উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰী ৰূপ, বলিয়া বানে প্ৰাণ ললে ৩৫ গৰাকীকৈ লোকৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • 📌ৰাজ্যজুৰি বানৰ মহাপ্ৰলয়। বলিয়া বানে প্ৰাণ ললে ৩৫ গৰাকীকৈ লোকৰ। ৰাজ্যৰ ২৮খন জিলাৰ ১১ লাখ লোক ক্ষতিগ্ৰস্ত। সংহাৰী বানত সৰ্বস্বান্ত লোকৰ হাহাকাৰ। উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰী ৰূপ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 14

  • @aparajitatamuli7273
    @aparajitatamuli7273 23 วันที่ผ่านมา +16

    অসমীয়া জাতি জনগোষ্ঠী এনেদৰেই শেষ হৈ নাইকিয়া হৈ যাব যেন অনুভৱ হৈছে 😢❤,প্ৰতি বছৰে বছৰে এইদৰে ভুগি ভূগি 😢😢 এইয়াই নেকি জনপ্রতিনি ধিৰ সমাজৰ প্ৰতি কৰা উন্নয়নৰ নমুনা,বছৰ বছৰ ধৰি

  • @dipankarsarma7368
    @dipankarsarma7368 23 วันที่ผ่านมา +9

    মামাৰ তলি উদং নিজকে নুকুলাই আমাক কেনেকৈ দিব

  • @ANJANA1324
    @ANJANA1324 23 วันที่ผ่านมา +7

    বান আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি

  • @bhaitidoley5696
    @bhaitidoley5696 23 วันที่ผ่านมา +8

    Aru bjp vote dibi

    • @urmideka2292
      @urmideka2292 23 วันที่ผ่านมา

      Ummmm paa mosola.

  • @yogiapurbanath4617
    @yogiapurbanath4617 23 วันที่ผ่านมา +2

    Akow abar modi sarkar...paa moja tu...😂😁😁😁😀😀

  • @MaoBourah
    @MaoBourah 23 วันที่ผ่านมา +3

    Banpamit laznokoreb had pen pindhok mekhela donngtkoi

  • @PM-gw1ou
    @PM-gw1ou 22 วันที่ผ่านมา

    মঠাউৰিবোৰ উঠাই দিব লাগে। তেতিয়া এনেকুৱা অৱস্থা নহয়।

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq 22 วันที่ผ่านมา +1

    😂😂

  • @joshnaray3117
    @joshnaray3117 21 วันที่ผ่านมา

    কুনে কি কৰব ওপৰৰ মালে লেকচাৰ জে মাৰি থাকে বান পানী বোধ কৰাব নোৱাৰে নিকি

  • @kanikabarman4406
    @kanikabarman4406 23 วันที่ผ่านมา

    Barun devotak Puja korani aru

  • @user-eg6zg6mx7g
    @user-eg6zg6mx7g 22 วันที่ผ่านมา +1

    Aitu fokotia...