ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ধন্যবাদ থাকিল আপনালৈ। গোমূত্র খোৱা কিছুমানে যে বুজিও নুবুজাৰ ভাও দৰে।
সুন্দৰ যুক্তি,
অসমীয়াত এটা কথা আছে পুৰুষে যিমানেই উপাৰ্জন নকৰক কিয় নাৰী লুভীয়া হলে অভাৱ দেখিব ই ।
আপোনাৰ বক্তব্য মোৰ বহুত বহুত ধন্যবাদ থাকিল।
বহুত বহুত ধন্যবাদ চাৰ,ফুল ফুলিলে গোন্ধ ওলাবয়,কথাটো কম বেছি পৰিমানে হ'লেও কথাটো সঁচাই বা সত্য - সত্যতা আছে, কথাতে আছেই নহয় এশ ( ১০০ ) গৰু মাৰিলে বাঘৰ মৰণ হয়। এই ক্ষেত্ৰত অকল হিমন্তৰেই নহয় পিযুষ, জয়ন্ত মল্লৰ আৰু তেখেতৰ দাদা ব্ৰিগেডৰ টিমটোৰ লগতে ঘৰুৱা ঠিকাদাৰ, ব্যৱসায়ী সকলৰো তদন্ত চলাব লাগিব। হিমন্তৰ কংগ্ৰেছৰ দিনৰ পৰাই এই দুৰনিতী যেনে--ডিমা হাছাওৰ RH KHAN ৰ ৰাজ্য কপোৱা হাজাৰ কৌটি কেলেংকাৰীৰ লগত জড়িত আছিল।
সুন্দৰ সত্য বিশ্লেষণ....
সত্য বিশ্লেষন, ৰাজনীতিক জীবন তৰুন গগৈৰ বেছি দীঘলীয়া আছিল, কিন্তু হিমন্তৰ সমান সমপতি তেওঁৰ নাই,
Thank you Sir.❤❤🙏🙏❤❤
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰ্মান ফেচিষ্ট এডল্ফ হিটলাৰকো অতিক্ৰম কৰিছে।
এজন মানুহৰ সফল আৰু বিফলৰ এজনী মানুহ থাকে।
পত্নীৰ নামত থকা সম্পত্তি গিৰিয়েকে কেনেকৈ ৰাইজৰ নামত উচৰ্গা কৰিব? এইবোৰ কথা অন্ধ ভক্ত সকলে হে বিশ্বাস কৰিব সাধাৰণ ৰাইজে মুঠেও নকৰে।
নিজকে দক্ষ বুজাবলৈ বকোতে বকোতে নিজক নিজে এটা বলিয়া কুকুৰ বুলি কৈ পেলালে তাতোকৈ আৰু কি লাগে ?
অন্ধভক্ত গু খোৱা 15শ টকীয়া বোৰ বুজি নাপায় যে হিন্দু মুছলমান হিন্দু মুছলমান কৰি নিজৰ সম্পত্তিৰ পাহাৰ বনাই আছে। ইতিহাসত এনেকুৱা মুখ্য মন্ত্ৰী প্ৰথম দুৰ্নীতি। কোনোবাই মুখ্য মন্ত্ৰীৰ সম্পত্তিৰ পাহাৰবোৰ দিল্লীত গৈ ফাদিল কৰিব লাগে তেতিয়া লগে লগে মুখ্য মন্ত্ৰী গাদি হেৰৱাব
হয় সত্য কথাই কলে
Mamar property t soku nidibo......Target: 50000 bigha mati aru monthly 10000 crores income source.... Presently income nd property ratio 1 : 1000000000000 maan hobo jen laagey......muthotey gotei Asomkhan kini lobo porakoi ghoti loishey....
Salute to your true journalism ❤
Power tends to corrupt, and absolute power corrupts absolutely" ...... Lord Acton
Very nice hocha kotha koiche
অসমৰ ৰাইজে হিমন্তক মুখ্যমন্ত্ৰী পাতি বহুত ডাঙৰ ভুল কৰি দিলে ।অহা নিৰ্বাচনত অসমৰ ৰাইজে এনোকা ভুল আকৌ যাতে নকোৰে তাৰ কাৰণে মই আহ্বান জনলো ।
Apunak Kune kole teok raije patile buli.teu nije forcefully sarbananda r pora karhilua soki
Aapunar Boktobya ati sundar aru juktipurna.....kintu ki hobo.... Andhabhakta bor Aase nohoy....chinta kihar....
সত্য
ধন্যবাদ
যেনে পি এম তেনে চি এম।
হিচাবৰ বাহিৰত চলচক্ৰান্ত তথা অন্যায় পথেৰে ধন আহৰণ কৰিলে অতি অহংকাৰ বাঢ়ে। আৰু অতি অহংকাৰ বাঢ়িলে মাথাৰ বিকশিত ঘটে। মুয়্খমন্তীজনৰ সেয়াই হোৱা দেখা গৈছে। ৰাইজে বেয়া পোৱা কাম কৰিলে সেয়াই অভিশাপলৈ পৰিণত হয়।
ki koribo aru ? iman dinot teo eitu buji pale.
Dhunia kotha
Mama dekhun nesoliya
মাহে মাহে হেজাৰ কৌটি ঋণ লৈ কিয়। মুখ্যমন্ত্ৰী নিজেই জৰিত থকাৰ বাবে ইমান সম্ভৱ হব পাৰে। ঋণ লোৱাৰ আঁৰত কিছু ৰহস্য আছে।
Why have we voted ?
অভিনয় চাই চাই ম ই ভাগৰিছো। সেই বাবে ম ই হাকাংকাং হৈ থাকিলো।্
ৰাজধানী খন নগাওঁত হব লাগে।
A good analysis
thank.u.sr❤❤❤❤❤❤❤❤❤❤❤❤
Samaye kako rehay nidie....power soday nathake.....samaye adin ucit bisar koribo..... opekkha matho samayoloi...
Sarbanda sonwal zindabad
Dhet, e mukhya mantri yugyai nahai.26t haruwabai lagiba.
C M r hat ashe,bolia manuahe ki kabo.
মাছ বজাৰৰ বচন😂যুক্তি সন্মত কথা
We are so shameful as we have such CM like Him anta in😮Assam!
Mukhymantri bhumik alankari
N
Sir, please describe about Protem industry of Singham Son regarding Guwahati artificial flood .
গুৱাহাটী বচোৱা উপদেশ ভাল। নহ'লে অহা বছৰৰ পৰা যোগাযোগ ও গুৱাহাটী উন্নয়ন কোনে কৰিব?এই জনে নকৰিলে কোনে কৰিব? আপুনি নেআন কোনোবাই?
Congreas kalar mantri Himantai musalmanar hoi ki koisil pahari gol. Gujratsr panir pippere musalmanar tez ulai kua Himanta aji kidare xhampurna muslim bidruhi haba parile taka bhabile gutei manab jatir uparatei dhikkar ahi jai.
Nai aapuna hat ase
subsidy loa to baidho.
Jano nojka thrmik boli prsi dia. Nojra prlita kmin klinkri sarkri mati ana akmai tait bsie asa...
Masar bajar he odahoron diboloi pale beleg bojar nai?
Amar Axomiai he karise 😂Ami Axomia bur bar saku saraha 😂 Ami gaurab he karibo lage 😂 Ami Axomia..
@@hanseali1924 are vai buja nai Mamai AMR hakalure babe hampoty banaise ...ami etia bahut dhani 🤠
@@mriduldas7259 right bhi
1500 tokiya hazir
@@yogeshborpatragohain6775 Matra 1500/- baki bur hampaty dekhun Axom r janatak ..🤠
@@yogeshborpatragohain6775 murkha bur 1500/- hajir ..amar pocket r pora dse ..amk 🤠 pindha..😭
Hello sambadik tumi deka lora mora cm bilakok pokankha karisa what is you
Ha dab dak hitak 26t khadam himontok....raijok.lootiya asa....
বহুত ধন্যবাদ থাকিল আপনালৈ। গোমূত্র খোৱা কিছুমানে যে বুজিও নুবুজাৰ ভাও দৰে।
সুন্দৰ যুক্তি,
অসমীয়াত এটা কথা আছে পুৰুষে যিমানেই উপাৰ্জন নকৰক কিয় নাৰী লুভীয়া হলে অভাৱ দেখিব ই ।
আপোনাৰ বক্তব্য মোৰ বহুত বহুত ধন্যবাদ থাকিল।
বহুত বহুত ধন্যবাদ চাৰ,ফুল ফুলিলে গোন্ধ ওলাবয়,কথাটো কম বেছি পৰিমানে হ'লেও কথাটো সঁচাই বা সত্য - সত্যতা আছে, কথাতে আছেই নহয় এশ ( ১০০ ) গৰু মাৰিলে বাঘৰ মৰণ হয়। এই ক্ষেত্ৰত অকল হিমন্তৰেই নহয় পিযুষ, জয়ন্ত মল্লৰ আৰু তেখেতৰ দাদা ব্ৰিগেডৰ টিমটোৰ লগতে ঘৰুৱা ঠিকাদাৰ, ব্যৱসায়ী সকলৰো তদন্ত চলাব লাগিব। হিমন্তৰ কংগ্ৰেছৰ দিনৰ পৰাই এই দুৰনিতী যেনে--ডিমা হাছাওৰ RH KHAN ৰ ৰাজ্য কপোৱা হাজাৰ কৌটি কেলেংকাৰীৰ লগত জড়িত আছিল।
সুন্দৰ সত্য বিশ্লেষণ....
সত্য বিশ্লেষন, ৰাজনীতিক জীবন তৰুন গগৈৰ বেছি দীঘলীয়া আছিল, কিন্তু হিমন্তৰ সমান সমপতি তেওঁৰ নাই,
Thank you Sir.❤❤🙏🙏❤❤
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰ্মান ফেচিষ্ট এডল্ফ হিটলাৰকো অতিক্ৰম কৰিছে।
এজন মানুহৰ সফল আৰু বিফলৰ এজনী মানুহ থাকে।
পত্নীৰ নামত থকা সম্পত্তি গিৰিয়েকে কেনেকৈ ৰাইজৰ নামত উচৰ্গা কৰিব? এইবোৰ কথা অন্ধ ভক্ত সকলে হে বিশ্বাস কৰিব সাধাৰণ ৰাইজে মুঠেও নকৰে।
নিজকে দক্ষ বুজাবলৈ বকোতে বকোতে নিজক নিজে এটা বলিয়া কুকুৰ বুলি কৈ পেলালে তাতোকৈ আৰু কি লাগে ?
অন্ধভক্ত গু খোৱা 15শ টকীয়া বোৰ বুজি নাপায় যে হিন্দু মুছলমান হিন্দু মুছলমান কৰি নিজৰ সম্পত্তিৰ পাহাৰ বনাই আছে। ইতিহাসত এনেকুৱা মুখ্য মন্ত্ৰী প্ৰথম দুৰ্নীতি। কোনোবাই মুখ্য মন্ত্ৰীৰ সম্পত্তিৰ পাহাৰবোৰ দিল্লীত গৈ ফাদিল কৰিব লাগে তেতিয়া লগে লগে মুখ্য মন্ত্ৰী গাদি হেৰৱাব
হয় সত্য কথাই কলে
Mamar property t soku nidibo......Target: 50000 bigha mati aru monthly 10000 crores income source.... Presently income nd property ratio 1 : 1000000000000 maan hobo jen laagey......muthotey gotei Asomkhan kini lobo porakoi ghoti loishey....
Salute to your true journalism ❤
Power tends to corrupt, and absolute power corrupts absolutely" ...... Lord Acton
Very nice hocha kotha koiche
অসমৰ ৰাইজে হিমন্তক মুখ্যমন্ত্ৰী পাতি বহুত ডাঙৰ ভুল কৰি দিলে ।অহা নিৰ্বাচনত অসমৰ ৰাইজে এনোকা ভুল আকৌ যাতে নকোৰে তাৰ কাৰণে মই আহ্বান জনলো ।
Apunak Kune kole teok raije patile buli.teu nije forcefully sarbananda r pora karhilua soki
Aapunar Boktobya ati sundar aru juktipurna.....kintu ki hobo.... Andhabhakta bor Aase nohoy....chinta kihar....
সত্য
ধন্যবাদ
যেনে পি এম তেনে চি এম।
হিচাবৰ বাহিৰত চলচক্ৰান্ত তথা অন্যায় পথেৰে ধন আহৰণ কৰিলে অতি অহংকাৰ বাঢ়ে। আৰু অতি অহংকাৰ বাঢ়িলে মাথাৰ বিকশিত ঘটে। মুয়্খমন্তীজনৰ সেয়াই হোৱা দেখা গৈছে। ৰাইজে বেয়া পোৱা কাম কৰিলে সেয়াই অভিশাপলৈ পৰিণত হয়।
ki koribo aru ? iman dinot teo eitu buji pale.
Dhunia kotha
Mama dekhun nesoliya
মাহে মাহে হেজাৰ কৌটি ঋণ লৈ কিয়। মুখ্যমন্ত্ৰী নিজেই জৰিত থকাৰ বাবে ইমান সম্ভৱ হব পাৰে। ঋণ লোৱাৰ আঁৰত কিছু ৰহস্য আছে।
Why have we voted ?
অভিনয় চাই চাই ম ই ভাগৰিছো। সেই বাবে ম ই হাকাংকাং হৈ থাকিলো।
্
ৰাজধানী খন নগাওঁত হব লাগে।
A good analysis
thank.u.sr❤❤❤❤❤❤❤❤❤❤❤❤
Samaye kako rehay nidie....power soday nathake.....samaye adin ucit bisar koribo..... opekkha matho samayoloi...
Sarbanda sonwal zindabad
Dhet, e mukhya mantri yugyai nahai.26t haruwabai lagiba.
C M r hat ashe,bolia manuahe ki kabo.
মাছ বজাৰৰ বচন😂যুক্তি সন্মত কথা
We are so shameful as we have such CM like Him anta in😮Assam!
Mukhymantri bhumik alankari
N
Sir, please describe about Protem industry of Singham Son regarding Guwahati artificial flood .
গুৱাহাটী বচোৱা উপদেশ ভাল। নহ'লে অহা বছৰৰ পৰা যোগাযোগ ও গুৱাহাটী উন্নয়ন কোনে কৰিব?এই জনে নকৰিলে কোনে কৰিব? আপুনি নেআন কোনোবাই?
Congreas kalar mantri Himantai musalmanar hoi ki koisil pahari gol. Gujratsr panir pippere musalmanar tez ulai kua Himanta aji kidare xhampurna muslim bidruhi haba parile taka bhabile gutei manab jatir uparatei dhikkar ahi jai.
Nai aapuna hat ase
subsidy loa to baidho.
Jano nojka thrmik boli prsi dia. Nojra prlita kmin klinkri sarkri mati ana akmai tait bsie asa...
Masar bajar he odahoron diboloi pale beleg bojar nai?
Amar Axomiai he karise 😂
Ami Axomia bur bar saku saraha 😂 Ami gaurab he karibo lage 😂 Ami Axomia..
@@hanseali1924 are vai buja nai
Mamai AMR hakalure babe hampoty
banaise ...ami etia bahut dhani 🤠
@@mriduldas7259 right bhi
1500 tokiya hazir
@@yogeshborpatragohain6775 Matra 1500/- baki bur hampaty dekhun Axom r janatak ..🤠
@@yogeshborpatragohain6775 murkha bur 1500/- hajir ..amar
pocket r pora dse ..amk 🤠 pindha..😭