Val pau tomr kam bor sai aro balgok dibo le mor nijre aku nai so kiba koribo pora to xohai koro aro tomr nisina kam bor kori moi oo val pau good job dada love from gohpur ❤️❤❤ 🎉🎉
Govt. Scheme ase nki poki ghr dia.. O dhoni manuhe pai. Anekwa manuhk dekhi a nepai bivagyo kortipokhyo a, hadharon youtuber ba blg manuhe a dekhi pai. Respect for u brother , God bless you🙏
Jitu Kam sarkare koribo lagisil aponi Kori ase really Proud of you aponar dore dimpu borua hoteo enkoi dukhia help korile hoi but sihote nijor tu he Jane
🙏🙏🙏🙏🙏Krishna🙏🙏🙏🙏🙏Moi bhabo ami sakalowe smoy gogoi dangariyak sakalowe jone ji pare akonman arihana di sahay karibo lage jate teur ei mahan Kam ti agborhai nibo pare.
Xsakoi bhut dukh lagi gol anekuwa ke thoka dekhi..... Ghr buli aku nai..... Apuni xsakoi mohan..,...... Apunar video xdai sao akou notun kot kam start korise janib mn jai......val lage apunar manuhor proti thoka xhanuvoti dekhi❤
Prothomote apunar manobota aru horolotak bohut respect disu..apunak log palu dudinr agot jadav botta birthdayt..bohut val lagil..anekoi a apuni agoloi val kori goi thakibo..love from majuli.
Dada apunak hazar hazar dhanyabad...🙏🙏🙏🙏...anekua kam kora babe ...2mk jate sodai anekua kam kora babe aguwai loi jai tare kamona korisu vagabank ...jai shree ram
সময়দা আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ...... পৃথিৱীৰ আটাইতকৈ সুখী, সফল, ধনী আৰু প্ৰকৃত মানুহ আপোনি।। ❤
দাদা আপোনাৰ মানৱতা সচাই মহান...ভগৱানে সদায় কুশলে ৰাখক🙏
মানুহে মানুহৰ বাবে অতি সুন্দৰ সময় দা 💗🤲
Apuni xsake Vogban
তুমি হচাকৈ ভগবান
দাদা আপোনাক কি বুলি ধন্যবাদ দিম মে আপুনি ভগবান হৈ আহিছে আমাৰ মাজত 🙏🏻আপুনি সচাকৈ এজন ভগবান হয় 🙏🏻আপোনাক এনেদৰে আগবাঢ়ি যাবলৈ আৰু শক্তি দিয়ে যেন ভগবানে🙏🏻
হে প্ৰভু মানুহ এনেকৈ থাকিব পাৰে নে বাৰু তুমি সঁচাই মানুহে মানুহৰ বাবে ভগবান❤
Love frm jorhat borhulla ❤❤❤❤
বহুত বহুত মৰম 💚
ভগৱানেই তো সকলো কাম কৰিব নোৱাৰে সেয়ে চাগে আপোনাৰ দৰে মানুহ পৃথিৱীলৈ পঠিয়ালে । ❤
Val pau tomr kam bor sai aro balgok dibo le mor nijre aku nai so kiba koribo pora to xohai koro aro tomr nisina kam bor kori moi oo val pau good job dada love from gohpur ❤️❤❤ 🎉🎉
Gohpurot nki tumar gor
মই একো সহায় কৰিব নোৱাৰিলেও কিন্তু এটা সহায় কৰো সেইয়া হৈছে video টো সম্পূৰ্ণ কৈ চাও যাতে এটা হ'লেও views বাঢ়ে ।
মৰমৰ সময়, তোমাক কি বুলি ধন্যবাদ দিম ।অসমৰ ধনী,নেতা পালি নেতা, উচ্চ পদবী ধাৰী বিষয়া বিলাকে যদি এনে ধৰনৰ মানুহক সহায় কৰিলেহেতেন অসম খন অন্তত অকণমান উন্নতি হল হেতেন ।চৰকাৰী ঘৰ ধনী,নেতা পালি নেতা বিলাকেহে পাইছে ।
বেছি ডাঙৰ বনাব নালাগে আৰু বহুত এনেকোৱা মানুহ পাবা সকলোকে তুমি সহায় কৰিবা তোমাৰ মনৰ ভাবেই সেইটো গতিকে জিমান পাৰা সহায় কৰিছা আমাৰ ভাল লাগিছে তুমি জে পাৰিছা বহুত বহুত আন্তৰিক শুভেচছা জনালো ঈশ্বৰে তোমাক আৰু শক্তি দিয়ক❤❤❤❤❤
চকুলো বৈ গল 😢 এই পৃথিৱীত সকলোতকৈ উৰ্দ্ধত মানৱীয়তা আৰু তাৰে এক উৎকৃষ্ট নিদৰ্শন হল আপুনি দাদা ❤ কৰি যাওঁক এনেকৈয়ে ভাল কামবোৰ আমি সদায় আছোঁ আপোনাৰ লগত।
গাৱৰ মানুহবোৰ ইমান গৰু নেকি বাৰু। কোনো চকু মেলি নেচাই নি 😢😢হৰি হৰি 🙏 bohut dug lagil video 2 Sai .. nepai de ... love from majuli ❤
ভাল লাগে তোমাৰ কামবিলাক দিখি সচাকে ।ভগোবানে তোমাক মঙ্গল কৰক ❤❤❤ (গোৱালপাৰাৰ পোৰা)শুভেচ্ছা যোনাইচু
তুমি হাজাৰ জনৰ বাবে সুন্দৰ আদৰ্শ। তোমাৰ সু সাস্থ্য আৰু উন্নতি কামনা কৰিলো ❤
Manuh rupi bhogoban🙏🙏🙏🙏🙏🙏🙏
Govt. Scheme ase nki poki ghr dia.. O dhoni manuhe pai. Anekwa manuhk dekhi a nepai bivagyo kortipokhyo a, hadharon youtuber ba blg manuhe a dekhi pai. Respect for u brother , God bless you🙏
ভাষা নাই তোমাক ধন্যবাদ জনাবলৈ.... ভগৱানে তোমাক তেওঁ চৰণত ভক্তি কৰিবলৈ শক্তি দিয়ক
ভগৱান বিষ্ণুৱে আপোনাক পৃথিৱীলৈ পঠিয়াইছে ।❤❤❤
Apna Kam to bahut Bhag🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাক একো নকওঁ,মাত্ৰ ভগৱানক ধন্যবাদ জনাইছোঁ আপোনাৰ দৰে এজন হুসন্তান পৃথিৱীলৈ পঠোৱা বাবে।।।।।।।।।🙏🙏🙏
ভগবানৰ অন্য অৱতাৰ সময় নামেৰে পৰিচিত ❤❤
তুমি আনক সহায় কৰিছা তোমাক ভগৱানে সহায় কৰিব।
আপোনাৰ নিচিনা যদি বুজি পোৱা আনক সহায় কৰা নিজৰ চিন্তা নকৰি বেলেগৰ চিন্তা কৰা থকা যদি অসমত বেছি নহয় ১০,১৫ জন মান মানুহ থাকিলে হয় না তেতিয়া অসমত দুখীয়াৰ পৰিমাণ কম হৈ থাকিলে হয়। আৰু আজি কালি মানুহে নিজে নিজৰ টোহে চাই আপুনি এনেকুৱা নহয় কত যে কিমান দূৰ কিমান ভিতৰ গৈ কিনে বেলেগক সহায় কৰিছে আপোনাক বহুত বহুত ধন্যবাদ (ᱡᱚᱦᱟᱨ)জনাইছোঁ ।
Dada apuni koli jogor Shree krishna ❤️❤️❤️
Dada bhut vl vl kam kri ami dadak belek vage hohai kribo nuaru kin2 sobei like kra shere kra tate amar falor pora hohai hobo
অসমৰ একমাত্ৰ মোৰ প্ৰিয় TH-camr আপুনি... ভগৱানে আপোনাক সু-স্বাস্থ্য কৰি ৰাখক। দাদা আপুনি কিছুমান পৰিয়ালৰ বাবে ভগৱান... 🙏🙏🙏🙏🙏
Koba vakhai nai ❤️❤️❤️❤️
তেওঁলোকৰ বাবে তুমি এজন ভগৱান । ভগৱানে তুমাক আৰু আগোৱাই নিয়ক ❤
Jitu Kam sarkare koribo lagisil aponi Kori ase really Proud of you aponar dore dimpu borua hoteo enkoi dukhia help korile hoi but sihote nijor tu he Jane
তোমাৰ মা দেউতাক সচাকৈ ধন্যবাদ দিছো যে তোমাৰ নিচিনা ইমান ভাল মানুহ এজন এই পৃথিৱী লৈ আনিলে।❤ সময় দাদা❤
আপোনিবহুত'ভাল'মানুহ
Tumi bahut val manuh dada ❤❤ thanks dada
আপুনি সচাই মহান আপোনাৰ নিচিনা মানুহ আজিৰ দিনত কবলৈ গলে নাইয়ে 🙏❤🌹
Homoy tumar dore manuh thokar babe prithibi khon eman dhuniya
হে প্ৰভু🙏🙏🙏ইমান কষ্ট মাজেৰে জীৱন যাপন কৰি আছে।দাদা আপুনি তেওঁ লোকৰ বাবে ভগৱান❤আপোনালৈ মৰিগাঁও ৰ পৰা মৰম আৰু শুভেচ্ছা যাছিলো। god bless you 🙏🙏
মানুহে মানুহৰ বাবে অসমৰ ভিতৰত তুমি মহান তুমি ঈশৰ তোমাৰ ক্ষেত্ৰত হে পযোজ্য হৈছে ইমান দিনে
শব্দ টো সন্মান কৰা নাছিল গাব লাগে গাইছিল
হায়...হায়... সাংঘাটিক অৱস্থা দেখুন... ইমান কষ্টৰ মাজেৰে দিন পাৰ কৰিছে... আৰু এতিয়া চিন্তা নাই ... কাৰণ তেওঁলোকৰ কাষত আছে "সময়".......... মানুহে মানুহৰ বাবে...সময় দুখীয়া -অসহায় জনৰ বাবে 😊
Apuni bohut mohan hoi dada🤗🤗
হে ভগৱান 😢😢😢 ইয়াতকৈ বেয়া অৱস্থাত কাকো নাৰাখিব প্ৰভু🙏🙏
Manuhe koi bogobanok bastopot Deka napai kintu aji moi nij sokure dikisu bogobanok heya hl homoy da... Love you homoy da❤️❤️ from dhemaji
তোমাৰ মানবতা সচাই মহান❤❤❤
Hosakoi apuni dukhiya hokolor bhogowan🙏🙏🙏
ভগৱানে তুমাক আৰু আগুৱাই জোৱাত সহায় কৰক🙏🙏🙏🙏🙏lov you bro jonai pora bohut morm jaselu
Bohut bohut dhoniobaad 🙏 ♥️
তুমি সচাকৈয়ে মহান ভগৱানে সদায় কুশলে ৰাখক তোমাক ❤🙏
বহুত ভাল লাগে দে আপোনাৰ video সমূহ চাই , আপোনাৰ কাম বিলাক দেখি নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ হয় ,
আপোনাক বহুত বহুত ধন্যবাদ 🙏
God help you prayed to God
পৰিয়ালৰ সদস্য সকলক কেনেকৈ সুবিধা হয় সেই ধৰণে ঘৰটো সাজি দিয়ক , আপোনালৈ ধন্যবাদ থাকিল
সচাকে অপুনাৰ এখন বিশাল অন্ত ৰ আছে চৰকাৰে নকৰা কাম আপুনি কৰিছে সুখৰ হক জীৱন
Duta room bonai diya dada,,, ata room pakghor aru ata huwa room,,, dujon manuhe valkoi thakibo paribo tetiya,,, tumar video hodai sau,,, agbarhi juwa anekoi,,, vogobane tumak hodai vale rakhok❤️💝
সময় বোপাই ভগৱানে তোমাক দীঘায়ু কৰক
,ভগবান তোমাৰ সহায় হওঁক 🙏
সময় দা আপুনি_🔥🔥🔥
জয় আই অসম_🧡🤍💚
#Np vlog's অলপ চাপত কৰিব ধ্যনবাদ_🙏
❤Tumi bhale thaka... Tetia aru bhal kam kariba pariba... Mor akhirbad tomaloi... Aru pray kariso Homoy r babe...
Best youtube r Assamese. No fake only geniune vedio. All Assamese TH-cam r show their bike ,car, clothes .but he help only poor people.
সকলোৱে বাবে তুমি আদৰ্শ 🎉 ভালে ৰাখক ভগৱানে তোমাক 🙏❤️
যদিও তোমাক কেতিয়াও দেখা নাই কিন্তু আজিকালি তোমাৰ কথা কৈ মানুহৰ আগত গৌৰৱ কৰোঁ।কওঁ সময় আমাৰ ঘৰৰ ওচৰৰ।
তুমি যি খিনি কৰিছা সেয়া আনে কৰিব নোৱাৰে।তোমাতকৈ বহু বেছি টকা পইচা থকা মানুহ এই পৃথিৱীত আছে কিন্তু তেওঁলোকৰ আনক দিব পৰা মানসিকতা নাই, সাহস নাই। বহু কম মানুহ আছে যি আনৰ কাৰণে কান্দে।
আচলতে ভগৱানে সকলোকে পূণ্য অৰ্জন কৰিবলৈ নিদিয়ে।মহান আত্মাকহে এনে সুযোগ দিয়ে। সঁচাই তুমি বহু সৌভাগ্যৱান।
আগুৱাই যাবলৈ ভগৱানে তোমাক শক্তি দিয়ক তাকে কামনা কৰিলোঁ।
Bohut.beya.lagi.gol.ghortu.dakhi.apuni.bohut.vall.kam.korisa.dy.bohut.vall.apuni.
ভগৱানে মঙ্গল কৰক তোমাক।। তুমি এই দৰে আগুৱাই যোৱা ।।।। love 4m kuhimare ❤❤❤
Apunar dore jodi an aru 10jon TH-camr thakil hoi😢... Aapuni val kori ase dada....thank you😊
You are great Hamoy❤
Very nice my friend 👍👍👍👍
My favourite ❤
তুমি মহান , তোমাৰ বিষয়ে লিখিবলৈ শব্দ বিচাৰি নাপাওঁ ভাইতি।
দাদা অসমীয়া লোকে শৰাই নিৰ্মাণ কৰে❤
🙏🙏🙏🙏🙏Krishna🙏🙏🙏🙏🙏Moi bhabo ami sakalowe smoy gogoi dangariyak sakalowe jone ji pare akonman arihana di sahay karibo lage jate teur ei mahan Kam ti agborhai nibo pare.
হে ভগৱান , বহুত দুখ লগা দেই , কিবা সহায় কৰিব পাৰিম নেকি দাদা বেছি নহ’লেও আপোনাৰ account ত কিবা এটা পঠাই অলপ সহায় কৰিব পাৰিলেও ভাল লাগিব ।।।।।
আজিৰ দিনত আনৰ কথা ভবা আৰু কাম কৰা মানু্হ আঙুলিত গণিব পৰা নিচিনা হৈছে। তুমি ইমানখিনি কৰাৰ বাবে অশেষ ধন্যবাদ। তোমাক ঈশ্বৰে মঙ্গল কৰক 🙏🙏🙏
Apunak big Salute...
Apunar Vorir Pine Soku gol mur... Jot apuni sandle ba juta khuli humaise.. Aitu asol respect dada #Thank you 🌹
Bhal lagise apuner kam khini dekhi.... Apuni hajar janar babe adarxa swarup, khub kom manuhe apuner nicina kam koriboloi agbarhi ahe... Enedore hodai manuhe manuhor babe jiyai thakok... Antarr pora selut apunak 🙏🙏🙏🙏
দাদা আপোনাক কি বুলি ক'ব আপোনি মানুহক ইমান সহায় কৰে । ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
কি পৰিবেশত পৰিয়ালটোৱে আছে ,প্ৰভু তুমি সহায় কৰা
Dada apuni bohut bhal Kam korese
Anekoi aguai jaok ammi hakolu aapunar
Logot asau.
GOOD BLESS YOU
Love From Majuli♥️♥️♥️♥️
আমি নিজকে বহুত দুখীয়া বুলি ভাবো , কিন্তু আমাতকৈও বহুত দুখীয়া মানুহ আছে সেই কাৰণে যি আছে তাক লৈয়ে মানুহে সুখত থাকিব লাগে
আপুনি সঁচাকৈয়ে মহান ভগৱানে সদায় কুশলে ৰাখক
Sokupani olai Jay bhogban tomar lgt sday thakok God bless you 🙏🙏🙏🙏🙏
ভাবিয়ে কিবা অদ্ভূত লাগে পৃথিৱী কিমান আগবাঢ়ি গল চৰকাৰে দেখা নাপায় নিকি এই মানু্হ বোৰক 😢😢 আপুনি এনে দৰে সহায় কৰি যাওক 🙏 ভগৱানে শক্তি দিওক আপোনাক ❤
সময় তোমাক ঈশ্বৰে সদাই সুস্বাস্থ্যৰে ৰাখক সদাই ভালে থাকা। আৰু আগুৱাই যোৱা। মোৰ চকু পানী ওলাই গল।
সঁচাই সময় দা বহুত বহুত ভাল লাগে আপোনাৰ এই কাম বিলাক দেখিলে । আৰু আগুৱাই যাওক আৰু মানুহক সহায় কৰক তাৰেই কামনা
ধুনীয়া কাম কৰি গৈ আছা আৰু আগ বাহি গৈ থাকা
Aje porthm saisu Val lagele 2mar morom jate agotew aneke morom dijuwa
Tumar video ragular sau. Bohut val lage. Eidorei dukhiyak hohai kori tumi manobotar porisoy disa. Grand salute to u.
Xsakoi bhut dukh lagi gol anekuwa ke thoka dekhi..... Ghr buli aku nai..... Apuni xsakoi mohan..,...... Apunar video xdai sao akou notun kot kam start korise janib mn jai......val lage apunar manuhor proti thoka xhanuvoti dekhi❤
Prothomote apunar manobota aru horolotak bohut respect disu..apunak log palu dudinr agot jadav botta birthdayt..bohut val lagil..anekoi a apuni agoloi val kori goi thakibo..love from majuli.
Apuni aguwai jauk bhogobanr usort parthona korisu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bor hundor. Bohut val kam korisa vaiti. Vogobane tumar mongol korok.👍🙏
তোমাৰ ভিডিও বোৰ সঁচাকৈ বহুত ভাল লাগে বহুত মানুহক সহায় কৰিছা তুমি ।
Apunar video Bohut val paw homoy da lova u morom jasilu sapekhati Choraideo dist pora
উফ কি কম ভাষা নাই😢😢 তোমাক ভগৱানে বহুত শক্তি দিয়ক 🙏💖💖
You are the real content creator. Hat's off brother 🙏🙏
সুন্দৰ পদক্ষেপ
আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ
Congratulations homoi daa apuni aguai jauk
ভাল লাগে আপোনাৰ কাম বিলাক দেখি যিটো কাম চৰকাৰে কৰিব লাগে সেইটো কাম আপুনি কৰি আছে বহুত লাগিছে ❤ এবিলাক ঘৰ চৰকাৰে দেখা দেখা নাপায় নেকি কি কৰি আছে অসম চৰকাৰে
Dada apunak hazar hazar dhanyabad...🙏🙏🙏🙏...anekua kam kora babe ...2mk jate sodai anekua kam kora babe aguwai loi jai tare kamona korisu vagabank ...jai shree ram
কলি যুগৰ ভগৱান বুলি কলো তোমাক । সচাকৈয়ে।ভাষা নাই ক'বলৈ। মাথোঁ যাচিলো হিয়া উজাৰি একাজলি মাতৃ স্নেহ আৰু বহুত বহুত আশীৰ্বাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ
বহুত বেছি মনতো বেয়া লাগি গল৷ভগৱানে আপোনাৰ মংগল কৰক৷
Tumar video Sai bohut val lage.eman val kori asa hadai agbahi juwa
Val kam korisa aru agoloiu kori juwa.❤
Dada apunar dore jodi aru thakile heten amar ohomot tenekua dukhia Manu nethakile hoy.isorok moi prartona korim apunar jibon2 hukhere vorai diok .apunar babe bohut bohut morom jasilu❤❤❤❤❤❤
আপোনাক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
তোমি মহান সময়। কিছুমান মানুহে নিজৰ ডাঙৰ ডাঙৰ ধন ফেত দেখাই কিন্তু এদিন নো নাভাবে এই মানুহৰ বোৰ কথা।
Homoy apuni bahut val kaam kori ase. Bahute bisarileu aneke koribo nuware. Apunak ki dore hohai koribo parim jonabosun.