বিয়া খন হে নাপাতে কিয় - Why Boys don't want to marry now a days - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • Buy a Term Plan & Get Online Discounts Up to 10%👇
    tinyurl.com/3b...
    #insurance #terminsurance #lifeinsurance #termlife #termplan #protection #secureyourfamily #futureplan
    #assamesevideo #himantabiswasarma #biya

ความคิดเห็น • 1.7K

  • @DimpuBaruah
    @DimpuBaruah  21 ชั่วโมงที่ผ่านมา +128

    Buy a Term Plan & Get Online Discounts Up to 10%👇
    tinyurl.com/3bz2ns6p

    • @AkhtarAli-np1kc
      @AkhtarAli-np1kc 21 ชั่วโมงที่ผ่านมา +5

      Bhai single appi a nai

    • @playerone7271
      @playerone7271 20 ชั่วโมงที่ผ่านมา +1

      2mi kio nai pota 1st hai2 kua sn

    • @mangovolgs9997
      @mangovolgs9997 19 ชั่วโมงที่ผ่านมา +2

      Time t kunu insurance kamot nahy janu ami 😂

    • @NxInjam
      @NxInjam 19 ชั่วโมงที่ผ่านมา

      Tor haxok nai bia patibo kam noho bo

    • @gsmsolution8399
      @gsmsolution8399 18 ชั่วโมงที่ผ่านมา

      Right all bookings 😂😂​@@AkhtarAli-np1kc

  • @firefact7642
    @firefact7642 21 ชั่วโมงที่ผ่านมา +165

    একদম সঁচা কথা কলে, মানে মনৰ কথাখিনিয়ে কলে। ভাল লাগিল ❤

    • @abs516
      @abs516 7 ชั่วโมงที่ผ่านมา

      bhal lagile dimpu

    • @mridulbora409
      @mridulbora409 6 ชั่วโมงที่ผ่านมา

      Xosa kotha...dosti..

  • @dipjyotisvlogs5352
    @dipjyotisvlogs5352 18 ชั่วโมงที่ผ่านมา +86

    100% সচাঁ কথা কৈছে দিম্পু দা
    এই কাৰণে আপুনি আমাৰ সদায় প্ৰিয়❤
    একেবাৰে আমাৰ মনৰ কথা কৈ দিয়ে😌😎

  • @Champak_Barchung
    @Champak_Barchung 21 ชั่วโมงที่ผ่านมา +323

    ব্ৰহ্মচাৰী হওক সুখত থাকক ।।😅

    • @_UNKNOWN_USER_2023_
      @_UNKNOWN_USER_2023_ 21 ชั่วโมงที่ผ่านมา +6

      Right bro 😊

    • @RupamNath-rt1bf
      @RupamNath-rt1bf 21 ชั่วโมงที่ผ่านมา +3

      Same ❤

    • @gboys7573
      @gboys7573 20 ชั่วโมงที่ผ่านมา +4

      Good idea

    • @AteroX_FF
      @AteroX_FF 20 ชั่วโมงที่ผ่านมา +4

      Not bad not bad

    • @Marcos-uz5xe
      @Marcos-uz5xe 20 ชั่วโมงที่ผ่านมา +8

      Hantit thakibo asa jodi brahmachari life best! Jar oxhantit jiyabo asa he biya patok

  • @jaishreeram9655
    @jaishreeram9655 20 ชั่วโมงที่ผ่านมา +98

    ল'ৰা এজনেও বিচাৰে বিয়া পাতিব, কিন্তু চৰকাৰী চাকৰি ন'হলে ছোৱালীয়ে নেপায়। ভাল পোৱা থাকিলেও চাকৰি ন'হলে ঘৰৰ মানুহে নিদিয়ে ন'হলে ছোৱালী জনীৰে মন নোহোৱা হয়। আগতেও খেতি মাটি যাৰ বেছি সি ভাল ছোৱালী পাইছিল। আচলতে ল'ৰা এজনে সময়ত বিয়া পাতিব বিচাৰে কিন্তু ছোৱালী নেপায়। প্ৰেম বিবাহ টো এতিয়া ১% আছে। সকলো কথা গৈ টকা পইচাত ফাচি যায়

    • @LuxlifeAuto
      @LuxlifeAuto 11 ชั่วโมงที่ผ่านมา

      Right 😢

    • @adassamesevlog4408
      @adassamesevlog4408 7 ชั่วโมงที่ผ่านมา

      Ak dom thik

    • @kailashdas1140
      @kailashdas1140 6 ชั่วโมงที่ผ่านมา

      Really... Mr lgt sei2 a brtmn hoise... Government job nai krne swali r ghr r mnuh a mule taik nidi a aru taio ghr r mnuh k arib noware... Gtk sb akha bad d single hoi bhi aso

    • @jaishreeram9655
      @jaishreeram9655 5 ชั่วโมงที่ผ่านมา

      @@kailashdas1140 জীৱন টোৱে তেনেকুৱা আমাৰ চৰকাৰী চাকৰি নোহোৱা কেইটাৰ । মই এজন আ চি উ টেকনিচিয়ান হয়, মই এটা চৰকাৰী চাকৰিত কৈ বৰ্তমান বেছি উপাৰ্জন কৰি আছো কিন্তু নিদিয়ে কিয়নো আমাৰ চাকৰি ৰ বোলে সুৰক্ষিত নহয়। এতিয়া ছোৱালী ও মন এৰিছে ভাল চাকৰি কৰা ল'ৰাই চাব আহি আছে। এতিয়া বিয়া বাৰু মন এৰিলো চিংগেল জীৱন কটাম মা দেউতাৰ লগত।

  • @bitupanborgohain4749
    @bitupanborgohain4749 21 ชั่วโมงที่ผ่านมา +81

    আজিকালি ছোৱালীক বিশ্বাস কৰিব নোৱাৰি,,,বিয়াৰ পিছত খানাত বিহ দি মাৰি পেলাব 😢

    • @bibhudeka9631
      @bibhudeka9631 5 ชั่วโมงที่ผ่านมา +1

      😢😢

    • @Mrnurhabibullah24
      @Mrnurhabibullah24 5 ชั่วโมงที่ผ่านมา

      স্বামী chutiya হলে তো বিহ খিলাবৈ 😅

    • @mriduladas7201
      @mriduladas7201 3 ชั่วโมงที่ผ่านมา

      😂

  • @debarambey
    @debarambey 4 ชั่วโมงที่ผ่านมา +7

    একদম সঁচা কথা, 100% মই যিটো মনৰ কথা ভাবিছোঁ, হে কথা খিনি মিলিছে, ❤

  • @humenbhuyan4088
    @humenbhuyan4088 21 ชั่วโมงที่ผ่านมา +128

    স্বাৱলম্বী নোহোৱা লৈকে বিয়া নাপাতাটোৱে ঠিক।

  • @HiteshPathak-z9y
    @HiteshPathak-z9y 8 ชั่วโมงที่ผ่านมา +13

    Dimpu বহুত ভাল কথা কাছে
    একেবাৰে নিৰভেজাল বাস্তব সচাঁ কথা
    বহুত ধন্যবাদ

  • @AllIndiaReport
    @AllIndiaReport 21 ชั่วโมงที่ผ่านมา +233

    কথাবোৰ শুনি কোনে সঁচা বুলি ভাবা like kora 😊👍

  • @kaushik-g516
    @kaushik-g516 17 ชั่วโมงที่ผ่านมา +17

    Gutei kotha burei xosa dimpu.. i am surviving this phase . 100% right...

    • @Elon_Musk99147
      @Elon_Musk99147 6 ชั่วโมงที่ผ่านมา

      Me also

  • @NayanjyotiNath-tr5by
    @NayanjyotiNath-tr5by 21 ชั่วโมงที่ผ่านมา +39

    এইটো সকলোৰে ব্যক্তিগত কথা । কোনে কেতিয়া কিয় বিয়া পাতিব সেইটো সকলোৰে বেলেগ বেলেগ হয় । সকলোৰে পৰিয়ালৰ সমস্যা বেলেগ বেলেগ । বাৰু তুমি ক'লা, এইবাৰ চাগে আলোচনা কৰিব বহুতেই বা ভাবিব এই বিষয়ে ঘৰৰ মানুহৰ লগত । আৰু বহুতেই ভাবে মই আজি এখন Luxury বিয়া পাতি দেখুৱাম যাতে পিছত মোক লৈ মানুহে আলোচনা কৰে আমুকৰ বিয়া খন পাতিছিল দেই বুলি । কিন্তু এইটো নাভাবে যে সেই একেখিনি মানুহে কেই দিন মান পিছত আকৌ তেখেতৰে বদনাম গোৱাত লাগি যাব ।

  • @JayashreeDas-d9p
    @JayashreeDas-d9p 19 ชั่วโมงที่ผ่านมา +10

    বহুত ভাল লাগিল কথা খিনি শুনি 😌 dimpu da ♥

  • @BiplobGogoi-f3w
    @BiplobGogoi-f3w 21 ชั่วโมงที่ผ่านมา +31

    একদম মনৰ কথা ভাল লাগিল Video টোৰ চাই ❤

  • @EimonkakatiMono
    @EimonkakatiMono 19 ชั่วโมงที่ผ่านมา +5

    অকলে থাকক শান্তিত থাকক । নিজৰ মতে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ লাইফ নিজেই উপভোগ কৰক । মতা মাইকী ল'ৰা ছোৱালী এইবোৰে একো সুখ দিব নোৱাৰে ।

    • @simantadeka1601
      @simantadeka1601 19 ชั่วโมงที่ผ่านมา

      এক কথাত বৰলা হব কৈছে😂😂😂

    • @EimonkakatiMono
      @EimonkakatiMono 18 ชั่วโมงที่ผ่านมา +1

      @@simantadeka1601 😂😂 বৰলা বৰলী হোৱাই ভাল । লাগিলে কুকুৰ মেকুৰীৰ লগত শান্তিৰে থাকিব পাৰিব ।😂😂

    • @jad45
      @jad45 10 ชั่วโมงที่ผ่านมา

      @@EimonkakatiMono aru biya patile mota gulaam hoi jai. Ami gulaami korat nai.

  • @flyingbird131
    @flyingbird131 20 ชั่วโมงที่ผ่านมา +47

    সৰুৰে পৰা বিয়া মানেই মোৰ বাবে কিবা এটা সাংঘাতিক ভয়ংকৰ বস্তু।মই দেখা বিয়া পতা মানুহবোৰৰ ভিতৰত আটাইতকৈ বেছি অত্যাচাৰৰ সন্মুখীন হৈছে মহিলাসকলেই। বৃদ্ধৰ পৰা কেঁচুৱা লৈকে শাৰিৰীক মানসিকভাৱে অতিকৈ লোকচানৰ সন্মুখীন হোৱা মানুহখিনিয়ে হৈছে মহিলা।💔
    মোৰ বাবে বিয়াৰ সংজ্ঞা নৰক যন্ত্ৰণাৰ বাদে একো নহয়।

    • @jad45
      @jad45 11 ชั่วโมงที่ผ่านมา +1

      Bujisu, tumr kotha tu xosa. Kintu ajikali purukheu pratarit hobo loga hoise aini byobosthar babe karon aine besikoi mohilar kotha xune.

    • @momotazbegum9970
      @momotazbegum9970 3 ชั่วโมงที่ผ่านมา

      Agree

  • @mainaoxomi1438
    @mainaoxomi1438 19 ชั่วโมงที่ผ่านมา +11

    Ok done , আহোঁ আহোঁ কৈয়ে আছিল কাইলৈ লৈ আহিম☺️♥️

  • @deltaone2882
    @deltaone2882 21 ชั่วโมงที่ผ่านมา +331

    হাত মাৰক সুখী থাকক

  • @Badge_F
    @Badge_F 20 ชั่วโมงที่ผ่านมา +35

    এজন লৰাৰ কৰ্ম সঙস্হাপন নোহোৱাৰ ফলত যেতিয়া নিজৰ সচাঁ ভাল পোৱা প্রেয়সী জনীক তাইৰ মাক দেউতাকে বেলেগ লৰালৈ বিয়া দিয়ে , তাৰ সমান দূখ এই পৃথিৱীত নাই, নিজৰ প্রেয়সীক হেৰুৱাৰ বেদনা সেই জন লৰাই বুজে! যিয়ে কোনো কৰ্মৰ সঙস্হাপন পোৱা নাই!😢

    • @kailashdas1140
      @kailashdas1140 6 ชั่วโมงที่ผ่านมา +1

      Brtmn mi sei2 dukht vugisu....

  • @abhijeethdr5920
    @abhijeethdr5920 21 ชั่วโมงที่ผ่านมา +43

    Right 💯% m too...from this generation...moi enekoie happy asu dei❤❤

  • @AbdulHannan-x4e
    @AbdulHannan-x4e 56 นาทีที่ผ่านมา +1

    All the points you have said absolutely correct 😢

  • @dhiramanidas7292
    @dhiramanidas7292 20 ชั่วโมงที่ผ่านมา +12

    Dimpu dada tumi iman under-rated bostu eta iman xohos dora bujai dila bohut val lagil video to sai hopefully ago lage o ankwa topic ani thakiba buli akha korilu God Bless You Dada 🤍

  • @kalyanikakati8968
    @kalyanikakati8968 20 ชั่วโมงที่ผ่านมา +9

    বহুত ভাল লাগিল দেই তোমাৰ এই ভিডিঅ চাই

  • @kanakrabha3239
    @kanakrabha3239 21 ชั่วโมงที่ผ่านมา +155

    পাতিব খুজিলে ও ছোৱালী বোৰে চাকৰি নোহোৱা কাৰণে বিয়া হব নোখোজে সেই কাৰণে single থাকিব লগীয়া হৈছে লোৰাবৰে , চাকৰি নাই যাৰ তিৰি নাই তাৰ।

    • @brahmachari7306
      @brahmachari7306 21 ชั่วโมงที่ผ่านมา +1

      Akdom right kotha

    • @anshunath2163
      @anshunath2163 21 ชั่วโมงที่ผ่านมา

      Thik koisa bondhu😢

    • @prasenjeet8920
      @prasenjeet8920 21 ชั่วโมงที่ผ่านมา

      Akdome right

    • @anirudharoy6262
      @anirudharoy6262 21 ชั่วโมงที่ผ่านมา

      যুক্তি আছে 😂

    • @ansumansharma8937
      @ansumansharma8937 21 ชั่วโมงที่ผ่านมา

      100% right

  • @manavk4088
    @manavk4088 20 ชั่วโมงที่ผ่านมา +4

    Salute dimpu...
    Tumi ekdum thik kotha koisa....
    Ajikali suwali besi modern & follow korei Western tradition...
    Sample dekhi biya pota essa nai....

  • @smrjt9102
    @smrjt9102 20 ชั่วโมงที่ผ่านมา +19

    Ultimate topic Aitu. Salute from all the boys

  • @dipikakhound7805
    @dipikakhound7805 7 ชั่วโมงที่ผ่านมา +1

    ভিডিঅ' টোত তোমাৰ কথাখিনি বৰ ভাল লাগিল ডিম্পু। একেবাৰে সঁচা কথা কৈছা। বহুত ধন্যবাদ জনালো তোমাক। তোমাৰ কথাখিনিয়ে নতুন প্ৰজন্মক অলপ হ'লেও চকু মেল খুৱাব বুলি আশা কৰিলো 😊😊

  • @dibyogamingff.2005.
    @dibyogamingff.2005. 21 ชั่วโมงที่ผ่านมา +309

    Dimpu da ❤sorkari sakori jar xundori potni tar 😂❤
    Free fire khela bure. Mur channel tu suwa abar

    • @Jinu0118
      @Jinu0118 21 ชั่วโมงที่ผ่านมา +2

      Dhut bonora

    • @JunRay-i5c
      @JunRay-i5c 21 ชั่วโมงที่ผ่านมา

      😂​@@Jinu0118

    • @rahulkalita2164
      @rahulkalita2164 21 ชั่วโมงที่ผ่านมา +1

      Dhui 😂😂😂😂😂

    • @নয়নজ্যোতি
      @নয়নজ্যোতি 21 ชั่วโมงที่ผ่านมา +1

      Free fire khela bad dilu. Eku game y nekhelu aji kali

    • @LinaFF9920
      @LinaFF9920 21 ชั่วโมงที่ผ่านมา

      😂😂

  • @lovelyassam9974
    @lovelyassam9974 19 ชั่วโมงที่ผ่านมา +7

    Ki kom mur bhakha nai ..... Apunar Dimpu Baruah Chenel Tut jiman video aahe moi xokolu bur sau... Kin2 ey2 Chenal t apunar One of the best video hoi bucz apuni video Tut jikhini kotha koise protitu kotha milise 🙏🏻🫡

  • @Withhprcreation
    @Withhprcreation 21 ชั่วโมงที่ผ่านมา +16

    তোৰ এই কথাবোৰ জনাৰ পিছত বিয়া পতা কেইটাও motivation হেৰুৱাব😂

    • @MrinmayChakravarty-jf4nr
      @MrinmayChakravarty-jf4nr 20 ชั่วโมงที่ผ่านมา

      😂

    • @Babulal_23
      @Babulal_23 6 ชั่วโมงที่ผ่านมา

      Bhai moi crush jonik biya patim buli bhabilsilu etiya atu video sai biya patiboley bhoi lagi aase 😂😂

    • @Withhprcreation
      @Withhprcreation 6 ชั่วโมงที่ผ่านมา

      @@Babulal_23 paat biya valke rakhbi kajia nkrake

  • @অসমৰভিখাৰী
    @অসমৰভিখাৰী 9 ชั่วโมงที่ผ่านมา +2

    দৰকাৰ পৰিলে বাৰি মাৰি শুই থাকক সুখত থাকিব 👍👍

  • @anonymous-ru3ti
    @anonymous-ru3ti 19 ชั่วโมงที่ผ่านมา +6

    Dhuniya dimpu da....that type of awareness toget in track of our blind modern society is much needed at this time

  • @DEBOJIT-123-gamarays
    @DEBOJIT-123-gamarays 9 ชั่วโมงที่ผ่านมา +1

    ধৈনবাদ dimpu daa aji আপুনি আমাৰ সকলোৰে মনৰ কথাখিনি মুকলি কৈ কলে 😢😢😢

  • @DipjyotiDas-111
    @DipjyotiDas-111 21 ชั่วโมงที่ผ่านมา +16

    100% Right Dimpu Da...Aji-kli Biya patibo Voi o lage aru Mon o najai...Karon aji-klir din ot Prem-Vl puwa buli o ako bostu nai...Xokolo a kebol Poisar vukha...Aru Xosa Vl puwa buli aji-klir din ot ako nai jar Poisa ase xei a Dhuniya-Vl Swali pabo aji-kali...Logote vlke Life ot goti lagute o 30-31 bosor lagi a jai...🙂

    • @powergaming617
      @powergaming617 6 ชั่วโมงที่ผ่านมา +1

      Dimpu thike koisa aji homas khan bohut beya hal manubure lukoa dekhi Kam kore ase

  • @MRDHARMADAS
    @MRDHARMADAS 13 ชั่วโมงที่ผ่านมา +4

    100% Right Dimpu daa akdom khosa kotha koise ❤❤❤❤❤🎉🎉🎉

  • @PranAxom
    @PranAxom 12 ชั่วโมงที่ผ่านมา +7

    Focus on goals
    Not on Holes 🎉

  • @স্মৃতিৰসঁফুৰা
    @স্মৃতিৰসঁফুৰা 11 ชั่วโมงที่ผ่านมา +4

    ভালপোৱাত আৰ্থিক সংকট তেনে নগণ্য হৈ যায় যদি মনে মিলা বিয়া পাতিব পৰা ছোৱালী এজনী লগত থাকে।
    Arrange বিয়াৰ ক্ষেত্ৰত লৰাই কি কৰে প্ৰশ্নটোৰ উত্তৰ দিবলৈ বৰ জটিল কাৰণ ছোৱালীৰ পৰিয়ালক লৰাৰ যোগ্যতাক সৈমান কৰা সহজ নহয়।আৰু কিবাকে সৈমান কৰালেও পিছলৈ ভয় লাগে তাইবা আগত কাৰ লগত কি সম্পৰ্ক ৰাখিছিল তুলনাত মই যদি কম হৈ যাওঁ মই অৱহেলিত হ'ম নেকি??

  • @susantadutta2001
    @susantadutta2001 20 ชั่วโมงที่ผ่านมา +10

    সচা কথা ছোৱালীৰ পাৱাৰ ইমানেই বেছি দি দিয়া হৈছে । আজি নিউজ বোৰে দেখোৱাব ভয়শকৰা হৈছে

  • @HulkAdventures24
    @HulkAdventures24 19 ชั่วโมงที่ผ่านมา +12

    বিয়া পাতি জীৱন ধংস কৰি লাভ নাই ❤

  • @pranjitzubeenian1780
    @pranjitzubeenian1780 3 ชั่วโมงที่ผ่านมา +2

    মই লৰা হিচাপে মন্তব্য এটা কৰিলোঁ যে বিয়া প্ৰায় 32 মানত কৰিবলৈ মন।কাৰণ প্ৰথমে আৰ্থিক ভাৱে সবল হৈ লব লাগিব।নহলে বিয়াৰ পিছত পৰিয়াল সুখী নহব।

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 20 ชั่วโมงที่ผ่านมา +9

    অতি সুন্দৰ❤

  • @IamAvi96
    @IamAvi96 19 ชั่วโมงที่ผ่านมา +3

    Great video dimu da... Moi relate koribo parisu😢😢😢😢

  • @rupjyotidas750
    @rupjyotidas750 21 ชั่วโมงที่ผ่านมา +58

    0:43 Apuni a dekhun xeijon 😂, pisot patim pisot patim kori thake, pati louk joldi..

    • @bijoy3662
      @bijoy3662 21 ชั่วโมงที่ผ่านมา +1

      +1

    • @xurharmony5691
      @xurharmony5691 9 ชั่วโมงที่ผ่านมา +1

      +1

  • @AfreenAlfaaz
    @AfreenAlfaaz 4 ชั่วโมงที่ผ่านมา

    Bohut helpful video ❤️ val lagil

  • @Ajim_aslam
    @Ajim_aslam 21 ชั่วโมงที่ผ่านมา +15

    দিম্পু দাৰ বিয়াখন খাব কোনে অধিক আগ্ৰহেৰে বাট চাই আছে ।

  • @vlogerboyanirudha9438
    @vlogerboyanirudha9438 6 ชั่วโมงที่ผ่านมา

    একদম সঁচা কথাও ওপৰত কৈছা কথাটো ভাল লাগিল ❤❤❤❤❤

  • @PRANAB750
    @PRANAB750 18 ชั่วโมงที่ผ่านมา +5

    Biya patim buli jakk vl paba n dimpu daa hai bilak suwali a hodai praii 50%ot besi suwali a thogi thoi gusi jai..

  • @pranjaldas6416
    @pranjaldas6416 8 ชั่วโมงที่ผ่านมา

    বহুত ভাল কথা কৈছে, ভাল লাগিল | সকলোখিনিএ সচা |

  • @mtrueword129
    @mtrueword129 21 ชั่วโมงที่ผ่านมา +15

    গুৱাহাটী ত 80% job 9000 ৰ পৰা 14000 লৈকে

    • @bishalsaha9552
      @bishalsaha9552 11 ชั่วโมงที่ผ่านมา +2

      Ki je kowa iman kom bohot minimum salary 25-30 thousand

    • @stateslyricer7769
      @stateslyricer7769 8 ชั่วโมงที่ผ่านมา +2

      ​@bishalsa ha9552 30 k holeo Kam nai bohute kom

    • @mtrueword129
      @mtrueword129 5 ชั่วโมงที่ผ่านมา

      @@bishalsaha9552 সঁচাই দাদা গুৱাহাটীৰ 80% প্ৰাইভেট job 9k পৰা 14 k

  • @Debk-a3l
    @Debk-a3l ชั่วโมงที่ผ่านมา

    Moja video . Jikhini kotha koisa 100% right.

  • @kangandas1547
    @kangandas1547 21 ชั่วโมงที่ผ่านมา +8

    বিয়া পতা মানে পৰিয়ালৰ পৰা মা দেউতাৰ পৰা আতঁৰি অহা, সেইবাবেই বিয়া পাতিব নালাগে

    • @nitulbarman9396
      @nitulbarman9396 4 ชั่วโมงที่ผ่านมา +1

      100% correct

  • @rajinabegum2443
    @rajinabegum2443 6 ชั่วโมงที่ผ่านมา

    Bohut dorkari khota koisa dada bohut val lagil khuni

  • @Saditya_07
    @Saditya_07 21 ชั่วโมงที่ผ่านมา +166

    Toi a pata ni biya aru ami ki patim 😂😂😂

    • @MrinmayChakravarty-jf4nr
      @MrinmayChakravarty-jf4nr 20 ชั่วโมงที่ผ่านมา +2

      😂

    • @Ritikdeka357
      @Ritikdeka357 20 ชั่วโมงที่ผ่านมา +11

      Video sale complete kori sabo lage

    • @jyotirmoysarma1930
      @jyotirmoysarma1930 20 ชั่วโมงที่ผ่านมา +1

      😂😂😂😂😂😂

    • @martislll1068
      @martislll1068 11 ชั่วโมงที่ผ่านมา

      Hosa koisa de 😅

    • @najir6901
      @najir6901 9 ชั่วโมงที่ผ่านมา

      😂😅

  • @raihanalam2019
    @raihanalam2019 20 ชั่วโมงที่ผ่านมา +49

    ছয় নম্বৰ হল- চোৱালী বিলাকক বিশ্বাস কৰা টান 😅

    • @jad45
      @jad45 11 ชั่วโมงที่ผ่านมา +1

      Bikhekhkoi ajikalir suwali.

    • @mohancreation3412
      @mohancreation3412 10 ชั่วโมงที่ผ่านมา +1

      Akdom 100℅ xosa kotha aitu moi nije prove paisu

    • @juleehazarika2738
      @juleehazarika2738 9 ชั่วโมงที่ผ่านมา

      Bhai lora u Ganga t gaa dhui aha nhoi.....jitu nije paisu....

    • @champakthakuria8676
      @champakthakuria8676 7 ชั่วโมงที่ผ่านมา +2

      আজিকালি বোৱাৰী পলাই যোৱাটো এটা tranding হৈ পৰিল

    • @jad45
      @jad45 6 ชั่วโมงที่ผ่านมา

      @@champakthakuria8676 Heykrne ajikali biya npotae bhal.

  • @AnkurKalita-j8g
    @AnkurKalita-j8g 20 ชั่วโมงที่ผ่านมา +4

    4:32 dimpu daa right 👍🏻

  • @kangkandas162
    @kangkandas162 20 ชั่วโมงที่ผ่านมา +2

    Right kotha koisa dimpu

  • @anirudharoy6262
    @anirudharoy6262 21 ชั่วโมงที่ผ่านมา +23

    সন্তুষ্টি নাই আজিৰ দুনিয়াত কৰোঁ!! পিছে আপোনাৰ বিয়াখন নলগাইনো কিয় ?? নে perfect ছোৱালীৰ অভাৱ নে ? কি.......

    • @Assam01237
      @Assam01237 21 ชั่วโมงที่ผ่านมา +1

      😂😂😂

    • @AR_assam_B
      @AR_assam_B 21 ชั่วโมงที่ผ่านมา +1

      😂😂😂😂hoy de

  • @saidahmad826
    @saidahmad826 14 ชั่วโมงที่ผ่านมา +1

    Bohut val kotha koisa dimpu

  • @Rolex__ff739
    @Rolex__ff739 21 ชั่วโมงที่ผ่านมา +29

    Axom or xokolu lorar respect or karone ata like 😢

  • @DebendraChowhan-c6b
    @DebendraChowhan-c6b 6 ชั่วโมงที่ผ่านมา

    আপোনাৰ video চাই বহুত ভাল লাগে দাদা❤❤

  • @AnupamAnupam-w3s
    @AnupamAnupam-w3s 17 ชั่วโมงที่ผ่านมา +5

    Amar eaifale ako...biya poter potijugita hoi ase18 bosor hoboloi pai ki napai potijugitat nami jayei

  • @pallabblogss
    @pallabblogss 9 ชั่วโมงที่ผ่านมา +1

    বুকোৰ আপোন হোৱা টো ডাঙৰ কথা নহয় আপোন মানুহ বোৰৰ মাজত সদায় সুখী হ'ব পৰা টো হে ভাল পোৱা অন্যথা সুখী কিমান হ'ব পাৰা সেই টো কথা নহয় আনৰ হৃদয়ত তোমি কিমান বিশ্বাসী‌ সেই টো হে প্ৰকৃত মৰম..

  • @prasenjitkakoti3629
    @prasenjitkakoti3629 21 ชั่วโมงที่ผ่านมา +5

    Xosa kotha koisa bhai❤

  • @HappyForest-fs8vb
    @HappyForest-fs8vb 5 ชั่วโมงที่ผ่านมา

    Dimpu dar kotha bur akdom monor pra ahise 😊

  • @FUNNY_Rd_Boy
    @FUNNY_Rd_Boy 21 ชั่วโมงที่ผ่านมา +5

    Tq Dimpu da Eman Val video Ata diyar ❤ babey 🎉❤❤❤😮

  • @k2hpartha745
    @k2hpartha745 19 ชั่วโมงที่ผ่านมา

    Tumaru beya pateba age hol Dimpuda🎉❤ love from Dhemaji

  • @michaelvlogs4811
    @michaelvlogs4811 20 ชั่วโมงที่ผ่านมา +4

    Khub dhunia content dimpu ❤

  • @NikhileshPatwari
    @NikhileshPatwari 18 ชั่วโมงที่ผ่านมา +1

    Mojja aru to the point video. This is today’s reality 🙏🏻👍

  • @shakibulreaction9366
    @shakibulreaction9366 20 ชั่วโมงที่ผ่านมา +5

    This is positive video

  • @DibyaJyotiDas-ni8yy
    @DibyaJyotiDas-ni8yy 7 ชั่วโมงที่ผ่านมา

    All points are true.. you're great dimpu da ❤

  • @BloggerSauravSarma
    @BloggerSauravSarma 20 ชั่วโมงที่ผ่านมา +3

    6:56 amazing 👏

  • @robinson7066
    @robinson7066 5 ชั่วโมงที่ผ่านมา

    Very good education dimpu da

  • @BikashKuli-r6s
    @BikashKuli-r6s 20 ชั่วโมงที่ผ่านมา +52

    Kune kune ane obostat ase like kora😂😂

  • @JintuNath-e5h
    @JintuNath-e5h 9 ชั่วโมงที่ผ่านมา

    You sent a great message through the video. Thank you Dimpu brother.

  • @BimalPegu-fi8kp
    @BimalPegu-fi8kp 21 ชั่วโมงที่ผ่านมา +9

    Really 💯👍

  • @MrSatyajitkalita
    @MrSatyajitkalita 3 ชั่วโมงที่ผ่านมา +1

    Hosa kotha dimpu da

  • @dhrubajyotimedhi2241
    @dhrubajyotimedhi2241 21 ชั่วโมงที่ผ่านมา +5

    Dark truth of our society, can't more agree with you Dimpu Daa.

  • @MontazBhai
    @MontazBhai 10 ชั่วโมงที่ผ่านมา +2

    তাৰ মানে ডিমপু বৰুৱাই বিয়া খন পাতিব, এই video ৰ পৰা গম পোৱা গ'ল।

  • @roy-go7tz
    @roy-go7tz 21 ชั่วโมงที่ผ่านมา +5

    .100% right

  • @bikashkokoi6228
    @bikashkokoi6228 2 ชั่วโมงที่ผ่านมา +1

    Good information dimpu

  • @riturajboruah354
    @riturajboruah354 21 ชั่วโมงที่ผ่านมา +11

    Happy durga puja dimpu da❤

  • @stateslyricer7769
    @stateslyricer7769 8 ชั่วโมงที่ผ่านมา +1

    RIGHT dimpu da ❤
    Kintu moi bhabi asu Sowali borror ki hbo😅

  • @mr.ramjanali506
    @mr.ramjanali506 21 ชั่วโมงที่ผ่านมา +4

    All points took to right

  • @mintutumung2474
    @mintutumung2474 20 ชั่วโมงที่ผ่านมา +2

    Exactly dimpu daa

  • @rikychetri930
    @rikychetri930 8 ชั่วโมงที่ผ่านมา +4

    11:28Dumpu tumi a koi asa moi patim de 2 bosar pisot 😂😂😂

  • @kshiprajyotiborah7809
    @kshiprajyotiborah7809 2 ชั่วโมงที่ผ่านมา

    Bahut dhuniya katha koisa

  • @MithuKakoti-m9x
    @MithuKakoti-m9x 21 ชั่วโมงที่ผ่านมา +7

    Big fan❤

  • @FitnessTips152
    @FitnessTips152 3 ชั่วโมงที่ผ่านมา

    Heart kind suggested❤, I like bro collaboration to all this for our social right❤🎉old viewers.

  • @krishnabora6728
    @krishnabora6728 19 ชั่วโมงที่ผ่านมา +8

    আপোনাৰ বিয়া খন পাতিব হল,৩০ বছৰ হব হল। কেলাঁ expire date যাব তলৰ জন্ত টো 🤣🤣

    • @sahilahmed1
      @sahilahmed1 7 ชั่วโมงที่ผ่านมา

      😂😂😂😅

  • @Bikash_FF1k
    @Bikash_FF1k 19 ชั่วโมงที่ผ่านมา +2

    Kotha khini khosa kintu ❤️ khodai lorai he vul kore suwali ketiyau nokore, suwaliye ji tuke koi take khosa buli kio mani loi baru 😢

  • @asifdhaar572
    @asifdhaar572 21 ชั่วโมงที่ผ่านมา +4

    Love you Dimpu
    Daa

  • @intrusiveguy9381
    @intrusiveguy9381 8 ชั่วโมงที่ผ่านมา

    Exactly 💯, I have to appreciate u to make videos on such a socialy under rated topics ....

  • @নয়নজ্যোতি
    @নয়নজ্যোতি 21 ชั่วโมงที่ผ่านมา +6

    Biya korai nu ki lav jodi wife aru lora suwali y bisora khini diboi nuwaru. Okl khai xhui scl pothale tu nohobo

  • @NorenKhorai
    @NorenKhorai 2 ชั่วโมงที่ผ่านมา

    Right kotha

  • @Rajkumargowala-z8e
    @Rajkumargowala-z8e 20 ชั่วโมงที่ผ่านมา +5

    driving license kenekoi bonai yar uporot ata video bonabosun dada 🙏

    • @rjentertainment2912
      @rjentertainment2912 19 ชั่วโมงที่ผ่านมา +1

      5000 disu licence ghorot hai goise. Ako kra nai..

    • @simantadeka1601
      @simantadeka1601 19 ชั่วโมงที่ผ่านมา

      ​@@rjentertainment2912দালাল

    • @MrThugger
      @MrThugger 12 ชั่วโมงที่ผ่านมา

      Tumi dukaon ot juwa sob kori dibo dukania

  • @luckynurislam4848
    @luckynurislam4848 20 ชั่วโมงที่ผ่านมา

    ডিম্পু daa insurance ai system tu kenekuwa aitu loi ata video bonabo hoyto ami soboi bhalo dhore bujibo parim aru soboi aitu easy koribo paribo love you dimpu daa❤

  • @Bsttttt
    @Bsttttt 20 ชั่วโมงที่ผ่านมา +9

    আজিকালি বিয়া পতা মানেই হ'ল প্ৰেমিকাৰ আগত surrender কৰা। আজি তোমাক তাইৰ ভাল লাগি আছে, কাইলৈ যদি তাই সলনি হৈ যায় তোমাৰ বাচিবলে কিবা উপায় আছেনে? ল'ৰাবোৰক কৈছো।
    বাকীবোৰ দিম্পু দাই কৈয়েই দিছে

    • @jad45
      @jad45 5 ชั่วโมงที่ผ่านมา +2

      @@Bsttttt ঠিকেই, বিয়া পাতিলে গুলাম বনিব লগা হয়।

    • @Bsttttt
      @Bsttttt 5 ชั่วโมงที่ผ่านมา +2

      @@jad45 আমি ল'ৰাবোৰে কিবা এটা কৰিব হ'ল কিন্তু 🙂 নহ'লে বহুত দেৰি হৈ যাব

    • @jad45
      @jad45 5 ชั่วโมงที่ผ่านมา

      @@Bsttttt কি ক'বা, মহিলাসকলে আইনৰ যি হে অপব্যৱহাৰ‌ কৰি আছে।

  • @RantuRamcihary
    @RantuRamcihary 21 ชั่วโมงที่ผ่านมา +5

    Love tihu

  • @BiswajitPegu-q5p
    @BiswajitPegu-q5p 7 ชั่วโมงที่ผ่านมา

    Dimpu da apuni nijor bikhoyeu dangi dhorise no from sivasagar ❤❤Val lage apunar video sai❤

  • @PantuBhowmick-nn2gg
    @PantuBhowmick-nn2gg 21 ชั่วโมงที่ผ่านมา +4

    First pin me love you dimpu da❤❤❤🎉