ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ শব্দৰ সংযোজন
হৃদয়স্পৰ্শী..কোনোবা অজান দেশলৈ গুচি যাওঁ...
ইমান সুন্দৰ কণ্ঠ তৰালীবা তুমী সদায়েই এনেকৈয়ে ঠাকা
কবি নীলমণি ফুকন ছাৰৰ মহান চিন্তাৰ শব্দমালা আৰু তৰালি বাৰ সুললিত কণ্ঠৰে হৃদয় আকৰ্ষণ কৰে 💖💖
Baw. Ki je hundor.
অদ্ভুত কণ্ঠ । ❤️🩹
Kaboloi bhakha nai. Salute to Deuta Nilmoni Phookan, regards to Tarali. Best song ever I have listened.
খুবেই💚ভাল লাগিল....🌷
সুন্দৰ ❤❤❤❤
সুন্দৰ অনুভৱৰ কথাত কোমল সুৰীয়া কণ্ঠদান - অপূৰ্ব
Bht dhuniya
কবিতা কবিতা লাগি থকা আটক ধূনীয়া গান।চিনাকি ভাল লগা কণ্ঠ, সংগীত মায়াসনা।
খুব ধুনীয়া ৷ তৰালীবাৰ সাৰস্বত কণ্ঠত শ্ৰুতিমধুৰ হৈছে ৷ প্ৰণাম জনালোঁ ৷
👏👏👏👏Baa.....Pranam joniso ....
খুৱ সুন্দৰ . তৰালীৰ কণ্ঠতে এনে সৃষ্টি সম্ভব
Waah....❤️
Bor bhal lagil..
Gaan to khub bhal hoise. Amar subhesa thakil.Tinku and Kakoli
ফুকন ছাৰৰ অপূৰ্ব সৃষ্টি আৰু কন্ঠ নিগৰোৱা তৰালী শৰ্মাক সকলোৱেই শলাগিব।
তৰালী বা আপোনাৰ কন্ঠত যাদু আছে বহুত ভাল হৈছে বা।
বুজাব নোৱাৰা ভাল লগা হৈছে গানটো তৰালী ❤️❤️❤️ বহুত শুভকামনা থাকিল তোমালৈ ।
বৰ সুন্দৰ, মন মুহি নিয়া কন্ঠ, গীতৰ কথা আৰু সুৰ , ৱাহ , ৱাহ, ৱাহ ❤❤❤
মনপৰশা..
অতি সুন্দৰ
I have no word to appreciate....just love uuu
বৰ সুন্দৰ ।❤❤❤❤❤
ভাল লাগিল।
বহুত ভাল লাগিল 👍
সুন্দৰ
Bor bhal lagil
Val lgil🎉
চুই গ'ল।
মন প্ৰাণ হৰি নিয়া কি মধুৰ সুৰ। তন্ময় হৈ শুনিছো মাথো ।
সুন্দৰ অনুভৱ ভাল লাগিল
Bhut vl lagise
ভাল লাগিল
বৰ ভাল লাগিল শুনি।
কি মায়াৱী !!
অপূৰ্ব
অভিনৱ অনুপম ।
বহুত ভাল লাগিল ❤❤❤
ঋষিকল্প কবি শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ অমৰ নান্দনিক শব্দশিল্প। তৰালী বাইদেউৰ অনন্য কণ্ঠস্বৰে সোণ হেঙুলীয়া ৰহণ সানিছে। প্ৰকল্পটোৰ সৈতে জড়িত সকলৰ চিন্তাক প্ৰণাম জনাইছোঁ।
OMG!so beautiful ❤️.
Melifluous.Words fall short to describe the essence of lyrics.
wow❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤️🥀
অমৰ সৃষ্টি।
❤️
Live is nothing But your turn is very sweet Ba
প্ৰতিটো গীত দোৰ প্ৰিয় নতুন চিৰ তৰুণ আপোনাৰ
Gain tu xuni xukh palu......Kunu puroni Katha jen monot Parise.......
এক নান্দনিক সুখানুভূতিৰে সিক্ত
❤ ❤ ❤
❤️❤️❤️🙏🙏🙏
Tribute this song to the legendary lyricists 💖💖🙏🙏
❤️❤️❤️
Beauty in pronunciation.
কবিতা এটা কবিতা হিচাপেই ভাল লাগে। ভাল লগা কবিতা এটা গান হিচাপে শুনিলে ভাল নালাগে। তৰালি বাইদেউৰ গান ভাল পাওঁ সেই হিচাপে ভাল লাগিছে কিন্তু কিবা এটা যেন নাই তেনে ভাৱ এটা থাকি গল ।
কবিতা টো শুনি থাকোতে আপুনি কোৱা কথা কেইটা উপলব্ধি কৰিছো। খালি খালি লাগিছে ।
সুন্দৰ শব্দৰ সংযোজন
হৃদয়স্পৰ্শী..
কোনোবা অজান দেশলৈ গুচি যাওঁ...
ইমান সুন্দৰ কণ্ঠ তৰালীবা তুমী সদায়েই এনেকৈয়ে ঠাকা
কবি নীলমণি ফুকন ছাৰৰ মহান চিন্তাৰ শব্দমালা আৰু তৰালি বাৰ সুললিত কণ্ঠৰে হৃদয় আকৰ্ষণ কৰে 💖💖
Baw. Ki je hundor.
অদ্ভুত কণ্ঠ । ❤️🩹
Kaboloi bhakha nai. Salute to Deuta Nilmoni Phookan, regards to Tarali. Best song ever I have listened.
খুবেই💚ভাল লাগিল....🌷
সুন্দৰ ❤❤❤❤
সুন্দৰ অনুভৱৰ কথাত কোমল সুৰীয়া কণ্ঠদান - অপূৰ্ব
Bht dhuniya
কবিতা কবিতা লাগি থকা আটক ধূনীয়া গান।চিনাকি ভাল লগা কণ্ঠ, সংগীত মায়াসনা।
খুব ধুনীয়া ৷ তৰালীবাৰ সাৰস্বত কণ্ঠত শ্ৰুতিমধুৰ হৈছে ৷ প্ৰণাম জনালোঁ ৷
👏👏👏👏Baa.....Pranam joniso ....
খুৱ সুন্দৰ . তৰালীৰ কণ্ঠতে এনে সৃষ্টি সম্ভব
Waah....❤️
Bor bhal lagil..
Gaan to khub bhal hoise. Amar subhesa thakil.
Tinku and Kakoli
ফুকন ছাৰৰ অপূৰ্ব সৃষ্টি আৰু কন্ঠ নিগৰোৱা তৰালী শৰ্মাক সকলোৱেই শলাগিব।
তৰালী বা আপোনাৰ কন্ঠত যাদু আছে বহুত ভাল হৈছে বা।
বুজাব নোৱাৰা ভাল লগা হৈছে গানটো তৰালী ❤️❤️❤️ বহুত শুভকামনা থাকিল তোমালৈ ।
বৰ সুন্দৰ, মন মুহি নিয়া কন্ঠ, গীতৰ কথা আৰু সুৰ , ৱাহ , ৱাহ, ৱাহ ❤❤❤
মনপৰশা..
অতি সুন্দৰ
I have no word to appreciate....just love uuu
বৰ সুন্দৰ ।❤❤❤❤❤
ভাল লাগিল।
বহুত ভাল লাগিল 👍
সুন্দৰ
Bor bhal lagil
Val lgil🎉
চুই গ'ল।
মন প্ৰাণ হৰি নিয়া কি মধুৰ সুৰ। তন্ময় হৈ শুনিছো মাথো ।
সুন্দৰ অনুভৱ ভাল লাগিল
Bhut vl lagise
ভাল লাগিল
বৰ ভাল লাগিল শুনি।
কি মায়াৱী !!
অপূৰ্ব
অভিনৱ অনুপম ।
বহুত ভাল লাগিল ❤❤❤
ঋষিকল্প কবি শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ অমৰ নান্দনিক শব্দশিল্প।
তৰালী বাইদেউৰ অনন্য কণ্ঠস্বৰে সোণ হেঙুলীয়া ৰহণ সানিছে। প্ৰকল্পটোৰ সৈতে জড়িত সকলৰ চিন্তাক প্ৰণাম জনাইছোঁ।