armanahmed1919 2 ปีที่แล้ว +1

    Muku dadai vl kori la 🍃🍃

  • @user-qh4hr7yv6i
    @user-qh4hr7yv6i 2 ปีที่แล้ว

    Thanks

  • @taradihingia2545
    @taradihingia2545 ปีที่แล้ว

    ঔষধ শিকাব নোৱাৰে যদি ভিডিঅ' কৰি লাভ নাই।

  • @arunkalita2562
    @arunkalita2562 2 ปีที่แล้ว +1

    মোৰ হাতে তেওঁৰ পৰা অনা ঔষধত দুজন ভাল হোৱা প্ৰমাণ আছে। মানুহৰ পৰা শুণাটো বাদেই।।

  • @nikukhangia6363
    @nikukhangia6363 ปีที่แล้ว

    Apunar phone nambert debopare jode debo sun

  • @amordutta4659
    @amordutta4659 2 ปีที่แล้ว +1

    Da da amar ba val hoesa

  • @gopalchandradeka4261
    @gopalchandradeka4261 2 ปีที่แล้ว +1

    বৰ সুন্দৰ প্ৰচাৰ । সচাঁকৈয়ে খুব উপকাৰী তথা মানৱীয় নিদ´শন ।ধন্যবাদ । আপোনাৰ ফোন নং টো দিব পাৰিব নেকি ?

  • @santanaborah4814
    @santanaborah4814 ปีที่แล้ว +3

    তেখেতৰ ঔষধ ব্যৱহাৰ কৰি মই সম্পূর্ণ সুফল পাইছো।
    তেখেতক ধন্যবাদ।

  • @user-lt2fp2rm4d
    @user-lt2fp2rm4d 10 หลายเดือนก่อน

    Hu hu devil chhii ch bol du UJ UJ
    L

  • @akomiyarandhonihal6968
    @akomiyarandhonihal6968 2 ปีที่แล้ว +1

    dada ai darob to agoraki aita puspalata Saikia aru taketor lora Chandra Saikia he ai darob to diye kunwari pukhuri pangari Goan hai manuh ghart prai adino 100 ru adhik mauh hoi parile tat goi abar video bonabo paribo.

  • @jagannathborah857
    @jagannathborah857 2 ปีที่แล้ว +1

    PL give full address ofyourhome

    • @srimantamotivatoranushilan8846
      @srimantamotivatoranushilan8846  2 ปีที่แล้ว

      আপুনি ফোন নম্বৰটোত যোগাযোগ কৰি ললেই গম পাব

  • @anilbaruah9622
    @anilbaruah9622 2 ปีที่แล้ว +1

    To

  • @kamalmili4795
    @kamalmili4795 2 ปีที่แล้ว +1

    Dada har jura logur nambatu dibo.

  • @pobitraofficial4259
    @pobitraofficial4259 2 ปีที่แล้ว +3

    Dada apunar number2 dib neki, Mr borit problem hoy ase, apunar usorot moi jabo bisaru

    • @dhemajiboy2280
      @dhemajiboy2280 2 ปีที่แล้ว

      kot ghor apunar Same muru hoisel but atiya val hoi gol...Dhemaji ajon ase bohut Vall manuh Jon

  • @moniparnagoswami4956
    @moniparnagoswami4956 2 ปีที่แล้ว +1

    বিতংকৈ কথাবোৰ জানিব পাৰি ভাল লাগিল, মোৰ প্ৰয়াত মাতৃয়ো কুঁৱৰীপুখুৰীৰ এই চিকিৎসাৰ দ্বাৰা উপকৃত হৈছিল।

  • @ranjumonibora5588
    @ranjumonibora5588 2 ปีที่แล้ว +2

    অতি গুৰুত্বপূৰ্ণ ভিডিঅ আগবঢ়ালে দাদা
    নজনা সকল বহুত উপকৃত হ'ব 🙏

  • @minaduari4048
    @minaduari4048 2 ปีที่แล้ว

    মোৰ শৈশৱ ৰ ১২ খণ্ড ৰ পৰা দিয়া নাই নেকি

  • @tutuborah4801
    @tutuborah4801 2 ปีที่แล้ว +3

    বৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আগবঢ়ালে ককাইদেউ। বহুতো লোক ভিডিঅ' টোৰ পৰা উপকৃত হব। মোৰ মায়ো গাঁৱলীয়া দৰৱ খাই হাত ভঙা ভাল পাইছিল।

  • @babitatamuliborah7986
    @babitatamuliborah7986 2 ปีที่แล้ว +1

    অতি প্ৰয়োজনীয় ভিডিঅ'। আৰ্থিক ভাৱেও আমি যথেষ্ট পৰিমাণে লাঘৱ হ'ব পাৰিম। তেখেতলৈ অজস্ৰ শুভ কামনা জ্ঞাপন কৰিছো। আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এক গুৰুত্বপূৰ্ণ ভিডিঅ'‌ আমাক উপহাৰ দিয়া বাবে ‌🙏

  • @junubora2324
    @junubora2324 ปีที่แล้ว

    Bhut val Lagile. Address. Phone No parle dib.

  • @pawanphukan6048
    @pawanphukan6048 2 ปีที่แล้ว

    Mur meru bond join hoisil tekhetor dorobot .

  • @punyalahan1051
    @punyalahan1051 2 ปีที่แล้ว +1

    অনুগ্ৰহ কৰি ফোন নং টো দিব নেকি ।

  • @gitanjaliborah8931
    @gitanjaliborah8931 2 ปีที่แล้ว

    Phon number tu pua hole bhal asil....

  • @tulumonigogoi4377
    @tulumonigogoi4377 2 ปีที่แล้ว +9

    অতি গুৰুত্বপূৰ্ণ video আগবঢ়ালে দাদা ,জানিব পাৰি বহুত ভাল লাগিল ।তেখেতলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে কুশল মঙ্গল কামনা কৰিলোঁ ।🙏🙏

  • @bhovengogoianugogoi8965
    @bhovengogoianugogoi8965 2 ปีที่แล้ว +2

    Doctor nohola kuni kam ni

  • @mridulamohan1059
    @mridulamohan1059 2 ปีที่แล้ว +1

    Dada ph no to dibo niki

  • @tapashigogoi6274
    @tapashigogoi6274 2 ปีที่แล้ว +1

    জানি উপকৃত হলো

  • @mayabora130
    @mayabora130 2 ปีที่แล้ว

    No tu dibo nki?

  • @munmisaikia2298
    @munmisaikia2298 2 ปีที่แล้ว +2

    Hosakoi,Mur maa ru val hoise

  • @youtuber5642
    @youtuber5642 ปีที่แล้ว +1

    Phn number tu dibo neki details buji lobo parim

  • @rakeshdas1551
    @rakeshdas1551 ปีที่แล้ว +1

    Aponer phone numberto dibone

  • @akashphukon9285
    @akashphukon9285 ปีที่แล้ว

    Mobile number tu pam ni

  • @purnimadutta5458
    @purnimadutta5458 2 ปีที่แล้ว

    Plese phon numbertu dibo

  • @princeduttaassamesecover2539
    @princeduttaassamesecover2539 2 ปีที่แล้ว +1

    Contact number dibo nki