Bor ভাল কথা কলে দে..আমাৰ ঘৰত তিনি জোপা আছে এটা পাহিৰ জবাটো আৰু থোপা জবা ফুল টো..চাহ বনাই খোবাটো নাজানো..Agir para jani lu চেষ্টা karim Baru Banai khabo loi..চুলিৰ কাৰনে তো খুব ভাল..ফুল Bilak Saru Saru kati বা ডুব juwa koy Tholeo Dhuniya Shapoo Hoy 4-5 Ghanta pisat ফুল কেইটা Dhuniya koy হাতেদি মোহাৰি দিলে panit..Gelar Dara Shapoo ulai চেকনীত চেকিলে..Nije use kara Val Herbal Shampoo Mix kari laba pari..বটলতো Store kari Thobo pari...কলা Hoy Dhuniya pisol Hoy চুলি...
Joba ফুল ঘৰত বহুত আছে বগা, ৰঙা, পাতল গুলপীয়া সব আছে মূৰত লগাই থাকো ৰঙা টো,, প্ৰত্যেক দেওবাৰে লগাও,mixer grinder t he diu moi বাইদেউ পাত, ফুল , অলপমান aloe vera লগতে ghorote ase , thank you aom much,, khabo pari buli najanu,,
চাহগছৰ পৰাহে চাহ হয় বুলি জানো।অসমৰ বাহিৰৰ বহু ৰাজ্যত বিভিন্ন পাত,ফুল,শিপা ৰ ৰস উলিয়াই সেই বোৰ সিজাই বিভিন্ন চাহৰ নাম দি প্ৰচাৰ কৰিছে। ফলত প্ৰকৃত চাহৰ বিষয়ে ধাৰণা সলনি হৈ গৈছে, চাহৰ বজাৰৰ ক্ষতি হৈছে।
জবা ফুলৰ উপকাৰিতা বিষয়ে জানি বহুত ভাল লাগিল ❤❤
Thanks for sharing
Very nice ma'am thank you jani bohot baysi val lagil 👌👌😍🥰
সুন্দৰ ভি ডি ও। ভাল লাগিল। ধন্যবাদ।
বহুত ভাল লাগিল বাইদেউ ।
সুন্দৰ tips
ভাল লাগিল ,অশেষ ধন্যবাদ জনালোঁ তোমাক ❤️❤️
বৰ সুন্দৰ ভি ডি অ'। জবাফুলৰ চাহৰ বিষয়ে আজিহে জানিলোঁ। ধন্যবাদ থাকিল আপোনালৈ এনে ভি ডি অ''ৰ বাবে।
Bohut val lagile ❤ thank you ma'am
ধন্যবাদ বাইদেউ 🙏 চুলিত ব্যৱহাৰ কৰোঁ
Thanks.maam❤❤❤
সুন্দৰ ভি ডি ও। ভাল লাগিল। ধন্যবাদ ❤
Very nice video for the welfare of human being.Thank you.
জবাফুলৰ উপকাৰীতাৰ বিষয়ে জানিব পাৰি ভাল লাগিল Madum.আৰু বহুত উপকৃত হলো৷🙏
Very nice information.
ভাল লাগিল ❤️
জবা ফুলৰ উপকাৰীতা জানি ভাল লাগিছে। ধন্যবাদ
আপোনাৰ ভিডিঅ,তো চাই ফুল চিঙি চাহ বনাই খালো ভাল লাগিল। ধন্যবাদ এনেকুৱা ভিডিঅ দিয়াৰ বাবে।
Very nice . Thankyou ❤
সুন্দৰ ভিডিঅ'টোৰ বাবে বহুত ধন্যবাদ
Very nice video Thanku
ইমান সুন্দৰ ভিডিও আজিহে চালো,ঘৰতে আছে ফুল , নিশ্যয় খাম ।❤❤❤
Dhanyabad Dr.Ponnkhi🙏
জবা ফুলৰ উপকাৰী গুনৰ বিষয়ে জানিব পাৰি উপকৃত হলোঁ | ধন্যবাদ জনালোঁ
Very good advice. Thanku so much
Very nice video mam
Thank you for the informative video.❤
Bahut bhal lagil, thank you
জবা ফুলৰ উপকাৰিতা সম্বন্ধে জানিবলৈ পায় ভাল লাগিল।
ধন্যবাদ জনালো আপোনালৈ,পৰমেশ্বৰ আপোনাৰ মংগল কৰক।
জবা ফুল ৰ উপকাৰিতা সম্বন্ধে জানি বহুত ভাল লাগিল।❤
Very nice information ❤❤❤thank you mem❤
Thanks
ধন্যবাদ
বহুত বহুত ধন্যবাদ 🙏❤️
Very nice video Thanks
Very nice video,,,thanks,, ❤
নজনা কথা এটা গম পালোঁ, ধন্যবাদ
ধন্যবাদ ❤
Very Good Video. Thanks.
Very nice Thank you
Thank you for the VDO.
Thank. Mam
Very nice video
Thankyou
Val lagil👍👍 maam❤❤
Nose area lips area ronga hoi khujai ru sal uthi thake jenejoi vl pmmm plz reply korib ma'am
Namaskar Baideu... 50 plus age r female e logabo para cream name jonabo.. wrinkle porise facet
Thank you so much ma'am ❤️. Share kori disu
Good medam
Joba fulor sah t sugar add kribo pari nki..? Plz answer
Sah khini Alp mitha Kri bonai khbo pora jabone mam?
Very nice video ma'am 🙏🙏🙏
Thank u Ba🙏moi hukuwai rakhibole sestha koru kin2 beya hoi jai😢❤
Bahut bhal kotha keita man gom palu
Bhal lagil baideo video to chai 😢😮😅😊
Very good..ba.
Very nice video.
Thanks Ma'am ❤
ধন্যবাদ জনাইছো বাইদেউ আপোনাক আপোনাৰ। ভীদিঔ দিয়া বাবে
Bahut bhal lagil
Nice video mem thanks
Pcod karone u helpful hoi ne baidew
❤❤❤
Mam running kriboly ki ki vitamin lagibooooo tar babe video bonabo❤❤❤❤
Nice vdo
Bahut bhal katha janilu
Pregnancy khabo parine??
Very very Good video
Amar ghrat ase sulit lagau😊😊❤❤
Bpkakhat
Thanks Baidew
Baa moi 17 bosor holu kintu moi tuloni Hoya nai please akon video loi ahibo 😂😂
Very nice
Baideo. Nisha r oporot ETA video bonabo sun ...❤
বাইদেউ,আজিলৈ,জবা,ফুলৰ,চাহ,খাই,পোৱা,নাই,ইয়াৰ,side,effect,কিবা,আছে নেকি,ইয়াৰ,গবেষণা,কিবা,আছে,নে
👌❤️
Bor ভাল কথা কলে দে..আমাৰ ঘৰত তিনি জোপা আছে এটা পাহিৰ জবাটো আৰু থোপা জবা ফুল টো..চাহ বনাই খোবাটো নাজানো..Agir para jani lu চেষ্টা karim Baru Banai khabo loi..চুলিৰ কাৰনে তো খুব ভাল..ফুল Bilak Saru Saru kati বা ডুব juwa koy Tholeo Dhuniya Shapoo Hoy 4-5 Ghanta pisat ফুল কেইটা Dhuniya koy হাতেদি মোহাৰি দিলে panit..Gelar Dara Shapoo ulai চেকনীত চেকিলে..Nije use kara Val Herbal Shampoo Mix kari laba pari..বটলতো Store kari Thobo pari...কলা Hoy Dhuniya pisol Hoy চুলি...
কেনেকৈ বনাব লাগে জনাব বাইদেউ
Ronga Jobaphul keibatau pahor(100) puwa jai.. keiba pohia Jobaphul bebohar koribo parine?
Ulcer aroo cld ki koribo lage
Joba fulor rokh khale Mahekiya hole pet bikhowa o val hoi niki ma'am?
O hoi khabo pare
Pat ne Photo tea bonabolage
Kiman years pora khab pare
থাইৰড থকা বোৰে পাৰিবনে
Mor low Blood pressure aru logote diabeteso ase..aru resently c section delivery huise moi ai sah bidh lobo parim ne nai mem..
Jodi breast feeding kori ase tanahole abar apunar Dr k hudhi lobo pare
জবা ফুল চুলিত ঘহিছো।চাহ বনাই খোৱা নাই খাই চাব লাগিব। ভিডিঅ' টোৰ বাবে ধন্যবাদ।
বাইদেউ মোৰ হাত ভৰিৰ গাঁঠি বিলাক বিষায় ইয়াৰ উপখম পাবলৈ কি কৰিব লাগিব বা কোন ভাল ডাক্তৰ ৰ ওচৰত গ'লে ভাল হ'ব অনুগ্ৰহ কৰি জনালে ভাল হয়
অনয় ৰঙৰ জৱাফুল নহ'ব নেকি
Blue aparajita flower kihor karane val ...khabo parine kobosun
এই চাহ শুদাই খাব লাগিবনে অলপ গুড় বা চেনি মিহলাব পাৰি ? জনালে উপকৃত হ'ম ।
Joba ফুল ঘৰত বহুত আছে বগা, ৰঙা, পাতল গুলপীয়া সব আছে মূৰত লগাই থাকো ৰঙা টো,, প্ৰত্যেক দেওবাৰে লগাও,mixer grinder t he diu moi বাইদেউ পাত, ফুল , অলপমান aloe vera লগতে ghorote ase , thank you aom much,, khabo pari buli najanu,,
গেছ বেছি হলে কি কৰিব লাগে।
বাতবিষ কেনেদৰে ভাল কৰিব পাৰা বাইদেউ
Ldl reduce food janab.
বাইদেউ মোৰ ভাগৰ ভাগৰ লাগি থাকে ভয় ভয় লাগে আৰু অকলে থাকি ভাল লাগে এইটো কিবা বেমাৰ নেকি
বাইদেউ, বেলেগ জবা ফুল ব্যৱহাৰ কৰিব পাৰিম নে
Ronga tu safe hoi
চাহগছৰ পৰাহে চাহ হয় বুলি জানো।অসমৰ বাহিৰৰ বহু ৰাজ্যত বিভিন্ন পাত,ফুল,শিপা ৰ ৰস উলিয়াই সেই বোৰ সিজাই বিভিন্ন চাহৰ নাম দি প্ৰচাৰ কৰিছে। ফলত প্ৰকৃত চাহৰ বিষয়ে ধাৰণা সলনি হৈ গৈছে, চাহৰ বজাৰৰ ক্ষতি হৈছে।
Herbal tea aru regular tea duitare belag belag benefits ase.. Aru regular tea benefits r video u dia hoise..
মোৰ বহুত কাহঁ হৈ থাকে, ডাক্তৰক দেখাই ভাল পোৱা নাই, উপায় এটা দিবচোন
সকলো লোকে খাৱ পাৰি নে জনাব চোন