হাই অসমীয়া ৷ মুখেৰে ফেল ফেলাই থাকিলেইই নহ’ব ৷বহিৰাগতৰ জনসংখ্যা ৯০%শতাংশ বৃদ্ধি হ’লে এনেও সকলো অধিকাৰ বহিৰাগতই কাঢ়ি ল’ব ৷ যেনে বাংলাদেশ ৷,.d.. H. U.. B. U.. r.. i. জয় আই অসম ব হি ৰা গ ত হ’ ম ভুমি পু। অসমীয়া ৷
BJP চৰকাৰে অসম চুক্তি কেতিয়াও ৰূপায়ন হব নিদিয়ে আৰু বিদেশী অনিবহে , কিন্তু আজি মই দুখেৰে কওঁ যে ASSU কৰা প্ৰায় ভাগ নেতা সকলে বিজেপি দলত যোগ দি আছে , ইয়াৰ কাৰণ কি এই প্ৰশ্ন থাকিল
ASSU অকল LECTURE দিয়াৰ বাদে একো কাম নাই।😂😂😂ASSU is a TRAINING CENTRE of POLITICIAN.
ধন্যবাদ। সম্পদ আহৰনৰ বেহা
চলোবাৰ উপায ৰচনা কৰিছে
।
আছু হতাশ কিয় হ'ব বাৰু?? পৱিত্ৰ আছু মঞ্চয়েই হ'ল ৰাজনৈতিক নেতা হোৱাৰ কমাৰশাল ।। আৰু এই মঞ্চত লালিত পালিত হৈ যি দিনা ৰাজনীতিৰ নেতা হ'ল সেইদিনাৰ পৰাই এই মঞ্চৰ উদ্দেশ্য আৰু লক্ষ্যক অৱমননা কৰাতোয়েই তেওঁ লোকৰ আদৰ্শ হৈ পৰে ।। উদাহৰণ আপোনালোকেই দিয়ক ।।
সুন্দৰ উপস্থাপন কৰিছে কৰিলে ডাঙৰিয়া
আছু এটা বেপাৰী এজেঞ্চী
1985ত অসম চুক্তি হ'ল, পিছ মূৰ্হুততে অসমত IMDT ,আইশ জাপি দিয়া হল । এতিয়া অসম চুক্তিৰ 6 No দফা ৰুপায়নৰ কথা কৈছে, আগত কা আইন জাপি দিয়া হল ।
হাই অসমীয়া ৷ মুখেৰে ফেল ফেলাই থাকিলেইই নহ’ব ৷বহিৰাগতৰ জনসংখ্যা ৯০%শতাংশ বৃদ্ধি হ’লে এনেও সকলো অধিকাৰ বহিৰাগতই কাঢ়ি ল’ব ৷ যেনে বাংলাদেশ ৷,.d.. H. U.. B. U.. r.. i. জয় আই অসম ব হি ৰা গ ত হ’ ম ভুমি পু। অসমীয়া ৷
অসমত এতিয়া আছুৰ কাম নাই
আছু নেতাবোৰ কেনেকৈ কোটিপতি হয় বিদুৰভাই
তহতৰ কামনাই শুই থকা
তোমালোকৰ কাম-কাজত, আচৰণত বিশ্বাসযোগ্যতা নোহোৱা হৈছে। তোমালোকৰ উদ্দেশ্য-বিধেয় বিলাক বুজাটো কঠিন। তোমালোকে কাইলৈ যে তেওঁলোকৰে লগ নহ'বাগৈ তাৰ কিঞ্চিতো নিশ্চয়তা আছেনে? কোনে কোনে তালৈকে ঠেং দাঙি আছে তলে তলে হিচাব বোৰ আছে নিশ্চয়।
সুন্দৰ কথা কৈছে আপোনি
আজিৰ অসম আৰু অসমীয়াই ভিত্তি বৰ্ষ ৭১ নহয় ৫১ বিছাৰে।
চুক্তি মতে নহয়,আচুৰ মতে নহয়।
এওঁলোকৰ একো কাম নাই, ছাত্ৰ সন্থাক উদ্যোগ হিচাপে ভাৱে
Bapari NRC toka xokh hol.. Atiya Bapar korebo
৪০ বছৰত ১০০ জন বিদেশী খেদাব পাৰিলে নে ? কিয় বাংলাদেশী বাংলাদেশী কৰি থাকে ?
Aasu jindabad
Very Good😢
আছু ভাই সকল ৫১কৰক, বাকী কথা বোৰ কৈ লাভ নাই, ,সাহস কৰক, ধন্যবাদ
সুন্দৰ কথা ।
মাইকেল কেনেকৈ হতাশ হব গাদী পাৰ্মানেন্ট
Stand with assam accord❤
সুন্দৰ।
Donnobad sir apnir kotha sotto kotha sundar lagse donnobad
BJP চৰকাৰে অসম চুক্তি কেতিয়াও ৰূপায়ন হব নিদিয়ে আৰু বিদেশী অনিবহে , কিন্তু আজি মই দুখেৰে কওঁ যে ASSU কৰা প্ৰায় ভাগ নেতা সকলে বিজেপি দলত যোগ দি আছে , ইয়াৰ কাৰণ কি এই প্ৰশ্ন থাকিল
আলফাৰ দাবী যুক্তি বিৰোধ কৰাৰ ফল আছুই মৰ্মে মৰ্মে পাইছে ।আঠু কাঢ়ি ভিক্ষা খুজি শোষণ লুণ্ঠনকাৰী নেতা মন্ত্ৰীৰ কেন্দ্ৰ চৰকাৰৰ পৰা আছুই একো নাপায় ১০০% প্ৰমানিত হল ।আছু আলফা ছালফা যুবপৰিষদ অগপ কংগ্ৰেছ বিজেপি আদি আদি নানা ভাগত বিভক্ত হৈ ভাগ ভাগ হৈ দুৰ্বল হৈ দিল্লীৱালাৰ ওচৰত আঠুকাঢ়ি গোলাম ভৃত্ত ঘৈ থকাৰ পৰিনাম আজিৰ অৱস্থা । আছু হৈছে অসম ধ্বংস কৰা জাতিদ্ৰোহী বদন জহৰা নেতা মন্ত্ৰী বিধায়ক বনোৱা মাতৃ সংগঠন আছু ।আছুৰ মঞ্চৰ পৰা অহা নেতা মন্ত্ৰী বিধায়ক হৈ দিল্লীৱালা নেতা মন্ত্ৰীৰ ঠেং চেলেকা পোহনীয়া গোলাম ভৃত্য কুকুৰ হৈ অসম অসমীয়াক তিল তিলকৈ নিঃশেষ কৰি আছে ।
এটা কথা আছুৱে মানিবই লাগিব যে , আপোনালোকৰ ওপৰত ৰাইজৰ আষ্ঠা নাইকিয়া হব ধৰিছে।
জই আই অসম ১০০√
AASU and Himantoi Axom Lutaar baade ako kaam Kora naai.😅Congress better than other party.
Ghenta sob Akai cong aru beya
Congress or nisina Lutura party kotu ni baba
Lachit sena Zindabad
Assu bjp r poket.. Eni mja mja futai thka
এতিয়া মিডিয়াৰ আগত যিমানেই বুকি কি লাপ আছে ৷কাৰ নামত আন্দোলন কৰি 5জন তেজাল যুৱকক শ্বহীত কৰালে কিন্তু অতী পৰিতাপৰ বিষয় হল 2021চনৰ নিৰ্বাচত বিপুল ভোটত জেকাই দিলে “আৰু 2024 ৰ নিৰ্বাচনটো জপিয়াই জপিয়াই কেন্দ্ৰক আকৌ ভোট দিলে ’এই দুটা সময়ত কিহৰ বাবে নিমাত হয় “ এইবোৰ বুকি একো লাপ নাই আহি থকা 5টা বিধান সভা উপ-নিৰ্বাচনটো জপিয়াই জপিয়াই ভোট দি জিকাই দিয়ক “ ৰিজাল দিয়া 10 মিনিটৰ পিচৰ পৰা ’মুখ মেলি ’ চকু মেলি ’ মবাইল টিভি চাই থাকিব ’মহা মহা বিজেপিৰ মনিকী সকলৰ ভাষন “জয়ন্তমল্ল ’পিয়ুক ’পল্লৱ ’দিগন্ত ’ উজনিৰ পৱিত্ৰ ’ মুঠতে হীমন্তৰ সেনানি সকলৰ “ তেতিয়াই আপোনালোকক অসমৰ জনগনই বিশ্বাস কৰিব ৷টিভিৰ ভাষনৰে সমাধান কৰিব নোৱাৰে কেতিয়াও ’
অসমত বহুত সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে। নিবনুৱা সমস্যা, বানপানী গৰাখহনীয়া সমস্যা, খাদ্য শস্য উৎপাদনত আজিলৈকে পৰমুখাপেক্ষী হৈ থাকিব লগীয়া হৈ আছে। আধুনিক প্ৰযুক্তিৰ উদ্যোগ হীন অসম, বৰ্তমানৰ শিক্ষা ব্যাৱস্থা ই বা পাঠ্যক্ৰম ৰ দ্বাৰা দিনক দিনে নিবনুৱা সমস্যা বৃদ্ধি হে কৰিছে, সাধাৰণ শ্ৰেনীৰ ৰাইজৰ, নিম্ন মধ্যবিত্ত পৰিয়ালৰ লৰা ছোৱালী ক সৰ্বসাধাৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ শিক্ষা দিয়া লোৱাৰ সুবিধা নাই, বনাঞ্চল সমুহ ধঙস হৈ গৈছে।কয়লা তেল বনজ সম্পদৰ অবাধ লুণ্ঠনে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই পেলাইছে,অবৈধ বাৱসায় বাণিজ্য মূল বৃদ্ধি য়ে সাধাৰন ৰাইজৰ সামাজিক অৰ্থনৈতিক শৈক্ষিক স্বাস্থ্য সেৱা আদিত পয়ালগা অৱস্থা। একচেটিয়া পুজিপতিৰ আগ্ৰাসন। প্ৰকৃত কৃষক সকলক উৎপাদনৰ ক্ষেত্ৰ খনত সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত থকা কৃষক সকলক আধুনিক প্ৰযুক্তিৰ কৃষি সঁজুলি যোগান ধৰক।অসম ৰক্ষাৰ নামত ধৰ্ম ৰক্ষাৰ নামত বিভাজন প্ৰলোভনেৰে পৰা আতৰি থাকিব লৈ ৰাইজক আহ্বান জনাওক। শান্তি সম্প্ৰীতি ঐক সঙহতি ভাতৃত সহানুভুতি মানৱীয়তা বৰ্তাই ৰাখি কৰ্ম সঙচকৃতিৰ মাজেৰে জীৱন জীৱিকাৰ পথ নিৰ্মাণ কৰা কাৰ্যত গুৰুত্ব দিয়ক। বিভিন্ন ধৰণৰ কৌশলেৰে এচামে লুতি পুতি খাই আছে।নাটক কৰি ক্ষমতা দখলৰ সাৰ্থত ৰাজভোগ বিলাসী জীৱন যাপন সম্পত্তি আহৰণ কৰাৰ প্ৰতিযোগিতাত থকা সকলৰ মুখা খুলি দিব পাৰিব লাগিব।নহ'লে বছৰ ,দশক পাৰ হৈ গৈ থাকিব।
Dhanyabad Shundat katha kaise Apuni
Koi ki labh
Joi Aai Oxom.🙏
Thanks
Thanks for Assam
100%Right
আছুৰ একেখিনি কথাকেই ৰাইজে আৰু কিমান শুনি থাকিব। আছুয়ে
অগপ,কংগ্ৰেছ আৰু বিজেপি সকলোৰে চৰকাৰ দেখিছে,পাইছে।
এতিয়া ১৯৭১ চনৰ মোহ এৰি ১৯৫১ চনটোক নাগৰিক চিনাক্তকৰণৰ ভিত্তিবছৰ হিচাপে কৰাত জোৰ দিলেহে ভাল হব।
Thik kasee thanks
Himant biswsorma is a Assam,s very probonshok 😭.joy.aai assom
এশ গৰু খালে বাঘৰ মৰন হয় মূখ্যমন্ত্ৰী এজন বাঘ হয়
Rononiti ovab hosa aantorikota ovab aakha korisu no udymere punor aagbarhibo ❤❤❤❤❤aasu
Good discussion,
Very good
আছু জিন্দাবাদ
আজিলৈকে একে খিনি কথাকে শূনি থাকিলো। আপোনালোকক এতিয়াও কিয় ভৰষা কৰিব লাগে।
ছাএসনথ কমনাই ছাএশংঘৰপৰা সদনট নেতাহৈ আজি বহিআচে গতিকে তেওলোকক গাদীৰপৰা নমাই উখ২ পাহাৰগঢা সমপতি কাঢিলৱ লাগে তেটিয় বুজিব চাএশএাৰ বল .
Why jealous to Miah Muslim? How many foreigners has gone in the forty years from Assam?
Vary good
T V homukhot bohut bohut kotha dongni dhore kintu assomia manuhe vote take diye. Ki hobo amar assam .
Very good news 🎉🎉🎉😊😊😊😊
Puranha assu nai atiya
সৰ্বানন্দ , হিমন্ত , পিজুচ এইসকল আছিল পুৰণি আছু 👌
Aasu zindabad
অসমৰ প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৮৫৫ জন শ্বহীদৰ জয়ৰ ঢোলটো কেতিয়াও শ্বহীদ প্ৰেমী ৰাইজক বজাব নিদিয়ে। জয় মা কামাখ্যা।
Sheeghrey Hamujjalda CM hoab, Axomer Navaprajanmay mone, mone take bichariche. Axomat bhondami bahut hoal.
Right
1951 n r c
Thik ase 1951?? But..apuni caa support kore ne virodh??
Very good news
অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ সদস্য সদষ্যাক কৰ্ম স্ংস্তাপন দিবলৈ নোৱাৰা বি জে পি চৰকাৰে।
এইবুঢ়া ছাত্ৰ জন মৰাৰ পাছত অসম চুক্তি ৰূপায়ন হব
ছাট্ৰ সন্থা প্ৰতিস্থানটো হৈছে কিছুমানৰ কাৰনে একো একোটা সোণৰ কণী পৰা হাঁহ নাইবা আল্লাউদ্দিন চাকী।কিছুমান ছাট্ৰনেতা বৰ্তমান কৰ্মবিহীন লাখপতি।কেনেকৈ লাখ পতি হৈছেত সেইটো অজ্ঞাত কিন্তু জাতিৰ ৰক্ষা নামত এইয়া লাখপতি হোৱাৰ এক কোশল।
এইবিলাক কথা সময় সময়ত কোৱা কথা আছোঁ বুলি এটা ছাত্ৰ সংগঠন আছে গতিকে কৈছে ।এইসকল বিয়াগুম নেতাই চৰকাৰ অনাত অৰিহণা যোগাই সকলো কথা ফটোকৰ ফোন
CAA আনিলে. AASU ক বৰ্তমান koneo বিশ্বাস কৰিব নোৱাৰে কাৰণ ৰূপজ্যোতি কুৰ্মীৰ দৰে ৰূপ সলাই থাকে.
Right.
855 জন শ্বহিদ হৈছিল 1951 চনৰ বাবে নে 1971 চনৰ বাবে এই কথা কয় নকয় ।
সমগ্ৰ ভাৰতৰ বিদেশী চিনাক্ত কৰা ভিত্তি বৰ্ষ ১৯৫১চন।৮৫৫ জন শ্বহীদ ক চুক্তি স্বাক্ষৰিত কৰি তেওঁ লোকেই চুড়ান্ত অপমান কৰিলে।অসম একমাত্ৰ ৰাজ্য য'ত বিদেশী চিনাক্ত কৰা ভিত্তি বৰ্ষ ১৯৭১। এওঁলোকৰ জাতি প্ৰেম অসমৰ খিলঞ্জীয়া জনগণে নিশ্চয় বুজি পাইছে।
ee4😮@@bultugogoi50390
Himana sama nohele tohote aku koriba nuara. Jai aai Assam
১৯৭১ সমৰ্থন কৰি ৮৫৫ জন শ্বহীদ ক প্ৰথম চুক্তি স্বাক্ষৰিত নেতৃত্বয় চুড়ান্ত অপমান কৰিলে।
হিমন্ত বিশ্বশৰ্মা অসমীয়াৰ বিৰোধী নেকি ?
এইটো সছা কথা বহুটে এনেকুৱা কথা কোৱাৰ সাহক নাই...
এতিয়া ছাত্ৰ সন্থাৰ একো কাম নাই।
Right; .
👍👍👍👍👍👍
All in sll
বীৰ লাচিত সেনা অসম ।।
❤❤❤❤❤
All in all
অসম ৰক্ষা কোনেও কৰিব নোৱাৰে ৷ সমোজ্জল তুমি জাতিৰ কাৰণে কি কাম কৰি দেখুৱালা এখন তালিকা লিখি অসমীয়া ৰাইজক জানিবলৈ দিয়া ৷৷
Who is brand Ambassador ?
Caa nemanu
আছু আৰু বৰ্তমান চৰকাৰ মাজত বিষেশ পাথক্য নাই
Rupali Jayanti Arrange Kariba Lageba
Poisa hekh sage
বিজেপিত টিকট এটা পাৱলৈ এইখিনি বকিবই লাগিব।
ছাত্ৰ নেতা সকলৰ দালালৰ বাবেই অসম চুক্তি ৰূপায়ন হোৱা নাই বুলি মই ভাবো।
শুই থকা বুৰহা ছাট কুলি চৰাই কেইটাই সাৰ পাই আকৌ মাত দিলে।
নাগৰিক পঞ্জীয়ন,সুধদ নাগৰিক পঞ্জীত প্ৰায় 20 লাখ বিদেশী চিনাক্ত হৈছে। এই সকলক আজি প্ৰায় 5 বছৰ ধৰি কিয় বহিস্কাৰ কৰাৰ ব্যাৱস্থা কৰা নাই। এই বিষয়টো ঢাকি ৰাখি C A A আইন বলৱৎ কৰিছে । ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে।জানিব পৰা মতে চিনাক্ত হোৱা প্ৰায় 20 লাখ বিদেশীৰ ভিতৰত প্ৰায় 17 লাখ হিন্দু বাংলা দেশী আৰু প্ৰায় 3 লাখৰ মুছলমান বাংলা দেশী।N R C মতে যি সকল বঙগমূলৰ হিন্দু মুছলমান ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছে সেই সকল অসমৰ কোন কোন জিলাৰ বাসিন্দা হৈ বস বাস কৰি আছে, সেই তথ্য সদৰি কৰিব লাগে।এই সকল 1971 চনত অহা বাংলা দেশী মুছলমান নে 1951চনৰ লোক পিয়লৰ লিগেছী ডাতাৰ ওপৰত বা। ইয়াৰ আগৰ নথি পত্ৰৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব লাভ কৰিছে, এইবোৰ সঠিক ভাবে ৰাইজৰ আগত দাঙি ধৰি সন্দেহ বোৰ দুৰ কৰিব লাগে। যি কেইখন জিলাত জনসংখ্যা বৃদ্ধি পাইছে সেই বোৰ জিলাত জন্ম নিয়ন্ত্ৰনৰ বিহিত ব্যাৱস্থা লোওক।5/6 নম্বৰ দফাৰ কাৰ্যকৰী কৰন কৰি অনাগত দিনৰ ভয়াবহতা দুৰ কৰক। সামাজিক শৈক্ষিক অৰ্থনৈতিক স্থিতি সুসঠ শক্তিশালী স্বাৱলম্বী কৰিবলৈ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত শান্তি সম্প্ৰীতি ঐক সঙহতি ভাতৃত সহানুভুতি মানৱীয়তা বৰ্তাই ৰাখি কৰ্ম সঙচকৃতিৰ মাজেৰে জীৱন জীৱিকাৰ পথ নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়ক। বিভেদ বিদ্বেষে ঘৃণাৰে বিভাজনেৰে বৈষমৰে অসমৰ সামগ্ৰীক সমস্যা বোৰ সমাধান নহ'ব। নেতৃত্বত থকা সকলে হে অসমৰ বৃহত্তৰ স্বাৰ্থৰ বাবে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলৰ মাজত শান্তি সম্প্ৰীতি স্থাপন কৰাত আগভাগ লব লাগিব। ঘৃণাৰ ৰাজনীতি আতৰাই নিদিলে সদায় ভয় শঙ্কাৰ মাজেৰে অস্থিৰ পৰিৱেশত থাকি আমি সকলোৱেই থমকি ৰব লাগিব। উৎপাদন বৃদ্ধি আৰু উদ্যোগৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰি ভাৰসাম্য ৰক্ষা কৰাৰ লগতে চহৰ নগৰ গাঁও অঞ্চলৰ কিছুমান ঠাইত একেলগে 200/400 গছপুলি ৰোপণ কৰাৰ বাবে উদ্যোগ লব লাগে। ইয়াৰ উপৰিও অসমৰ উদঙ হৈ পৰি থকা বনভুমি বৃক্ষৰোপণেৰে প্ৰাকৃতিক পৰিৱেশ সুসঠ শক্তিশালী কৰিব লাগিবই।নদী উপনদীসমূহ সমুহৰ পা দুয়োটা পাৰত বৃক্ষৰোপণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আধুনিক প্ৰযুক্তিৰ সুবিধা ল'বলৈ গৈ বিপদৰ সম্ভাৱনা থকা কামবোৰ বাদ দিব লাগিব।
এই কথা সমুহক বিতঙভাৱে ৰাজ্যৰ চুকে কণে গাঁৱে ভূঞে ছাত্ৰ নেতা সকলে বুজাই দিয়ক ৰাজ্যৰ সব সাধাৰণে এই বিলাক নাচায় নুশুনে কি য়নো এখেত সকলৰ দোষ নাই অনভিজ্ঞতাৰ কাৰণে নাজানে গতিকে এখে ,ই।
বুজালে ১০০শতাঙখ
বাদ দিয়ক একো ক'ব নেলাগে। বিদেশী এটা ও নগল।
Prabhu apunar age kiman hoise 40 kotha dangar koi aassa
লেকচাৰ দি লাভ নাই আচু প ইচা পালে বিক্ৰী যোৱা তোমালোক।
Yes
এন আৰ চি খন আকৌ ভালকে কৰক।
সৌ সিদিনা খন, হাইলাকান্দি ৰ পৰা লস্কৰে আগপৰ ৮৬০ গৰাকী স্বহীদৰ তেজৰ বিনিময়ত পোৱা,মুদৈ বেপাৰী সকলোৰ চৰিত্ৰ উদঙাই দিলে!!! আকৌ কিছুমানে জাতীয় চেতনাৰ উদুঙনী দি, গোষ্ঠী সংঘৰ্ষ লগোৱাই নেতা হ'বলৈ গজালি মেলিব বিচাৰিছে, টাৰগেট সেই মিঞা ।😅😅 হা: হা: হা: যি মিঞাই, হাবি জঙ্ঘল পিতনি ছাফা কৰি শস্য শ্যামলা অসম গঢ়িলে, আয়োগক সাক্ষী দি পশ্চিম বংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিলে, নিজৰ বংগ ভাষা বিসৰ্জন দি, অসমীয়া ভাষা স্বীকৃতি দি,63 %লৈ বৃদ্ধি কৰি, ৰাজ্যিক ভাষাৰ মৰ্যাদা দি, আজি পৰ্যন্ত ধৰি ৰাখিছে আজি সেই ইতিহাস বিলিন কৰি, মিঞাক বলীৰ পঠা সজোৱাৰ নিকৃষ্ট ঘৃণনীয় ষড়যন্ত্ৰ ৰচনা কৰাত উঠি পৰি লাগিছে!! এটা কথা সোঁৱৰাইছো, মিঞাৰ কাৰণে আল্লাহ ই যথেষ্ট!!
Cm hobar kar mon ?
বহুত দিনৰ পৰা এই বিলাক শুনিলো বাদ দিয়ক।
মোৰ জাতীনায় ভেটি নায় গতীকে মোৰ সেখনায়
বিশ্বাসঘাটক সকলো ৷
1000/
এতিয়া গম পালা ।আমি আন্দোলন কৰিলো ।কিন্তু ---
কথাহে কাম নাই । ওৰ কেতিয়া পৰিব । ডাড়ি পকি গ'ল+
As u jidabat