মন্ত্ৰী পুত্ৰৰ ফ্লাড জেহাদ! ৰাস্তা দখল কৰি মন্ত্ৰী পুত্ৰৰ নির্মাণ কার্য

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 122

  • @ganeshmazumdar6053
    @ganeshmazumdar6053 2 หลายเดือนก่อน +63

    গুৱাহাটী বাসীয়ে অন্ধভক্ত হোৱাৰ কৰ্মফল ভূগিব লাগিব।

  • @inglishvlogs1015
    @inglishvlogs1015 2 หลายเดือนก่อน +41

    এইবোৰ মামাৰ শিষ্য হয়, সেই কাৰণে কেয়াৰ নকৰে, তাতে অকৌ বিহাৰী হয়,

  • @jadavgogoi944
    @jadavgogoi944 2 หลายเดือนก่อน +26

    এইটো অতি ধুৰন্ধৰ মন্ত্ৰী। ইয়াক পাৰিলে অসমৰ পৰাই বাহিৰ কৰি দিয়া ভাল। কিন্তু, মুখ্যমন্ত্ৰী যাৰ সুহৃদ তাক কোনে বলে পাৰে। পিছে সময় সদায় কাৰো একেদৰে নাযায়। ইহঁত সকলোৰে ধ্বংস এদিন হ'লেও হ'ব‌ই। ৰাইজৰ শাওপাত একেবাৰে অথলে নাযায়।

    • @rupjyotigogoi8413
      @rupjyotigogoi8413 2 หลายเดือนก่อน +1

      এই মন্ত্ৰীক ৰাইজে দ্ভ
      এই জনৰ বিৰুদ্ধে অসমৰ ৰাইজে মাৰ বান্ধি প্ৰতিবাদ কৰিব লাগে ।

  • @success2089
    @success2089 2 หลายเดือนก่อน +27

    ইয়াক চোঁচৰাই নি জেইলত দিব লাগে

  • @handique6888
    @handique6888 2 หลายเดือนก่อน +12

    ৰাস্তাই নহয় ইহঁতক গোটেই অসম খনেই লাগে । পুজিপতিৰ চৰকাৰ ।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 2 หลายเดือนก่อน +19

    বেপাৰিক পুনৰ ২৬ ত জিনদাবাদ মাৰি পিছত হুৱা দিলে কিবা লাভ হ'ব জানো ?

  • @Ramjanali-i6n
    @Ramjanali-i6n 2 หลายเดือนก่อน +2

    গুৱাহাটীৰ মানুহে সাতুৰিথকক আৰু বিজেপিক ভোট দি থাকক।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 2 หลายเดือนก่อน +19

    ইহঁতৰ ওপৰত অভিযোগ দি লাভ নাই।মানুহে নিজে ধৰি বান্ধি পিটিব লাগে।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 หลายเดือนก่อน +16

    লাভ নাই , লাভ নাই। ৰজাই সাধাৰণ ৰাইজৰ কথা শুনিব জানো । ক্ষমতা থকালৈ গুৰু গোসাঁই মানিব জানো ?

  • @rushanburagohain6803
    @rushanburagohain6803 2 หลายเดือนก่อน +8

    গুৱাহাটীৰ মানুহে চিঞৰি লাভ নাই।সকলো পাহৰি যাব।অন্ধভক্ত।হৈ যোৱা নিবাচনতে জানিলো সকলো।

  • @RanjitLahon-b2g
    @RanjitLahon-b2g 2 หลายเดือนก่อน +2

    কেলা জি হৈছে ভালেই হৈছে। এম পি ত ভোট কাক দি চিলি। আৰু হব লাগে। ২৬ত আকৌ দিবি আৰু ভাল হব।

  • @jayantadutta1024
    @jayantadutta1024 2 หลายเดือนก่อน +9

    মন্ পুতেকে কৰিলে লীলা আমি কৰিলে জেহাদ বুলি কিলা😮

  • @SavagemodeON973
    @SavagemodeON973 2 หลายเดือนก่อน +2

    অসমীয়াৰ সিংহাল উপাধিৰ মানুহেই নাই , বহিৰাগতক মন্ত্ৰী বিধায়ক পাতি ,বামুনক ভগৱান সজোৱা একাংশ অসমীয়াক দুৰৰ পৰাই নমস্কাৰ ।

  • @dilipdeka3355
    @dilipdeka3355 2 หลายเดือนก่อน +1

    এতিয়া আকৌ কি জেহাদ বুলি কয় বা ৰাজনৈতিক ব্যেবসায়ী জেহাদ নহয় নেকি।

  • @binoykalita7597
    @binoykalita7597 2 หลายเดือนก่อน +10

    উডক ভেতা ৰখীয়া দিয়া সকলক কি বুলি কব?

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 หลายเดือนก่อน +4

    যি কৰিছে ভালেই কৰিছে।।এই বিলাক কৰিবলৈ আমিয়েই ঢোলে ডগৰে আগবঢ়াই দিছোঁ ।।👍👍👍👍👍💪💪💪💪💪💪💪

  • @amritborah4276
    @amritborah4276 2 หลายเดือนก่อน +4

    Beparik neta বনোৱা পৰিণাম ভোগ কৰ assamiya. Bohiragotok নেতা বনা খাৰ খোৱা assamiya.

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 2 หลายเดือนก่อน +5

    এইবোৰ ক'লে লাভ নহ'ব। কুকুৰ পগলা হৈছে।

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 2 หลายเดือนก่อน +4

    নিজেও ধ্বংস হব

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b 2 หลายเดือนก่อน +1

    গুৱাহাটীত বাস কৰা জনসাধাৰণ প্ৰায় ভাগ ৰাইজ মামাৰ শিষ্য লগতে গু্ মুত্ৰ খোৱা অন্ধ ভক্ত হয় আৰু গুৱাহাটীৰ ৰাইজ ভোট দিব নাজানে

  • @dhirajfddfbarua1276
    @dhirajfddfbarua1276 2 หลายเดือนก่อน +2

    আমাৰ অসমী‌য়াৰ ডিঙিটোত হে লাচিতৰ বল আছে। বাকী দেহটো paralysis.

    • @k.k.movies
      @k.k.movies 2 หลายเดือนก่อน

      😜

    • @MiyokoJEE
      @MiyokoJEE 2 หลายเดือนก่อน

      😂

  • @IndianSecularBABA
    @IndianSecularBABA 2 หลายเดือนก่อน +3

    পগলা কুকুৰটো পৰা অসমক ৰক্ষা কৰিবলৈ আমি সকলোৱে উলাই আহিব লাগেনে ?

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 2 หลายเดือนก่อน +5

    ইমান অসমীয়া বিধায়ক থাকোঁতে অনা অসমীয়া ক গুৱাহাটী ৰ দায়িত্ব দিলে কিয়

    • @arifazom7864
      @arifazom7864 2 หลายเดือนก่อน +1

      খালী মিয়াক হে গালি পাৰিব জানে

  • @afazulhoque4032
    @afazulhoque4032 2 หลายเดือนก่อน +6

    বিজেপিৰ মন্ত্ৰী - নেতাই ৰাইজৰ উন্নয়নৰ কামহে কৰিছে।

  • @babul8718
    @babul8718 2 หลายเดือนก่อน +1

    😅😅😅😅😅 Kenai.... Ako abar Modi Sarkar..

  • @kishoridas6447
    @kishoridas6447 2 หลายเดือนก่อน +3

    এই বিষয়ে মাননীয় মুখ্য মন্ত্ৰীয়ে অলপ কলে ভাল হয়।

  • @Rana-hg8hg
    @Rana-hg8hg 2 หลายเดือนก่อน +2

    জনসাধাৰণ সজাগ হওক বাংলাদেশৰ ভেকচিন ব্যবহাৰ কৰিবলৈ

  • @PhuleswarSaikia-w6e
    @PhuleswarSaikia-w6e 2 หลายเดือนก่อน +2

    গুৱাহাটী নাগৰিকে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে এতিয়া চিঞৰ‍ বাসৰ কৰি একো লাভ নাই

  • @manojtalukdar6647
    @manojtalukdar6647 2 หลายเดือนก่อน

    লুভীয়াক ৰজা পাতিলে এনেকুৱা দুৰ্দশা হ'বই 💯💯💯
    মন্ত্ৰীৰ পুত্ৰই কেনেকৈ সাহস পালে @ মহাৰজাৰ হাত নিশ্চয় আছে 💯💯💯 নহ'লেনো মন্ত্ৰীত্ব পাবলৈ এজনো অসমীয়া নোলাল কি ৰহস্যত এজন বনিয়াক মুনাফা লাভৰ লোভত মন্ত্ৰীত্ব দি অসমীয়া জাতিক চৰম অপমানিত কৰিছে সেয়ে মহাৰজাক লুইতত নিক্ষেপ কৰিব লাগে। মন্ত্ৰী অচোখ পুত্ৰৰ প্ৰোটেকৰ সকলো নিৰ্মাণ কাৰ্যৰ তদন্ত হ'ব লাগে 👍💯

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 2 หลายเดือนก่อน +2

    স্মাৰ্ট নগৰ, স্মাৰ্ট ফোন, স্মাৰ্ট মিটাৰ, স্মাৰ্ট মন্ত্ৰী পুত্ৰ, স্মাৰ্ট গুৱাহাটীৰ বানপানী, স্মাৰ্ট বেপাৰী, স্মাৰ্ট অসমীয়া ৰাইজ হয়নে, মই নহলো কিন্তু?

  • @pranabbarman9255
    @pranabbarman9255 2 หลายเดือนก่อน +1

    উঠাই দিব লাগে অট্টালিকা.. ৰাইজক শাস্তি দিব আহিছে

  • @pinkisarmah8400
    @pinkisarmah8400 2 หลายเดือนก่อน +1

    Bap Sai beta . boliya kukuror khela .

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 2 หลายเดือนก่อน

    গুৱাহাটী বাসী লোকসভা মীৰা বাইদেউ পঠালে এইবোৰ বিষয় লোকসভাত এবাৰ হলেও এইবোৰ উপস্থাপন কৰিলে হয়তো

  • @rupjyotigogoi8413
    @rupjyotigogoi8413 2 หลายเดือนก่อน +1

    এই‌ জন নিজৰ কমনিত লগা মন্ত্ৰী।

  • @commenti5459
    @commenti5459 2 หลายเดือนก่อน

    ৰাস্তা নেলাগে ফ্লাই অভাৰে দি যাব

  • @mixtvne6684
    @mixtvne6684 2 หลายเดือนก่อน +4

    Bepari etak mantri patise

  • @jyotiprasadsarma8257
    @jyotiprasadsarma8257 2 หลายเดือนก่อน

    গুৱাহাটী বাসীয়েই নহয় সমগ্ৰ অসমবাসী ।

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf 2 หลายเดือนก่อน

    গুৱাহাটীৰ মানুহ শিক্ষিতহৈ কিয় BJP ক ভোট দিলে , গতিকে ৰাইজে তাৰ ফল ভূগিছে

  • @jibonneog5480
    @jibonneog5480 2 หลายเดือนก่อน

    উন্নয়নৰ গংগা বোৱাই দিছে

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 2 หลายเดือนก่อน

    এই সকলো মামাৰ আৰ্শীবাদ ।ৰাইজে টেটু ফালি লাভ নাই ।বিজেপি জিন্দাবাদ কৈ কৈ এটিয়া পাইছে ।হিমন্ত বৰ ভাল অভাৰব্ৰীজৰ কমিচন খোৱা মুখ্য মন্ত্ৰী ।বাঃ ইমান বিবেক বান গুৱাহাটীবাসী ।মই যোৰহাটৰ পৰাহে কৈছো ।

  • @pranjalbaruah6225
    @pranjalbaruah6225 2 หลายเดือนก่อน

    People Of Guwahati ! Where Is Your Elected MP Bijuli Kalita Medhi 😂

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 2 หลายเดือนก่อน +1

    বিজেপিৰ অনধ ভক্ত সকলে আকৈ এবাৰ মুদী চৰকা বুলি চিয়ৰি ঠাকিলে হল। কাৰোবাক ধনী কৰি জাওক দিয়া😅😅😅

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 หลายเดือนก่อน

    হায় খিলঞ্জীয়া।

  • @Ramjanali-i6n
    @Ramjanali-i6n 2 หลายเดือนก่อน

    গুৱাহাটী বাসীয়ে সাতুৰিবনাজানেবাবে সাতুৰা অভ্যাস কৰিব দিছে। এয়া হিন্দুত্ববাদ বিজেপিৰ আদর্শ। প্রতিবাদ নকৰিব।

  • @trideeplahon8920
    @trideeplahon8920 2 หลายเดือนก่อน

    Set koribole bjp vote disile

  • @nirensaikia7017
    @nirensaikia7017 2 หลายเดือนก่อน +1

    These are the dis advantage of democracy. Therefore Laxi said that about universal value added education before implementation policy of universal franchise in democracy. We the people of Assam still remains in darkness ........

  • @mindrefresh715
    @mindrefresh715 2 หลายเดือนก่อน

    মামাক কিনি থৈছে

  • @rahulaxom2603
    @rahulaxom2603 2 หลายเดือนก่อน

    Mojjjjjjjjjjjaaaaaaa.. 😂😂😂😂😂

  • @SahjahanAhmed-t9o
    @SahjahanAhmed-t9o 2 หลายเดือนก่อน

    Bijoya kalitak vote diyok aru

  • @unityinindia4467
    @unityinindia4467 2 หลายเดือนก่อน

    অসমৰ মানুহ লগাতকৈ বেছি বুদ্ধি আছে দেই 😮😮😮

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 หลายเดือนก่อน

    জাতি,মাটি, ভেটিৰ নামত চৰকাৰ বনায় লুটি পুটি খাইছে সকলোৱেই, অসমীয়া জাতি তোক বেঙেনা দিছে। ফল দিব এইবাৰ ৰাইজই। নিজৰ লৰা ছোৱালী wife ৰ নামত যিমান সম্পতি আছে সুখী ত খাব নাপাব কোনোৱে

  • @birshu1234
    @birshu1234 2 หลายเดือนก่อน

    Normal manuhe G+2, G+3 permission pai.....aru uporor manuhe 20 storey permission pai

  • @shahiduliislam6828
    @shahiduliislam6828 2 หลายเดือนก่อน

    Nabin nagar bor jabo

  • @mrinaldutta7490
    @mrinaldutta7490 2 หลายเดือนก่อน

    আকৌ এবাৰ কাৰ চৰকাৰ ৰাইজে কি কয়😊

  • @rahulaxom2603
    @rahulaxom2603 2 หลายเดือนก่อน

    Flood jeehad nohoi o... Flat jeehad... 😮😮 padum fool party k ako vote dim dei Raij... 😊

  • @sanjibpaulygg4373
    @sanjibpaulygg4373 2 หลายเดือนก่อน

    Mama say !why why happen

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 2 หลายเดือนก่อน

    Ashok Singhal Guwahatir Unnyon Montry Nahoi. Teon Guwahatir Dhangkhow Montryhe hoi

  • @akborah4946
    @akborah4946 2 หลายเดือนก่อน

    Aache din for Despremik Sarkari Chor!

  • @gh12138.
    @gh12138. 2 หลายเดือนก่อน

    Main maal tu himanta😢😢😢😢

  • @ShidharthaMoran
    @ShidharthaMoran 2 หลายเดือนก่อน

    Aami gutei akhomia jatituai bor durbaigyban

  • @surenboruah3241
    @surenboruah3241 2 หลายเดือนก่อน

    এই বিলাক বলকি একো লাভ নাই, যুৰ যাৰ, মূলুক তাৰ

  • @prabindranath5902
    @prabindranath5902 2 หลายเดือนก่อน

    লাভ নাই ।

  • @BiplabDekaBabu-rp3px
    @BiplabDekaBabu-rp3px 2 หลายเดือนก่อน

    Akou diok bjp Sarkar......

  • @junjunsvlogs3365
    @junjunsvlogs3365 2 หลายเดือนก่อน

    Vangi diba lage ..ji dore kei mah agt hazira kori khuwa mnuhr ghr jeneke vangi disil ai building bur teneke vangibo lage

  • @mgnkl
    @mgnkl 2 หลายเดือนก่อน

    Bhale hoise lower Assamr manuh khini besi BJPgiri dekhaisile nohoi paa etia

  • @ritudeori5116
    @ritudeori5116 2 หลายเดือนก่อน

    Last term of bjp in assam .

  • @ritudeori5116
    @ritudeori5116 2 หลายเดือนก่อน

    Marwari axomor pora mla hobo loi powa tu durbhagyajanak .

  • @akhilgoswami1140
    @akhilgoswami1140 2 หลายเดือนก่อน

    Pagal goverment now destroy future Assam.........

  • @hayetaliahmed4649
    @hayetaliahmed4649 2 หลายเดือนก่อน

    Montrir putroi Iman Toka kot pay

  • @mainulhaque1998
    @mainulhaque1998 2 หลายเดือนก่อน

    Assamor pora ki singhal upadhir Lockor dadagiri ami kio vote dio,bhabi saoi raigh.

  • @dasdas449
    @dasdas449 2 หลายเดือนก่อน

    Asomiya ajon a jodi rastar olp man thai t jodi pan dokan o diye tetiya police aru news kiman sabo

  • @GiasuddinAhmed-wn4nw
    @GiasuddinAhmed-wn4nw 2 หลายเดือนก่อน

    Aru BJP k bhot diok ,aru unnati hobo.

  • @litysa4236
    @litysa4236 2 หลายเดือนก่อน

    Orajagata over hol...
    Dharmar namot vote diyote letera manohiktar lok bore amak lutise😅😅😅

  • @LavitaBasumatary-tr1pr
    @LavitaBasumatary-tr1pr 2 หลายเดือนก่อน

    AASU ABSU ATSU ba ji kono jatio xngdon bor ki kori ase ....

    • @dibyajyotigogoi4801
      @dibyajyotigogoi4801 2 หลายเดือนก่อน

      @@LavitaBasumatary-tr1pr জাতীয় সংগঠনবোৰৰ এক মাত্ৰ কামেই হৈছে চান্দা উঠোৱা।তেওঁলোকে এইবোৰত মাত মাতিব নাজানে।

  • @sewalibordoloiphukan288
    @sewalibordoloiphukan288 2 หลายเดือนก่อน

    Kio eman business koribo lageno?

  • @dreambig2235
    @dreambig2235 2 หลายเดือนก่อน

    Same flim burot dekhua dore rajotto koribo loise ajikali realt o....

  • @jonasarmabarua3835
    @jonasarmabarua3835 2 หลายเดือนก่อน

    Kimaan aru dinge fhale fhale kobo beleg r kotha

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 2 หลายเดือนก่อน

    Ara ain ase na ni Vabi onto napaw...

  • @RameshKhakhlari-v9u
    @RameshKhakhlari-v9u 2 หลายเดือนก่อน

    Aaru bhugibo lagibo

  • @ImdadHissain-cg4lm
    @ImdadHissain-cg4lm 2 หลายเดือนก่อน

    Buldozar logabo lage 3 ghantar bhitorat

  • @MusarafHussain-gd5ui
    @MusarafHussain-gd5ui 2 หลายเดือนก่อน

    Akou abar BJP sorkar kuwar fol bhugi thakok atiya 😅

  • @theworldmystery7880
    @theworldmystery7880 2 หลายเดือนก่อน

    Protech jihad😂

  • @aminulhaque7685
    @aminulhaque7685 2 หลายเดือนก่อน

    Churok rokhia rakhise

  • @dipondutta8315
    @dipondutta8315 2 หลายเดือนก่อน

    Minester.hoaa.Atay.nataakibson.Riaaj

  • @BabulBora-b8b
    @BabulBora-b8b 2 หลายเดือนก่อน

    Sab mama r lila

  • @MiyokoJEE
    @MiyokoJEE 2 หลายเดือนก่อน

    Atiya ata ona axomia k mantri bonaise j😂 , axomor ahom atak kio nobonale

  • @HiHello-ro6kb
    @HiHello-ro6kb 2 หลายเดือนก่อน

    EE MARUWARI BOHIRAGOTO BONIYAI (ASHOK), KHILINJIYAR KOTHA KETTAU NAVABE... EE FLOOD ZEHAD BEPARI.

  • @TCF573
    @TCF573 2 หลายเดือนก่อน

    Himmu pagole Commission Tu pai thakeje ehotor pora 😂 100/40 😂😂😂

  • @bijoydeka9134
    @bijoydeka9134 2 หลายเดือนก่อน

    Bhangi dibo lage

  • @TCF573
    @TCF573 2 หลายเดือนก่อน

    Boniai ahi birat pookha melilehi....
    Ondho kukurburor khoborri nai 0 . 😂😂

  • @dilipnath7240
    @dilipnath7240 2 หลายเดือนก่อน

    Aei biharitoa bahut patta paishe

  • @khirodadas-rt9fe
    @khirodadas-rt9fe 2 หลายเดือนก่อน

    Boor। Val

  • @tapandas5309
    @tapandas5309 2 หลายเดือนก่อน

    e to hindu hei vai!

  • @jonasarmabarua3835
    @jonasarmabarua3835 2 หลายเดือนก่อน

    CM aponi ata angoli beleg r fhale kora r agot e tin ta angoli aponi r fhale aase monot rakhibo

  • @intajulzaman4393
    @intajulzaman4393 2 หลายเดือนก่อน

    Bhangi diok

  • @cswildpassion
    @cswildpassion 2 หลายเดือนก่อน

    Juta maribo lage ihot burok

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 หลายเดือนก่อน

    BJP daudte Bhumi kalyankari

  • @arupdas8897
    @arupdas8897 2 หลายเดือนก่อน

    Rajai karile mantrie nakariba Kiya ,Karan nijar majate kajia lagiba suvidha pale sakalu mantrie Kiya pis pari thakiba raij mare haje amar ki jai power thakute property gutai laba lage raiak tetu fali altu faltu kotha koi biparit dishe sakalu kotha niba lage, nijar inefficiency misuse of public money dhakiba karene that's politics

  • @bijoydeka9134
    @bijoydeka9134 2 หลายเดือนก่อน

    Hagi lowaloi pitibo lage.

  • @karunaborah7199
    @karunaborah7199 2 หลายเดือนก่อน

    Muk diok moi fald control korim