জন্ম হৈ গান গাইছিল প্ৰীয়াই

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • কথা কব নোৱাৰা প্ৰীয়াই আজি গীত গায়
    .................................................................................
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 264

  • @nijudowarah4123
    @nijudowarah4123 ปีที่แล้ว +1

    প্ৰিয়া সুন্দৰ হৈছে।

  • @hemarabha8322
    @hemarabha8322 2 ปีที่แล้ว +26

    খুব সুন্দৰ কথা কলে চক্রপানী দাই - প্রথম দৃষ্টিত কাকো জাজ নকৰিব কোনেও। 🙏

  • @kalpanakalita2749
    @kalpanakalita2749 2 ปีที่แล้ว +32

    প্ৰিয়াৰ ওঠ আৰু তালুত জন্মগত ভাবে defect থাকিলেও তেখেতৰ কণ্ঠ আৰু সংগীত বহুত সুন্দৰ। তেখেতৰ মানসিকতা আৰু সাহসীকতাক চেল্যুট জনাইছোঁ। প্ৰিয়া নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। জীৱনৰ প্ৰত্যাহ্বান নেওচি তেখেতৰ কণ্ঠেৰে সংস্কৃতিৰ পথাৰত উজ্বলি উঠক। পোহৰ সন্ধানী জীৱনটোৱে বিশেষ ভাৱে সক্ষম হৈও আকাশ চুবলৈ সক্ষম হ‌ওঁক। তাৰেই কামনা কৰিলোঁ।

    • @hemarabha8322
      @hemarabha8322 2 ปีที่แล้ว +3

      এনেকৈ উৎসাহ দিয়া কমেন্ট চেকচনৰ প্রত্যেকজনকে অশেষ ধন্যবাদ দেই। ইমান সুন্দৰকৈ লিখি সকলোৱে সকলোকে জীবনটোত জীয়াই থকাৰ বাবে সাহস দিয়ে। 🙌

    • @amiyamazudermazumder5301
      @amiyamazudermazumder5301 ปีที่แล้ว

      Bohut dhunia voice

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +21

    প্ৰিয়াৰ কথাবোৰ বৰ ভাল লাগিল। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @munmibania5328
    @munmibania5328 2 ปีที่แล้ว

    Vogoban aru dukh nidiba priya k..tare kamona korsu...karon jibont dukh paiu aguai goise teu....god bless you.

  • @aspirant_life1
    @aspirant_life1 2 ปีที่แล้ว +5

    Hosae Priya tumi bohut hahokhi enekei aguai jua 👍👍

  • @dipjyotihaloi8603
    @dipjyotihaloi8603 2 ปีที่แล้ว +84

    প্ৰিয়া তোমাৰ মাতটো বহুত সুন্দৰ হয়। তুমি বহুত দূৰ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।

    • @anshiborahvlog5293
      @anshiborahvlog5293 2 ปีที่แล้ว +3

      Mozaaa ba

    • @daisykalita2666
      @daisykalita2666 2 ปีที่แล้ว +1

      Oh eman sundor kontho mon bhori goise dei bohut aguai jua Priya

  • @sapunvlogs2516
    @sapunvlogs2516 2 ปีที่แล้ว +33

    মাতটো বহুত সুন্দৰ, আগুৱাই যাওক কামনা কৰিলোঁ

    • @ajantabaruah7493
      @ajantabaruah7493 2 ปีที่แล้ว +1

      অতি সুন্দৰ কন্ঠৰ অধিকাৰি প্ৰিয়া তুমি। ভগৱানে জন্ম তে দিয়া সুললিত কন্ঠ তোমাৰ। বহুত আগুৱাই যোৱা আমাৰ আশীর্বাদ আছে তোমাৰ লগত।

  • @kalpanadas4329
    @kalpanadas4329 2 ปีที่แล้ว

    Priyak xorutei dekhisilu.jnv rangiat..Miss r ghrt ahisl .

  • @jonalihazarika3305
    @jonalihazarika3305 2 ปีที่แล้ว +27

    ইমান সুন্দৰকৈ গাইছা প্ৰিয়া ....তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @channdramallika1291
    @channdramallika1291 2 ปีที่แล้ว +15

    শব্দহীন হৈ পৰিছো। উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠা। চক্ৰপাণি দাদাক ধন্যবাদ জনালো🥰

  • @tarulatasaikia3029
    @tarulatasaikia3029 2 ปีที่แล้ว +3

    Khub bhal lagil....priya aaguwai jua... Subhakamona thakil...

  • @buluborah4646
    @buluborah4646 2 ปีที่แล้ว

    প্ৰিয়া তোমাক। ভগৱানে। আৰু। আগলৈ। য়াবলৈ। ভগৱানে। শক্তি। দিয়ক।

  • @swadhinchutia___4771
    @swadhinchutia___4771 2 ปีที่แล้ว +1

    ইমান মিঠা মাততো, প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে,তাৰে জ্বলন্ত উদাহৰণ এয়া___বহুত বহুত মৰম জাচিলোঁ প্ৰিয়া বা,আগুৱাই যোৱা🥰❤️❤️💓💓

  • @ragopnarah2147
    @ragopnarah2147 2 หลายเดือนก่อน

    Otikoi hundor voice Priya..

  • @priyankshucreation5285
    @priyankshucreation5285 2 ปีที่แล้ว +7

    দিপলিনাতকৈ বহুত বেছি গুণৰ ভাল গাইছে ♥️😍🙏🔥❤️

  • @rjbipul5173
    @rjbipul5173 2 ปีที่แล้ว +12

    কিবা এটা বেলেগ বস্তু শিকিলোঁ যেন লাগিলে আজি মোৰ সঁচাকৈ বহুত বহুত ভাল লাগিলে আগুৱাই যোৱা best of luck প্ৰিয়া

  • @PujaPuja-zj7iu
    @PujaPuja-zj7iu 2 ปีที่แล้ว +4

    Mur bohut vll lge ba apunar gan burr aru axa koru aru notun gan pam.. Agbarhi jauk ba.

  • @sanjuktadas8376
    @sanjuktadas8376 2 ปีที่แล้ว +3

    Priya baa hosai agoraki bor morom loga aru moromiyal . God bless you baa.

  • @living4mantra5300
    @living4mantra5300 2 ปีที่แล้ว +8

    সুন্দৰ গান গাইছে

  • @hazarikada5929
    @hazarikada5929 2 ปีที่แล้ว

    Priya tumar surtu bor dhuniya. Tumi aguwai juwa.

  • @sanjuktadas8376
    @sanjuktadas8376 2 ปีที่แล้ว +3

    Taur okol kontho ai dhuniya nohoi , tau dakhat bohut dhuniya aru morom loga .

  • @melengchutia5582
    @melengchutia5582 2 ปีที่แล้ว +4

    Bhut Val lagise

  • @madhusmitabora6742
    @madhusmitabora6742 ปีที่แล้ว +1

    ইমান ধুনীয়া কন্ঠ প্ৰিয়া তোমাৰ সঁচাই ,।,

  • @eeshankalita377
    @eeshankalita377 2 ปีที่แล้ว +3

    বা আপোনাক কি বুলি ধন্যবাদ জ্ঞাপন কৰিম । বহুত ভাল লাগিল চাই

  • @lakhitrachutia6102
    @lakhitrachutia6102 2 ปีที่แล้ว

    Priya tumi aguwai juwa mur asibad thakil

  • @himansuroy1413
    @himansuroy1413 2 ปีที่แล้ว +4

    Bahut bhal lagil vonti 2mr koth bur huni 🙏❣️

  • @kalitakandarpa6981
    @kalitakandarpa6981 2 ปีที่แล้ว +3

    Emn xundar voice.. xuni thakibo mn jai priya bar git xomuh ... Thankq..

  • @dimpalkalita2260
    @dimpalkalita2260 2 ปีที่แล้ว +5

    খুব সুন্দৰ

  • @pranatikalitamahanta6413
    @pranatikalitamahanta6413 ปีที่แล้ว

    Aru aguwai juwa Priya.tare kamana karilu 🙏

  • @kalyanidevi6916
    @kalyanidevi6916 2 ปีที่แล้ว

    God bless you Priya aaru aagaloi juwa aye mur pharthana

  • @sewalimohonnath4882
    @sewalimohonnath4882 2 ปีที่แล้ว +3

    প্ৰিয়া আগবাঢ়ি যোৱা

  • @bijuborman1647
    @bijuborman1647 2 ปีที่แล้ว +4

    সঁচা নোম হিহৰী যোৱা কণ্ঠ বা জনীৰ ।।
    বহুত বহুত মৰম বা জনীলৈ ।

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 ปีที่แล้ว +11

    ভগৱানে সদায় কুশলে ৰাখক | ইমান সুন্দৰ কণ্ঠ ভাগ্য লাগিব❤❤❤

  • @purabikotoky1996
    @purabikotoky1996 2 ปีที่แล้ว +18

    কথা কোৱা আৰু গান গোৱাত বহুত পাৰ্থক্য আছে। গান বহুত ধুনীয়া গাইছা।

  • @birendrakumarsarma6024
    @birendrakumarsarma6024 2 ปีที่แล้ว +3

    excellent job Best wishes for you God bless you

  • @deepaborpatragohain9670
    @deepaborpatragohain9670 2 ปีที่แล้ว +3

    প্ৰিয়াৰ গান শুনি বহুত ভাল ‌লাগিল।

  • @dipanjalichetia455
    @dipanjalichetia455 2 ปีที่แล้ว +2

    সচঁাই তোমালোক বহুত সাহসী ধন্যবাদ ।

  • @hemarabha8322
    @hemarabha8322 2 ปีที่แล้ว +13

    সুন্দৰ। প্রিয়া বাৰ গান শুনিছো, তেও আগুৱাই যাওক সদায় তাৰেই কামনা। 🙌

  • @pranjaldas4820
    @pranjaldas4820 2 ปีที่แล้ว +2

    সুন্দৰ কণ্ঠ বহুত ভাল লাগিল চাই

  • @binitadevi231
    @binitadevi231 2 ปีที่แล้ว

    Priya tumibahut valganguwa, aru aaguwai juwa

  • @monsaikia3575
    @monsaikia3575 2 ปีที่แล้ว +3

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো

  • @vauan_asomiya_hongskriti_assam
    @vauan_asomiya_hongskriti_assam 2 ปีที่แล้ว +5

    সঁচা নিজৰ মন কঠিন কৰি ৰাখিলে বহুত আগুৱাই যাব পাৰি,উদাহৰণ আজি বাৰ্তালাপৰ দ্বাৰা বুজি উঠিলোঁ ......ধন্যবাদ ভিডিও টো আমাক উপহাৰ দিয়াৰ বাবে

  • @rebakantaborah2943
    @rebakantaborah2943 2 ปีที่แล้ว +4

    সুন্দৰ অনুষ্ঠান ভাল লাগিল ।

  • @munmeebaruah2410
    @munmeebaruah2410 2 ปีที่แล้ว +3

    Emn dhunia voice.....best wishes..

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 2 ปีที่แล้ว +5

    আশীৰ্বাদ কৰিছোঁ প্ৰিয়া তোমাৰ সপোন বাস্তৱ হ ওক

  • @bssrider9233
    @bssrider9233 2 ปีที่แล้ว +4

    প্ৰিয়া God bless u তোমাৰ জীৱন টো সুন্দৰ হক।আগুৱাই যোৱা!

  • @rijumoniahmed3690
    @rijumoniahmed3690 2 ปีที่แล้ว

    Chakrapani dada apunar bartalapr proti tu part a sw bht vl lge ...priyar kotha khini bht vl lgise ...bt moi ru ki ki gan gaise sabo bisarilu naplu

  • @deepsaikia6955
    @deepsaikia6955 2 ปีที่แล้ว +3

    খুউব ভাল লাগিল। খুউব সাহসী

  • @jatinlaujary9147
    @jatinlaujary9147 2 ปีที่แล้ว

    Pria.tumi.aguyi..jaba.buhut.val

  • @oyeitsbitu143
    @oyeitsbitu143 2 ปีที่แล้ว +3

    খুব সুন্দৰ প্ৰতিভা । আগুৱাই যোৱা বাইদেউ।।

  • @punammaineeboruah7167
    @punammaineeboruah7167 2 ปีที่แล้ว +4

    মাতটো যে ইমান মিঠা, আগুৱাই যোৱা শুভকামনা জনালোঁ

  • @Sanjida156
    @Sanjida156 2 ปีที่แล้ว +2

    Bohut dhunia gaisa tumi Priya...Ru val hok tare kamona korilu..🙏

  • @সন্যাসীনী
    @সন্যাসীনী 2 ปีที่แล้ว

    Val lagil aanor kotha huni roi nethakiba Ma.

  • @dhritidas5947
    @dhritidas5947 2 ปีที่แล้ว +3

    Hosake bor val lagile aaji show2 sai❤❤

  • @bornalihazarika..colony6183
    @bornalihazarika..colony6183 2 ปีที่แล้ว +4

    Hosakoi bor xundor kontho...😘😘agbarhi juwa tumi....bht bht axirbaad korisu tmk...

  • @runukalita9868
    @runukalita9868 2 ปีที่แล้ว

    Bhut dhunia knth...kst kra Tumi aru bhut aguai jb pariba...

  • @dipikadeka607
    @dipikadeka607 2 ปีที่แล้ว

    Bhahut vaal lagil

  • @kalpananath3301
    @kalpananath3301 2 ปีที่แล้ว +3

    তুমি আগুৱাই যোৱা মা

  • @mousumiborah7409
    @mousumiborah7409 ปีที่แล้ว

    Bhot besi dhuniya lagise

  • @lakshajitbora221
    @lakshajitbora221 2 ปีที่แล้ว

    আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।

  • @nayanmonikumar9421
    @nayanmonikumar9421 2 ปีที่แล้ว

    Thanks Priya best off luck👍✊💪

  • @munuboruah4609
    @munuboruah4609 ปีที่แล้ว

    ভাল লাগিছে ❤❤❤

  • @chayanikadutta7844
    @chayanikadutta7844 2 ปีที่แล้ว +2

    আচৰিত প্ৰতিভা গৰাকী তুমি,,তোমাৰ উৎযল ভৱিষ্যত কামনা কৰিলোঁ,,সুখী হোৱা মনৰ জোখাৰে

  • @mridusmitakakati2556
    @mridusmitakakati2556 2 ปีที่แล้ว +3

    খুব সুন্দৰ অনুষ্ঠান। প্রিয়া তুমি আগবাঢ়ি যোৱা।

  • @srutidharadutta896
    @srutidharadutta896 2 หลายเดือนก่อน

    ভাল লাগিল

  • @3rdparsonssingularnumber9
    @3rdparsonssingularnumber9 2 ปีที่แล้ว

    Best of luck priya

  • @dipaligohain3788
    @dipaligohain3788 2 ปีที่แล้ว +3

    প্ৰিয়া তোমালোকৰ পৰিয়ালৰ সাহস দেখা পায় সচাকৈ মানি লৈছো ।আগলৈ আৰু আগুৱাই যোৱা তাৰে কামনা ।মাতটো সচাকৈ বহুত ধুনীয়া ।

  • @nabasvlogs9956
    @nabasvlogs9956 2 ปีที่แล้ว +5

    মাতটো বহুত সুন্দৰ।জীৱনত আৰু আগুৱাই যাওঁক ,ভগবানে আপোনাক আৰ্শীবাদ কৰিব।

  • @anupamflutexur7819
    @anupamflutexur7819 2 ปีที่แล้ว +2

    আপোনাৰ মাতটো বহুত ধুনীয়া।

  • @Solotraveller232
    @Solotraveller232 2 ปีที่แล้ว +2

    Aguwai Juwar Kamonare😊😊

  • @hiraktmg72
    @hiraktmg72 2 ปีที่แล้ว +1

    Baartalaap media academy love u

  • @runjunchetiarumichetia4287
    @runjunchetiarumichetia4287 2 ปีที่แล้ว

    Bohut hundor

  • @gitumoni9581
    @gitumoni9581 2 ปีที่แล้ว

    Really Priya excellent

  • @juladas8459
    @juladas8459 2 ปีที่แล้ว +3

    প্ৰিয়া তোমাৰ সাহসীকতাৰ সলাগ লৈছো।এইদৰে তুমি আৰু আগুৱাই যোৱা, তাৰেই কামনা কৰিলো ।

  • @gitashreeborah5722
    @gitashreeborah5722 2 ปีที่แล้ว +2

    Bhut besi dhuniya baa tumar mat Tu. Tumi aguwai juwa.

  • @dhrubasarania4429
    @dhrubasarania4429 2 ปีที่แล้ว +1

    Dhuniya

  • @antorikagogoi1784
    @antorikagogoi1784 2 ปีที่แล้ว +4

    Bohut dhuniya Priya...tumi aaguwai juwa...lots of love ❤️❤️❤️

  • @bikashsaikia2012
    @bikashsaikia2012 2 ปีที่แล้ว +3

    Bhut xundor

  • @himansuborah1469
    @himansuborah1469 2 ปีที่แล้ว

    Bhut val lagil

  • @kothaxur1884
    @kothaxur1884 2 ปีที่แล้ว

    বৰ ভাল লাগিল....আপোনালৈ বহুত মৰম দাদা আৰু বা জনীলৈ ও।এটা কথা কওঁ বেয়া নাপাব দেই;আপোনাৰ এটা কথাই মোক অলপ আমনি কৰিলে ,মই ভাবো তেখেতে কাকো cross কৰাৰ দৰকাৰ নাই।নাজানো কি,কিন্তু মোৰ মনে কয় যে; ইমান hardwork কৰা আৰু নিজৰ ওপৰত ইমানখিনি বিশ্বাস কৰা মানুহে কেতিয়াও কাকো cross কৰাৰ দৰকাৰ নাই।তেখেতে নিজেই এদিন আকাশ চুব আৰু যিখিনি তেখেতে এতিয়ালৈ সাধনা কৰিছে ,সেয়া সলাগ লবলগীয়া....বহুত মৰম বাৰ্তালাপলৈ আৰু বহুত মৰম বা জনীলৈ...❤️❤️..আগুৱাই যাওঁক।

  • @ranjanakalita502
    @ranjanakalita502 2 ปีที่แล้ว +1

    বহুত সুন্দৰ গাইছা প্ৰিয়া।তোমাৰ উজ্বল ভবিৎষ্যত কামনা কৰিলোঁ।😍😍😍😍👌👌👌

  • @sunalisaikia7541
    @sunalisaikia7541 2 ปีที่แล้ว +5

    ধুনীয়া মাত

  • @munadeka4244
    @munadeka4244 2 ปีที่แล้ว

    Eman sundar voice

  • @sushilkonwar7012
    @sushilkonwar7012 2 ปีที่แล้ว +1

    প্ৰীয়া তুমি ইমান দিন কত লুকাই আছিলা । যদি কণ্ঠ আছে চেষ্টা নকৰা কিয় । ইমান বিলাক চেনেল আছে তোমাক নিশ্চয় বিচাৰি ওলিয়াব । সাধনা থাকিলে আৰু প্ৰয়াস কৰিলে কঠিন কাম সহজ হয় । অগ্ৰজ জনৰ ওচৰত শিক্ষা লবা । ধন্যবাদ পৰাশৰ ।

  • @arshismoniboruah7391
    @arshismoniboruah7391 2 ปีที่แล้ว +4

    Wow 🥰❤️❤️ voice 😍
    Baa 2mi aguwai juwa ❤️
    Chakra Daa ❤️
    Bohut inspire hoisu apunar video bur sai

  • @priyankagogoi5159
    @priyankagogoi5159 2 ปีที่แล้ว

    Priya r kotha bur bohut bhal lagil,ru bohut dhuniya voice,aguwai juwaa🥰🥰❤❤❤❤👍👍👍

  • @priyankaneog6406
    @priyankaneog6406 2 ปีที่แล้ว +1

    Best episode 👍 ইমান সাহসী প্ৰিয়া তুমি আৰু তোমাৰ পৰিয়াল। বহু কথা শিকায় গলা প্ৰিয়া। আৰু সাহস দিয়ক,kukhole ৰাখক ভগৱানে

  • @nomitagogoi1088
    @nomitagogoi1088 2 ปีที่แล้ว +1

    প্রিয়া বা তুমি আগবঢ়াই যোৱা। 🥰🥰

  • @nitumonisaikia4500
    @nitumonisaikia4500 2 ปีที่แล้ว

    Khub hundor tumi aguai jua

  • @pakhiboruah6846
    @pakhiboruah6846 2 ปีที่แล้ว +1

    Hosakoi kothaa bur... Khub hundor.. Aagnahi juwaa baa God bls u lv u lott

  • @bornaliborkakoti563
    @bornaliborkakoti563 2 ปีที่แล้ว +2

    Bhal lagil. God bless you..

  • @karanroy7059
    @karanroy7059 2 ปีที่แล้ว

    Bahut sundar🙏

  • @runjunchetiarumichetia4287
    @runjunchetiarumichetia4287 2 ปีที่แล้ว

    Mojja 😭😭😭😭🙏🙏🙏🙏

  • @gitanjalisharma8267
    @gitanjalisharma8267 2 ปีที่แล้ว

    God bless you Priya

  • @bhitalirajbangshi7137
    @bhitalirajbangshi7137 2 ปีที่แล้ว +1

    Mat to eman dhuniya aro aguwai juwa baa tumi

  • @hiraktmg72
    @hiraktmg72 2 ปีที่แล้ว +2

    I love u dada bht vl paw apunak

  • @hhi3259
    @hhi3259 2 ปีที่แล้ว

    Baa bhut dhuniya maat

  • @Rinku_1.O
    @Rinku_1.O 2 ปีที่แล้ว +2

    বহুত বেছি ধুনীয়া সুৰ, লগতে তেওঁ সাহস ক মানিব লগীয়া ❤️

  • @geetgogoi2033
    @geetgogoi2033 2 ปีที่แล้ว +1

    Seriously.... Val lagil... Love From Gohpur