ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

১৮ বছৰৰ পিছত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অনিয়ম আৱিষ্কাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ก.ค. 2024
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সিদ্ধান্তৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বিৰুদ্ধে চিবিআইৰ তদন্ত ঘোষণা। কংগ্ৰেছৰ হুংকাৰ চিবিআই, ইডিৰ ভয় দেখুৱাই লাভ নাই আমাক। পৰিৱেশ সম্পৰ্কীয় অনুমতি নোলোৱাকৈ হিমন্ত বিশ্ব চৰকাৰেও নিৰ্মাণ কাৰ্য কৰিছে দুলু চাহ বাগিচা আৰু কৰিমগঞ্জৰ বনাঞ্চলত। কংগ্ৰেছেও বিচাৰিলে এইবোৰ অনিময়ৰ বিৰুদ্ধে চিবিআইৰ তদন্ত।______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

ความคิดเห็น • 241

  • @user-wv4yj7fc3v
    @user-wv4yj7fc3v 29 วันที่ผ่านมา +162

    এবাৰ সাৰদা আৰু লুই বাৰ্গাৰৰ তদন্ত কৰা হওক

    • @PujaBarman-fh7sk
      @PujaBarman-fh7sk 29 วันที่ผ่านมา +13

      Umm,lukor kotha khusoreb lav ni ,neje ke korele tar cbi todonto hobo lage tau tu tateya cong Tai asel

    • @Starmaker247
      @Starmaker247 29 วันที่ผ่านมา +6

      Quickly

    • @DKD-co3be8mg4j
      @DKD-co3be8mg4j 29 วันที่ผ่านมา +3

      Right

    • @hirakjyotigogoi1131
      @hirakjyotigogoi1131 29 วันที่ผ่านมา

      Iar laj nai sorom nai jijon manuhe tak manuh bonale.tur utpat bohut hoise.anekua din ahibo rastar kukureu nasai.

    • @dayalchandradas3201
      @dayalchandradas3201 29 วันที่ผ่านมา

      ​@@PujaBarman-fh7skQC no by nuu ko no nu

  • @sewaligogoi3175
    @sewaligogoi3175 29 วันที่ผ่านมา +69

    বৰ্তমানৰ বান পৰিস্থিতিৰ পৰা ফালৰি কাটিবলৈ এই কাম কৰিছে।

  • @Sankarjitcreation
    @Sankarjitcreation 29 วันที่ผ่านมา +54

    নিজৰ দোষ লুকুৱাবলৈ আনক দোষী সজোৱা ভূল ।

  • @Aditygogoi123
    @Aditygogoi123 29 วันที่ผ่านมา +72

    তোমাক কোনে চিনি নেপাই অ,,,বহুৰূপী।।।

    • @bkp9774
      @bkp9774 29 วันที่ผ่านมา +4

      @@Aditygogoi123 হো হাত বাও হাত এই দুই হাত
      এই মোৰ কলা চুলি এই বগা দাত ।
      এই মোৰ সাৰদাৰ কেলেং , কি কবা তাত
      ৰিনিকিয়ে দিবনে সহায়ৰ হাত ।,😄😄😄

  • @Randeep-kb1xh
    @Randeep-kb1xh 29 วันที่ผ่านมา +43

    হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কংগ্ৰেছত মন্ত্ৰী আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নয়নৰ মনি হৈ সেই সময়ত কাৰ্য্যত তেওঁৱেই একপ্ৰকাৰ অসম চলাইছিল । সেই সময়ৰ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ নিজে বেছি উত্তৰ দিব পাৰিব ।
    তদন্ত হলে সেই সময়ৰ কেবিনেট মন্ত্ৰী ৰ পৰা আৰম্ভ হব লাগে ।

  • @Xxhxjxjx
    @Xxhxjxjx 29 วันที่ผ่านมา +10

    18 বছৰ আগতে প্ৰয়াত তৰুণ গগৈ দেৱৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ সোহাঁত কোন আছিল সেই কথা অসমৰ ৰাইজে জানে ৷

  • @tikhulimbu8858
    @tikhulimbu8858 หลายเดือนก่อน +76

    এই কথা শুনি চাৰ আপোনি সেই সময়ত আপোনি কি পদত আছিলা হয়

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 29 วันที่ผ่านมา +61

    সেই সময়ত আপুনি ও মন্ত্ৰী আছিল আপুনি বাধা নিদিলে কিয়

  • @jamunaray4032
    @jamunaray4032 29 วันที่ผ่านมา +63

    হিমন্ত কি পদত আছিল তেতিয়া

  • @janardanbora2803
    @janardanbora2803 29 วันที่ผ่านมา +29

    বিজেপি চৰকাৰ এনেও নাথাকে পাঁচ বছৰ কেন্দ্ৰত তাৰ পিছত কি হব এইবোৰ ঘটনা চাই ভাল লাগিব পিছে😅😅😅

    • @dumahusoroniya6691
      @dumahusoroniya6691 29 วันที่ผ่านมา

      পিছত গৌৰৱ গগৈয়ে কৰিব নিকি চৰকাৰ 😅😅

  • @7gc970
    @7gc970 29 วันที่ผ่านมา +38

    টকাৰ এনেই অহাৰ নাই সকলোবোৰ চি বি আই তদন্ত কৰিব লাগে ।

    • @MonjulaDevi-du4te
      @MonjulaDevi-du4te 29 วันที่ผ่านมา +10

      হিমন্তৰ সকলো দুৰ্নীতিৰ CBIৰ দ্বাৰা উচিতবিচাৰ কৰাৰো ব্যবস্থা কৰাৰ সাহস হবনে? দ্বিতীয়তে সেই সময়ৰ চৰকাৰত হিমন্ত বিশ্ব শৰ্মা অতি প্ৰভাৱশালী মন্ত্রী আছিল আৰু কেবিনেটৰ সিদ্ধান্ত অনুসৰি যিকোনো কাম কৰা হয়, গতিকে হিমন্ত বিশ্ব শৰ্মাও বিচাৰৰ আওতালৈ অনিবনে।

    • @jayantadutta1024
      @jayantadutta1024 29 วันที่ผ่านมา

      Mama ee nokol suli logai neki. Maje majee suli nathake maje maje matha vori thakee

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD 29 วันที่ผ่านมา +5

    অসমত তদন্ত কৰিবলগীয়া দুৰ্নীতি অনিয়মৰ কাম বহুত আছে এইটো একো ডাঙৰ বা তদন্ত কৰিবলগীয়া নহয়... যদি আপোনাৰ সৎ সাহস আছে তেন্তে প্ৰথমে আপোনাৰে সাৰদা আৰু লুইছ বাৰ্গৰ কেলেংকাৰি ফাইলটো খুলি উচিত তদন্ত কৰক..

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 29 วันที่ผ่านมา +51

    বিৰোধী দলপতি দেৱে দাবী কৰামতে CBI ক তদন্ত কৰিবলৈ দিবৰ বাবে সাহস হবনে মুখ্যমন্ত্ৰীৰ। এই জনৰ মুখত তদন্ত শব্দটো শুনিলে হাহিহে উঠে। ভূতৰ মুখত ৰাম নাম।

  • @fun4u693
    @fun4u693 29 วันที่ผ่านมา +14

    বানপানীত গুৰুত্ব দিয়ক ৷ ৰাজনীতি কৰিব সময় বহুত আছে দিয়ক ৷

  • @janardanbora2803
    @janardanbora2803 29 วันที่ผ่านมา +30

    এওঁ মুখত বেলেগৰ দুৰ্নীতি বিষয়ে কলে শোভা নাপায় কেতিয়াও

  • @mainamaina2808
    @mainamaina2808 29 วันที่ผ่านมา +18

    এদিন ছাহ বাগানৰ তদন্ত হব

  • @TarunPayeng
    @TarunPayeng 29 วันที่ผ่านมา +23

    Himonta tetiya ki dolat asil

  • @sanjibdas3774
    @sanjibdas3774 29 วันที่ผ่านมา +3

    অ অ গগৈ কৰা কামত CBI ED লগাওক। আপোনাৰ কামত নলগাব। ২০২৬ ৰ পিছত আপোনাৰ চব কামত লগাব

  • @devajitburagohain8122
    @devajitburagohain8122 29 วันที่ผ่านมา +5

    গোটেই অনিয়মবোৰ তইয়ে কৰিছিলি 420

  • @inglishvlogs1015
    @inglishvlogs1015 29 วันที่ผ่านมา +7

    এইটো ৰ৷তি সপোনত দেখি পুৱাই ঘোষণা কৰা হৈছে,

  • @user-mg4tn4es6n
    @user-mg4tn4es6n 29 วันที่ผ่านมา +7

    এই তদন্তত আজি বিজেপি লৈ অহা সকলো মন্ত্ৰী বিধায়কক সাঙুৰি লব লাগে কাৰণ তেতিয়া বিধায়ক এইসকল আছিল কিন্তু লগতে cbi 😀😀😀😀😀😀😀😀

  • @purabidas2186
    @purabidas2186 29 วันที่ผ่านมา +25

    এইজনে এতিয়া বৰ্ত্তমানত কি কৰি আছে ? সমস্যা সমাধানত গুৰুত্ব নাই...পুৰণি কথা কৈ সময় নষ্ট কৰি ফালৰি কাতি ফুৰিছে...

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 29 วันที่ผ่านมา +5

    কংগ্ৰেছী নেতাক বিজেপীলৈ অনাৰ নতুন চক্ৰান্ত আৰু Issue divert কৰাৰ নতুন কৌশল!

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 29 วันที่ผ่านมา +12

    চোৰে গৃহস্হক বান্ধিব এতিয়া ৷

  • @janardanbora2803
    @janardanbora2803 29 วันที่ผ่านมา +24

    তেওঁ তেতিয়া কিয় বাধা দিব নোৱাৰিলে পিছে মানুহ জন মৰা পিছত এইবোৰ খুচৰি মোৰ মতে লাভ নাই

  • @manyatagogoi2427
    @manyatagogoi2427 29 วันที่ผ่านมา +22

    চহী এক্ষেতেও কৰিছিল চাগে।

  • @bijusaikia5372
    @bijusaikia5372 29 วันที่ผ่านมา +3

    সাৰদা বাইদেউ আৰু লুই মামালৈ আজি বৰ মনত পৰিছে ।

  • @bkp9774
    @bkp9774 29 วันที่ผ่านมา +17

    তুমি তেতিয়া কত আছিলা হে HBS , তুমি সাৰদা ত ব্যস্ত আছিলা চাগে । অতি ফালটো তুমি ।

    • @dipakbaruah8987
      @dipakbaruah8987 29 วันที่ผ่านมา +3

      সাংঘাটিক ফালটু এটা ।

    • @jahidulhaque8357
      @jahidulhaque8357 29 วันที่ผ่านมา +2

      Right

  • @dimbeswardas6518
    @dimbeswardas6518 29 วันที่ผ่านมา +3

    গৌৰৱক হয় খুৱাবৰ কাৰণেই এইবোৰ কৰা হৈছেনেকি ।মানুহজনৰ মৃত্যুৰ পিছত এইবোৰ কয় ।তেতিয়া আপুনি কি পদত আছিল?

  • @duldutta5502
    @duldutta5502 หลายเดือนก่อน +20

    Apuni tetiya hei cabinet a asile

  • @bishaldas3964
    @bishaldas3964 29 วันที่ผ่านมา +3

    Jodi beleg dolor beleg ejon cm hoi nh...tetya mamar durniti todonotor babe 18 bosor nohoi 3/4 mahate mama jail jabo lagibo....

  • @dipikaphukan7387
    @dipikaphukan7387 29 วันที่ผ่านมา +2

    ভাৰত স্বাধীনতাৰ আগৰ কিবা আছিলে যদিও আমাৰ মূখ্যমন্ত্ৰী য়ে পাৰিব ,‌ মুঠতে বৰ চোকা আমাৰ মূখ্যমন্ত্ৰী....

  • @pranjitroypranjitroy
    @pranjitroypranjitroy 29 วันที่ผ่านมา +3

    মিছা ক'লে কি দাল হ'ব চোৱ একেখন নাওঁ‌ৰে যাতৃ নহয় জানো ।

  • @dipakgogoi5084
    @dipakgogoi5084 29 วันที่ผ่านมา +5

    জীৱিত অৱস্থাত কিয় আপুনি এই কথা কব নোৱাৰিলে । তৰুণ গগৈয়ে জীৱিত অৱস্থাত আপোনাৰ বিষয়ে কিবা কলে আপুনি কিয় তল মোৰ থাকিব লগীয়া হৈছিল? তাৰ উত্তৰ আপুনি দিব পাৰিব নে?

  • @rmboroofficial9042
    @rmboroofficial9042 29 วันที่ผ่านมา +19

    Nijeo jorito asil

  • @adityakalita5560
    @adityakalita5560 29 วันที่ผ่านมา +1

    মূখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰী, সাৰদা , লুইবাৰ্জাৰৰ তদন্ত কেতিয়া হ'ব ।

  • @khagenkakati6380
    @khagenkakati6380 29 วันที่ผ่านมา +3

    এও কি ঘাঁহ কাটি আছিল

  • @mehbubtarafder6251
    @mehbubtarafder6251 29 วันที่ผ่านมา +2

    তই অ জেলত যাবি মাথো অপেক্ষা

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 29 วันที่ผ่านมา +2

    আমাক বিস্কুত আৰু লুই তদন্তও লাগিব 😂

  • @budheswarhiloidhari3449
    @budheswarhiloidhari3449 29 วันที่ผ่านมา +1

    Himu mama apunar haroda luitbazar kelengkari তদন্ত কৰক

  • @rinkigogoi7455
    @rinkigogoi7455 29 วันที่ผ่านมา +1

    আপুনি হেই সময়ত সৰ্বেসৰ্বা আছিল মোমাই

  • @sanatankalita9086
    @sanatankalita9086 29 วันที่ผ่านมา +2

    সাৰদা আৰু লুই বার্জাৰ নেকি,?

  • @lakhikrchintey5693
    @lakhikrchintey5693 29 วันที่ผ่านมา +2

    এইজনে দুটি ফুটি খায় সেক কৰিব আৰু দুখটু আনৰ লগত জাপিদিব বিছাৰিছে

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 29 วันที่ผ่านมา +1

    তেতিয়াৰ মুখ্যমন্ত্ৰীজনৰ সোঁহাত আছিল এতিয়াৰ মুখ্যমন্ত্ৰীজন।

  • @pranjal1393
    @pranjal1393 29 วันที่ผ่านมา +1

    বানপানীৰ পৰা কথা সলাই ভেকোভাওনা কৰিবলৈ আহিছে। NHPC বন্ধ কৰিম বুলি কৈ নকৰিলে কিয়?

  • @rumineog6736
    @rumineog6736 29 วันที่ผ่านมา +4

    কৃষ্ণহে বুলিলোঁ

  • @AmjadAli-tx2nr
    @AmjadAli-tx2nr 29 วันที่ผ่านมา +1

    গু দিয়া মখাইলেও যমে এৰি নিদিয়ে । চৰকাৰী কাম ত কিমান যে দূৰনীতি হৈ থাকে তাৰ হিচাপে নাই ।

  • @lutfurbarbhuiya6621
    @lutfurbarbhuiya6621 29 วันที่ผ่านมา +1

    চার। বন্যা আক্রান্ত। মানুষের পাশে।দাড়ান।

  • @DKD-co3be8mg4j
    @DKD-co3be8mg4j 29 วันที่ผ่านมา +1

    2007 sonot apuni kot asil ... 2007 apuni gom puwa nasil ki hoisil.... Saroda, Luise burger, uttar kasar durnitiru ako CBI enquiry hbo lagi

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t 29 วันที่ผ่านมา +11

    Himantoi tetia Haroda,luiberzer ne ki heiburor pora toka khuat busy achil narth cachar 1000 crore t mon di achil

  • @Sanuda90
    @Sanuda90 29 วันที่ผ่านมา +1

    Gaurav Zinda hai mamuuuuu...😂😂😂

  • @mainudavi9510
    @mainudavi9510 29 วันที่ผ่านมา +1

    কঙগেছত থাকোতে পোরা খোরাদ বিলাক এওর মনত পরে।বিলাসী খোরাদ,,,,,❤

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 29 วันที่ผ่านมา +1

    Saroda aru Louis Berger kalenkari todonto hobo lage.

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o 29 วันที่ผ่านมา +1

    কিমাশ্চৰ্যম..
    ধিক মানৱতা.....

  • @ritumonideka5120
    @ritumonideka5120 29 วันที่ผ่านมา +1

    Aituwa original sur.

  • @user-dj9fw2ys9v
    @user-dj9fw2ys9v 29 วันที่ผ่านมา +1

    ১৮ বছৰ আগতে আপোনি কত আছিল

  • @tankswargohain6701
    @tankswargohain6701 29 วันที่ผ่านมา +1

    তেওঁ সেই সময়ত এজন প্ৰভাৱশালী মন্ত্ৰী হৈ আছিল।

  • @joyahatari675
    @joyahatari675 29 วันที่ผ่านมา +9

    খাৰদা and লুইবৰ্জ rrrr তদন্ত অতি khunkale হব লাগে।।

  • @Ja---ckforhere
    @Ja---ckforhere 29 วันที่ผ่านมา +1

    AIIMS Guwahati khon keneka tat bonil tar tonodto hobo lage

  • @utpaldeka5628
    @utpaldeka5628 29 วันที่ผ่านมา +1

    No 1 johora

  • @jibongogoi6940
    @jibongogoi6940 29 วันที่ผ่านมา +1

    মৰা মানুহ ৰ বদনাম গাবলৈ আহিছ লাজ নাই তহতৰ l

  • @itsolution4342
    @itsolution4342 29 วันที่ผ่านมา +1

    Saroda calankari investication hobo lagibo

  • @NabadeepGogoi-mn2ys
    @NabadeepGogoi-mn2ys 28 วันที่ผ่านมา

    আপুনি বুলে বৰ দক্ষ। আপুনি কিয় অসমৰ বানপানী সমস্যা সমাধান কৰিব পৰা নাই। আপোনাৰ পৰিবাৰৰ মাটি কেলেংকাৰী, লৰা নামত অজস্র কোম্পানি লগতে আপোনাৰ সাৰদা আৰু লুই বাৰ্গাৰৰ কেলেংকাৰী তদন্ত হওক, আৰু এটা কথা মন কৰিব লগীয়া যদি আপোনাৰ তদন্ত হয়ও, তদন্ত জোন মণি ৰাভা দৰে হব?

  • @prasantasaikia6881
    @prasantasaikia6881 29 วันที่ผ่านมา +1

    NTPC Subabansirri Dalal kunBa?

  • @milanray8776
    @milanray8776 29 วันที่ผ่านมา +1

    ভূতৰ মুখত ৰাম নাম

  • @TCF573
    @TCF573 29 วันที่ผ่านมา +1

    Jonotai Sarda lui berger uttor kachar kelengkarir todoto bisarise It is our demand

  • @napoleondaimari3149
    @napoleondaimari3149 29 วันที่ผ่านมา +1

    Kune Tarun Sir ok loote lei?

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 29 วันที่ผ่านมา

    মুখ্য মন্ত্ৰী দাঙৰিয়া 18 বছৰ আগৰ কথা বাদ দিয়া এতিয়াৰ কথা চিন্তা কৰা অসমৰ ৰাইজে বানপানীৰ কাৰণে থাকিব পৰা নাই ভাত খাবলৈ পোৱা নাই সেইবিলাক চিন্তা কৰা

  • @user-is5ic2ee9q
    @user-is5ic2ee9q 29 วันที่ผ่านมา +1

    নিজে বায়ু এৰি বেলেগ'গ গোন্ধ দিব খুজিছে।

  • @nagentravelvlog6546
    @nagentravelvlog6546 29 วันที่ผ่านมา +4

    Sarada calnkari....tadanta hab lage.....

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p 28 วันที่ผ่านมา

    সিন্ধি খুজি ফুৰন্তে চোৰ দুৱাৰে পাইল পথ ।

  • @ganeshboishnab
    @ganeshboishnab 29 วันที่ผ่านมา

    গৌৰৱ গগৈ জিকাৰ বাবে, এই সিদ্ধান্ত নেকি! কি হব আৰু যে নহয়!

  • @barasharajbangshi719
    @barasharajbangshi719 28 วันที่ผ่านมา

    HBS ৰ ওপৰত চিবিআইক দিব লাগে ।সকলোরে জানে ,চাহ বাগানৰ তদত্ন হব লাগে ।

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 29 วันที่ผ่านมา

    ভূতৰ মুখত ৰাম নাম.....তেতিয়া এইটো মৰি আছিল নেকি?

  • @abinashkalita6415
    @abinashkalita6415 29 วันที่ผ่านมา +1

    Apuni saroda luisbarger tadanta karok

  • @pallabisaikia6134
    @pallabisaikia6134 29 วันที่ผ่านมา +2

    Aijone issu driverat koribo bisarise.

  • @pompipatgiri
    @pompipatgiri 27 วันที่ผ่านมา

    নাপাই।নাপাই।। তুমিয়েই।তৰুণ। গগৈৰ।।হৰতা। কৰ্তা।আছিলা।।

  • @jintuboruah7242
    @jintuboruah7242 29 วันที่ผ่านมา +1

    Bohut tangor e kotha bohut bodlabo pare

  • @mujaforahmed8843
    @mujaforahmed8843 29 วันที่ผ่านมา

  • @djrock5500
    @djrock5500 29 วันที่ผ่านมา

    তেতিয়া দেখোন এইজন কংগ্ৰেছৰ মন্ত্ৰী আছিল।

  • @santanuhazarika378
    @santanuhazarika378 28 วันที่ผ่านมา

    সাৰদা কোম্পানীত বিস্কুট কোনে খাইছিল

  • @BhaskarDoley-vy6hx
    @BhaskarDoley-vy6hx 29 วันที่ผ่านมา +1

    Apkuni 2 finece minister asil

  • @IndalulKhalong...
    @IndalulKhalong... 29 วันที่ผ่านมา +1

    Torun Gogoi a Assam t kiba development krisil janu

  • @nripenborgohain201
    @nripenborgohain201 29 วันที่ผ่านมา +5

    যি কৈ আছে সিও আছিল ৷ পৰৰ দোষ খুছৰি কি বুজাইছে ৰাইজ

  • @pankajdeori446
    @pankajdeori446 29 วันที่ผ่านมา

    Mama what's your secret of hair growth 😮

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 29 วันที่ผ่านมา +2

    sarada oru luis berger r todonoto hobo laage

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s 29 วันที่ผ่านมา +1

    Sir apunar private school

  • @sanjaysubba9876
    @sanjaysubba9876 29 วันที่ผ่านมา

    Himu mama akau Congress ot aahibo, sai thakok

  • @napoleondaimari3149
    @napoleondaimari3149 29 วันที่ผ่านมา +1

    Kam nai. Present timer kotha kok?

  • @dipakgogoi5084
    @dipakgogoi5084 29 วันที่ผ่านมา +6

    গুদি মিডিয়াৰ দ্বাৰা প্ৰচাৰিত অযোগ্য তথা লম্পত শিষ্যৰ পুৰস্কাৰ এইয়া।

  • @pranabkhakhalary539
    @pranabkhakhalary539 29 วันที่ผ่านมา +1

    কাম নাই।

  • @WoonMilon
    @WoonMilon 28 วันที่ผ่านมา

    Purona case bilak ahibo lagibo. Sai bhal lagibo.

  • @kabitabhuyan545
    @kabitabhuyan545 29 วันที่ผ่านมา

    Punishment kak dib

  • @pranjitnath3659
    @pranjitnath3659 29 วันที่ผ่านมา +3

    Torun gogai koisil banpani America t hoy

  • @sashibhatta5198
    @sashibhatta5198 29 วันที่ผ่านมา +3

    প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ পৰৱৰ্তী প্ৰজন্মই নিজকে ধোঁৱা তুলসীৰ পাত সজাই বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পিছত লাগি থকা আৰু পৰিকল্পিতভাৱে তেওঁৰ বিৰুদ্ধে য'তে-ত'তে কঠোৰ সমালোচনা কৰি থকা কথাটোৰ পৰাই সম্ভৱত: ওঠৰ বছৰ পিছত হলেও তেনে এটা কাম আৰম্ভ হবলৈ লৈছে ৷

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 29 วันที่ผ่านมา +5

    তেতিয়া আপুনি ও আছিল নহয় নে।

  • @prasantasaikia6881
    @prasantasaikia6881 29 วันที่ผ่านมา

    Public enquiry hobo sobar uarat edin.

  • @ethar6570
    @ethar6570 29 วันที่ผ่านมา

    Tarun gogoi CM thakote ajir CM o sun deputy CM hoi asil..atiya kone kak gaali paribo..

  • @itsmehyt5506
    @itsmehyt5506 29 วันที่ผ่านมา

    বান পীৰিত সকলৰ দুৰৰ্দশাৰ ঢিন্তা কৰক বাদ বাকী পিচত

  • @pdeka8959
    @pdeka8959 29 วันที่ผ่านมา +5

    Aapuito Tarun Gogoir cabinetar mul manuh uttarto aaponar aapuniei diba buli aasha