মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ธ.ค. 2023
  • মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
    কণ্ঠ = পাৰ্থজিৎ নেওগ, বিশ্বজিত সোণোৱাল, পূবালী ফুকন
    কথা সুৰ = মানস জ্যোতি শইকীয়া , পুলিন মহন
    সংগীত = মেজাঙ্কৰী
    ঢোল = দ্বীপ গগৈ , বিশাল গগৈ

    বাঁহী = মানস বৰা(ঋষি)
    তাল ,পেঁপা ,গগনা = অনুৰণ বেজবৰুৱা
    মেলডি = ভদ্ৰ কান্ত দাস
    পৰিকল্পনা, ব্যৱস্থাপনা = অচ্যুত শইকীয়া
    প্ৰযোজনা = লীনা গগৈ শইকীয়া
    শব্দ গ্ৰহণ = ৰাজোত্তম বড়া(কানাই), বিতোপন গগৈ
    শব্দ সংমিশ্ৰণ = ৰাজোত্তম বড়া (কানাই)
    বাণীবন্ধন = ষ্টুডিও আৰ কে ডিজিটেল , বালীঘাট
    দৃশ্য গ্ৰহণ আৰু সম্পাদনা = ৰাজনিশ শইকীয়া
    বিশেষ কৃতজ্ঞতা = ৰাহুল ৰঞ্জন গগৈ, পূৰ্ব গগৈ, দীপাংকৰ সোণোৱাল, কস্তুৰী কাঞ্চন বৰুৱা, প্ৰহ্লাদ গগৈ, অৱনী গগৈ, বিজুমণি গগৈ
    www.saavn.com/p/album/assames...
    open.spotify.com/track/5zUpIg...
    #anupombitupon #Bihu2024
    #anupambitupon #new_assamese_song_2024
    #New_assamese_bihu_song
    #Mayongor_bejali
    anupom bitupon
    Mayongor bejali
    anupombitupon
    bihu 2024
    New Assamese bihu song
    anupambitupon bihu
    mayangor bejali
    www.saavn.com/p/album/assames...
    www.saavn.com/p/album/assames...
    www.saavn.com/p/album/assames...
  • เพลง

ความคิดเห็น • 2K

  • @deepgogoi6448
    @deepgogoi6448 5 หลายเดือนก่อน +1475

    Ami bondhu kitai gaan ata koribo sesta korisu kene pale jonabo dei❣️

    • @akkritimahanta7411
      @akkritimahanta7411 5 หลายเดือนก่อน +42

      Dhuniya hoise aguai jua❤

    • @kaushikbordeuri265
      @kaushikbordeuri265 5 หลายเดือนก่อน +31

      Dhuniya hoise🥰🥰

    • @MrDas_95
      @MrDas_95 5 หลายเดือนก่อน +17

      Bohut dhunia hoise....Val lagil xuni....❤

    • @AnupomBitupon
      @AnupomBitupon  5 หลายเดือนก่อน +37

      🙏

    • @apurbajyoti1584
      @apurbajyoti1584 5 หลายเดือนก่อน +13

      বঢ়িয়া হৈছে দেই🎉

  • @RongjaliBodosa
    @RongjaliBodosa หลายเดือนก่อน +3

    বৰ আলসুৱা অ গানটো।মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে এইটো গান বৰ ভাল পায়।নাচি থাকে নিজে গাই গাই। শিক্ষয়িত্ৰীসকলেও ভালপায়।

  • @nibeditakotoky
    @nibeditakotoky 6 วันที่ผ่านมา +3

    যোৰহাট বহতীয়া গাঁৱত ঘৰ নেকি বাৰু?সেইদিনা তোমাৰ প্ৰগ্ৰেম চাইছিলোঁ৷বহুত ভাল লাগিল চাই❤❤

  • @manash_jyoti_saikia
    @manash_jyoti_saikia 5 หลายเดือนก่อน +20

    আমি ন শিকাৰু বন্ধু কেইজনে মিলি আপোনালোকলৈ আগবঢ়াই দিছোঁ গীতটি।অনেক ভুল হ'ব পাৰে আমাৰ।ভুল খিনি দেখুৱাই আমাক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব।

  • @neelsaikiamusicassam182
    @neelsaikiamusicassam182 5 หลายเดือนก่อน +5

    এইবাৰ যিমান খিনি বিহু নাম শুনিলো,, এইটো সবাতকৈ ভাল লাগিছে, সকলোৱে বৰ ধুনীয়া গাইছে ,বজাইছে ❤ আটাইলৈ সুভ্কামনা থাকিল ❤❤

  • @debajitchetia1659
    @debajitchetia1659 หลายเดือนก่อน +2

    আটাইকেইজনলৈকে শুভেচ্ছা জনালোঁ।

  • @surendeka6209
    @surendeka6209 หลายเดือนก่อน +1

    বৰ ভাল গান গাইছে। ভৱিষ্যতে আৰু নতুন নতুন গান গাই থাকিব বুলি আশা কৰিলো।

  • @paragdeka9602
    @paragdeka9602 5 หลายเดือนก่อน +44

    এইবাৰৰ শ্ৰেষ্ঠ বিহু । পোৱালি দুটা আগবাঢ়ি যা ❤❤❤❤❤

    • @manash_jyoti_saikia
      @manash_jyoti_saikia 4 หลายเดือนก่อน +2

      অশেষ ধন্যবাদ জনালোঁ❤

  • @sgogoi459
    @sgogoi459 4 หลายเดือนก่อน +9

    আইয '.. বিহু বিহু লাগি গৈছে.. নেৰিবা..। বহুত ভাল হৈছে বিহুগীতটি ❤সুন্দৰ কথা, সুৰ, সুন্দৰ কণ্ঠ👌👌ভাল লাগি গল। শুভেচ্ছা থাকিল সকলোলৈ💐💐

    • @In_qeeun
      @In_qeeun 2 หลายเดือนก่อน +1

      ❤❤

  • @robimurah30
    @robimurah30 4 วันที่ผ่านมา +2

    ধুনীয়া হৈছে ।

  • @ProtimaBordoloi-md4ke
    @ProtimaBordoloi-md4ke หลายเดือนก่อน +1

    যিমান শুনিলেও আমনি নালাগে ❤

  • @DevashreeBoro
    @DevashreeBoro หลายเดือนก่อน +10

    বহুত ধুনীয়া 🤞❣️❣️ যিমান শুনিলে ও হেঁপাহ নপলায়🤗🥰🥰🤞❣️

  • @dibyasonowal
    @dibyasonowal หลายเดือนก่อน +4

    মায়ঙৰ বেজালি গানটো কোনে কোনে like
    কৰে বাৰু কমেট কৰি জনাব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @namitadevi4913
    @namitadevi4913 8 วันที่ผ่านมา +2

    বৰ সুন্দৰ, বহুত ভাল লাগিল

  • @mayasarma9747
    @mayasarma9747 20 วันที่ผ่านมา +1

    বহুত ধুনীয়া লাগিল দেই ..... গানটো বহুত প্ৰিয়..... আগুৱাই যাওক বহুত বহুত শুভেচ্ছা 🙏

  • @debojanibora9483
    @debojanibora9483 4 หลายเดือนก่อน +17

    বʼহাগ বিহুত এনেকুৱা এটি বিহু গীত আৰু উপহাৰ পাম বুলি আশা কৰিলো।

  • @biswajitsaikia7815
    @biswajitsaikia7815 5 หลายเดือนก่อน +5

    ❤❤এহ ককাইহঁত অ’ বৰ অপূৰ্ব সুন্দৰ হৈছে❤❤২০২৪চনৰ এটা আৰম্ভণি খুব শুৱলা গীতে পালোঁ৷বহুত ধন্যবাদ এই গীতটিত জড়িত থকা প্ৰত্যেকজন শিল্পী কলাকুশলীলৈ❤❤আগলৈ এনে ধৰণৰ বহুমূলীয়া উপহাৰ তথা গীত শুনিবলৈ আশাৰে শুভকামনা আৰু শুভাশীষৰ লগতে নতুন ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভকামনাৰে আগুন্তোক ভোগালী বিহুৰ ওলগ জনালো মায়াঙৰ বেজালিৰ পৰিয়াল বৰ্গলৈ❤❤❤❤

  • @hello12506
    @hello12506 3 วันที่ผ่านมา +2

    অতি সুন্দৰ হৈছে ❤😊

  • @BobitaBhuyan-kb6cd
    @BobitaBhuyan-kb6cd 13 วันที่ผ่านมา +1

    বৰ ধুনীয়া হৈছে। আগুৱাই যোৱা👍

  • @niramonibaruah1126
    @niramonibaruah1126 4 หลายเดือนก่อน +89

    মায়ঙ অসমৰ‌‌‌ এখন ঐতিহাসিক স্থান। এই স্হান ক ভিত্তি কৰি লিখা গীতটো ৰ শব্দৰ বাচনি, বাক্য ৰ গাঠনি, সুৰ আৰু শিল্পী সকলে গীত টো ত নিগৰোৱা কন্ঠ অতি সুন্দৰ। এই সকল শিলপীয়ে সংস্কৃতিৰ পথাৰখন নিশ্চয় সজীৱ কৰি তুলিব পাৰিব। শিল্পী সকলৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ ।

  • @debojithazarika6546
    @debojithazarika6546 5 หลายเดือนก่อน +7

    বহুত ধুনীয়া হৈছে ❣️❣️❣️সদাই এনেকৈ আগ বাহি যোৱা তাৰে কামনা কৰিলো 👌👌👌🔥🔥🔥

  • @anantagohain8520
    @anantagohain8520 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল আগলৈও আৰু এনেকুৱা গান শুনিব পাম বুলি আশা কৰিলো ❤❤❤❤❤

  • @SKsuresh302
    @SKsuresh302 หลายเดือนก่อน +2

    কাৰ কিমান গাত বিহু বিহু লাগিছে __

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 5 หลายเดือนก่อน +48

    এইবোৰহে বিহুগীত।
    আগবাঢ়ি যোৱা ❤

  • @ritusmitaborgohain7478
    @ritusmitaborgohain7478 5 หลายเดือนก่อน +6

    বহুত ধুনীয়া হৈছে❤সকলোলৈকে শুভেচ্ছা জনালো❤👌

  • @obitouchiha-nn5fq
    @obitouchiha-nn5fq 11 วันที่ผ่านมา +3

    Dhuniya lagi se ❤

  • @user-zd7zq3md1g
    @user-zd7zq3md1g วันที่ผ่านมา +2

    Moranr pandhowa pora bohut morm jasisu❤❤ bohut dhunia hoise aguai juhh

  • @user-qz6ff3pt6u
    @user-qz6ff3pt6u 3 หลายเดือนก่อน +20

    অন্তৰ চুই যোৱা এটি বিহু গীত শুনিবলৈ পাইছোঁ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bandanahazarika4137
    @bandanahazarika4137 หลายเดือนก่อน +1

    Bihu mor priya.bahut val lagil.bhal channel apunar.like karilu🙏🙏🙏

  • @matiabora3945
    @matiabora3945 2 หลายเดือนก่อน +1

    বহুত ধুনীয়া হৈছে।👌👌👍👍👍

  • @ritamoniboruah5038
    @ritamoniboruah5038 2 หลายเดือนก่อน +27

    বৰ ধুনীয়া লাগিছে। এইয়াহে বিহুৰ মাদকতা।

  • @user-gu5zt8er5u
    @user-gu5zt8er5u 4 หลายเดือนก่อน +28

    ডিব্ৰুগড় লাহোৱাল পৰা বহুত মৰম দিলোঁ দাদা ইমান ধুনীয়া লাগিছে গানটি শুনি কমেও 78বাৰ মান শুনিছোঁ ❤️❤️❤️❤️

  • @binabora8817
    @binabora8817 หลายเดือนก่อน +2

    বৰ ধুনীয়া লাগিছে ❤️🌹

  • @dharmajitbarman3289
    @dharmajitbarman3289 10 วันที่ผ่านมา +2

    ধুনীয়া

  • @ritudeka9796
    @ritudeka9796 หลายเดือนก่อน +16

    বহুত বহুত সুন্দৰ ❤️👌 বিহু ধুনীয়া হৈছে

  • @bulangogoi6864
    @bulangogoi6864 5 หลายเดือนก่อน +34

    বিহু গীতটো শুনি আপ্লুত হলো। মৰম লগা ভাইটিকিটা আৰু পূবালীৰ কণ্ঠত বৰ সুন্দৰ হৈছে। তোমালোকলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো💐💐💐❤

  • @karabikalita3384
    @karabikalita3384 หลายเดือนก่อน +2

    মন পৰশা গীত লগতে অতীতক সোঁৱৰাই দিলে।

  • @priyanshugondhia9649
    @priyanshugondhia9649 8 วันที่ผ่านมา +2

    মন পৰশা গান। শুনি আমনি নালাগে চোন ❤❤

  • @mridudutta3210
    @mridudutta3210 3 หลายเดือนก่อน +75

    প্ৰথম পৰিচয়ত মই অসমীয়া বিহু বুলি ক'লে বলিয়া ❤ তাতেই আকৌ বিহু গীত...বৰ ধুনীয়া _

    • @PallabSaikia-mn1tc
      @PallabSaikia-mn1tc 2 หลายเดือนก่อน +1

      ধূনিয়া লাগিছে দেই🎉🎉🎉🎉🎉

    • @gupalinath2515
      @gupalinath2515 2 หลายเดือนก่อน +1

      ​@@PallabSaikia-mn1tckkovvpphgop❤😂😂😂🎉

    • @gupalinath2515
      @gupalinath2515 2 หลายเดือนก่อน

      ❤❤❤iofdfjiffoiddoidd😮reoodxkkcfyofddlkddfddgydhkkff pordfgjofsdiyfrkdefjgffgufdddffff

  • @fluteprasantagogoi6528
    @fluteprasantagogoi6528 5 หลายเดือนก่อน +31

    সকলোৱে ইমান সুন্দৰ হৈছে,,,❤❤❤❤❤ এনেদৰে আমাৰ বিহু জাতীয় সংস্কৃতি টো জীয়াই ৰাখিবা আগলৈ এনে গীত শুনিবলৈ পোৱা আশা থাকিল ,,,

    • @manash_jyoti_saikia
      @manash_jyoti_saikia 4 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ জনালোঁ❤

  • @PranabBorah-yf5gc
    @PranabBorah-yf5gc หลายเดือนก่อน +2

    বহুত ধুনীয়া গানটো ❤❤❤❤❤❤❤❤

  • @kashmireegogoibaruah
    @kashmireegogoibaruah 3 หลายเดือนก่อน +6

    খুব ধুনীয়া ❤বহুত ভাল লাগিল

  • @jutikanath4270
    @jutikanath4270 5 หลายเดือนก่อน +10

    বহুত ভাল লাগিল শুনি ♥️

  • @user-jx9sb6bz9h
    @user-jx9sb6bz9h หลายเดือนก่อน +2

    Bohut val lagil mor gantu xuni.bohut bar xunilu.tumaluk aguwai juwa.❤❤

  • @dukhiatmahoren7225
    @dukhiatmahoren7225 หลายเดือนก่อน +3

    সুন্দৰ ❤

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz 26 วันที่ผ่านมา +4

    কণ্ঠশিল্পী কেইজনৰ পৰিচয় ?গীতটো জনপ্ৰিয়তা বাঢ়িছে।শুভেচ্ছা থাকিল।

  • @pulaknathofficial
    @pulaknathofficial 2 หลายเดือนก่อน +18

    অতি সুন্দৰ l এতিয়াহে বিহু-বিহু লাগিছে l BEST OF LUCK. আৰু বিহুগীত উপহাৰ দিবা বুলি আশা কৰিলো l

  • @lukuborgohain4554
    @lukuborgohain4554 11 ชั่วโมงที่ผ่านมา +2

    Bor dhunia lagisa

  • @eladutta1443
    @eladutta1443 9 วันที่ผ่านมา +1

    বহুত ভাল হৈছে

  • @bibeksaikiaofficial5500
    @bibeksaikiaofficial5500 5 หลายเดือนก่อน +53

    আচলতে নিজৰ ঠাই খনিৰ ওপৰত এনেকৈ গীতৰ সুৰ তুলি দিয়া বাবে সঁচাই গৌৰৱান্বিত হৈছোঁ। আহিব দেই এবাৰ আমাৰ মায়ংখনিলৈ ভূমুকিয়াই যাব । লগতে গীতটি মনপৰসা হৈছে । শুভ কামনা থাকিল গোটেই পৰিয়ালটি লৈ।
    Lots of love from MAYONG

  • @borshaborah4272
    @borshaborah4272 5 หลายเดือนก่อน +5

    সুন্দৰ হৈছে আগুৱাই যোৱা তোমাৰলোক ❤

  • @rinkibora4127
    @rinkibora4127 หลายเดือนก่อน +2

    বৰ ধুনীয়া

  • @MownitaSaikia
    @MownitaSaikia 2 วันที่ผ่านมา +2

    Bohut dhunia lagise

  • @runumisaikia8077
    @runumisaikia8077 หลายเดือนก่อน +12

    ইমান সুন্দৰ হৈছে বিহু গীতটো যিমান শুনিলেও শুনি থাকিবলৈ মন যায় থাকে ।

  • @alpanatapanoza6657
    @alpanatapanoza6657 2 หลายเดือนก่อน +71

    গানটো একদম মনপৰশা হৈছে❤
    কিমান বাৰ যে শুনো হিচাপেই নাই
    সকলোকে শুভেচ্ছা যাচিলোঁ‌ সংস্কৃতিৰ পথাৰ খনত আৰু আগুৱাই যাওঁক

    • @user-bb6rj8tw6f
      @user-bb6rj8tw6f หลายเดือนก่อน

      Qqz

    • @user-ei1yr2fv6w
      @user-ei1yr2fv6w หลายเดือนก่อน +1

      😅🎉😂😉😆🤩

    • @paparidevi720
      @paparidevi720 หลายเดือนก่อน

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤tuirioeroruosyk

    • @paparidevi720
      @paparidevi720 หลายเดือนก่อน

      😢😂🎉

    • @BhairabDutta-gd1ok
      @BhairabDutta-gd1ok 9 วันที่ผ่านมา

      😂😂😂😂😂😂😂

  • @srz-clashtheclans8332
    @srz-clashtheclans8332 2 หลายเดือนก่อน +2

    ধুনীয়া লাগিছে❤❤

  • @kandarpadeka9347
    @kandarpadeka9347 18 วันที่ผ่านมา +1

    সুন্দৰ লাগিল দেই

  • @aninditabharali9837
    @aninditabharali9837 2 หลายเดือนก่อน +11

    অতি সুন্দৰ গীত সুন্দৰ কন্ঠ বহুত ভাল লাগিল শুনি❤

  • @biplobsaikia6264
    @biplobsaikia6264 5 หลายเดือนก่อน +4

    বহুত ধুনীয়া হৈছে আগুৱাই যা ভাইহঁত ❤

  • @user-yc5fn5vh5f
    @user-yc5fn5vh5f 8 วันที่ผ่านมา +2

    Ei Bosoror Hundor Bihu Geet Eta Huniboleye Pai Bohut Hukhi Holu.Otii Hundor ❤❤❤

  • @rahulbhumij987
    @rahulbhumij987 22 วันที่ผ่านมา +2

    সুন্দৰ হৈছে ❤❤❤

  • @RinjuMonisKitchenVlogs
    @RinjuMonisKitchenVlogs 4 หลายเดือนก่อน +7

    বিহু গীতটো শুনি সঁচাই বহুত ভাল লাগিল।😍😍 আগুৱাই যাওঁক।🙏

  • @aditi_345__5
    @aditi_345__5 หลายเดือนก่อน +26

    অসমীয়া ডেকা- গাভৰু হৈ অতি সুন্দৰ উপস্থাপন কৰিছা!! 💛 আগবাঢ়ি যোৱা..

  • @somainarabha4055
    @somainarabha4055 9 วันที่ผ่านมา +1

    Ami eibar bihut mansot nasilu...val lagil.....enjoy kurilu

  • @anamikaphukon3597
    @anamikaphukon3597 5 หลายเดือนก่อน +4

    বহুত ধুনীয়া হৈছে আগুৱাই যোৱা ❤❤❤

  • @priyankaboruah2241
    @priyankaboruah2241 5 หลายเดือนก่อน +5

    বিহু বিহু ❤❤ বহুত ভাল লাগিছে আগবাঢ়ি যোৱা সদায় ❤

  • @bikashboruah3191
    @bikashboruah3191 หลายเดือนก่อน +2

    Bohut base val lagel gantu huni agole aguyai jauk ane dore tare kamona korem❤🎉

  • @moniborah701
    @moniborah701 หลายเดือนก่อน +2

    Bohut val lagise ganti dada . Apunaluk birina bari loyahi se neki baru

  • @manshidutta2594
    @manshidutta2594 5 หลายเดือนก่อน +5

    সুন্দৰ বন্ধু🤩💥💖

  • @saikiab150gmailcom
    @saikiab150gmailcom 3 หลายเดือนก่อน +3

    এটা নিভাজ বিহু উপভোগ কৰিলোঁ । সকলোলৈ আগন্তুক বিহুৰ শুভেচ্ছা থাকিল ।❤❤❤

  • @entertainmentshowbox233
    @entertainmentshowbox233 หลายเดือนก่อน +3

    অতি সুন্দৰ ❤ আগবাঢ়ি যোৱা 😊

  • @rupamdoley5377
    @rupamdoley5377 หลายเดือนก่อน +1

    বহুত ধুনীয়া হৈছে

  • @digantagogoi3379
    @digantagogoi3379 2 หลายเดือนก่อน +8

    ধুনীয়া বন্ধু সকল

  • @rimpiboruah9619
    @rimpiboruah9619 3 หลายเดือนก่อน +17

    বহুত ভাল লাগিলে , গানটো এইবাৰ বহাগত এনেকুৱা এটা আৰু গান পাম বুলি আশা থাকিল। ❤️❤️

  • @Ranjitaborah123
    @Ranjitaborah123 2 หลายเดือนก่อน +9

    Bohut bohut bohut val lagise.hunile huni thakibo mon jai. 🥰🥰

  • @user-tp3gh6xj3h
    @user-tp3gh6xj3h 2 หลายเดือนก่อน +2

    দেহা মন উতলা কৰা বিহু গান

  • @chinkumonideka2643
    @chinkumonideka2643 หลายเดือนก่อน +2

    গানটি সোণত সুৱগা হৈছে ❤❤❤❤❤❤

  • @user-rm5ft1mm2s
    @user-rm5ft1mm2s 3 หลายเดือนก่อน +6

    অতি সুন্দৰ কণ্ঠ আগুৱাই যোৱা শুনি বৰ ভাল লাগিল 💖

  • @sangitasaikia6437
    @sangitasaikia6437 4 หลายเดือนก่อน +6

    Bohut hundor hoise. Bohut din val bihu geet eta hunibo puwa nasilu hosakoi.Bohut hundor 👏👏👏👏

  • @saujanya2097
    @saujanya2097 หลายเดือนก่อน +2

    বৰ ধুনীয়া

  • @satyajitpatarpatar8348
    @satyajitpatarpatar8348 4 วันที่ผ่านมา +2

    Xhosakoi bohut val lagise

  • @lijashree--25
    @lijashree--25 4 หลายเดือนก่อน +6

    উফ্ বহুত ধুনীয়া 😍❤️🔥

  • @dipankarmech4678
    @dipankarmech4678 4 หลายเดือนก่อน +5

    গানটো শুনি বহুত ভাল লাগিলে।
    ধন্যবাদ থাকিল।

  • @prasantasaikia5271
    @prasantasaikia5271 13 วันที่ผ่านมา +1

    বৰ ভাল হৈছে দেই ৷

  • @minaboruah9570
    @minaboruah9570 2 หลายเดือนก่อน +4

    অতি সুন্দৰ কন্ঠ আগবাঢ়ি যোৱা বা আৰু দাদাহত ❤😊😊👍🏻👍🏻🍁

  • @mrinalpoeamassam.3365
    @mrinalpoeamassam.3365 4 หลายเดือนก่อน +3

    মায়ঙিয়া হিচাপে ভাল লাগিল ❤️ বহুত সুন্দৰ ❤️❤️ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🌹🙏🌹 সুন্দৰ বিহু ❤

  • @TapanLahon
    @TapanLahon 4 วันที่ผ่านมา +2

    Gan tu bohut dhunia hoise❤❤❤❤ future ujjal asse

  • @debajitgaming6966
    @debajitgaming6966 หลายเดือนก่อน +2

    Imn dhunia hoise gan hunitu thklileu amoni nlge bht bht vl hoise ❤❤❤❤🎉

  • @mainamusical1168
    @mainamusical1168 4 หลายเดือนก่อน +7

    ভাল লাগিল শুনি গীত টি।পাৰ্থ মানস আৰু গীতটিত থকা প্ৰত্যেকজন ব্যক্তিলৈ মোৰ ফালৰ পৰা হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিলো।আগুৱাই যোৱা।❤❤❤❤

  • @rijubarthakur8641
    @rijubarthakur8641 3 หลายเดือนก่อน +38

    ঈশ্বৰে তোমালোক দুয়োকে লগতে ভন্টি জনীক অতি সুন্দৰ কন্ঠ একোটা দিছে ভালে ৰাখিবা । বাদ্য যন্ত্ৰ সকলৰ অতি সুন্দৰ কাৰণেই গানটো সোনত সোৱগা হৈছে

  • @bhaitirahman3816
    @bhaitirahman3816 หลายเดือนก่อน +2

    সুন্দৰ 👌👌বহুত ধুনীয়া গাইছে ।ভাল লাগিলে ❤🙏

  • @umeshgogoi5471
    @umeshgogoi5471 2 หลายเดือนก่อน +3

    বহুত ধুনীয়া হৈছে অ দাদা ❤😊সদাই যেন এনেকৈ আগবাহি যোৱা 🎉☺️তাৰে কামনা কৰিলোঁ ❤️

  • @pabitraneog5195
    @pabitraneog5195 4 หลายเดือนก่อน +5

    ভোগালীৰ বিহুৰ ও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @binayarnav8781
    @binayarnav8781 4 หลายเดือนก่อน +5

    সঁচাকৈ বৰ বেছি ধুনীয়া❤ বাঁহীবাদক গৰাকীলৈ বহুত মৰম আৰু শুভেচ্ছা

  • @roktimboruah1234
    @roktimboruah1234 2 หลายเดือนก่อน +1

    সুন্দৰ হৈছে

  • @DebeswarSonowal-sp4ub
    @DebeswarSonowal-sp4ub 2 หลายเดือนก่อน +3

    অতি সুন্দৰ হৈছে। আৰু আগুৱাই যোৱা

  • @bijusaikia2586
    @bijusaikia2586 3 หลายเดือนก่อน +20

    খুবেই ধুনীয়া,,,,,,মই দিনটোত এবাৰ হলেও শুনো,,,,,,,,, আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ ❤❤❤❤

  • @arupmadahi4778
    @arupmadahi4778 5 หลายเดือนก่อน +7

    Bohut besi vl lagil gantu ....... atiya agor dinboroloi monot pori gol...... love from Baksa

  • @NortheastExplorerRH
    @NortheastExplorerRH 2 หลายเดือนก่อน +2

    এটি জনপ্ৰিয় বিহু গীত। আপোনালোকে বৰ সুন্দৰকৈ গীত আৰু বাদ্যযন্ত্ৰসমূহ উপস্থাপন কৰিছে 👌👌👌❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ ভাল লাগিল. ভিডিঅ'টো। সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ 🙏

  • @ProvatMudoi-om2gn
    @ProvatMudoi-om2gn 8 วันที่ผ่านมา +2

    প্ৰকৃত বিহু