নুপুৰ দিহানামৰ দল | প্ৰথম শ্ৰেষ্ঠ দল | Nupur Dihanamor Dol | Dihanam competition
ฝัง
- เผยแพร่เมื่อ 30 ก.ย. 2023
- নুপুৰ দিহানামৰ দল | প্ৰথম শ্ৰেষ্ঠ দল | Nupur Dihanamor Dol | Dihanam competition
সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা
প্ৰথম শ্ৰেষ্ঠ দল-নুপূৰ দিহানামৰ দল, দুলীয়াজান
স্থান-গায়ন হৰিনাম সমাজ নামঘৰ, শঙ্কৰমন্দিৰ পথ, শিৱসাগৰ জিলা....
শিশু শিল্পীসৱলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো...
anupom bitupon
dihanam
dehanam
deha nam
hori nam
horenam
hori naam
assamese horinam
kamala gogoi dihanam
new dihanam
dihanam 2023
komola gogoi dihanam
anupam bitupon
bhoktigeet
bhoktimulok geet
anupom bitupon dihanam
dihanam assamese
dhemaji dihanam
dihanam song assamese
bhakti song
bhokti song assamese
dihanam competition
komola gogoi dihanam song
nupur dihanam dol
tukari geet
#anupombitupon
#dihanam
#dehanam
#horinam
#horenam
#horinaam
#assamesehorinam
#kamalagogoidihanam
#newdihanam
#dihanam2023
#komolagogoidihanam
#anupambitupon
#bhoktigeet
#bhoktimulokgeet
#anupombitupondihanam
#dihanamassamese
#dhemajidihanam
#dihanamsongassamese
#bhaktisong
#bhoktisongassamese
#dihanamcompetition
#komolagogoidihanamsong
#nupurdihanamdol
#tukarigeet
anupambitupon
#horinam
#dihanam_2023
#Dihanam
#BoharpuMadhavdev
#dehanam
#new_assamese_song new
#Newhorinam
#bhoktigeeti
#bhoktimulokgeeti
#boharpu
#pankajpritus
#rajibbaruah
#anupombitupon_dihanam
#diha_nam
#Madhavdev
#New_assamese_horinam
#horinam_2023
#NewHorinam_2023
#New_Assamese_Bhokti_Geet_2023
#new_dihanam_2023
#assamese_harinaam
#assamese_culture
#KamalaGogoi
#komola_gogoi_dihanam
#Sankardev
BoharpuMadhavdev
anupombitupon
anupambitupon
horinam
dihanam_2023
Dihanam
dehanam
new_assamese_song new
Newhorinam
bhoktigeeti
bhoktimulokgeeti
boharpu
pankajpritus
rajibbaruah
anupombitupon_dihanam
diha_nam
Madhavdev
New_assamese_horinam
horinam_2023
NewHorinam_2023
New_Assamese_Bhokti_Geet_2023
new_dihanam_2023
assamese_harinaam
assamese_culture
KamalaGogoi
komola_gogoi_dihanam
Jay Guru Sankar - เพลง
এতিয়ালৈকে যিমান দিহানাম শুনিলোঁ সকলোতকৈ শ্ৰেষ্ঠ সুন্দৰ এইভাগি দিহানাম অন্যতম।নৱপ্ৰজন্মৰ হিচাপে নূপূৰ দিহানামৰ দলটিয়ে সাত্বিকতা ৰক্ষা কৰি, সম সাজ- পোচাক পৰিধান কৰি এটি সুন্দৰ দিহানাম নিৰ্বাচন কৰি সুন্দৰ পৰিবেশন কৰিছে। তোমালোকৰ দলটিৰ দলীয় ঐক্য অটুট থাকক জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো । অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা তোমালোক💝💐👍
ৰাইজ জনপ্ৰিয় এনেধৰণৰ মানুহক কৰক৷❤️
😢
Dhuniya hoise ❤
Iman hundor kontha,aguwai juwa tumi.
Krishna 🙏
Bahut bhal lagil aru aguai jaba
অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল প্ৰথম হোৱা বিচাৰকৰ ভাল চিলেকছন
আজি তাৰিখ লৈকৈ মই অতি কমেও ২০ বাৰ উপৰত শুনিলো ইমান সুন্দৰকৈ পদ ভাঙনি দিহা উপস্থাপন কৰিছে সচাকৈ লেখত লবলগীয়া নামৰ উভয়ে নেগেৰা খোলৰ বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় বৰ সুন্দৰকৈ ফুটি উঠিছে❤️❤️
আপোনালোকৰ দলটি আৰু আগুৱাই যাওক 🙏🙏🙏
জয়তু অসমীয়া সংস্কৃতি ❤️
জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏
Best of luck to your Naam party. Krishna.........
Bohut val lagese
কি কম ভাষা নাই 🙏 অতি সুন্দৰ প্ৰভু ভগৱন্তই কৃপা কৰক🙏
কি বুলি কম ভাষা নাই ইমান সুন্দৰ
বৰ সুন্দৰ মাত শুনি বহুত ভাল লাগিল ।
Bhut val lagil tumi aguwai juwa axibad thakil tumar lgte tumar dol tu loi
Oti Sundar...Mon chui goise...anugrah kori likhita rup diok...
সুন্দৰ কণ্ঠ; সুন্দৰ পৰিবেশন ; সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ; লগতে এইনাম ভাগী অন্য কোনো দ'লে অথবা কোনো লোকে পৰিবেশন কৰে চাব যাতে বিসংগতি নহয়; কিয়নো আমি সজায় পৰায় আগবঢ়াই দিয়া ভালে কেইভাগ নাম প্ৰচাৰ মাধ্যমত বিকৃতি কৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে; এইভাগ নামো আমিয়ে কথা সুৰেৰে সজাইছিলো; । নুপুৰ দিহানামৰ দ'লটিয়ে মামণি হাজৰিকা আই গৰাকীৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰাত অতিশয় আনন্দিত হৈছো।❤❤❤
ধন্যবাদ ছাৰ 🙏
আশীৰ্বাদ কৰিব ।
@@namrataphukan2108kor hoy namoti garaki
মামণি বাইদেউ number tu lagisil
বা বহুত ভাল লাগিল
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ
Xundr kontho xundr nam xuni thakib mn jai.. Aguai joa nupur
অতি সুন্দৰ ,,শুভ কামনা থাকিল 🎉❤
Suni thakile deh mon jur pori jae, ati sundar, suvesya jinalogon,
কি সুন্দৰ অপূৰ্ব voice tumar ♥️♥️🌸
ইমান সুন্দৰ কণ্ঠ 🙏সকলোলৈকে দীৰ্ঘায়ো কামনা কৰিৰো চাই থাকিব মনজায় তিনিবাৰ হল চোৱা 👏👏
সুন্দৰ 🔥🔥🔥🔥 । কবলৈ ভাষা নাই 🙏🙏🙏🙏
ইমান সুন্দৰ কন্ঠ শুনিয়েই ভাল লাগিছে । এনেকৈ আগবাঢ়ি যাওক ❤🙏🙏
Insta Handle bur description t dbo lage gutei team r ako 😊❤❤ ( Namoti vaagor right side orthaat khul r fale besi koi aruu 🤌🏻 )
অপূৰ্ব অনন্য আৰু অতুলনীয়
সুন্দৰ পৰিবেশন। ভাল লাগিল।
Lords Krishna bless you
Voice Nice 👌 Jai Shree Krishna🙏🙏
ধুনিয়া হৈইছে পৰিবেশন 🙏🙏
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা ❤❤❤❤❤❤❤❤❤❤
Hunile huni thkb mn jai❤❤❤.aguwai jboloi vgbne humoti diok🙏
Iman hundor kontho agbahi jua
What a voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ।। বহুত ভাল লাগিল ❤।।
Vare Vare good Krishna Krishna god bless you
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
Mojja bhanti
❤❤ Xundar ❤❤
Facebook t paisilu.atia TH-cam t search Kori Sai asu.bohut dhunia.
Bor val hoise ❤❤
Iman hundar kontho ...🙌🙌
বহুত সুন্দৰ হৈছে ৷
সুন্দৰ ❤❤❤
Bhut bhut besi val lagise
বহুত ভাল লাগিলে
Mojja ❤❤
Bhut dhunya ❤
ভাল লাগিলে কালি দিহা নাম চাবলয় গৈছিলো ❤
বহুত বহুত শুভ কামনা।🙏🙏🙏🙏🙏🙏
সুন্দৰ❤️
Sweet voice
বৰ ধুনীয়া লাগিল ।❤❤❤
Xundor kontho ♥️♥️♥️
কি সুন্দৰ কণ্ঠ। শুনিলে শুনি থাকিব মন যায়
সৰ্বশ্ৰেষ্ঠ দিহানামৰ দল।
Dhuniya kantha
Sibani Borah AmolgouriMou Diha nam Bohuto gan gou ❤🎉⏏️▶️⏸⏯️⏹⏺⏭️⏮️⏩⏪⏫⏬◀️🔼🔽
Oti sundor kontho ag bahi juya
খুউব সুন্দৰ
অতি সুন্দৰ 🌺
বৰ সুন্দৰ কৃষ্ণ
ভাল লাগিছে নাম শুনি
বহুত বেছি ধুনীয়া কণ্ঠ
ধুনিয়া
ইমান সুন্দৰ
Moja
কৃষ্ণ কৃষ্ণ🕉️
মাইনা কিজনী ইমান সুন্দৰ কৈ নাম পৰিবেশন কৰিছে অ
সুন্দৰ হৈছে
Iman hundr hur ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ইমান ধুনীয়া share নকৰি নোৱাৰিলো কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।নামভাগ লিখিত ৰূপত দিবছোন ।
সুন্দৰ।নামষাৰ লিখিত ৰূপত দিবলে অনুৰুধ জনালোঁ!🙏🙏
wow ❤
দাদা অনুগ্ৰহ কৰি এই দিহানামটিৰ প্ৰতিলিপি এটা দিব পাৰিব নেকি আৰু এই দিহানামটি ৰচিত কোনে কৰিছে জনাব নেকি 🙏 পাৰে যদি জনাব চোন দাদা ।বা জনিৰ কণ্ঠত দিহানামটি শুনি বৰ ভাল লাগিছে আমি গাব বিচাৰিছিলো । অনুগ্ৰহ কৰি জনাব 🙏
Dim kintu tomar namto ki lihi diy
শুনি শুনি আমনি নলগা কণ্ঠ
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bor xundor tumar konthoti aguai juwa anekoi❤❤❤❤
🙏অতি সুন্দৰ🙏❤❤from BANGALORE
বৰ সুন্দৰ কণ্ঠ ,শুনি বহুত ভাল লাগিল ।
❤❤❤❤
Xundor 🎉❤😊
Thanks 🔥
❤
❤❤
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
Thik kotha koise
🎉🎉❤
❤ 9:38
Kon kon Mainahtloi 🙏🙏🙏
❤❤❤
🙏🙏🙏
🥰🥰🥰🥰
শুভেচ্ছা থাকিল
😢❤
Krishna
Karishma nath r pe pe pe pe t koi bahut oparat .... Seibilk any janapriya kre asolate ai bilk he hb lge....
Pe pe pe 👈👎👎👎👎👎👎👎👎👎
100% right
Thanks❤🌹🙏
You're welcome 😊
দিহানামটো লিখিত ৰূপত দিব
Krishna Krishna 🙏❤️
Numbartu lagisil paribo ne