শ্ৰেষ্ঠ দিহানাম দল || সত্যসন্ধ্যা মহিলা দিহানাম দল, কালুগাঁও || মহিলা দিহানাম প্ৰতিযোগিতা || শিৱসাগৰ
ฝัง
- เผยแพร่เมื่อ 30 ต.ค. 2022
- #শ্ৰেষ্ঠ_দিহানাম_দল #BestDihanamTeam
সত্যসন্ধ্যা মহিলা দিহানাম দল, কালুগাঁও
তেলিয়াল উন্নয়ন সমিতি, তেলিয়াল সাংস্কৃতিক সমিতি আৰু তেলিয়াল মহিলা সমিতিৰ উদ্যোগত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা ৷
স্থান : তেলিয়াল প্ৰেক্ষাগৃহ (অঞ্জনজ্যোতি স্মৃতি মঞ্চ) হাফলুটিং, শিৱসাগৰ
দিনাংক : ১২ কাতি, দেওবাৰ (ইংৰাজী ৩০ অক্টোবৰ, ২০২২)
দলটিৰ প্ৰতিগৰাকী সদস্যালৈ আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ অনাগত দিনত আপোনালোক আৰু আগবাঢ়ি যাওঁক তাকেই কামনা কৰিলোঁ ৷
Copyright Disclaimer : Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#দিহানাম
#বলিচলন
#মহিলা_দিহানাম
#জনপ্ৰিয়_দিহানাম
#মন_পৰশা_দিহানাম
#দিহানাম_প্ৰতিযোগিতা
#SNN #Dihanam
#Dihanam_Competition - เพลง
Supper ❤
ধূনীয়া হৈছে আৰু আগ বাঢ়ি যোৱা
অতি সুন্দৰ। শ্ৰৱণ কৰি দেহমন জুৰ পৰি গ'ল।অতি সুন্দৰ কণ্ঠ।কাহিনীভাগ অতি সুন্দৰ। কাহিনী ভাগক সুৰ আৰু বাদ্য সংগতে খুব সুন্দৰ ভাৱে আগুৱাই নিলে।
হৰি ভক্তিত ৰোমাঞ্চিত হলো। কৃষ্ণ
বৰ সুন্দৰ
🙏🙏🙏🙏❤️❤️❤️❤️ কৃষ্ণ, কৃষ্ণ, আই, শ্ৰবন কৰি ভাল লাগিল ❤️ আপোনালোকৰ সমুহ স্ংগিবৃন্দলৈ মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️❤️🌺🌺💐
বহুত বহুত ভাল লাগিল...যদি সম্ভৱ হয় দিহানাম টো লিখিত ৰূপত দিব পাৰিব নেকি??
Oti uttam 🙏🙏Krishna
বৰ সুন্দৰ হৈছে
সুন্দৰ 🙏
কন্ঠ ইমান সুন্দৰ ❤❤❤❤❤❤❤❤❤
Bahut dhuniya hoisy
Eman hundor
নাজানো দলপতিৰ বেছি কষ্ট হৈছে। বাকী সকলোৰে মাত ওলোৱা হলে বহুত বেছি ভাল লাগিল হয়, এতিয়াও বেষ্ট হৈছে। মই তিনিবাৰ হুনি ও আমনি নালাগিল
সুন্দৰ হৈছে।
সকলোৰে ইমান সুন্দৰ কণ্ঠ শুনি বহুত ভাল লাগিল।🙏🙏🙏
Moi aji duty ahi thakute xuni xuni ahisu... Bht dhuniya lagil... Xokolule bht bht Xuvessa thakil..
Dhunia ❤❤❤
Bohut val lagil
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏❤
New subscriber .
So sweet
.Best Wishes All of You . ❤🙏🏻🙏🏻🙏🏻
🔥♥️
কৃষ্ণ , সুমধুৰ ইমান মধুৰ কণ্ঠ
💖💖🌸
Krishna
Moja
মধুৰ মধুৰ অতিসুমধুৰ
Dada lyrics tu dibo paribo ni
সুন্দৰ পৰিবেসন
বৰ ধুনীয়া কন্ঠ
কৃষ্ণ
বহুবাৰ শুনিলো ॥অতি উত্তম পৰিবেষন অনুগ্ৰহ কৰি কোনোবা এজন বাপ আইৰ ফোন নম্বৰ পাম নেকি
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Dihanam tur lyrics tu pam nki
Ssundar kantha
কৃষ্ণ কৃষ্ণ।
নাম টো লিখি দিব চো ন
দিহানাম ফাঁকিৰ কথা সুৰ কোন জনাব নেকি?
aito nam moi aakou abar gai youtube t dib parimne
নিশ্চয় পাৰিব বাইদেউ ৷
moi stodiot recording kri dib bisariso .parimne jnabson
@@munnasasiprava4372 নিশ্চয় ৷
গতি ৰ পিচত কি বুলিছে ধৰিব পৰা নাই.শব্দতোৰ পিচত সবে ৰজাই আছে
বিন্ট তি নে কি বা
বৰ সুন্দৰ