Documentary on Lachit Borphukan

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ส.ค. 2020
  • Lachit Borphukan is a 17th century Ahom (Assamese ) general who defeated Mughal Army at their zenith during emperor Aurnzeb. Ram Singha, Rajput Raja (King) of Amber was the Chief General of the Mughal army.

ความคิดเห็น • 567

  • @varun-jaswal
    @varun-jaswal 2 ปีที่แล้ว +130

    Lots of Love and Respect for Great Warrior Lachit Bor Phukan Ji🚩 From Himachal Pradesh, BHARAT🇮🇳

    • @hiranyatalukdar8001
      @hiranyatalukdar8001 ปีที่แล้ว +1

      প্ৰসংগ ক্ৰমে,
      প্ৰণাম দাদা, আহোম সকলৰ জাতীয় শ্বাভিমান নিজৰ পৰিয়াল আৰু নিজৰ দেশ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা ত্যাগ আৰু আত্মবলিদানত বীৰ লাচিতৰ বীৰত্বৰ তেজাল কাহিনী প্ৰতি জন অসমীয়াৰ দেহৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহমান। আহোম আৰু মোগলৰ মাজত " শৰাইঘাটৰ ৰণ"
      এইখিনিতে বীৰ লাচিতে অতি বিচক্ষণতাৰে নৰিয়া গাৰে ৰাতিৰ ভিতৰতে অতি আপোন
      বিশ্বাসী নিজৰ মোমায়েক লাজুক আমিনগাঁওত গড় নিৰ্মাণ কাৰ্যৰ সমাপন কৰাৰ দায়িত্ব দিছিল। কিন্তু নিজৰ কৰ্তব্যত গাফিলতি কৰি মোমায়েক লাজুই সৈন্য সামন্তৰ লগত শুই থকা দেখি খঙত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েক লাজুক শিৰচ্ছেদ কৰিছিল। তেতিয়াহে ভয়ত প্ৰতিজন অসমীয়া সৈন্যই জীৱনক মৰন দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কাৰ্য সমাপন কৰিছিল। নহলে পিছদিনা শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিব নোৱাৰিলেহেঁতেন সেই কথা লাচিতে বাৰুকৈয়ে উপলদ্ধি কৰিছিল। কিন্তু আমি আজি নিজৰ দোষ ঢাকি লোকৰ দোষ খুচুৰা কামত ব্যস্ত। নিজৰ দোষত উকীল ধৰি লোকৰ বিচাৰ কৰো। সেয়েহে ভূপেন দাই কৈ গাইছিল --
      মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধোৰ্য সাহস আৰু দুবাহুত বল।
      শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি। সকলোৱে কৈছেহি দেশ জাতি সমাজক ঠগ প্রতাৰক বোৰ চিনাকি বুলি।
      এই জাতি এই দেশ হৈছে সমুলি শেষ চুকে কনে আজি দেখোন বদনৰে দল ।
      বুকুৰে বান্ধৈ মোৰ দিও কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমন ।
      সেৱাৰে --
      হিৰণ্য তালুকদাৰ
      ২৪/০৪/২৩
      ৰাতিপৱা:- ৪:৪৭
      ফোন :- 8638774895
      বি:দ্রঃ সকলোৱে লাচিতৰ কথা কয়। লাচিতৰ মোমায়েক দুজনৰ নাম নাজানে। মোমায়েক দুজন ক্ৰমে লাজু আৰু লাহন আছিল। লাচিতে লা কাটিছিল।

    • @user-lr4ti5me7e
      @user-lr4ti5me7e 7 หลายเดือนก่อน +1

      ❤❤❤

    • @dinabandhu9827
      @dinabandhu9827 หลายเดือนก่อน

      🙏🙏♥️♥️

  • @tankswargohain6701
    @tankswargohain6701 ปีที่แล้ว +6

    বৰ নিম্ন মানৰ হৈছে ।বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইয়াতকৈ বহু উন্নত মানদণ্ডৰ হব লাগিব। বাহুু বলীৰ দৰে উচ্চ প্ৰযুক্তিৰ প্রয়োজন আছে।

  • @M_Blowing_shorts
    @M_Blowing_shorts 3 ปีที่แล้ว +35

    বহুদিন ধৰি ভাবি আছিলোঁ এনে এখন বোলছবিৰ প্ৰয়োজন ৷ আজি এই ছবিখনে মন আপ্লুত কৰিল ৷ আপোনাৰ প্ৰতি অশেষ ধন্যবাদ দাদা ৷

    • @nijaraboro7921
      @nijaraboro7921 3 ปีที่แล้ว +4

      সঁচাকৈ মইও আজি হে চালোঁ বৰ ভাল লাগিল আকৌ স্কুলৰ কথাবোৰ মনত পৰিছে চাৰে পঢ়োৱা

  • @nabanika.nature9471
    @nabanika.nature9471 ปีที่แล้ว +7

    ধন্যবাদ, বোলছবি খনৰ জৰিয়তে অসমীয়াক পুনৰ গৌৰৱময় ইতিহাস মনত পেলাই দিবলৈ বিচৰা বাবে ৷ আমাৰ এই মহান ইতিহাসৰ কাহিনীৰ সকলোকে আকৰ্ষণ কৰিব পৰা বাহুবলীৰ নিচিনা চিনেমা বনাবো পাৰি যাৰ দ্বাৰা সকলো দেশবাসী অসমৰ বিষয়ে জানিব পাৰিব৷ 🤗😇

  • @animabarik5134
    @animabarik5134 2 ปีที่แล้ว +92

    From Odisha , watching one of the greatest warriors of maa Bharati

    • @gajahmada9539
      @gajahmada9539 2 ปีที่แล้ว +2

      I am also from kalinga

    • @Yodha3.0
      @Yodha3.0 ปีที่แล้ว +1

      Thank you for visiting our assames warrior

    • @Padmanabham.
      @Padmanabham. ปีที่แล้ว +1

      Jai Jagannath 🕉️🙏🏼☺️

    • @DipakBose-bq1vv
      @DipakBose-bq1vv 4 หลายเดือนก่อน

      He was a Chinese.

  • @assamese....statusmacker..8979
    @assamese....statusmacker..8979 3 ปีที่แล้ว +13

    অতি সুন্দৰ প্ৰয়াস ,,,সদায় বিছাৰিছিলো এনে দেশপ্ৰেম মূলক কাহিনী চাব লে।।।।।চাই সচাই বহুত ভাল লাগিল ।। ধন্য সেই বীৰ,,ধন্য তেওঁ ৰ জীৱন.......👍

  • @rajgeetjoshi3401
    @rajgeetjoshi3401 3 ปีที่แล้ว +228

    Respect to Lachit from Uttarakhand. He inspires a lot of Indians to fight for protecting our land. Hope the present generation will be able to save and protect Assam as soon as possible. Jai Maa Kamakhya.

    • @aptaggi9514
      @aptaggi9514 2 ปีที่แล้ว +16

      জয় আই অসম

    • @hamringdaokemprai2518
      @hamringdaokemprai2518 2 ปีที่แล้ว +1

      P

    • @lightningboy906
      @lightningboy906 2 ปีที่แล้ว +4

      Even after being out of syllabus in education system history 🤣

    • @bimalbora4814
      @bimalbora4814 2 ปีที่แล้ว +6

      Joi ai Assam

    • @mayaenterprisevlogs6422
      @mayaenterprisevlogs6422 2 ปีที่แล้ว +1

      বাঘ হাজৰিকাক চিনি পোৱা নাই কিন্তু.....

  • @deepakshah1997
    @deepakshah1997 2 ปีที่แล้ว +82

    Lachit borphukan
    Maharana pratap
    Shivaji maharaj
    Pritiviraj chauhan
    Great warriors of great motherland jai Aai axom

  • @bastavcharaimuria8853
    @bastavcharaimuria8853 ปีที่แล้ว +6

    Diamond Lachit Borphukan ❤️‍🔥 Love from Sivasagar, Assam ❤️

  • @nangsengkukoi6088
    @nangsengkukoi6088 ปีที่แล้ว +8

    টাই আহোম হিচাপে অতন্ত্য গৌৰৱ কৰো।আজিও প্ৰতিজন টাই আহোম দেশ,মাটি,জাতি,অসমীৰ মান ৰক্ষাৰ বাবে হাঁহিমুখে প্ৰাণ ত্যাগ কৰিব পাৰে।লা-চিত বৰফুকন পে অঙ লে,মৗঙ-ডুন-চুন-খাম পে অঙ লে,স্বৰ্গদেও চাওলুং চ্যকাফা পে অঙ লে,পে অঙ লে,পে অঙ লে।
    চিৰদিন মই চাওফাৰ আৰু চাওফাই গঢ় দিয়া এই অসমীয়া জাতিৰ।

  • @dipankarbanerjee608
    @dipankarbanerjee608 2 ปีที่แล้ว +21

    Lion , Great Fighter and Military General , His life should be taught to every student of our country ,

  • @vinodjoshi676
    @vinodjoshi676 3 ปีที่แล้ว +54

    Hamari indian army mein BEST CADET ko *LACHIT BORFUKAN TROPHY* kargil war ke baad 1999 ke bad dena start huee
    Jai LACHIT

  • @binodbora9551
    @binodbora9551 3 ปีที่แล้ว +23

    আচল ডায়েলগটো "দেশতকৈ মোমাই ডাঙৰনহয়" ভালদৰে উপস্থাপন হোৱা দেখা নগ'ল । যিয়েই নহওক কিয় চাই খুব ভাল লাগিল । অলপ আবেগিক হৈ গৈছিলো । এইখন ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত "বাহুবলী"ৰ দৰে মেগা চিনেমা বনাব নোৱাৰিনে ? বৰ্তমান সময়ত ৰাইজ আৰু ৰজাঘৰীয়াৰ বাবে এটা নিদৰ্শন হ'ব । সুধী আৰু বিজ্ঞ সমাজে চিন্তা কৰকচোন ।

    • @oft1396
      @oft1396 2 ปีที่แล้ว

      লাচিত বৰফুকনৰ মোমায়েকৰ নাম কি কোনোবাই জানে নি :

  • @devendrakumarshrivastava1397
    @devendrakumarshrivastava1397 3 ปีที่แล้ว +45

    MERE BHARAT KE MAHAVEER JINHONE APNE MOTHER INDIA KE LIYE APNA SARVOCH BALIDAAN DIYA
    JAI LACHIT BORPHUKAN
    JAI MAHARANA PRATAP
    JAI SHIVAJI MAHARAJ
    JAI GURU GOVIND SINGH 🇮🇳💪💪💪

  • @basantaborboruah5719
    @basantaborboruah5719 3 ปีที่แล้ว +57

    আহোমে কেতিয়াও অপমান সহ্য নকৰে , এইটো চিৰ সত্য কথা । ভিডিওতো চাই বহুত ভাল লাগিল ।

    • @iamkrypton2.0
      @iamkrypton2.0 2 ปีที่แล้ว +4

      Sorry but অসমে অপমান সহ্য নকৰে।

    • @chowlengdonahom1105
      @chowlengdonahom1105 2 ปีที่แล้ว +4

      Right আহোমে সেও মানিব নোৱাৰে, অপমান সহ্য কৰিব নোৱাৰে।। আহোম স্বাধীন হয়।। জয় আহোম।। তাঈ আহোম পে-অং-লে।। মৌং-দুন-ছুন-খাম অন্-তা-লে।।

    • @BijoyBoro-xe4om
      @BijoyBoro-xe4om 5 หลายเดือนก่อน

      Ahom hokole nijor bhaka sangkrit Ari kiyo axomiya bhakako akuwali lole??? Ahom 600 bosor axom rajotya korar ki ortyo takil . axomiya bhaka Ari nijor ahom bhakatu uddar korak.

    • @basantaborboruah5719
      @basantaborboruah5719 5 หลายเดือนก่อน

      @@BijoyBoro-xe4om আহোমে সদায় অন্য জাতি জনগোষ্ঠীৰ পৰস্পৰা , ভাষা , কলা সংস্কৃতি সন্মান কৰি আহিছে আৰু কৰে । নিজৰ ভাষা পৰম্পৰা জোৰ জৱৰদছ বা হেঁচা প্ৰয়োগ কৰি অন্য জাতি জনগোষ্ঠী ওপৰত জাপি দিয়াতো আহোম সকলে কোনো দিনে কৰা নাই , সকলো মিলি এক লগ হৈ থকা আৰু নিজৰ উদাৰতা বাবে আহোমে 600 বছৰ শাসন কৰিব পাৰিছিল । বাকী থাকি ভাষা , অসমত অকল আহোম সকলৰ নিজৰ ভাষা, লিপি আছে আৰু তাৰ পূৰ্ণ উদ্ধাৰ বাবে কাম কৰি থকা হৈছে ।

    • @topongogoi9953
      @topongogoi9953 4 วันที่ผ่านมา

      ​@@BijoyBoro-xe4omthik koisa ......Tai ahom language 2 akou ghurai anibo lagibo amar ahom hklr majoloi...

  • @Vishal-mt3zf
    @Vishal-mt3zf 2 ปีที่แล้ว +9

    এনে বীৰ লাচিতক মই বাৰ বাৰ প্ৰণাম কৰিছোঁ।
    লাচিত আহিল মোগল পলাল
    জয় লাচিত
    জই আই অসম।।।

    • @kabirdahal5362
      @kabirdahal5362 2 ปีที่แล้ว +1

      Jai I am Jay I am Jay I am

  • @aptaggi9514
    @aptaggi9514 2 ปีที่แล้ว +36

    আমি অসমীয়া, লাচিতৰ তেজ আমাৰ ওচৰত আছে ,দেশৰ কাৰণে আমিও আগবাঢি যাম

  • @jugalbaishya5482
    @jugalbaishya5482 2 ปีที่แล้ว +10

    ২০২১ অক্টোবৰ মাহত ২৭ তাৰিখে চাই আছোঁ
    আৰু কোনে কোন চাই আছা..
    🙏🙏🙏
    জয় আই অসম 🥰🥰🙏🙏

  • @kushalgogoi8806
    @kushalgogoi8806 2 ปีที่แล้ว +63

    এজন অসমীয়া হিচাপে সচাই গর্বিত অনুভব হয়। জয় আই অসম। জয় লাচিত বরফুকন।🙏🙏🙏

  • @oneclick_art
    @oneclick_art 2 ปีที่แล้ว +94

    The king who protected north east culture from radical islamist mughal..... Jai ahom love from maharashtra

    • @zordanssmith1635
      @zordanssmith1635 11 หลายเดือนก่อน +10

      And we love Maharashtra too! We share a history of warriors and their legends will forever be lived.

    • @barnojwaldeka6784
      @barnojwaldeka6784 11 หลายเดือนก่อน +5

      Lachit was not a king he was the chief commander or senapati

    • @bollywoodscenesandudayansh5947
      @bollywoodscenesandudayansh5947 9 หลายเดือนก่อน +1

      But originally they are form china

    • @Archana20387
      @Archana20387 9 หลายเดือนก่อน +3

      ​@@bollywoodscenesandudayansh5947they were from Thailand,fool

    • @bhargabborah4194
      @bhargabborah4194 7 หลายเดือนก่อน

      ​@@Archana20387 mongmao is in south china

  • @kanyakumarisaikai2388
    @kanyakumarisaikai2388 4 ปีที่แล้ว +17

    অতি সুন্দৰ ৷ পুনৰবাৰ উপভোগ কৰিব পাৰি ভাল লাগিল ৷ কাৰুকাৰ্য সুন্দৰ

  • @rituraj1135N
    @rituraj1135N 2 ปีที่แล้ว +12

    The #Ahoms defeated the mughals 17 times. Hatts off to Lachit. জয় আই অসম 🙏

  • @burulinavideos
    @burulinavideos 3 ปีที่แล้ว +13

    ৰামসিংহই সেই আফুগুটিৰ টোপোলাটোত ক'লা যাদু কৰি দিছিল সেইবাবে তেওঁ নৰিয়াত পৰিছিল, কিন্তু তেওঁৰ দেশপ্ৰেম, সাহস আৰু দৃঢ় প্ৰতিগ্যৰ ওচৰত সকলোৱে সেৱ মানিলে।

  • @monjulahon7712
    @monjulahon7712 2 ปีที่แล้ว +1

    আদৰ্শ মুলক নাটক খন চাই বহুত ভাল লাগিল , কোঙা হৈ যোৱা মানসিকতা সাহসৰে ভৰি পৰিল । লাচিত বৰফুকনক আহোম যুগৰ লাচিতৰ দৰে লাগিল ।

  • @localentertainment2730
    @localentertainment2730 2 ปีที่แล้ว +53

    Proud to be an Assamese people and Ahom 😍❤️❤️

    • @rodtang2598
      @rodtang2598 2 ปีที่แล้ว

      Ahoms are mongoloid race right?

    • @ME10111
      @ME10111 2 ปีที่แล้ว +1

      @@rodtang2598 yes

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 ปีที่แล้ว

      @@rodtang2598 Ahoms are Kra-Dai people.

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 ปีที่แล้ว +4

      @Ans Dash umm yes Odia is closer to Assamese ❤️. Do you know we have our own language which known as Tai Ahom language.

    • @rodtang2598
      @rodtang2598 2 ปีที่แล้ว

      @@user-xm6tp6ys4y what is kra-dai..?

  • @subhasishchakraborty5175
    @subhasishchakraborty5175 3 ปีที่แล้ว +15

    Jai aai axom.... Jai Lachit Borphukan.... 🙏🙏

    • @ImperialIndic
      @ImperialIndic 2 ปีที่แล้ว +1

      Tumi west Bengal theke ?

  • @manajitmajumder7092
    @manajitmajumder7092 10 หลายเดือนก่อน +1

    Excellent depiction of Ahom Empire and great narrations about Lachit Borphukan whose resoluteness and valour remained legendary. Invader Moghuls had to bite dust in the Battle of Saraighat and run away. Lachit symbolises National Inspiration of Bharatvarsh.

  • @dpparihar123
    @dpparihar123 3 ปีที่แล้ว +20

    Love from Rajasthan jai maa mahakali

  • @1mikon
    @1mikon 2 ปีที่แล้ว +8

    Assamese people will always be indebted to Lachit Borphukan.. Too bad Assamese people have lost their self respect.They forgot their wonderful history.

  • @abhijitsatpathy5271
    @abhijitsatpathy5271 ปีที่แล้ว +3

    Jai Jagannath
    I'm From KALINGA, JAI LACHIT BORPOKAN the greatest warrior of world.

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 ปีที่แล้ว +10

    Patriots like Lachit Borfukan should be respected by all Assamese as well as all Indians. Bollywood should be made a movies about him.Govt Should be teach us about him in the syllabus.(40% Muslims also exist in Assam although it is not official information obtained from Wikipedia). You the people voted to won a nationalist government. I hope under Himant ji govt will take positive steps.
    But it’s very unfortunate that some of our people in West Bengal are greedy for government subsidy with 30% Muslim vote.Our future is in the dark. Plese Pray for Bengali Hindu 🙏

    • @mrblack7218
      @mrblack7218 2 ปีที่แล้ว +3

      জয় শ্ৰী ৰাম

    • @randomshits1594
      @randomshits1594 2 ปีที่แล้ว

      Lachit borphukan was himself not a hindu 🤣 what the fuck do you know about ahoms asshole!! Gaanduo humlog hindu muslim nai karte. We believe in humanity

    • @randomshits1594
      @randomshits1594 2 ปีที่แล้ว

      We respect every religion as well as hindu that doesn't mean we belong to that religion

  • @symphony1625
    @symphony1625 2 ปีที่แล้ว +4

    Sabhiko Lachit Divas ki Hardik Subhkamnaye💐Jai Lachit Borphukon...Jai Aai Axom🙏

  • @mriduldutta8000
    @mriduldutta8000 5 หลายเดือนก่อน

    সঁচাকৈ লাচিত বৰফুকন আমাৰ অসমীয়াৰ স্বভিমান এই ছবি খন ছাই আকৌ হাজাৰ বাৰ আমাৰ পূৰ্ব পুৰুষক সকলক আৰু তেওঁ লোকৰ ত্যাগ আৰু বীৰত্বক হাজাৰ কোটি প্ৰণাম। সঁচাকৈ শৰীৰত তেজ গৰম হৈ যায় এই সমূহ দিশ্য দেখিলে।

  • @k.zamangaduhlian8706
    @k.zamangaduhlian8706 ปีที่แล้ว +2

    Had Ahom Kingdom been so powerful that time, I don't think the present Assamese language and script was their original language and script

  • @utpaldas3148
    @utpaldas3148 3 ปีที่แล้ว +13

    Very very useful information for Assamese people,becoz they have to know about our own Lacit Borphukan! Everyone should know about him, again thanks for your valuable information!

    • @Gamingzone-nt2hb
      @Gamingzone-nt2hb 3 ปีที่แล้ว +3

      Assamese people know about their own history...we get these history from our childhood...but I think you don't about this... first time you get to know about this.

  • @dipkhikhadas5613
    @dipkhikhadas5613 3 ปีที่แล้ว +9

    Bhot val lagil sai ☺️🙂🙂

  • @Xgamershorts252
    @Xgamershorts252 3 ปีที่แล้ว +12

    Oti Khundor ❤Jai aai Axom❤

  • @ankurjyoticreation3126
    @ankurjyoticreation3126 ปีที่แล้ว +1

    হে জাতীয় মহাবীৰ লাচিত আজি ৪০০ সংখ্যক পৱিত্ৰ ওপজা তিথিত প্ৰণামো তোমাক। জয় আই অসম।।

  • @zordanssmith1635
    @zordanssmith1635 11 หลายเดือนก่อน

    Yeh comment section main asli India chupa hua hai! Love to all! Your comments makes me happy and it is a relief to know that people outside of Assam also know about the Ahom kingdom. Which is less really because even in schools it was not taught properly.

  • @pameswarnarah1040
    @pameswarnarah1040 3 ปีที่แล้ว +9

    I got to know from axom buranjee,in this war miri(mising,) naga boro kalita were majority in axom army.love to my brave captain miri handique,who strong fight from north side,

    • @sujitbaruah8688
      @sujitbaruah8688 3 ปีที่แล้ว +3

      Exactly. Heibabe olop Bea u lage. Kalita, miri, eulukor naam Iman k nulale.

    • @puspanganabaruah8024
      @puspanganabaruah8024 2 ปีที่แล้ว +1

      Actually hakolubilak jati janagusthiye ahomr netrittat mughalr biruddhe judha krisil.hakolure haman arihona asil.

    • @randomshits1594
      @randomshits1594 2 ปีที่แล้ว

      Hoi de bhai sob tohotie koriso naga boro kalita manisu bohut orihona ase but miri je amak ketyau support kora nasil. Amak ki nijor adi logote thogrami kori ahisil burinji amiu pohisu

    • @randomshits1594
      @randomshits1594 2 ปีที่แล้ว

      Miri handique was cocktail of handique and mising

    • @stynershiner1854
      @stynershiner1854 ปีที่แล้ว

      @@randomshits1594 Kintu buranji pohiso? Miri and Adis were living together for a long time before clan wars etc made some leave for Assam. The Misings gave shelter to many Ahoms during Burmese invasion of Assam.
      Miri-Handique, Miri-Sutiya etc formed an important part of Ahom army. We all were Assamese under the banner of the dragon. Iman k divisions bisari nethakibi.

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 ปีที่แล้ว +41

    Respect from West Bengal.
    India need Lachit Borphukan type Worrior who fought for mother land also save our India’s Culture.
    Assam Now Approx than 40% Muslim (Unofficially/ as per Wikipedia) but Assamese select a Proper Govt to save culture & identity. Unfortunately We the people of West Bengal(Some of them vote just because of govt subsidy & here 30% Muslim also exist) don’t know what will be happen in our future.Please Pray for us 🙏

    • @andaaregaan.5466
      @andaaregaan.5466 2 ปีที่แล้ว +1

      Next bar bjp.. jetatei hobe.. information war ee lege poro

    • @HistoryEditsChannel
      @HistoryEditsChannel 2 ปีที่แล้ว

      th-cam.com/video/ckSmYH5Plgg/w-d-xo.html
      Lachit barphukan hindi whatsapp status

    • @randomshits1594
      @randomshits1594 2 ปีที่แล้ว

      Muslim is never a problem for us 🤣 and for your kind information ismail siddiqui was lachits assistant against war on mughal dude . We ahoms never do such shits dude

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar ปีที่แล้ว

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch

    • @blusterbuilder4654
      @blusterbuilder4654 ปีที่แล้ว

      @@Rajaulmahammadtalukdar after all Delhi was under Mughal so basically he fought against the invaders

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 3 ปีที่แล้ว +3

    সুন্দৰ হৈছে ,ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @souvikmukherjee1013
    @souvikmukherjee1013 2 ปีที่แล้ว +3

    great sir, thanks for this video, its our real histrory, great king & warrior lachit borphukan, joy hind from an indian bengali christian paris, france.

  • @prasantaborah5229
    @prasantaborah5229 3 ปีที่แล้ว +4

    বহুত ভাল লাগিল। ধন্যবাদ

  • @BadBoy-wy1il
    @BadBoy-wy1il 3 ปีที่แล้ว +6

    Okol ahom raijok mughal e lobo nuwarile...
    Jai ai axom
    Joi ahom
    Joi axomiya

  • @hemantasaikia8383
    @hemantasaikia8383 2 ปีที่แล้ว +3

    অতি সুন্দৰ, বৰ ভাল লাগিল । আগলৈও এনে চবি চাবলৈ পাম বুলি আশা কৰিলো।

  • @TheSwap2000
    @TheSwap2000 3 ปีที่แล้ว +4

    Jai Hind Chatrapati Lachit Maharaj ki jai , Chatttrapati Shivaji Maharaj ki jai. Jai Bhavani

    • @jblover8658
      @jblover8658 ปีที่แล้ว

      Lachit Barphukan is not maharaja, he is the general of Ahom kingdom.

  • @bikirabha4372
    @bikirabha4372 2 ปีที่แล้ว

    এই ভিদিও টি দিয়াৰ বাবে ধন্যবাদ। জয় বীৰ লাচিত । জয় আই অসম

  • @rihanmohanty2843
    @rihanmohanty2843 2 ปีที่แล้ว +5

    Lachit Borphukan kae naam par bhi ek film aani chahiye.

  • @debrajburagohain2763
    @debrajburagohain2763 2 ปีที่แล้ว +2

    আমি অসমীয়া ই সদায় বীৰ লাচিতৰ বীৰত্বৰে আৰু আতন বুঢ়াগোহাঁইৰ বিচক্ষণতাৰ দৰে এক হৈ থাকিব লাগিব...জয় আই অসম 🙏🙏🙏

  • @JagatChMudoi
    @JagatChMudoi ปีที่แล้ว +1

    Lachitborphukanhasgivenusmuchstrength. Energyandloveforourbelovedassamfromtheclutchofmughal. Iamproudoflachitborphukan. Thanks.

  • @nikhildotasara1189
    @nikhildotasara1189 2 ปีที่แล้ว +4

    Respect from Rajasthan

  • @gautamphadnis7629
    @gautamphadnis7629 3 ปีที่แล้ว +9

    YAAR HAMEIN VEER AHOM KE BARE MEIN PADHAYA JANA CHAHIYE THA

  • @lucky_the_racer888
    @lucky_the_racer888 2 ปีที่แล้ว +5

    Respect from Maharashtra. ⛳⛳⛳

  • @AntarikshRajkonwar
    @AntarikshRajkonwar 2 ปีที่แล้ว +4

    Great documentary. But please change the thumbnail and put photo of some better scene where Swaargadeo Chakradhwaj Singha and Lachit Borphukan is there

  • @Shortsindia40
    @Shortsindia40 3 ปีที่แล้ว +7

    Bohut val lagil sai

  • @biswajitboruah3716
    @biswajitboruah3716 ปีที่แล้ว +2

    Jotin Bara, Ravi Sharma, Nayan neelim tewlukor hero bilake jodi Aag bhag lole hoi aru vl lagile hoi😢😢😢

  • @afternoontea974
    @afternoontea974 3 ปีที่แล้ว +9

    Sawasdee from Thailand.

    • @utpalgogoi9206
      @utpalgogoi9206 2 ปีที่แล้ว +2

      Lots of love from Assam Tai ahom

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 2 ปีที่แล้ว +3

    A lot of thankfulness presentation this Assam(Ahom) historical documentory and good wishing to All actor , for ahead,,,

  • @nabinr7361
    @nabinr7361 3 ปีที่แล้ว +39

    It would have been "BETTER" if there was a SUBTITLE IN ENGLISH. LET, the WORLD KNOW WHO HE WAS. MANY IN INDIA ITSELF DO NOT THE GREAT GENERAL WE HAD.
    Proud of Oxom + Oxomiya.

    • @ImperialIndic
      @ImperialIndic 2 ปีที่แล้ว

      if u know Bengali also then u can understand approx 90% of the documentry

    • @nabinr7361
      @nabinr7361 2 ปีที่แล้ว

      @@ImperialIndic
      Yes, I do understand Bengali. However, though being Assamese by birth... I haven't been much to Assam..

    • @ImperialIndic
      @ImperialIndic 2 ปีที่แล้ว +1

      @@nabinr7361 i also dont know assamese but as a Bengali i have understood approx 60% of the documentory

  • @chaoankurchetia5898
    @chaoankurchetia5898 3 ปีที่แล้ว +21

    সুন্দৰ হৈছে৷ কিন্তু সাজ পোচাক বিলাকহে টাই আহোমৰ নহয়৷

  • @sigmatips432
    @sigmatips432 3 ปีที่แล้ว +8

    চাও কাও ঐ চাও নোৰো চাও কাও ঐ

  • @riyabhuyan2315
    @riyabhuyan2315 2 ปีที่แล้ว +10

    Proud to be an Assamese
    It should have english subtitles so that every indian should know this story...

    • @bunditrod2994
      @bunditrod2994 ปีที่แล้ว

      ผมคนไตฟังที่เขาพูดไม่รู้เรื่องเลย

    • @mrigendragogoi4728
      @mrigendragogoi4728 ปีที่แล้ว

      Ll see

    • @user-nv9nt2be7n
      @user-nv9nt2be7n 11 หลายเดือนก่อน

      Certainly yes! Lachit Borpukhan is one of great Indian warrior's who defeated foreign islamic barbaric invaders and stop the spread of Islamic mughal empire to Northeast kingdom's and protected it. Lachit Borpukhan is a National Hero belongs to whole country not only for Assam.

    • @riyabhuyan2315
      @riyabhuyan2315 11 หลายเดือนก่อน

      @@user-nv9nt2be7n Yeah😊.....

  • @Pro9pix
    @Pro9pix 2 ปีที่แล้ว +5

    These historic events should be adapt into flims and series... So that the young generation gets to know about it in a simpler form and carry on the great legacy left behind by our forefathers

  • @alankar378
    @alankar378 3 ปีที่แล้ว +36

    True patriot of Hindustan... A great warrior.. can anyone add subtitles please.. it is a story to be told to every indian...

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar ปีที่แล้ว +4

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch💯

    • @deepdeka9959
      @deepdeka9959 ปีที่แล้ว

      @@Rajaulmahammadtalukdar chup thak mughol

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar ปีที่แล้ว

      @@deepdeka9959 chal be nalle🦶

    • @Archana20387
      @Archana20387 9 หลายเดือนก่อน

      ​​@@RajaulmahammadtalukdarChuslim tere baap ko 17 baar haraya hai Lachit Borphukone

    • @rememberwhen7271
      @rememberwhen7271 7 หลายเดือนก่อน

      ​@@deepdeka9959wtf are you saying
      he's right
      Lasit fought for Assam
      Not India
      You should call yourself mughal instead of him because the other guy is the true lover of Assam not you

  • @BhagirathTanti-jq7ed
    @BhagirathTanti-jq7ed ปีที่แล้ว

    I am giving a million of strong salute from my bottom of heart to our respecting great hero Maha mahim " Lachit Borphukan devok for dedicating for his life to our motherland of Assam

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture ปีที่แล้ว +2

    great creation. All are true basis of History.

  • @Abinash1234
    @Abinash1234 ปีที่แล้ว +1

    Video টো চাই ভাল লাগিল।

  • @malabikasaikia8068
    @malabikasaikia8068 6 หลายเดือนก่อน +1

    মই ভাবো আৰু মই ইয়াত এটা কথা কও যে লাচিত বৰফুকন আছিল অসমৰ এগৰাকী ৰজাৰ দৰে কাম কৰিছিল । 😢😢😢❤❤❤❤😢😢😢❤❤😢😢❤

  • @Unmoy
    @Unmoy 2 ปีที่แล้ว +9

    Respect for Lachit borphukan ❤❤❤❤❤🔥🔥🇮🇳🇮🇳

  • @nilotpalsarmahsarma8344
    @nilotpalsarmahsarma8344 3 ปีที่แล้ว +11

    Jai Lachit barfukan

  • @utpaldasmusic2285
    @utpaldasmusic2285 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল Thank you too all actors actress

  • @napoleonbonapartelempereur9502
    @napoleonbonapartelempereur9502 ปีที่แล้ว +1

    JAI LACHIT BORPHUKAN🕉️🙏

  • @bhaskarjyabaruah1090
    @bhaskarjyabaruah1090 2 ปีที่แล้ว +3

    Joi Aai Axom! 🚩🚩🚩

  • @samirgogoi7728
    @samirgogoi7728 3 ปีที่แล้ว +25

    সাজ পোচাক সমূহ আহোম পৰম্পৰাৰ হোৱা উচিত।

    • @prodipkumargogoi4546
      @prodipkumargogoi4546 3 ปีที่แล้ว +1

      হয়

    • @wildflower4649
      @wildflower4649 3 ปีที่แล้ว +2

      Agree

    • @MultimediaTr.
      @MultimediaTr. 4 หลายเดือนก่อน

      ​@@wildflower4649তুমি বহুত ধুনীয়া আছা! বিয়াত বহা নাই যদি contact কৰিব বিচাৰোঁ! মই চৰকাৰী বিভাগত কৰ্মৰত! Please! Reply me

  • @shajurohman6334
    @shajurohman6334 3 ปีที่แล้ว +14

    আমাৰ দেশতে ইমান ভাল এখন ইতিহাস আছে কিন্তু ভাল director -ৰ অভাৱত আমি আমাৰ নিজা পৰিচয় আন্তৰ্জাতিক পৰ্য্যায়ত স্হান দিব পৰা নাই কিয় ? আজি দক্ষিণ ভাৰতৰ ছবিবোৰৰ বহুত আগবাঢ়ি গল আমিবোৰ কেল্লা বাংলাদেশীৰ সৈতেই যুজি আছো । চাওক দক্ষিণ ভাৰতৰ ছবি bahuboli2 তকৈ ভাল এখন ছবি আমাৰ অসমতেই গঢ়িতোলা যাব ।

    • @mbcartoons4016
      @mbcartoons4016 3 ปีที่แล้ว +2

      Oti hundar tumar sintadhara

  • @jatinkalita3990
    @jatinkalita3990 5 หลายเดือนก่อน

    সচাই ধন্য হে মাহাবীৰ তুমাক🙏🏻

  • @anitasaikia4245
    @anitasaikia4245 ปีที่แล้ว +1

    Lachit Barphukan : the greatest warrior of Assam.🙏🙏🙏
    He is the Victory of Assam and Pride of Assam.🙏🙏🙏🙏🙏🙏

  • @dr.samadhanawane6450
    @dr.samadhanawane6450 2 ปีที่แล้ว +6

    Love from maratha

  • @gautamphukan5079
    @gautamphukan5079 2 ปีที่แล้ว +2

    Xundor ati xundor

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 2 ปีที่แล้ว +3

    Bhal lagil

  • @BinodKumar-lo9yp
    @BinodKumar-lo9yp ปีที่แล้ว +1

    Patliputra ki dharti se parnam aise veer yodha ko jai Assam from Bihar

  • @user-sx5ft1vp8e
    @user-sx5ft1vp8e 3 ปีที่แล้ว +6

    অতি আনন্দিত হ'লো

  • @chanjuhazarika9336
    @chanjuhazarika9336 3 ปีที่แล้ว +8

    Joy ai axom. .

  • @indianhistoricalfacts2515
    @indianhistoricalfacts2515 2 ปีที่แล้ว +3

    Everyone forgot atan buragohain. He deserves same respect as Lachit borphukon

    • @nabamyari6776
      @nabamyari6776 2 ปีที่แล้ว +2

      Chilaray also💪

    • @Indic462
      @Indic462 ปีที่แล้ว +3

      @@nabamyari6776 Assam has many warriors. But sadly we don't know about our own history.

  • @AT-fw9zc
    @AT-fw9zc 3 ปีที่แล้ว +17

    I did not understand the starting music but loved it ♥♥♥

    • @jadumonigogoi403
      @jadumonigogoi403 3 ปีที่แล้ว +3

      song praises the king ,his kingdom who had great general lachit.

  • @VOICEOFRADIO
    @VOICEOFRADIO 2 ปีที่แล้ว +2

    সুন্দৰ।।ভাল লাগিল।।আপোনাৰ চেনেলটো চাবক্ৰাইব কৰিলোঁ দেই।।

  • @user-zj8zx5jh6w
    @user-zj8zx5jh6w 6 วันที่ผ่านมา

    Eketi tharite duti phool---Pahar aru bhoyam.Asomiya amar kokai...Moi Arunachalor.

  • @KKB4.O
    @KKB4.O 3 ปีที่แล้ว +6

    I love this movie ❤️

  • @G3new745
    @G3new745 2 ปีที่แล้ว +6

    দেশ বুলিলে নালাগে আদেশ

  • @Peripateticronofficial
    @Peripateticronofficial 3 ปีที่แล้ว +8

    Joi aai axom 🔥🔥🔥

  • @bvlogsassam9226
    @bvlogsassam9226 ปีที่แล้ว

    অতি সুন্দৰ প্ৰদৰ্শন
    ভাল লাগিল।

  • @nabaranjannath4688
    @nabaranjannath4688 2 ปีที่แล้ว

    Ati uttam prayas, dhanyabad amar Ajay veer Lachit Barphukanar veeratwa darkhan karowar babe

  • @Bishalbaruah7889
    @Bishalbaruah7889 2 ปีที่แล้ว +4

    Very good, but needed english subtitles, because some people do not understand Assamese.. So, it would have been much better if added english subtitles..

  • @HemantKumar-uc1mz
    @HemantKumar-uc1mz ปีที่แล้ว

    People from NE are some of the sweetest people. They are quite fierce at the same time when it comes to war fighting. Islamists do not even stand any chance against them. Isi knew this and that is why it started conversion in those states of NE India.

  • @DipakBose-ge1hm
    @DipakBose-ge1hm 9 หลายเดือนก่อน +2

    Ahoms came in 14th Century from China via Burma and Thailand; that is the reason they call themselves Thai-Ahoms. Before they invaded India, there were Bengali Kingdoms in Kamrup, Pragyotish. Almost all tribals people who look like some kind of Chinese are foreign invaders.

  • @purobipatowary4239
    @purobipatowary4239 2 ปีที่แล้ว +18

    Proud to be Axomiya. ❤️
    Needs to be subtitled in English.

  • @YoungV94
    @YoungV94 2 ปีที่แล้ว +6

    เขายังคงเป็นตำนาน ประวัติศาสตร์ไม่มีวันตาย อาณาจักรอาหมมีความแข็งแกร่งพร้อมกับชนเผ่าต่างๆ. Joi Chaolung Lachit Borphukan, Joi Akham.

    • @mrblack7218
      @mrblack7218 2 ปีที่แล้ว

      Lachit belong to Luk tai (lan fi)clan of ahoms.
      He didn't belong to royal.

    • @shikarigaming7858
      @shikarigaming7858 2 ปีที่แล้ว

      @@mrblack7218 can you tell me about Nora konwar

  • @dimbeswarbora873
    @dimbeswarbora873 2 ปีที่แล้ว +1

    Jai aii axom.. ❤️❤️❤️Lashit barfukon dngoria apunak dhoniyo

  • @shoorvirprogramme
    @shoorvirprogramme 2 ปีที่แล้ว +1

    Problem is this culture is not touched and because of language barrier entire country don't know them