অসমীয়া জাতিৰো কিছুমান ভুল আছে। আঙুলিয়াই দিলে প্ৰস্ত্ততি পৰাশৰে। Excuse Me | Prastuti | Part 2

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ก.ย. 2024
  • Published on : 22nd December, 2019 at Assam Talks
    ----------------------------------------------------------
    About the Video : ছেমৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰস্ত্ততি পৰাশৰৰ মনৰ অনুভৱৰ প্ৰকাশ।
    ----------------------------------------------------------
    About the Show
    * Anchor : PAPU KALITA
    * Concept & Direction : PAPU KALITA
    * Covered Location : All over India & Some Other Country
    * Maximum Covered Location : Guwahati, Assam
    * Based on : Riddles & Phrase & Idioms
    * Special Entertaining : Tongue Twister
    * Language of Show : Assamese
    * Covered People : Common People, Pedestrian & Celebrities.
    * Started on :
    * On Air Published on : Assam Talks
    * Published on Digital Platform : TH-cam
    * Published on Social Media : Facebook
    ----------------------------------------------------------
    About the Channel :
    "EXCUSE ME" breaks the monotony of daily life by asking some forgotten ‘paradox’ of our olden days. It makes people laugh and presented instant rewards for the winners. Through quizzing style, it occupies peoples’ heart as it makes people cry & laugh. It becomes a blue eyed show for every Assamese and north-eastern people. It breaks the bounds and telecast our excuse me from international and national precincts such a Dubai, Bangalore, Delhi, Nagaland etc. The Excuse Me imparts cultural hybridity and fragrance of soil to each and every household of north eastern states.
    ----------------------------------------------------------
    Links:
    Follow us on : / excuseme.assamtalks
    Subscribe on : / @excusemeofficial7091
    ----------------------------------------------------------
    Most viewed (Top 10)
    1. • EXCUSE ME | PAPU KALIT...
    2. • Excuse Me | Papu Kalit...
    3. • Excuse Me | Papu Kalit...
    4. • বৰষাৰাণী বিষয়াই ডিঙিৰ ...
    5. • Excuse Me | Papu Kalit...
    6. • #EXCUSE_ME_BIHU_HUSORI...
    7. • EXCUSE ME | PAPU KALIT...
    8. • #EXCUSE_ME_BIHU_SPECIA...
    9. • Excuse Me | Papu Kalit...
    10. • EXCUSE ME || PAPU KALI...
    ----------------------------------------------------------
    About the Show in Assamese
    আঁতধৰোতা - পাপু কলিতা
    পৰিকল্পনা আৰু পৰিচালনা - পাপু কলিতা
    পৰিসৰ - সমগ্ৰ ভাৰতবৰ্ষ আৰু অন্যান্য ৰাষ্ট্ৰ
    সৰ্বাধিক শ্বুটিং স্থল - গুৱাহাটী, অসম
    অনুষ্ঠানটিৰ মূল - অসমীয়া ভাষাৰ সাঁথৰ, ফকৰা যোজনা
    বিশেষ মনোৰঞ্জন - জিভা কেকুঁৰি
    অনুষ্ঠানটিৰ মৌলিক ভাষা - অসমীয়া
    সাঙুৰি লোৱা জনগণ - সাধাৰণ জনগণ, পদযাত্ৰী আৰু জনপ্ৰিয় তাৰকা
    অনুষ্ঠানটিৰ আৰম্ভণিৰ তাৰিখ -
    সম্প্ৰচাৰিত বৈদ্যুতিন মাধ্যম - আছাম টকচ্
    ডিজিটেল মিডিয়া - ইউটিউব
    ছ'ছিয়েল মিডিয়া - ফেচবুক
    ----------------------------------------------------------
    About the Channel in Assamese :
    Excuse Me য়ে আমাৰ দৈনন্দিন জীৱনৰ জঠঁৰতা ভাঙিবলৈ পদপথলৈ ওলাই গৈ সোধে অসমীয়া ভাষাৰ সম্পদস্বৰূপ সাঁথৰ আৰু ফকৰা-যোজনা। ইয়াৰ জৰিয়তে লগ পোৱা প্ৰতিগৰাকী জনগণৰ মাজত হাঁহি বিলায় আৰু শুদ্ধ উত্তৰ দিব পৰাজনক প্ৰদান কৰে উপহাৰ। Excuse Me হৈ পৰিছে প্ৰতিগৰাকী লোকৰ জীৱনৰ বিশেষ মূহুৰ্ত্তৰ লগৰীয়া। য'ত জীৱনটোক সুকীয়া দৃষ্টিৰে চাব পাৰি। প্ৰতিগৰাকী অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে এই অনুষ্ঠান হৈ পৰিছে নয়নৰ মণি। সীমাৰ পৰিধি ভাঙি এই অনুষ্ঠান ডুবাই, বাঙ্গালুৰুকে ধৰি আন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্থানলৈও গতি কৰিছে। Excuse Me য়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক সাংস্কৃতিক বাতাবৰণ তথা প্ৰকৃত মাটিৰ সুবাস বিয়পাই আহিছে।
    #ExcuseMe
    #Hatigaon
    #PrastutiParashar

ความคิดเห็น • 258

  • @SunuBoro-i1d
    @SunuBoro-i1d 6 หลายเดือนก่อน

    Sundor. Git bahut Val lagil

  • @DipikaGogoi-r7j
    @DipikaGogoi-r7j 6 หลายเดือนก่อน

    👍👍

  • @SunuBoro-i1d
    @SunuBoro-i1d 6 หลายเดือนก่อน

    Rite kotha koise pasturti baideuye Val kotha koise 👍

  • @minaniboruah7177
    @minaniboruah7177 6 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤

  • @minaniboruah7177
    @minaniboruah7177 6 หลายเดือนก่อน

    Jai i assam ❤❤❤❤

  • @nmb784
    @nmb784 6 หลายเดือนก่อน

    Nice

  • @bharatbaruah5702
    @bharatbaruah5702 4 ปีที่แล้ว

    Ok thanks

  • @ganeshnewar8559
    @ganeshnewar8559 4 ปีที่แล้ว

    Prastuti ba ur r8t

  • @utpalkumarnath9596
    @utpalkumarnath9596 4 ปีที่แล้ว

    Right koise apuni

  • @KumudHazarika-x6f
    @KumudHazarika-x6f 6 หลายเดือนก่อน

    Thinkjiiassam

  • @rupanteron5455
    @rupanteron5455 6 หลายเดือนก่อน

    আমি নতন প্ৰজন্ম
    আমাক সুস্হ আৰু শান্তি লাগি

  • @mostofahussain8492
    @mostofahussain8492 4 ปีที่แล้ว +7

    সচা কথা বাইদেউ আপোনাৰক ধন্যবাদ

  • @rebasaikia7452
    @rebasaikia7452 6 หลายเดือนก่อน

    CAA,খনত কি আছে,ৰাজহুৱা কৰক,সকলো মানুহে বুজি পোৱা ব্যবস্থা কৰক

  • @BISWAJITROY-fm9fe
    @BISWAJITROY-fm9fe 4 ปีที่แล้ว

    Baideo information sabhotu ki vakha

  • @lisandeka4627
    @lisandeka4627 4 ปีที่แล้ว +3

    U r right prastuti baa.... JOI AAI AXOM✊✊✊

  • @rupakgogoi1526
    @rupakgogoi1526 4 ปีที่แล้ว +12

    ভাল কথা কৈছা বা।সদাই এনেকৈয়ে আগুৱাই যোৱা। love uuu বা,জয় আই অসম

  • @dhanmonidjlife389
    @dhanmonidjlife389 4 ปีที่แล้ว +4

    পস্ততি বাই সচা কথা কৈছে মই কেৰেলাত থাকো ।ইয়াৰ মানুহে ইয়াৰ মাতৃ ভাষাক বহুত সম্মান কৰে । আমাৰ অসম খনত হে এইবোৰ একো নাই (হাহঁ,হলেও হয় মাহ হয়) অলপ ছাই চিতি নলয় সেইটোৱে আমাৰ অসমিয়া মানুহৰ ভুল ( আমি সকলো সজাগ হৈ থাকিলে কা এনেই বাটিল হব জয় আই অসম । মানস ৰবিনে কোৱাৰ দৰে কা মানে কাউৰি আৰু ই মাত দিলে বেয়া দিন আহে মই কোৱা কথা নহয় আমাৰ ককা আইতা হতে কোৱা কথা সেইকাৰনে আমি (কা) নামানো কা বাতিল কৰিহে এৰিম জয় আই অসম (অসমি আই জিন্দাবাদ 😥😥😥😥(বিদেশী বাংলাদেশী মূৰ্দাবাদ (জয় আয় অসম

  • @punsangpegu9080
    @punsangpegu9080 4 ปีที่แล้ว +4

    Good work

  • @puspadhardeka5665
    @puspadhardeka5665 6 หลายเดือนก่อน

    Akhamia bhakha akou herai habaloi goi aase. Baidew a kowa katha akhamar loke valdare chinta kari saba.

  • @mastimusic0752
    @mastimusic0752 4 ปีที่แล้ว

    Hi

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 6 หลายเดือนก่อน

    Aami oxomia manuh bur bor burbak hau aandulan kari aku labh nai aku labh nai .

  • @babumedak1614
    @babumedak1614 4 ปีที่แล้ว +6

    অসমীয়া অভিনেতা অভিনেত্রী সকলে বেছিকৈ
    ইংৰাজী ব্যৱহাৰ কৰে

  • @jkedit243
    @jkedit243 4 ปีที่แล้ว +1

    জয় আই অসম

  • @champakdas2271
    @champakdas2271 4 ปีที่แล้ว +1

    Joi ai Asam

  • @arunamahanta7762
    @arunamahanta7762 6 หลายเดือนก่อน

    প্ৰস্তুতি বাৰ সন্তানে কি মাধ্যমৰ বিদ্যালয়ত পঢে

  • @moheshdas6324
    @moheshdas6324 4 ปีที่แล้ว +2

    Axomia hilpi homajok bohut bohut dhonyabad .axomia bhakha jati mati hodhaie unnoti pothot agbodhai niar homoit akou andulonu korisa.rajnity kora hokolor axomia bhakha jati mati bheti uporot mat motar kunu odhikar nai buli moi bhabu

  • @dinabandhubarman3776
    @dinabandhubarman3776 4 ปีที่แล้ว +5

    I love asom, I support caa

  • @pinjuborkataki242
    @pinjuborkataki242 4 ปีที่แล้ว +4

    Bjp murkho nohoi bjp dole jane je aru bjp dole Muslim vote nibisare

    • @jogenhazarika8559
      @jogenhazarika8559 4 ปีที่แล้ว

      সেইবাবেই মুছলমানে কংগ্ৰেছ চৰকাৰৰ সপক্ষে মাত দিয়ে ৷ আৰু বিজেপিক বিৰোধিতা কৰে নহয় নে

  • @niteedad2308
    @niteedad2308 4 ปีที่แล้ว +4

    আজি আমাৰ অসমীয়াই নিজৰ মাতৃ ভাষা শুদ্ধকৈ লিখিব নজনাটো অতি লাজৰ কথা l facebook আৰু youTube অত অসমীয়াত লিখা comment বোৰ যদি চাওঁ তেন্তে দেখিবলৈ পোৱা যায় যে তাত অসমীয়া শব্দবোৰ ইমান ভূলকৈ লিখে যে তাতেই জানিব পাৰি অসমী আইৰ মাতৃভক্তি সন্তান সকলোৰ অন্তৰত কিমান
    মাতৃ শ্ৰদ্ধা সোমাই আছে।
    অসমীয়াই নিজে লাজ পাব লাগে।
    নিজে নাচিব নেজানে, তেনেস্থলত আৰু লোকক শিকাই।
    গুৰত্ত্বই নাই নিজৰ ভাষাৰ প্ৰতি।
    ভূলে হওঁক বা শুদ্ধ হওঁক যি মন যায় লিখিলেই হ'ল।
    অসমীয়া জাতিৰ পতনৰ এইটো এটা মূল কাৰণ।

  • @nipulhazarika1348
    @nipulhazarika1348 4 ปีที่แล้ว +1

    Thik kotha koise bai

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 6 หลายเดือนก่อน

    Aadak dekhi uthil ga keturia bule muku kha kam nai o oxomia mari za .

  • @funlifefun3922
    @funlifefun3922 4 ปีที่แล้ว +5

    অসমীয়া এনেকুৱা বহুত মানুহ আছে যিসকলে বাহিৰৰ মানুহক আমাৰ অসমত চাকৰি দিয়ে আৰু বাহিৰৰ নিবনুৱাক কাম দিছে যাৰ ফলত বহিৰাগত‌ই অসমৰ পৰা নাযায়।এনেকৈ অসমৰ লৰা ছোৱালীক নিবনুৱা কৰিছে।এনেকুৱা লোকো বহিৰাগত সমস্যাৰ বাবে সমানেই দায়ী।

  • @supriyarabha426
    @supriyarabha426 4 ปีที่แล้ว +23

    প্ৰস্তুতি বায়ে অসমীয়া জাতিৰ ভুল বিলাক দেখায় দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। উঠি অহা প্ৰজন্মক অসমীয়া ভাষা কবলৈ শিকোৱাৰ দায়িত্ব মাক বাপেকৰ। আজি কালি মাক বাপেকে সৰুৰে পৰা ইংৰাজী হিন্দী কবলৈ শিকায় তাৰ ফলত অসমীয়া ভাষা অসমত নাইকিয়া হবগৈ ধৰিছে। তাৰ কাৰনে নিজৰ লৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াওক।

    • @vishwadarpan2622
      @vishwadarpan2622 4 ปีที่แล้ว +1

      😂😂😂😂 অসমীয়াৰ নামত কলংক

  • @milansonowal9037
    @milansonowal9037 4 ปีที่แล้ว +7

    আইনক কি বিশ্বাস কৰিব ! অপৰাধী যদি মোকৰ্দমা কৰি বাচি যায় আমাৰ দেশত ! এইয়াই আমাৰ ভাৰত ।_

  • @chandanmochahary7383
    @chandanmochahary7383 4 ปีที่แล้ว

    Protibad koribo juar majoto dekhisu Zubeen ahibo bule sabo jao buli kua eibilak newsot nedekhai... Bea napabo kowar babe

  • @nabanitachutia5302
    @nabanitachutia5302 4 ปีที่แล้ว +2

    Hosa kotha Baideu. Aamar Akhomia manuhor bahut dukh ase. Congress r dinotei bahut Bangladeshi Axomot humale aru aamar manuhe gharar kaam koriboleo hihotok noholei nohoi. Aibur bhul aamar Axomiar nijor

    • @champaknath6622
      @champaknath6622 4 ปีที่แล้ว

      Baido depression r thait Assamese kb lagisile kiy nkle

  • @nilimadas497
    @nilimadas497 4 ปีที่แล้ว +4

    Val lagile papu da

  • @regoniseril5725
    @regoniseril5725 4 ปีที่แล้ว +1

    Super

  • @lisandeka4627
    @lisandeka4627 4 ปีที่แล้ว +3

    Aami axomiyaa nohou dukhiyaa😘😘

  • @talukdarbanajit3712
    @talukdarbanajit3712 4 ปีที่แล้ว

    Fatafati hoisi de

  • @mamonigogoi9232
    @mamonigogoi9232 4 ปีที่แล้ว +4

    আজি কালি গাঁৱে নগৰে মাম্মি পাপ্পা বাবা এইবিলাক হে কবলৈ শিকাই , প্ৰথমে ঘৰখন তাৰপিছত সমাজ। এতিয়াও বহুতে কিন্তু বাংলাদেশী আহিব বুলিহে প্ৰতিবাদ কৰিছে। কিন্তু ভাষালৈও যে বিপদ আহিব বুজিয়ে পোৱা নাই। মই ঘৰৰ হওঁক বা বেলগৰ হওঁক নতুন কেঁচুৱা হলে কওঁ মাম্মা pappa নিহিকাবলৈ । আগত যি হৈ গল হল আৰু এতিয়াৰ পৰা সকলোৱে নিজৰ ভাষা , জাতি লৈ সজাগ হব লাগে। জয় আই অসম

    • @gwjwn3130
      @gwjwn3130 4 ปีที่แล้ว

      Jetia boro Muslim majot jogra kajia mara katha lagisile tetia boro jatik he ugro buli norohoytakari buli ki ki bhakare ki ki kothare koi ahisile.etiyao amr uport oytasar.judi Bangladeshi kediboloi nrc korisile hei homoyot boro jaatir logt kio jogdhan dia nasile?kar logt jogdhan dibo lage kar logt jogdhan dibo nelagesile bangladeshir logt he 2maloke jogdhan di ahisile.etia postale nohobo.ji hoise hoise hoi gol.ji Bangladeshi humale humale, etiya jiman sesta korok ketiao kedibo nuaribo, aru eta kotha becikei bangladeshi muslimor uport action lobo lagisile etiya to ami dekiboloi paise je becikei bengali bangladeshir uport he action loatu.muslimor nam etia Karo axomiar mukot nolai.bangladeshi kole ki Muslim ki bengali.bangladeshir pora oha tu sobe Bangladeshi hoi.muslimok lukai rakile nki?muslimor uport to koribo lagibo..Kali bengalir uport korile nohobo.judi bengalik kedi muslimok rakibo koja tene hole axom muslimor haatot.Badroudin ajmol edin axom solabo etu kotha nitsoy katang..apunaloke sai thakok.

    • @jogenhazarika8559
      @jogenhazarika8559 4 ปีที่แล้ว

      @@gwjwn3130 ১০০% সঁচা কথা কৈছে আপুনি ৷ সেইটোৱেই সকলোৱে ভৱা নাই

    • @gwjwn3130
      @gwjwn3130 4 ปีที่แล้ว

      @@jogenhazarika8559 Apuni bissak koranai nki?sai thakok axom muslimor hatot hobo ne nai,Kali bengalor uport korile nohobo nhoi.bahiror pora hoa mane bidekhi.kabak rakibo koja kabak kedibo koja tenekua kenekei hobo hoine nohoi?

    • @jogenhazarika8559
      @jogenhazarika8559 4 ปีที่แล้ว

      @@gwjwn3130 , একেবাৰে সঁচা কথা ৷ কিযে হব ভাৱি আচৰিত লাগে ৷ আমাৰ অসমীয়া সকল সহজ সৰল সেয়ে সকলোৱে সুবিধা লয় ৷ আৰু আমাৰ হিন্দু সকল একগোট নহয় চাব চোন কিছুমান সৰহভাগ মুছলমানেই কংগ্ৰেছকেই স্বাপৰ্ট কৰে এটাই কমেণ্ট কৰিলে চবেই সমৰ্থন কৰে সিহঁতৰ আমাৰ বিলাক আকৌ কি কব হিংসা কৰোঁতেই গ’ল আৰু ইজনে সিজনক ৷

    • @gwjwn3130
      @gwjwn3130 4 ปีที่แล้ว +1

      @@jogenhazarika8559 Hoi tar karone amr boro hokole kio bodoland dabi Kori ahise..apuni Bea napaba moi eta kotha kom apunalokor axomiai hingka pab buhut ase.belegor dangor hoato nibisare.apunaloke Jane jene Arunchal nagaland meghalaya tripura mizoram eibur kio axomor pora atori goisile axomiar Bea Bea bebohar oytasar neenda hingakar babe eibur atori jabo logia hoisile.pisot jiman tribal jonojati basa busa axomot boho baho Kori ahise xanti mote jiai thakiboloi hujok poanai.etiao tribal jonojati oxanti hisabot jiai asu..

  • @pradipkhanikar1089
    @pradipkhanikar1089 4 ปีที่แล้ว +1

    Right

  • @rukminidas3121
    @rukminidas3121 4 ปีที่แล้ว +1

    Xosa k sundor kotha koise Baideu'e

  • @sparx3079
    @sparx3079 4 ปีที่แล้ว +3

    I think majority of South Indian can speak English too. my teacher is from Kerala & I living in North India. Jai aai axom

  • @montubordoloi2177
    @montubordoloi2177 4 ปีที่แล้ว +5

    সচা কথা অসমত অসমীয়া ভাষা নাজানে

  • @KR-qd9hu
    @KR-qd9hu 4 ปีที่แล้ว +1

    Right ji koise akmot

  • @pranitadutta1665
    @pranitadutta1665 4 ปีที่แล้ว +7

    কাৰ্য্যলয় , অনুস্থান, প্ৰতিস্থান অসমীয়া ভাষা হব লাগিব।

  • @upanandabora8905
    @upanandabora8905 6 หลายเดือนก่อน

    Asamia. Khini. Delhit. Bhori. Chui. Thoka. Manuh. Beshi. Hol. Asam. Aru. Asamia. Bhal. Pura. Human. Kom. Babe. Asamor. Bilai. Nai. Thakiu. Pish. Pori. Aase. Bandorami. Beshi

  • @edupeak1289
    @edupeak1289 4 ปีที่แล้ว +1

    It is the golden chance to repeat the incident of 1983.

  • @abdulmannan7416
    @abdulmannan7416 4 ปีที่แล้ว +1

    Dada Aponi vol kotha koise 150000 nohoi gotai Axom Bakhi raej ase . Joi Ai Axom

  • @mayamathumaya8303
    @mayamathumaya8303 4 ปีที่แล้ว +4

    অসমৰ অসমীয়া ভাষাৰ চৰ্চ্চা কৰিব পৰা কোনো স্থানীয় চিন্তা বিদ দেখা নাপালোঁ

  • @rupanjaleedevi4151
    @rupanjaleedevi4151 4 ปีที่แล้ว +4

    কিমান জন শিক্ষিত মানুহে নিজৰ লʼৰা-ছোৱালীক অসমীয়া মাধ্যমৰ বিদ্যালয় ত পঢ়ায় ?

  • @ratandas7601
    @ratandas7601 4 ปีที่แล้ว

    Vabi chinti aibar audf k vte t dibo

  • @pankajB66
    @pankajB66 4 ปีที่แล้ว +3

    99% news reporters cannot speak Assamese correctly. 50% of them don't sound like Assamese at all.

    • @shaktidevibrahma476
      @shaktidevibrahma476 4 ปีที่แล้ว

      কাৰণ 99% সাংবাদিকেই নিবনুৱা, সংবিধানৰ চাৰিবেৰৰ কথা কয় কিন্তু সংবিধান কি বস্তু ?
      তাৰ উত্তৰ নাথাকে ।

  • @dilipphukan1143
    @dilipphukan1143 4 ปีที่แล้ว +1

    Nice jerifar ba

  • @nipabora4538
    @nipabora4538 4 ปีที่แล้ว +5

    আগতে সংশোধন কৰোতে আমি খবৰ নাপালো যে খবৰ টো দিয়ক ৰাইজক ।

  • @prityboro6096
    @prityboro6096 4 ปีที่แล้ว

    Yah bolane ke liye kitne paise milte hai

  • @pankajdibrugarh2232
    @pankajdibrugarh2232 4 ปีที่แล้ว +1

    Thik koise

  • @bornalikurmi2977
    @bornalikurmi2977 4 ปีที่แล้ว +2

    সচা কথা

  • @pallabideka2305
    @pallabideka2305 4 ปีที่แล้ว +3

    Akhomia vakha amr tezot ase gotike English medium scllt pohileu akhomia vakha xex nohoi.kintu bidekhi ahile akhomia vakha xextu hboi sclt.bengoli medium hb.tetia bujibo akhomia manuhe,tripura t hoisil bengoli mediam scll sytu kuneu najane nk.

  • @RashidulIslam-jt7wd
    @RashidulIslam-jt7wd 4 ปีที่แล้ว +1

    Val lagse

  • @sagarsinghsingh8311
    @sagarsinghsingh8311 4 ปีที่แล้ว +2

    Hoi akhomiya manuh buli halla kori thake kintu akhomiya kotha khuddha kobo nuyare

  • @bishwajitgohain2874
    @bishwajitgohain2874 4 ปีที่แล้ว +6

    Hosa kothai koise apunlke. Kn2 ata ktha ami vote knkoi snta dhrna dim hthat ahile sb akei hoi jai.vote amak tu to diboi lagibo nejnu kak vte dim ei br

  • @purabikolita5825
    @purabikolita5825 4 ปีที่แล้ว +2

    Thik kotha koise baydoi

  • @pinkiroy603
    @pinkiroy603 4 ปีที่แล้ว +1

    Prastuti baa ei bahut mullaban kotha koise..jay ashomi ai

  • @benukumbang5528
    @benukumbang5528 4 ปีที่แล้ว +22

    হয় , ভাষা নাথাকিলে জাতিৰ জীয়াই থকাৰ মূল্যই বা কি |

  • @dipuborgohain7348
    @dipuborgohain7348 4 ปีที่แล้ว +1

    সচা কথা কৈছে বা ।

  • @pallabideka2305
    @pallabideka2305 4 ปีที่แล้ว +1

    1971t tripurat hoi rol ajilu bongali vakha ruu xex hoi gol tat akhomia vakha

  • @satishkalita8516
    @satishkalita8516 4 ปีที่แล้ว

    আমাৰ ভূল যেনে আৱাহন থিয়েটাৰত একচেত্ৰী সম্ৰাট হৈ আনক বঞ্চিত কৰিছে । আগতে আন গ্লেমাৰে সূবিধা পাইছিল আজিকালিটো গোটেই খিনী আপুনিয়ে কৰে ।

  • @dkvlogs07
    @dkvlogs07 4 ปีที่แล้ว +1

    Bortoman sbei rajnoitik dol khula ktha ea vabi ase but jatio badi hokole political t namibo nalage krn political t hosa ru misa duitai koi solibo lagbo ttia jatia hongothon bur value nai kia hbo

  • @rahuldevnath5645
    @rahuldevnath5645 4 ปีที่แล้ว

    Bllllllllll ke laaaaaaaa Joh................

  • @kalpanadeka5001
    @kalpanadeka5001 4 ปีที่แล้ว +4

    Asomia MA baMajor thoka borok teacher korile asomiya bhakha kobloi xikib bhul nohowa koi.kaa ahile 80 jone asomia bhaxa nokole gusi jab asomia bhaxa.atiyai Guwahatit ba kisuman thait asomia kowa manuh kom.bhoy loga hoise

  • @debenborah2905
    @debenborah2905 4 ปีที่แล้ว +2

    প্ৰস্তুতি পৰাশৰলৈ বহুত-বহুত ধন্যবাদ।

  • @bitumunidas2086
    @bitumunidas2086 4 ปีที่แล้ว +1

    Bhal bujisa sis ilike you

  • @milansonowal9037
    @milansonowal9037 4 ปีที่แล้ว +1

    বাইদেউ! আপুনিয়েই দেখোন Town মুখী আৰু City মুখী বুলি ক'লে । চহৰমুখী বা নগৰমুখী বুলি ক'ব পাৰিলেহেতেঁন !

    • @milansonowal9037
      @milansonowal9037 4 ปีที่แล้ว

      মানে আপুনা আপুনি ওলাই যাই নহয়জানো ! গতিকে অভ্যাস কৰিব লাগিব ।

  • @maidangboro3319
    @maidangboro3319 4 ปีที่แล้ว

    Balor kotha

  • @dhirenkumardekadeka890
    @dhirenkumardekadeka890 4 ปีที่แล้ว

    Caa cab Kayri nalage amak jai ai Assam

  • @shantipriyachetia2980
    @shantipriyachetia2980 4 ปีที่แล้ว +1

    Agtei eibur thik hbo lgisil karn agtei jodi akhomt okhomiya vakhar solile heten tetiya eibur Dukh nhl heten....... Vale koisa tumi ba...... Bahirr jega burot njor vakhr bahire blg nkoi kintu ami akhomt te blege akhomiya vakha buji napabo buli ami blg vakha kobo logiya hoi...

  • @dipamoniboro3415
    @dipamoniboro3415 4 ปีที่แล้ว +5

    Khosa kotha koisa baa..aji kalir bohut uthi oha lora sualiye ..khudha axomiya buji napi..ba khobda tu kolu ..

  • @bishnudas316
    @bishnudas316 4 ปีที่แล้ว +1

    Kuney Kuney Assamese schoolot pohai Moi Assamese schoolot disu aru poisa nai English school OT pohabo dhoni manuh kisumaney English midiamot hey pohai pas moja etiya Oko buley akhomiya najaney

  • @moheshdas6324
    @moheshdas6324 4 ปีที่แล้ว +2

    Kintu ata kotha bohut dukh lage jotin bora I axomor axomia homajor pora bohut moron ador aru honman pale kintu aji oxomia bhakha r bipodor hokot axomor raijor agot mat namatile

  • @utpalbordoloi2973
    @utpalbordoloi2973 4 ปีที่แล้ว

    Tumalukak toka lage.ulai nahile tumalukar j bhat mariba seia ahisa ha ha ha..axomia bhasa eneu Basi thaka nai.nrct bhua nathire bahu lakh lakh bidekhir Nam sumal aru bahu swadekhi bad paril eku Kariba nuarila

  • @amalhojai3603
    @amalhojai3603 4 ปีที่แล้ว

    Barile kutei brithibit axomiya bhasha kor sun kutei bishwot kor axomiya manuh kune kiman axomiya bore English mediyam dhuni manuhor lorasuwali English buri dhoka ki axomiya ne ki

  • @milansonowal9037
    @milansonowal9037 4 ปีที่แล้ว +18

    অসমীয়া ভাষা ৰ মাজত ইংৰাজী শব্দ মাজত নকলেই হ'ল । আৰু ইংৰাজী ক'লে ইংৰাজীয়েই ক'ব লাগে ।

  • @rajmohanrabha2892
    @rajmohanrabha2892 4 ปีที่แล้ว +1

    Janmar pisote mammy mummy ,pappa pappa kune sikay ....val val pora huna kora townot thoka manuhbilake ...koi other language gaor manuhe nokoi ..

  • @wonderfulworld763
    @wonderfulworld763 4 ปีที่แล้ว

    Newes channel loi request ,jidore aiu actor loi eman homoi ,kotha koboloi time dise please ajon hadharon manuhoku time diba koboloi

  • @bipulrajbongshi2094
    @bipulrajbongshi2094 4 ปีที่แล้ว

    চাকৰি ২০ বছৰ কৰি দিব লাগে
    নহলে এজনে ২০ বছৰৰ পৰা চাকৰি কৰিব ৬০ বছৰলৈ
    মাজৰ লৰা ছোৱালী নিবনুৱা নহৈ কি হব |

  • @Jdjdjnxbxncndiicnck
    @Jdjdjnxbxncndiicnck 4 ปีที่แล้ว +13

    English medium school Assamot bondho kribo lage

    • @imzeedgogoi
      @imzeedgogoi 4 ปีที่แล้ว +1

      ১০০%সঁচা কথা...

    • @himporansonowal2096
      @himporansonowal2096 4 ปีที่แล้ว +2

      Bongali Medium schoolu bondho koribo lage

  • @CB-mj4hr
    @CB-mj4hr 4 ปีที่แล้ว

    Jar kuno documents ny heboro nagorikotto pabo pare jodi tar logot gaor manu hakhi diye so atuo upay ase postuti baay najane ,,2014 ate BJP koise sorkarot aahole nrc caa npr 3talak ram mondir 370 abilak menufasto koray ase abor nojonake assamor raije vut dise neki bjp k !!!!!!

  • @gwjwn3130
    @gwjwn3130 4 ปีที่แล้ว +1

    Hosa kotha nitsoy axomiar kub dangor bhul.karon agor porai ebur bidekir uport action loi nohoar karone hazar hazar bideki ahiboloi hujok pai ahise.eta kotha apunaloke axomor kilonjia tribal hokolok oniyai,oytasar,hingka,neenda Kori tribal jonojatik beleg beleg bhag bhag Kori bidekik adori ani thakiboloi jaaga di ahi axom tu nije axomiai dhongko Kori loise.judi bidekik nosoakei bidekik thakiboloi jaaga notoakei gutei kilonjia tribal nontribal ek hoi milijuli thakile ebur nohole heten..

  • @pujadaimary3664
    @pujadaimary3664 4 ปีที่แล้ว +1

    Hoi oh poha huna kri job pua nai aji loi amia

  • @pronobbarman2118
    @pronobbarman2118 4 ปีที่แล้ว +2

    Baido Apuni Thicka koisa.... Parila abar population r kotha tu o bhabi chabo axomot kar population kiman xonkala bari asa... Atea 35% hoisa Muslimor . Basi din nai aru 50% hoboloi. Aru tar pisot ki hobo next by next. Parila abar bhabi chabo aru. Matri bhaxar logot aru kiman j ki haruabo lagibo hoyto.

  • @bedabrat6466
    @bedabrat6466 4 ปีที่แล้ว +1

    Apuni buji powa nai

  • @nayan_konwarrr
    @nayan_konwarrr 4 ปีที่แล้ว +4

    ইমানৰ পিছতো যদি ২০২১ ত বিজেপি জিকে, তেতিয়া কিন্তু আমি অসমীয়া সোপাই... (ভাষা নাই)

  • @bishnubaruah9983
    @bishnubaruah9983 4 ปีที่แล้ว +9

    প্ৰস্তুতী বা আপোনী অসমীয়া ভাষাৰ সংবিধানীক কবছ উপৰত যি মতামত দিলা এই ক্ষেত্ৰত ময় একমত হব নোৱাৰিলো।
    কাৰণ এদিন ত্ৰিপুৰা জনসাধাৰণেও অসংকাৰ কৰিছিল নিজৰ ত্ৰিপুৰী ভাষাক লৈ।
    আজি কত গল সিহতৰ অসংকাৰ ?
    ত্ৰিপুৰী ভাষাৰ ঠাইত বাংলা ভাষা আজি ত্ৰিপুৰাৰ ৰাজ্যভাষা হল।
    আপোনাক শিল্পী সিচাপে মৰম লগতে শ্ৰদ্ধা কৰো কিন্তো অলাগতিয়াক কথা কলে ভাল নালাগে। CAB CAA আমাক নালাগে কিন্তো যদি আমাৰ অসমীয়া ভাষাৰ সংবিধানীক কবছ দিয়ে কিয় নলম।

    • @vishwadarpan2622
      @vishwadarpan2622 4 ปีที่แล้ว

      CAA ক কোনো জাতিৰ দালালে আতৰাব নোৱাৰে .স্পষ্ট কথা । ভাষাৰ চিন্তা কৰিব নালাগে ..ভাষাৰ কথা কোৱাবোৰেই ভাষাক অপমান কৰে । এটা কথা মনত ৰাখিব হিন্দু্স্থান ত হিন্দুৰ ওপৰত অত্যাচাৰ চলিবলৈ দিয়া নহব আৰু সংবিধানৰ মতে .. মহাত্মা গান্ধীয়ে এই নিষ্পেষিত হিন্দুৰ সুৰক্ষাৰ দায়িত্ব ভাৰতচৰকাৰৰ বুলি উল্লেখ কৰি গৈছে । কিন্ত্ত দুখৰ কথা যে লেতেৰা ৰাজনীতি কৰি ধৰমৰ কথা কৈ ভাষাৰ কথা কৈ .. কোটি কোটি বাংলামুছলীমৰ ক্ষেত্ৰত মৌন হৈ থকা ধুৰন্ধৰ বোৰে নিজমুলৰ হিন্দুৰ ওপৰত কথা কবলৈ যায়। SUPPORT CAA ... SAVE HINDUSTAN ..

    • @vishwadarpan2622
      @vishwadarpan2622 4 ปีที่แล้ว

      CAA কোনেও আতৰাব নোৱাৰে ... লাগিলে ধুৰন্ধৰ দালালে যিমানে ভাষাৰ কথা কৈ লেতেৰা ৰাজনীতি কৰি মাটিত বাগৰি বাগৰি নাকান্দক কিয়। SUPPORT CAA... SAVE HINDUSTAN

  • @manashinath3365
    @manashinath3365 4 ปีที่แล้ว +3

    সম্পূৰ্ণ শুদ্ধ কথা কৈছে ।

  • @PradipDas-qz8sr
    @PradipDas-qz8sr 4 ปีที่แล้ว

    Alehua okhomia.. Sarthopor okhomia.... Laj lage nijoke okhomia buli...

    • @Gamingzone-nt2hb
      @Gamingzone-nt2hb 4 ปีที่แล้ว +1

      Are you Assamese...not okhomia... Axomiya get it

  • @sentybkblogs9928
    @sentybkblogs9928 4 ปีที่แล้ว

    Cab caa akhomot hok ba nohok but northeast or bahira gute dekhot hobo Aytu khatang akhom khon second Kashmir bonibo nidibo haypineu dhyean rakhibo Jay I Akhom Jay hind

  • @NurulAmin-ol7nb
    @NurulAmin-ol7nb 4 ปีที่แล้ว +1

    Xsai koise apuni xuyorai diar babe

  • @kushalgogoi3821
    @kushalgogoi3821 4 ปีที่แล้ว

    আমি আমাৰ লৰা ছোৱালী বিলাকক ইংৰাজী স্কুলত এডমিচন দিওঁ, তেতিয়া আমাৰ ভাষা সংস্কৃতি উন্নতি হব ।