🙏 নমস্কার দক্ষিণ পূব বা ঘরর দক্ষিণ দিশত প্রাকৃতিকভাবে হওক নাইবা অন্য কারবার বাড়ীর পুখুরী বা নাদ যদিহে অবস্থিত হয় তেন্তে এই ক্ষেত্রত নেগেটিভ প্রভাব পরিব নে নাই ।সেই বিষয়ে জনাবলৈ অনুরোধ জোনালো ।
Thanks for very useful tips. One thing I want to know is that I have 2 bedrooms, 1 drawing room, from which room should I look for south east or any other directions? Confused, plz enlighten.
Nice
ভাল নাগিল নম্বৰ টোদিব চোন
নমক্সাৰ
ভাল লাগিল ,অশেষ ধন্যবাদ জনালোঁ 🙏🏼🙏🏼
Sir AKOLU TIK ASE KINTU DIKBUR ASSAMISOT KOLE BAL
খুব ভাল লাগিল আপোনাৰ কথাবোৰ।ধন্যবাদ
অৰ্পন দা ভাল আদৰ্শ আগবঢ়ালে বহুত বিশ্বাস কৰিছো ধন্যবাদ ।
Jthanksto
You
Bhal lagil. Dhanyabad
বাস্তু সাস্তৰ এজনৰ লগত আন এজনৰ কথাৰ মিল পোৱা নেজায়, কাৰটো মানিম, সমস্যা
You are right
Thenk you mam bohut val lagil
পূব পচিম উওৰ দক্ষিণ হৈ কলে ভাল হয় বুজি পাবলৈ
গেছৰ তলত বগা রং থাকিলে কিবা হয় নেকি
Dkhin dikh tu xuhate hoi ne baohate hoi jnabosun
Bohut val lagil
Good Sharing
Ghorot belgash thokatu valne beya jonabo
Matir sakit jolab para na vimsini kopur?
আপুনি অসমীয়াত ক'লে বুজাত সুবিধা হয়
Thanku for adviced
Dhnyabad
Khub bhal lagil,
Bohut nojona kotha jabilu Val lagil
বহুত বহুত ধন্যবাদ বাইদেউ
Arpon dA SAPUNALOI DHONY BAD THAKIL.
Sir, লেট্ৰিন ঘৰৰ কোন দিশৰ কোন কোণত হব লাগে জনাব চোন ?
হয় বাইদেউ 🙏 নতুনকৈ আপোনাৰ ভিডিঅ'টো ছাইচো। ভাল লাগিল
Bohut bohut dhanyavaad
মমৰ চাকিটো ক'ত পাম জনাবচোন
Bohut val logil
চাৰ আপোনাক ভগৱানে কুশলে ৰাখক
আমাৰ ঘৰৰ দশিণ পূৱ কোনটোৰ বাহিৰে পানী সকলো ঠাইটে পানী একেবাৰে বেয়া মানে আইৰন আছে । এতিয়া মই কি কৰিব লাগিব উপায় এটা দিয়ে যেন ।
ভাল লাগিলে ধন্যবাদ
দুয়ো গৰাকীলৈ শুভেচ্ছা জনালোঁ।
Nice post thanks 🙏
G hi jz
টকা বেপৰোৱাহৈ পানীৰ নিছিনাকৈ খৰছ নকৰিলেই টকা সঞ্চয় হয় ৷ সৎ পন্থাৰে ঘটি অনা প্ৰতিটো টকাৰ এক সিকিৰ ভিতৰত দৈনন্দিন ঘৰ চলাবলৈ খৰচ কৰিব ৷ এক সিকি বুঢ়া কাললৈ সঞ্চয় কৰিব মানে লৰা ছোৱালীক পঢ়াই শুনাই তাহাতক সময়ত স্বাবলম্বী কৰাত খৰচ কৰিব ৷ এক সিকিৰে ধাৰ মাৰিব (মানে যি মাক বাপেকে আপোনাক পঢ়াই শুনাই সংসাৰৰ লায়ক বনালে তেওঁলোকত খৰছ কৰিব ৷ আৰু বাকী থকা সিকিটো পানীত পেলাই দিব মানে বিহু বহাগি বিদায় পুজা আদিত চান্দা দি শেষ কৰিব(কাৰণ চান্দা নিদিয়াকৈ এই সমাজত জিয়াই থকা টান ৷ ) দেখিব অভাব অনাতনৰ নোহোৱাকৈ মোতামোটি আপোনাৰ সংসাৰ চলি গৈছে ৷ আৰু চান্দা দিয়াৰ পৰা যদি মুৰ পোলোকা দিব পাৰে দেখিব আপোনাৰ টকাই টকা ৷
ঘৰত কোনো বিশেষ স্থানত পানী ৰাখিলে বা নেৰাখিলে ধনী অথবা দুখীয়া হোৱা মই কাকো দেখা নাই৷
কৰ্ম বিমুখৰ চান্দাৰ দাবি এখোপ চৰা -
অ মুনমুন সুন্দৰ 🌷
আমাৰ ঘৰত উত্তৰত লেটিন বাথৰুম আৰু পানী টেংকি আছে ইয়াৰ পতিকা দিবছোন৷
পশ্চিম মুখী ঘৰৰ পানীৰ টেংকি আৰু বৰিং কোন দিশত কৰিলে ভাল
Vary.good.Direson
Val lagil jani❤️❤️❤️
Jai shree ganesha 🙏🙏🙏
Thanks you
নমস্কাৰ। আপোনাৰ কথাবোৰ বৰ ভাল লাগে।
কল্পনা সেনগুপ্তা বৰুৱা।
ডিব্ৰুগড়
Aijonor sage toka bohut hoise. Hei karone studio t aahi belegokok gyan di aase
Karphur tor name ki
Thank you
Val lgil
🙏🏻🙏🏻🌹
Dhuniya lagise
ভাল লাগিল বৰ সহজ উপদেশ দিয়া বা বে
Nice vedio
🙏🙏🙏🙏
🙏🙏🙏
Good Nice
Sir no tu panne?
Bahut Val paiso sir
Sir kotha bilak assameseot bujai dile hokoluwe buji pabo thanku
Bathroom ot ki bastu thabo lage jonabsun
🙏 নমস্কার
দক্ষিণ পূব বা ঘরর দক্ষিণ দিশত প্রাকৃতিকভাবে হওক নাইবা অন্য কারবার বাড়ীর পুখুরী বা নাদ যদিহে অবস্থিত হয় তেন্তে এই ক্ষেত্রত নেগেটিভ প্রভাব পরিব নে নাই ।সেই বিষয়ে জনাবলৈ অনুরোধ জোনালো ।
টলেই ট কোন দিশত থাকিব লাখে।মোৰ ঘৰতো পূব পশ্চিম দিশত আছে
Dhoni manuhor kathahe koise.dukhiya manuhor kotah koua nai....eibilak kotah...amar logot nimile....
Amr bahor ghr apuni tu akol dhoni manuh Buro kotha he.koiase..
কথাখিনি অসমিয়া কব
মোৰ ঘৰৰ দক্ষিণ অংশত পানী motor আছে মানে পানী উথাও বেয়া নেকি জনাব ।
Mor dokhin disot letin bathroom ase potrikar babe ata upai dibo
আমাৰো আছে অগ্নিকোণত কিচেন। আমাৰ গ্ৰে কালাৰ শ্লেট আছে কি কৰিব লাগিব জনাবচোন
Gan gan pati ganeshay namo namah 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾
Nice vedio 😍😍😍
South East ot saptic ttank hole ki koribo lagibo koi diok sir
100% Right Dutta
Pani aaru paikhana kun dikhot hobo laga
apuni je rongr kotha kole kesa ghaar ki hbo....teoluke kenekoi rong maribo
দক্ষিণ বাদ দি পানীৰ সঠিক দিশ কি বাইদেউ ? লগতে লেটিন বাথৰূমৰ সঠিক স্থান জনাব নেকি
Mor maa hotr ghort south t ata dangar rajahua pukhuri ase . Kiba pratikar dibo sun.
24:38
Valalosanaksrisa
Thanks for very useful tips. One thing I want to know is that I have 2 bedrooms, 1 drawing room, from which room should I look for south east or any other directions? Confused, plz enlighten.
Vara ghor t south east wall t blue colour ase..ki koribo lagibo.upai diyok
Aami utar purbansolor manhu .takheta bhut speed kotha koi .aami bujat bhut nothin hoi. Alop lane dhire bujai dela bhut val pam.
Joy Shree Ganesh baba
Dada lora suwali huwar karone vastu tips dibo🙏🙏🙏
Sir tanky bonua hoi gol atia ki korib lagib kon
Dada patharar matit jodi phisari khanda jai teria o dikh vul Hale bipad aahiba neki
Arpon dai bujai deya kotha bur bujibolay amar tan hoi.asmisot bujai dele val pam
মই নতুন কৈ ঘৰ বনাই আছোঁ । লেট্ৰিন, বাথৰূম কোন দিশত বনাম । কীটচেন কোন দিশত বনাম , পানী কোন দিশৰ পৰা উলিয়াম । পূৱ , পশ্চিম ঘৰৰ আগ পিনৰ ৰাস্তা টু । ৰাস্তাৰ উত্তৰ পিনে মোৰ মাটি ।
Apuni nw corner t apuni kuwa matei sab asae kintu kio taka Nathaniel
val
lagil
Sir mur ghorot south West konat panir tap ase .kiba koti hoboneki sir ?
মই নিজৰ ঘৰত থকা নাই কৰ্মস্থানৰ কোৱাটাৰত আছো। ঘৰৰ মালিকে বনাই দিয়া বাথৰূম বা পাকঘৰ আছে কেনেকৈ ভাঙিম?
Mur bathroom south west corner t rent house thaku bedroom so kiba upai dibo neki
ভীম কপুৰৰ নামটো ভালদৰে বুজা নাই, বুজাই দিলে ভাল পাত ।
ছাৰ আমাৰ ঘৰৰ সমুখত এটুকুৰা মাটিত পুখুৰীৰ খান্দি থোৱা হৈ আছে ভাল নে কব চোন
Ki j kotha
ঘৰৰ উত্তৰ বা উত্তৰ পূব দিশত নেমুটেঙা গছ থাকিলে ভাল নে বেয়া জনাবচোন।
ছাৰ উওৰ । আৰু পশ্চিমৰ মাজৰ থাই দখত বাটৰোম পাৰিমনে। ছাৰ জনাবহূ।
Amr toilet tu uttor pubot ase bhagibou nuyarim atiya ki upai koribo lagibo .
Sir pub pasim utter dashin buli bujaidile val pam
Mm ni ft
mur kitchen 2 north west t ase moi ki karim janabo
Bath room loguwa bostu ki janabo🙏🏻
Apunalokor video sae boor bhal ĺagil.
Pub pashim uttr dakshin buli kole val hoy
Sar moy aponak lag pab bisaru
ফোন কৰি লব
মোৰ ঔষধৰ দোকান এখন আছে মুখ খন দক্ষিন ফালে মুখ কৰা এতিয়া নতুনকৈ ট্রাইলচ লগাম আৰু ফলচ চিলিং লগাম ফিলটাৰ,পানীৰ টেংকি, ডাক্টৰ চেম্বাৰ কাউন্টাৰটো কোনফালে দিম (দোকানলৈ সোমালে সোঁফালে থাকিবনে বাওঁফালে থাকিব|