মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ। অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰোধিতা অখিল গগৈৰ। মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি কৰিলেই নহ'ব, অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি কৰক চৰকাৰে।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 243

  • @BijaykumarDas-iz8fr
    @BijaykumarDas-iz8fr 2 หลายเดือนก่อน +16

    এনেকুৱা কথাবোৰ সকলো সন্মানীয় বিধায়কে চিন্তা কৰিলে অসম বহুত আগুৱাই গলহেতেন।

  • @hanseali1924
    @hanseali1924 2 หลายเดือนก่อน +38

    ধন্যবাদ অখিললৈ

  • @sanjibbora1789
    @sanjibbora1789 2 หลายเดือนก่อน +38

    ভাল কথা , আশা কৰ্মী ,অংগণাবাদি কৰ্মী সকলৰ ধন বৃদ্ধি কৰিব লাগে

  • @BAHARULISLAM-ue2ev
    @BAHARULISLAM-ue2ev 2 หลายเดือนก่อน +41

    অখিল গগৈ ডাঙৰীয়াৰ টকাৰ প্ৰতি লোভ নাই। সংগঠন কৰা সময়ত ও একেই আছিল, কোনো ক্ষেত্ৰত আপোচ কৰা নাছিল। ৰাইজৰ পক্ষত থাকি মাত মতাৰ বাবে যিকোনো সময়ত বিধায়ক পদ এৰি পৰা মানুহজন হৈছে অখিল গগৈ।

    • @banjitchangmai4047
      @banjitchangmai4047 2 หลายเดือนก่อน

      আগতে বেয়া আছিল,, বিধায়ক হোৱা পৰা সলনি হল,, ভাল্ হল

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน +1

      Banjit Changmai apuni prtham nijor Buranji jani labo. Akhil Gogoi ajon apus bihin, khahakhi, khotyabadi khimaj sebak. Akhil Gogoi agote jenekua asil atia u kheidore asey. Gatike Akhil k bodnam kori htor kuthar murat nemariba.

  • @hemkantaborah7434
    @hemkantaborah7434 2 หลายเดือนก่อน +32

    অখিল গগৈ নিবাৰ্চনত বাৰে বাৰে জয়ী হৈ থাকক।

    • @Withsorgo5135
      @Withsorgo5135 2 หลายเดือนก่อน

      আৰে ই এটা চুৰ
      Faltu e

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      With sorog toi Akhil k misa bodam kora tur marar Bush geliba.

    • @krishnagogoi1657
      @krishnagogoi1657 2 หลายเดือนก่อน

      ​@@Withsorgo5135Prove????

  • @atarali3167
    @atarali3167 2 หลายเดือนก่อน +9

    সৎ সাহস দেখুওৱাৰ বাবে ধন্যবাদ।বাকী বিধায়ক সকলেও বিৰোধিতা কৰিব বুলি আশা ৰাখিলোঁ।❤❤❤

  • @rumibaruah9284
    @rumibaruah9284 2 หลายเดือนก่อน +21

    জনপ্ৰতিনিধিসকলৰ চিন্তাধাৰা সুন্দৰ হওঁক।

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Rumi baruah janapratinidhi sundar nahole u habo, jana pratinidhi khakale manakhi sintadhara khalali kari manuh hauk.

  • @JkTree-xl9dw
    @JkTree-xl9dw 2 หลายเดือนก่อน +16

    মাননীয় বিধায়কে ভাল আৰু সচা কথা কয়ছে ।বিধায়কৰ পেট বঢ়ালে নহ'ব।বি জে পি চৰকাৰে নিজৰ দৰমহা বঢ়ালে নহ'ব সকলোৰ প্ৰতি কাষ্যকৰি হ'ব লাগে ।অখিল গগৈ জিন্দাবাদ।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 2 หลายเดือนก่อน +38

    বহুত ভাল কথা কৈছে, এইজনেই আমাৰ অসমৰ ভাল ৰাজনীতি ব্যক্তি হয় । অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য ব্যক্তি হয় । বিজেপি দলৰ বিধায়ক সকলে দৰমহাক লৈ বিৰোধিতা নকৰে । তেখেত সকলৰ মুখ বন্ধ ।

    • @sanjibbora1789
      @sanjibbora1789 2 หลายเดือนก่อน +3

      এজন এল পি স্কুলৰ শিক্ষকে যিমান কৰি যিমান টকা পাই অংগনা বাদী কৰ্মীয়ে তাতকৈ বেছি কৰ্ম কৰি কেইটকা পাই সেইটো চৰকাৰে একেবাৰেই নেজানে নি বাৰু চাওকচোন

    • @sushilkachari3903
      @sushilkachari3903 2 หลายเดือนก่อน

      Good step

  • @samsulhaque4571
    @samsulhaque4571 2 หลายเดือนก่อน +7

    ধন্যবাদ অখিল গগৈ কথা টৌ সঁচা।

  • @miriboy0.f618
    @miriboy0.f618 2 หลายเดือนก่อน +17

    He is real leader for Assam
    Akhil gogoi জিন্দা বাদ

  • @bishaldas3964
    @bishaldas3964 2 หลายเดือนก่อน +18

    Very good akhil da

  • @JunmoniChetia-fr5fx
    @JunmoniChetia-fr5fx 2 หลายเดือนก่อน +6

    অংগনবাড়ী কৰ্মী দৰমহা কিয় নেবাহে।ধন্যবাদ অখিল গগৈ দাঙৰীয়া

  • @hazowaryh
    @hazowaryh 2 หลายเดือนก่อน +13

    Akhil da is right

  • @ProdipBorahProdip
    @ProdipBorahProdip 2 หลายเดือนก่อน +13

    Right akhil is hero of assam

  • @premodharphukan1101
    @premodharphukan1101 2 หลายเดือนก่อน +31

    আমি ২০০০/ টকা পেঞ্চন পোৱা NPS ৰ অধীনৰ মানুহখিনৰ বাবে চিন্তা নকৰে . নিজৰ দৰমহা বঢ়াই লোৱাতহে গুৰত্ব দিয়ে চৰকাৰে ৷ বাঃ বৰ ধুনীয়া সিদ্ধান্ত লৈছে দেই আমাৰ প্ৰতিনিধি সকলে ৷ ২৬ ভোটটো নিশ্চয় আপোনালোকক সপৰিয়ালে দিমগৈ ৷

    • @manikbargayary8018
      @manikbargayary8018 2 หลายเดือนก่อน +1

      মই 1198 টকা পাই

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน +1

      Premdhar Phukan Congress/Bjp hol ata mudrar ipithithi khipithi. Congress a 60 Basor Dekh t vrastasar karile atia Bjp a vrastasar karise. Congress a Evm anisil kebol Obc,St,Sc samajr vote chur kari sasonr gadi dakhal kariboloi. Rahul Gandhi Rss r sliper cell. Rahul gandhi a nirbasionr agot Obc r maulik adhikar jati janaganana kari khakaluke khiman adhikar dia, Old pension, krikhakr aai 2 goon, Agni Beer ses karim buli koi atia Rahul Gandhi a Bamun Dharmar khel khonghad t khela arambha kari dile.

  • @SouravGogoi-in2ef
    @SouravGogoi-in2ef 2 หลายเดือนก่อน +4

    অতি সুন্দৰ মন্তব্য আগবঢ়ায়ছে।

  • @MujakkirBarbhuiya-uv2xr
    @MujakkirBarbhuiya-uv2xr 2 หลายเดือนก่อน +8

    Thanks okil gogoi dangoriya.

  • @niranjannath9669
    @niranjannath9669 2 หลายเดือนก่อน +1

    ধন্যবাদ শিৱসাগৰৰ সন্মানীয় বিধায়ক মহোদয় । আপুনি উল্লেখ কৰা সকলৰ লগতে অসমৰ গাঁওপ্ৰধান সকলক দিনত 300.00 টকা দি দিনে ৰাতিয়ে চৰকাৰী কামত ব্যস্ত ৰাখিছে । গাঁওপ্ৰধান সকলৰ ৬৫ বছৰ হোৱা মাত্ৰেই অৱসৰৰ ব্যৱস্থা কৰিলে পেঞ্চনৰ নামত এটকাও নোহোৱাকৈ । গোটেই জীবন ৰাইজৰ সেৱা কৰি থাকি বৃদ্ধ বয়সত ভাল পুৰস্কাৰ পাইচে তেওঁলোকে 😭😭😭

  • @jitulborah6810
    @jitulborah6810 2 หลายเดือนก่อน +1

    আজিলৈকে কোনো বিধায়কে বা মন্ত্রী য়ে নিজৰ দৰমহা কথা এনেদৰে সৰ্বসাধৰণ ৰাইজে জানিব পৰাকৈ প্রকাশ কৰা নাছিল। সচাঁ কৈ প্রকৃত মুকলি মনৰ প্রকৃত নেতা। ধন্যবাদ গগৈ দা।

  • @jitsvlogs4373
    @jitsvlogs4373 2 หลายเดือนก่อน +8

    Excellent disa gogoi sir ❤

  • @UdhabChNath-o7i
    @UdhabChNath-o7i 2 หลายเดือนก่อน +11

    চৰকাৰ নামৰ অত্যাচাৰী যন্ত্ৰটোক মানিবলৈ মন নাই।

  • @PaporiSaikiaDutta
    @PaporiSaikiaDutta 2 หลายเดือนก่อน +1

    ধন্যবাদ জ্ঞাপন কৰিলো মাননীয় অখিল গগৈ ডাঙৰীয়াৰ মন্তব্যক । চিৰজীৱন বিজয়ীৰ কামনা কৰিলো।

  • @chittaranjansaikia2636
    @chittaranjansaikia2636 2 หลายเดือนก่อน +7

    Dhannyabad Akhil Da.

  • @monikamoran5333
    @monikamoran5333 2 หลายเดือนก่อน

    ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ।আপোনাৰ টকাৰ প্ৰতি লোভ মোহ নাই ।আশাকৰ্মী অঙ্গনবাদী ৰান্ধনী সকলৰ দুৰ্দশা ৰ বিষয়ে অৱগত কৰাৰ বাবে ।🙏

  • @binudaxom21
    @binudaxom21 2 หลายเดือนก่อน +1

    আশাকৰ্মী, অংগণবাদী কৰ্মী আৰু ৰান্ধনীৰ এই কেইটা দৰমহা বৃদ্ধি কৰিব লাগে। ইমান কষ্ট কৰে তেওঁলোকে সেই হিচাপে ফলটো নাপাই।

  • @dibyahazarikaborah1197
    @dibyahazarikaborah1197 2 หลายเดือนก่อน +3

    Thank you Akhil sir....

  • @pinkubordoloi4156
    @pinkubordoloi4156 2 หลายเดือนก่อน +7

    অকল চৰকাৰী কৰ্মচাৰীৰে দৰমহা বঢ়ালে নহ’ব বেচৰকাৰী কৰ্মপ্ৰতিষ্ঠান বোৰতো বঢ়াব লাগে দৰমহা৷

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 หลายเดือนก่อน

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ আপোনাক বহুত বহুত ধন্যবাদ জনালো আপুনি সদায় এনেকৈ অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালো আৰু আমাক এনেকুৱা নেটা মন্ত্ৰী লাগে আপোনাৰ দৰে

  • @abulkaaemsk7909
    @abulkaaemsk7909 2 หลายเดือนก่อน +6

    ভেনছাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কথা চিন্তা কৰক

  • @saddakahmed6481
    @saddakahmed6481 2 หลายเดือนก่อน +6

    Right

  • @SimilarAhmed
    @SimilarAhmed 2 หลายเดือนก่อน +2

    অখিল গগৈ দাঙৰিয়া। ধন্যবাদ

  • @Sankarjitcreation
    @Sankarjitcreation 2 หลายเดือนก่อน

    ভাল মনৰ মানুহ।

  • @dhanjitduttadhanjitdutta2844
    @dhanjitduttadhanjitdutta2844 2 หลายเดือนก่อน +7

    Akhil gogoi raijor manuh ajon val leader

  • @assam23
    @assam23 2 หลายเดือนก่อน +2

    অলপ অঙ্গনৱাদী কৰ্মী বোৰৰ পৰাও কাটি লব পাৰে মন্ত্ৰী বিধায়ক সকলে কাৰণ অঙ্গনৱাদী কৰ্মী সহায়িকাই যিমান মাননী পায় সুন্দৰকৈ খাই ঘৰখন চলাই মেলি যথেষ্ট খিনি টকা ৰাহি হয় কাৰণ আমাক মানে কৰ্মীসকল প্ৰয়োজনতকৈ বহুত বেছি দিয়ে ইমান নালাগে নহয় । বেচেৰা মন্ত্ৰী বিধায়ক সকল দুখে লাগে, ইমান কম পইচা কেনৈকৈ চলিব 50%কম হব পাৰিলে 100% বঢ়াই লওক । অখিল গগৈ চাৰ আপোনাক ধন্যবাদ ❤

  • @pranabtaw1890
    @pranabtaw1890 2 หลายเดือนก่อน +4

    Akhil Da apunar adarsha k salute.

  • @dharmeswargatak
    @dharmeswargatak 2 หลายเดือนก่อน +1

    মন্ত্রী বিধায়ক দৰমহা বূদ্ধি নকৰি ৰাইজৰ কাৰনে মূল্য বূদ্ধি ৰোধ কৰক

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 2 หลายเดือนก่อน

    অখিল দা অসমৰ ভবিষ্যতৰ I love অখিল দা

  • @lofiシ-z6n
    @lofiシ-z6n 2 หลายเดือนก่อน +3

    অখিল গগৈ 🙏🏻

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 2 หลายเดือนก่อน +3

    চৰকাৰী তথা জনতাৰ ধনেৰে বিধায়ক 'মন্ত্ৰী সকলে ভ্ৰমন ভোগ বিলাস দৈনিকব্যৱৰ্হায্য সামগ্ৰী লাভ কৰাৰ উপৰিও বিভিন্ন ৰ্ভাটা সম্বলিত এক মুধাফুটা অঙ্কৰ ৰ্দমহা লাভৰ উপৰি বিভিন্ন আচনীৰ কমিচন লোৱাৰ পাছতো ৰ্দমহা বৃদ্বিৰ সিদ্বান্ত লৈছে তাৰ মানে বিধায়ক সকল জনতাৰ সেৱক নহয় তেখেত সকল ৰাজ্যচৰকাৰৰ একোজন ৰ্কমচাৰী শিক্ষাৰ অৰ্হতা থাকক বা নাথাককেই।ৰাজ্যচৰকাৰৰ অন্য ৰ্কমচাৰীৰ বাবে যেনেকৈ সাংবিধানিক নিয়ম নিতি থাকে সেইসমূহ অবমাননা কৰিলে দণ্ড বিহা হয় এইসকল ৰ্কমচাৰিৰ বাবে তেনে নিতি নিয়ম আছে নে নাই? যদি আছে সেই সমুহ তেখেত সকলে মানি চলিচেনে?

  • @kishoridas6447
    @kishoridas6447 2 หลายเดือนก่อน +1

    সঁচা আৰু উচিত কথা কবলৈ সাহস কৰা অসমৰ একমাত্ৰ বিধায়ক হ'ল সন্মানীয় অখিল গগৈ ডাঙৰীয়া।

  • @TirelessStudy
    @TirelessStudy 2 หลายเดือนก่อน

    Very nice Akhil Gogoi

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 2 หลายเดือนก่อน +3

    Very good comment.

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 2 หลายเดือนก่อน +2

    বৰ্তমান বানপানী দৰমহা বৃদ্ধি মন্ত্ৰী,বিধায়কৰ,কম কষ্ট হৈছে নে, বানপানী চাবলৈ গৈছে,লাগিব ,😢 ৰাইজে কিয় পঠিয়াইছে, আপোনালোকৰ চিকিৎসা ভাট্টা মাহে বিশহাজাৰ, কৰ্ম চাৰিৰ মাহেছয়শটকা মাত্ৰ, আকৌ বঢ়োৱা কামটো শুদ্ধ কাম, ভাগ্যৰ বলত পাইছে এনে চৰকাৰ,অসম কেবিনেট সিদিনা নলবাৰীত বা: কেনে সোৱাদ খাদ্য খালে,২৬ অত নোৱাৰে , সেয়ে খাওক,

  • @Junali-tu9bl
    @Junali-tu9bl 2 หลายเดือนก่อน +1

    Thank you very good

  • @manikchandradas7057
    @manikchandradas7057 2 หลายเดือนก่อน +2

    Right💯👍 akhil bhai. ❤❤❤

  • @NayanDoley-y7j
    @NayanDoley-y7j 2 หลายเดือนก่อน

    Thenks Akil ❤❤❤ .

  • @hemkantaborah7434
    @hemkantaborah7434 2 หลายเดือนก่อน +3

    নিকা মানুহ কাৰণে, সকলো কথা খুলি কৈছে।

  • @jibongogoi6940
    @jibongogoi6940 2 หลายเดือนก่อน +2

    অখিল গগৈ জিন্দাবাদ l

  • @manjugohain6786
    @manjugohain6786 2 หลายเดือนก่อน

    ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ।

  • @chandanhaloi4158
    @chandanhaloi4158 2 หลายเดือนก่อน

    সুন্দৰ কথা

  • @manikbargayary8018
    @manikbargayary8018 2 หลายเดือนก่อน +1

    thank you Akil Gogoi sir.

  • @munmun_07
    @munmun_07 2 หลายเดือนก่อน

    ধন্যবাদ জনালো আপোনাক

  • @_KRISHNA_OFFICEL
    @_KRISHNA_OFFICEL 2 หลายเดือนก่อน +4

    Bohut val koi kole apuni val lagil

  • @girindrakhataniar9555
    @girindrakhataniar9555 2 หลายเดือนก่อน

    ধন্যবাদ ।শুনি ভাল লাগিল ।সময়লৈ অপেক্ষা কৰিলোঁ ।

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Girindra khataniar apunar Akhil gogir uparat khondeh aseniki?

  • @OzaruGaming
    @OzaruGaming 2 หลายเดือนก่อน +1

    Akhil da jindabad 🖐️🖐️👍👍👍👍👍👍👍👍👍👍

  • @jituborah4994
    @jituborah4994 2 หลายเดือนก่อน

    আশা কৰ্মী, দৰমহা বৃদ্ধি কৰিৱ লাগে ।

  • @pinkubordoloi4156
    @pinkubordoloi4156 2 หลายเดือนก่อน +1

    Right speach right disision.

  • @kalitakamal1859
    @kalitakamal1859 2 หลายเดือนก่อน +1

    ৰাজনীতিক সমাজ সেৱা বুলি তেওলোকে এ কয় যেতিয়া দৰমহা আচলতে ল'ব এই নালাগে । বিপৰীতে বাৰম্বাৰ বৃদ্ধিহে কৰে।

  • @monujsaikia9184
    @monujsaikia9184 2 หลายเดือนก่อน

    অখিল দা জিন্দাবাদ

  • @anuppathak21
    @anuppathak21 2 หลายเดือนก่อน +1

    Right kotha koise sir

  • @dipakgogoi5084
    @dipakgogoi5084 2 หลายเดือนก่อน +4

    জনতাৰ কণ্ঠ জিন্দাবাফ।

  • @trishnasaikia8788
    @trishnasaikia8788 2 หลายเดือนก่อน

    Good. .Right kotha

  • @LankheswarBoro
    @LankheswarBoro 2 หลายเดือนก่อน +3

    Thinks

  • @madhabidevi9585
    @madhabidevi9585 2 หลายเดือนก่อน +2

    দৰমহা বঢ়াই দিয়া ৰ সলনি বস্তু ৰ দাম কমাব নোৱাৰি নেকি

  • @golok..kakati
    @golok..kakati 2 หลายเดือนก่อน +1

    GOOD....AKHIL..SIR ..THANK..YOU .

  • @pranjallahan1930
    @pranjallahan1930 2 หลายเดือนก่อน

  • @maramiroy2091
    @maramiroy2091 2 หลายเดือนก่อน

    Thank u sir

  • @Parishmita-fv1vf
    @Parishmita-fv1vf 2 หลายเดือนก่อน

    অখিল গগৈ জিন্দাবাদ

  • @kanchonikarmakar4551
    @kanchonikarmakar4551 2 หลายเดือนก่อน

    Very good Akhil da

  • @jintumili1955
    @jintumili1955 2 หลายเดือนก่อน

    অখিল দা❤❤❤

  • @punyadadevi8528
    @punyadadevi8528 2 หลายเดือนก่อน +1

    100/right

  • @ParaghomemadeGogoigogoi
    @ParaghomemadeGogoigogoi 2 หลายเดือนก่อน

    ❤❤❤❤❤❤❤

  • @nilomonibora6369
    @nilomonibora6369 2 หลายเดือนก่อน +8

    মাননীয় গগৈ ডাঙৰীয়া,এজন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰে মাত্ৰ১০০০০টকাৰ মাননি পায়। আপোনাৰ বাহিৰে কোনেও এই বিষয়ত মাত নামাৰে,ভাবি চাবচোন। ধন্যবাদ।

  • @ombasudevainamaombasudevai706
    @ombasudevainamaombasudevai706 2 หลายเดือนก่อน +3

    Good.news

  • @RelipSon-o3j
    @RelipSon-o3j 2 หลายเดือนก่อน

    THANK YOU HON 'BLE MLA AKHIL GOGOI

  • @bobiboro5743
    @bobiboro5743 2 หลายเดือนก่อน

    Thanks

  • @AdomAli-mn2gt
    @AdomAli-mn2gt 2 หลายเดือนก่อน

    Raise for all contractual employees like PNRD,NHM,etc

  • @ugoigoi6379
    @ugoigoi6379 2 หลายเดือนก่อน

    অখিল গগৈয়ে ভাল কথা কৈছে

  • @sibapathak2970
    @sibapathak2970 2 หลายเดือนก่อน +2

    Good comment

  • @apunath676
    @apunath676 2 หลายเดือนก่อน

    good news

  • @ruhullaskar4556
    @ruhullaskar4556 2 หลายเดือนก่อน

    Great leader Akil Gogoi

  • @TezpurianReetAndNandiniVlogs
    @TezpurianReetAndNandiniVlogs 2 หลายเดือนก่อน

    🙏🙏🙏🙏

  • @AnjuDutta-f8g
    @AnjuDutta-f8g 2 หลายเดือนก่อน

    Akhil. Gogoi. Tumak. Bohut. Dhaynabad.

  • @manabdihingia4256
    @manabdihingia4256 2 หลายเดือนก่อน +3

    akhil gogoi next cm hb lage tetya employees bure ops pabo

  • @profullasaikia4020
    @profullasaikia4020 2 หลายเดือนก่อน

    Best.

  • @DulalSaikia-v4y
    @DulalSaikia-v4y 2 หลายเดือนก่อน

    মাননীয় বিধায়ক গগৈ ছাৰ একমোডেট টিউটৰ আৰু অন্য টিউটৰ সকলক বাদ নিদিবলৈ অনুৰোধ জনালো ।ইতিএজন দূভগীয়া টিউটৰ।

  • @ManakhiBorah-i9w
    @ManakhiBorah-i9w 2 หลายเดือนก่อน +1

    Right❤

  • @ajitkurmi3794
    @ajitkurmi3794 2 หลายเดือนก่อน +1

    Bohut vl kotha koyse sir

  • @beautygogoi8013
    @beautygogoi8013 2 หลายเดือนก่อน

    Akhil Gogoi Sir 🙏🙏

  • @PunamRegon
    @PunamRegon 2 หลายเดือนก่อน

    Very good

  • @aynalhoque1695
    @aynalhoque1695 2 หลายเดือนก่อน

    Good sir

  • @mukutbaruah2016
    @mukutbaruah2016 2 หลายเดือนก่อน +1

    💯 ℅ right.

  • @bmshiksha7600
    @bmshiksha7600 2 หลายเดือนก่อน

    সুন্দৰ সিদ্ধান্ত অখিল দা ।

  • @nishigandhadevimusical3955
    @nishigandhadevimusical3955 2 หลายเดือนก่อน

    Good thinking

  • @punyadadevi8528
    @punyadadevi8528 2 หลายเดือนก่อน +1

    Akhil Gogoi jindabad

  • @ndas9029
    @ndas9029 2 หลายเดือนก่อน

    Good step

  • @bpathok5886
    @bpathok5886 2 หลายเดือนก่อน +2

    nice

  • @SajanSapkota-cl6qk
    @SajanSapkota-cl6qk 2 หลายเดือนก่อน

    Bohut val kotha koishe sire asha karmi aru angan wadi karmir Dorma borai dio lage bohut dukh kostha kore tewluke

  • @NABAJYOTI_OFICIAL
    @NABAJYOTI_OFICIAL 2 หลายเดือนก่อน +2

    Good' coment