Bangladesh, pakistan r ISI and China r pora NE and border states t drugs r capital bonabo saise....amar politician o ase logot....Miya bengali, r through di besike ahe drugs 😮😮😮😮
Six mile Radhanagar oncholotu ene podokkhep raize lobo lage. Ghor bonayu jaboloi xahoh nohoise.. street lights nai .sur, dacoits, drug addicts e pia pii di ase..proxaxonor xar xur nai!
Government strict nohole drugs r violence aru bahribo...I am resident of Uzanbazar Guwahati..a bank employee..neighborhood Yong age bahu Lora families destroy hoi aase drugs r karone... It's a very serious issue..drugs and alcohol are slowly ruining our society..unless govt takes strict action, schemes govement laws cannt save our young generation and our society.. Our demographic dividends are becoming disaster..
অতি সুন্দৰ। প্ৰশাসনে কৰিব নোৱাৰিলে ৰাইজে নিজা ববীয়াকৈ কিছু কাম কৰিবলৈ বাধ্য।
আজি এটা ভাল লগা নিউজ পালো।পদক্ষেপ ভাল হৈছে।
সুন্দৰ বহুত সুন্দৰ পদক্ষেপ ।পুলিছে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখালা।এতিয়া
অসমৰ মানুহ এতিয়াও জীয়াই আছে। love you all.
সঁচাই ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্য শাৰী জ্বলন্ত উদাহৰণৰ প্ৰকৃত সত্যতা আজি প্ৰমাণ হ'ল।
ভাল কৰিছে সুন্দৰ নিদৰ্শন আগবাঢ়ি আহক সকলো ৰাইজ
Polic mar gooli sidai Mari pelab lage
এনে কৰিলেহে যি কোনো বেয়া কাম কিছূ পৰিমাণে কমিব বুলি ভাবিছো।এনে নিষিদ্ধ দ্ৰব্য তৈয়াৰ কৰা ঘাটিবোৰ প্ৰথমে ধ্বংস কৰিব লাগে বা সেইবোৰ বিচাৰি উলিওৱা আৰু ক'ৰপৰা সেইবোৰ আহে সেইটো বিচাৰি তদন্ত কৰি উলিয়াই লব পাৰিলেহে মাদক দ্ৰব্য বিক্ৰী কমিব আৰু খোৱাটো কমি যাব।এইবোৰ কাম কৰিলেহে ফলপ্ৰসু হ'ব যেন মনে ধৰে।
সৰু সৰু লৰা ছোৱালীয়ে ড্ৰাগছ বিচাৰি পায় কিন্তু পুলিচে একো বিচাৰি নাপায়। সেইটো হব পাৰে নেকি। অসমত আজিকালি পুলিচৰ সংখ্যা বহুত বাঢ়িছে, চৰকাৰে নতুন নতুন চাৰি চকীয়া বাহন, দুচকীয়া বাহন দিছে। দৰমহা বঢ়াই দিছে, ৰাইজৰ টকাৰে ঘৰ বনাবলৈ আৰু personal বাহন কিনিবলৈ subsidies loan দিছে চৰকাৰী কৰ্মচাৰীক। কিন্তু সমাজত অপৰাধ বহুত বৃদ্ধিহে হৈছে? ড্ৰাগছে বহু পৰিয়াল থান বান কৰি দিব।
এইখিনি মানুহে পথ দেখুৱাইছে। এতিয়া যতেই ড্ৰাগছ, তাতেই এইটো কৰিব লাগে। সেৱন কাৰীক ধৰি লাভ নাই। সহজ ধনৰ লোভত বৰ বিহ বেচি সমাজ ধ্বংস কৰা বেপাৰী কেইটাৰ ওপৰত এনে ব্যবস্থা সকলোতে হলেহে যদি এইবিধ কমে । খনাপাৰাৰ ৰাইজে দেখুওৱা পথ সকলোৱে লওক, কিয়নো 140 কোটি মানুহৰ দেশ খনত সকলোকে চৰকাৰে নিয়ন্ত্ৰণ কৰি ৰখা সম্ভব নহয়। কিছু কাম ৰাইজে কৰিব লাগিব।
সমাজৰ সকলোৰে দায়িত্ব তথা প্ৰশাসন পুলিছ ও কঠোৰ হব লাগিব।
খুব ভাল কাম কৰিছে। উপযুক্ত ব্যৱস্থা লৈছে।এনে লোকক সামাজিক ভাৱে বৰ্জন কৰিব লাগে।
উচিত বিচাৰ কৰা হৈছে আৰক্ষী নোৱাৰে ৰাইজে নিজেই নিজৰ কাম কৰিছে বহুত ভাল লাগিছে
ৰাইজক ধন্যবাদ জনাইছোঁ।
সিঁহতে লোকৰ ঘৰ ধ্বংস কৰাৰ ফল ভৃগিছে।
ৰাইজ সজাগ হোৱাটো ভাল হৈছে।
Hats off guys, You all are doing great❤
সুন্দৰ পদক্ষেপ।আপোনাসৱলৈ অশেষ ধন্যবাদ জনাইছো।।
সুন্দৰ পদক্ষেপ।👍
বঢ়িয়া হৈছে। ৰাইজে নখ জোকাৰিলে নৈ বয়।
সুন্দৰ পদক্ষেপ , ৰাইজক অশেষ ধন্যবাদ ৷
অতি সুন্দৰ পদক্ষেপ , প্ৰতিটো গাৱতেই এই পদক্ষেপ লব লাগে !!!
সমাজৰ প্ৰগতি আৰু শান্তিৰ এক অপূৰ্ব মিশ্ৰণ দেখা যায়।
ধন্যবাদ জনালোঁ, অতি সুন্দৰ পদক্ষেপ লৈছে
সৰু সুৰা পুলিচক ১০/- টকা দিয়ে কিনিব পাৰি, ওপৰৰ সকলক মোটা অঙ্কৰে মেনেজ কৰে এতেকে--
Best news
অসমতে হব লাগে এই ব্যৱস্থা |
চৰকাৰে সামাজিক নীতি-নিয়ম আৰু অনুশাসনক আৱজ্ঞা কৰাৰ কাৰণে অসামাজিক কামবোৰ বেছিকৈ হবলৈ লৈছে।
Thank you Bohut bohut val Kam Hoise
❤❤❤❤❤ খুৱ ভাল পদক্ষেপ লৈছে ৰাইজে
Good dicision ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মিচিং মানুহো ড্ৰাগছৰ ব্যৱসায়ত নামিলে নে। পিছে যিয়েই নহওঁক ৰাইজে উত্তম সিদ্ধান্ত ললে।
100% right aase raij r....police k akha kori lav...so raij r sundor dicision
Very good decission
Dhanyawad raij
সুন্দৰ পদক্ষেপ, সুন্দৰ নিউজ ।
সহজ লাভ বিছৰাৰ পৰিণাম।
অতি সোন্দৰ অতি জনপ্ৰিয়।
ড্ৰাগছ খোৱা ল'ৰা ছোৱালীয় বোৰৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ ভাৱে ব্যৱস্থা লোৱা উচিত।
সুন্দৰ পদশেপ👍👍👍🙏
বহুত ভাল কৰিছে tq
অতি সুন্দৰ পদক্ষেপ
Good News🎉🎉❤
ৰাইজ সজাগ হৈ থাকিলে পুলিচৰ সহায় হ'ব আৰু আমাৰ ৰাজ্যৰ পৰা বেয়া কাম বোৰ নোহোৱা হ'ব।
Good decission
পুলিছৰ লাজ নালাগে..
ভাল পদক্ষেপ
Raije bhal kam korise hokolute hojag howk Deba Nagar raijok pronam aagbadi. Jaok
🎉🎉 সুন্দৰ পদক্ষেপ 🎉🎉
Superb
Bhal korise,enekoi jodi raij xojag hoi xokolu khetrote tente kunu bea kaam hobo nuware
Val lagil news tu..Gutai Axom ot anakua korebo lagai.
চাউল পোৱা নামত,ধম নামত ভোট দি,থাকিলে, লৰা লগতে আপোনলোকে শেষ হৈ যাব, বহুত দেৰি গৈছে, যেতিয়া বুজি পাব চব শেষ,পিশাচ পিশাচ ৰাইজ
Bangladesh, pakistan r ISI and China r pora NE and border states t drugs r capital bonabo saise....amar politician o ase logot....Miya bengali, r through di besike ahe drugs 😮😮😮😮
সুন্দৰ পদক্ষেপ ।
Thanks
Very good👍
ৰাইজে যি কৰিচে ভালেই কৰিচে। আইনৰ ওপৰত ভৰষা কৰিলে নহব।
Badhiya 👍
Khub vl podokhep🎉
Bahut val korise de🙏🏻🙏🏻
Good Job....❤
Excellent decision by the people for the people
গুৱাহাটীত ড্ৰাগছ বিড়ি চাদৰৰ দৰে হ'ল। ৰাস্তাই ঘাটে মুকলিকৈ লৈ থাকে।
Excellent ❤❤ public sabas
Hats off to the public, damn great job.🔥🔥🔥🫡🫡🫡
এইখন দেশত IAS IPS ৰ অভাৱ হোৱা নাই অভাৱ হৈছে ভাল, সচেতন , আৰু সঁচা মানুহৰ। প্ৰশাসনে সকলো দেখে কিন্তু একো নেদেখে।
Good step 👏👏👏
Great
Thank you all❤😊
Bhut vl hoi se
অতি ভাল খবৰ।
Good thinking 🤔🤔
Very nice sister.to all are good diside.
প্ৰশাসন কঠোৰ হওঁক....
👍
Six mile Radhanagar oncholotu ene podokkhep raize lobo lage. Ghor bonayu jaboloi xahoh nohoise.. street lights nai .sur, dacoits, drug addicts e pia pii di ase..proxaxonor xar xur nai!
Good news.
পাহাৰ ভাঙি পাহাৰৰ ওপৰত এইবোৰ কাম ।
Very good step
Aty satya katha bolechen, ashes dhanyabad gyapon karchhi. Guwahati prtito gallite chali aachhe.
its good
Very good step 👍👍👍👍
Good step
Val lagil
ৰাইজে নখ জোকাৰিলে নৈ বয়
Good action
Bohut val kam korise
Right
Government strict nohole drugs r violence aru bahribo...I am resident of Uzanbazar Guwahati..a bank employee..neighborhood Yong age bahu Lora families destroy hoi aase drugs r karone...
It's a very serious issue..drugs and alcohol are slowly ruining our society..unless govt takes strict action, schemes govement laws cannt save our young generation and our society..
Our demographic dividends are becoming disaster..
আৰক্ষীয়ে ড্ৰাগছ বেপাৰ কৰেহে। ড্ৰাগছ বিচাৰি নাপালে আৰক্ষীক কওক, পাই যাব।
Very good
Good steps
Good
কাৰ ছত্ৰ্ছায়াত এইবোৰ হৈছে । আৰক্ষী বিষয়াবোৰ এইবোৰৰ ওপৰত একো পদক্ষেপ নলয় কিয় । আৰক্ষী বেপাৰী একে বিলৰ মাছ নহয়তো
Xosa jodi.. Jodi Dirgh biboxai tente raijo xidhanto val hoise..
খা আৰু মৰ,একো বেয়া হোৱা নাই😂
Best
Sundor prodakhap
Police jarit hoi ase
Good dicision raij
Allhumdullah Thik korisa