Assam News: সহস্ৰাধিক লোকে একপ্ৰকাৰ ঘেৰ ধৰি একপ্ৰকাৰ অপদস্থ কৰিলে স্থানীয় বিধায়গৰাকীক

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • কলিয়াবৰৰ হাতীমূৰা মথাউৰি ভঙাক লৈ বুধবাৰে সহস্ৰাধিক লোকে একপ্ৰকাৰ ঘেৰ ধৰি একপ্ৰকাৰ অপদস্থ কৰিলে স্থানীয় বিধায়গৰাকীক। প্ৰাকৃতিক বিপৰ্যয়ৰ পাছতো হঠাত কিয় এনেদৰে জ্যেষ্ঠ নেতাগৰাকী সন্মুখীন হল গণৰোষৰ?
    #assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 186

  • @abhinandansaikia4780
    @abhinandansaikia4780 14 ชั่วโมงที่ผ่านมา +85

    ৩০ বছৰ কেৱল লুটিছে।।।

  • @Hun123pmmp73
    @Hun123pmmp73 14 ชั่วโมงที่ผ่านมา +18

    কাইলৈ কিবা নতুনকে লাখ পতিয়া scheme উলিয়ালেই সকলো পাহৰি যাব,,,, সেয়ে ভোট দিয়া সময়ত টকাৰ সলনি নিজৰ ঘৰৰ আশেপাশে থকা সমস্যা বিলাককো গুৰুত্ব দিব লাগে

  • @sunilkonwar672
    @sunilkonwar672 14 ชั่วโมงที่ผ่านมา +71

    Election সময়ত আপোনালোকে মেখেলা দাঙি নাচিব আৰু কব আকৌ এবাৰ মোদী চৰকাৰ বুলি

  • @kishoridas6447
    @kishoridas6447 14 ชั่วโมงที่ผ่านมา +29

    বানপানী শেষ হলে আমি সকলো পাহৰি যাম।

  • @janardanbora2803
    @janardanbora2803 14 ชั่วโมงที่ผ่านมา +18

    সমষ্টি বাসীৰ দুখ বুলি ভাবো মই কাৰণ একেই জন মানুহক যদি বাৰে বাৰে জিকাই থাকে এনে হোৱাটো স্বাভাৱিক বুলি ভাবো এইবোৰক সলনি কৰক আৰু

  • @huntideka1067
    @huntideka1067 14 ชั่วโมงที่ผ่านมา +42

    ১২৫০ টকা আৰু ১ লাখ টকা বাইদেউ . এনেও জিকিব. নিৰ্লজ্জ

  • @sadeksaikia8168
    @sadeksaikia8168 14 ชั่วโมงที่ผ่านมา +15

    আকৌ ইয়াকে জিকাব ।

  • @lakhiprasadgoswami5938
    @lakhiprasadgoswami5938 14 ชั่วโมงที่ผ่านมา +28

    চৈদ্ধ পুৰুষ লৈ গোটাই ললে ।

  • @anjankalita3742
    @anjankalita3742 14 ชั่วโมงที่ผ่านมา +4

    সুন্দৰ ৰাইজ

  • @commenti5459
    @commenti5459 14 ชั่วโมงที่ผ่านมา +14

    ভোট ৰাইজেই দিছে

  • @4u206
    @4u206 14 ชั่วโมงที่ผ่านมา +9

    অসমীয়াই অসমৰ সত্ৰু

  • @BhabenChDas-xi5yc
    @BhabenChDas-xi5yc 14 ชั่วโมงที่ผ่านมา +5

    কেশৱ মহন্তৰ পৰিয়ালটোৱে ভালকৈ লুটিছে

  • @user-bo3mh8pl2y
    @user-bo3mh8pl2y 14 ชั่วโมงที่ผ่านมา +5

    কিছুমান ৰাজনৈতিক নেতাৰ কাৰনে অসমৰ বানপানী সোনৰ কনী পৰা হাহৰ নিছিনা।

  • @dwipenbarman1313
    @dwipenbarman1313 14 ชั่วโมงที่ผ่านมา +4

    বানপানী যোৱাৰ পিছত পদুম ফুল ৰোবাৰ ব্যবস্থা নেকি ?অৰুণদয়ো নালাগে বানপানীও নালাগে ?

  • @pratulkumarsaikia8110
    @pratulkumarsaikia8110 14 ชั่วโมงที่ผ่านมา +10

    অপদাৰ্থ মন্ত্ৰী, ভায়েকৰ উন্নতি হ'লে , অসমৰ উন্নতি।

  • @shristiyasultana2079
    @shristiyasultana2079 14 ชั่วโมงที่ผ่านมา +2

    সচা ৰাজনীতি নকৰিলে সকলো ৰাজনৈতিক নেতাৰ এদিন এনেকৈ বেয়া দিন আহিবা।

  • @puspadhardowarah1932
    @puspadhardowarah1932 14 ชั่วโมงที่ผ่านมา +12

    Thank to the people of Kaliabor.

  • @anantabhuyan6643
    @anantabhuyan6643 14 ชั่วโมงที่ผ่านมา +7

    আজি কান্দিলে কি হব আকৌ একেজন মানুহকে ভোট দিব ৷ ভায়েকক ঠিকা দিয়াই কাম নিকি ভালদৰে কাম কৰিলে কিয় মথাউৰি নাভাঙিলে হয়

  • @diliphazarika8581
    @diliphazarika8581 14 ชั่วโมงที่ผ่านมา +20

    ২০২৬ চনৰ নিৰ্বাচনলৈ মনত থাকিব নে পাহৰিব

  • @puspalgogoi1363
    @puspalgogoi1363 14 ชั่วโมงที่ผ่านมา +6

    ৰাইজ 2026 তেওঁক উত্তৰ তো দি দিয়ক