এইজন ৰিক্সাচালকে দিনটো ৰিক্সা চলাই পোৱা টকা ষ্টেজত গৈ উপহাৰ দিলে / কান্দি দিলে ষ্টেজতে Sobhangi য়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.พ. 2025
  • #chifungsuriyajatra
    #sobhangisubhasurya
    #singer
    #emotionalmoment

ความคิดเห็น • 141

  • @DineshchBorah
    @DineshchBorah ปีที่แล้ว +25

    এইজনহে আচল মনুহক ভালপোৱা , দেশক ভাল পোৱা মানুহ , কৃষ্ণ ।

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n 9 หลายเดือนก่อน +15

    এই চালকজনহে প্ৰকৃত মানুহ।তেখেতক প্ৰণাম জনালো।

  • @gunaramdas131
    @gunaramdas131 ปีที่แล้ว +19

    তেখেতে কব নোৱৰা কৈ আমাক এটা শিক্ষা দি গল- ধন থাকিলেই
    সমাজৰ ডাঙৰ মানুহ নহয়!মৰম আক লোৱা,স্নেহ, উদাৰ, মৰমিয়াল
    লোক সকল হে আচল মানুহ,আৰু
    সমাজৰ ডাঙৰ মানুহ।

  • @dipoksvision7040
    @dipoksvision7040 ปีที่แล้ว +6

    সুন্দৰ অনুস্থান।

  • @anjugogoi6536
    @anjugogoi6536 ปีที่แล้ว +11

    তথাপিও বৰ সুন্দৰ ' বহু ভাল লাগিল ।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 ปีที่แล้ว +28

    আনন্দ দায়ক নে হৃদয় বিদাৰক বুলি কম। আপোনালোকৰ লগত আমিও কন্দিছোঁ।❤

  • @mrinaligogoi3811
    @mrinaligogoi3811 9 หลายเดือนก่อน +2

    প্ৰকৃত হৃদয়বান ব্যক্তি । ভগৱানে কুশলে ৰাখক 🙏🙏 আপোনাৰ কণ্ঠই জগত জিনক❤❤

  • @balendas4511
    @balendas4511 8 หลายเดือนก่อน +2

    আজিৰ সমাজৰ মানবতা থকা প্ৰকৃত মানুহ তেখেতে। প্ৰণাম কৰিছো 🙏🙏🙏

  • @jibonphukon7946
    @jibonphukon7946 6 หลายเดือนก่อน

    সঢাই , এনে ভাল লগা সময়ত কান্দি ও ভাল লাগে। এয়ে প্ৰকৃত মধুৰ ক্ষণ ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 ปีที่แล้ว +4

    ডঃ ভূপেন হাজৰিকাৰ মৃত্যুত ডঃ হীৰেন গোহাই ডাঙৰীয়াই মাত্ৰ কেইটা মান লাইন লিখি শ্ৰদ্ধা যাঁচিছিল। তেওঁ কৈছিল ডঃ হাজৰিকাৰ গানে কমেও তিনিটা পিৰীক একলগে আচন্ন কৰি ৰাখিব পৰা গায়ক গীতিকাৰ পৃথিবীতে বিৰল। ধনী দুখীযা, কৃষক মজদুৰ তথা নিপীড়িত জনেও নিজকে বিচাৰি পাইছিল এই অসামান্য শিল্পী জনৰ কণ্ঠত। সেয়েহে তেওঁ যুগজয়ী শিল্পী । আজিৰ ৰিক্সাচালক জনো সেই মহান শিল্পী জনৰ গীতৰ অনুৰাগী বাবেই মঞ্চৰ শিল্পী গৰাকীৰ ওচৰত ভক্তি সহ নিবেদন কৰিলে তেওঁৰ হিয়াভগা পৰিশ্ৰমৰ ধনখিনি। ইও এক বিৰল ঘটনা হৈ ৰব।

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  ปีที่แล้ว +1

      Ekdom thik koise dhonyabad apunak . Apunar commnt tuye hilpi gorakik monot bahut hahakh pabo

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 ปีที่แล้ว

      @@ChifungSuriyaJatra ডঃ ভূপেন হাজৰিকাৰ গীত গাই জনপ্ৰিয় হোৱা আৰু সহজে জনপ্ৰিয় হবলৈ ভূপেন হাজৰিকাৰ গীত গোৱা একে নহয় । এই শিল্পী জনে শ্ৰদ্ধাৰে ডঃ হাজৰিকাৰ গীত পৰিবেশন কৰাত আমি গৰ্ব অনুভব কৰিছোঁ আৰু তেওঁৰ উজ্জল ভবিষ্যত কামনা কৰিছোঁ ।

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  ปีที่แล้ว

      @@prabinmallabaruah8845 ❤️🙏🙏

  • @puspadhardowarah1932
    @puspadhardowarah1932 ปีที่แล้ว +8

    দাতা জনলৈ অশেষ অশেষ ধন্যবাদ থাকিল।এনেবোৰ ব্যক্তিয়েই মোৰ"বাবে চিৰ"নমস্য। তেওলোক যি জাতিৰে;যি ধৰ্মৰে নহওক কিয়। মুধে ফুটা ব্যক্তিবোৰ মোৰ মানস পটতমানুহ নহয়"বুলিয়েই গণ্য কৰো যদিহে দান কৰা গুণ নাইবা দৰিদ্ৰ সকলৰ"প্ৰতি সহানুভূতি গুণ নাই।

  • @bhupenrabha1613
    @bhupenrabha1613 8 หลายเดือนก่อน +1

    ভাল লাগিল ❤আৰু দুখ অ লাগিল কবলৈ ভাষা নাই 😢😢ইমান বৰ মানুহ থকাৰ পাছতো খুড়াই এটা ডাঙৰ উপহাৰ দি দেখালে ❤❤❤ ইয়াতকৈ আৰু কি 😢কবলৈ ভাষা নাই মোৰ হে চকুপানী ওলাই গল😢😢😢

  • @uditdas2311
    @uditdas2311 ปีที่แล้ว +4

    বহুত আবেগিক হৈ গৈছোঁ

  • @abhijeetdeka2328
    @abhijeetdeka2328 ปีที่แล้ว +4

    Hosa ontorar mnuh...aijon a holl sukhi manuh..❤❤

  • @pankajdeka1171
    @pankajdeka1171 8 หลายเดือนก่อน +1

    ইমান ধুনীয়া এটা ভিডিঅ' চাবলৈ সুবিধা কৰি দিয়াৰ বাবে "চিফুং সুৰীয়া যাত্ৰা'' ৰ পৰিচালিকালৈ আন্তৰিক ধন্যবাদ জনাইছো। সঁচাকৈ ভিডিঅ'টোৱে মোৰ মনটোক বৰ আৱেগিক কৰি তুলিলে। অনুষ্ঠানটো বৰ সুন্দৰ হৈছে। শিল্পী গৰাকীয়েও বৰ সুন্দৰকৈ সংগীত পৰিবেশন কৰিছে। সাজ-পাৰৰ ক্ষেত্ৰতো বৰ মাৰ্জিত শিল্পী গৰাকী। মুঠৰ ওপৰত এক সুন্দৰ gorgeous programme.... "চিফুং সুৰীয়া যাত্ৰা''ৰ জৰিয়তে আগলৈকো এনেদৰে সুন্দৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।
    জয় আই অসম 🙏🙏

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  8 หลายเดือนก่อน

      ইমান সুন্দৰ এটি বক্তব্যই এনেদৰে উৎসাহ জনোৱা বাবে আন্তৰিক ধন্যবাদ । চেষ্টা কৰিম এনেকৈ ভিডিঅ দিবলৈ । আপোনাৰ দিহা পৰামৰ্শ সদায় বিছাৰিলো । আজি চাৰি বছৰে বহুকেইটাই ভিডিঅ বনালো লাইক কমেণ্টো বহুত পালো কিন্তু এনেকোৱা সুন্দৰ গঠনমূলক কমেণ্ট আজিলৈকে পোৱা নাছিলো । আজি আপোনাৰ কমেণ্ট টোৱে মোক বহুত আগলৈ যোৱা সপোনৰ ৰাস্তাটো দেখোৱাই দিলে ।

  • @jatindeka6784
    @jatindeka6784 ปีที่แล้ว +9

    অন্তৰৰ নিভৃততম স্থানৰ পৰা দিয়া মৰম আৰু ভুপেন ককাইদেউৰ প্ৰতি শ্ৰদ্ধা

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 ปีที่แล้ว +5

    প্ৰকৃত মানবতাৰ ছবি ফুটি উঠিছে।

  • @padmeswarttdas2236
    @padmeswarttdas2236 3 หลายเดือนก่อน

    ভগবানে আপোনাক মংগল কৰক।

  • @khaninsarma5522
    @khaninsarma5522 ปีที่แล้ว

    Bahut abegik hoi porisu....thanks Sobhangi ba.....

  • @dibakar424
    @dibakar424 ปีที่แล้ว +3

    Great man great job

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl ปีที่แล้ว +1

    A moja bhal lagil

  • @intajulzaman4393
    @intajulzaman4393 ปีที่แล้ว +5

    Great 👍👍

  • @birennath8618
    @birennath8618 9 หลายเดือนก่อน +3

    ভূপেন হাজৰিকাৰ ফটো খনৰ ওচৰত এবাৰ মূৰ দোৱাই লোৱা দেখা হ'লে বৰ ভাল লাগিল হেতেন।

  • @Rahul-id4yt
    @Rahul-id4yt 3 หลายเดือนก่อน

    তেখেতলৈ মোৰ সহশ্ৰ প্ৰণাম🙏🙏🙏

  • @PurabiandRiyanVlogs
    @PurabiandRiyanVlogs ปีที่แล้ว +2

    সচাকৈ বহুত দুখ লাগিল 😢,বা ভিনদেউ আপোনালোকৰ খবৰ ভালনে, আপোনালোকৰ video bor চাই থাকো। কিন্তু comment আজি কৰিলো।❤❤❤

  • @nogeningti337
    @nogeningti337 ปีที่แล้ว +6

    হয় মানুহজনে দিনৰ দিনটো কাম কৰি অলপ পাই টাকৈ লৈ আহি মঞ্চত উঠি ওপহা দিলে বহুত বেৰা ৰ লাগিছে 😢

  • @UpendraBarman-ko3vi
    @UpendraBarman-ko3vi ปีที่แล้ว +5

    Ai koka jonor morom val powar babe ata like kora ❤❤❤

  • @jannath4313
    @jannath4313 ปีที่แล้ว +3

    Great man.

  • @mamitasaikia6194
    @mamitasaikia6194 9 หลายเดือนก่อน

    বহুত ভাল লাগিল

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 ปีที่แล้ว +2

    Very very nice

  • @ranjansabhapandit3849
    @ranjansabhapandit3849 9 หลายเดือนก่อน

    Great job 👏

  • @AbhijeetGaonkhowa
    @AbhijeetGaonkhowa 9 หลายเดือนก่อน

    Manuhy Manuhor baby❤❤🎉🎉

  • @missmystical6605
    @missmystical6605 ปีที่แล้ว +7

    এইয়াই সচা মৰম ।

  • @madhusmitagogoi7625
    @madhusmitagogoi7625 8 หลายเดือนก่อน

    He is soo great

  • @kajalborahkajolborah7441
    @kajalborahkajolborah7441 9 หลายเดือนก่อน

    Very very nice song ♥️♥️♥️♥️

  • @minotirava9741
    @minotirava9741 ปีที่แล้ว +1

    Vl lagil... Aru bohut dukh lagil dekhi

  • @lucybaruah8701
    @lucybaruah8701 ปีที่แล้ว

    Bohud bhal lagil❤️

  • @munmiborah-hg6tp
    @munmiborah-hg6tp 9 หลายเดือนก่อน

    Hosakoi dai mur Dauta ni tauk dakhi dau taloi monot pori gol ❤❤😢😢

  • @ranjandas6167
    @ranjandas6167 ปีที่แล้ว +27

    Aji kali thoka manuhe dibo nibisare tew j dise tew bohut mohan🙏🏻

  • @kajalborahkajolborah7441
    @kajalborahkajolborah7441 9 หลายเดือนก่อน

    Very very.nice

  • @chandanboragohain9168
    @chandanboragohain9168 9 หลายเดือนก่อน

    Koka. I. Love. 💜💜💜💜💜🙏🙏🙏👋🙏🙏🙏👋

  • @tapondebnath6919
    @tapondebnath6919 9 หลายเดือนก่อน

    Great and sad time.

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 9 หลายเดือนก่อน +1

    Good

  • @SanjibSaikia-vu5el
    @SanjibSaikia-vu5el ปีที่แล้ว

    Manuhjanoloi bahut thank you

  • @AtulBorboruah-px1jl
    @AtulBorboruah-px1jl ปีที่แล้ว +1

    ভালেই লাগিল তেওঁ গোৱা গীত শুনি কিন্তুু তেওঁ এটা ভূল কৰিলে লিয়েন মাকাওঁ গীতটো ভূপেন দা আৰু তালাপ মেহমুদে গাইছিল।জয়ন্ত হাজৰিকাই গোৱা নাছিল।

  • @bornilboruah5064
    @bornilboruah5064 6 หลายเดือนก่อน

    Bor dhkh lagil hosai bor abegik

  • @achyutkrishnagogoi9286
    @achyutkrishnagogoi9286 ปีที่แล้ว +1

    True love.

  • @kirttanaramdas9381
    @kirttanaramdas9381 ปีที่แล้ว +4

    ভিডিওটো চাই সঁচাকৈ মৰো চকুপানী ওলাই গৈছে। 😂😂😂

  • @PrabhatSaikia-mf5un
    @PrabhatSaikia-mf5un ปีที่แล้ว

    Great

  • @amarendrabaishya9612
    @amarendrabaishya9612 ปีที่แล้ว +3

    মানবতা

  • @JituDeka-v8w
    @JituDeka-v8w 9 หลายเดือนก่อน

    Thanks

  • @namunarayandutta1068
    @namunarayandutta1068 9 หลายเดือนก่อน +1

    Om namo narayan

  • @bibek6169
    @bibek6169 8 หลายเดือนก่อน

    Xosay sokur pani rokhabo noarilu

  • @irdhan143
    @irdhan143 9 หลายเดือนก่อน

  • @puspadhardeka5665
    @puspadhardeka5665 ปีที่แล้ว +2

    Jibilak manuhar abhab nai hei hakale ai bidha rikshawala janar para kiba ata hikak. Rikshawala bidha janak bhagwane kukhale rakhak.

  • @sandhyaborsaikia1750
    @sandhyaborsaikia1750 9 หลายเดือนก่อน

    God bless all time all assamese people ❤❤❤

  • @dhon122
    @dhon122 8 หลายเดือนก่อน

    Monor dhoni manuh tew 🙏🙏

  • @phanidhartalukdar7053
    @phanidhartalukdar7053 9 หลายเดือนก่อน

    Sakur pani ulai gol dukh lagila bahut

  • @BanamaliDas-qu5lo
    @BanamaliDas-qu5lo 9 หลายเดือนก่อน

    Dukhiwa holeo sihotor mazotp ase akhoni sundor hiwa

  • @chandramohanhaloi3321
    @chandramohanhaloi3321 ปีที่แล้ว +2

    Moko konduwai dile o ......from " Ludhiana" PUNJAB

  • @BabuDas-j1n
    @BabuDas-j1n 9 หลายเดือนก่อน

    Video 2 চাব নোৱাৰিলো চকুপানী ওলাই গৈছে

  • @LakshyahiraBorah-jh7uq
    @LakshyahiraBorah-jh7uq 9 หลายเดือนก่อน

    Tekhetor mohanubhobota dekhi hosakoi abegik hoi golu

  • @Jiya-cr7ls
    @Jiya-cr7ls 7 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😢😢😢😢😢😢😢❤❤

  • @jogenkutum2786
    @jogenkutum2786 9 หลายเดือนก่อน

    দেশ ভক্তি

  • @taluwarongpi8684
    @taluwarongpi8684 ปีที่แล้ว

    Video tu Sai moi sokut soku Pani rakhibo nuwarilu moi

  • @mandeepkalita4826
    @mandeepkalita4826 ปีที่แล้ว +1

    Dukhiyar antar khn bht kumal hy.kandi pelalu olp time babe

  • @PinkiTaye-o5o
    @PinkiTaye-o5o ปีที่แล้ว

    Hosaka sokupani ulai gl oooo manuh mrm bu dakhi vl lagesa

  • @ripulbora
    @ripulbora 8 หลายเดือนก่อน

    Hasai sakur Pani apuna apuni ulai gal ki kam vakha nai

  • @jayantachoudhury1024
    @jayantachoudhury1024 ปีที่แล้ว

    Obak hoisu

  • @Deeptreveling
    @Deeptreveling 9 หลายเดือนก่อน

    Hosai. Aijon. Manuhor man. Aru. Dhoni. Manu. Kot oo aa nai......selut. antor selut.🫡🫡🫡

  • @anjugogoi6536
    @anjugogoi6536 ปีที่แล้ว

    ৰাইজেই নাই চোন ।

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  ปีที่แล้ว +2

      Raij kiyo lage apunak jitu dekhuwaisu heitu saok . Aru ejon dujon thokatu raij nkoi neki lakh lakh hajar hajar thakile he raij koi ne

    • @surjitkamaldas5599
      @surjitkamaldas5599 ปีที่แล้ว

      ​@@ChifungSuriyaJatraekdom xosa kotha. Dhanyabad apunaloi.

    • @ChifungSuriyaJatra
      @ChifungSuriyaJatra  ปีที่แล้ว

      @@surjitkamaldas5599 ❤️❤️

  • @Saruprabha8081
    @Saruprabha8081 ปีที่แล้ว +1

    Kabaloi bhakha nai 🙏🙏🙏

  • @LukeswariGogoiZTC
    @LukeswariGogoiZTC 9 หลายเดือนก่อน

    Bor duk lagil😂😂😂😂

  • @Ritumonibora-m7k
    @Ritumonibora-m7k ปีที่แล้ว

    Hosai nije nije sokur Pani wlai ahe .Toka nathakilaw tewr ekhon Bohol hidoi ase ..

  • @geetanjalisakia4233
    @geetanjalisakia4233 ปีที่แล้ว

    🇮🇳🇮🇳🙏🙏🙏🙏👏👏👏👏🤝💞💕

  • @gunaramdas131
    @gunaramdas131 ปีที่แล้ว

    😢 4:

  • @surjitkamaldas5599
    @surjitkamaldas5599 ปีที่แล้ว

    Krishna.... Bhaxa nai....

  • @lankswardas2824
    @lankswardas2824 3 หลายเดือนก่อน

    Kisoman pagal manuhbure rikswa Shalakak Mare khihatar kasta pahari jai

  • @dasdimbeswar107
    @dasdimbeswar107 9 หลายเดือนก่อน +1

    Khosa dhoni manuh teu

  • @DPffx
    @DPffx ปีที่แล้ว

    Xosa Manuh, xosa hridoi, xosa morom

  • @manujkumarbora8901
    @manujkumarbora8901 ปีที่แล้ว

    Dangr aru dhoni manuht koi xoru manuht mon tu dangr

  • @vestigejlteam9047
    @vestigejlteam9047 ปีที่แล้ว

    Great 👍👍

  • @manjuroy3151
    @manjuroy3151 9 หลายเดือนก่อน

    ❤❤❤