এগৰাকী মাতৃৰ জীৱন কাহিনী

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 มิ.ย. 2024
  • এগৰাকী মাতৃৰ জীৱন কাহিনী#পুত্ৰ SP, কি কথাই কষ্ট দিয়ে মাতৃক
    • এজন পিতামহৰ অমৃত বাণী,...

ความคิดเห็น • 95

  • @runuchutia4464
    @runuchutia4464 22 วันที่ผ่านมา +3

    বহুত ভাল লাগিল উঠি অহা প্ৰজন্মই নিশ্চয় আদৰি লৈ আগুৱাই যাব

  • @parismitabordoloi754
    @parismitabordoloi754 หลายเดือนก่อน +7

    ভাল লাগিল । আইগৰাকীলে প্ৰণাম জনাইছোঁ 🙏

  • @sharmisthagogoi9411
    @sharmisthagogoi9411 หลายเดือนก่อน +5

    মোৰ মৰমৰ আইতা❤ আইতাৰ নীতি আৰু আদৰ্শ সদায় অনুকৰণীয়। সদায় ভালে থাকক আইতা😘🙏

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 หลายเดือนก่อน +3

    এগৰাকী হফল মাতৃ সাক্ষাৎকাৰ শুনি বৰ ভাল লাগিল। বৰ্ত্তমান সময় বোৱাৰী সকলে অনুকৰণ কৰা বৰ দৰকাৰ বুলি মই ভাবো।

  • @dalimiboruah4100
    @dalimiboruah4100 21 วันที่ผ่านมา

    বৰ ভাল লাগিল

  • @rumidutta146
    @rumidutta146 หลายเดือนก่อน +2

    আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ অনুস্থান চাবলৈ বাটৰ চাই ৰলো।

  • @chinukataki4419
    @chinukataki4419 หลายเดือนก่อน

    সু যোগ্য পিতৃ-মাতৃৰ সু যোগ্য সন্তান ।ঘৰৰ সংস্কাৰ মুখী হ'লে সন্তানৰ ফল এনেকুৱা দিব ঈশ্বৰে ।সচাকৈয়ে সংস্কাৰ আৰু আধ্যাত্মিকতাই সু সন্তান গঢ় দিবলৈ সক্ষম হব ।ঈশ্বৰ নিৰাকাৰ কিন্তু মানুহৰ কৰ্মই ঈশ্বৰে দেখা দিয়ে বেলেগ ৰুপত ।খুউব ভাল লাগিল ।❤

  • @sikharaniborgohain2337
    @sikharaniborgohain2337 หลายเดือนก่อน +3

    বাইদেউ বহুত দিনৰ বিৰতিত আপোনাক দেখা পায় লগতে সকলো কথা আপোনাৰ মুখেৰে জানিব পাৰি অত্যন্ত ভাল লাগিল।কুশলে ৰাখক ভগৱন্তই। কৃষ্ণ।

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 หลายเดือนก่อน +1

    এই মাতৃগৰাকীৰ গৃহলৈ ভাগৱত চৰ্চাৰ সম্পৰ্কতে বহুকেইবাৰ যোৱাৰ সৌভাগ্য হৈছ।কিন্তু ইচ্ছা থাকিলেও জানিব নোৱাৰা কথাখিনি জানি বহুত ভাল লাগিল।সঁচাকৈয়ে এখন আদৰ্শপূৰ্ণ গৃহ।

  • @reemaahamed9228
    @reemaahamed9228 หลายเดือนก่อน +2

    Madhusmrita tur maak dekhi kotha khini xuni bohut bhal lagil🙏🙏🙏

  • @nabamallika23
    @nabamallika23 23 วันที่ผ่านมา

    বৰ ভাল লাগিল ৷

  • @ramayaprasadbordoloi1379
    @ramayaprasadbordoloi1379 หลายเดือนก่อน +2

    Bhal lagil program chai,

  • @LipiSaikia-nc3fe
    @LipiSaikia-nc3fe 24 วันที่ผ่านมา

    অভিন্দন জনালো

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u หลายเดือนก่อน

    সুন্দৰ মনোগ্ৰাহী আলোচনা বহুত ভাল লাগিল। আদৰ্শ পৰিয়াল এগৰাকী আদৰ্শ মাতৃ । এখেতৰ পৰা বহু শিকিব লগা আছে।

  • @shubhadradas919
    @shubhadradas919 หลายเดือนก่อน +2

    Bahut val loga Adarkha

  • @anjanapegu484
    @anjanapegu484 หลายเดือนก่อน +3

    সকলো পুলিচ নিশ্চয় একে নহয় ।আজিও বহুত ভাল মানুহ( পুলিচ) আছে ।

  • @ranjanadutta7536
    @ranjanadutta7536 หลายเดือนก่อน +1

    Hundor anushthan sai val lagil Krishna 🙏🙏🙏

  • @tileswaryein1295
    @tileswaryein1295 27 วันที่ผ่านมา

    আইতাৰ কথাবোৰ সঁচাকৈ বহুত ভাল লাগিল। আমিও এচাৰিৰ কোব খাই তৃতীয় শ্ৰেণী উত্তীৰ্ণ হৈছিলো। এঢাৰিৰ কোব খাই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছিলো।
    গতিকে কথাবোৰ সম্পূৰ্ণ সমৰ্থ ন জনাইছো। আইতাক দীৰ্ঘয়ূ কামনা কৰিলোঁ।🎉🎉🎉।

  • @user-ob7zi3jf4j
    @user-ob7zi3jf4j หลายเดือนก่อน +1

    আই গৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।

  • @rashmidutta1383
    @rashmidutta1383 หลายเดือนก่อน +1

    এনে পৰিয়াল আমাৰ আদৰ্শ স্বৰূপ । ধন্যবাদ

  • @manjuborah3500
    @manjuborah3500 หลายเดือนก่อน +1

    Bohut val lagil

  • @DipaBorah-nq1vj
    @DipaBorah-nq1vj หลายเดือนก่อน +6

    , আইগৰাকীৰ চৰণ যুগলত সেৱা জনাইছো লগতে আপোনাকো আগলৈ এনেকোৱা ‌video পাই যাম বুলি আশা থাকিল

  • @advika...8603
    @advika...8603 หลายเดือนก่อน +10

    ধূনীয়া কথা আলোচনা কৰি ধন্যবাদ

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 หลายเดือนก่อน

    মাতৃ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথাখিনি বৰ ভাল লাগিল 🙏🙏

  • @promudgogoi5111
    @promudgogoi5111 หลายเดือนก่อน +1

    ছাৰ আপোনাৰ মা বহুত মৰম লগা ❤ইমান ধুনীয়া কথোপকথন ❤

  • @bkalita3283
    @bkalita3283 26 วันที่ผ่านมา

    বৰ ভাল লাগিল। বাইদেউ এজনী আদৰ্শ নাৰী ও আদৰ্শ শিক্ষয়িত্ৰী। সুযোগ্য সন্তানৰ মাতৃ। শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী কাৰনে ইমান আগ বাঢ়ি গৈছে। ভগৱন্ত ই পৰিয়ালটোক কূপা কৰক।লগতে চাৰক এইmessage তো দিয়া বাবে ধন্যবাদ
    ।😊

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 22 วันที่ผ่านมา

    কৃষ্ণ 🙏🏻 খুব ভাল লাগিল আই গৰাকীৰ জীৱনৰ আদৰ্শ,ব্যক্তিত্ব, সংগ্ৰাম আদিৰ সম্পৰ্কে জানিবলৈ পায় ❤❤❤❤ ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ 🙏🏻 🙏🏻 🙏🏻 🙏🏻😊❤️❤️

  • @horensaikia6988
    @horensaikia6988 8 วันที่ผ่านมา

    কৃষ্ণ!জয় গুৰু শঙ্কৰ!আই গৰাকী, তেখেতৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ লগতে সাক্ষাৎকাৰ গ্ৰহণ কৰোতা বাপজনালৈ ধন্যবাদ লগতে সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ!!

  • @joyaborgohain892
    @joyaborgohain892 หลายเดือนก่อน +7

    মাতৃ গৰাকীয়ে ল’ৰা ছোৱালীৰ কেইটাক ইমান সুন্দৰ নীতি শিক্ষা দিছে আৰু আগবাঢ়ি যাওঁক ৷

  • @ranjanadutta7536
    @ranjanadutta7536 หลายเดือนก่อน +2

    Hundor anushthan..sai val lagil 🙏🙏🙏

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 หลายเดือนก่อน +1

    মাতৃ গৰাকীলৈ প্ৰণাম🙏 কথাখিনি শুনি ভাল লাগিল।

  • @user-qf6hd4yh6u
    @user-qf6hd4yh6u หลายเดือนก่อน +1

    Bohut val lagil apuni vaigot ban bohut🙏

  • @debikaborpujari6748
    @debikaborpujari6748 หลายเดือนก่อน

    সকলোৱে এই ভিদিও চোৱা দৰকাৰ, কি সুন্দৰ কথা বতৰা আৰু সন্তানক সু শিক্ষা দিয়াৰ বাবেই আজি তেখেত সুখী।
    তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো।

  • @AbhikSaikiaR
    @AbhikSaikiaR หลายเดือนก่อน +2

    Moromor aita maa ❤

  • @JyotiL.Rajbongshi-nt4wz
    @JyotiL.Rajbongshi-nt4wz หลายเดือนก่อน +9

    বৰ ভাল লাগিল। আদৰ্শ আৰু সংস্কাৰে অনুপ্ৰাণিত কৰিলে । আইগৰাকীলৈ শ্ৰদ্ধা জনালোঁ ।

  • @malikasaikia3912
    @malikasaikia3912 21 วันที่ผ่านมา

    Bohut val lagil sujugya mattir sujugya santan

  • @bulbulibuli1795
    @bulbulibuli1795 หลายเดือนก่อน +1

    আমৈ ৰ কুশল কামনা কৰিলো। ভাল লাগিল অনুষ্ঠান টো।

  • @paporichutiagogoi1577
    @paporichutiagogoi1577 หลายเดือนก่อน +1

    Val lagil aponalokar kathupa kathan . Samajar babe ata aadarsha matri aru pariyal.

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw หลายเดือนก่อน +2

    Bor bhal lagil

  • @AbhijitGogoiCreation3880
    @AbhijitGogoiCreation3880 หลายเดือนก่อน +1

    val lagil sai ❤️👍

  • @kamaldas6429
    @kamaldas6429 หลายเดือนก่อน +1

    Very Nice Discuss.

  • @umanandaduwarah3324
    @umanandaduwarah3324 หลายเดือนก่อน +1

    Bidew apunak bahut dhanybad apunar Katha huni ajjir jugat anukaran karak buli vabu

  • @SopunBorah-zh6ds
    @SopunBorah-zh6ds หลายเดือนก่อน +1

    Val laghel maa vala thakok

  • @dipalisonowal2432
    @dipalisonowal2432 หลายเดือนก่อน +1

    সুন্দৰ উপস্থাপন । ভাল লাগিল।

  • @antudas501
    @antudas501 หลายเดือนก่อน

    ধনাত্মক কথোপকথন,বহুত ভাল লাগিল

  • @anowara.begum23
    @anowara.begum23 หลายเดือนก่อน

    খুব ভাল লাগিল তেখেতৰ বক্তব্য ❤❤❤🙏🏻🙏🏻

  • @JowadurRahman
    @JowadurRahman 23 วันที่ผ่านมา

    Bhal lagil

  • @nizarabaruah978
    @nizarabaruah978 หลายเดือนก่อน +1

    Val lagil aponalokar kathipa kathan

  • @dilipbaruah1655
    @dilipbaruah1655 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ🙏🙏আই সেবাহে

  • @jyotiprasadsaikia3740
    @jyotiprasadsaikia3740 หลายเดือนก่อน

    মোৰ অতি প্রিয়, শ্ৰদ্ধাৰ!বৰ ভাল ব্যক্তিত্ব। তেখেতৰ সু-স্বাস্থ্য প্ৰাৰ্থনা কৰিলোঁ।

  • @minakshisaikia9683
    @minakshisaikia9683 หลายเดือนก่อน +1

    এটা সংস্কাৰী পৰিয়াল গঢ় দিয়া এগৰাকী মাতৃ।তেখেতলৈ সহস্ৰ প্ৰণাম 🙏🏻🙏🏻। তেখেতৰ সৰু পুত্ৰ সৌৰভ আমি একে শৈক্ষিক বৰ্ষৰ। ডাঙৰ জী মধুস্মৃতা মোৰ হোষ্টেলৰ কণিষ্ঠ ভণ্টী আছিল।

  • @mousumisaikiasdailyvlog3827
    @mousumisaikiasdailyvlog3827 หลายเดือนก่อน +1

    Bohut bhal lagil sundar podokhep

  • @ratulbaruah4598
    @ratulbaruah4598 หลายเดือนก่อน

    Khuri, bohut dinor murot apunak dakhi hosakey bhal lagil. Moi Khogen Chutiya, r lora, apunar hakhyatkar tu sai bohut kotha a monot bhayee ahil. Apunaluk hokolu loi key dirghyu kamona korilu. With lots of ❤ n best wishes. God Bless You All. Interview luwa jon sini napalu, but a special thanks to the person. Thanks a lot.

  • @MrinalineeSaikia
    @MrinalineeSaikia หลายเดือนก่อน

    আমৈদেউৰ interview টো চাই সচাকৈয়ে বহুত ভাল লাগিল ৷ ❤

  • @nirmalikhanikar7081
    @nirmalikhanikar7081 หลายเดือนก่อน

    বহুত ভাল লাগিল ।

  • @rbhuyan4140
    @rbhuyan4140 หลายเดือนก่อน +1

    Video 2 sai bahut val lagil.

  • @MayurGogoipics
    @MayurGogoipics 19 วันที่ผ่านมา

    Bhal lagil.Bharati.

  • @foodandtravel3152
    @foodandtravel3152 28 วันที่ผ่านมา

    আপোনালোকৰ অনুষ্ঠামনটো চাই বৰ ভাল পালোঁ। আইতা গৰাকী কথা বোৰ বৰ মৰমিয়াল।

  • @subhachekanidhara9241
    @subhachekanidhara9241 หลายเดือนก่อน

    Bohut val lagil ❤

  • @user-sw1im3ho3l
    @user-sw1im3ho3l หลายเดือนก่อน +1

    Aitab bhal lagil

  • @syedasofikarahman7435
    @syedasofikarahman7435 6 วันที่ผ่านมา

    Very nice video

  • @charulatakalita1905
    @charulatakalita1905 หลายเดือนก่อน +3

    Pranam jonaiso ene eti porialor pratijon sadashyloike.

    • @user-dx3mb9uo3s
      @user-dx3mb9uo3s หลายเดือนก่อน +1

      Val lagil pahi apunar kotha bilak

  • @jinurajkonwar9338
    @jinurajkonwar9338 หลายเดือนก่อน +1

    খুড়ীদেউক বহুত দিনৰ পিছত দেখা পালোঁ। তিনিচুকীয়াত তেখেতৰ হাতৰ দৈ জলপান খোৱা আজি ও মনত আছে।

  • @mamonipator7640
    @mamonipator7640 หลายเดือนก่อน

    aai gorakiloi 🙏🙏❤ ,bar bhal lagil chai Krishna 🙏🙏

  • @malobikagogoi8727
    @malobikagogoi8727 หลายเดือนก่อน +1

    আমাৰ মামী আইতা

  • @KamalaBhuyan-ug5de
    @KamalaBhuyan-ug5de หลายเดือนก่อน +1

    সুন্দৰ এক কথোপকথন । শুনি বৰ ভাল লাগিলে। আই গৰাকীক সেৱা জনাইছোঁ। এই খিনিতে আপোনাক কথা এটা কওঁ বেয়া নাপাব । আপুনি স্মৰণিকা খন লৈ আপোনালোকক দেখাইছোঁ বুলি কৈছে । দেখুৱাইছোঁ বুলি কলেহে শুৱনি হব।

    • @srimantamotivatoranushilan8846
      @srimantamotivatoranushilan8846  หลายเดือนก่อน

      আধা ঘণ্টা কথোপকথনত দুই এটা শব্দৰ উচ্চাৰণ খেলি মেলি হ'ব পাৰে... ভৱিষ্যতে সজাগ হ'ম, ধন্যবাদ জনাইছোঁ

  • @nirupamaborah3186
    @nirupamaborah3186 หลายเดือนก่อน +1

    সুন্দৰ কথোপকথন

  • @mrinalvlog6679
    @mrinalvlog6679 หลายเดือนก่อน

    Mon sui juwa ATI kahini bujaihe bujibo

  • @user-fb1om4zs1b
    @user-fb1om4zs1b หลายเดือนก่อน +1

    Ankua aai matrik satakuti pranam

  • @BinaGohain-un2ot
    @BinaGohain-un2ot หลายเดือนก่อน +26

    Sir bht vl lagil matry goraki loi shordha jonalu

  • @assamesesongs4495
    @assamesesongs4495 หลายเดือนก่อน

    Bhal lagil, matri hisaba apunar drighau kamona karilu. Suren Saikia ex. Teacher

  • @jinurajkonwar9338
    @jinurajkonwar9338 หลายเดือนก่อน +1

    খুড়ীক সেৱা জনালো। তেখেতৰ পুতেকৰ তত্বাৱধানত মোৰ ছোৱালীৰ ও চাকৰি হয়।চাৰলৈও এই আপাহতে সেৱা জনালো 🙏

  • @korobibora7267
    @korobibora7267 หลายเดือนก่อน +4

    Val largla। bidau

  • @gaurikalita4976
    @gaurikalita4976 หลายเดือนก่อน +1

    Kishna aai.....

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 หลายเดือนก่อน +3

    ভাল লগা আলোচনা। আদৰ্শ আৰু অনুকৰণীয় পৰিয়াল।

  • @user-fz1tv2pw8k
    @user-fz1tv2pw8k หลายเดือนก่อน

    ,❤❤❤❤

  • @rupalidutta9157
    @rupalidutta9157 หลายเดือนก่อน +1

    Krishna kapi ata kenekoi pam

  • @user-cc6hp4vd8m
    @user-cc6hp4vd8m หลายเดือนก่อน +4

    আই গৰাকী লৈ প্ৰণাম জনালোঁ কৃষ্ণ

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +1

    আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী আদৰ্শ মাতৃ হোৱাতো ভগবানৰ কৃপা । আমাৰ আপোনাৰ প্ৰতি সেবা থাকিল ।

  • @hemkantaborah7434
    @hemkantaborah7434 หลายเดือนก่อน +1

    আজিৰ শিক্ষা নীতিয়ে কয়, ল'ৰা ছোৱালীক পিতিব নোৱাৰিব। ফেল কৰাব নোৱাৰিব। সেয়ে কিছুমান ল'ৰা ছোৱালীয়ে ইংৰাজী বৰ্ণমালা সাধাৰণ শিক্ষা নোহোৱাকৈয়ে দশম শ্ৰেণী পায়গৈ।

  • @xin2830
    @xin2830 หลายเดือนก่อน +2

    ❤❤❤

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +1

    আপোনাৰ প্ৰশ্ন কাৰকলৈ বিনম্ৰ ভাৱে জনালোঁ যাতেএনেধৰনে আদৰ্শ মাতৃৰ সমাজত আৰু প্ৰচাৰ হব লাগে ।তেতিয়াহে আইসকলেক। কিছুমান কথা বুজিব পাৰিব।

  • @rinkukumarkarjee7052
    @rinkukumarkarjee7052 หลายเดือนก่อน +1

    তেখেতলৈ প্ৰণাম জনালোঁ।

  • @user-ig3zz8vg7w
    @user-ig3zz8vg7w หลายเดือนก่อน +1

    Bht vl lagil 👍

  • @budheswarsaikia3103
    @budheswarsaikia3103 หลายเดือนก่อน

    Where is her home, you didn't addressed her?

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb หลายเดือนก่อน

    🙏💖🚩

  • @asmigomgaming7960
    @asmigomgaming7960 19 วันที่ผ่านมา

    কি DR আৰু ইঞ্জিনিয়াৰিং বেছি ভাগ মা আৰু দেউতাক নাছাই এই বুৰ কি

  • @munmunhazarika7211
    @munmunhazarika7211 หลายเดือนก่อน +1

    বৰ ভাল লাগিল

  • @MousumiozahSaikia
    @MousumiozahSaikia หลายเดือนก่อน +1

    বৰ ভাল লাগিল