মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মন্দিৰবোৰ ৰাইজৰ হ’ব, ট্ৰাষ্টবোৰ কাৰ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • #graphiccontent
    ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিবোৰ ৰাইজক দিব, কোম্পানীবোৰ কাক? মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মন্দিৰবোৰ ৰাইজৰ হ’ব, ট্ৰাষ্টবোৰ কাৰ? বন্দ্যা স্কুল ৰাইজক দিব, ‘নীড’ কাৰ হ’ব? মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই চৰ্চাত অনেক কোম্পানী, ট্ৰাষ্টৰ তথ্য।
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 212

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq หลายเดือนก่อน +92

    এওঁ ৰ দৰে অসমৰ কোনো মুখ্য মন্ত্ৰী এ পৰিয়ালৰ বাবে জনতাক শোষণ কৰা নাছিল।

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +11

      এইজন শকুনি মামা নে ? কংস মামা নে দয়োজনৰে সংমিশ্ৰণ ????

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s หลายเดือนก่อน +107

    ৰাইজৰ তেজ শুহি খোৱা মূখ্য মুখ্যমন্ত্ৰী এওঁ।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +2

      Tarun Das toi Goru gubar Goru moot aru Bamunr Bhori pani khai akhirba loi thak. Tuk Mondirarar trust r khadasya nbonai, tuk Modirar Latrine safa koraba aru jharu moraba nala safa kiraba. karan toi Brahmar bhori taluarpora utpanna hua nich ati Shudra. Prithibit anei aborjona hoi nethakibi.

    • @user-kq4wn7xv1v
      @user-kq4wn7xv1v 28 วันที่ผ่านมา

      😮h ​ f, f fridge h u@@mukulbaruah1833fd🎉😮chod hoon

    • @user-zw9wh9ez8p
      @user-zw9wh9ez8p 24 วันที่ผ่านมา

      Atiya he gom pala moi purbote gom paisilo

    • @jitudeka6977
      @jitudeka6977 23 วันที่ผ่านมา

      ​@@mukulbaruah1833😅😅😅😅Tumi bamun nki,,,,jolisa dkhn

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s หลายเดือนก่อน +54

    মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ শিৱমন্দিৰটোৰ দায়িত্ব ৰাইজক দিয়কচোন এবাৰ।

    • @KushalneogSunu
      @KushalneogSunu 29 วันที่ผ่านมา

      2:53

    • @KushalneogSunu
      @KushalneogSunu 29 วันที่ผ่านมา

      😅

    • @wahidabegum679
      @wahidabegum679 28 วันที่ผ่านมา +1

      Mondir kio bonaise..chars..mosjid, gurudwara logote kio nobonale

    • @MiyokoJEE
      @MiyokoJEE 16 วันที่ผ่านมา

      ​@@wahidabegum679 hosake

  • @_axomia_lora_2624
    @_axomia_lora_2624 หลายเดือนก่อน +49

    মন্দিৰো ব্যক্তিগত মালিকানাধীন থাকে নেকি? আমি হোজা মানুহ আজিহে গম পাইছো।

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +10

      ই বদনত কৈও চাৰ

    • @user-qy8xm4en3p
      @user-qy8xm4en3p 29 วันที่ผ่านมา

      th-cam.com/users/shortsqihC5blLZcA?si=To5xcVa67BFavGzo

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 หลายเดือนก่อน +42

    লাজ লাগিছে কথা শুনি

  • @hiteshdeka153
    @hiteshdeka153 หลายเดือนก่อน +20

    বহু দিন খাব নোৱাৰে, ভগৱান আছে।

  • @borahabhinandan-audiowaves8096
    @borahabhinandan-audiowaves8096 หลายเดือนก่อน +29

    সম্প্ৰতিৰ পাহাৰ গহাৰ মুখ্য মন্ত্ৰী অসমৰ প্ৰথম এই জন হ'ব।

    • @eusubali8924
      @eusubali8924 19 วันที่ผ่านมา

      @@borahabhinandan-audiowaves8096 india t hoi jabo pare shobvona besi

  • @jitensarma1210
    @jitensarma1210 หลายเดือนก่อน +34

    মন্দিৰ বোৰ ৰাইজৰ, প্ৰনামীবোৰ ৰিণিকীৰ

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw หลายเดือนก่อน +28

    কৃপাবৰ বৰুৱাৰ উইলৰ দৰেই, নহয়নে ? বাঃ বাঃ কি বঢ়িয়া।

  • @abdulmaquib809
    @abdulmaquib809 29 วันที่ผ่านมา +7

    নেলাগে, আপুনি বনদা নে বৈনদা স্কুল ত এজাক দুখীয়া মানুহৰ লৰা ছোৱালী ক বিনামূল্যে পঢ়াৰওকচোন চাও।

  • @PRANJALBORUAH
    @PRANJALBORUAH หลายเดือนก่อน +19

    Wil khon পঢ়ি চাব লাগিছিল,

  • @snehashabnam4545
    @snehashabnam4545 หลายเดือนก่อน +21

    একো লৈ নাযায় যদি ইমান লাগে কিয়

  • @anukalita705
    @anukalita705 27 วันที่ผ่านมา +3

    একমাত্ৰ মুখ্য মন্ত্ৰী যিয়ে গোটেই অসমখন নিজৰ কৰি লোৱা। সেইবাবেই জনতাই অধিক মূল্যত ভাত খাব লগা হৈছে। তাতে টেক্স মখা টো আছেই। 😢😢 নাপাই নাপাই , মামা কে ভাগিনক এনেকৈ থগাই খাব নাপায় । ভগৱানে আপোনাক ধৰ্ম পৰীক্ষা চাইছে। কিমান উঠি যোৱা যাব দিছে এটা সময় আহিব ভগৱানে তললৈ নমাই আনিব ।

  • @dhirumoniray2363
    @dhirumoniray2363 29 วันที่ผ่านมา +12

    মুখ্যমন্ত্ৰীয়ে উলতাকৈ বুজাইছে আগতে ৰাইজৰ আছিল এতিয়া সকলো মোৰ 😃🤣😃

  • @Mridul_Hazarika.
    @Mridul_Hazarika. หลายเดือนก่อน +8

    মজা। মন্দিৰ, ৰাষ্টাৰ গাত, বানপানী,নিবনুৱাৰ বেদনা, বস্তুৰ দাম, এইবিলাক সম্পতিও ৰাইজৰে হওক।

  • @shyamolikabora2924
    @shyamolikabora2924 หลายเดือนก่อน +11

    হিমনত অসমৰ মানুহক ইমান বুৰবক নসজাব

  • @Rana-hg8hg
    @Rana-hg8hg หลายเดือนก่อน +12

    অসমৰ প্ৰায় সমূহ সমষ্টিত তেওঁৰ কোম্পানিৰ বিধায়ক সকলৰ নেতৃত্ব চৰকাৰী মাটি দখল চলাই আছে, বিশেষ কৈ নগাঁও জিলাৰ লগতে বহু জিলাত 26লৈ ৰাজহুৱা কৰি অসমৰ জনসাধাৰণক দেখূৱাব লাগে, জনসাধাৰণক হিন্দু মূছলমানৰ ৰাজনীতি কৰি মূৰ্খ সজাই অবাধ লুন্ঠন চলাই আছে, তাৰ পৰিবৰ্তে বিজেপি অগপ দলীয় কৰ্মী সকলৰ পানীত হাহ নচৰা অবষ্হা

  • @junbora3558
    @junbora3558 หลายเดือนก่อน +9

    ৰাইজসকল আপোনালোক সকলোৱে এটা কথা মনত ৰখা ভাল হ'ব যে আগৰ কিছুমান বাতৰিত মুখ্যমন্ত্ৰীয়ে নিজেই নিজকে বলীয়া কুকুৰৰ লগত তুলনা কৰিছিল। কিছুদিনৰ পিছত পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি ৰাইজৰ নামত উচৰ্গা কৰিম বুলি কোৱা নাছিলো বুলি ক'ব। কাৰণ ৰিনিকি ভূঞাই এতিয়ালৈকে সম্পত্তিৰ বিষয়ে এষাৰো মাত মতা নাই। এইটো এটা অসম্ভৱ কথা । বিশ্বাস কৰিবলৈ টান লাগে। হিমন্তয় বেলেগ বিষয়েহে ৰাজনীতি কৰিব । এইটো এটা ৰাজনীতিৰ সূত্ৰ বুলি ভাবিব পাৰি।

  • @bikicgakradgara25
    @bikicgakradgara25 29 วันที่ผ่านมา +6

    মৰিলেই কোনোৱে লৈ জাব নোৱাৰে ।যধামূ্খ

  • @junuchamua1648
    @junuchamua1648 29 วันที่ผ่านมา +5

    মৰিলে এনেও মানুহে লগত একো লৈ নাযায় মাত্র বাঁহৰ চাঙিখন আৰু তিনি চাৰি ফুট মাটি ভোটৰ কাৰণে মানুহ বোৰক এনেকৈ যা তা কথা কৈ ঠগিব বিচাৰে

  • @dianuddinahmed5046
    @dianuddinahmed5046 หลายเดือนก่อน +12

    UPPER ASSAMOR TEA ESTATES BUR KAR....🙏

  • @ramjanali5782
    @ramjanali5782 หลายเดือนก่อน +19

    CM pagel hl

  • @dipankarhazarika5213
    @dipankarhazarika5213 หลายเดือนก่อน +7

    তাৰমানে ন্যাস খুলিও ধন ঘটিব পাৰি!

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 29 วันที่ผ่านมา +4

    অসমৰ মানুহক মুৰ্খ সজাই মুখ্যমন্ত্ৰীয়ে সোঁৱে বাঁৱে সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু চামচা বোৰে হাত তালি মাৰি বা:বা: লৈ আছে।

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 29 วันที่ผ่านมา

      Take to akhil gogoi nisina ata dhukhiya sendal pindha mnh ata a news Portal khuli loi ru blg a korile karubar pukor jole 😂😂

    • @bhargabpratimkashyap6260
      @bhargabpratimkashyap6260 29 วันที่ผ่านมา

      Bjp fuck 😊

  • @umeshnathssb981
    @umeshnathssb981 หลายเดือนก่อน +6

    ২১ চনত ৰাজনীতি ত্যাগ কৰিম বুলি কোৱা মানুহ জনৰ কথাৰ কি ভৰষা।

  • @pintubhuyan-rg3do
    @pintubhuyan-rg3do หลายเดือนก่อน +6

    মুখত ওলোৱা কথাটো শুনি ভাল লাগিল l❤❤❤

  • @Bankimkalita-f6t
    @Bankimkalita-f6t หลายเดือนก่อน +6

    ইঅসম বাখিক দাঙৰ তোপ দিছে তেতিয়া হে মুখ্য মন্তী হৈ থাকিব পাৰিব

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 29 วันที่ผ่านมา +5

    চুৰ কৰি মন্দিৰ,হায় আমাৰ মন্ত্ৰী !

  • @user-cy8lv7es5m
    @user-cy8lv7es5m หลายเดือนก่อน +8

    উইলখন ৰাজহূৱা কৰিব লাগে!

  • @prasantadihingia359
    @prasantadihingia359 หลายเดือนก่อน +10

    Chor ko jail me ghusaya jata hai

  • @anupdey1150
    @anupdey1150 หลายเดือนก่อน +5

    This is the real development of Assam specially C.M. wait 26 is coming soon.

  • @debajanibaruah3105
    @debajanibaruah3105 29 วันที่ผ่านมา +2

    ভোট নেপাব বুলি ভয়ত এইবোৰ কৈ আছে ।আমি তেওৰ নিচিনাকৈ লোকৰ ঘৰ ভাঙি সম্পতি নকৰো বা নেলাগে ।

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 29 วันที่ผ่านมา +3

    চিটীবাছত যোৱা মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ কথা মনত আছেনে?

  • @bububorborah8209
    @bububorborah8209 หลายเดือนก่อน +7

    Koloi nibo

  • @litysa4236
    @litysa4236 หลายเดือนก่อน +5

    Leng mstr ata dangor fotuwa😂😂😂

  • @techinfoassam4798
    @techinfoassam4798 23 วันที่ผ่านมา +1

    ই তাৰ লৰা ছোৱালীৰ কাৰনে অসমত থকা সম্পত্তিতকৈ অসমৰ বাহিৰত বেছি সম্পত্তি গোটাই ৰাখিছে। গতিকে অসমৰ খিনি ৰাইজক দি দিম কৈছে গতিকে ৰাইজো খুচ ৰজাৰ আৰু লুট।

  • @hiteshdeka153
    @hiteshdeka153 หลายเดือนก่อน +7

    অসমৰ ইতিহাসত আটাইতকৈ ৰাইজৰ তেজ শুহি খোৱা নেতা

  • @prasantadihingia359
    @prasantadihingia359 หลายเดือนก่อน +8

    Aamar petar bhaat kadi mandir banai dekhuwaise

  • @lakhikrchintey5693
    @lakhikrchintey5693 29 วันที่ผ่านมา +3

    ৰাইজৰ তেজেৰে গৰাহ সম্পত্তি এইবোৰ

  • @janarddansenapati8904
    @janarddansenapati8904 29 วันที่ผ่านมา +2

    শিয়ালৰ বুদ্ধিৰে জ্ঞান সম্পন্ন কৌটিল্ ৰাজনীতিবীদ মামা দেউ ।

  • @kumuddas9578
    @kumuddas9578 หลายเดือนก่อน +6

    Eman. Misolia. CM

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 29 วันที่ผ่านมา +3

    আপুনি এদিন যি পাব লাগে সকলো পাব । সময়ৰ অপেক্ষাত থাকক ।

  • @akborah4946
    @akborah4946 หลายเดือนก่อน +3

    If it is public property, then why so much public loot?

  • @minabaro7831
    @minabaro7831 22 วันที่ผ่านมา +1

    Himanta,and riniki both will ne sentenced to jail because of looting property

  • @ndas9029
    @ndas9029 หลายเดือนก่อน +5

    Tejpiya

  • @rumivlogs2373
    @rumivlogs2373 29 วันที่ผ่านมา +2

    শৰৎ Singh তৰুণ গগৈ গোলাপ বৰবৰা, হিতেশ্বৰ শইকীয়াই বিমলা চলিহা আদিৰ কিমান বাগান school , হোটেল, মন্দিৰ প্ৰতিষ্ঠান আদি তোমালোকৰ দৰে আছিল হে। দেউতাৰে সৰু চৰকাৰী চাকৰি হে কৰিছিল।ৰিনিকিৰ দেউতাকো সৰু business হে আছিল।

  • @TCF573
    @TCF573 29 วันที่ผ่านมา +2

    Raijor tej huhi kora hompotty

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 26 วันที่ผ่านมา +2

    Dom ase jodi ,sob rajhuwa korok

  • @prafulladutta6036
    @prafulladutta6036 29 วันที่ผ่านมา +2

    কিন্তু ভুঞাৰ সম্পত্তিবোৰ বাপেকৰ ঘৰৰ পৰা যৌতুকত লৈ আহিছিল?

  • @acharjyabhuyan5226
    @acharjyabhuyan5226 28 วันที่ผ่านมา +1

    মৰিলে আপুনিও হাতত একো নিব নোৱাৰে ! লগত যাব এটা গুণ ভাল নে বেয়া ।

  • @sikhabaruah9562
    @sikhabaruah9562 18 วันที่ผ่านมา

    ধুৰন্ধৰ মানুহ যে গম পাই গৈছে,অলপ দিনৰ পিছত বিদেশলৈ পলোৱাৰ বাহিৰে বেলেগ গতি নাই, তেতিয়াতো এনেইও এইবোৰ এৰিব লাগিব।!!!

  • @bhabendoley6151
    @bhabendoley6151 หลายเดือนก่อน +2

    অসমি আইৰ অকল নামহে থাকিল।বাকী কুঙা আলু গুটি কটিয়া শেষ।

  • @budheswarnath6516
    @budheswarnath6516 หลายเดือนก่อน +4

    এইজনাৰ কথা... 🤪😛😅😜

  • @minatidas4573
    @minatidas4573 29 วันที่ผ่านมา +3

    মামাই থিক কৈছে কল খাব তেওঁ বাকলি দিব ৰাইজক 😊😊😊

  • @user-ni9wf6pf1i
    @user-ni9wf6pf1i 22 วันที่ผ่านมา

    মুখ্যমন্ত্ৰীৰ নিজৰ কথাত নিজেই ফচিগৈছে ।ভষ্মাশূৰৰ দৰে পৰিনিম হব বুলি আশা কৰোঁ।

  • @BAHARULISLAM-ue2ev
    @BAHARULISLAM-ue2ev หลายเดือนก่อน +1

    মামা লৈ মোৰ আহ্বান,শুনা পাইছোঁ কলিয়াবৰত মামাৰ মাটি আছে বুলি গতিকে মোক অলপমান মাটি দিলে ভাল হ'ব। মই খেতি কৰি চলিব পাৰিম।

  • @jiyaulhaque4856
    @jiyaulhaque4856 26 วันที่ผ่านมา

    Mama Is a genius

  • @anuppathak21
    @anuppathak21 หลายเดือนก่อน +1

    Veko vauna kori love nai

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 25 วันที่ผ่านมา

    CM knows that golden chances never come again and again. So he availing the opportunity:

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 26 วันที่ผ่านมา +1

    Ni laj

  • @DipjyotiBorsaikia-m3s
    @DipjyotiBorsaikia-m3s หลายเดือนก่อน +1

    Asorit bostu palu aru dei.cm anaykuwa hoinay baru.krisno krisno.

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh หลายเดือนก่อน +1

    Mukhymantri very

  • @Pankajkai
    @Pankajkai 28 วันที่ผ่านมา +1

    Taj vivanta kinila bule hosa nki

  • @manojtalukdar6647
    @manojtalukdar6647 28 วันที่ผ่านมา

    শুহি শুহি অসম আৰু অসমীয়াৰ সকলো তেজ খোৱাৰ পিছত অসমত ল'বলৈ কোনো নেথাকিবঈ ⁉️
    ইমানেই দানী যদিহে ইমান লুণ্ঠন কিয় , ক্ষুধতুৰ কিয় ❓ ❓ ❓

  • @RatnaMahanta-ww5jm
    @RatnaMahanta-ww5jm หลายเดือนก่อน +1

    Coment বোৰ পঢ়িব লাজে লাগে

  • @jayadass2681
    @jayadass2681 27 วันที่ผ่านมา

    তাৰ সলনি ভূমি হীন মানুহক মাটি দান কৰা হয় ভাল।

  • @Anamikashine17
    @Anamikashine17 29 วันที่ผ่านมา +1

    Sarupathar chah bagan khon Mur namot kori diok

  • @BittuNDViratBloge
    @BittuNDViratBloge 24 วันที่ผ่านมา

    কেতিয়া হ'ব কেতিয়া দিব

  • @ArunchandraKalita-eu1yn
    @ArunchandraKalita-eu1yn 29 วันที่ผ่านมา

    C. M. H. B. Sarma. Aponito. Sobe miss kathai Kai
    ..

  • @mukundahazarika9455
    @mukundahazarika9455 29 วันที่ผ่านมา

    মন্দটাটৰ ৰাইজৰ ৷ ইনকাম শৰ্মাৰ ৷

  • @purabidas2186
    @purabidas2186 24 วันที่ผ่านมา

    Temple k loi business kora C.M...😢😢😢

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h 27 วันที่ผ่านมา

    Anekua CM Assamt jate Nahe Bhagawanak Prathana Janalo

  • @jakirhussein5820
    @jakirhussein5820 หลายเดือนก่อน +1

    Ta Garden kak dib

  • @pinkisarmah8400
    @pinkisarmah8400 หลายเดือนก่อน +1

    Murkhoihe vabe loijambuli khitihe logot jabo .

  • @niranjankashyap2515
    @niranjankashyap2515 28 วันที่ผ่านมา

    Di thoi jabo mane.....? Apuni rajnitir babehe iyat ase jen lagise.

  • @user-lm5vb2ss4q
    @user-lm5vb2ss4q 28 วันที่ผ่านมา

    Saba ka Malik ek hai................ Sai Baba.

  • @kushalsonowal5785
    @kushalsonowal5785 22 วันที่ผ่านมา

    🤗🤗💪😆

  • @radhachura11
    @radhachura11 หลายเดือนก่อน +2

    Are bolia kukur 2040 raja hoi thakibo tar pasot tar putek raja hobo aru India china, north korea, russia hobo. One party one ruler... Mati, sah bagan sab ghoti loise rajar hakhan solaboli bolia kukure😊

  • @lakhikrchintey5693
    @lakhikrchintey5693 29 วันที่ผ่านมา

    মুখ্য মন্ত্ৰীৰৰ মুখখন আজিকালি কাৰোবাৰ পকৰ ছেলেকিবলয়ো কাম নোহোৱা হৈ গ'ল।যি পায় তাকে কয়পোৰে নিলাজথো

  • @dinzons92
    @dinzons92 หลายเดือนก่อน +2

    Mandir nlge vaal high class olympic levelr eta stadium bonai dyok.

  • @ipshita9737
    @ipshita9737 หลายเดือนก่อน +1

    Bamunor jaat. Beleg jatir tej huhi khua jaat

  • @mainulhaque1998
    @mainulhaque1998 หลายเดือนก่อน +1

    Dekho assamor data korna.

  • @JOHN_T123
    @JOHN_T123 22 วันที่ผ่านมา

    Corrupted

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx หลายเดือนก่อน

    Eman homproti bah .

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my หลายเดือนก่อน

    Kar tokare eibur property bonale.

  • @bijoyendrasharma2781
    @bijoyendrasharma2781 22 วันที่ผ่านมา

    Balor dibo.

  • @rupamapathak3099
    @rupamapathak3099 24 วันที่ผ่านมา

    Laaj lagi jai, chi.

  • @dilipmahanta8479
    @dilipmahanta8479 29 วันที่ผ่านมา

    দান মহান পূণয়। কিন্তু দুয়ো অসম এৰি দিল্লীলৈ যাব নেকি

  • @mainulhaque1998
    @mainulhaque1998 หลายเดือนก่อน +1

    Misha kotha C M a mori goleo nidea ashmombhab.dekho aru suno.

  • @bimalboruah9507
    @bimalboruah9507 29 วันที่ผ่านมา

    Akhomor kunu mukhya montir emaan hampoti nasil .

  • @halimabegum9484
    @halimabegum9484 29 วันที่ผ่านมา

    Mamir school, college free kori diyok dukhiya lora , sowalir babe .

  • @binodgogoi2895
    @binodgogoi2895 หลายเดือนก่อน

    Gutai gibontu ghatilole raije Sai aase

  • @jintuassam2535
    @jintuassam2535 29 วันที่ผ่านมา

    এই CM মে অসম ধ্বংস কৰি দিলে । ধ্বংস কাৰি CM

  • @AzizurRahman-yg7qx
    @AzizurRahman-yg7qx 29 วันที่ผ่านมา

    আৰু কিমান দিন ধৰি এনে কৈ গৰিব।

  • @anantamazumdar133
    @anantamazumdar133 29 วันที่ผ่านมา

    In coming tomorrow, both of Dr. Himanta Viswa Sarma, Hon'ble & Moch-vocal C.M., Assam and his better-half, Ms. Riniki Bhuyan Sarma are going to be da 2nd and 3rd edition of both of da epic donor figures Data Karna and Saint Dadhishi respectively as narrated by Mr. Sarma himself. With a view to donating only he has bought and constructed all these properties of valued thousand crores of cunnin loots of da Govt. Treasury.
    All da lazy and worthless Assamese should learn many things having deep HUMANE, MORAL AND ETHICAL VALUE !

  • @subhadutta5368
    @subhadutta5368 25 วันที่ผ่านมา

    নিলাজ ।

  • @jayantakumarsut5924
    @jayantakumarsut5924 หลายเดือนก่อน

    Raijor tej xuhi khai ase.

  • @prabinhazarika9699
    @prabinhazarika9699 29 วันที่ผ่านมา

    সেই বাবে প্রভু ভগবানে মানুহক অমৰ কৰি নিদিলে নহলেটো আৰু কি কৰিলে হয় ভাবিব নোৱাৰা সাথৰ

  • @dharmadutta8831
    @dharmadutta8831 29 วันที่ผ่านมา

    ফাকিৰ নং ১

  • @sebantikavlogs6536
    @sebantikavlogs6536 29 วันที่ผ่านมา

    Himnta nihari karne Kam Kare. Venture college school r kambur paharile.