ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভাষণ দি থকা সময়ত বিৰোধীৰ প্রতিবাদ। প্রধানমন্ত্রীয়ে অসত্য কথা কোৱাৰ অভিযোগ তুলি সদন ত্যাগ বিৰোধীৰ। ৰাজ্যসভাৰ বাহিৰতো প্রধানমন্ত্রীৰ বিৰুদ্ধে বিৰোধীৰ প্রতিবাদ। কিন্তু ৰাজ্যসভাৰ মজিয়াত বিৰোধীক তুলাধুনা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। সত্যৰ মুখামুখি হোৱাৰ সাহস বিৰোধীৰ নাই বুলি ক’লে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
    #pratidintime #opposition #narendramodi

ความคิดเห็น • 52

  • @pranjal1393
    @pranjal1393 19 ชั่วโมงที่ผ่านมา +9

    তুলাকে ধুনি থাকিব নে কিবা কামো কৰিব?

  • @tultulbora8932
    @tultulbora8932 19 ชั่วโมงที่ผ่านมา +21

    মোডী মানে ফাঁকী

  • @arzedhussain387
    @arzedhussain387 19 ชั่วโมงที่ผ่านมา +4

    মোদী ক আমনি লগা হল এতিয়া

  • @JogdishDutta
    @JogdishDutta 19 ชั่วโมงที่ผ่านมา +2

    যিজন ব্যক্তিক দেশৰ উত্তৰণৰ কাৰণে নিৰ্বাচিত কৰা হৈছিল তেওঁ আজি সমগ্ৰ ভাৰততে চতুৰালিৰে প্ৰভাৱ বিস্তাৰ কৰা উদ্দেশ্যেৰে এক দৌৰত নামি পৰিছে ,প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে পৰিগণিত ভাৰত আজি একনায়কতন্ত্ৰ প্ৰতিষ্ঠাৰ যো-জা চলিছে , সামাজিক মাধ্যমত চৰকাৰৰ প্ৰভাৱ, বিৰোধি দলৰ ওপৰত হস্তক্ষেপ, আনকি ন্যায়লয়, সংসদ, সাধাৰণ জনসাধাৰণৰ ওপৰত শোষণ আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা গৈছে গতিকে আমি জনসাধাৰণে এইসমূহ গুৰুত্বপূৰ্ণ ভাৱে লৈ দেশৰ গণতন্ত্ৰ,মান অটুট ৰখাৰ হেতুকে সকলোৱে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা প্ৰয়োজন জয় হিন্দ! জয় ভাৰত! জয় আই অসম ✊

  • @madhabmiliofficial6251
    @madhabmiliofficial6251 19 ชั่วโมงที่ผ่านมา +3

    13 বাৰ পানী খোৱা ভাষণক কি তুলাধূনা বুলি কব পাৰি জানো

  • @dipondas1098
    @dipondas1098 19 ชั่วโมงที่ผ่านมา +2

    Abki bar .. 0par

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s 19 ชั่วโมงที่ผ่านมา

    প্ৰধান মন্ত্ৰীয়ে আগৰ কথা কৈ বৰ্তমানক বুজাব বিচাৰি ভাষণ দিয়াটো আমি শিকিবলগীয়া।

  • @ndas9029
    @ndas9029 19 ชั่วโมงที่ผ่านมา +4

    Fekuji

  • @user-dy3fr6mu7q
    @user-dy3fr6mu7q 19 ชั่วโมงที่ผ่านมา +2

    Misa khota Kone nu honibu

  • @mofidrohman6393
    @mofidrohman6393 19 ชั่วโมงที่ผ่านมา

    মোডীৰ কথা বোৰ ভাল নলগা হ'ল।

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 19 ชั่วโมงที่ผ่านมา +2

    Dalali eitu

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya 19 ชั่วโมงที่ผ่านมา +3

    এতিয়া বিৰোধীৰ কামে হৈছে বিৰোধ কৰা।এতিয়া বিৰোধিয়ে ভাৰতৰ উন্নতি হব নিদিয়ে।

  • @kalpanadeka6201
    @kalpanadeka6201 19 ชั่วโมงที่ผ่านมา

    আমণি লগা কথা কোৱা শেষ হোৱা ই নাই। বানপানী। বানপানী আনক উদ্দেশ্যি ভাষণ দি লাভ নাই, মিছা কথা কোৱা উচিত নহয়।

  • @kau5109
    @kau5109 19 ชั่วโมงที่ผ่านมา +1

    Kharge ji

  • @user-to1mm5yw7m
    @user-to1mm5yw7m 19 ชั่วโมงที่ผ่านมา +1

    Norendmodi misoliya.

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 19 ชั่วโมงที่ผ่านมา +1

    nice speach😂

  • @kamalkalita338
    @kamalkalita338 19 ชั่วโมงที่ผ่านมา +3

    নৰেন্দ্ৰ মোদী মিচলিয়া ভাৰতৰ ৰাইজে ভালদৰে জনে লগতে তেওঁ এজন চাহ বেপাৰী হে বেপাৰীৰ কথাৰ কি মুল্য নাথাকিব তেওঁ পত্নী থকাৰ পিছতো বৰলা বুলি কোৱা মিচলিয়া

  • @OkokayokOk
    @OkokayokOk 14 ชั่วโมงที่ผ่านมา

    Av recruitment ayega . 😂 Ishiliye opposition strong hona jaruri hain . 😂

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 19 ชั่วโมงที่ผ่านมา

    Can you delibrate your speech in English language??

  • @deadlydrax2711
    @deadlydrax2711 19 ชั่วโมงที่ผ่านมา

    Modi is not compare with other PM of country.