জিন জিন মইনা দিহিং-২০২১ || দিহিং প্রডাকচনৰ নিবেদন || দিহিং বিহু হুঁচৰি দল || Jin jin moina || dehing

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ม.ค. 2021
  • দিহিং প্রডাকচনৰ নিবেদন
    জিন জিন মইনা-২০২১
    কণ্ঠ - খগেন গগৈ, বাপুজী কোঁৱৰ, মনোজ হালৈ , ৰঞ্জিত গগৈ
    কথা সুৰ - ৰঞ্জিত গগৈ , নিৰঞ্জন গোস্বামী
    সংগীত - নিৰঞ্জন গোস্বামী
    প্রযোজক- ৰেদিম ফুকন আৰু দেৱবত বৰগোহাঁই( মনি )
    ঢোল- বিশ্বজিৎ গগৈ, ৰক্তিম ফুকন, লাচিত বৰুৱা
    পেঁপা- জানমণি ফুকন
    তাল,গগণা, ধুতং- পিতি বৰা
    বীণ- গৌতম শইকীয়া
    মেলডি' ডিজাইন- ভদ্ৰ কান্ত দাস
    সহশিল্পী:দেৱেশ্বৰ শইকিয়া,পিতি,বুবুন,দিপাংকৰ
    বাঁহী- কৈলাশ ৰাভা
    দিহিং দলৰ সকলো শুভাকাংক্ষী আৰু দলৰ লগত জড়িত সকলো সদস্যলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো
    Video editing-bitupon borgohain(anupom bitupon youtube channel)
    Studio- Studio dreams - ghy & sarenga Studio( majuli)
    আমাৰ Facebook page link
    / anupom-bitupon-6614546...
    আমাৰ আন দুটা TH-cam channels link
    / @bituponanupom3926
    / @rongpurpathshala3091
  • เพลง

ความคิดเห็น • 4.3K

  • @ranjittalukdar6279
    @ranjittalukdar6279 3 หลายเดือนก่อน +51

    2024 বিহুত কোনে কোনে শুনি আছে গান টো

    • @Harchitasaikia-zt1sj
      @Harchitasaikia-zt1sj 3 หลายเดือนก่อน +1

      Me❤

    • @TidipDehingia
      @TidipDehingia ชั่วโมงที่ผ่านมา

      😊q😊q​@@Harchitasaikia-zt1sj

    • @TidipDehingia
      @TidipDehingia ชั่วโมงที่ผ่านมา

      Qqqq😊😊😊😊

  • @user-mt1uw1ek9n
    @user-mt1uw1ek9n 3 หลายเดือนก่อน +17

    ২০২৪ৰ বহাগ বিহুত কোনে কোনে এই গীতটি শুনিছে লাইক please 🙏👍

    • @MonjitGogoi-fp8pk
      @MonjitGogoi-fp8pk 3 หลายเดือนก่อน +2

      Moi atia huni a asu 🥳

    • @user-mt1uw1ek9n
      @user-mt1uw1ek9n 3 หลายเดือนก่อน +2

      @@MonjitGogoi-fp8pk 👍

  • @bidyutbikash795
    @bidyutbikash795 9 หลายเดือนก่อน +23

    এই গীতটি অসমৰ শ্ৰেষ্ঠ বিহুগীত হ'ব এদিন।

  • @pabitraborah9215
    @pabitraborah9215 ปีที่แล้ว +46

    বহুত সুন্দৰ গীত আৰু এই গীতটো যি সকলে শুণিচে লাইক কৰিব

  • @utpaldutta1538
    @utpaldutta1538 3 ปีที่แล้ว +10

    Thanks to team জিন জিন মইনা
    নতুন বছৰ তথা বিহুৰ প্রাক ক্ষণত ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে

  • @rimakalita4381
    @rimakalita4381 3 ปีที่แล้ว +20

    অতি সুন্দৰ।
    এতিয়ালৈকে কিমানবাৰ শুনি লো হিচাব নাই।যিমান বাৰ শুনিলে ও আমনি নালাগে । এইয়াই আমাৰ প্ৰকৃত বিহু গীত । প্ৰতিটো শব্দই অসমীয়া সংস্কৃতিৰ লগত জড়িত ।

  • @boraananta830
    @boraananta830 2 หลายเดือนก่อน +2

    সঁচাই ভাষাৰে বুজাব নোৱাৰি ইমান সুন্দৰ। পাবত গজা আজিকালি গায়ক বোৰকতকৈ এওঁলোক বহুত বহুত বহুত ওপৰত ।।

  • @ShyamjyotiBorah-fs1qj
    @ShyamjyotiBorah-fs1qj 2 หลายเดือนก่อน +1

    অসমৰ গৌৰৱ খগেন ককাইদেউ❤❤। বিহু সম্ৰাট, বিহু আচলতে এইয়া শুনিয়েই গাটো কিবা এটা লাগি যায়,

  • @poragchetia1696
    @poragchetia1696 3 ปีที่แล้ว +18

    বৰ মনোমোহা দেই দদাইদেউহত ! বিহু বিহু লাগি গল ! আজি কালি মদান হল সকলো কিন্ত শুনিবলৈ অসুজোৱা ! এনেধৰনৰ বিহু গানে হৃদয়ত ঠাই লয় ! আৰু আগলৈ কৰি যাব দেই বিহুত এপাক নাচিবলৈ

  • @medhitraveldairy1511
    @medhitraveldairy1511 3 ปีที่แล้ว +16

    পাবত গজা তথাকথিত নপতাফুকণ শিল্পী কেইটা কৈ হাজাৰ গুণে বেছি ভাল গাইছে । বাপুজী ককাইদেউ অনুৰাগী হিচাপে গান টো এই বিহুৰ বতৰত শুনি বলৈ পায় আৰু বহুত বেছি আনন্দিত হলো । আপোনালোকৰ ভবিষ্যত কল্যাণ কামনা কৰিলো ।

  • @ankitarabha7273
    @ankitarabha7273 3 ปีที่แล้ว +7

    এইয়া হে প্ৰকৃত বিহু ...👌🏻👌🏻👌🏻

  • @anupamdutta4819
    @anupamdutta4819 3 ปีที่แล้ว +19

    মন জুৰোৱা বিহু। শুনি থাকিবৰ মন। কিমান বাৰ শুনিলো হিচাপ দিবলৈ কঠিন হব।

    • @assammanab5391
      @assammanab5391 3 ปีที่แล้ว +1

      Download di lba bopai nhole tomar net bor khrs hoi thakibo

    • @jutikaborah7003
      @jutikaborah7003 3 ปีที่แล้ว

      😂😂

  • @Axomiyatathal
    @Axomiyatathal 3 ปีที่แล้ว +21

    বহু অপেক্ষাৰ অন্তত জিন জিন মইনা এক নতুন ৰূপত ❤️❤️❤️❤️,,, ক'বলৈ ভাষা নাই ইমান সুন্দৰ হৈছে

  • @paporikalita2018
    @paporikalita2018 3 ปีที่แล้ว +26

    সুন্দৰ,,জিন জিন মইনাৰ সমূহ সদস্যলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @mainaoxomi1438
    @mainaoxomi1438 3 ปีที่แล้ว +23

    এইবোৰ হে বিহু গীত 🌿❣️
    জিন জিন মইনাৰ সমূহ কৰ্মকর্তা শটকৌটি প্ৰণাম

  • @chawduduahom5537
    @chawduduahom5537 3 ปีที่แล้ว +31

    আজ্জৈ কলিজা। 😘😘অই নেৰিবি ককাইহঁত 😘😘😘।।

  • @utpalsaikia5218
    @utpalsaikia5218 3 ปีที่แล้ว +5

    আন্তৰিকতাৰে আদৰিছো।।পুৰণি চেও গীত সুৰে মুগ্ধ কৰিছে।।

  • @monmiphukan5883
    @monmiphukan5883 3 ปีที่แล้ว +37

    ভাষা নাই লিখিবলৈ।কিমান যে সুন্দৰ আমাৰ সংস্কৃতি,আমাৰ বাপোতিসাহোন বিহু। বহুত বেছি ভাল লাগিল গানটো ❤️

  • @pompigogoi6517
    @pompigogoi6517 2 ปีที่แล้ว +6

    হচা..... বহুত🤭 ভাল লাগে💜 এই গানটো শুনিলে 🥰

  • @niranjankakati3706
    @niranjankakati3706 3 หลายเดือนก่อน +3

    আমি বিহু বলিয়া❤❤❤❤
    আজিও বহুত ভাল লাগে এই বিহুটি❤❤
    যেতিয়াই তেতিয়াই শুনো এই বিহুগানটো❤❤

  • @dipankardeka4215
    @dipankardeka4215 3 ปีที่แล้ว +46

    বিহুৰ সময়ত আমাক এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।বহুত ভাল লাগিল বিহুটি। আই জৈ কলিজা

  • @sudarshansspontaneous..1897
    @sudarshansspontaneous..1897 3 ปีที่แล้ว +6

    Bapuji daa,biswa daa, raktim da, jaanmoni daaa gulliiiii....🙏🙏🙏🙏🙏🙏😍😍😍😘😘

  • @krishnadeka2716
    @krishnadeka2716 2 ปีที่แล้ว +3

    বহুত সুন্দৰ হৈছে এই বিহু গীতটি এবাৰ শুনিলে নাছো নাছো লাগি যায়।👌👌👌😊😊

  • @Beautiboruahdip
    @Beautiboruahdip 2 ปีที่แล้ว +9

    ইমান ভাল লাগে শুনি নাচিব হে মন যাই 😘

  • @manishahandique5192
    @manishahandique5192 3 ปีที่แล้ว +12

    Bohuut mojja..atia anekua bihu huniboi nupua holu...axomor bihu modern hoi goise..aitu huni bohuut val lagil dhoinyobad jonaw apulukok

  • @BTS-ty3sh
    @BTS-ty3sh 3 ปีที่แล้ว +24

    সুন্দৰ জিন জিন ম‌ইনা।কবলৈ ভাষা নাই।জিন জিন ম‌ইনাৰ সকলোলৈকে অভিনন্দন জনালো।

  • @mrinmoykumarborah7655
    @mrinmoykumarborah7655 2 ปีที่แล้ว +4

    Bor xundar geet. Mur priyo geet❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @AmalshortsWorld
    @AmalshortsWorld 3 หลายเดือนก่อน +4

    Dhuniya lagil bihu gaan tu huni.❤

  • @the90s4
    @the90s4 3 ปีที่แล้ว +41

    The real taste of assamese culture.... Awesome👍

  • @chayanikadutta5414
    @chayanikadutta5414 3 ปีที่แล้ว +10

    বহুত সুন্দৰ💕💕💕💕💕💕💕💕
    বিহু হ'লে এনেকুৱা হ'ব লাগে।
    ভোগালী বিহুৰ সুন্দৰ উপহাৰ।সকলো লৈ বিহুৰ ওলগ যাচিঁলো.....love from Jorhat ,Teok💕💕💕💕

  • @mantuborah6386
    @mantuborah6386 3 ปีที่แล้ว +2

    Assamr bahirot asu karne bihu bihu loga nasil apunalukr bihu2 xuni gaat bihu bihu lagi goise xosakoi bht val lagil

  • @dulumonideka3923
    @dulumonideka3923 3 ปีที่แล้ว +3

    কথা, সুৰ, কণ্ঠৰ কি অপূব সংমিশ্ৰণ? সঁচাকৈ স্বগানুভূতি প্ৰদান কৰে এনে সুৰ তথা কণ্ঠই যাক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰো❤💕😍🥰

  • @twoassamesesisters6124
    @twoassamesesisters6124 3 ปีที่แล้ว +14

    বহুত ভাল লাগিল গীতটি🔥💛💛💛🙏বহুত বহুত ধন্যবাদ আপোনালোকক মাঘৰ বিহুয ইমান সুন্দৰ এটা উপহাৰ দিয়া বাবে🙏

  • @saikiasvlogpartha5108
    @saikiasvlogpartha5108 3 ปีที่แล้ว +59

    সচাঁকৈ মন ভৰি যোৱা এটি সুন্দৰ বিহু।
    ধন্যবাদ সকলোলৈকে এনে এটি সুন্দৰ বিহু গীত উপহাৰ দিয়া বাবে।

  • @khagenvlogs3488
    @khagenvlogs3488 3 ปีที่แล้ว +1

    Mone pare dehato bihu bihu lagise bahut xundar

  • @chintubaruah6062
    @chintubaruah6062 2 ปีที่แล้ว +1

    Ei he bihu ......bohut dinor murot bhal gaan hunibo paisu

  • @dimpydutta4552
    @dimpydutta4552 3 ปีที่แล้ว +16

    Aiburhe aasol bihu... Oti hundor ❤️❤️👍🏻👍🏻

  • @barbieborgohain5400
    @barbieborgohain5400 3 ปีที่แล้ว +17

    বহুত বহুত ধন্যবাদ .....লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন ৰাইজক এটি অৰ্থপূৰ্ণ বিহুগীত উপহাৰ দিয়াৰ বাবে.... ✨🌼

  • @rahulhazarika1058
    @rahulhazarika1058 3 ปีที่แล้ว +1

    Bhh iman dhunia lagisy Aia by bihu apunara Hur kontho iman dhunia lagisy

  • @user-ns6cy6wl6g
    @user-ns6cy6wl6g 3 ปีที่แล้ว +25

    বিহু ‌হলে এনেকোৱা হ'ব লাগে ।❤️❤️❤️❤️❤️❤️❤️মন অন্তৰ চুই যোৱা গীত । ❤️❤️❤️

  • @PK-vu8qc
    @PK-vu8qc 3 ปีที่แล้ว +36

    ধুনীয়া ,,,বাপুজি দা মনোজ দা উজ্জল ভৱিষ্যত কামনা কৰিলোঁ,,,,,

  • @munukalita6133
    @munukalita6133 3 ปีที่แล้ว +6

    Mojjaaa

  • @pranobphukan8524
    @pranobphukan8524 3 ปีที่แล้ว +6

    বহুত ধুনিয়া হৈছে।গীত তো শুনি বহুত ভাল লাগিল ❤️❤️🔥🔥

  • @jintu_gamers
    @jintu_gamers 3 ปีที่แล้ว +24

    সঁচাকৈ বহুত ভাল লাগিল ইমান দিনৰ মুৰত এটা সুন্দৰ বিহু শুনিব পালো ❤️❤️

  • @madhurjyasaloi5305
    @madhurjyasaloi5305 3 ปีที่แล้ว +49

    অতিৰিক্ত একো sound effect নোহোৱাকে সঁচাকৈয়ে এটি প্ৰকৃত বিহুগীত ❤❤❤❤❤❤ সকলোলৈ অভিনন্দন

  • @rupjyotiraagmusic2372
    @rupjyotiraagmusic2372 3 ปีที่แล้ว +7

    Dhuniyaaa😍😍❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dhandeka4419
    @dhandeka4419 2 ปีที่แล้ว +1

    অসমৰ বিহুৱা ৰজা খগেন দা

  • @narenurang5659
    @narenurang5659 2 ปีที่แล้ว +10

    ইমান সুন্দৰ এটি বিহুগীত সচাকৈয়ে শুনিলে শুনি থাকিবলৈ মন যায়। 😍😍অতুলনীয়। 👌❤

  • @chayanikadutta7844
    @chayanikadutta7844 3 ปีที่แล้ว +31

    এইয়া হে আমাৰ অসমীয়া আদৰ বিহু গীত,,ভাবিছিলো এনে বিহু গীত বোৰ হেৰাই গল বুলি,,,ধন্যবাদ আপোনাৰ হবলৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰি আমাক সুন্দৰ গীত টো উপহাৰ দিয়া বাবে,,আশা ৰাখিলোঁ পুনৰ এনে সুমধুৰ কণ্ঠত সুমধুৰ গীত সমূহ পাম বুলি,,

  • @theunendingjourneys817
    @theunendingjourneys817 3 ปีที่แล้ว +55

    হিয়া-মন শাঁত পেলাই দিলে বাপুজী দা আৰু মনোজ দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় । শব্দ সংমিশ্ৰণ অতুলনীয় ।

  • @hemaray3884
    @hemaray3884 2 ปีที่แล้ว +5

    শুনি থাকিলেও হেপাহ নপলায়, ইমান ভাল লাগিল । শুনিলেই নাচিবৰ মন যায় 💕💕💕

  • @papulchetia6167
    @papulchetia6167 3 ปีที่แล้ว +3

    শুনিলে শুনি থাকিবৰ মন যায়...মন প্ৰাণ ভৰাই তুলিছে..গানটো ইমানেই ধুনীয়া হৈছে..শুনাৰ লগে লগে এপাক নাচি দিবৰ মন যায়...

  • @randipkalita4804
    @randipkalita4804 3 ปีที่แล้ว +163

    যিমানে চাম সিমানে কম ।
    শুনি থাকিবৰ মন যায় ।
    😍

  • @uddiptadas138
    @uddiptadas138 3 ปีที่แล้ว +10

    ভেজাল নথকা সুন্দৰ বিহু গীত এটি সুনিলো। বহুত ভাল লাগিল

  • @nipendowari2499
    @nipendowari2499 3 ปีที่แล้ว +58

    বহুত দিনৰ মুৰত ধুনীয়া বিহুনাম এটি শুনিলো। মন প্ৰাণ চুই গ'ল।😍

    • @anantadas2509
      @anantadas2509 2 ปีที่แล้ว +1

      Purona Bihu gan monot Pori gol.atiya anukuwa gan nai

  • @bishyajithira6657
    @bishyajithira6657 3 ปีที่แล้ว +4

    বহুত বহুত ভাল লাগিল।বহু দিনৰ পিছত এনেকুৱা বিহু শুনিলো।বহুত ভাল লাগিল।

  • @Rahul_on2wheels
    @Rahul_on2wheels 3 ปีที่แล้ว +10

    Finally ata bihu geet palu, ji ye mon pran sui gol.. jin Jin moina hodai monot thaki robo amar... Hokolue Jen ata like kore.......... 2021 r bhal loga bihu ❤️

  • @hridoykhound5336
    @hridoykhound5336 3 ปีที่แล้ว +5

    বঢ়িয়া..... বাপুজী দা।

  • @anantadeka7388
    @anantadeka7388 2 ปีที่แล้ว

    খুব সুন্দৰ খুহুটীয়া বিহু
    বিশেষকৈ দেবেশ্বৰ দাৰ তামোল খোৱা মুখখন অতি মৰমিয়াল

  • @bordoloimridulmridul
    @bordoloimridulmridul ปีที่แล้ว +1

    Khubei duniya Apunar kontho Bapuji Daa , Aamar mrmr Rongali bihuti ahile monmuhit hoi pre Apuna lukor ai xu Madhu Kontho xunile ..... ... ...

  • @padumgogoi5257
    @padumgogoi5257 3 ปีที่แล้ว +6

    খুবেই সুন্দৰ হৈছে গীত টো শুনি ভাল লাগিল

  • @Lets_Do_Something2023
    @Lets_Do_Something2023 3 ปีที่แล้ว +10

    Disco বিহু অহাৰ পৰা প্ৰায় গান শুনিবলৈ এৰিছিলো। ধন্যবাদ আপোনাসবলৈ সুন্দৰ গানটি আগবঢ়োৱাৰ বাবে।

  • @Lyricstezpur07
    @Lyricstezpur07 3 ปีที่แล้ว +15

    বহুত ভাল লাগিল গান তু শুনি আপুনি 🔥🔥🔥🔥

  • @GeoMovieclips
    @GeoMovieclips 2 ปีที่แล้ว +6

    Aji huna bur like koribaa ..it's our fav song 🎉🎉🎉

  • @mamondutta6862
    @mamondutta6862 3 ปีที่แล้ว +5

    বহুত সুন্দৰ 🥰🥰

  • @plabanamahanta8389
    @plabanamahanta8389 3 ปีที่แล้ว +14

    Bohut bhal lagil....Dihing r val loga" jin jin moina "xunibo pai notun bosor t ru bhal lagise❤......dihing🙏

  • @ayushmahantaofficial31
    @ayushmahantaofficial31 3 หลายเดือนก่อน +6

    কোনে কোনে শুনিছে আজি like এটা মাৰি যাওঁ ক🤗

  • @sauravborah-gk6hq
    @sauravborah-gk6hq 3 หลายเดือนก่อน +3

    Bhut bhl lge gantu huni...... Aji bihu buli ako huni dlu 🥰🥰

  • @jumigogoi7101
    @jumigogoi7101 3 ปีที่แล้ว +5

    ভাষা নাই কবলৈ..❤❤💃💃💃

  • @pakhikoch7830
    @pakhikoch7830 3 ปีที่แล้ว +13

    বহুত ভাল লাগিল বিহু গীতটো শুনি।।শুনিলে শুনিয়ে থাকিব মন যায় আৰু লগতে নাচিয়ে থাকিব মন যায়🥰🥰মৰমৰ মামা সকল❤

  • @user-qr2yq7cx5i
    @user-qr2yq7cx5i 2 ปีที่แล้ว

    সঁচাকৈ বহুত সুন্দৰ হৈছে.. কবলৈ ভাষা নাই

  • @Miss_ananya0666
    @Miss_ananya0666 2 ปีที่แล้ว +5

    ইমান সুন্দৰ বিহু গীত ❤❤

  • @bharotigogoi8298
    @bharotigogoi8298 3 ปีที่แล้ว +6

    সুন্দৰ হৈছে দেই ৷

  • @JadumaniKalita
    @JadumaniKalita 3 ปีที่แล้ว +17

    এইয়াহে আমাৰ প্ৰকৃত বিহুনাম দেহা মন নাচি উঠিল গানটো শুনি ❤️ জিন জিন মইনা সমূহ কৰ্মকতা লৈ বহুত বহুত ধন্যবাদ জনালো আগলৈ এনেকুৱা গীত সমূহ দি যাওক❤️❤️

  • @nibaditanibadita1175
    @nibaditanibadita1175 3 ปีที่แล้ว +1

    বহুত ধুনীয়া লাগিছে

  • @parthaprotimsaikia1799
    @parthaprotimsaikia1799 3 ปีที่แล้ว +21

    বহুত দিনৰ মুৰত ইমান খাটি বিহু এটি শুনিলো দেই ,, মনটো জুৰ পৰি গল ৷ এয়াহে প্ৰকৃত বিহুৰ গীত ৷

  • @yagnyaanamikacreations8644
    @yagnyaanamikacreations8644 3 ปีที่แล้ว +25

    জিন জিন মইনাৰ সমূহ সদস্যলৈ শুভেচ্ছা থাকিল।খুব ধুনীয়া হৈছে।

  • @assambolg687
    @assambolg687 3 ปีที่แล้ว +15

    এইবোৰ বিহু এতিয়া নাই কিন্তু শুনি বহুত ভাল লাগে আগৰ দিন বুৰলৈ মনত পৰে আৰু dai

  • @joyshreemohan2852
    @joyshreemohan2852 2 ปีที่แล้ว +2

    ঢোলৰ ৰগৰ এটা extra কৈ লাগিছিল....বহুত মজা লাগিল...এনেকৈ গাৰ নোমবোৰ দাং খালে হে বিহু কয়...

  • @shilpaburagohain6076
    @shilpaburagohain6076 3 ปีที่แล้ว +14

    Dehing always Rock🤟 জয় দিহিং 🥳

  • @anjandutta7461
    @anjandutta7461 3 ปีที่แล้ว +43

    ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। খাতি অসমীয়া ভাষাৰে জিন জিন মইনা শুনি আমনি নালাগে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ।❣️❣️

  • @dhondas9248
    @dhondas9248 6 หลายเดือนก่อน +1

    Mon muhi loi gol geet tuwe❤

  • @sumandas3139
    @sumandas3139 2 ปีที่แล้ว +1

    Bihu boliya amibur akhomiya❤❤

  • @konwarvlogs8223
    @konwarvlogs8223 3 ปีที่แล้ว +6

    ধুনীয়া লাগিছে সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো

  • @surajitgoswami7910
    @surajitgoswami7910 3 ปีที่แล้ว +7

    এইয়াহে আমাৰ বিহু 💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕💕

  • @hemantaborah6788
    @hemantaborah6788 3 ปีที่แล้ว +1

    Bohut vl lga anakua Bihu mojja

  • @probinbezbaruah6444
    @probinbezbaruah6444 ปีที่แล้ว +1

    ধুনীয়া লাগিছে চাই 👌👌👌❤️❤️❤️❤️

  • @ajayborgohain8382
    @ajayborgohain8382 3 ปีที่แล้ว +10

    Iove❤️ it.....so nyc song.... Owesome assam...Owesome bihu....proud as a Assamese ❤️👍🙏joi aai অসম

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  3 ปีที่แล้ว

      🙏

    • @smritikalita6123
      @smritikalita6123 ปีที่แล้ว

      মোৰ যেতিয়া মন যায় তেতিয়া শুনি থাকো বৰ ভাল পাও গীতটি ❤

  • @prasantagogoi6588
    @prasantagogoi6588 3 ปีที่แล้ว +5

    এইয়া সচাই বিহুগীত৷ ধন্যবাদ৷

  • @migendrapatar6662
    @migendrapatar6662 หลายเดือนก่อน +1

    Bapuji apunar gan bohut val lagile khuni amar gaot ❤❤❤❤

  • @mridulkalita2976
    @mridulkalita2976 3 ปีที่แล้ว +73

    বিহু শুনিলে, মনতো বেলেগ হৈ যায়, যাক ।কেতিয়াও ভাষাৰে বুজাব নোৱাৰি।
    সুন্দৰ বিহু এটি শুনিলো ।
    ধন্যবাদ🙏

  • @labhitakalita5343
    @labhitakalita5343 3 ปีที่แล้ว +58

    এই বিহু গীতটি শুনিলে শুনি থাকিবৰ মন যায়l
    বিহু গীতটি কথা সুৰ পৰিৱেশন বহুত ধুনীয়া হৈছে❤️💖❤️

  • @ashimsaikia3009
    @ashimsaikia3009 3 ปีที่แล้ว +12

    Bht dhunia lgile ..tamm enjoy korilu ....mojaa😍🥰

  • @gouravchangmai4108
    @gouravchangmai4108 3 ปีที่แล้ว +20

    এনেকুৱা বিহু গীত লাগে😍😍😍😍আজৈ

  • @trishavlog3495
    @trishavlog3495 3 ปีที่แล้ว +1

    Nasieee dilu apk Axamia suali soo roboi nuarilu 😍😍😍

  • @tinkuhazarika3263
    @tinkuhazarika3263 3 ปีที่แล้ว +6

    Joi dihingg❤❤❤

  • @anjalipatowary6467
    @anjalipatowary6467 3 ปีที่แล้ว +5

    গীত টু বৰ ধুনীয়া হৈছে সুনীলে সুনী থাকিবলৈ মন যাই

  • @dipikadeka607
    @dipikadeka607 3 ปีที่แล้ว +1

    Mor 5 basariya lara jane dintut keibar j xune gaantu ..khub vaal lagise.

  • @rinakumariborah925
    @rinakumariborah925 ปีที่แล้ว +1

    Bohut bohut dhuniya 🥺❤️❤️❤️‍🔥🙌

  • @happygogoi942
    @happygogoi942 3 ปีที่แล้ว +7

    Bohut bohut bohut borhiya ....hoise...moja hoise.....hepahe nopolal....aru okon hunu hunu lgi thkil......mojahh.....joi dihing❤❤❤❤👏👏👏👏👏😍😍😍