ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

ফাদিল হ'ল হিমন্ত বিশ্বৰ কুকীৰ্তি।

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 เม.ย. 2022
  • ফাদিল হ'ল হিমন্ত বিশ্বৰ কুকীৰ্তি।মৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ বাবদ শ্বেয়াৰ বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই----

ความคิดเห็น • 251

  • @manojtalukdar6647
    @manojtalukdar6647 2 ปีที่แล้ว +86

    কু-কিৰ্ত্তী, সু-কিৰ্ত্তী আৰু যে কিমান কিৰ্ত্তী আহি অপেক্ষা কৰক 👍👍👍👍👍

  • @cazyaditta2915
    @cazyaditta2915 2 ปีที่แล้ว +91

    এই জন CM এ অসম খাব আৰু Venture teacher সকলৰো জীৱন খালে৷তেওঁ লোকৰ পৰিয়ালকো খালে৷

    • @jyoti9293
      @jyoti9293 2 ปีที่แล้ว +4

      Aijone nijor jalukbarir lara borok aru teur logat thaka borok he sakari diye

  • @iliasahmed2682
    @iliasahmed2682 2 วันที่ผ่านมา +4

    ফাদিল হৈছে খুব ভাল, সামাজিক আন্দোলন ৰ প্ৰয়োজন🎉

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 ปีที่แล้ว +111

    ভগৱান কো এৰা নাই C:M ই

  • @anukulrabha5766
    @anukulrabha5766 ปีที่แล้ว +33

    হিমন্ত আগৰ পৰাই খায় । যেনে হিমন্তৰ
    সাৰদা কেলেংকাৰী , ৰাণিকিৰ ভূমি কেলেংকাৰী ।

  • @jitendrabarman6577
    @jitendrabarman6577 2 ปีที่แล้ว +83

    ভগৱানে সকলো দেখে কিন্ত অপেক্ষা কৰে ৷

  • @rajubora3485
    @rajubora3485 2 ปีที่แล้ว +135

    মামা তুমি জুই
    মন্দিৰো এৰা নাই
    বহুত ভাল ।।
    এইটো নিউজ বেলেগে
    নেদেখুৱাই ।

  • @sivanathbhuyan1601
    @sivanathbhuyan1601 ปีที่แล้ว +21

    এশ গৰু মাৰিলে বাঘৰো মৰণ

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 5 หลายเดือนก่อน +33

    হিমন্ত বিশ্ব শৰ্মা তুমি ধন্যবাদৰ পাত্ৰ। তুমি অসমৰ মুখ্যমন্ত্ৰী।তোমাক চেয়াৰ নিদিলে কেনেকৈ হ'ব? টকাৰ খেল,দক্ষ খেলুৱৈ।

  • @pgoswami5378
    @pgoswami5378 2 ปีที่แล้ว +28

    জোৰ যাৰ মুলুক তাৰ বুলি কথাষাৰেই
    যেন এই ক্ষেত্ৰত প্ৰযোজ্য হবলৈ গৈ আছে।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 วันที่ผ่านมา

      এৰা সাৰদা কেলেংকাৰী,দুই বাৰজাৰ কেলেংকাৰী, ডিমা হাচাও এহেজাৰ কোটি কেলেংকাৰী আদি অসমৰ সকলো মানুহেই জানে ।

  • @santanusonowal7663
    @santanusonowal7663 2 ปีที่แล้ว +52

    ঈশ্বৰে সুমতি দিয়ক। নেপায় কিন্তু এদিন ঈশ্বৰে বিচাৰ কৰিবই।

  • @krishnanath4550
    @krishnanath4550 2 ปีที่แล้ว +38

    কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল ।

  • @lankeswarboro7501
    @lankeswarboro7501 2 ปีที่แล้ว +35

    লাজ নাই ‌cm.

  • @jayantabordoloi5089
    @jayantabordoloi5089 ปีที่แล้ว +20

    বামুণৰ বাত্চা যে জুলুঙা নভৰেই। কাঞ্চন জুৰি বাগিচাৰ শিৱ মন্দিৰ আৰু কালী মন্দিৰ পাৰিছে তাত হবলা ভাগ নাই।

    • @MammaToy
      @MammaToy วันที่ผ่านมา +2

      জাতিক লৈ মন্তব্য নিদিব মহোদয়। মানুহ বেয়া থাকে জাতি নহয়।

    • @dibyajyotibaruahdibyajyoti6312
      @dibyajyotibaruahdibyajyoti6312 12 ชั่วโมงที่ผ่านมา +1

      Apunar olop commonsence bula bostu2 kom ase neki

  • @user-xs7rn9ek1b
    @user-xs7rn9ek1b 3 วันที่ผ่านมา +4

    Himanta Biswas sarma kirtiman asomiya, sabbas aru je kiman kirti olabo

  • @nawabnasrin4304
    @nawabnasrin4304 2 ปีที่แล้ว +39

    আৰু কিমান দুই নম্বৰী কৰে শুনি আমনি লাগিছে ইমান টকাৰে কি কৰিব

  • @debenkonwar8367
    @debenkonwar8367 2 ปีที่แล้ว +46

    অ" বোলো ভোলা বাবা তোমাৰ মহিমা দেখুৱাই এই অজ্ঞানী সকলক সজ্ঞান দিয়া। তুমি যিকোনো আকাৰৰে প্ৰকত হোৱা । ঔম শিৱাই নম:

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 2 ปีที่แล้ว +34

    কি কাৰবাৰ... হা হা হা হা হা

  • @anuradhadas5494
    @anuradhadas5494 2 ปีที่แล้ว +22

    মানিছো দেই মামা তোমাক 🙏

    • @protimadutta2890
      @protimadutta2890 2 ปีที่แล้ว +1

      ৰাইজে বাটচাই থাকক আৰু বহুত ওলাব

  • @vandyavlogs
    @vandyavlogs 2 วันที่ผ่านมา +3

    অতি পৰিতাপৰ বিষয় ।বাবাই ইয়াৰ ফল ভোগ কৰিব দিব ।

  • @pabitrakumargayan3293
    @pabitrakumargayan3293 2 ปีที่แล้ว +62

    মামাই নজনা খিনি এখেতৰ পৰা বুজি লওক।

  • @jibeshrabha
    @jibeshrabha 4 วันที่ผ่านมา +3

    Himanta Bishwa Sharma, not eligible for CM..

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 ปีที่แล้ว +9

    সেইজনেই এইজন আজিৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।

  • @LegendIshan
    @LegendIshan 11 หลายเดือนก่อน +6

    সাধাৰণ জনতাৰ বাবে এই মন্দিৰত গুৰুত্ব নাই, এইটো এটা মন্দিৰৰ নামত বেপাৰ আৰু নেতা সকলৰ কলা টকা বগা কৰা মন্দিৰ মন্গ

  • @bhaskarborah4254
    @bhaskarborah4254 2 ปีที่แล้ว +19

    প্ৰভু প্ৰভু ৰাম ৰাম কৃষ্ণ কৃষ্ণ জয় আই অসম।

  • @healthtipsrocking4822
    @healthtipsrocking4822 วันที่ผ่านมา +1

    Akdom Right.... Bhutor Uporot....danob....Ulal....Riniki Bhunya.

  • @kalpana8855
    @kalpana8855 2 ปีที่แล้ว +61

    Very very good news. Thank you The Cross current.

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 2 ปีที่แล้ว +14

    News tu bhaal lagil

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 ปีที่แล้ว +25

    Actually speechless, shocked.

  • @lulalu6707
    @lulalu6707 2 ปีที่แล้ว +7

    🙏🙏🙏 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @budheswarnath6516
    @budheswarnath6516 2 ปีที่แล้ว +9

    সমতা লোভী হিমন্ত মামাৰ কাহিনী শুনিলে ৰাইজ

  • @darshanadutta.5086
    @darshanadutta.5086 ปีที่แล้ว +7

    ইমান টকা কিয় লাগে ঔ 😍 যিমান টকা থাকিলেও এদিন মরিব লাগিব 😭😭

  • @sjhazarika5437
    @sjhazarika5437 2 ปีที่แล้ว +19

    Krishno....aku ara nai aitu a

  • @bijoybedia5481
    @bijoybedia5481 2 ปีที่แล้ว +18

    heiye himu

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 19 วันที่ผ่านมา +5

    প্ৰজা ভাল হ'লেহে ৰজা ভাল হব ।আমি এজন যোগ্য ৰজা যদি বিচাৰো আমি নিজকে যোগ্য কৰি লওঁ ।ৰাতিটোৰ ভিতৰতে বিক্ৰী গৈ ভোট কোনে দি ৰজা পাতে ?আমি নহয় জানো? আমাৰ বহুমূলীয়া ভোটৰ যেতিয়ালৈকে আমি মূল্য বা সন্মান দিব নোৱাৰো তেতিয়ালৈকে আমি এনে ৰজা - মন্ত্ৰী য়ে আমাৰ বাবে যোগ্য ।জীয়াতু ভুগিম আমি সাধাৰন জনতাই ।সেইসকলে টকাৰ পাহাৰ ক্ষমতাৰ পাহাৰ ১৪পুৰুষলৈ গোটাই থে যাব আৰু নিজেও ভোগ কৰিব ।

    • @user-tx8xr1dd5r
      @user-tx8xr1dd5r วันที่ผ่านมา

      Monor kotha khini kole.val lagil.

  • @huntideka1067
    @huntideka1067 2 ปีที่แล้ว +36

    জয় মহা মৃত্যুঞ্জয়
    জয় মহা মামা হিমন্ত শৰ্মা বুলি কবলৈ সকলোকে অনুৰোধ আৰু প্ৰাৰ্থনা জনালোঁ । চুৱা চেলেকা কেইটামান ইয়াৰ যুক্তি দেখাবলৈ আহিব । কেলা বুলি কলো সহ্য সীমা হেৰাই গৈছে । ক্ষমা বিচাৰিছো অশ্লানি ব্যৱহাৰ কৰা বাবে । 🙏🙏 কিন্তু এই সকল অভদ্ৰ মানুহৰ নাম শুনিলে মোৰ ঘৃণা জন্মিছে । আৰু এই মানুহ নামৰ এই অসমৰ জনগণে কিয় এই চৰকাৰ খনক ভোট দিয়ে মই নকওঁ যে অমুকক চৰকাৰ গঠন কৰিবলৈ দিয়ক বুলি । কিন্তু বেলেগ এটা দলক চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক চোন কি কৰেনো । ৫ বছৰৰ মোৰে মোৰে চৰাকাৰ সলনি কৰিব লাগে মই মোৰ জ্ঞানে কৈছে🙏

    • @budheswarnath6516
      @budheswarnath6516 2 ปีที่แล้ว

      মনৰ কথা কৈছে 👍👍

    • @nitulsangma9665
      @nitulsangma9665 ปีที่แล้ว +1

      সছা কথা কৈছে আপুনি দাদা 👍👍👍

    • @palashnath7864
      @palashnath7864 ปีที่แล้ว

      Asomor manuhkhni keba tup palei pahari jai.. So kenekoi hbo beleg sarkar

    • @cyber9345
      @cyber9345 ปีที่แล้ว

      Hunti deka @main problem hoisa assamt vote dibo para blg bhal party nai khlionjiar manuh khinir..main problem tu haitu .... BJP k vote di postai asu atia

  • @LegendIshan
    @LegendIshan 11 หลายเดือนก่อน +3

    ৰীণিকি মামিৰ বিনা নিৰ্দেশত মন্দিৰৰ চাকি নজলে

  • @zeal6360
    @zeal6360 2 ปีที่แล้ว +35

    হিন্দু বুলি নামঘৰ এৰি অনাঅসমীয়াৰ ভৰি চেলেকি মন্দিৰ প্ৰতিষ্ঠা....😁😁😁

    • @krhazarika5280
      @krhazarika5280 ปีที่แล้ว +1

      ..

    • @MammaToy
      @MammaToy วันที่ผ่านมา +1

      হিন্দুৰ মন্দিৰ আৰু নামঘৰ দুয়োটাই।

  • @parashgogoi2076
    @parashgogoi2076 2 ปีที่แล้ว +13

    Enekua newsbur sob news chennel bure public koribo lagibo.val lagibo.

  • @janmahmudali374
    @janmahmudali374 2 ปีที่แล้ว +15

    এইজন মানুহ ইমান বেয়া হব পাৰে নে?

  • @rubulsarma5869
    @rubulsarma5869 2 ปีที่แล้ว +12

    Moha papi.. Morela logot nibo noyara... CM hoi Aapuni Anakuya korela... Assam ki hobo Aapuni jana..

  • @pcrdarrang4926
    @pcrdarrang4926 วันที่ผ่านมา +3

    এই জন বিৰুধৰ লোক হয় ? এও টকা খাবলৈ নাপালে ! এতিয়া মা মা ৰ কথা কবলৈ আহিছে ! ইয়াৰ চকু দেখিলেই গম পায় ? ইমান দিন তুমি বাহি বিচনাত শুই আছিলা নেকি ! তোমালোক কুকুৰত কৈও অধম হয় । অসমীয়া হৈ অসমৰ কলিজা খাবলৈ লৈছা । কেমেৰাৰ আগত মিছা নেমাতিবা

  • @kishordas2840
    @kishordas2840 2 ปีที่แล้ว +10

    এইনিউজটো বাকী বোৰে বধহয গম পোৱা নাই হয়নে

    • @aliciadawns8535
      @aliciadawns8535 2 ปีที่แล้ว +1

      গম নাপাব কিয় ,নিজকে গা বচাই ৰাখিছে এইবোৰ ত সোমালে কি সমস্যাত বা পৰিব কোনে জানে‌।

  • @AfricanLion4090
    @AfricanLion4090 2 ปีที่แล้ว +5

    হিমন্ত বিশ্ব ৰ্শমা ডাঙৰীয়া এজন অতি চতুৰ ৰাজনীতিক।

  • @rajibsarma3986
    @rajibsarma3986 2 ปีที่แล้ว +5

    গোস্বামী ডাঙৰীয়া এজন স্পষ্টবাদী ব্যক্তী। তেখেতৰ বক্তব্যয়ে তাৰ প্ৰমাণ । প্ৰথম অৱস্থাত মন্দিৰত নিমখিয়া খাদ্য গ্ৰহন কৰি প্ৰবেশ কৰাত বাধা আছিল ( যি সমুহ নিয়ম ভৃগুগিড়ি মহাৰাজ দিনৰ পৰা মানি চলা হৈছিল ) । সেই নিয়ম বোৰএতিয়া কত ???? মোৰ মতে মন্দিৰ কৃৰ্তীপক্ষ্যয়ে ভক্ত সকলক মন্দিৰত ভিতৰত প্ৰবেশৰ ক্ষেত্ৰত কঠোৰতম নিয়ম ( পুৰীৰ জগন্নাথ মন্দিৰৰ নিয়ম নিতি ) পালন কৰি মন্দিৰত প্ৰৱেশ কৰাটো বাধ্যতা মূলক কৰক। মোৰ মন্দিৰ কৃৰ্তীপক্ষ্যক এটা অনুৰুধ আৱস্থিত মন্দিৰৰ এলেকাৰ পৰা দুই কিলোমিটাৰৰ Redius লৈকে হোটেল বা ৰেষ্টোৰা সমুহত মাছ মাংস বন্ধ কৰি সম্পূৰ্ন্ন নিৰামীষ আহাৰ প্ৰব্বৰ্তন কৰাৰ বেৱস্থা কৰিলে এই মহান তিৰ্থস্থান খনৰ মাহাত্যা বহুগুণে বৃদ্ধি পাব ।🙏🙏বম বম ভলে...🙏🙏🙏হৰ হৰ মহাদেৱ🙏🙏🙏

  • @abarmanabarman103
    @abarmanabarman103 4 วันที่ผ่านมา +3

    সুন্দৰ প্ৰভু আপুনি আচল কথাকে ফকচ কৰি দিলে❤

  • @ajitgohain3237
    @ajitgohain3237 11 ชั่วโมงที่ผ่านมา +1

    Right

  • @karma-w5y
    @karma-w5y วันที่ผ่านมา +1

    Miya bondhu akhil ali

  • @lutgayelutiyadubagaye
    @lutgayelutiyadubagaye วันที่ผ่านมา

    tekhet amar leader. Asomiyar sordar jomadar.

  • @user-tu2do7it2s
    @user-tu2do7it2s 10 หลายเดือนก่อน +3

    হাই আমাৰ মুখ্য মন্ত্ৰীৰ হিন্দু পিতি

  • @jatinborah7044
    @jatinborah7044 4 วันที่ผ่านมา +3

    He Prabhu eaibur ki hunisu.

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 ปีที่แล้ว +2

    Ai jon cm a commistion nohole aku nokore

  • @birenbharali4536
    @birenbharali4536 5 หลายเดือนก่อน +3

    C M ok aru ke lage

  • @amiokachari4375
    @amiokachari4375 2 ปีที่แล้ว +8

    আমাৰ ভূলা বাবাই ভাং নোলোৱা কৈ নিচা লাগিব এনে কথা শুনিলে !😄

  • @sonmonitalukdar4472
    @sonmonitalukdar4472 2 ปีที่แล้ว +11

    মন্দিৰ বুলি কলে এইবোৰ চলি থাকে। নাম ঘৰত নচলে। নমঘৰ সদায় পবিত্ৰ

    • @himanshudutta609
      @himanshudutta609 10 หลายเดือนก่อน

      hoi ni ki sanghi boy , jooakali ata namghoriyaei swali ajonik Baya byavahar korile

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน +1

    সৎ মানুহক লগপালে আপুনি ৷

  • @HiHello-ro6kb
    @HiHello-ro6kb วันที่ผ่านมา

    SIIISS SEEE......
    AT 2026, HEMANTA & CO WIL B GONE FOREVER.

  • @girishbania8260
    @girishbania8260 2 ปีที่แล้ว +11

    This is not all absurd in case of present cunning jackal chief minister of Assam .

  • @shankarborah4050
    @shankarborah4050 ปีที่แล้ว +3

    Aijonor dom ashe!Mr cm,ke kobo atea?

  • @utpaldutta8543
    @utpaldutta8543 11 ชั่วโมงที่ผ่านมา +1

    Aibar 26 ot result paabo.

  • @nripenkamar2181
    @nripenkamar2181 2 ปีที่แล้ว +7

    This is the main person to construct the temple.

  • @happy7569
    @happy7569 12 ชั่วโมงที่ผ่านมา

    হিমন্ত বিশ্ব শৰ্মা আৰু ৰিনিকি ভূঞা শৰ্মা ৰ ওপৰত income taxe department ৰ notice নহয় কিয় l

  • @PradipDas-or8oo
    @PradipDas-or8oo 2 วันที่ผ่านมา

    Kheikarone ajone koi goisil j mamai jody CM hoi tenehole oxom khon khehk hoi jabo.jijone koisil tehkhetok Thanks.

  • @Gknet786
    @Gknet786 2 ปีที่แล้ว +11

    First view first like

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 8 วันที่ผ่านมา +4

    হে হে হে কালন্তই মন্দিৰকো এৰা নাই । ই নিশ্চয় হাচিনাৰ দৰে দেশ এৰি পলাব লাগিব

  • @rx199
    @rx199 2 ปีที่แล้ว +4

    Good job cross current..... Keep it up

  • @dilipsaikia4922
    @dilipsaikia4922 ปีที่แล้ว +4

    This gentleman is a learned person...he is good in English too

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 2 วันที่ผ่านมา

    Oh... Quite black and scandalous chapter..very shocking.... Very sad

  • @nirugogoi4576
    @nirugogoi4576 ปีที่แล้ว +1

    এই জন cm ৰ আৰু কাম নাই ৰাইজে গৰিহণা দিছে

  • @rinabharali454
    @rinabharali454 3 วันที่ผ่านมา +1

    Hemontor ja khok. Bhogoban u hari juwa nai

  • @irennath1411
    @irennath1411 2 ปีที่แล้ว +6

    Mojja. 🎖️

  • @liaapborpatragohain8006
    @liaapborpatragohain8006 ปีที่แล้ว +3

    Asorit🙏

  • @pallavi3485
    @pallavi3485 2 ปีที่แล้ว +4

    My Favorite channel

  • @sagarmonisaikia7452
    @sagarmonisaikia7452 7 ชั่วโมงที่ผ่านมา +1

    Himonto sosakoye bidurvai dei😅😅😅

  • @Chanakya-jj7rw
    @Chanakya-jj7rw 10 ชั่วโมงที่ผ่านมา

    বৰ লজ্জাজনক, বহুত তললৈ নামিল।

  • @joydeepmajumder2454
    @joydeepmajumder2454 2 ปีที่แล้ว +2

    Good...but aru agote a bilak kotha kobo lagisil

  • @lakshmiramboro3979
    @lakshmiramboro3979 วันที่ผ่านมา

    ... Brave citizen

  • @nabindas7409
    @nabindas7409 2 วันที่ผ่านมา

    Aji loike beyar beya huwa dekhisu. Time sobore ahibo.

  • @darpankonwar598
    @darpankonwar598 2 ปีที่แล้ว +2

    👍🙏🙏🙏🙏mojja🙄

  • @sanudeka8766
    @sanudeka8766 ปีที่แล้ว +1

    Enekuwa mama kat paba o .

  • @manuranjansaikia9260
    @manuranjansaikia9260 ปีที่แล้ว +2

    মন্দিৰো এৰা নাই

  • @dipulaxom
    @dipulaxom ปีที่แล้ว +2

    ইয়াৰ পাছৰ বাতৰিটো পোৱা নাই যে!!

  • @Fffygg56
    @Fffygg56 ปีที่แล้ว +1

    মান হানি কৰা হোৱা নাই নে মহাৰাজৰ ?

  • @dipuldas3249
    @dipuldas3249 6 ชั่วโมงที่ผ่านมา

    Mama Tumi kiman record kora.....

  • @dipanjoli6560
    @dipanjoli6560 2 ปีที่แล้ว +3

    News livot himanta val ami janu teu 15 bosor congrest Thaki congres dhonkho Kora ru Jonotar paipo khuwa saroda ke dhori bohut durniti roja

  • @amritborah914
    @amritborah914 2 ปีที่แล้ว +3

    Good comment. Mama hoi.

  • @crazycommentsreader-r1z
    @crazycommentsreader-r1z 2 ปีที่แล้ว +5

    Ondho Vokto Karone 2 minute mouno pray🥱

    • @stugg85
      @stugg85 2 ปีที่แล้ว

      Laabh nai, 1500 toka palei jibon dhonyo buli bhabi bjp-k vote di thakibo esame

  • @sumankalita3399
    @sumankalita3399 2 ปีที่แล้ว +5

    Mndir rar lgt xalib xujise gm pb

  • @joydevdas4152
    @joydevdas4152 ปีที่แล้ว +1

    MAMA is Kangksha

  • @user-fo2gl9hi6m
    @user-fo2gl9hi6m 11 หลายเดือนก่อน +1

    Mama Tumi.Mondir Ru Ari Diya Nai Laj Nai

  • @AnowarHussain-ze8wr
    @AnowarHussain-ze8wr 2 ปีที่แล้ว +1

    Big share!! Mama jue!!

  • @girindrasarma2407
    @girindrasarma2407 2 ปีที่แล้ว +5

    So perfectly said... Waoo. Spoken of English is marvelous

  • @hridoy56vlog54
    @hridoy56vlog54 2 ปีที่แล้ว +10

    ৰাণধণি বেচি হলে তৰকাৰী বেয়া হয়

  • @Rana-hg8hg
    @Rana-hg8hg 8 วันที่ผ่านมา

    বম বম

  • @rideepgogoi1720
    @rideepgogoi1720 วันที่ผ่านมา

    Eman dekhiu jodi vaba tumalukor mama hoi thate thikei ase vagin jenekua mama tenekua

  • @parashgogoi2076
    @parashgogoi2076 2 ปีที่แล้ว +1

    Mama tumi mohan.

  • @rezaulhoque3654
    @rezaulhoque3654 3 วันที่ผ่านมา +1

    Astha aru biswasor namot lut

  • @u.k.b3215
    @u.k.b3215 2 ปีที่แล้ว +1

    Moza.bht Dom thoka manuh dai.news chnltu thik ase

  • @dibyajyotibaruahdibyajyoti6312
    @dibyajyotibaruahdibyajyoti6312 12 ชั่วโมงที่ผ่านมา

    এইবোৰ ধৰ্মৰ গোৰামি । এইবোৰ ভন্দ বাবাক লেচেকনিৰে ভালকৈ কোবাই চোৰাত পাতেৰে কোবাই দিব লাাগে

  • @khirodadas-rt9fe
    @khirodadas-rt9fe ปีที่แล้ว +1

    Gunadhar. Mama