Lettuce সহজতে কেনেকৈ কৰিব পাৰি (How to Easily Grow Lettuce)

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 9

  • @rishahussain659
    @rishahussain659 5 หลายเดือนก่อน

    Bhut dhuniya hoise

  • @apurbakalita6918
    @apurbakalita6918 6 หลายเดือนก่อน

    বঢ়িয়া লাগিল

  • @snigdhabordoloi1985
    @snigdhabordoloi1985 6 หลายเดือนก่อน

    দাদা আপোনাৰ ভিডিঅ বোৰ আজি প্ৰথম চাইছোঁ.. বৰ সুন্দৰকৈ আৰু সহজকৈ কেনেকৈ পাচলিৰ খেতি কৰিব পাৰি বুজাই দিছে ভাল লাগিছে চাই ঘৰতে জেগা কম যদিও দুই এটা শাকপাচলি কৰোঁ এতিয়াৰ পৰা আপোনাৰ ভিডিঅ বোৰ চাই কৰিবলৈ সহজ হব।

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน +1

      খুব ভাল কথা।মাটি নাথাকিলেও ঘৰতে কেনেকৈ জৈৱিক পদ্ধতিত ঘৰৰ পাচলিখিনি উৎপাদন কৰি ল'ব পাৰি, সেই বিষয়ত আমাৰ অভিজ্ঞতাখিনি share কৰিছোঁ। ইয়াৰ দ্বাৰা কাৰোবাৰ যদি অকণমান কামত আহে তেতিয়া আমাৰ উদ্দেশ্যে সফল হ'ব।যাৰ ফুলৰ খেতি কৰাৰ অভিজ্ঞতা আছে, তেওঁ লোকৰ বাবে পাচলিৰ খেতি কৰাটো তেনেই সহজ। কেৱল অকণমান ধৈৰ্য আৰু মনোবল লাগে। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ। শুভেচ্ছা থাকিল।

    • @snigdhabordoloi1985
      @snigdhabordoloi1985 6 หลายเดือนก่อน

      ধন্যবাদ দাদা

  • @Poranboroshortvlogs
    @Poranboroshortvlogs 2 หลายเดือนก่อน

    Kura eyar bij tu kot powa jai

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 หลายเดือนก่อน

      @@Poranboroshortvlogs নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।