শ্ৰী ৰঘুপতি,ৰবি শৰ্মা ৰ'দ হৈ আহিল বাৰ্তালাপলৈ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • চৌদিশে এতিয়া "শ্ৰীৰঘুপতি"ৰ ঢৌ ❤️
    হাজাৰ প্ৰত্যাহ্বানেও ৰোধিব নোৱাৰে ৰবি শৰ্মাক...
    ৰঘূপতি আৰম্ভণিৰে পৰা কিয় বাৰে বাৰে সমস্যাৰ সন্মুখীন হৈছিল ?
    ৰবি শৰ্মাৰ চিনেমা বুলিলেই বাধা দিবলৈ উঠি পৰি লাগে নেকি একাংশই ?
    প্ৰথমবাৰলৈ চিনেমা পৰিচালনা কৰা সুব্ৰত কাকতিৰ "শ্ৰীৰঘুপতি"ক লৈ কিমান সপোন ?
    #baartalaap #chakrapaniparashar #ravisharma #raghupati #assam #newmovie #trending #ravisharmabyte #suv
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 568

  • @navajyotimahanta6943
    @navajyotimahanta6943 ปีที่แล้ว +135

    সুব্ৰত কাকতি দা যিমান সন্মান বা মৰমৰ যোগ্য তেওঁক সীমানখিনি মৰম বা উৎসাহ দিয়া হোৱা নাই মোৰ বোধেৰে । এগৰাকী উঠি অহা অসমীয়া পৰিচালক জনক সকলোৱে উৎসাহ আৰু মৰম দিয়ক যাতে আগলৈকো তেওঁ আমাক এনেধৰণৰ চিনেমা উপহাৰ দিব পাৰে ।

    • @chandangogoi737
      @chandangogoi737 ปีที่แล้ว +4

      hb sir ..apuni kimn senta kora manuh bujisu

    • @navajyotimahanta6943
      @navajyotimahanta6943 ปีที่แล้ว

      @@chandangogoi737 কেনেকৈ বুজিলা হে তুমি, যাদু আছে যেন পাওঁ

    • @chandangogoi737
      @chandangogoi737 ปีที่แล้ว

      @@navajyotimahanta6943 2r tupra2 dekhia gom pai ..🐒

    • @mustafiizulhassan
      @mustafiizulhassan ปีที่แล้ว

      Kio dadai dekun bare bare tak holagi axe 50-50 koi axe

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o ปีที่แล้ว +1

      Tumi kela emaan negatively navabiba bey... Matha fati jabo tumar.

  • @hirokjyotiborgohainofficia997
    @hirokjyotiborgohainofficia997 ปีที่แล้ว +22

    আজি চালোঁ ৰঘুপতি কি কম ভাষা নাই আচৰিত অসমীয়া চেনেমা যে এইটো ৰূপ লব গৈ ভবা নাছিলোঁ সঁচাই বাকী বিলাকত কৈ বহুতো বেছি বেলেগ। শুভেচ্ছা জনালোঁ Ravi da লৈ লগতে ৰঘূপতি তিম টো লৈ। আৰু SUV কি সাংঘাটিক drection। আৰু চিনেমা খনত চক্ৰ দা কু দেখিলোঁ ভাল লাগিল।❤❤❤❤❤❤❤❤🎉🎉🎉🎉 জয় ৰঘূপতি

  • @kashmirikakoty5887
    @kashmirikakoty5887 ปีที่แล้ว +38

    কি সুন্দৰ কথন শৈলী।বৰ ভাল লাগে ৰবিদাক। সদায় এইদৰেই থাকে যেন।ৰঘুপতিলৈ অভিনন্দন থাকিল।

  • @BhupatiMohanBharadwaj-hj6yp
    @BhupatiMohanBharadwaj-hj6yp ปีที่แล้ว +15

    অদ্ভুত ধৰণে ভাল পাইছোঁ cinema খন চাই।।well done Robi daa ❤️❤️

  • @shashankagoswami3966
    @shashankagoswami3966 ปีที่แล้ว +21

    সুখী ❤
    বহুত সুন্দৰ ছবি
    পৰিয়ালৰ লগত চাব পৰা ছবি 👌
    প্ৰত্যেকটো চৰিত্ৰ সুন্দৰকৈ উপস্থাপন কৰিছে 💪❤

  • @Dulraj_Axom121
    @Dulraj_Axom121 ปีที่แล้ว +22

    Dhuniya.... Bhal Lagil... ❤️

  • @pallavigautam5608
    @pallavigautam5608 ปีที่แล้ว +43

    অন্তৰৰ পৰা ভাল পাওঁ ৰবি দাক এজন স্পষ্ট সাহসী নিখুঁত ব্যক্তি অভিনেতা বুলি নহয় এজন সঁচা ব্যক্তিৰ সঁচা ব্যক্তিত্ব 🙏

  • @bornaliborahsonowal1224
    @bornaliborahsonowal1224 ปีที่แล้ว +15

    সুব্ৰত কাকতিলৈ ধন্যবাদ থাকিল। বৰ ভাল ডিৰেক্টৰ তেওঁ

  • @jintudas4135
    @jintudas4135 ปีที่แล้ว +15

    সময় সচাই বহুত শক্তিশালী সময়তকৈ শক্তিশালী বেলেগ একো হব নোৱাৰে। আজি দুদিনমান আগত যিজন মানুহৰ চকুত চকুপানী আছিল আজি সেই মানুহজনৰ মুখত সুখৰ হাহি। এইয়াই সময়ৰ শক্তি। শুদ্ধ পথত থাকিলে অলপ সময়ৰ কাৰণে হয়তো অলপ দুখ হব পাৰে কিন্তু শেষত কিন্তু সুখেই হব এয়া সত্য। মানুহজনক অভিনেতা হিচাপে পিছত প্ৰথমে তেখেতক এজন মানুহ হিচাপে বহুত বেছি ভাল পাও। ❤️❤️

    • @renubegum3639
      @renubegum3639 ปีที่แล้ว

      Rabi daa khub spostobadi ,, durodorkhi teo mane bohu gunor odhikari so val lage Allah he teok vale rakhok ...... AALLAH HAFIJ

  • @bedantaduwaria7970
    @bedantaduwaria7970 ปีที่แล้ว +18

    কালি চালোঁ । ভাল লাগিল, আৰু ভৱিষ্যতে এনেধৰণৰ চিনেমা ৰ আশা কৰিলোঁ ৰবি দা ❤

  • @ankitaborah8376
    @ankitaborah8376 ปีที่แล้ว +11

    Priyom pollobi অভিনয় বহুত সুন্দৰ হৈছে ❤ বহুত কান্দিলো 😭

  • @gayatrirajguru6854
    @gayatrirajguru6854 ปีที่แล้ว +10

    আজি শ্ৰী ৰঘুপতি চালোঁ,সঁচাকৈয়ে বহুত ভাল লাগিল।মোৰ দৃষ্টিত অসমীয়া ছবিজগতত এখন সুকীয়া আসন লাভ কৰিব এইখন চিনেমাই।ৰবি দাৰ অভিনয় আগতেও ভাল পাইছিলোঁ,কিন্তু ৰঘুপতিৰ অভিনয়ে আৰু মন চুই গ'ল।কাহিনী,সংলাপ দুৰ্দান্ত।প্ৰতিটো চৰিত্ৰৰ অভিনয় নিখুঁত।অৰুণ আংকলৰ অভিনয় ব্যতিক্রম।মুঠৰ ওপৰত এটা সম্পূর্ণ পেকেজ শ্ৰী ৰঘুপতি।চক্ৰপাণি দা,ছবিখনত আপোনাকো দেখা পাই ভাল লাগিল।

  • @kaustabhmonigogoi2813
    @kaustabhmonigogoi2813 ปีที่แล้ว +19

    Arun nath sir k anok chakra da....teur shocking transformation in Raghupati just wow!!!

  • @triparnaboraco-0615
    @triparnaboraco-0615 ปีที่แล้ว +16

    ৰবি দাদায়ে কথা কৈ থাকিলে শুনি থাকিব মন যায় ❤ ইমান ধুনীয়া কৈ কয় কথা কেইটা😍 হয়তো সেইবাবেই সৰুৰ পৰা ৰবি দাদা মোৰ favorite actor 🥺❤

  • @dikshitasaikia6119
    @dikshitasaikia6119 ปีที่แล้ว +2

    Waoooo ...ki kotha ... Emn influential.. both inspiring aru aspiring

  • @buddies644
    @buddies644 ปีที่แล้ว +7

    মইও চালো❤❤🥰🥰ভাষা নাই কি বুলি যে ধন্যবাদ দিম ❤❤❤মোৰ অসমীয়া জগতৰ সকলোতকৈ ভাল লগা অভিনেতা জনক❤❤ইমান ধুনীয়া চিনেমা এখন আমাক উপহাৰ দিয়া বাবেই। 😊কাইলৈ আকৌ চাম বুলি 😊টিকট কাটিলো❤❤বহুত ভাল লাগিল ❤😊😊thanks 😊 ❤ৰবি দা👉🏻❤💚☺

  • @aashuaashu8017
    @aashuaashu8017 ปีที่แล้ว +9

    But u r the real king of Assamese industry as well as Assamese society.... The pure gem 💎...

  • @learnwithdeep872
    @learnwithdeep872 ปีที่แล้ว +24

    After watching raghupati i learned why Ravi Sarma is called Ravi Sarma. Best Film 🎬 of this era.

  • @KaSiYali
    @KaSiYali ปีที่แล้ว +12

    ৰঘূপতি চাই ভালপালোঁ।অসমীয়া চিনেমাত এটা নতুন সোৱাদ দিলে।সকলো বয়সৰ মানুহে চাব পৰাকৈ এখন সাংঘাতিক চিনেমা❤

  • @parthapratimphukan6396
    @parthapratimphukan6396 ปีที่แล้ว +3

    আপুনি ইমান ধুনীয়া এখন চিনেমা আমাক দিয়া বাবে বহুত বহুত ধন্যবাদ ৰবি দা ❤এখন অসমীয়া চিনেমাত কি action,aru dialogue ♥️🔥

  • @AssameseMaker1
    @AssameseMaker1 ปีที่แล้ว +7

    খুব ধুনীয়া হৈছে ছবি খন ❤️

  • @JeonDeori______
    @JeonDeori______ ปีที่แล้ว +8

    সুব্ৰত আৰু ৰবি দা,,,,,,,,,ফিল্মখন চাবলৈ বহুত মন আছে,প্ৰথম দিনাই প্ৰথম চৌ চাম ভাবিছিলো। কিন্তু গা বহুত বেয়া। অনুৰাধাৰ ওচৰত এ থাকো। আপোনাৰ ফিল্ম খন চাবলৈ সোনকালেই গা ভাল হওক তাকেই ভগৱান ৰ ওচৰত কামনা কৰিছো।ভাল হোৱাৰ লগে লগেই দোৰি দৌৰি যাম,শ্ৰী ৰঘুপতি চাম।

    • @prachuryyabaruah7
      @prachuryyabaruah7 ปีที่แล้ว +1

      Aku nai bondu moyu savo roi asu. Exam soli ase 🔥

  • @lizaphukan9330
    @lizaphukan9330 ปีที่แล้ว +18

    ইমান ধুনীয়াকৈ কথা বোৰ কয় ❤ মন চুই যায় ❤

  • @champaksarma141
    @champaksarma141 ปีที่แล้ว +2

    বহুত ধুনীয়া অসমীয়া ছবি এখন উপভোগ কৰিলোঁ।ৰবি দা আৰু সকলো কলাকুশলীক অলেখ ধন্যবাদ জনালোঁ।

  • @dimpisahariah6903
    @dimpisahariah6903 ปีที่แล้ว +3

    Uffs aji salu rhghupoti... amazing 😍❤..vahka ni kobole❤🎉...

  • @preronabharatmotivationass846
    @preronabharatmotivationass846 ปีที่แล้ว +10

    বহুত মজা চিনেমা চালো দেই এইখন পইচা উচুল ৰবি দা ❤❤❤মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম আপোনালৈ 😙😙

  • @sukanyabaruah1674
    @sukanyabaruah1674 ปีที่แล้ว +8

    আপুনি নিৰপেক্ষ হয় বাবেই সদায় প্রিয়❤কথা খিনি শুনি বৰ ভাল লাগিল।শ্ৰী ৰঘুপৰি ৰ দৰে আৰু ভাল ভাল কাম কৰি যাওক।❤

  • @kukidevi4551
    @kukidevi4551 ปีที่แล้ว +11

    ৰবি দাৰ কথাই অন্তৰ চুই যায়❤

  • @anamikakalita3467
    @anamikakalita3467 ปีที่แล้ว +4

    বহুত বেছি ভাল লাগিছে শ্ৰী ৰঘুপতি।যোৱাকালি ছবিখন চালো। Super duper hit হৈছে।দৰ্শকে চিঞৰি চিঞৰি হাত তালি বজাইছে। আমাক এনেকুৱা ছবি আৰু লাগে ৰবি দা।

  • @nijorapatangia7797
    @nijorapatangia7797 ปีที่แล้ว +1

    বৰ সুন্দৰ চিনেমা । বৰ ভাল লাগিল চাই । অনুষ্ঠানটো চাই ভাল লাগিছে । তিনিও জনকে ধন্যবাদ জনালোঁ ।🙏

  • @bobyborthakur5431
    @bobyborthakur5431 ปีที่แล้ว +3

    You are the best in Assamese film industry.....you rock....go ahead...we are always with you 👍

  • @pranamisarma6032
    @pranamisarma6032 ปีที่แล้ว +13

    Movie khon salu. Class I movie after decades. Full entertainment every minute...hall t jui lagi goise.....Ravi dai kuar dore ekdam comma, daari loike script t dhyan dise...bohut bhal lagil

  • @dibyaachannel1149
    @dibyaachannel1149 ปีที่แล้ว +2

    আজি শ্ৰী ৰঘুপতি চালো, সচাঁই বহুত বহুত বহুত ভাল লাগিল👌❤️👌

  • @nishi2420
    @nishi2420 3 หลายเดือนก่อน

    Ravi Da, a divine blessing to Assam❤

  • @gargichungkrang1931
    @gargichungkrang1931 ปีที่แล้ว +1

    Bohut bohut val lagil Raghupati, Ami dhemajir pora goi Dibrugarh ot saluhi, apunar pora jenekua akha asil tenekoi a dise. Bohu bohu huveshya thakil Rabi daaa❤️❤️❤️❤️❤️

  • @mitalinath6601
    @mitalinath6601 ปีที่แล้ว +1

    Social media r ব্যৱহাৰৰ বিষয়ে দিয়া মন্তব্যটো great 👍, বাকী আমি সমালোচনা কৰিব নাজানো হলেও ৰঘূপতি 🔥

  • @jahnabineog
    @jahnabineog ปีที่แล้ว +1

    Hosakoi cenima khon val lagil.. Bor hundor hoise.. Apunalukor kotha botora val lagil

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 ปีที่แล้ว +7

    Ravi sarma is a man of strong personality....a good human being .....thanks for
    giving his best through
    raghupati......may god help him in his every contribution to assamese movie..🎉🎉🎉

  • @ParinitaHazarika-qz7nr
    @ParinitaHazarika-qz7nr ปีที่แล้ว +1

    Rabi dar ktha bur xunile xuni thkibo mon jai 🙂❤️bidurbhair prai apunk sini pai golu suv da ❤️

  • @mainas133
    @mainas133 ปีที่แล้ว +16

    Rabi da, I have been a huge fan of yours ever since .You are effervescent...Such a humble person .going to watch raghupati tomorrow..wish you and your entire team a very good luck ..hard work and dedication will be paid off ..love you rabi da

  • @himashridevi4301
    @himashridevi4301 ปีที่แล้ว +2

    Apunar kotha xuni thakile xuni thakibo mon jai rabi daa❤❤❤❤

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq ปีที่แล้ว +5

    Ravi Sharma is genuinely an honest and kind hearted person . Public love you so much for your honesty. I love to see your interviews and inspired me. Looking forward more pictures from you . Congrats to both of you on your grand success.

  • @amaranivlogs6825
    @amaranivlogs6825 ปีที่แล้ว +4

    ৰবি দাৰ প্ৰতিটো কথাই অন্তৰ চুই যায় ৷ ❤️

  • @nirmitakharghoria5527
    @nirmitakharghoria5527 ปีที่แล้ว +1

    Eman valuable kotha kole Ravi Sharma e👍really salute to you🙏aii positivity amar sobi jogotor protek jonor thoka upshit.............

  • @BornaliBorgohain-cn6gr
    @BornaliBorgohain-cn6gr ปีที่แล้ว +11

    আজি ৰঘুপতি চালোঁ ,,, বহুত বেছি ভাল লাগিল,,, সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে...❤️❤️❤️

  • @ankurdutta3984
    @ankurdutta3984 ปีที่แล้ว +6

    We people are growing with you Ravi da ❤️❤️❤️❤️🤞🤞🤞🤞🤞

  • @udsaikia7640
    @udsaikia7640 ปีที่แล้ว +5

    SUV is an upcoming next gen Director we love ur work keep going

  • @neelanjali.ssharma9282
    @neelanjali.ssharma9282 ปีที่แล้ว +1

    Ravi daa k agor pora khub bhal lage manhujon iman e straight forward kuneu anguliyai dile u bhoi nakhai. Sri Raghupati axomiya solositro jogot r ekhn khube proujoniyo cinema asil. Nohoba amar manhu buror nijor bhakha cinema sabole xhahokh nohoisil tare u bibihno karon ase... Ami xhokolue apunak xhdai shrodha morom di thakim apuni xhusto xhorire enekua bhal kam bur kori jaok tare kamona korisu....

  • @bantiraybantiray
    @bantiraybantiray ปีที่แล้ว

    Nice bohut val lagil kotha bor suni

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 ปีที่แล้ว +1

    ৰবি শৰ্মা ব্যতিক্ৰম ।ৰবি সদায় ৰবি হৈ থাকক। মোৰ জীৱনত অন্যতম ছবি ৰঘুপতি । অনুষ্ঠানটো ভাল লাগিল ।

  • @lakhyajyotigogoi7748
    @lakhyajyotigogoi7748 ปีที่แล้ว +5

    যোৱা কালি শ্ৰী ৰঘুপটি চালো। খুবেই ভাল লাগিল।এটা বুজাব নোৱাৰা অনুভূতি। আপোনালোকক মই অনুৰোধ জনাইছোঁ সকলোৱে ছবিখন এবাৰ চাওক।❤❤❤

  • @bhargabsarmah1632
    @bhargabsarmah1632 ปีที่แล้ว +24

    What a direction, what a cinematography , what a dilouge, what a acting outstanding movie 🎥 ACS officer Sri raghupati rai baruah.....Arun naths acting superb 👏

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 ปีที่แล้ว +1

    SUV is an honest person. . ❤ Baaki Ravi Daa jui hoi. . Jui😊

  • @gopalsarma6981
    @gopalsarma6981 ปีที่แล้ว +16

    IT'S A AWESOME MOVIE..... WE WANT TO WATCH SUCH MOVIE FURTHER .....

  • @evolve040
    @evolve040 ปีที่แล้ว +2

    7 -8 bosor boyokh t e dekhisilu first theatre t .. hei tetia pora e hokolu falor e pora e imn inspire Kori aahise teu .. hats off Ravi da .. the legend ❤❤

  • @tulikagogoi6541
    @tulikagogoi6541 ปีที่แล้ว +1

    সঁচাকৈ বহুত ভাল লাগিল শ্ৰী ৰঘুপতি চাই,চিনেমাখন চাব লৈ বহুত আশাৰে ৰৈ আছিলো, আকৌ যাতে এনেকুৱা চিনেমা চাবলৈ পাম বুলি আশা থাকিল,

  • @SewaliTalukdar-vv7mv
    @SewaliTalukdar-vv7mv ปีที่แล้ว +1

    একদম ঠিক কথা কলে আপুনি ৰবিদা ৷ মই ৰঘুপতি চাই আহি, এই অনুষ্ঠান চাই আছো , জানিবমন গ’ল ইমান সুন্দৰ কাহিনীটোৰ লেখক নো কোন? গম পালো বৰ ভাল লাগিল

  • @anamikagogoi2427
    @anamikagogoi2427 ปีที่แล้ว +1

    Rabi Da hodaiyei Jen anedorei thake...❤horur pora atialoi val Pau ai manuhjonok aru hodaiyei val pai thakim.
    Subrat kakoti,bohut dhunia Kam korise,agoloiu Kori jua,agbahi jua❤

  • @nafijarahman4678
    @nafijarahman4678 ปีที่แล้ว +7

    Such a motivation and inspirational Person he is ❤️

  • @lisandeka4627
    @lisandeka4627 ปีที่แล้ว +7

    The best hero of Assam - Rabi Sharma ❤

  • @trishnasarania3694
    @trishnasarania3694 ปีที่แล้ว +4

    ভাল মানুহ❤️❤️❤️❤️

  • @adhirajneog5528
    @adhirajneog5528 ปีที่แล้ว +2

    The best Assamese movie ever ❤❤sri raghupati 🥺♥️

  • @sukanyakonch8763
    @sukanyakonch8763 ปีที่แล้ว +1

    বহুত বহুত ভাল চিনেমা বনাইছে।❤️শ্ৰী ৰঘুপতি জুই💥

  • @anmonagogoi6495
    @anmonagogoi6495 ปีที่แล้ว

    বহুত ভাল লাগিল চিনেমা খন চাই,ৰঘুপতি ৰ সকলো কলা কুশলীলৈ অভিনন্দন।।অসমীয়া ছবিৰ সাফল্য ৰ ধাৰা টু এনেকৈ আগুৱাই যাওঁক তাৰেই কামনা ।।

  • @shenazhussain2784
    @shenazhussain2784 ปีที่แล้ว +8

    Boht boht bohttttttttttttt val lgil movie xon sai and evn enkua lgise ako ebr goi sai ahu nki😂......... This movie is not one of the best movies but its THE BEST MOVIE OF OUR ASSAMESE INDUSTRY 🔥🔥🔥 till date and Ravi da we want more such kind of movies asap..... Boht excited enkua movie aru exon sbole

  • @BornaliDas-no2sr
    @BornaliDas-no2sr ปีที่แล้ว +17

    ৰবিদাৰ অভিনয় তাতে আকৌ সুব্ৰতৰ পৰিচালনা মানে কবলৈ ভাষা নাই। অৰুণ নাথৰ অভিনয়ে চিনেমা খনক এটা বেলেগ পৰ্যায়লৈ লৈ গল বুজাব নোৱাৰি। সকলোৱে সুন্দৰ অভিনয়। ছবি আচলতে এনেকুৱা হব লাগে। 🤟👍

  • @Pranjalkalita9211
    @Pranjalkalita9211 ปีที่แล้ว +1

    I lv Rabi da apnr movie Mr bht vl lge agre pra

  • @adityasvlogs7552
    @adityasvlogs7552 ปีที่แล้ว +2

    সুপাৰ হিট হৈছে ৰঘুপতি ৰবি দা ৰোমান্স এক্সন সকলোতে সুপাৰ❤❤❤

  • @gyanadadeka5466
    @gyanadadeka5466 ปีที่แล้ว

    বহুত ভাল লাগে ৰবি শমা ক

  • @jutimaaray3078
    @jutimaaray3078 ปีที่แล้ว

    Bhut dhuniya cenima

  • @manosibaruah2352
    @manosibaruah2352 ปีที่แล้ว

    বৰ সুন্দৰ কথাখিনি, শ্ৰী ৰঘূপাতি চাই বৰ লাগিল এনেদৰে অসমীয়া ভাল চিনেমা চাবলৈ পাম বুলি আশা ৰাখিলোঁ।

  • @susmitaborah73
    @susmitaborah73 ปีที่แล้ว +1

    Aji salu #Sri Raghupati ...worth it..Ravi da best❤

  • @palashsaikia8015
    @palashsaikia8015 ปีที่แล้ว

    Xosa kotha , Ravi da apunak agor porai val pai ahisu ,aru apunak agoloiu val pai jam.bht bht huvesha @rghupoti

  • @ankurphukon3211
    @ankurphukon3211 ปีที่แล้ว

    Val lagil Sai raghupati

  • @anantaburagohain1835
    @anantaburagohain1835 ปีที่แล้ว +2

    Ekhon purnango sobi salu..ajiloike Assamese hero enekuwa look dekha nasilu val lagil Sai..Love Ravi daa

  • @Outrageous13
    @Outrageous13 ปีที่แล้ว +12

    Gem of a person… a new era of assamese cinema ❤

  • @nanitadas5610
    @nanitadas5610 ปีที่แล้ว +1

    Akou abr sabo mon goise ❤ just wow rabi da n subharata da ❤

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 ปีที่แล้ว +2

    সঁচাকৈ ৰঘুপতি খন বহুত উন্নত মানৰ চিনেমা আমি আকৌ চাম বুলি ভাবি আছো । আশা কৰো আৰু সুন্দৰ সুন্দৰ ছবি সমাজলৈ লৈ আহক ❤

  • @junaliborboraphatowali6546
    @junaliborboraphatowali6546 2 หลายเดือนก่อน

    We Love you Robi Sharma ❤❤❤❤

  • @jonalisarkar570
    @jonalisarkar570 ปีที่แล้ว

    এখন অসমীয়া ধুনীয়া ছবি আৰু সকলোৱে চাব পৰা ধন্যবাদ ৰবি দা

  • @ranahere4908
    @ranahere4908 ปีที่แล้ว +5

    Fali dise kin2 Raghupati....xosai bohut dhuniya hoise❤

  • @manmitmahanta7879
    @manmitmahanta7879 ปีที่แล้ว +2

    I couldn't pause the entire interview even for a second. Learn a lot from Ravi da. Get highly motivated.

  • @nibeditagayan8592
    @nibeditagayan8592 ปีที่แล้ว +1

    Rabi da.... personally my favorite...LOVE U dada❤❤

  • @nikugogoi9725
    @nikugogoi9725 ปีที่แล้ว

    Sai bohut bohut val lagil .Ravi da ru hokoluloi bohut huvessa jonalu

  • @gaurav__5653
    @gaurav__5653 ปีที่แล้ว +4

    Aji sai ahilu ki ultimate film bonaise🔥Hats off to the whole team🙇🏻‍♂️... And Ravi Daa, Preety baa, Arun Nath Sir, Priyam Baa, Siddhartha daa sobei fali dse ❤✨..
    Please sobe jaate jai sai aaahe and Assamease film industry support kre🙏🏻🙏🏻

  • @mitumonibora1023
    @mitumonibora1023 ปีที่แล้ว

    অন্তৰৰ পৰা ৰবি দাক বহুত বহুত ভাল পাওঁ। কথাবোৰ ইমান ধুনীয়াকৈ কৈ মন চুই যায়। শ্ৰী ৰঘূপটি চালোঁ বহুত বহুত ভাল লাগিলে ❤❤❤

  • @sachinbori4083
    @sachinbori4083 ปีที่แล้ว

    Wow what a movie… Bohut Bhal hoise “Sri Roghupati”❤❤

  • @priyankagogoi4826
    @priyankagogoi4826 ปีที่แล้ว +3

    ৰবি দাৰ প্ৰতিটো কথাই অন্তৰ চুই যায়।

  • @Sum_an21
    @Sum_an21 ปีที่แล้ว

    Bohut val lgil
    @Rabi da❤
    Mayur Hazarikar lgt Bartalapoloi matibo sun🙏

  • @prachuryyabaruah7
    @prachuryyabaruah7 ปีที่แล้ว +5

    #$UV Boni gol aru🔥🔥🔥 love you #$UV. Keep growing ♥️

  • @mrigankagogoi2772
    @mrigankagogoi2772 ปีที่แล้ว

    ৰবি দা.. আপোনাৰ কথাখিনিৰ পৰা বহুত উৎসাহিত হ'লো...আপুনি সদায় সকলোৰে আদৰ্শ হৈ ৰ'ব..
    শ্ৰী ৰঘুপতি ছবি খন আমি Delhi ত চালোঁ..বহুত ভাল লাগিল...কাহিনী,অভিনয়,action সকলোবোৰ বহুত ভাল হৈছে..❤

  • @shrutimalaojah1217
    @shrutimalaojah1217 ปีที่แล้ว

    What a personality yaar mind blowing... I couldn't even dare to pause for once...what a man

  • @runjun-1993thakruria
    @runjun-1993thakruria ปีที่แล้ว

    Bohut val ravi dada ktha xunile xuni thakibo mon jai .. love u ravi dada one of my favourite actor ♥️♥️♥️

  • @rijumonidutta1271
    @rijumonidutta1271 ปีที่แล้ว +1

    আপুনি অদ্বিতীয় ৰবিদা🙏আমি সদায় আছো আপোনাৰ লগত

  • @bishal9314
    @bishal9314 ปีที่แล้ว +5

    Ravi da is single piece , only one piece rock hero❤

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq ปีที่แล้ว +5

    It was such a wonderful Bartalap ... waiting for part 2 .

  • @jitatukaria3131
    @jitatukaria3131 ปีที่แล้ว

    খুবেই ভাল লাগিল ৰঘুপতি চাই ৷

  • @nilakhidevi3313
    @nilakhidevi3313 ปีที่แล้ว

    Salute Ravi Da.

  • @mayuriborah4940
    @mayuriborah4940 ปีที่แล้ว

    Iman mulyaban kotha koise dada ....janibo loga bhut ase apunar pora ...xokolure sintadhara houk apunar dore.

  • @trishnaborgohain9128
    @trishnaborgohain9128 ปีที่แล้ว +3

    বৰ ভাল লাগিল। একেবাৰে নিখুঁত। সকলোৱে চাব দেই।