তেজ পুৰৰ বালি পাৰাত সম্পূৰ্ণ দাদা ব্ৰিগেড এ মিলি যুলি একে লগে মাটি কিনিচে... সেই খনিতে এজন বহু কোটি টকীয়া ঠিকাদাৰৰ এটা factory আছে...!!! স্থানীয় মানুহক সুধিলেই সকলো তথ্য পাব...😮😮😮😮
আমাৰ মুখ্য মন্ত্ৰী জনে এনেকৈ মিচা, মিচা কথা কৈই ৰাইজক বিপদে পৰিচালিত কৰি থাকে অসমৰ ৰাইজক ললিপপ দি আছে আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা,মিছা কথা কৈও অসমৰ ৰাইজক ললিপপ দি আছে এতিয়া মামাৰ কাম হৈছে হিন্দু মুছলিম, হিন্দু মুছলিম এয়াই হৈছে অসমৰ উন্নয়ন হিন্দু মুছলিম, হিন্দু মুছলিম
ইমান লেটেৰা ৰাজনীতিয়ে নতুন প্ৰজন্মক কোন দিশে নিব।। নিতুমনি শইকীয়া দৰে এজন নিৰপেক্ষ সাংবাদিক দীৰ্ঘায়ু হওক
Pakistan murdabad
এওলোকে ৰাজনীতিক কিমান "ঘাটিয়া " পৰ্যায়লৈ নিব পাৰে তাৰে প্ৰতিযোগিতা চলিছে । অসমৰ মূখ্যমন্ত্ৰী আজি সমগ্ৰ দেশতে পৰিচিত হৈছে, ভাল লাগিছে । কিন্তু তেও "বিখ্যাত" হৈছে নে "কুখ্যাত" হিচাপে পৰিচিত হৈছে? বাহিৰৰ বাতৰি কাকত, টিভি চেনেলত তেওঁক কি হিচাপে প্ৰক্ষেপ কৰে, সেইয়া দেখিলে সকলো অসমীয়াই লাজ অনুভৱ কৰে।
আটাইতকৈ মিছলীয়া আৰু দুৰ্নীতগ্ৰস্থ মুখ্যমন্ত্ৰী জন আমি পাইছোঁ। বৰ দুৰ্ভাগ্যজনক
এটা কথা স্পট protidin time বিক্ৰী হোৱা নাই love from ❤❤❤ নলবাৰী
We have no doubt from the beginning.
Yess,,
এইজন মূখ্যমন্ৰী নে মূৰ্খমন্ত্ৰী আমাক লাজ লাগে অসমবাসী হিচাপে ৷
Right
এইবোৰ কাৰণতেই আমি এইজনক cm accept নকৰোঁ। অসমত হিন্দু কেৱল হিমো আৰু ৰিনিকি, বাকী সকলো অসমীয়া। এই noncense টোৱে কংগ্ৰেছ অ ক কোন মুখেৰে গালি দিয়ে। লৰা ছোৱালীক একো নালাগে যদি সি সম্পত্তিৰ পাহাৰ কোন পুতেক অলৈ বনাইচে। নিউজ লাইভ এদিন employee বিলাকৰ হববুলে, এতিয়া কিয় নহৈ অ,
যিমান যি হওঁক শেষ ত যে হৈ নিজে মান্তি হৈছে যে নিজৰ ঘৈনিৰ সম্পত্তি ঘটিছে বুলি
ইমান মিথ্যাচাৰ। ইচ্ ইচ্ । চিঃ ছিঃ।চকু পৰিল university খনত।
আমাৰ অসমৰ একমাত্ৰ জেহাদী জন হ'ল মুখ্যমন্ত্ৰী ।
এনে এজন মুখ্যমন্ত্ৰী পোৱাটো আমাৰ বৰ দুৰ্ভাগ্য
এনেকুৱা মূখ্যমন্ত্রী এজন যে আমি পাইছো, মোৰ কিন্তু নিজৰ ওচৰতে লাজ লাগিছে। আপোনালোকৰ লাগিছেনে ?
মুঠতে হিন্দু মুছলিম নকৰিলে মামাই জিকিব নোৱাৰে.
এইটোও আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছিঃ ছিঃ...!!
Guwahatir banpanir news tol pelaowar karone aibilak kori asee
Ondho vokto bilakok share kori diyaa video tuuu
USTM is one of the finest institute of the NORTH EAST... the so called CM being a businessman is afraid of it
আচল লক্ষ বেলেগ বা গছৰ গুৰি কৰবাত...😮😮😮 চল চাই কঠিয়া পাৰিলে....😮😮😮 অসমীয়া লৰা ছোৱালী যদি USTM পঢ়ি বলৈ গৈ থাকে বন্ধ্যা স্কুল খালি হৈয়ে থাকিব....😮😮😮 গতিকে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ক এটা বেজী দি দিলে বানপানীৰ সুযোগতে যে USTM ত পঢ়িবলৈ আৰু যাব নালাগে....😮😮😮😢😢😅😅
জয়ন্ত গোস্বামী তই বেছি কৈছ নি অসমৰ অন্যতম এগৰাকী জেহাদী হ'ল মুখ্যমন্ত্ৰী তেওঁৰ কথা আৰু কৰ্মই পৰিচয়
বাদ দিয়াহে কংগ্ৰেছৰ তেজ হিমন্ত সিৰে সিৰে ৷ এতিয়া অতি BJP দখাই লাভ নাই?
হিমন্ত বিশ্ব এজন মিচলীয়া মেচিন হয়।
শিক্ষা লৈ ৰাজনীতি কৰা শাসকসকলৰ ভৱিষ্যত ভাল যোৱা নাই। মামা ছাত্ৰ শওি বহুত কিন্তূ।😂
জয়ন্ত গোস্বামী নামৰ মানুহ জনে হিমন্তৰ পৰা কেই টকা হাজিৰা লয় ?যিটো কাৰণত মূখ্যমন্ত্ৰীৰ হৈ আবোল -তাবোল কৈ তুষ্টি কৰণৰ আশ্ৰয় লৈছে ৷হিন্দুৰ হৃদয় সম্ৰাট বুলি কবলৈ লাজ নালাগে শিল সাকোৰ মানুহ খিনি কোন ?
বাঃ বাঃ হিন্দুৰ হৃদয় সম্ৰাট, গুজৰাটৰ পানীৰ pipe দি মুচলমানৰ তেজ বয়।
হিন্দুৰ হৃদয় সম্ৰাট বোলে শুনি লাজ লাগিল।
মূখ্যমন্ত্ৰীয়ে সকলো কামেই কৰিছে, কিন্তু সময়ত কোনো কাম কৰা নাই বুলি কয়। যেনে--USTM ত এবাৰ ফিটা কাতি ভাষণো দিছে। আজি কিন্তু স্বীকাৰ কৰা নাই।
কি যে মুখ্যমন্ত্ৰী আৰু অ''''''''।কেতিয়ানো কাৰ্য্য কাল শেষ হ'ব?বৰ তিতা পাইছোঁ ।
মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাত হজম নহয় মুছলিম শব্দটো উচ্চাৰণ কৰিব নোৱাৰিলে...
😂😂😂😂
Hosa koisa
Right
জয়ন্ত শিয়াল টোৱে কি বকি আছে????
ইয়াক বন্দা স্কুলত চকিদাৰৰ চাকৰি দিয়াব লাগে।।
এই মানুহজনৰ মুখত অনবৰতে হিন্দু মুছলমানৰ কথা শুনি হাঁহি উঠে কাৰন এওৰ ঘৈনিয়েকৰ চেনেলৰ মূখ্য মানুহজন মুছলমান । ৰাইজক কিয় অনবৰতে মূৰ্খ বনায় আছে?? এইজনে বিজেপি দলটোক দুবাবলৈ হে বধয় এনেবোৰ মন্তব্য দি আছে নেকি?? কাৰন এনেবোৰ মন্তব্য শুনি যিবোৰ মুছলমানে বিজেপি দলটোক ভোট দি আছিল সেইবোৰে যেন বিভাজিত হয় অন্য দলক ভোট দিয়াটো বিছাৰিছে??? আপুনী অনবৰতে হিন্দু মছলমান কৰি থকাত কৈ অসম বিধানসভাত আপোনাৰ দলৰ পৰা পাৰিলে মুছলমান বিধায়ক জয় কৰি মুছলমানৰ মন জয় কৰক। ব্ৰহ্মপুত্ৰ থাকোতে আজিলৈ কিয় পানী ওলায় যোৱা ব্যৱস্থা কৰিব পৰা নাই???সেইবোৰত মনোযোগ দিয়ক গুৱাটীৰ মানুহে ক'ত খোৱা পানী পোৱা নাই সেইবোৰত মনোযোগ দিয়ক ??? ন'হলে গৌৰৱ গগৈয়ে কোৱাৰ দৰে মটা মাছ মাইকী মাছৰ নিচিনা হ'ৱ আপোনাৰ মন্ত্ৰীৰ কলা পানী ৰঙা পানী বুলি !!!
CM য়ে বহুত মিছা কথা কয়।
গণকে চিন্তে ভালক... ব্ৰাহ্মণে চিন্তে কালক....
আমাৰ মূখ্য মন্ত্ৰী ব্ৰাহ্মণ.. গতিকে অসমীয়াৰ কালক হে চিন্তিব...
Kune hikale aibur.. bapere likha itihah pohili ni
জয়ন্ত গোস্বামী, গোস্বামী comunity ৰ বাবে কুলাঙ্গাৰ।
বামুনে দান বৰঙণিৰ খোৱাৰ অভ্যাস এৰিব নোৱাৰে । বামুণ যেতিয়া ৰজাৰ হব সকলো ধনসম্পতি মালিক হব বিছাৰে । মুছলমানৰ তলত থাকিব যি হিন্দুৰে বিছাৰে সেই হিন্দুৰ কাৰণে মিঞাৰ মোছলীম সকলে সুবিধাৰ পাইছে
।
O maror heikhon r pora ulai oha pisot heibure hikili
B j p dalali aru 100% pagol jen lagil
দূৰ্ভাগ্য
নিতুমনি দেৱক নিৰপেক্ষ সাংবাদিক হিচাপ কৰিবলৈ সংবাদ মাধ্যমত তেওঁৰ নিৰপেক্ষ স্হিতিয়েহে প্ৰমাণ কৰিব। অসমৰ ভৱিষ্যতৰ বাবে হিমন্ত এন্ড কম্পেনী বিষয়ে সৰৱ হোৱা উচিত ৷🙏
Good job pratidin
Aami enekuwa mukhyo montri r অধীনত আছো , ভাবিয়ে লাজ লাগিছে। এইয়া আমাৰ মুখ্য মন্ত্ৰী?????
যিমান পাৰে সাম্প্ৰদায়িক কৰিব পাৰে 26লৈ শূভ😂😂😂😂
তেজ পুৰৰ বালি পাৰাত সম্পূৰ্ণ দাদা ব্ৰিগেড এ মিলি যুলি একে লগে মাটি কিনিচে... সেই খনিতে এজন বহু কোটি টকীয়া ঠিকাদাৰৰ এটা factory আছে...!!! স্থানীয় মানুহক সুধিলেই সকলো তথ্য পাব...😮😮😮😮
মূখ্যমন্ত্ৰী জনৰ কথা বোৰ হজম নোহোৱা হল, জাতি মাটি ভেটিৰ নামত ৰিনিকি ভূঞা ৰ সম্পতিৰ পাহাৰ বনালে, কিমান বেঙেনা দিব জাতি তোক আৰু
ৰিনিকি ভূঞা শৰ্মা ভাগ্য গুণে অসমৰ মহান সম্পত্তি ।
মূখ্যমন্ত্ৰীয়ে নাপাহৰে, পাহৰাৰ অভিনয় কৰিছে॥ এনেকুৱা নিৰ্লজ্জ, মতলবী আৰু চুড়ান্ত মিছলীয়া মূখ্যমন্ত্ৰী অসমতে নহয় ভাৰতৰ কোনো ৰাজ্যতে নাছিল আৰু নাই॥
মুখ্য মন্ত্ৰী নে মূৰ্খ মন্ত্ৰী চিন্তাৰ বিষয়
এই পোকটো থকালৈকে অসমত শান্তি নহয়।সৎ সাহ আছে যদি পত্নীৰ সম্পতিৰ ওপৰত কৰা উইল ৰাজহুৱা কৰক।
CM sir আপোনাৰ eman মাটি কিয় ?
Mama tumi jui....nxt aru 20 bosor CM hoi thk....
মূখ্যমন্ত্ৰী মহোদয় আপুনি এবাৰ ভাৱকচোন বাৰু আপুনি কিমান ঈৰ্শাপৰায়ণ ।মানুহৰ উন্নতি সহ্য কৰিব নোৱাৰে ।অকল আপোনাৰ পাহৰ সম সম্পতি লাগে ।আপোনাৰ হতুৱাই ৰাজ্যৰ কি উন্নতি হব এইটো সকলোৱেই বুজি পায় ।
নিতুমণি দা বহুত ধুনীয়া অনুষ্ঠান পাতিলে ভাল লাগিল ছবিয়ে কেতিয়াও মিছা কথা নকয ইমান মিছা কিয় কব লাগে
মূৰ্খ মন্ত্ৰী পগলা হল ফাতেকত ৰাখিব লাগে
জয়ন্ত গোস্বামী এজন অহঙকাৰী এই জন মানুহক নজৰ ৰখা উচিত ।
পৰিয়াল জেহাদ ২০০১ ৰ পৰা কৰি আছে নেকি?
বামুনে দান দিব নোৱাৰে l বাবুনক লাগে
I m from Mankachar n I hv never seen here Hindu muslim conflicts in my life n I m 50years.
বত্তমানৰ অসমৰ মুখ্যমন্তী জন যে এজন মিষ্ঠাচাৰি মুখ্যমন্তী ইতিসাষৰ পাতত থাকি যাব।
❤❤❤❤mama❤❤❤❤
জয়ন্ত গোস্বামী, যিমান পাৰে মৰণ- পন বল দিয়ক যাতে ক্ষমতাৰে আৰু অধিক "-------"এজনে জেচিপিৰে চপাই গ্ৰাহ কৰিব পাৰে।
অখিল গগৈৰ দাঙৰিয়া আপুনিহে পাৰিব
News tu sai laj lagise
এই জন 420 CM অসমৰ
আপুনি কেৱল হিন্দু বুলি কিয় কৈ থাকে ।কোনে দায়িত্ব দিছে । বাঃবাঃ আজিহে গম পাইছো সম্পতিবোৰ ৰাইজক দিব বুলি । তুলনামূলক ভাৱে কংগ্ৰেছ বহুত ভাল ।বিজেপিয়েহে প্ৰকৃততে অসমীয়া ক শেষ কৰিলে ই চিৰ সত্য কথা ।
প্ৰতিদিন টাইম বিক্ৰী হোৱা নাই সেই নিলাজ, স্বাৰ্থপৰ, নিস্কৰ্মা মূখ্য মন্ত্ৰীৰ হাতত এইয়া তাৰ প্ৰমাণ।
I love protidin
Jail jowar voit pagla hoise CM .
Shameless person ever I seen CM assam
সুন্দৰ।
কি লেভেলত সিংসা কৰা হয় মুছলমানক ভাৱি ছাওক এবাৰ এটো বোলে Flate জিহাদ ।
@@bakulsikder1768 flate নহয় flood হব লাগিছিলে।
Eman hingha manuhor thake ne ?akhon Educational institution o Hari nogol.
Ekdom sir thik koise
বাৰে বাৰে খুটি পুটি উযুটি খোৱা আৰু ইমান সম্পতি খকোৱা দূৰ্নীতি পৰায়ণ মূৰ্খমন্ত্ৰী কতো দেখা নাই ৷
শিক্ষাটো নহ'লে মন্দিৰ ডালে কি কৰিব । ভগৱান আমাৰ অন্তৰত আছে মন্দিৰত ডকাইট থাকে ।
আপোন ভালে জগত ভাল।
Besi. Hoise
Ploy to cover up the failure. Trying to divert the discussions on flood to Hindus -Muslim issues
Ustm opening ceremony teu ai asil 😂😂
Our CM our future
Our dream our reality
Our past ,our present
, ki koi ??
News live ....kuneo nasay 😅
হিমন্ত বিশ্ব শৰ্মাই এনে দৰে সৰ্বসাধাৰণ ৰাইজক মিছা কথা কৈ এনেদৰে পতিয়ন নিয়ায় তেখেতেই যেন সঁচা কথা কয়। আপুনি 5000 হাজাৰ কৈছে মই হ'লে 10,000 মানুহ বহিব পৰা হ'ল বনালোহেতেন।
ব্যক্তিগত অনুষ্ঠানলৈ মন্ত্ৰী,ৰাষ্ট্ৰপতি জনসাধাৰণৰ কৰৰ টকা খৰচ কৰি? জনসাধাৰণৰ কাঠগড়াত অপৰাধী।
কংগ্ৰেছ দলক দূখ দি থকা মুখ্যমন্ত্ৰী জন একালত কংগ্ৰেছ কৰি থকা অৱস্থাত কি কৰি আছিল । তেতিয়া কম্ভকৰ্ণ দৰে নিন্দাত আছিল নেকি ?
Pratidin time zindabad anekoi xosa news dekhuyai jaabo...kako voi nokoribo
ustm ৰিনিকি ভুঞা ক গতাই দি দিম চিন্তা নকৰিব
Amitabh da thank you for your speech .
মৰিলে কি নিবি
This leader is not at all fit for Democracy n a secular nation like India.
হিমন্ত বিশ্ব শৰ্মা ❤❤❤❤👍👍👍👍👍👍👍👍👍
চেলফি উঠিবি ঘৰলৈ আহিলে ... কমেণ্ট কৰা মূৰ্খ বোৰে ।। 😂😂
নিতুমনি দাই ভাল দিছে জয়ন্ত গোস্বামী নামৰ বামুনটোক।
Without any muslim angle neither BJP nor Heemanto can do any politics. Impossible!
তাতকৈ বেলেগ ধৰণৰ মানুহ বুলি স্বীকৃতি দিব পাৰি। মই যদি ডাঙৰ মানুহ হলোহেতেন এখন ফুল নথকা গামুচা দিলো হেতেন
Sabaas president Bhupen Bora and Akil Gogoi
সঁচাকৈ বেলেগ ধৰণৰ খছাকৈ বেলেগ ধৰণৰ মানুহ। তেওঁ যদি দিনক ৰাতি বুলি কয় আৰু ৰাতিক দিন বুলি কয় জনসাধাৰণে সেই তোমাকেই কব লাগিব
উল্লেখিত জেড টো আজি তাৰিখত সম্ভৱতঃ ডাঙৰ দীঘল হৈ অধিক শক্তিশালী হল বুলি কব নোৱাৰি জানো ???
Sanwal was a good man 😢 missing him😢
Ki hobo goi ase.mojja he
আচলতে হঠাৎ কোন ? হঠাৎ মুখ্যমন্ত্ৰী নে মুখ্যমন্ত্ৰীৰ হঠাৎ অন্য এক ৰূপ ।
বি জে পি চৰকাৰৰ মনটি মুখপাত্র চবৰে মূৰৰ কামুৰনি হৈছে গতিকে তেজ পুৰলৈ পঠাব লাগে ।
H BS has a problem with Super 40 now with USTM.
আমাৰ মুখ্য মন্ত্ৰী জনে এনেকৈ মিচা, মিচা কথা কৈই ৰাইজক বিপদে পৰিচালিত কৰি থাকে অসমৰ ৰাইজক ললিপপ দি আছে আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা,মিছা কথা কৈও অসমৰ ৰাইজক ললিপপ দি আছে এতিয়া মামাৰ কাম হৈছে হিন্দু মুছলিম, হিন্দু মুছলিম এয়াই হৈছে অসমৰ উন্নয়ন হিন্দু মুছলিম, হিন্দু মুছলিম
news liv amak nalage 😂
যত aims খন থাপন হৈছে সেইৱাও গ্ৰীণ লাণ্ড area hoi raij pahrile neki ,kia ৰহাৰ পৰা নিলে,তাত কাৰ লাভ হল
কুটিল মামাৰ পৰ্দাফাচ 😂😂😂মানুহ/সাংবাদিক সকলোকে এইবোৰ ফটোৱা কথাত লগাই তেওঁ তলে তলে নিজৰ অংক কৰি আছে কিন্তু, বম টেঙৰ হয়
বিশ্বনাথ চাৰিআলিৰ প্ৰতাপগড় চাহ বাগিছা মূখ্য মন্ত্ৰীৰ নামত ইতিমধ্যে
জয় আই অসম ❤