ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
নৈ কানৰ চাপৰি || Nai Kanor Sapori || Bharali Pariya Bihu Dol || New Assamese Bihu Song 2024
ฝัง
- เผยแพร่เมื่อ 5 ม.ค. 2024
- নৈ কানৰ চাপৰি || Nai Kanor Sapori || Bharali Pariya Bihu Dol || New Assamese Bihu Song 2024
ভৰলীপৰিয়া বিহুদলৰ নিবেদন
"নৈ কানৰ চাপৰি"
প্ৰযোজনা- থানেশ্বৰ শইকীয়া
পৰিকল্পনা - দ্বিপেন শইকীয়া/চানু শইকীয়া
কথা/সুৰ/সংগীত - নিৰঞ্জন গোস্বামী
ঢোল - লাচিত বৰুৱা, বিশ্বজিৎ গগৈ, চানু শইকীয়া
তাল/গগনা - মান্না শইকীয়া, জানমণি ফুকন
পেঁপা- চানু শইকীয়া
বাঁহী - কৈলাস ৰাভা
কন্ঠ - মৌচম গগৈ, নিতুল দাধৰা, অচ্যুত কুমাৰ নাথ,হিমাক্ষী হাজৰিকা
সহশিল্পী - ৰিপুঞ্জয় শৰ্মা, বিপ্লৱ গগৈ, ৰূপজ্যোতি পাপু
মেলডি ডিজাইন - ভদ্ৰকান্ত দাস
বানীবন্ধক - ৰিপুঞ্জয় শৰ্মা (ষ্টুডিঅ' ড্ৰিমচ)
সংগীত সংমিশ্ৰণ -জিন্তু বৰদলৈ
bharalipariya bihu dol
Bihu-2024
bihu_2024
New Assamese bihu song 2024
Anupom Bitupon
Bihu
New Assamese bihu song
anupombitupon
#anupombitupon
#bihu2024
#New_assamese_bihu_song
#MousomGogoi
#bihu #bihugeet2024
#bihunam
#BharalipariyaBihu
#anupambitupon
ভৰলীপৰীয়া জামুগুৰিহাটত প্ৰথমবাৰৰ বিহু চালো আপোনাৰ ধুনীয়া 💚🤍🥰
Moja dada bihu gantu ligesa❤❤❤❤❤❤❤
জানমণি, মৰমজান, জোনবাই VCD ৰ গীত সমূহলৈ মনত পৰি গ'ল ❤❤
Hosai dei
এতিয়া হে আকৌ আগৰ দিনবোৰ অহা যেন লাগিছে। এনেকুৱা বিহু শুনিবলৈ পোৱা নাযায় আৰু আজি কালি । Love you mousam da and nitul da❤
Xundor bihu❤❤
Xundor bihu
ভাল লাগিছে! মানে বহুতেই ভাল।❤❤
গীতটোৰ লগত জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো
My brother asuyet kumar nath majuli
আইয '.. বিহু বিহু লাগি গৈছে.. নেৰিবা..। বহুত ভাল হৈছে বিহুগীতটি ❤❤ সুন্দৰ কথা, সুৰ, সুন্দৰ কণ্ঠ👌👌 শুভেচ্ছা থাকিল সকলোলৈ💐💐
ভৰলীপৰীয়া হিচাপে গৌৰৱান্বিত । বাকী সকলো জুই । Sanu দা rocks 😄🔥
বঢ়িয়া ❤
Bihu Bihu lagise oi❤❤
বহুত মৰম আৰু শুভেচ্ছা থাকিল জামুগুৰি হাটৰ পৰা❤❤
ধন্যবাদ
সুন্দৰ❤❤❤😍😍
Song lyrics like a real taste for Jamuguri ❤😊😊. I miss you Jumoni Daa 😢😢 💕 I am from Bharli Paria ❤️❤️
Ki hl jumoni daa r?
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ 🎉। সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া বিহু উপহাৰ দিয়াৰ কাৰণে।❤
বহুত ধুনিয়া 😍😍😍
সুন্দৰ
Mojja ❤
Mousam da nitul daa 🔥🔥.. Achyut daa all time favorite 😍
এ মজা বিহু কৰবাত শুনাযেন লাগিছে হব বাৰু, গাই যাওক চোন,,
বহুত ধুনীয়া গীত কণ্ঠ ❤
গীতটোৰ সকলো লৈ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ ঠকিল অসমীয়া শব্দ শৈলীৰ উপস্হাপন বৰ সুন্দৰ
Thank you
Ki j dhuniya baa❤❤
তালিয়া সুন্দৰ।
🙏
সুন্দৰ 👌
মন ফাগুনীৰ সুৰ বোৰ বিচাৰি পোৱা নিচিনা লাগিল, তাতে মৌচম গগৈ দাদা
মজা মৌচম দা সুন্দৰ গান বিহু বিহু
Moja lagise.
Mojaaa mousom da
ধন্যবাদ ভৰলীপৰিয়া বিহু দল 🙂
Moja❤❤❤❤
Dhuniya lgise dada 🙏🌼
amar bihu atiya aru safe zone ot ❤🙏🙏 edm bihu huni huni amoni lagise aru raw bihu paisu kimn bosor pasot...
মন পৰশি গৈছে ৷ সূন্দৰ ৷ নলবাৰীৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
Uff❤
বৰ ধূনীয়া গানটো ❤❤❤❤❤শুৱলা সুৰি❤❤
4:35
Bohut Dhuniya lagise
Nice ❤❤❤
অতি সুন্দৰ
বৰ ধুনীয়া গীতটো… মৌচম ককাইদেউ ইমানদিন কত আছিল আপোনাক বহুত মিছ কৰো…😊
Bahut dhuniya..aibur'he amar bihu gaan
বিহু বিহু লাগিছে গাঁত ❤ সুন্দৰ লাগিছে বিহু বিহু ❤
গানটো বহুত ভাল পাও❤❤
নিৰঞ্জন গোস্বামী দেৱে নতুন বছৰত এটি সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ জানানো। লগতে গীতটিৰ লগত জড়িত সকলো লৈকে আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিলো।
Mousam da my favorite bihu singer 🎉😊😊❤
Xuni le xuni thakibo mon jai dhuniya ❤️
Uff❤val lgi gol xuni...xokoluloike xuvesha jonalu...sanu da,manna da himankhi ba...rock🔥🔥
Thank you dai
বৰ ধুনীয়া গীত ❤️❤️
Bihu geeti hosai bohut dhuniya lagil huni 💖💖
বৰ সুন্দৰ মৌচম দা অচ্যুত,নিতুল দা হিমাখি বা আগৰ বিহুৰ সোৱাদ পাইছোঁ মাঘ বিহুত নাচিম এইবাৰ লগাই লৈ বাকী নিৰঞ্জন sir লৈ ধন্যবাদ থাকিল ইমান সুন্দৰ বিহু এটি উপহাৰ দিয়াৰ বাবে বাকী আৰু এনেকুৱা বিহু আশা কৰিলোঁ
Moja❤
Ultimate 🔥❣️
বহুত ধুনীয়া হৈছে❤️😍 শুভেচ্ছা থাকিল।
Thank you
ধুনীয়া লগতে জমনিও ৷ এই পুহমহীয়া নিশা (3.26AM) গান শুনি হাঁহি আছোঁ ৷
Thank you dai
❤❤
Mojhhh
ৰাঙলী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ সকলোকে 🎉
Mojja
অতি সুন্দৰ ❤
Dhuniya👍
Mousom Gogoir bihu manei❤❤❤ .....
মৌচম ককাইদেউৰ কণ্ঠ ❤
শুনিলে শুনিয়েই থাকিবৰ মন যায় 💥🎇
Sanu daa mozah 🔥🔥🔥
Thank you boro
Jui jui jui jui 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥 o
বিহু গীত ৰ কথাবোৰ বহুতেই সুন্দৰ হৈছে। খাচ বিহু ৰ অনুভৱ হৈছে। থলুৱা বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰি বিহু গীত বনালে হে শুনিব ভাল লাগে। যোৰহাটৰ পৰা প্ৰতিজন কলা কুশলীক শুভেচ্ছা জনাইছো।।❤❤
Tammm❤❤❤
Dhunia 🔥🔥❤️❤️
Mojja mojja mojja ❤
সুন্দৰ 💝💝💝
মজা অ ককাইহঁত ❤ মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ 🎉 তাতে আকৌ বিহুৱা লৰা ঢোলৰ মাত শুনিলেই গা বেজ বেজাই যায়, love from Kerala ❤
Love from sivasagar❤️🔥
Xundor
বহুত ধূনীয়া লাগিল ❤
A mojjjjjaaaaa mojjjjaaaaaaaaaa🎉🎉🎉🎉🎉🎉🎉🎉❤
Mousom daa❤
Bohut hundor hoise geet tu .. ki hundor kontha ..❤❤
Dhunia Bihu❤❤❤
Bht xuvesha aru bht morom..bor dhuniya hoise
Mojaa
Bohut dhuniya🎉🎉
বৰ ধুনীয়া লাগিছে শুনি গীতটি ❤❤
🔥🔥🔥
Mjh
Moja dila ooo
❤❤❤❤
Buhut bhal lagise gaan tu, Mousam da is back
Mojaaaaa....🎉🎉❤
Bihu bihu lagi goise love from Bangalore ❤❤❤❤❤
Mojja😊
বাহুত ধুনিয়া হৈছে
Moja gaixa ❤❤❤
Dada mjja....
Nice song ❤❤❤❤❤❤
❤❤❤ achyut hit....🎉 you all guys best..bht val lgil
Khub hundor ❤❤ joyotu 🙏 voroliporiya
Mja dada
আজ্জৈ....🕺🕺বহুত ধুনীয়া হৈছে.. বঢ়িয়া 👏👏
ধন্যবাদ
ধুনীয়া❤️
Dhunia bhut val lagise... Huni amoni nalage... Tal bojua dada jon bhut dhuniya furti... Bihu boliya