ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
তেওঁৰ সৰুকালৰ কথাবোৰ শুনি বহুত দুখ লাগিল সচা কৈছোঁ বা চকুৰ পানী ওলায় গৈছে
Umm muruu
Really bahut dukh loga kahini
@MASTERS EDUCATIONAL TUBE 0
@MASTERS EDUCATIONAL TUBE 0000000000000000009000000000000000
Oo bohut dukh lagile baya lagise abur huni oo
তেখেতৰ সৰু কালৰ কথাবোৰ শুনি বহুত দুখ লাগিল।
Please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please
সঁচাকৈ বহুত ভাল লাগিল চাই। বিপিন দা ৰ জীবন ৰ সংগ্ৰাম সঁচাকে আটুলনীয় 🥺 love you #bipinda
ধন্যবাদ
Really
Hosa bohut Dukh lagil bipin da r kotha bur huni..God bless you..
ভগৱান সদায় সহায় হওক, তেখেতৰ গান মোৰ বৰ প্ৰিয়।
দাদাৰ কথা শুনি দুখ লাগিল
হয়
9.@@assamesevloggersmitakhi1107
বিষাদৰ সাগৰ সাঁতুৰি সাঁতুৰি মই বিচাৰিলো সুখৰ পৃথিবী । বিপিন দাৰ কথা শুনি চকু সেমেকি উঠিল । তেখেতৰ জীৱন এক প্ৰেৰণা । তেখেতলৈ হিয়াভৰা শুভকামনা থাকিল । লগতে এই ভিডিওৰ জৰিয়তে তেখেতৰ জীৱনৰ নজনা কথাবোৰ আমাক জানিবলৈ সুবিধা দিয়া বাবে বিপিন দাই কোৱাৰ দৰে "ধুনীয়া ছোৱালীজনীক" ধন্যবাদ দিলো ।
প্ৰিয় এজন ব্যক্তি ❤️ ভগৱান ye সদায় মংগল কৰক 🙏
BIPIN dar karne like korok 💖💖 mur srdhar bioktijon BIPIN da🤗🤗🤗
ধন্যবাদ জনালোঁ
বিপিন ছাৰ গান শুনি খুবেই ভাল পাওঁ।।।।তেওঁ শৈশৱৰ কথা শুনি সঁচাই বহুত দুখ লাগিল।।।।আপোনাকো বাইদেউ বহুত ভাল লাগে।।।আগুৱাই যাওঁক
বহুত ধন্যবাদ জনালোঁ
1 hu
তেওঁৰ শৈশৱৰ কাহিনী শুনি সছাই দুখ লাগিল। প্ৰতিভা থাকিলে সছাই মৰণ নাই। স্মিতাখী তোমাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল।
Bohut bohut dhoin no bat bipinda kahini tu huni muru bohut dukh lagise apunar kotha bur huni
আপনি ধন্য বিপিন দা। আপুনি সদায় সংগ্রামী গীত গাই আহিছে। আৰু পিছত অসমীয়া ৰ হকে সংগ্রাম কৰি আহিছে। আপোনাক ভগবানে মংগল কৰক।।
এজন অসম ক ভালপোৱা সবল গায়ক ধন্যবাদ
One of my most favourite singer ❤️❤️❤️👍👍 May you live long sir🙏🙏
Beautiful interview স্মিতাক্ষী বা। সঁচাকৈয়ে বিপিন মামাৰ সংগ্ৰামী জীৱনটিৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল ।তেওঁৰ এই সংগ্ৰামী জীৱনটোৰ পৰা আমি যথেষ্ট খিনি জানিবলগীয়া আছে আৰু সেই বাবেই আমি সকলোৱে তেওঁক সন্মান, শ্রদ্ধা কৰা উচিত।
সঁচাকৈয়ে, তেওঁ এটা আদৰ্শ স্থাপন কৰিছে
ইমান দুখ লগা জীৱনৰ কাহিনী😭 চকুপানী ওলাই গল❤️
মোৰ আটাইতকৈ ভাল লগা এজন ব্যক্তি তথা গায়ক। বৰ দুখ লগা তেওঁৰ জীৱন সংগ্ৰাম । চেয়াৰ কৰিলোঁ ভিডিঅ টো।
Bohut tragic Bipin Siror soisob....!!!! Apunk pranam 🙏🙏
বিপিন দাদা আপোনাৰ সৰু কালৰ কথা শুনি চকুপানী উলাই গ'ল । আপোনাক বহুত সন্মান জনালো ,মোৰ দেউতাৰ নাম ও বিপিন ।
সচাই তেওঁ ৰ অতীত কাহিনী অতি দুখৰ আছিল।বহুত দুখ লাগি গল।মানুহৰ জীৱনত দুখৰ সময় অাহেই...বহুতে সময়ৰ সোঁতত সেই সময় মনত পেলাব নোখোজে...কিন্তু এওঁ সকলোবোৰেই মনত সজীৱ কৰি ৰাখিছে।ভাল লাগিল...ভগৱানে আৰু এখোজ আগুৱাই লৈ যাওঁক তাকে কামনা কৰিচো
ভাল লাগিল। তেখেতৰ গীত শুনি খুব ভাল লাগে। তেখেতৰ অতীতৰ কথাবোৰ শুনিহে বৰ দুখ লাগে। ভাল লাগিল ভিডিঅ'টো
মোৰ অন্য এজন প্ৰিয় অসমীয়া গায়ক ❤️❤️
Bhut bhu vl lagel video2 saaai baaa
Waw so Beautiful. Bohut besi dhuniya 😍👌👌👌👌
সঁচাকৈয়ে বিপিন দা বহুত সহজ সৰল মানুহ দেই ধন্যবাদ দাদা আপুনি আৰু আগবাঢ়ি যাওঁক।
আছে যত দুস-সুখ হাহি অশ্ৰু। তুমি ভালে থাকা
সকলোৰে মৰমৰ শিল্পী বিপিনদা ।
So cute and Bipin saudhang..dar,, dhuniya lagise song
Bhaal laagil,,,,,,oboshyeh dadar interview aagotei saisu,,,,,,love you dada❤️❤️❤️❤️🌹🌹🌹🌹🌹.
Nice video..... Val lagil..
Bipin dar poramokho to huni khub val lagil
Bipin da r সৰু কালৰ কথাবোৰ শুনি বহোত দুখ: লাগিল ।
বিপিন দাদাৰ কথাই হৃদয় চুই গল সঁচাই , আৰু বাইদেউৰ এই যাত্ৰা সুগম হওক ধন্যবাদ।
Fulbur iman dhuniakoi korise.Drowning room r decorations dhunia.bipin sawdangor bikhoye jani val lagil.Stay connected 👍
বহুত ভাল লাগিল।। কথা বোৰ,,👌
সচাকৈ বিপিন দাৰ পোহৰ খিনি সদায় দেখি আহিছো, কিন্তু আন্ধাৰ খিনি আজি শুনি সচাকৈ বহুত দুখ লাগিল ।
Da da pelese mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please please
Bipin da k bohut bohut vl lage....Amar ghoraloi ahise vl lagil..
Vl hok bipin dr ru vl hok tr rr krmoner korilu.vl lgil.
বহুত ভাল লাগিল আৰু তুমি সচাই বহুত ধুনীয়া😍
Baa! Vdo sai bohut bhal lagil. Thanks for sharing to us.
Thank u
ধুনীয়া বা ভাল ভাল question কৰিছা
Bipin da gaam moi bohut bhal pau,. Bipin da is great singer,.. aru baideu apunarloi dhoinybad
Bhut val lagil baa vdo tu sai, aapunar joriyote bhut dhuniya vdo ata dekhilu vL lagil
My favourite singer
আপোনাৰ আজিৰ এই অৱস্থাত উপনীত হবৰ বাবে সেই সময়খিনিয়ে সহায় কৰিলে🤗🤗🤗 আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো 💖💖💖 দীৰ্ঘজীৱী হওঁক ❤️❤️❤️
O ba bht val lagil..aru apunak log pabolekr mn jai
অতি,,সুন্দর,বিপিন,দা,বর,ভাল,লাগিল
Smitakkhi. Val lagil vdo tu sai ,moi sai thaku tomar vdo
Nice... মজা...🎈🎈🎈🎈🎈ধুনীয়া ....মোৰ ভাল লগা শিল্পী জন💟💟💟💟💟💟💟💟
Video tu sai dhukhu lagil aru bohut vl lagi sai ❤
Moja proud of you 😊 baa
Really nice to see Bipin da
Apunak Val lage aru gitbur je kiman Val lage kob nuaru vogobane Jen apunar logt log Kori dia I love you bipin da I love you
Video tu sai bohut val lagil
Bhal lagil. Bhagawane help korak.
Apunar video ahji 1st salu vl lagil ba sai.....♥️
Bohut. Hundo Moi Bipin da dihig paro piriti video khonot moi Danc korisilu. Bipin da bohut bhal .
সঁচাকৈ বিপিন দাক বহুত ভাল লাগে |
Apunr video tu sai bhut vl lagil
🙏 অতি সুন্দৰ
Bor hundor video.. Bohut vl lagil
Mur preyo gayok jon ❤️❤️❤️❤️.
সুন্দৰ।
Val lagil vdo tu sai 😍😍
সমথ´ন কৰিলোঁ*বাইদেউ॥💚❤👌🙏🙏
Bipin da hokolure aadorkho.
Dhuniya interview 👍👍👍👍👍
Thanks
my favourite Bipin sir 💖💖
ছোৱালী জনি ধুনীয়া দেখি channel Tu subscribe কৰি দিলো দেই বিপিন দাই কোৱা কাৰণে 😆😆😆
I
Bohut val lgle 😊
Apunar kotha bur bht val lagise
ককাই😢❤....জয় আই অসম ✊
Vl lagil baa video tu xai..aibur video sala bhtt bxi perona puajai ❤️
Hundor 😍
We are really proud of our honourable Mr.Bipin Choudang, go on kokaideu👍👍👍👍👍👍👍👍
Bohut bohut vl lagil sai
Very nice
Xundor hoise baa
বিপিন দা ছোৱালী জনী ইমান ধুনীয়া
Love you Bipin da
প্ৰিয় মানুহজন
Beautiful ❤️❤️❤️ nice familyBipinda🙏🙏
Hundor ❤️🙏
Bipin daa val din ahiboloi bea somoi Logat jug diva loga💙💚👌👌
Thank u ba hilpi jonor eman bur kotha tumar jugedi janibo parilu.bor val lagil.
Hosa dada kotah huni dukh lagil
Hasakoi bohut beya lagil,mur bohut Val loga singar jon,
Bht val lagile vdio2😍😍
Bhot vl lagel joi ai axom 🙏
বহুতো ভাল লাগিল।
সচাঁই বহুত ভাল লাগিল
Kothabo jani shosakoi bhut dhuk lagi o jibontu kar ketiya ki hoi jai aamibor vabibo nowaru bhut val lagil mor vdobor sabasun
Khubei hundar dr aru aguwai juwa buli akha thakil 👍
বিপিন দাক বহুত ভাল লাগে |
bipin da ajir bihur dinot gaantu mur ataitkoi prio gaan
তেখেতৰ কথাবোৰ সুনি সচাকে বৰ বেয়া লাগিছে
Best programme..
Wow 😲 xundar👍👍
Love from namrup💛💛💛💛
Good job 👍
My lovely❤❤❤ singer
তেওঁৰ সৰুকালৰ কথাবোৰ শুনি বহুত দুখ লাগিল সচা কৈছোঁ বা চকুৰ পানী ওলায় গৈছে
Umm muruu
Really bahut dukh loga kahini
@MASTERS EDUCATIONAL TUBE 0
@MASTERS EDUCATIONAL TUBE 0000000000000000009000000000000000
Oo bohut dukh lagile baya lagise abur huni oo
তেখেতৰ সৰু কালৰ কথাবোৰ শুনি বহুত দুখ লাগিল।
Please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please
সঁচাকৈ বহুত ভাল লাগিল চাই। বিপিন দা ৰ জীবন ৰ সংগ্ৰাম সঁচাকে আটুলনীয় 🥺 love you #bipinda
ধন্যবাদ
Really
Hosa bohut Dukh lagil bipin da r kotha bur huni..God bless you..
ভগৱান সদায় সহায় হওক, তেখেতৰ গান মোৰ বৰ প্ৰিয়।
দাদাৰ কথা শুনি দুখ লাগিল
হয়
9.@@assamesevloggersmitakhi1107
বিষাদৰ সাগৰ সাঁতুৰি সাঁতুৰি মই বিচাৰিলো সুখৰ পৃথিবী । বিপিন দাৰ কথা শুনি চকু সেমেকি উঠিল । তেখেতৰ জীৱন এক প্ৰেৰণা । তেখেতলৈ হিয়াভৰা শুভকামনা থাকিল । লগতে এই ভিডিওৰ জৰিয়তে তেখেতৰ জীৱনৰ নজনা কথাবোৰ আমাক জানিবলৈ সুবিধা দিয়া বাবে বিপিন দাই কোৱাৰ দৰে "ধুনীয়া ছোৱালীজনীক" ধন্যবাদ দিলো ।
প্ৰিয় এজন ব্যক্তি ❤️ ভগৱান ye সদায় মংগল কৰক 🙏
BIPIN dar karne like korok 💖💖 mur srdhar bioktijon BIPIN da🤗🤗🤗
ধন্যবাদ জনালোঁ
বিপিন ছাৰ গান শুনি খুবেই ভাল পাওঁ।।।।তেওঁ শৈশৱৰ কথা শুনি সঁচাই বহুত দুখ লাগিল।।।।আপোনাকো বাইদেউ বহুত ভাল লাগে।।।আগুৱাই যাওঁক
বহুত ধন্যবাদ জনালোঁ
1 hu
তেওঁৰ শৈশৱৰ কাহিনী শুনি সছাই দুখ লাগিল। প্ৰতিভা থাকিলে সছাই মৰণ নাই। স্মিতাখী তোমাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল।
ধন্যবাদ
Bohut bohut dhoin no bat bipinda kahini tu huni muru bohut dukh lagise apunar kotha bur huni
আপনি ধন্য বিপিন দা।
আপুনি সদায় সংগ্রামী গীত গাই আহিছে।
আৰু পিছত অসমীয়া ৰ হকে সংগ্রাম কৰি আহিছে। আপোনাক ভগবানে মংগল কৰক।।
এজন অসম ক ভালপোৱা সবল গায়ক ধন্যবাদ
One of my most favourite singer ❤️❤️❤️👍👍 May you live long sir🙏🙏
Beautiful interview স্মিতাক্ষী বা। সঁচাকৈয়ে বিপিন মামাৰ সংগ্ৰামী জীৱনটিৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল ।তেওঁৰ এই সংগ্ৰামী জীৱনটোৰ পৰা আমি যথেষ্ট খিনি জানিবলগীয়া আছে আৰু সেই বাবেই আমি সকলোৱে তেওঁক সন্মান, শ্রদ্ধা কৰা উচিত।
সঁচাকৈয়ে, তেওঁ এটা আদৰ্শ স্থাপন কৰিছে
ইমান দুখ লগা জীৱনৰ কাহিনী😭 চকুপানী ওলাই গল❤️
মোৰ আটাইতকৈ ভাল লগা এজন ব্যক্তি তথা গায়ক। বৰ দুখ লগা তেওঁৰ জীৱন সংগ্ৰাম । চেয়াৰ কৰিলোঁ ভিডিঅ টো।
ধন্যবাদ
Bohut tragic Bipin Siror soisob....!!!! Apunk pranam 🙏🙏
বিপিন দাদা আপোনাৰ সৰু কালৰ কথা শুনি চকুপানী উলাই গ'ল । আপোনাক বহুত সন্মান জনালো ,মোৰ দেউতাৰ নাম ও বিপিন ।
সচাই তেওঁ ৰ অতীত কাহিনী অতি দুখৰ আছিল।বহুত দুখ লাগি গল।মানুহৰ জীৱনত দুখৰ সময় অাহেই...বহুতে সময়ৰ সোঁতত সেই সময় মনত পেলাব নোখোজে...কিন্তু এওঁ সকলোবোৰেই মনত সজীৱ কৰি ৰাখিছে।ভাল লাগিল...ভগৱানে আৰু এখোজ আগুৱাই লৈ যাওঁক তাকে কামনা কৰিচো
ভাল লাগিল। তেখেতৰ গীত শুনি খুব ভাল লাগে। তেখেতৰ অতীতৰ কথাবোৰ শুনিহে বৰ দুখ লাগে। ভাল লাগিল ভিডিঅ'টো
মোৰ অন্য এজন প্ৰিয় অসমীয়া গায়ক ❤️❤️
Bhut bhu vl lagel video2 saaai baaa
Waw so Beautiful. Bohut besi dhuniya 😍👌👌👌👌
সঁচাকৈয়ে বিপিন দা বহুত সহজ সৰল মানুহ দেই ধন্যবাদ দাদা আপুনি আৰু আগবাঢ়ি যাওঁক।
আছে যত দুস-সুখ হাহি অশ্ৰু। তুমি ভালে থাকা
সকলোৰে মৰমৰ শিল্পী বিপিনদা ।
ধন্যবাদ
So cute and Bipin saudhang..dar,, dhuniya lagise song
Bhaal laagil,,,,,,oboshyeh dadar interview aagotei saisu,,,,,,love you dada❤️❤️❤️❤️🌹🌹🌹🌹🌹.
Nice video..... Val lagil..
Bipin dar poramokho to huni khub val lagil
Bipin da r সৰু কালৰ কথাবোৰ শুনি বহোত দুখ: লাগিল ।
Please mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please
বিপিন দাদাৰ কথাই হৃদয় চুই গল সঁচাই , আৰু বাইদেউৰ এই যাত্ৰা সুগম হওক ধন্যবাদ।
Fulbur iman dhuniakoi korise.
Drowning room r decorations dhunia.bipin sawdangor bikhoye jani val lagil.
Stay connected 👍
ধন্যবাদ
বহুত ভাল লাগিল।। কথা বোৰ,,👌
সচাকৈ বিপিন দাৰ পোহৰ খিনি সদায় দেখি আহিছো, কিন্তু আন্ধাৰ খিনি আজি শুনি সচাকৈ বহুত দুখ লাগিল ।
Da da pelese mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please please please
Bipin da k bohut bohut vl lage....Amar ghoraloi ahise vl lagil..
Vl hok bipin dr ru vl hok tr rr krmoner korilu.vl lgil.
ধন্যবাদ
বহুত ভাল লাগিল আৰু তুমি সচাই বহুত ধুনীয়া😍
Baa! Vdo sai bohut bhal lagil. Thanks for sharing to us.
Thank u
ধুনীয়া বা ভাল ভাল question কৰিছা
Bipin da gaam moi bohut bhal pau,. Bipin da is great singer,.. aru baideu apunarloi dhoinybad
ধন্যবাদ জনালোঁ
Bhut val lagil baa vdo tu sai, aapunar joriyote bhut dhuniya vdo ata dekhilu vL lagil
ধন্যবাদ জনালোঁ
My favourite singer
আপোনাৰ আজিৰ এই অৱস্থাত উপনীত হবৰ বাবে সেই সময়খিনিয়ে সহায় কৰিলে🤗🤗🤗 আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো 💖💖💖 দীৰ্ঘজীৱী হওঁক ❤️❤️❤️
O ba bht val lagil..aru apunak log pabolekr mn jai
অতি,,সুন্দর,বিপিন,দা,বর,ভাল,লাগিল
Smitakkhi. Val lagil vdo tu sai ,moi sai thaku tomar vdo
ধন্যবাদ জনালোঁ
Nice... মজা...🎈🎈🎈🎈🎈ধুনীয়া ....মোৰ ভাল লগা শিল্পী জন💟💟💟💟💟💟💟💟
ধন্যবাদ জনালোঁ
Video tu sai dhukhu lagil aru bohut vl lagi sai ❤
Moja proud of you 😊 baa
Really nice to see Bipin da
Apunak Val lage aru gitbur je kiman Val lage kob nuaru vogobane Jen apunar logt log Kori dia I love you bipin da I love you
Video tu sai bohut val lagil
Bhal lagil. Bhagawane help korak.
Apunar video ahji 1st salu vl lagil ba sai.....♥️
Bohut. Hundo Moi Bipin da dihig paro piriti video khonot moi Danc korisilu. Bipin da bohut bhal .
বহুত ধন্যবাদ জনালোঁ
সঁচাকৈ বিপিন দাক বহুত ভাল লাগে |
Apunr video tu sai bhut vl lagil
🙏 অতি সুন্দৰ
Bor hundor video.. Bohut vl lagil
ধন্যবাদ
Mur preyo gayok jon ❤️❤️❤️❤️.
সুন্দৰ।
Val lagil vdo tu sai 😍😍
সমথ´ন কৰিলোঁ*বাইদেউ॥💚❤👌🙏🙏
Bipin da hokolure aadorkho.
Dhuniya interview 👍👍👍👍👍
Thanks
my favourite Bipin sir 💖💖
ধন্যবাদ জনালোঁ
ছোৱালী জনি ধুনীয়া দেখি channel Tu subscribe কৰি দিলো দেই বিপিন দাই কোৱা কাৰণে 😆😆😆
I
Bohut val lgle 😊
Apunar kotha bur bht val lagise
ককাই😢❤....জয় আই অসম ✊
Vl lagil baa video tu xai..aibur video sala bhtt bxi perona puajai ❤️
Hundor 😍
We are really proud of our honourable Mr.Bipin Choudang, go on kokaideu👍👍👍👍👍👍👍👍
Bohut bohut vl lagil sai
Very nice
Xundor hoise baa
বিপিন দা ছোৱালী জনী ইমান ধুনীয়া
Love you Bipin da
প্ৰিয় মানুহজন
Beautiful ❤️❤️❤️ nice family
Bipinda🙏🙏