ৰহস্য চৰাইদেউ মৈদাম ৰ - history o charaideo Maidam - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ธ.ค. 2024

ความคิดเห็น • 2K

  • @goldenassam6752
    @goldenassam6752 4 ปีที่แล้ว +742

    মোগলে অসমক ১৭বাৰ আক্ৰমণ কৰিছিল , তথাপি অসমখন দখল কৰিব নোৱাৰিলে।
    কোটি কোটি প্ৰণাম জনালোঁ সেইসকল বীৰ সৈনিক, ৰজা-পজাক,🙏🙏🙏

    • @abuhanifamx1493
      @abuhanifamx1493 4 ปีที่แล้ว +12

      Golden

    • @lilbabes1591
      @lilbabes1591 4 ปีที่แล้ว +16

      Wow dimpu dai pin korise apunak🔥

    • @dipakkalita7530
      @dipakkalita7530 4 ปีที่แล้ว +14

      Apuni xosakoie asamak vl Pai neki

    • @sapunvlogs2516
      @sapunvlogs2516 4 ปีที่แล้ว +32

      আপুনি মূখেৰে মেইদাম বুলি কৈ আছে, শুদ্ধ অসমীয়া কব, লিখিছে শুদ্ধকে কিন্তু মুখেৰে উচ্চাৰণ ভূল কে কৈছে... মেইদাম নহয় মৈদাম...

    • @rabhasankar86gmail
      @rabhasankar86gmail 4 ปีที่แล้ว +4

      Ummm

  • @Smriti_rani_lucifer
    @Smriti_rani_lucifer 4 ปีที่แล้ว +203

    *ধন্যবাদ দিম্পুদা মৈদামবোৰ অসমৰ (নেদেখা) ৰাইজক দেখোৱাৰ বাবে🙏 নবিন দাৰ বাবে ১ লাইকা*

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +3

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @Xopun_96
      @Xopun_96 4 ปีที่แล้ว +2

      @@MisterDipon 😂😂😂

  • @goldenassam6752
    @goldenassam6752 4 ปีที่แล้ว +366

    এনেকৈ অসমৰ ইতিহাস প্ৰসিদ্ধ ঠাই সমূহ তুমি দেখুওৱাই যোৱা ।❤️👍🙏

    • @Dipankarmedhi877
      @Dipankarmedhi877 4 ปีที่แล้ว +3

    • @nakiburrahman147
      @nakiburrahman147 4 ปีที่แล้ว +1

      Ooooooo

    • @nostergamer156
      @nostergamer156 4 ปีที่แล้ว +3

      Hey you

    • @ritadevi4456
      @ritadevi4456 4 ปีที่แล้ว +2

      @@Dipankarmedhi877 wwe

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @satyajitcharingiaphukan5975
    @satyajitcharingiaphukan5975 4 ปีที่แล้ว +270

    মে-ডাম নহয়, ভুলকৈ আপোনাৰ গাইডজনে কৈছে, মে শব্দই শিৰ, বা শৰীৰ নুবুজাই ।। ।। আৰু টাই আহোম ভাষাৰ শব্দটোৰ অসমীয়া অৰ্থ ভুলকৈ কোৱা হৈছে ।। মৈ-ডাম্ হ’ব লাগে ।। টাই ভাষাত যুৰীয়া শব্দ অৰ্থাৎ দুটা একক শব্দৰ অৰ্থ যোগ হৈ এক অৰ্থ প্ৰকাশ কৰে ।। মৈ- শব্দই পবিত্ৰা বুজাইছে আৰু ডাম - শব্দই মৃতক বুজাইজে অৰ্থাৎ মৃতকৰ পবিত্ৰ স্থান ।। কাৰণ টাই আহোম সকলৰ নিজস্ব ধৰ্মীয় আদৰ্শ মতে পুন:জন্মত বিশ্বাস নকৰে । মানুহ মৰিলে সেয়ে "ডাম" হয় , আৰু ডাম সকলক স্মৰণ বা সেৱা কৰিলে দেশ, জাতি, সমাজ পৰিয়াল কুশলে থাকে বুলি বিশ্বাস কৰে ।।।

  • @জিতুনমশূ্দ্ৰ
    @জিতুনমশূ্দ্ৰ 4 ปีที่แล้ว +11

    দিম্পু দা তুমি ইমান কম বয়ষৰ ভিতৰত মানুহক ইমান যে বহু জানিব লগা কথা শিকাইছা বা দেখুৱাইছা বহুত ধন্যবাদ. আৰু আগলৈ বহুত কিবা দেখা পাম বুলি আশা থাকিল.

  • @5307pearl
    @5307pearl 4 ปีที่แล้ว +8

    ভাস্কৰ আৰু দিম্পু - দুয়োৰে দ্বাৰা নিৰ্মিত ভিডিঅ' ক্ৰমে "চৰাইদেওৰ ৰহস্য ফাদিল" আৰু "ভিতৰত আছে ৰজাৰ মৃতদেহ" চালো।
    ভিডিঅ'দুটা নিৰ্মাণত শ্ৰীযুত নবীন বুঢ়াগোহাঁই দেৱে তেওঁলোক দুজনক যথেষ্ঠ সহায় কৰিছে। এটা ছুটি ভিডিঅ'ৰ মাধ‍্যমেৰে চৰাইদেউ মৈদামৰ বিস্তৃত বুৰঞ্জী মানুহৰ মাজলৈ লৈ যোৱাটো এটা অতি কষ্টকৰ কাম।আৰু তেওঁলোক দুজনে এনে এটা প্ৰচেষ্টা হাতত লোৱা বাবে নিশ্চিত ভাৱে প্ৰশংসনীয়। (চৰাইদেউ মৈদামৰ ওপৰত এখন তথ্য চিত্ৰ বনোৱাৰ চিন্তা কৰিবলৈ দুয়োকে অনুৰোধ জনালোঁ)।
    "আৱাহন"-- ৯ম বছৰ, ৮ম সংখ্যাত প্ৰকাশিত ভুৱন চন্দ্ৰ সন্দিকৈ দেৱৰ "চৰাইদেউ" নামৰ প্ৰৱন্ধটো তলত উল্লেখ কৰা হৈছে।
    ভিডিঅ'টো চোৱাৰ লগতে এই কথাখিনি পঢ়িলে সকলো উপকৃত হ'ব বুলি আশা কৰিলোঁ।
    স্বর্গদেৱ আৰু তেওঁৰ পৰিয়ালৰ লােকসকলৰ প্ৰায়বিলাক মৈদামেই আহােম সাম্রাজ্যৰ প্রথম স্থায়ী ৰাজধানী চৰাইদেওত আছে। “মৈদামবিলাক চৰাইদেও পাহাৰৰ নামনিৰ পৰা শাৰী শাৰী পাতি দিয়া আছে। একোটা শাৰী তিনি চাৰি মাইলৰো বেছি ঠাই জুৰি আছে। তাৰ পাছতে আকৌ অন্য এশাৰী। প্রত্যেক শাৰীত কিমানকৈ মৈদাম আছে ঠিককৈ ক'ব নােৱাৰি। অনুমান এশ ছকুৰিমানকৈ শাৰীয়ে প্রতি আছে। তাৰ উপৰিও চৰাইদেও পাহাৰ পাৰ হৈ তিৰু পথাৰত ভালেমান মৈদাম আছে বুলি মানুহে কয়। কিছুমান মৈদাম দুপুৰা তিনি পুৰা মাটি জুৰি আছে। ওখই এতিয়া কিছুমান মৈদাম দুই তিনি জোপা কাকিনী তামােলৰ সমান হ'ব। আগতে মৈদামবিলাক যে কিমান ওখ আৰু বহল আছিল, ইয়াৰপৰাই অনুমান কৰিব পাৰি। ডাঙৰ ডাঙৰ মৈদামৰ মাজে মাজে কিছুমান সৰু সৰু মৈদাম দেখিবলৈ পােৱা যায়।”
    মৈদামবিলাক আগৰ দবে থাকিবলৈ হােৱা হলে সঁচাকৈয়ে ইজিপ্টৰ পিৰামিডবিলাকৰ দৰে পৃথিৱীৰ ভিতৰত আচৰিত বস্ত্ত হ'লহেতেন। নৈসর্গিক ঘটনাত মৈদামবিলাক চাপৰ হোৱাটো স্বাভাবিক। কিন্তু তাৰ উপৰি অর্থলােভী মানুহে মৈদাম খান্দি টকা বিচাৰোতে প্রায় সকলােবিলাক মৈদাম খহে। কিন্তু এই সকলােবিলাকতকৈ অসম কোম্পানীৰ চাহ খেতিয়কসকলে মৈদাম খান্দি, ভাঙি সমান কৰি তাৰ ওপৰত চাহ বাগিচা খােলে।
    “আহােম ৰজাৰ শেষ অৱস্থাত স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত টকা-কড়িৰ অনাটন হােৱাত ভালেমান মানুহে ৰাজ আদেশত মৈদাম খান্দে। আগতে মৈদামবিলাক ৰাখিবৰ কাৰণে আৰু চাফ-চিকুণকৈ ৰাখিবৰ কাৰণে ৰখীয়া ৰখোৱা নিয়ম আছিল। বিষয়াসকলে সেইবিলাকৰ তত্ত্বাৱধান লয়। মীৰজুমলাই যেতিয়া বৰজনা গোঁহাই, লাচিত গোঁহাই আৰু লালুক গৌাঁহাইৰ মৈদাম খান্দি অনেক টকা কড়ি লাভ কৰি শেষত ৰজাসকলৰ অস্থি পর্যন্ত নিলে, তেতিয়া স্বৰ্গদেৱ জয়ধ্বজ সিংহই খেদ কৰি এইদৰে কৈছিল - “বুপা-পুথাও পুলিনৰ হাড়কো ৰাখিব নােৱাৰিলো।” তেতিয়া অসমীয়া প্রজাৰ মনত বৰ আঘাত লাগি, মৰ সাহ দি মুছলমানক ৰণত জলা কলা কৰিছিল।"
    "সেই সময়ত অপাৰ ধন-সোন, অলংকাৰ, বাচন-বৰ্তন মৈদাম খান্দি অনা হৈছিল। তাতােকৈ আগেয়ে মুছলমানবিলাকেও ধন সােণৰ লােভত ভালেমান মৈদাম খান্দিছিল। Fathiyas Ibriyah বােলা এখন মুছলমান বুৰঞ্জীত মৈদামবিলাকৰ কথা এনেদৰে আছে যে, ৰজাসকলৰ শটোৰ মূৰ পূবফালে, ভৰি পশ্চিমফালে থােৱা হয়, বৃহৎ টান কাঠৰ কোঠালী-ঘৰ কৰে। সেই বুৰঞ্জীৰপৰা এটা আচৰিত কথা শুনিবলৈ পােৱা যায় যে
    "a lamp with plenty of oil and a torch bearer alive into the vault to look after the lamp." [E. A. Gait]
    বতাহ নােপােৱা এনে এটা মৈদামত বহুত দিনৰ পৰা জ্বলি থকা চাকি আৰু জীয়াই থকা মানুহৰ কথা শুনিলে আমাৰ মনত ভৌতিক কাণ্ড যেন লাগে। ৰশ্মিবেগ নামৰ এজন মুছলমান সেনাই নবাব মীৰজুমলাৰ আগত এবাৰ এটা এনে কথা কৈছিল যে, কেইবাশ বছৰীয়া মৈদাম এটা খান্দোতে ভালেমান বহুমূলীয়া বস্তু পােৱাৰ লগে লগে এযােৰা কেঁচা তামােল-পাণাে পােৱা গৈছিল। ইয়াে আমাৰ মনত বৰ আচৰিত যেন লাগে।
    "Ten such vaults were opened by the order of the Nawab and property worth about Rs. 90000 was recovered."
    মুছলমানে খন্দাৰ পাছত মানৰ দিনতাে কোনাে এটা মৈদাম সম্ভৱতঃ নখন্দাকৈ নৰ'ল। সেই সময়ত মৈদাম খান্দি ধন উপার্জন কৰাটো এটা বৰ ডাঙৰ কাৰবাৰৰ দৰে হৈ উঠিছিল। তাৰ পাছত কোম্পানীৰ তৰফৰ পৰা ধন খন্দা আৰম্ভ হ'ল। আগৰ কালত স্বৰ্গদেৱসকলৰ ডঁৰিত আৰু ভূত-প্রেতৰ ভয়ত মৈদাম নখদাকৈ আছিল। কিন্ত্ত আক্ৰমণকাৰী মুছলমানে যেতিয়া সেই বাট উলিয়াই দিলে, তেতিয়া মানুহৰ মনৰ ভয় গুচিল। মৈদাম খান্দি যে মানুহৰ বিপদ নােহােৱাকৈ আছিল তেনে নহয়। ভালেমান সময়ত মৈদামত সােমাই বাট বন্ধ হৈ, মাটি খহি, বেয়া গেছ বাহিৰ হৈ ভালেমান অর্থলােভী মানুহৰ প্রাণ নাশ হ'ল। কোন মৈদাম কতিয়া কোনে খান্দি কি কি পইছিল তাৰ বিশদ বিৱৰণ ৰায়বাহাদুৰ অধ্যাপক শ্ৰীযুত সূর্যকুমাৰ ভূঞাদেৱৰ "আহােমৰ দিন"ত আৰু Department of Historical and Antiquarian Studies ৰ জৰিয়তে প্রকাশ হােৱা "দেওধাই বুৰঞ্জী"ৰ ১৪৬ পৃঃ পঢ়িলেই পাব। কিন্তু অসম চাহ কোম্পানীয়ে যেনেকৈ ধ্বংস কৰিলে, আনে তেনে কৰা নাই।”

  • @neucleyaassam357
    @neucleyaassam357 4 ปีที่แล้ว +18

    মেদাম নহয় দিম্পু দা মৈদাম হে😊😊
    Love from charaideo 💓

    • @kankanarajbongshi6352
      @kankanarajbongshi6352 4 ปีที่แล้ว +2

      moiu kom buli vabiselu ktha tu

    • @neucleyaassam357
      @neucleyaassam357 4 ปีที่แล้ว

      ভূল সকলোৰে হয়।সেইটো একো ডাঙৰ কথা নহয়। তথাপিও নিজৰ ঠাইডোখৰ নাম ভুলকৈ ক'লে বেয়া লাগে 😔😔।। সেইবাবে শুধৰাই দিলোঁ।।

  • @ujjaldeka9863
    @ujjaldeka9863 4 ปีที่แล้ว +12

    Dipmu dak vl powa keitai laik kora 🔥❣️

  • @rhanchhetri214
    @rhanchhetri214 4 ปีที่แล้ว +5

    Tq so mch dimpu da ..bht nojona kotha janibo parilu Vl lgil👍

  • @jyotiprakashsarma4333
    @jyotiprakashsarma4333 4 ปีที่แล้ว +6

    সুন্দৰ কথা জানিব পাৰিললো।ভাল লাগিল। ধন্যবাদ। 🙏

  • @Narayankaibarta-i6j
    @Narayankaibarta-i6j หลายเดือนก่อน +1

    Video to val lagile ❤❤❤❤❤❤

  • @SilkyTrip
    @SilkyTrip 4 ปีที่แล้ว +17

    অসমৰ জনপ্ৰিয় TH-camr Dimpu Da✔️

  • @tanujprotimdutta2263
    @tanujprotimdutta2263 4 ปีที่แล้ว +9

    Another version of Egypt based mummy concept.
    Thank for the video.

  • @ami_tuhin6472
    @ami_tuhin6472 4 ปีที่แล้ว +88

    Love from West Bangal

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +6

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @logicmama4686
      @logicmama4686 2 ปีที่แล้ว

      @@MisterDipon nokoru moi😅

  • @kasturirajbongshi7108
    @kasturirajbongshi7108 4 ปีที่แล้ว +1

    Mzza lagil video 2 sai 🥰 bhut njna ktha khikib parilo 😊

  • @chayamdancevideo5229
    @chayamdancevideo5229 4 ปีที่แล้ว +1

    Thanks. Dimpu da bohut hundor.

  • @himakshidas5513
    @himakshidas5513 4 ปีที่แล้ว +6

    বহুত বেছি ভাল লাগিল,বুৰঞ্জী বিভাগৰ ছাত্ৰী হিচাপে মই এইখিনি জানিব পাই বহুতেই সুখী,,নিশ্চয় যাম historical tour শিৱসাগৰ nw yr ত,ধন্যবাদ,,

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @himakshidas5513
      @himakshidas5513 4 ปีที่แล้ว +1

      @@MisterDipon ok ok,

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @@himakshidas5513 thank you so much dada

    • @himakshidas5513
      @himakshidas5513 4 ปีที่แล้ว

      @@MisterDipon দাদা🙄

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      @@himakshidas5513 ohh sorry baa

  • @fairic7728
    @fairic7728 4 ปีที่แล้ว +35

    কিন্তু দুখৰ বিষয় যে অসমী আইৰ বীৰ সন্তান লাচিত বৰফুকন বা মোগলক পৰাস্ত কৰা আহোম সকলৰ গৌৰৱময় ইতিহাসৰ বিষয়ে আমাৰ বিদ্যালয়ৰ ইতিহাসৰ পাঠ্যক্ৰম সমূহত একো উল্লেখ নাই কিন্তু ভাৰতৰ ধন সম্পত্তি লুট-পাত কৰা আৰু ভাৰতৰ বহুতো কীৰ্তিচিহ্ন ধ্বংস কৰা খিলিজি আৰু মোগলসকলক বীৰ সজায় আমাৰ ল'ৰা ছোৱালীবোৰক শিক্ষা দিয়া হয়

  • @rikiborah5499
    @rikiborah5499 4 ปีที่แล้ว +9

    𝙃𝙞𝙨𝙩𝙤𝙧𝙮 𝙠𝙣𝙤𝙬𝙡𝙚𝙙𝙜𝙚 𝙠𝙤𝙢 𝙙𝙞𝙢𝙥𝙪 𝙙𝙖𝙧

  • @yogawithdivinity6632
    @yogawithdivinity6632 10 หลายเดือนก่อน +1

    আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙে সকলোতকৈ শক্তিশালী আছিল। তেওঁৰ দিনত চুতীয়া, কছাৰী সকলো আহোমৰ অধীনত আছিল।

  • @bijoyborgohain5116
    @bijoyborgohain5116 4 ปีที่แล้ว +1

    *Thank you dimpu daa video bonuwar karone...bohut nojona kotha janilu*

  • @mrrobiulbarbhuiya7869
    @mrrobiulbarbhuiya7869 4 ปีที่แล้ว +28

    ২০১৬ চনত এই ঠাইখনত মই গৈছিলো।।।।
    আকৌ এবাৰ মনত পৰিল মৰমৰ ঠাইখন।।।😊😊
    Thank u Dimpu da.... Love from Silchar....💖

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @dbassamboy8219
    @dbassamboy8219 4 ปีที่แล้ว +4

    ধন্যবাদ দাদা তুমি আমাক চৰাইদেউৰ মৈদাম ৰৰ বিষয়ে কোৱা বাবা ।

  • @Maina22065
    @Maina22065 4 ปีที่แล้ว +18

    ধন্যবাদ ডিম্পু দা ❤️❤️ আপুনি আমাৰ চৰাইদেউ ‌জিলালে আহি‌ আহোম যুগৰ এই মৈদাম সমূহ ৰাইজৰ আগত ‌উপস্থাপন কৰাৰ বাবে ✨❣️😊😊

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @__mr_.blacky.1316
    @__mr_.blacky.1316 4 ปีที่แล้ว

    xosakoi video tu bhut bhut vl topict bonaise thank you

  • @binayjit5692
    @binayjit5692 4 ปีที่แล้ว

    BHAL LAGIL DIMPU...BHU KHINI JANIBO PORA JAI TUMAR AI DHORONOR VIDIO BURAR PURA...THANKS DIMPU.

  • @phukonpori9695
    @phukonpori9695 4 ปีที่แล้ว +61

    আমাৰ ঠাইলৈ আহিছে,😍

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @madhurjyaborah5126
    @madhurjyaborah5126 4 ปีที่แล้ว +7

    Love from sapekhati,CHARAIDEO💕💕

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @pujakonwarr
    @pujakonwarr 4 ปีที่แล้ว +4

    ভাল লাগিল। বাখৰ বেঙেনা চাই যাবা দিম্পু দা। বকতাত আছে।
    Ami local manuh aru dei 🤓🤓

  • @kadamdekakadamdeka1402
    @kadamdekakadamdeka1402 3 ปีที่แล้ว

    Val lagil porani itihakh dekhoare babe thanks dimpu.

  • @princysarmah6785
    @princysarmah6785 4 ปีที่แล้ว

    Agbahi jua dimpu daa .. tmk bht bht dhanyabad..

  • @Dm.moran143
    @Dm.moran143 ปีที่แล้ว +3

    Love from moran ❤soraideo district ❤

  • @goldenassam6752
    @goldenassam6752 4 ปีที่แล้ว +217

    তুমি আমাৰ চৰাইদেউ আহোমৰ ৰজা বা ইতিহাসৰ ভিডিঅ'সমূহ বনোৱা । তেতিয়া আমাৰ সাধাৰণ ৰাইজে বা বিদেশৰ মানুহবোৰে ভাল দৰে বুজিব পাৰিব।

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @samundorkoya.officialkoya1847
      @samundorkoya.officialkoya1847 4 ปีที่แล้ว

      হয়

    • @simplechinmoy9824
      @simplechinmoy9824 4 ปีที่แล้ว

      @@MisterDipon Bhai tmi hindit bonua 👍

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +3

      @@simplechinmoy9824 hindi t kunu support nokore dada .... Axomiya t video bonale axom or manhue support koribo

    • @michealsingh7837
      @michealsingh7837 3 ปีที่แล้ว

      Dimpu moi tumak bahut bahut dhanybad dilo so vidio bonuwar babe. Aami Asomia Hoi asomr bahut kathaye nejano. Ane video aamak bahut kathaye sikai . Parole Hindi mains English t video banana.

  • @nonআমিষveg5348
    @nonআমিষveg5348 4 ปีที่แล้ว +55

    সুন্দৰ। চাই খুবেই ভাল লাগিলে আৰু কিছুমান নজনা কথাও জানিবলৈ পালোঁ।

    • @bhaswatideka9697
      @bhaswatideka9697 4 ปีที่แล้ว +3

      Beya napai jodi muru video sabo ha abar ❤

  • @rahuldas884
    @rahuldas884 4 ปีที่แล้ว +1

    ধন্যবাদ দিম্পু আমাৰ ঠাইলৈ অহাৰ বাবে।

  • @manuranjanpanging9495
    @manuranjanpanging9495 4 ปีที่แล้ว +1

    Nice video Dimpu Daa

  • @anantaaxom2984
    @anantaaxom2984 4 ปีที่แล้ว +6

    love from Dhemaji. Happy new year 2021 Dimpu da

  • @pranjalhandique1403
    @pranjalhandique1403 4 ปีที่แล้ว +53

    Dimpu da মেইদাম নহয় মৈদাম

    • @monikakoch5860
      @monikakoch5860 4 ปีที่แล้ว +3

      Yes

    • @sabiiikur
      @sabiiikur 4 ปีที่แล้ว +1

      @@monikakoch5860 mok subscribe kira

    • @swagatkashayap2321
      @swagatkashayap2321 4 ปีที่แล้ว +1

      Hoi bro correct kora dia Tu bhl

    • @AHOMLAND
      @AHOMLAND 4 ปีที่แล้ว

      হয়

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @कृष्ण_राधा-व1ष
    @कृष्ण_राधा-व1ष 4 ปีที่แล้ว +81

    ভিডিওত থকা কিছুমান কথা জানো বাৰু আজি দুটামান নজনা কথা জানিব পাৰিলো।
    Love from Sivasagar ❤️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @bhabeshnaht7854
    @bhabeshnaht7854 4 ปีที่แล้ว

    Bahut val lagise videoto aru ktha khini suni❤️❤️❤️❤️❤️

  • @manditadas4580
    @manditadas4580 4 ปีที่แล้ว

    Video 2 sai bohut besi val lagil 🙏🙏

  • @nabajyotigogoi6605
    @nabajyotigogoi6605 4 ปีที่แล้ว +6

    আহোম 🙏🙏😇হিচাপে গৌৰৱ অনুভৱ কৰো। 🙏

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @RRVlogs-143
    @RRVlogs-143 4 ปีที่แล้ว +4

    Dimpu da karimme like diya love from arunachal pradesh ❤️❤️❤️🙏🙏🙏

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @munudayan3919
    @munudayan3919 4 ปีที่แล้ว +4

    আমাৰ ইয়ালৈ অহাৰ বাবে thanks দিমপু

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

  • @jerinabegum5758
    @jerinabegum5758 4 ปีที่แล้ว

    Thnk u dimpu da apunar pra bht historyr ktha janibo prilo

  • @pritimali2454
    @pritimali2454 3 ปีที่แล้ว

    Dimpu da apuni immmn dhunia video bonai bht vl lga apunr video sai

  • @nishitadas7567
    @nishitadas7567 4 ปีที่แล้ว +4

    Congratulations dimpu da for 1 million subscribers in dimpu baruah channel

  • @ankurborah4434
    @ankurborah4434 4 ปีที่แล้ว +4

    First view dimpu da 👍
    Love from lakhimpur ❤️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @akash_xyz6420
    @akash_xyz6420 4 ปีที่แล้ว +34

    *Dimpu দা অসমৰ গৌৰৱ । ❤❤*

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @PUHOR MIXTURE thank you so much 🙏

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @PUHOR MIXTURE korilu

  • @puranjithazrika28
    @puranjithazrika28 4 ปีที่แล้ว

    Oti hundor Vllll lagile dimpu daaa

  • @sumonbora3371
    @sumonbora3371 3 ปีที่แล้ว +2

    Mazza

  • @raktimsrdutta9304
    @raktimsrdutta9304 4 ปีที่แล้ว +10

    Nice brother...our Sivasagar is one of the ancient district in India with lots of beautiful historic monument

  • @u.h7910
    @u.h7910 4 ปีที่แล้ว +54

    ডিম্পু দাই বহুত কথাই জানে কিন্তু অসমৰ বুৰঞ্জীৰ বিষয়ে…….🙄🧐

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

  • @অসমıy
    @অসমıy 4 ปีที่แล้ว +7

    Kune kune video tu start huwar agotei like korise

    • @bhaswatideka9697
      @bhaswatideka9697 4 ปีที่แล้ว +1

      Beya napai jodi muru video sabo ha abar ❤

  • @bhriyanshurajbarman637
    @bhriyanshurajbarman637 4 ปีที่แล้ว

    Thnks dimpu.bhukhini kthai mnt sumuake bujai dila.

  • @jyotismoyeetonmoyeehazarik6017
    @jyotismoyeetonmoyeehazarik6017 4 ปีที่แล้ว

    Bhal lagil hakalu video saw dai apuner.

  • @hbcreation3103
    @hbcreation3103 4 ปีที่แล้ว +6

    Love from Kokrajhar ❤️🔥

    • @sabiiikur
      @sabiiikur 4 ปีที่แล้ว +1

      Mok subceibe kora

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @hbcreation3103
      @hbcreation3103 4 ปีที่แล้ว

      @@MisterDipon Tumi kori diya mur tu...Moyu korim de👍

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @@hbcreation3103 ok dada

  • @sumiofficial-tt7eb
    @sumiofficial-tt7eb ปีที่แล้ว +3

    I am proud of assamese girl love you❤😘🤟 assam

  • @uniqueassam1804
    @uniqueassam1804 4 ปีที่แล้ว +10

    Love from JORHAT ❤❤❤

  • @goldenassam5090
    @goldenassam5090 4 ปีที่แล้ว +1

    Video tu sai val lagil ❤️❤️❤️ dimpu da ❤️❤️❤️

  • @sumusfoodgallery5423
    @sumusfoodgallery5423 4 ปีที่แล้ว

    bohut bohut dhonyobad dimpu 😊 moidam r bikhoye janiboloi bohut mon asil. Iman dhunia koi dekhuala bor val lagil👌🏼agoloiu enekua vedio dekhiboloi pam buli akha rakhilu.

  • @ToxicHyper01
    @ToxicHyper01 4 ปีที่แล้ว +4

    Dimpu da karone ata like

  • @Nuke25824
    @Nuke25824 4 ปีที่แล้ว +5

    Love from Australia ❣️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @gobinsvlogs7434
    @gobinsvlogs7434 4 ปีที่แล้ว +33

    মৈদাম হয় মেইদাম নহয় দিম্পু দা অলপ চাই চিতি কলে ভাল লাগে

    • @aftarazulfia6176
      @aftarazulfia6176 4 ปีที่แล้ว +3

      মৈদাম a koise Dimpu daa... apuni val koi xuna nai bodh hoy..beya napaba de

    • @NilimAkash2005
      @NilimAkash2005 4 ปีที่แล้ว

      @@aftarazulfia6176 0:03 t xuni loasun tumi

    • @alakanandasaikia1092
      @alakanandasaikia1092 4 ปีที่แล้ว +1

      Meidan koi ase... মৈদাম হয়

    • @gobinsvlogs7434
      @gobinsvlogs7434 4 ปีที่แล้ว +1

      @@NilimAkash2005 মৈদাম হয় মেইদাম নহয় তুমি ভালদৰে শুনি লোৱা মই ডিম্পু দাক বেয়া নাপাওঁ কেৱল ভুলটো শুধৰণি কৰি দিছোঁ মই শিৱসাগৰৰ হয় ভুলকৈ কলে ভাল নালাগে দাদা

    • @aftarazulfia6176
      @aftarazulfia6176 4 ปีที่แล้ว

      @@NilimAkash2005 xunilu দুয়োটাই koise😁😁😁

  • @priya_xho
    @priya_xho 8 หลายเดือนก่อน

    Thank you deee dimpu daa video tu diya babe

  • @sudeeptaphukon9406
    @sudeeptaphukon9406 4 ปีที่แล้ว +1

    তাৰ মানে আমাৰ ইয়াৰ লৈ আহি গলা । মজা মজা Thank you so much

  • @on2block465
    @on2block465 4 ปีที่แล้ว +22

    ধন্যবাদ আমাৰ ইয়াত অহাৰ বাবে😍😍😍

    • @sabiiikur
      @sabiiikur 4 ปีที่แล้ว +2

      Mok subscribekora

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @on2block465
      @on2block465 4 ปีที่แล้ว

      Ok

  • @padumikathar2093
    @padumikathar2093 4 ปีที่แล้ว +7

    বহুত ধুনিয়া ভেদিঅ দিমপু | আজিহে গম পালো ভালদৰে |

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @rikiborah5499
    @rikiborah5499 4 ปีที่แล้ว +17

    পাটকাই পৰ্বতে আহোম সকল অসমলৈ আহিছিল

  • @digambardeka7973
    @digambardeka7973 4 ปีที่แล้ว +1

    সুন্দৰ দিম্পু দা

  • @ashishgogoi406
    @ashishgogoi406 4 ปีที่แล้ว

    Amar sivsagar khonor kotha j hokoluka dakhuwabo parisa vl lagisa...all the best....dimpu

  • @abhigyangoswami1502
    @abhigyangoswami1502 4 ปีที่แล้ว +6

    Dimpu da, you are the mouthpiece of assam and assamese people.

  • @trinayanborgohain7579
    @trinayanborgohain7579 4 ปีที่แล้ว +60

    মোৰ ঘৰ ইয়াতে । আগতে গম পোৱা হ'লে লগ পালো হয়। আকৌ আহিলে জনাব বুলি আশা ৰাখিলোঁ।

    • @offlinegamingking931
      @offlinegamingking931 4 ปีที่แล้ว +2

      Moi gole log korim ,hobone?

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @samundorkoya.officialkoya1847
      @samundorkoya.officialkoya1847 4 ปีที่แล้ว +1

      হয় ভাল খবৰ।

    • @trinayanborgohain7579
      @trinayanborgohain7579 4 ปีที่แล้ว

      @Manisha Ray ok ahiba ..fb t contact kriba... Trinayan Borgoahain

    • @trinayanborgohain7579
      @trinayanborgohain7579 3 ปีที่แล้ว

      @@offlinegamingking931 okay

  • @priyankupratimborgohain260
    @priyankupratimborgohain260 4 ปีที่แล้ว +18

    Proud to be an ''Ahom''😌

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

    • @deidara93
      @deidara93 4 ปีที่แล้ว +3

      I'm proud to be a tribal st plain

    • @udbhashnath6073
      @udbhashnath6073 4 ปีที่แล้ว +4

      ahom buli nokobo axomiya buli kobo. Ami jati vag vag koru karone aji axomiya r ai dur obosta

  • @runumoniboruah115
    @runumoniboruah115 3 ปีที่แล้ว

    Bahhh Dimpu da আমাৰ জিলাত ...😊😊

  • @hsbali7786
    @hsbali7786 3 ปีที่แล้ว

    Tumar joriyote bohut nojona kotha janibo parisu ...thnks de

  • @bijupradhan7388
    @bijupradhan7388 3 ปีที่แล้ว +7

    তোমাৰ ভাষাৰ উচ্চাৰণ কিবা আজহুৱা যেন লাগিছে,মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰিছা,অসমীয়া শব্দ ব্যৱহাৰ কৰিলে সাধাৰন মানুহেও বুজি পাব,ভাল লাগিল আহোম ৰাজত্বৰ কীৰ্তি চিহ্ন বিলাক দেখুৱাৰ ও পৰিচয় কৰি দিয়াৰ বাবে,ধন্যবাদ| "হাই দোস্তোৰ"সলনি মৰমৰ বন্ধুসকল বুলি সম্বোধন কৰিব নোৱাৰিনে?

  • @BijoyDas-zx1kg
    @BijoyDas-zx1kg 4 ปีที่แล้ว +18

    Love from Mirza ❤️❤️❤️❤️❤️

  • @abdulalmamun4819
    @abdulalmamun4819 4 ปีที่แล้ว +4

    মিৰ্জুমুল ৰ কবৰ টো আমাৰ S.S. Mankachar জিলাৰ মানকাচৰত আছে আৰু একেখন পাহাৰৰ গাতে লাগি আছে কামাখ্যা দেৱীৰ মন্দিৰৰ । আহক আপুনি এবাৰ আমাৰ মানকাচৰলৈ

  • @davidbgohain
    @davidbgohain 4 ปีที่แล้ว

    Apunar video sai muru jabole mon goise

  • @ankurgogoi381
    @ankurgogoi381 4 ปีที่แล้ว +1

    Amiu goisilu bahut val laga

  • @moyurirajowar2666
    @moyurirajowar2666 4 ปีที่แล้ว +3

    ম‌ই গৈছো কেবাবাৰো মোৰ একেবাৰে ঘৰৰ কাষতেই লাগি আছে দিম্পু দা। হ'লেও ভিদিঅ চাই ভাল লাগিল।

  • @ankurvlogs8974
    @ankurvlogs8974 4 ปีที่แล้ว +4

    Loveli dimpu da❣️❣️🔥🔥

  • @offlinegamingking931
    @offlinegamingking931 4 ปีที่แล้ว +3

    Love from Soraideu - sivasagor

  • @RajuBorkakati
    @RajuBorkakati 4 ปีที่แล้ว +1

    Dimpu তোমাৰ ভিডিঅ টো ভাল লাগিল।

  • @moonmoonmoonborah7753
    @moonmoonmoonborah7753 3 ปีที่แล้ว

    Val lagise video 👌🙏 dimpu vaite Amar ghra usatatei agoiloike ankoie anekoie video Kori thakiba vogobane tumak Mongol koruk🙏

  • @CrazyTravelwithKalpajit
    @CrazyTravelwithKalpajit 4 ปีที่แล้ว +5

    Love from sonari(Charaideo)❤️❤️❤️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @CrazyTravelwithKalpajit
      @CrazyTravelwithKalpajit 4 ปีที่แล้ว +1

      @@MisterDipon oky bro

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      @@CrazyTravelwithKalpajit thank you dada

    • @CrazyTravelwithKalpajit
      @CrazyTravelwithKalpajit 4 ปีที่แล้ว

      @@MisterDipon wlcm

  • @malinalongmailai5113
    @malinalongmailai5113 4 ปีที่แล้ว +3

    Thank you very much 🙏💓

  • @assamvillager1
    @assamvillager1 4 ปีที่แล้ว +13

    মোৰ বহুত ভাল লাগে,
    বিভিন্ন ঠাই ঘূৰি ফূৰি।

    • @BhaskarVlogsandTechnology
      @BhaskarVlogsandTechnology 4 ปีที่แล้ว

      মোৰ ভিডিওবোৰও চাবাচোন🙏

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

  • @nobinborah864
    @nobinborah864 4 ปีที่แล้ว

    Nicy video tu Sai Val lagile

  • @bitubaruah1504
    @bitubaruah1504 4 ปีที่แล้ว

    Buhut val lagil kotha bur jani.

  • @nimishamohan1334
    @nimishamohan1334 4 ปีที่แล้ว +14

    আমাৰ চৰাইদেউ ♥️

    • @rajunath8963
      @rajunath8963 4 ปีที่แล้ว +1

      Um

    • @sabiiikur
      @sabiiikur 4 ปีที่แล้ว +1

      @@rajunath8963 mok subscribe kora plz

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

  • @nayanpatgiri84
    @nayanpatgiri84 4 ปีที่แล้ว +5

    I love History 😍😍😍❤️😍❤️😍😍❤️❤️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏

  • @bhargavguwala6715
    @bhargavguwala6715 4 ปีที่แล้ว +21

    Love from Sonari, Charaideo.

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @YonoPlayer_As33
      @YonoPlayer_As33 4 ปีที่แล้ว +2

      sonari 👈💪💪

  • @babulmullah7237
    @babulmullah7237 4 ปีที่แล้ว

    Dhuniya lagse

  • @hkdvlog7199
    @hkdvlog7199 4 ปีที่แล้ว

    Oo dada tumar video Sai Val lgil

  • @sondas4293
    @sondas4293 4 ปีที่แล้ว +36

    মিৰজুমলা"ৰ কথা Dimpu Dai njne🤣🤣🤣

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏🙏

    • @kapildeka5199
      @kapildeka5199 3 ปีที่แล้ว

      Dipu aku bahira knowledge naii😂😂

  • @Rizwanahmed08
    @Rizwanahmed08 4 ปีที่แล้ว +6

    Love from Assam Nalbari

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @Rizwanahmed08
      @Rizwanahmed08 4 ปีที่แล้ว +1

      @@MisterDipon first tumi mok subcribe kori diba

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @@Rizwanahmed08 korilu

  • @puwali523
    @puwali523 4 ปีที่แล้ว +4

    Love from sivasagar ❤️❤️

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว +1

      Please mur channel tu abar sabo .... Moi technical video bonau ... Bahut kosto korisu ... Apunar support lage 🙏🙏🙏🙏

    • @puwali523
      @puwali523 4 ปีที่แล้ว

      @@MisterDipon ok sam dea

    • @MisterDipon
      @MisterDipon 4 ปีที่แล้ว

      @@puwali523 thank you dada

  • @Manash_Konwar
    @Manash_Konwar 4 ปีที่แล้ว

    bhal lagil kisumaan nojona kotha janiboloi pai ! love frm Dibrugarh Dimpu daa :)