U r so welcome to the whole world of asssames culture... Which is not only business but also to express all for carrying out of Mahapush Shankardev's rule ... Thanks u
Eman hundor Anusthan ata ND24 channel e Agbarhuwa babe okhekh Dhoinyabad Jonaisu..Shilpi Bhaigyoshree Devi logote Hongot Kora shilpi hokoloi amar pora Sewa Jonaisu... Krishna
এই উন্নত মানদণ্ডৰ অনুষ্ঠান এভাগ আগবঢ়োৱা বাবে এন্জেলা চাঙমাই লৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আৰু সঁচাকৈয়ে উন্নত মানদণ্ডৰ উপস্থাপন কৰা হৈছে।🕉️🙏
সচাকৈ সুন্দৰ হৈছে আৰু আপোনালোকে গাই যাওক চোন,,
বহুত সুন্দৰ কণ্ঠ, সুন্দৰ হাঁহি, সুন্দৰ চেহেৰা। শুনি ভাল লাগিল।আৰু আগুৱাই যোৱা ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।❤❤❤🎉🎉🎉
বহুত ভাল লাগিল দলতিক । দলতোৰ আটাইকেইজনলৈ মৰম থাকিল । আগলৈ দেখা পাম বুলি আশা ৰাখিলোঁ ।
অতি সুন্দৰ জয় শ্ৰীকৃষ্ণ
অতি সুন্দৰ,অতি মধুৰ দিহা নামৰ দলটিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏
ইমান সুন্দৰ কণ্ঠ
আৰু দিহানাম আমাৰ মাজলৈ আগবঢ়াই থাকিব বুলি আশা ৰাখিলো❤❤❤❤❤❤
Beautiful voice n beautiful dihanam all the best Krishna Krishna
ইমান মধুৰ কন্ঠ।শুনিলে শুনি থাকিবলৈ মন যায়।দলতিক সেৱাহে জনালোঁ।আগলৈ যেন আৰু শুনিবলৈ পাওঁ বহোত আশা ৰাখিলো।
ইমান সুন্দৰ হৈছে । টিমটোৰ সকলো শিল্পীলৈ শুভকামনা লগতে এঞ্জেলা চাংমাইলৈ অশেষ ধন্যবাদ ।
Amiya neog baidek viral koribo sun teu bohut hundor diha Nam hai..teuk u again nibo lage... Amiya neog baidek bor vhal Lage...❤
অতি সূন্দৰ হৈছে ❤️🙏🙏🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ অনুষ্ঠান । দলৰ প্ৰতিজন সদস্যলৈকে মৰম আৰু শুভকামনা জাঁচিলো❤❤🙏🙏🙏🙏🙏🙏🙏🙏
সুন্দৰ কণ্ঠ সচাকৈ আই গৰাকীৰ,, বিশেষকৈ গুৰু জনাৰ গুণৰ ওপৰত লিখিত এই দিহানাম ভাগি অন্তৰ আত্মা হৃদয় চুই গৈছে।কৃষ্ণ।ঈশ্বৰৰ কৃপা থাকক।
সুন্দৰ পৰিবেশন ভাব ভঙ্গী কণ্ঠ তাৰোপৰি সোনত সুৱগা সৰিছে হাঁহি টো আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ
সুন্দৰ
সুন্দৰ অনুষ্ঠানটিয়ে, ভাগ্যশ্ৰীৰ লগতে দিহানামৰ প্ৰতিজন সদস্যৰ উজ্জ্বল ভৱিষ্যতৰ কামনা 🙏
রেড2জিডিএফরেজ্যাকক2ভ7ক্লেকেওয়ান3 3কেও
@@tutimonibora .
সুন্দৰ অনুষ্ঠান সুন্দৰ কণ্ঠ চাই বহুতো ভাল লাগিল । আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
নাম সুন্দৰ হৈছে তাৰ পুৰ ভালেই হৈছে আগুৱাই যাওক। কিন্তু দিহা নামেই হক যি নাম গুৰুমুখী আৰু ঈশ্বৰ মুখী আধ্যাত্মিকতাৰ অনুষ্ঠানত নাম পৰিবেশন ত চেলেঙ চাদৰ হে মহিলাৰ বাবে উপযোগী।কাৰন মহিলাৰ বাবে গামোচা খন আনৰ বাবেহে। কৃষ্ণ।
সুন্দৰ অনুষ্ঠান । দলৰ প্ৰতিজন সদস্যলৈকে মৰম আৰু শুভকামনা যাঁচিলো 💐❤️🙏🏼
দেৱীৰ লগত তুলনা নাই । 🙏🙏🙏
অনুস্থান ভাগ অতি সুন্দৰ লাগিল।এনে অনুস্থান অব্যাহত থাকক তাৰে কামনা থাকিল।ধন্যবাদ।
সেৱা জনালোঁ এয়াই হ'ল নাম
কৰিস্মাই পালে নে নাই! পালে ভাল লাগিল হয়
Unique Voice and ultimate performance. Go ahead way to your journey of music. All the best wishes to you .
val lage huni. জয় গুৰু শংকৰ
কৃষ্ণৰ নাম শুনিলে ৰব নোৱাৰে গাবলে মন যায়🙏🙏🙏👍
কৃষ্ণ ! ভাগ্যশ্ৰী আইগৰাকিয়ে আলিপুখুৰীতে বৈকূণ্ঠৰ দিহা নাম ভাগ উপস্থাপন কৰা বৰ আগ্ৰহেৰে শ্ৰৱণ কৰি ভাল লাগিল।পূৰ্বেব গোৱা নাম ভাগৰ লগত মিলাই শ্ৰৱন কৰোতে পদ এৰি গোৱা যেন পালো! অপৰাধ ক্ষমিব কৃষ্ণ । nd প্ৰচাৰ বিভাগক সেৱা জনালো।। কৃষ্ণ ।।
Bhagyasree aai garakir kantha ati shumadhur aaru shundar.Bhabishyat utjjal kamana karilu. Dhanybad.
ভাল লাগিল আপোনালোকৰ এই অনুষ্ঠান টিৰ গীত সমূহ ।সুন্দৰ কণ্ঠ সুন্দৰ সুৰ। আৰু শুনিব পাম বুলি আশা ৰাখিলোঁ।লগতে আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ।
এইগৰাকী সচাই ভক্তিত বিলীন। কি সুমধুৰ কণ্ঠ তেখেতৰ। লগতে সতীৰ্থ সকল বহুত পাৰ্গত।
❤
আমিয়া সুৰৰ যাদুৰে _দিহানামৰ এক অভিনৱ পৰিবেশন _হিয়াৰ শুভেচ্ছা অনাগত দিনৰ বাবে__ go ahead plz Bhagyashree.......
কৃষ্ণ কৃষ্ণ 🪔👃🏼 শুনিলে শুনিয়েই থাকিবৰ মন 👌👍
অতি সুন্দৰ অনুষ্ঠান ❤❤❤❤❤
U r so welcome to the whole world of asssames culture... Which is not only business but also to express all for carrying out of Mahapush Shankardev's rule ... Thanks u
আপোনালোকর দিহা নাম চাই বহুত ভাল লাগিল সকলোকে ধন্যবাদ
আই ভেকুলীয়ে শ্ৰীমন্ত শঙ্কৰদেৱ নহয় জানো? উত্তৰ:-আলি পুখুৰীত ভেকুলীয়ে জন্ম হৈছিল। মহাপুৰুষ শংকৰদেৱৰ প্ৰচলিত আছিল ওজাপালি বৰ্তমান অসমৰ খিলঞ্জীয়া জনগোষ্ঠী পুজাৰি সকলক(বৰদেউৰী ) উপাধি প্ৰদান কৰিছিল
জয় গৰু শঙ্কৰ, কৃষ্ণৰ 🙏🌼🙏
সুন্দৰ হৈছে 🙏🙏
বৰ ধুনীয়া দেই , সকলোলৈকে অশেষ ধন্যবাদ , শুনিলে শুনি থাকিবৰ মন যায়
আপোনালোকলৈ আশীৰ্বাদ থাকিল আগলৈ এনেদৰে আগবাঢ়ি যোৱা আশাৰে মই Rinku ৰে নেদেখাৰ জনৰ ওচৰত আশীৰ্বাদ বিচাৰিছো
কৃষ্ণ । আপোনাৰ কণ্ঠ সু মধুৰ। কৃষ্ণ নাম গুণ গাই প্ৰচাৰ প্ৰসাৰ কৰা বাবে আপোনাক আৰু আপোনাৰ দলৰ সকলো বাপ আই লৈ সেৱা ধৰা হৈছে।
কণ্ঠৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো বহুত নাম শুনিছো কিন্তু এখেতৰ কণ্ঠই হৃদয় স্পৰ্শ কৰি গৈছে। আগুৱাই যাওঁক এখেত তাৰে কামনা কৰিছোঁ।❤❤
কৃষ্ণ ।অতি সুন্দৰ কন্ঠ ।দিহানামৰ দলটি আগুৱাই যাওক 🙏🙏🙏
অনুস্থান ভাগ বৰ ভাল লাগিল ।দলপতিৰ লগতে সমুহ দলটোলৈ অভিনন্দন জনাইছো ।দিহানাম হাতৰ ভংগিমা বোৰ দেখালে সোনত সুবগা ছৰে ।
অতি সুমধুৰ কণ্ঠৰ অধিকাৰী ।শুনি থাকিবৰ মন যায়।
সুন্দৰ কণ্ঠ, সুন্দৰ পৰিবেশন
😊
❤❤❤❤জয় ভগৱান শ্ৰীৰাম!!!!জয় মাতৃ সীতা ❤❤❤❤ অনন্ত নমস্কাৰ
অতি সুন্দৰ প্ৰদৰ্শন
পে পে কন্যাই শিকি লওক অলপ।নাম কেনেকৈ গায়।🙏কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ । লগতে এঞ্জেলা চাংমাই লৈকো❤❤
অনুষ্ঠানৰ প্ৰতিগৰাকী,প্ৰতিজন সদস্য ,সদস্যালৈ আন্তৰিক অভিনন্দন যাচিঁলো।
How sweet knowledgable speech given by respected anchor Anjela changmai .thanks to this fruitful pragame with bhagya shree and her all partners.
Bhagyashree baa বহুত বহুত ধন্যবাদ
বহুত ভাল লাগে তোমাৰ হৰি নামৰ দলটি ।সকলোকে অশেষ ধন্যবাদ
বহুত সুন্দৰ এনে বোৰ হে হৰিনাম Go ahead madam and god bless u
সুন্দৰ অনুষ্ঠান আগলৈ আগুৱাই যোৱা আশীৰ্বাদ থাকিল
Thanks to ND24 eman dhunia ata program dekhua babe❤❤
Hundor voice val lagil Sai ❤️❤️❤️🙏🙏🙏
Xosai Bor xundor 👌👌👌
কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼অতি সুন্দৰ কণ্ঠ বহুত ভাল লাগিল।
এঞ্জেলা চাংমাই বা উপষ্ঠাপন মোৰ মন আকৰ্ষিত কৰিছে। লগতে ভাগ্যশ্ৰী বাইদেউলৈ ভক্তিভৰা মৰম যাচিলো। কিন্তু আজিৰ দিহা নামটো আৰু এক মাত্ৰা ওপৰত গোৱা হলে বেছি ভাল লাগিলেহেতেনকি ?🙏🙏🙏🙏🙏। চেষ্টা এটা কৰি চাবচোন।
Sweet voice sweet look. Go ahead more. God bless you Bhagyashree.
এঞ্জেলা চাংমাই আপোনাৰ মতটো ইমান ভাল লাগে।আৰু ভাগ্যশ্ৰী বাইদেউৰ কথা কবই নালাগে কিমান সুন্দৰ কণ্ঠ আৰু ভনঙ্গিমা কি কম আৰু,,,
🙏🙏 অতি সুন্দৰ,, তেৰশ নহয় নেকি? বাৰখ চাগে
সুন্দৰ অনুষ্ঠান । দলৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰো 🙏🙏🙏🙏🙏🙏🙏🙏
Bhut dhunia kantha
God bless you of all
আই গৰাকীক শুভেচ্ছা জনাইছোঁ, আপুনি ভক্তি ৰস জীয়াই ৰাখিব।
Hundor
ছোৱালী জনীৰ দিহানাম শুনি মই আল্পুত হৈছো।অতি সুন্দৰ।ভাগ্যশ্ৰী এইদৰেই আগবাঢ়ি যোৱা।
সুন্দৰ নাম
বাহীৰ সুৰে আৰু সুন্দৰ কৰি তুলিছে 🙏
ভগবানেে সহায় কৰক❤❤❤
বহুত ধুনিয়া লাগিল ধন্যবাদ ❤❤
❤❤❤❤অতী সুন্দৰ অনুষ্ঠান ❤❤❤❤ কৃষ্ণ
আই গৰাকী কন্ঠ বহুত ভাল লাগে পোৱা গধূলি আই গৰাকী নামহে শুনি মোৰ ভাল লাগে🙏🙏🙏🙏
Bohut bohut hundor hari nam faki hunila huni thakibo mon jai.. Krishan
❤😍🙏🏻🥰
কৃষ্ণ কৃষ্ণ বহুত বহুত ভাল লাগিল শুনি দিহা নাম টি 🪔👃❤️👍
মোৰ বৰ প্ৰিয় দিহানাম টো ❤❤❤❤
Expression 😮🔥❣️
Bor hundor
I love my god ,very good song ,,Thank you so much ..🎉
Krishna জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
।। সুন্দৰ বৰ মনোমোহা অনুষ্ঠান।।
দলটিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।🙏🙏
Xosai bohoot dhuniya lagise
সুন্দৰ গায়কী।
কৃষ্ণ হৰি ৰাম।
Nice. Thanks from andharpradesh nellore district ❤.
কৃষ্ণ কৃষ্ণ বহুতেই ভালল লাগিল।
ইমান ধুনীয়া 🙏🙏🙏
Krishna Krishna ati xundar lagise
বহুত ধুনীয়া হৈছে।
ইমান ধুনীয়া কণঠ আগবাঢ়ি যোৱা
Eman hundor Anusthan ata ND24 channel e Agbarhuwa babe okhekh Dhoinyabad Jonaisu..Shilpi Bhaigyoshree Devi logote Hongot Kora shilpi hokoloi amar pora Sewa Jonaisu... Krishna
7uufgd. Sssaauooi in dddsw
7r
A😊a😊à😊a😊
Àaaa😊😊aqa
Aàaaa
শুভ প্ৰভাত। আপোনাৰ দিহানামত সঁচাকে আপ্লুত হৈছো। কিন্তু সূৰতো সলনি কৰাৰ প্ৰাম্ভণিত হে -হৰিয়ে হে-ৰাম নাৰায়ন বুলি সংযোজন কৰি পৰিবেশন কৰিলে আৰু সুন্দৰ হব বুলি ভাবো। শেষত ভক্তি ভৰা সেৱাৰে।
দিচাংমুখ- শিৱসাগৰ।
বহুত ধুনীয়া হৈছে
Thanks Thanks
Ati sundor ,bhagysri Devi,Anjela sang mai.
আপোনাৰ সুমধুৰ কণ্ঠত গুৰু জনাৰ গুনানু কীতন শুনি বহুত ভাল লাগিল। আগলৈকে আপোনাৰ কণ্ঠত গুৰু জনাৰ গুনানু কীতন শুনি জাম বুলি আশা থাকিল। 🙏🙏🙏