জীৱনত এদিন মদ খোৱা মানুহৰো লিভাৰ বেয়া হ’ব পাৰে? মহিলাই মদ খালে শৰীৰত কি হয়?
ฝัง
- เผยแพร่เมื่อ 17 ส.ค. 2023
- পূৰ্বৰ ভিডিঅ’- • মাৰাত্মক l আপোনাৰ শৰীৰ...
- গেষ্ট্ৰিক বুলি ভাবিছে কিন্তু হৈছে হাৰ্টৰ সমস্যা l আপুনিও নজনাকে হয়তো ভিতৰি এই সমস্যাত ভূগি আছে l
• গেষ্ট্ৰিক বুলি ভাবিছে ...
My contact details
For email- pranjal.pratim17@gmail.com
For instagram- prranjalphazarika
Dispur Hospitals Ganeshguri - วิทยาศาสตร์และเทคโนโลยี
ধন্যবাদ জনাইছো।মদৰ প্ৰতি আসক্তি থকা লোকসকলে এই Video টো চাই যেন। গোস্বামী চাৰ এজন অভিজ্ঞ ডক্তৰ।
সুন্দৰ দিহা পৰামৰ্শৰ বাবে চাৰক ধন্যবাদ জনালোঁ।
গোস্বামী ছাৰক বহুত বহুত ধন্যবাদ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো🙏প্ৰাঞ্জল দা আপোনাকো বহুত ধন্যবাদ।লিভাৰটো ভালে আছে নে নাই নে কিবা সমস্যা হৈ আছে জানিবলৈ প্ৰাথমিক কি পৰীক্ষা কৰিব লাগে অনুগ্ৰহ কৰি ছাৰৰ পৰা পৰামৰ্শ লৈ আমাক জনাব বুলি আশা ৰাখিলোঁ🙏
LFT test kra
Sir লৈ মোৰফালৰ পৰা ধন্যবাদ।
মোৰ কণমানী ছোৱালীজনীয়ে কানফুলী খাইছিল ৭ বছৰমান আগতে ছাৰৰ চিকিৎসা তথা মোক সাহস দিয়াৰ বাবে উপকাৰ সাধন পাইছো।
বহুত ধন্যবাদ ,এনেকুৱা vdo বোৰে বহুতৰ জীবন ৰক্ষা কৰিব বুলি ভাবো ।আজিকালি মদ্য পান কৰাটো এচাম ৰ বাবে ফেশ্বন ত পৰিণত হৈছে ।
প্ৰেৰণাদায়ক মন্তব্য৷ ভাল লাগিল মানুহৰ অজুহাতবোৰ জানি৷😊
Best video Needed at this time for all the generation.. Thank you Pranjal Da..
ভাল লাগিল দাদা আমি আপোনাৰ এই ভিডিঅ জৰিয়তে সকলোৱে সাৱধান হোৱা উচিত
সুন্দৰ মেচেজ ছাৰ আপোনাক ধন্যবাদ লগতে দাদাকো বহুত ভাল লাগিল
Thank you for your information and valuable advices.
Xundar advice & good thinking..god bless you sir .
বৰ সুন্দৰ বিষয় উপস্থাপন কৰিলে । ভাল লাগিল কথাবোৰ জানি ৷
ধুনীয়া অনুষ্ঠান. উপস্থাপনা বিষয়বস্তু সময়োপজোগি।
বৰ্তমান প্রজন্মৰ বাবে বহুত তথ্যসমৃদ্ধ ভিদিঅ ........ছাৰৰ বহুমূলীয়া পৰামৰ্শই নৱপ্ৰজন্মক সঠিক পথ দেখুৱাব বুলি আশা কৰিলো
Bor hundor vdo eta Salu,bohut dhainyabad utubar jonor logotype sir loiu dhainyabad thakil,
সুন্দৰ পৰামৰ্শ আগবঢ়ালে 🙏🙏
Kidney stone r ajon val doctor r pora alop information lage kenkekoi nuhuwa koribo pari. moi recently kidney stone operation kori ahisu bhut poisa gol.
এজন বৰ ভাল চিকিৎসক হিচাপে জানো। তেখেতলৈ নমস্কাৰ।
Then why state govt.of Assam has installed huge wine shop.
ভাল লাগিছে আপোনাৰ মতামত শুনি আজি বসুত নজনা কথা শিকিলোঁ ধন্যবাদ
বহুত বহুত ধন্যবাদ/ গোস্বামী ছাৰৰ লগতে আপোনাকো ধন্যবাদ জনাইছোঁ ❤❤
Bor bhal lagil Doctor Dadar Kotha khuni .
Very very big good advise.. BD sir top one GESTOLOGY
Video tu sai vl lagile lagate aapunak ru Bhabdev sir ko eman dhunia bujai diya babe dhanyabad janalu .
Thanks for valuable information...
ভাল মন্তব্য আগবঢ়ালে।
Best video.... Bahut najona kotha janilu. Thank you.
Sir r kothakhini bor val lagil🙏🙏
Very good suggestion of Dr.
Very informative video hazarika da.... thank you
Very good Pranjal
Tq.so.mach❤. Sir.বহুত ভাল লাগিল।
Sir মই মদ খোৱাৰ আগতে অলপ butter খাই লওঁ। মই ভাবো butter খাই ললে butter লিভাৰ ত লাগি যাব। যিহেতু ই তেলেটিয়া হাততে লাগি থাকে লিভাৰ টো লাগি থাকিব নিচয়। আৰু তেতিয়া মদ খালেও লিভাৰ ত লাগি পিচলী যাব আৰু লিভাৰ টো অনিষ্ট নহব। ঠিকে আছেনে মোৰ যুক্তিটো জনাব 🤗🤗🤗
Thank you sir good advice
বহুত উপকৃত ভিদিও ধন্যবাদ
Great massage
Good tingking sir🙏
বৰ ভাল চিকিৎসক বুলি সকলোৰে মুখত শুনিছোঁ ৷
মহাশয়, বহুত বহুত ভাল পালো ভগবানে আপোনাৰ মংগল কৰক ,তাকেই কামনা কৰিলো, লগতে দাদাৰো মংগল কামনা কৰিলো
Sir apuni dhuniya kotha koi se 👍👍👍👍
২০১৪ দিছপুৰ হস্পিটেল injection , bleeding , then ICU , unconscious for ১২ hours । finished my dream all my efforts। Thankyou।
Bahut vhal lagise dada, aenekua sir ajonr kotha buji palu..bahut dhanyawad
সুন্দৰ পৰামৰ্শ চাৰ ৷
Very good advice sir
Bohut vl advice
Sir val lgil video Tu sai. olp olp occationally khaislu.. Atiar pora hompurono arim sir.
😮
Very।good information Sir thankyou
sir apunar katha bur suni bahut val lagil 🙏
Very good advice
ভাল লাগিল পৰামৰ্শ বিলাক বহুতো মানুহ উপকৃত হব বুলি আশা ৰাখিলো ।
Hundar sir apunar kothar pora bhut kisu janibo parilu
ধন্যবাদ চাৰ ।
Bohut bohut bohut val lagil sri
Val..lagil...sir..apuni..vale..thakok.
Mur Hasband o admit hoi aace
Liver sirosis hoice.
Sir r prati biswas rakhi a admit karaicu.
Tathapio monat bhay aahe bhal hab na nai....
Sabe pray karib mur Swami r karane
You have offered the best advice for the alcohol used persons, thanks you Sir.
Thank you sir....So great advice....🙏🙏
Good advice
ভাল পৰামৰ্শ ছাৰ ।
Good Advise
Very very informative 👍👍
Bhal lagil video tu sai.
ধন্যবাদ জাইছো আপোনাক।
❤bahut val lagil thanku sir
Bhal lagil bht , moiu kom porimane khaisilu atia anuhusanat bhugisu , totaly baad dilu
বহুত ভাল উপদেশ দিলে ভাল লাগীল
ছাৰৰ কথা বতৰা ইমান সৰল বহুত ভাল লাগিছে৷৷ ছাৰৰ পৰা আৰু কিবা এটা ইন্টাৰভিউ ছাব পাম বুলি আশা থাকিল৷
Bohu bhal lagil sir❤❤❤
Very good information
আমাৰ ঘৰৰ ওছৰত এজন কাম কৰা মানুহ আছে ,কিন্তু মানুহ জন বত্তমান একে আছে,তেও মাল ইমান খাই তেওটো একো অসুবিধা হোৱা নাই।
ভাল লাগিল সচা কথাবোৰ শু নি
্আকৌ বেলেগ অনিষ্টকাৰক বিষয়ৰ ওপৰত ভিদি অ দিব । ধন্যবাদ দুয়ো জনলৈ ।
Dada heart doktor nambar to diboni
Very good information, খুব ভাল কৈ বুজাইছে,ধন্যবাদ
Bahut bahut dhanyabad sir apunk
I love u sir ...bohut val katha kole apuni ...jibilk manuh he mod khii asolote tar babe bohut acsidant houk ba kajia a houk xantii ni jibon tut
বৰ ভাল বিডিঅ এইখন
Great information video
ডাল লাগিলে ভিদিঅ টো 🙏🙏
Val lagil vdo tu.
ভাল লাগিল জানি। আজিকালি লিভাৰৰ সমস্যা বহুত হৈছে। মোৰ ভন্টি এজনী হৈ আছে।
Bhal lagil sir
Dhonyobaad ❤❤❤
Good advice.
মই দেখিছোঁ বহুতো মদ নখোৱা মানুহৰো লিভাৰ বেয়া হৈছে অথবা লিভাৰ চিৰোচিছ হৈছে । মোৰ এতিয়ালৈকে মদ খোৱা 43 বছৰ হল । প্ৰথম 10 বছৰ continue মদ সেৱন কৰা নাছিলো বাকী 33 বছৰ আৰু এতিয়ালৈকে মই সদায়েই মদ সেৱন কৰো । এতিয়ালৈকে মোৰ লিভাৰৰ বিসংগতি একো দেখা পোৱা নাই । সেয়েহে ছাৰৰ পৰা জানিব বিচাৰো মোৰ কিয় এতিয়ালৈকে একো হোৱা নাই । ভবিষ্যতে কিবা বিপদ হব পাৰে নেকি ?
Very good advice😊
Nice sharing 👌 Thank you ❤❤❤
Val lagil bohut sir
Nice sharing thank you sir
40 yrs runing Desi English but he is fit that's my father। And now he is continuously his job।and now his age 60+
Val lagil vdo to
Tnk u doctor sir for ur valuable advice 🎉🎉
This is called humanity.....very very tnk u doctor sir.......otherwise ajikali doctor bila k poisa krne .....aku vhal k bujai nokoi
@@jpmotivationaltips8480এদিন চেম্বাৰত বেমাৰী এজনক দেখাব নিব চোন। ব্যৱহাৰৰ আকাশ পাতালৰ পাৰ্থক্য দেখা পাব। মই এনে বহু ৰোগী লগ পাইছো যি এবাৰ গৈ দুবাৰ নাযাও বুলি কাণত ধৰিছে।
good advice sir
Bohut val lagil video tu shai.
Good information
Bhal lagil sir 🙏
Important video ❤️❤️
Great
Dada hunkale 100k houk tare akha korisu ❤
পুরা ভিডিঅ ছাইচু।দাদা ভাল লাগিছে। I'm from Goalpara
বহুত মানুষ আছে দাদা ganja গাই । এনে কয় এটা ভিডিঅ বনাই দিব। দাদা ❤
Tqq 🙏
বহুত ভাল। লিভাৰ বেয়া হোৱাৰ symptom বোৰ জনালে ভাল আছিল
Thank sir 🙏