Juddha | Pran Deep | Sunit Gogoi | Bijoy Sankar | Rintu Choudhury | Assamese New Song 2024
ฝัง
- เผยแพร่เมื่อ 26 ธ.ค. 2023
- Contact for Live Shows : 9707891293
♪♪ Stream and Download ♪♪
----------------------------------------------------------------
Spotify: open.spotify.com/track/7bDBcC...
Wynk: wynk.in/u/37Gq74D62
JioSaavn: www.jiosaavn.com/song/juddha/...
Apple Music: / juddha
Amazon Music: music.amazon.com/albums/B0CR3...
Gaana: gaana.com/album/juddha
Singer
Pran Deep Hazarika
Ft. Ridipta Sharma
Lyrics : Sunit Gogoi
Composition: Pran Deep, (Traditional )
Music: Bijoy Sankar
Mixing: Palash Gogoi
Mastering: Diganta Bordoloi
Dhul,Khul,Taal : Pankaj Bora
Guitar,Lele : Rupam Sharma
Flute : Anjan Medhi
Pepa,Gogona : Pity Borah
BGM : Bijoy Sankar& Subhas Dohutia
Backing Vocals : Bijoy Sankar
Recorded at : Studio Orrange by (Dipankar Baishya/Moon da) , Studio Zero Db, Studio Kirili
Music Label: Prag Music Media
Photography : Akash Saikia
Poster : Parthajit Hira
VIDEO CREDITS*
Direction/choreography & Editing- Rintu Choudhury
Cast : Tridib Lahon,Sumki Kachari, Nirupam Saikia, Silpisikha Borah
Cinematography- Papu Deka
Colorist : Manash Kashyap, Dhanjit Das
Costume- Diplu Hazarika
Setting- Herok
Assistant director- Rimpy Das & munnaf Ali
Co-Actor :- Bhargav Hazarika,Chandeep Hazarika, Deepjyoti Das, Akash Saikia
Kitchen team - Bhagya Roy
Spot - Sultan & team
Production Manager- Dhan ( Jitu
Kitchen team - Bhagya Roy
[SOCIAL]
INSTAGRAM: / pran_deep_
Facebook: / prandeeparyan.hazarika
*Special Thanks to
Maa, Deuta, Abhinab Maut,Tanmoy Chekanidhara, Angshuman Borthakur, Sachin Baruah,Biren khaklari, Raagdeep Chetia, Jumon Bora, Meer Deep, Parthajit Hira, Chandeep Hazarika, Chandan Baruah ,Akash Saikia, Utpal Dutta, Rupankar Baruah, Janam Kashyap, Swagat , Monuj Boraik, Arnab Hazarika, Silpa Hazarika,Suvankar Das, Tushar, Kripal Saikia,Ankur Saikia Akshya Pritom, Pranab Jyoti Hazarika
ধন্যবাদ সকলোকে🙏🏼 - เพลง
বিগত বছৰকেইটাত আমাৰ গীতবোৰক আপোনালোকে দিয়া মৰম আদৰকেই সাৰথি কৰি এইবাৰ আগবঢ়াই দিলো "যুদ্ধ মৰমৰ" ! এয়া মোৰ জন্মদিনটোত আপোনালোকলৈ বুলি আপোনালোকে দিয়া মৰম আশীৰ্বাদবোৰৰ বিপৰীতে এক সামান্য প্ৰতি-উপহাৰ ! আশাকৰো নিজৰ ভাবি আদৰিব !! 🙏🙏🙏
সুন্দৰ হৈছে দেই। জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
Happy birthday prandeep da❤🎉
Happy birthday
ধুনীয়া ❤
Prandeep da babe ata like ❤
Aibar Magh bihut okol juddha a solile . Love from Tinsukia ❤❤❤
Rshdimc😮😊
ছয়গাঁওৰ ছোৱালী চুপতি নলবি চেনী পুঠি মাছ 😯❤ ছয়গাঁওৰ পৰা মৰম যাছিলো। ❤️🔥
Chhaygaon Boko nki bakuli
@@neelkumar3921hoi
🫶
Aru lage neykua upohar amak Dada ...Keep it up
আপোনাৰ প্ৰত্যেকটো গীতেই বহুত প্ৰিয় ❤ from baihata chariali.
Choreography আৰু Direction সঁচাইয়ে লেখত লৱ লগীয়া। সকলোৰে অভিনয় সুন্দৰ। শুভেচ্ছা থাকিল।
এইবাৰ মাঘ বিহুৰ পুৰা ধামাকা হ'ব prandip দাদা ।।দাদা কাৰণে সকলোৱে like Aru comments এটা কৰি দিব ধন্যবাদ ।। নামৰূপৰ পৰা মৰম যাছিলো
Gan tu huni bohut vl lagil prandeep da 😊😊😍😍😍
Moja
Congratulations 500k❤❤
যুদ্ধই হিলাব এইবাৰ... this line
যুদ্ধ হব.......
হবই যুদ্ধ
❤❤
❤❤❤ moja 🎉🎉
Ortho thoka geet aiburok koi prandeep da always fire 🔥 ♥️
এটা সুন্দৰ গান উপহাৰ দিলে প্ৰানদীপ দাই অসমবাসীক ❤
বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ প্ৰাণদ্বীপ দাৰ বাবে এটা like 👍
Bohut'val'song❤❤❤❤❤🎉
Mur dui basar sampurna nuhua suali joniyeu judha he suniba bisare anabarate,lots of love from nagaon
Pran deep dar a😊i gan tu vall lagil❤❤❤❤❤
I my gd pran daaa uffff you r legend❤ moi apunar karne Mori jaam❤😍😍😍😍😘😘😘😘
আমনি নলগা গান। এশবাৰ শুনিলেও/চালেও আমনি নালাগে। ভিডিঅ' বহুত সুন্দৰ হৈছে।
❤❤❤❤
Tq so😢albumstefacem keep
😊😊@MINIPHUKAN-wi9hh
সকলোৱে মৰম দিব প্ৰাণদ্বীপ দাক ❤ অতি সুন্দৰ দাদা ভাল লাগিল 🎉 এই বাৰ মাঘৰ বিহু 🔥 হবয়েই মানে ❤
BRO Maina odisha se .... Aasam ki song sunne me acha lagta hai ❤👏👏
Jullllllll❤❤🔥🔥🔥
বহুত সুন্দৰ হৈছে দেই প্ৰাণ দ্বীপ দা গীত টো🤗 মাঘৰ বিহু পালেহি গীত টো হিলাবলৈ এইবাৰ হে এইবাৰ❤️ ☺️
বুজাবলৈ ভাষাহীন বাদ বাকী জুই ❤🔥
লগতে ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো মৰমৰ দাদা 🎂💐
আগুৱাই যাওক তাৰ কামনা কৰিছো 🙏💗
Sasake zimn sunileo hepah napaly.. bhut val lagile gaan to suni...❤❤❤
Very beautiful voice. And keep up the good work !I love you and wish you all the best from Lakhimpur❤❤❤ 1:45
প্ৰাণদীপৰ গানবোৰ ভাল লাগে ❤। নৃত্য নিৰ্দেশনা খুবেই ধুনীয়া হৈছে। বহুত বহুত মৰম❤
পাগুৰি মৰা বায়নজন প্ৰাণদ্বীপ দা নহয়নে❤❤
Dhunia❤
Outstanding, বাকী একোৱই নকওঁ , এই বছৰৰ সকলতকৈ ওপৰত থাকিব.... thanks ❤
সদায়েই আপোনাক আৰু গীত বোৰ মৰম দিম ❤❤❤আগোৱাই গৈ থাকক🎉🎉❤❤
Moja
আপোনাৰ গানটো বহুত ভাল লাগিচে ❤❤❤❤
এইবাৰ মাঘ বিহুত যুদ্ধ❤ সকলোতে 😍
অতি সুন্দৰ হৈছে ভগৱানে আৰু শক্তি দিয়ক আগবাঢ়ি যাবলৈ নতুন বছৰৰ শুৱেছচা জনালোঁ আগন্তুক আহিব লগীয়া নতুন দিন বোৰত আৰু নতুন গান উপহাৰ দিবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,
Omg pran daa❤❤❤❤
My Favourite song ❤❤❤
আপোনাৰ কণ্ঠ আৰু music ইমান ধুনীয়া হৈছে কি কম আও 😍
গীতটো মই play কৰোতে মা পাকঘৰৰ পৰা কাম এৰি আহি দুবাৰ মান একেৰাহে শুনিলে 🎉
মায়ে আশীৰ্বাদ দিছে আপোনাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ❤
LOT'S OF LOVE FROM NAGAON❤
😊02❤😂😊
🎉😊😊j6
ভাল হৈছে ❤😊
If h
H7o
বিহু আহিল 💚
প্ৰাণদ্বীপ ও আহিল❤️❤️❤️
এই বছৰৰ শ্ৰেষ্ঠ বিহু গীত হৈ আছে এতিয়ালৈকে ❤❤❤
Sunit Gogoi's lyrics is mind-blowing as always.
❤বহুত ধুনীয়া লাগিলে গানটো ❤ প্ৰাণ দ্বীপ দা আপোনালৈ জন্ম দিনৰ শুভেচ্ছা থাকিল 🧁🎂🍼🍫🍦🎂🎂🎂🎂🎂
❤
যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰে ....uff line keita💖bhut bar xunilu.🫰
Dhunia song ❤ 🥰🥰
Superhit song ❤
''যুদ্ধ হব মৰমৰে''সেইকন uff 🎉❤❤❤
বৰ আশাৰে ৰৈ আছিলো ককাই আপোনাৰ এই গীতটোৰ বাবে🥰 সুন্দৰ হৈছে👌👌
👍👏
Dhuniya lagisa ❤❤
Prandeep daa mojja song love from bania para❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤
যুধ হব মৰমৰে যুধ হব যৌৱনৰ যুধ হব তয়াময়া যুধ হব দিয়া লোৱা❤❤
মোগলক ১৭ কটা অসম দেশত কিহৰ এইবোৰ ফকতীয়া মৰমৰ যুদ্ধ
🤮🤮🤮😡 😡😡
এইবাৰ বিহুৱানে পাত্তাই পোৱা নাই💯
যুদ্ধ on Fire❤🔥🤩💥
Mojja
Juddha song so beatiful❤😊
২০২৪ৰ এই মূহুৰ্তৰলৈকে সৰ্বাধিক জনপ্ৰিয় গান। বহুত ভাল লাগিল দে'ই গানটো শুনি।
❤ সকলোকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤❤❤❤
Seem to you ❤️❤️
I love u Assam from Nepal…. Mine birthplace Assamese people r very good ….. love u all mine Assam family ❤
Xundor💥❤
Mottu appi joni emn dhuniake nasise❤😘
উৰুকাৰ নিশা অসমৰ চুকে কুনে কেৱল Prandeep Dar যুদ্ধ ❤
Love from Tamulpur district ❤
😂😂😂😂
Nic song pren deep da
দেৰিকেই হ'লেও আপোনালৈ এটা মৰমৰ comment আৰু আগবাঢ়ি যোৱা
Moi ai 2 ai kom j just looking like wow 😍😍
😅😅😅😅😂😂😂😂😂😂😂😂
ইমান সুন্দৰ গীত,,, শুনি থাকিলেও হেপাহ নপলাই❤
Jar Pran Deep da favourite hoi like ata koribo😊
কি যে ভাল লাগিল, কবই নোৱাৰোঁ,,,,, নতুন নতুন উপহাৰ দি থাকিব এনেদৰে। এনেকুৱা যুদ্ধ হলে প্ৰেমৰ আমেজ থাকি যায় নহয় নে কি কয় ৰাইজ/প্ৰেমাকলুৱা সকল ???????? ❤
চেত
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊😊😊
Bal
@@kamalkalita8225 sau kimn dangr hoise dhan2?
@@LiliNath-fx9mr apunar neki? Gojise jod ubhali niok parlart ahi 🤭
যুদ্ধ হʼব মৰমৰে
যুদ্ধ হʼব যৌৱনৰে
যুদ্ধ হʼব তয়া-ময়া
যুদ্ধ হʼব দিয়া লোৱা
❤❤
❤
🫡🫡🫡
মজা❤❤
দাদা আপোনাৰ গীতবোৰে হৃদয় চুই যায় ।
নাচি নাচি আহি নাচনী পখিলা 🥰
হাঁহি হাঁহি খালী বুকুৰে কলিজা ❤️
Lead actress goraki ❣️...
প্ৰথম দেখিছোঁ, ultimate acting, expression।।। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
বাকী prandeep তুমিটো ভাই unique concept r জনক ।।। ❤
Moja ❤❤❤
Hsai bhut vl lagil❤❤❤❤❤❤
মজা প্ৰাণদ্বীপ দা অপেক্ষা কৰি আছিলো গীতটোৰ বাবে।তামাম লাগিল কিন্ত নতুন বছৰৰ ওপহাৰ।❤❤🤩🤩🤩...
What a transition from bihu to direct bhawna. Awesome prandeep da❤️
Dhunia lagisa
সুন্দৰ সৈছে। অসমৰ সকলো ৰাইজলৈ কেৰেলাৰ পৰা আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল 🙏
Beautiful concept and amazing video , best wishes to the entire team
Nitsoy. Val lagil
সঁচাকৈ মাঘত নাচিবলৈ ৰৈ আছো❤বহুত বহুত ভাল লাগিছে গানটে❤প্রতি বছৰৰ দৰে এইবাৰ বিহু প্রানদীপ দা জিন্দাবাদ❤
প্ৰতি বছৰেই প্ৰাণদ্বীপদাৰ নতুন গীতেৰে প্ৰীতিভোজ আৰু মাঘ বিহুত ধামাকা দিবলৈ ৰৈ থকা হয় 😃 এইবাৰ ফূৰ্তিৰ যুদ্ধ হ’ব 🤩😍 শুভাষা তোমালৈ 🫶🏻
Happy new year 2024
😢😊
❤😂🎉
Mesa k koisa de
Moja kela
Moja ❤
কি কম ককাই....…সঁচাই সাংঘাটিক হৈছে....🔥♥️
Mmmm😊😊
এইবাৰ নতুন বছৰ আৰু বিহুত যুদ্ধ হব অসমত❤❤❤
2:31 best ❤❤❤😊
Moja ❤❤❤❤❤
Pran deep daa is always trending & unique ✌️❤️😍
#juddha
মজা prandeep দা আগুৱাই যাওক
জয় আই অসম
"হাঁহি হাঁহি খালি মোৰে কলিজা উফফ"।। - এই শাৰী lyric শুনিলে আজিও মোৰ মন অতীতলৈ ঢাপলি মেলে । উফ... কি সু-মধুৰ আছিল দিনবোৰ।
Shudu ❤🎉🎉
Bor hundor hoise git to pran Deep da... moja moja jui 👌👌👌❤️❤️❤️💞💞💞💞💕💕💕🔥🔥🔥🔥🎵🎵🎵
Voice Always 🔥❤
Moja judho khon ❤❤
Feel love again...
আগন্তুক ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে❤
Outstanding , Love Form NJyoti Konwar Sivasagar 💓
Vhal lagil❤❤❤❤❤❤❤
I am form banglore but I love assamese song ❤
সুন্দৰ হৈছে ভাইটী গীত টো ❤❤❤❤🔥🔥🥰👌👍
WoW 😄😘🥰💐🤭☺️💃🕺👩❤️💋👨
Mur bhutt vl lage dada apunar aitu song
" যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰ ❤ কি কম এই দুটা লাইন ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে 😊 আশা কৰো প্ৰাণদিপ দাদা পৰা এনেকুৱা গানৰ আৰু !
Hoi neki ❤❤❤❤
@@rahulassam7268tumi pran deep da nhoi 😂
Good morning 🌞🌞🌞
I agree with you
সুন্দৰ দাদা যুদ্ধৰে আগুৱাই যাওক🎉❤