Assam News: ৰাইজৰ দুৰ্যোগৰ সময়ত বহিঃৰাষ্ট্ৰত বিলাস ভ্ৰমণ বিধায়ক জিতু গোস্বামীৰ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.ค. 2024
  • এটা মাহতে তিনিটা আৰু ১২ দিনৰ ব্যৱধানত দ্বিতীয়টো বানত হাহাকাৰ বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ লোকৰ। অথচ ৰাইজৰ দুৰ্যোগৰ সময়ত বহিঃৰাষ্ট্ৰত বিলাস ভ্ৰমণ বিধায়ক জিতু গোস্বামীৰ।
    #assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 134

  • @pranjal1393
    @pranjal1393 23 วันที่ผ่านมา +35

    বাঃ বাঃ অসমে সঁচাকৈ উন্নতি কৰিলে, ৰজাই লগুণ দিয়নি থাইলেণ্ডত পাতিব পৰা দিন আহিল। ❤
    অসম ভবাতকৈ বহুত আগবাঢ়ি গল।

  • @bipulborah2193
    @bipulborah2193 23 วันที่ผ่านมา +44

    এনে MLA ১০ জন থাকিলে অসম আৰু উন্নতি হব।

  • @abhinandansaikia4780
    @abhinandansaikia4780 23 วันที่ผ่านมา +23

    আকৌ এবাৰ জিকিব
    অৰুণোদয় বুলিলে দৌৰি কিয় যায়?????

  • @ranjitgowsami7891
    @ranjitgowsami7891 23 วันที่ผ่านมา +21

    জাতি মাটি ভেটিৰ চৰকাৰৰ, ভালে হৈছে ৰাইজেও পাব লাগে

  • @sadeksaikia8168
    @sadeksaikia8168 23 วันที่ผ่านมา +17

    ভোট লৈ পুণৰ এইজনেই জিকিব চাই থাকক। এইবোৰ বকি লাভ নাই। সময়ত সকলো পাহৰি যাব।

    • @rajeshhazarika1663
      @rajeshhazarika1663 23 วันที่ผ่านมา +1

      একদম ঠিক কথা

  • @dilipgogoi3682
    @dilipgogoi3682 23 วันที่ผ่านมา +19

    এনেকুৱা মানুহক কিয় ভোট দিছিল? দূষ তেওৰ নহয়!

  • @sashibhatta5198
    @sashibhatta5198 23 วันที่ผ่านมา +32

    2026 চনত আকৌ তেৱেঁই টিকট পাব, জিকিবও ৷ চলাহী কথাৰে মুহি পেলাব ভোটাৰক ৷

  • @pankajhhazarika8158
    @pankajhhazarika8158 23 วันที่ผ่านมา +12

    ২০২৬ ত আকৌ এই জন মানুহকে এই সকল ভোটাৰে নকে ভোট দি বিধান সভালৈ পথাব।

  • @junjyotigogoi5074
    @junjyotigogoi5074 23 วันที่ผ่านมา +12

    ভালেই হৈছে । বানপানীৰ পৰা তেখেতে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে । Self sefety first.

  • @manashsvlogs8194
    @manashsvlogs8194 23 วันที่ผ่านมา +8

    1250 toka jindabad

  • @pratibhasandhan
    @pratibhasandhan 23 วันที่ผ่านมา +14

    সভাপতি মহোদয়ৰ পাছত ডিঙি মেলি থকাতো আছু পাত চেলেকাটো চোন

  • @manashsvlogs8194
    @manashsvlogs8194 23 วันที่ผ่านมา +7

    Lakhpoti baidow jindabad

  • @JIRI138
    @JIRI138 23 วันที่ผ่านมา +8

    এনেকুৱা অপদাৰ্থ ফফলাকান্তক নেতা পাতিলে ৰাইজে ইয়াতকৈ কি বেছি আশা কৰিব পাৰে.

  • @kishoridas6447
    @kishoridas6447 23 วันที่ผ่านมา +5

    সময়ত আমি সকলো পাহৰি যায়।

  • @binoykalita7597
    @binoykalita7597 23 วันที่ผ่านมา +11

    ৰাইজৰ ধনেৰে বিলাস।লগুন দিয়নি পতাটো ব্যক্তিগতভাবে পাতিব পাৰে তাত কাৰোৱেই দ্বিমত থাকিব নোৱাৰে। কিন্তু তেওঁ ৰাইজৰ প্ৰতিনিধি, গতিকে সমষ্টিৰ কথা ভাবিব লাগে।

    • @bkp9774
      @bkp9774 22 วันที่ผ่านมา

      আহিব , বানপানী হৈছে, থাইলেণ্ডৰ পৰা কেনেকৈ আহিব। নাও বিচাৰি পোৱা নাই ।

  • @ManasSarmah
    @ManasSarmah 23 วันที่ผ่านมา +12

    প্ৰফুল্ল কুমাৰ মহন্তই ভাল আছিল।

    • @nabanitadas3198
      @nabanitadas3198 23 วันที่ผ่านมา +4

      Gupto hoitar nayak

    • @user-yo9hn4md4j
      @user-yo9hn4md4j 23 วันที่ผ่านมา

      মাইকী মাছ খাই খুউব ভাল পাইছিল বোলে !

    • @rajeshhazarika1663
      @rajeshhazarika1663 23 วันที่ผ่านมา

      ​@@user-yo9hn4md4j😂

    • @RatulBorah-xk6ir
      @RatulBorah-xk6ir 17 วันที่ผ่านมา

      মহন্তই দলৰ টিকট নাপালেও নির্দলীয়কৈ 26ত নির্বাচত অৱর্তীন্ন হওক.. ৰঘুমলা দল বাদ দিয়ক

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 22 วันที่ผ่านมา +4

    ৰাইজ আপোনালোকে ৫০০ টকা দেখা পালেই আকৌ ভোত দিব ...

  • @probinkumarkakati6151
    @probinkumarkakati6151 23 วันที่ผ่านมา +14

    এইমানুহখিনিৰ বাবেই BJPৰ দলৰ বিপদঘন্তা বাজিব কিন্তুু মনত ৰাখিৱ ?

  • @ktamuli6
    @ktamuli6 23 วันที่ผ่านมา +5

    Aru lagibone unnoyan . Bujibor hall raij .

  • @dipmoninath2141
    @dipmoninath2141 23 วันที่ผ่านมา +4

    টিকেট দিব নালাগে আৰু পিছৰ বাৰ

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage9099 23 วันที่ผ่านมา +8

    Thailand t thakok 😂😂😂mal ase tate

    • @rajeshhazarika1663
      @rajeshhazarika1663 23 วันที่ผ่านมา +3

      😂মালিচ কৰি আছে আকৌ

  • @ramenbasumatary591
    @ramenbasumatary591 23 วันที่ผ่านมา +4

    Thiland malish kori goise .rammmmmmmmmmmm

  • @user-jq1pb7vv5c
    @user-jq1pb7vv5c 23 วันที่ผ่านมา +4

    26 t doliyai dibo lge

  • @girishchtalukdar2574
    @girishchtalukdar2574 23 วันที่ผ่านมา +3

    Nonsense MLA

  • @dasp1232
    @dasp1232 22 วันที่ผ่านมา +3

    অসমৰ কিছুমান ভোটাৰৰ কথানো কি কম।😢😢

  • @mayurranjan2889
    @mayurranjan2889 23 วันที่ผ่านมา +4

    Election hole sob pahori jao…

  • @ganeshmazumdar6053
    @ganeshmazumdar6053 18 วันที่ผ่านมา +1

    এনেকুৱা দায়িত্বহীন মানুহক ভোট দিয়াৰ প্ৰায়চিত্ত কৰক ভোটদাতাই।

  • @rajubaruah6140
    @rajubaruah6140 22 วันที่ผ่านมา +1

    অসমৰ যে উন্নতি হৈছে এয়াই প্ৰমান।

  • @hritamkashyap
    @hritamkashyap 22 วันที่ผ่านมา +3

    পাটায়াত লগুণ দিয়নি
    হে ৰাম অসমত মঠ মন্দিৰৰ অভাৱ হল নেকি

    • @bkp9774
      @bkp9774 22 วันที่ผ่านมา

      লগুণ দিয়া দিনত কিয় বানপানী আহিব লাগে ? গতিকে বানপানীৰ হে দোষ । এজন মহান MLA ৰ পুতেকৰ লগুণ দিয়া হৈছে, তাকো ফৰেইনত, বুজিব লাগে 😊😊😊

    • @hritamkashyap
      @hritamkashyap 22 วันที่ผ่านมา

      @@bkp9774 বেছিভাগে পাটায়াত কি কৰিব গৈছে সেইটো কাৰো পৰা লুকাই থকা নাই

  • @Randeep-kb1xh
    @Randeep-kb1xh 23 วันที่ผ่านมา +1

    এইবোৰে ৰাজনীতি কৰে জীৱন উপভোগ কৰিব লৈ ৰাইজৰ সেৱা বাবে নহয় । এইবোৰে জানে বুজে যে এবাৰ কিবা কৈ বিধায়ক হৈ লব পাৰিলে কি লাগে ৫ বছৰত কিমান কোটি টকা লুটি লয় হিচাপ কৰা টান তাৰ পিছত কেইবা পুৰুষে দিন ৰাতি শুই বহি মাছে মঙহ দৈ ক্ৰীম মাখন খাব দেশ বিদেশ সকলোতে বিলাসী ঘৰ, বাহন কি লাগে আৰু জীৱনত ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 18 วันที่ผ่านมา

    সাধু কথাত শিয়ালৰ নিচিনাকৈ শহাকো বৰ টেঙৰ বুলি দেখুৱাই।আকৌ শহাই খুব কথা পাহৰে বুলিও এটি জনৰব আছে।ঠিক তেনেকৈ অসমীয়া মানুহে খুব কথা পাহৰে বুলিও মোৰ"বোধেৰে কয়।ইয়াৰ কাৰণটো বোধহয় অসমীয়া জাতিটো/সম্প্ৰদায়টো অন্য"সম্প্ৰদায়ৰ তুলনাত এলেহুৱা;পৰমুখাপেক্ষী;আঠুমূৰাত সোণ বিচৰা বিধৰ। সেয়ে অলপ টোপ দেখুৱালেই সহজে ভোল যায়।বোধহয় ২০২৬ ত এইবোৰ একেবাৰে পাহৰিব"যেন লাগিছে।বাৰু মইয়ো পৰীক্ষা"কৰিম!!!

  • @PKAssamTech
    @PKAssamTech 22 วันที่ผ่านมา

    Verry nice

  • @Rana-hg8hg
    @Rana-hg8hg 20 วันที่ผ่านมา

    😮

  • @rlrajibhussain4244
    @rlrajibhussain4244 22 วันที่ผ่านมา

    Good

  • @ipshita9737
    @ipshita9737 19 วันที่ผ่านมา +1

    গোঁসাই বামুন এইবোৰ বহুত লেতেৰা বস্তু

  • @Theuncutnature2023
    @Theuncutnature2023 23 วันที่ผ่านมา +1

    Real representative nhoi.

  • @bhu856
    @bhu856 23 วันที่ผ่านมา +1

    Himanta ki vai ki hoi ase eisob bjp t answer dibo

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v 23 วันที่ผ่านมา +4

    Bonora mla

  • @mukulbaruah1833
    @mukulbaruah1833 23 วันที่ผ่านมา +1

    Axom khon atia amuthimaan sayambhu eswarar hatot. Sayambhu eswar a raijor upakar nakore. Ihat hol prithibir vitarat no1 swarthi.

  • @debasishbora7611
    @debasishbora7611 16 วันที่ผ่านมา

    Next congress

  • @pintuzofficial4252
    @pintuzofficial4252 22 วันที่ผ่านมา

    Hey Bhogoban 🙏 Plz help 🙏

  • @SaratiPraja
    @SaratiPraja 17 วันที่ผ่านมา

    Sellute my repoter brothers

  • @pushparajan9084
    @pushparajan9084 22 วันที่ผ่านมา

    Mlak online attendence diok......
    Publikor servent hoi ki kori ase

  • @himangshudas544
    @himangshudas544 22 วันที่ผ่านมา

    আকৌ এবাৰ

  • @kabitabhuyan545
    @kabitabhuyan545 23 วันที่ผ่านมา +1

    বিনাশ

  • @umanondaboruah3415
    @umanondaboruah3415 20 วันที่ผ่านมา

    আকৌ এবাৰ জিকাই দিলেই হল ।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 20 วันที่ผ่านมา

    ই ভি এম থাকিলে এই বোৰ জিকিব

  • @ashishdas9636
    @ashishdas9636 23 วันที่ผ่านมา +1

    He should be kicked out from his constituency.

  • @radhachura11
    @radhachura11 20 วันที่ผ่านมา

    Smart mla😂

  • @anirudhakalita4041
    @anirudhakalita4041 22 วันที่ผ่านมา

    কোনোবা‌ বিধায়ক বিদেশত গলে বিধানসভাৰ অধ্যক্ষৰ পৰা noc লব লাগে নিয়ম মতে।

  • @manashkalita8546
    @manashkalita8546 20 วันที่ผ่านมา

    😅 enjoy

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 15 วันที่ผ่านมา

    This is the character of rightist. Having least knowledge of political science no one will stay with bjp. They should read some books of political science, they should know different forms of governments......

  • @BabuDas-ci7mi
    @BabuDas-ci7mi 22 วันที่ผ่านมา

    Tansfar dibo lagibo 26

  • @shamimakhter6409
    @shamimakhter6409 23 วันที่ผ่านมา +1

    Ami bhugi asu baanpani t. Aru ami vote di ai hokolok gaddi t bohai , amak bhugibo loi dise. Jagrat howk raij . Flood basare basare ahe , fund r Toka loi ura mare .

  • @dkkumardhiraj6920
    @dkkumardhiraj6920 22 วันที่ผ่านมา

    মহন্ত এৰি তাক দিয়া ভাল কৰিছে

  • @user-in8vm2el6r
    @user-in8vm2el6r 22 วันที่ผ่านมา

    যোৱা কালি বানাক্ৰান্তই কলিয়াবৰত ক্ষোভ দেখাই দিলে। বঢ়মপুৰবাসী নিমাত হ'লে পিছত অসুবিধাত পৰিব

  • @amiyokumardas9048
    @amiyokumardas9048 23 วันที่ผ่านมา +1

    Very bad
    It shoud not be

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 22 วันที่ผ่านมา

    বিদায় দিলে হে ৰাইজৰ দুখ পাতলিব।

  • @siranjibsaha518
    @siranjibsaha518 18 วันที่ผ่านมา

    If MLA is enjoying their life or not doing their work for public or nation then Assam is not to be developing state.. it's became flood prone area soon.

  • @shankarborah6040
    @shankarborah6040 22 วันที่ผ่านมา

    Aibilk sur hoi aku kam or MLA nhoi jontar poisar ee bilaxi jibon kotai

  • @divaskeot4208
    @divaskeot4208 20 วันที่ผ่านมา

    বঢ়মপুৰৰ ৰাইজৰ বাবে গৌৰৱৰ কথা😅😅……
    বাকী যিসকলে ২০২৬ ৰ কথা কৈ আছে😂😂😂

  • @529gjjjbbbjhgvgguoppkhcx
    @529gjjjbbbjhgvgguoppkhcx 22 วันที่ผ่านมา

    😅MLA imnu salary npai j thailand with frnds family sbke loi jbo pre ..i.investigation hbo lge kot ple imn ppisa😊

  • @nabindas7409
    @nabindas7409 22 วันที่ผ่านมา

    Aru vote di jikabo. Kene moja pale

  • @mukulchetia5609
    @mukulchetia5609 22 วันที่ผ่านมา

    প্ৰফুল্ল মহন্তক আতৰাই এইজনক টিকট দিছিল

  • @prasantarai3921
    @prasantarai3921 22 วันที่ผ่านมา

    26 loi apekha karak.

  • @ratuldekaraja7323
    @ratuldekaraja7323 22 วันที่ผ่านมา

    অন্ধভক্ত কিটাই এইবোৰ মানি নলয়।

  • @pgoswami5378
    @pgoswami5378 17 วันที่ผ่านมา

    এজন জননেতাৰ পিচত ইমানকৈ লাগি থাকিব লাগেনে বাৰু? চাৰিওফালে কিয় যে বৰবেয়াকৈ সমালোচিত হৈ আছে। এখন্তেক ফুৰিবলৈ যাবও নোৱাৰি। পিতপিতাই চাই থাকে। কি যে আচৰিত! বানপানীটোও যে আৰু.....জননেতাজনে ফুৰিবলৈ যোৱা সময়ছোৱাতহে
    আহিবলৈ পালে। অহাবাৰ আকৌ পদুমফুলৰ ছবিতেই ছাপটো মাৰিব লাগিব হে।বুজিছে?

  • @bkp9774
    @bkp9774 22 วันที่ผ่านมา

    তাৰ বেংক লোণ কেলেং আছিল বুলি কোৱা শুনিছোঁ,কেনেকৈ টিকট পালে,
    অৱশ্যে মামাৰো সাৰদা কেলেং @~~~ 😊😊😊

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 20 วันที่ผ่านมา

    বেপাৰী সকলক বাই বাই দিয়াৰ সময়

  • @muned6442
    @muned6442 22 วันที่ผ่านมา

    বানপানীৰ সময়ত সমষ্টি বাসিৰ ৰাইজৰ ওচৰত থাকিব লাগে , নহ'লে কি বিধায়ক

  • @DebojitkrboraBora
    @DebojitkrboraBora 18 วันที่ผ่านมา

    ।।আহা 2026ৰ বিধানসভা নিৰ্বাচনত ভোট বিচাৰি গ'লে হাতত চেন্দেললৈ খেদিব পাহৰি নাজাব।।

  • @sudiptapurkayastha5524
    @sudiptapurkayastha5524 23 วันที่ผ่านมา

    Howraghat😂

  • @budheswarsaikia3103
    @budheswarsaikia3103 23 วันที่ผ่านมา

    Borhompurot pani thokr babe Thailandote patisegoi.

  • @latifali9650
    @latifali9650 22 วันที่ผ่านมา

    Himantar chamsa bure aru ki koribo

  • @rahulaxom2603
    @rahulaxom2603 22 วันที่ผ่านมา

    Ahok Raij.. Ako ebar dole bole goi BJP k vote di jikau... Aru nije khabole napai maru.. 🙏🙏

  • @haritj3915
    @haritj3915 23 วันที่ผ่านมา

    😂😂 aibar voot debo na raijj

  • @prasantarai3921
    @prasantarai3921 22 วันที่ผ่านมา

    Dota koi raije vote diba lage, MLA,mp bipadat ajono nai,moja,okil sakalar abasta.

  • @paragjyotihazarika6218
    @paragjyotihazarika6218 17 วันที่ผ่านมา

    মানৱ জাতীয়ে এশেকা পাবও লাগে।।। বেপাৰীক যেতিয়া শাসন ভাৰ গতাই।।।।

  • @manabbaishya9877
    @manabbaishya9877 22 วันที่ผ่านมา +1

    এনে বিধায়কক গৰু পিতন দিব লাগে।

    • @bkp9774
      @bkp9774 22 วันที่ผ่านมา +1

      BJP চৰকাৰ হয়, গৰু পিতিলে জেলত ভৰাই দিব।😊😊😊

  • @rahulaxom2603
    @rahulaxom2603 22 วันที่ผ่านมา

    Eku laav nai aai bur dekhuai.. Ako aai jonei jikibo oha bar election t. ... 😮😮

  • @dibyahazarika7411
    @dibyahazarika7411 22 วันที่ผ่านมา

    Raiz ye vote dise ....Karu maat matibor adhikar nai. Raiz r kunu problem nai..sob pahori jabo

  • @sanjeebbokalial8668
    @sanjeebbokalial8668 23 วันที่ผ่านมา +1

    Poise bahise

  • @a.kbhuyan7489
    @a.kbhuyan7489 19 วันที่ผ่านมา

    Jai sree Ram

  • @Mojahar677
    @Mojahar677 23 วันที่ผ่านมา +5

    BJP go back

  • @Theuncutnature2023
    @Theuncutnature2023 23 วันที่ผ่านมา +1

    Val kora nai

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z 21 วันที่ผ่านมา

    😂😂jene raij tene mla pise moja eta akw loksabha t xui thke 😂😂ajab desh ki gajab news neet secam, guwahati university🎓🎓 secam 😅😅moja lagisa dei,, 😂😂

  • @ktalukdar3681
    @ktalukdar3681 22 วันที่ผ่านมา

    Kokal ghurai ghurai lakhpoti baideu e vot diyok aru😂😂😂

  • @dipakbora4867
    @dipakbora4867 22 วันที่ผ่านมา

    Public wrong again winer

  • @puspendradas-b7g
    @puspendradas-b7g 23 วันที่ผ่านมา

    Banpani kampurot bare bare aahie thake lorar biya jibonot ebar he hobo deutak hisape teou lorar biyat nathakibo ne ki

  • @northeastunitedlivestock.6303
    @northeastunitedlivestock.6303 22 วันที่ผ่านมา

    Sur atak ticket dila

  • @anjalimajumder
    @anjalimajumder 22 วันที่ผ่านมา

    Ablik m.l..k.vote dib na lage..

  • @bipulkalita9799
    @bipulkalita9799 21 วันที่ผ่านมา

    BJP k vote dib aru

  • @bedantagoswami8237
    @bedantagoswami8237 23 วันที่ผ่านมา +4

    Gunda mla

  • @gakulsonowal6019
    @gakulsonowal6019 23 วันที่ผ่านมา

    K9it pale eman taka raijak hichab hi

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i 21 วันที่ผ่านมา

    🤣🤣🤣🤣🤣🤣

  • @bharagavbhattacharjya6500
    @bharagavbhattacharjya6500 23 วันที่ผ่านมา

    Nijar samsa keitai o khab napab dekhon

  • @Usersatsight123
    @Usersatsight123 23 วันที่ผ่านมา +1

    2026 t tak o banpanit utai dile hol

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2m 22 วันที่ผ่านมา

    Raijor poisa

  • @user-to1mm5yw7m
    @user-to1mm5yw7m 16 วันที่ผ่านมา

    Jitu goswami hihi , bjp hihi.

  • @trikenkalita9784
    @trikenkalita9784 14 วันที่ผ่านมา

    BJP 😂😂