মোৰ নিজৰ মায়ে মোক হিজৰা বুলি গালি দিয়ে😭 | Monor Kotha EP15

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • #jssunscripted
    #assameseinterview
    #monorkotha
    Created by: Mustaq Ahmed
    ( ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    ...

ความคิดเห็น • 554

  • @jayantidas639
    @jayantidas639 ปีที่แล้ว +167

    মানুহে বেয়া পায় পাবলৈ দিয়া ভগৱানে টো ভাল পায় হে সৃষ্টি কৰিছে । তুমি মাথু দুৰ্বল হৈ নপৰিবা ।

    • @ankurborush9638
      @ankurborush9638 ปีที่แล้ว

      Kio tumi manuh nhoi nki?? Kisuman word Tu koba, karon manuh Or vitort... Tumi nopora nki, njnile kotha nkoba

    • @dilipborah2849
      @dilipborah2849 ปีที่แล้ว +2

      সঁচা কৈ বহুত ভাল কথা কৈছে আপুনি

  • @luckyassam8565
    @luckyassam8565 ปีที่แล้ว +7

    যি জোপা গছৰ ফল মিঠা সেই জোপা গছত ফৰ্মূথি মৰা মানুহো বেছি । মোৰো ঠিক তেনেকুৱাই সকলোৱে বেয়া পাই সকলোৱে পৰা কেৱল অভিশাপ , তথাপিও অভিশাপ বোৰক আশীৰ্বাদ হিচাপে লৈ জীয়াই আছো । তুমি তোমাৰ দুখ বোৰ দুখ বুলি নাভাবিবা কাৰণ মানুহৰ জীৱনটো কিমান ভাগ্যৰ মূৰত পাইছা । জীৱনটো যিখিনি পাইছা তাকে লৈ সুখী হোৱা নোপোৱা খিনি লৈ দুখ নকৰিবা । ভগৱানে তোমাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি তুলক ।

  • @pintusaikia412
    @pintusaikia412 ปีที่แล้ว +16

    হয় দেই! নিজৰ মাকেই যদি সাহস নিদিয়ে সন্তনে কেনেকৈ জীয়াই থাকিব বাৰু? আশীৰ্বাদহে কৰিব লাগে নিজৰ পেটৰ সন্তানক! মাকতকৈ আপোন কোন হব পাৰে এই পৃথিৱীত! বহুত দুখ পালো কথাটো শুনি.....

  • @ankurboruah3072
    @ankurboruah3072 ปีที่แล้ว +36

    তুমি এজন বহুত ভাল মানুহ। তুমি আগুৱাই যোৱা , আৰু এটা কথা যত সন্মান আদৰ নায় মই ভাবো তুমি তাৰ পৰা ওলাই আহি নিজৰ জীৱন গঢ়া । তোমাৰ নিজৰ ইনকাম আছে তুমি পাৰিবা। আৰু তুমি মা হতক আঁতৰৰ পৰা পতিপাল কৰিবা।

  • @birajvlogs9433
    @birajvlogs9433 ปีที่แล้ว +37

    কি মাক অ আপুনি, নিজৰে লৰা।আজিকালি এইবিলাক খুব সাধাৰণ কথা।আইনে সকলোকে জীয়াই থকাৰ সমান অধিকাৰ দিছে।আপুনি কাকো মানসিক অশান্তি দিব নোৱাৰে।

    • @keyore8915
      @keyore8915 ปีที่แล้ว

      Hijrak hijra nkoi ki kbo. Gay, transgender word bur sob manuhe najane speacillay maiki manuhe. Eman akhyep maakok kio kribo lge. Hijra koleo toh jonmo maakei dse

  • @Myworld-zn3fv
    @Myworld-zn3fv ปีที่แล้ว +31

    মায়ে জন্ম দি কেনেকৈ তেনেকে কলে আশীৰ্বাদ বুলি লৈ আগুৱাই যোৱা সকলো আছে /আছো তোমাৰ লগত

  • @trishapride901
    @trishapride901 ปีที่แล้ว +8

    বহুত দুখ লাগিল । চকুৰ পানী ওলায় গ'ল । আনৰ কথা শুনি দুখ নকৰিব জীৱনটো নিজৰ মতে জীয়াই থাকিব । ঘৰৰ মানুহে এনে ব্যৱহাৰ কৰিলে সচাকৈ বহু দুখ লাগে ।

  • @dipakkalita7034
    @dipakkalita7034 ปีที่แล้ว +22

    পাগল , পাগলি, হিজিৰা লেঙাৰা, লেঙিৰি হিজীৰা এই বোৰ যিয়ে কয় সেই বোৰ মানুহৰ শাৰীত নপৰে । আনৰ কথাত কান নিদি আগ বাঢ়ি যোৱা ।

    • @keyore8915
      @keyore8915 ปีที่แล้ว +1

      Lower caste upper caste Kuwa bur ki te. Jontu janowar

    • @dipakkalita7034
      @dipakkalita7034 ปีที่แล้ว +1

      @@keyore8915 নিশ্চয় ।

  • @himaniray6654
    @himaniray6654 ปีที่แล้ว +45

    সঁচাকৈ যেতিয়া ঘৰৰ মানুহে এনেকুৱা কৰে তেতিয়া বহুত কষ্ট হয়।

  • @rumabora8990
    @rumabora8990 ปีที่แล้ว +14

    বহুত বহুত দুখ লাগিল। তুমি তোমাৰ মতে আগুৱাই যোৱা কাকো ভয় কৰা ৰ দৰকাৰ নাই। ভগবান তোমাৰ লগত আছে।

  • @hiranyarabha8867
    @hiranyarabha8867 ปีที่แล้ว +69

    শুনি বেয়া লাগিল 😭 দুখ নকৰিবা আগুৱাই যোৱা,,,👍👍

  • @ashiqurrahmanassam132
    @ashiqurrahmanassam132 ปีที่แล้ว +26

    মন‌ বেয়া ‌নকৰিবা‌ মানুহে‌ যি‌ কয়‌ কও‌ক তুমি‌ আগোৱাই‌ যোৱা‌ 🙏।ভগৱানে‌ যাতে‌ তুমাক‌ ভালে‌ কৈষশলে‌ ৰাখে‌ খেই টো‌ ভগৱানৰ‌ উচৰত‌ শৰল‌ প্ৰাৰ্থনা

    • @analata6540
      @analata6540 ปีที่แล้ว +1

      ভগৱানক বিশ্বাস কৰোক আগুৱাই। যাওঁ কি

  • @tannushreetannu2778
    @tannushreetannu2778 ปีที่แล้ว +17

    ভাল লাগিল 🙂 সচাই আপোনি বহুত Strong মানুহ সদায় এনেদৰে শক্তিশালী হৈ থাকিব 😌💞 । ভগৱানে আৰু শক্তি দিয়ক আগুৱাই যাবলৈ 😇💕 । শেষত এটাই কথা ক‌ও 🙂 আপোনাৰ ভূল নহয় মানুহে নিজে কৰি নলয় ভগৱানে আপোনাক এনেদৰে সৃষ্টি কৰিলে সেইবাবে আপোনি এনেকোৱা হল 🙂 তাতে আপোনাক লৈ হাহা বোৰকো কিন্তু মানিচো 😶 বাকি যিয়ে নহ‌ওক এইবোৰ কথা ক লৈ আপোনি ভাবি ভাগি নপৰিব 😌 আগুৱাই যাওক সদায় ✌️😇💕

  • @karpumpulidoleymusical4149
    @karpumpulidoleymusical4149 ปีที่แล้ว +55

    এনেকুৱা মাতৃ আৰু এনেকুৱা পৰিয়াল কোনেও যাতে দুৰ্ভাগ্য ক্ৰমেও নাপায়। ভগবানৰ ওচৰত সেয়াই কামনা কৰিছোঁ 🙏🙏🙏

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +3

      Infact এইটো মাতৃ গৰাকীৰ লগতে আমাৰ সমাজৰো দোষ আছে ...

  • @pranamisarma6032
    @pranamisarma6032 ปีที่แล้ว +25

    I request his parents - please accept him. Teok moromot aakowali louk. Dekhibo kiman morom pabo ubhotai. Ekhon ghorot elaagi kori maat bol nokorile kiman dukh lage ebar daw koi bhabile bujibo pari.

  • @Kaushik632
    @Kaushik632 ปีที่แล้ว +17

    আগুৱাই যোৱা দাদা।
    শক্তিশালী হোৱা.......🤟🤗
    ভাল লাগিল তোমাৰ মনৰ কথা বোৰ খুলি কোৱাৰ বাবে......❤️❤️❤️

  • @biswadoley4365
    @biswadoley4365 ปีที่แล้ว +13

    কথা কি খাৰ শুনি হৃদয় চুই গল👍❣️
    আগ বাহি যাওঁক আপুনি tention nohi lena ap

  • @sibaprasadbora01
    @sibaprasadbora01 ปีที่แล้ว +67

    তোমাক ম ই চিনি পাওঁ,দুখ নকৰিবা আমি তোমালোকৰ লেখিয়াক মানুহক সন্মান জনাও ।আগোৱাই যোৱা চিন্তা নকৰিবা ভগবান আছে।

  • @sukanyarajbanshi5376
    @sukanyarajbanshi5376 ปีที่แล้ว +8

    নিজৰ সন্তান সদায় নিজৰেই সি যিয়েই নহওঁক কিয় ।অন্তত মাকে তেওঁক বুজিব লাগে ।

  • @amothuyein7957
    @amothuyein7957 ปีที่แล้ว +8

    So very emotional hoi golu, hosakoi aji-kali enekoi kuwa n voba manuh bohuuut face kori paisuu,okol nijoke hihote original manuh hisape vabe,anok akou optrino nisina vabi koi,ekuu nai,vll puwa beya puwa bur2 thakiboi , vogowane apunak akhirbad diyok n kukhole rakhok Goutom daa😘

  • @biswajitphukan642
    @biswajitphukan642 ปีที่แล้ว +17

    মই ভাওনা কৰু আমাৰ নিছিনা মাইকী ভাও কৰা সকলোকো সমাজত মাইকী বা লেডিছ বুলি চিনাকী দিযে আমি যেনিৱা অন্য কোনোৱা গ্ৰহৰ জীৱ

    • @r.d.creator8235
      @r.d.creator8235 ปีที่แล้ว

      Tumi o gay neki? Please beya napaba xudhatu🙏

    • @Moinakolija4567
      @Moinakolija4567 ปีที่แล้ว +1

      @@r.d.creator8235 ki fltu😡kisumn thait purukhei suwali vao kore🤐, tat ako gay huwar ki question ahl???

  • @pallabigogoi8185
    @pallabigogoi8185 ปีที่แล้ว +3

    Bhut dukh lagil tumr kotha but huni dukh nokriba bhut VL Lora Tumi maa aru deuter Tumi aghuai jua aru tumr ghart hokoluye tmk nijor Lora bhaite dada buli akuali Lok good bless u .

  • @tridipkumardas2174
    @tridipkumardas2174 ปีที่แล้ว +22

    Each and every human being is a gift of god. We support you. You are brave and bold.

  • @bowlofhappinessbykrishnaa6532
    @bowlofhappinessbykrishnaa6532 ปีที่แล้ว +3

    সঁচাকৈই ঘৰখনে ignore কৰিলে বহুত দূখ লাগে। সকলোৰে story বেলেগ বেলেগ but sturggle একেই হয়।

  • @bonditagogoi2281
    @bonditagogoi2281 ปีที่แล้ว +10

    Emotional hoi golu😭 dada always happy thaka😭nohoi😁jogot jinok .

  • @kabyashreesarmah2118
    @kabyashreesarmah2118 ปีที่แล้ว +12

    বৰ দুখ লাগিল অ। মন বেয়া নকৰিব আপুনি। সদায় ভালে থাকক, আনৰ কথা মন বেয়া নকৰিব।

  • @harsitadevi6221
    @harsitadevi6221 ปีที่แล้ว +3

    মানুহৰ কথা এৰি দিয়ক‌।সুখী হৈ থাকক সদায়

  • @Monisha428
    @Monisha428 ปีที่แล้ว +7

    দাদা আপুনি ভবা দৰে জীৱনটো আগুৱাই লৈ যাওক , আপোনাৰ সপোনবোৰ যাতে পূৰ্ণ হয় ।আৰু আপোনাৰ মায়ে যদি আপোনাক গালিও দিছে তথাপিও আপুনি দুখ নকৰিব আশীৰ্বাদ হিচাপে ল'ব , এই খন সমাজত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আপোনাক যদি কোনোবাই বেয়াকৈ কয় তেতিয়াহলে আপুনি গুৰুত্ব নিদিব কাৰন এই পৃথিৱীখনত ভাল মানুহতকৈ বেয়া মানুহৰ সংখ্যা বেছি শেষত মই এটা কথাই কও আগুৱাই যাওক💐💐👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @r.m.b4094
    @r.m.b4094 ปีที่แล้ว +8

    ভগৱানে যাক যেনেকৈ বনাইছে 😒 তাত আপুনি কি কৰিব পাৰে । দুখ নকৰিব 😌

  • @ranjandutta4662
    @ranjandutta4662 ปีที่แล้ว +2

    আমাৰ হাতত কিছুমান কথা নাই আচলতে।ভগৱানে নিৰ্ধাৰণ কৰে এইবিলাক।সেইকাৰণে আমি সকলোৱে আদৰি লব লাগে এওঁলোকক।শুভেচ্ছা থাকিল তেওঁলৈ

  • @mrsaikia262
    @mrsaikia262 ปีที่แล้ว +14

    এনেকৈ এ আগুৱাই যোৱা♥️❤️💯🙏

  • @kabyakaumudiborah
    @kabyakaumudiborah ปีที่แล้ว +4

    দাদা তোমাক কথা বহুতো দূখ লাগিছে মানুহে কথা শুনি নিবা‌ ভগবান তোমাক আগুৱাই যোৱা

  • @Minakshi-kz8tc
    @Minakshi-kz8tc ปีที่แล้ว +2

    আজিৰ সমাজখনে তেনেকুৱাই আনক উপলুঙা kori ভাল পাই । সমাজত সকলোৰে সমান অধিকাৰ আছে বুলি কৈ জাতি,ধৰ্ম বৰ্ণ, লিংগৰ বাদ বিচাৰ kori ফুৰে। .... কথাখিনি শুনি নকৈ নোৱাৰিলোঁ । কিছুমান কথা ভাল নালাগে ।

  • @karishmasaikia5279
    @karishmasaikia5279 ปีที่แล้ว +3

    Jesus bless you brother.... Jodi tmi homoy pua Bibel pohiba sun.... Jodi issa Kora... Jur kora ni......(নিজৰ জন্ম দিয়া মাতৃয়ে এৰি দিব পাৰে কিন্তু আমাৰ পৰমেশ্বৰ যীচুৱে কেতিয়াও এৰি নিদিয়ে...)

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +2

      It's really motivational 👍👍

  • @mdssinta5180
    @mdssinta5180 ปีที่แล้ว +15

    নিজক ভাল পাবলৈ শিকা এদিন চবেই মনত পেলাব তোমাক
    এদিন সকলো এই পৃথিৱীৰ পৰা যাবগৈ লাগিব 🤞

    • @r.d.creator8235
      @r.d.creator8235 ปีที่แล้ว +1

      Ekdom xosa

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +2

      I'm not straight.... infact I'm only 17 years but I accept it....only our society don't accept 😷

    • @scgaming8373
      @scgaming8373 ปีที่แล้ว

      Nijam Val powa aru aguwai jowa bhagwan ase

    • @ashabora5045
      @ashabora5045 ปีที่แล้ว +1

      ভগৱানৰ আশীগৰ্বাদ তুমি হতাশ নহবা আমাৰো আশীৰ্বাদ তুমি
      আ‌গুৱাই যোৱা । মানুহ হৈ জন্ম
      হোৱা সাৰ্থক এইয়া যি নিজৰ। আত্মাক আৰু ভগৱানক বিশ্বাস কৰি জীৱন জয়ী কৰিব পাৰে ।🙏🙏

  • @tanujarsarkar5235
    @tanujarsarkar5235 ปีที่แล้ว +5

    তুমাৰ নিজৰ এটা চিনাকি কিছুমান ছোৱালী আছে ল'ৰা ৰ নিচিনা আৰু মই তুমাক আশীৰ্বাদ কৰিছো আগলৈ তুমাৰ ভাল হওক

  • @Rekhasvlog1515
    @Rekhasvlog1515 ปีที่แล้ว +4

    বহু ভাল লাগিল তোমাৰ কথা খিনি শুনি ❤God bless you ❤ডিব্ৰুগড় পৰা মৰম দিলো❤❤

  • @GeetaDevi-hl8uv
    @GeetaDevi-hl8uv ปีที่แล้ว +2

    Tumi dukh nakariba.....adin vaal din ahiboi....manuhburar saku mel khaboi adin......amar dare haday tumar lagat asu....lv u gautam..

  • @user-kk5hb4ms6o
    @user-kk5hb4ms6o ปีที่แล้ว +1

    "Moi nijok bohut bhal pau karone anoku bhal pau". khub hundor
    I appreciate this a lot whether gay straight or lesbian or transgender ba kiba beleg nohouk kio hodai enekuwa thinking thakibo lage manuhor.

  • @mintudas8402
    @mintudas8402 ปีที่แล้ว +1

    Voi nokoriba tumi aguai jua vagabanar sisti ❣️belegor katha kan nidiba god bless you 🙏

  • @susmitadas7958
    @susmitadas7958 ปีที่แล้ว +2

    last r kotha khini huni bor beya lagil...napai dei karubar monot emn dukh diboloi.. Apuni nijor mote jiyai thakok dada karon jibon tu apunar... all the best 👍

  • @apeditzroom7396
    @apeditzroom7396 ปีที่แล้ว

    Sowa Tumi brave hoi, kotha bilak khuli koisa, aguwai jowa, Kam Kora, Naam Kora gutei manuhe janok tomak..... But important kotha keitaman kou...
    1. Beya abhyakh bilak era (drinking).
    2. Dharjyo sil howa,
    3. Manuh bilak eman aware nohoi so gharat bujuwa, Santi bhabe,
    4. Emanei val Kam Kora je edin manuhe tomar naam loi
    Aru sobotke dangor kotha tu hol heibilak manuh he mataa manuh nohoi jiye anok respect koribo najane, bipodot karobak help koribo nuware,
    Hekhot, bhagwan Sri Krishna u Mohini rup loisile aru rahu ketuk Kaati dusowa korisile

  • @shyamoleegogoi1421
    @shyamoleegogoi1421 ปีที่แล้ว +3

    কোনো মাকে,নিজ সন্তানক বেয়া নাপায়। মাকে"দুখতে গালি দিয়ে। সেইটো 2মি নিগেটিভ চেঙ্গে ত নলবা।
    মা"সদায় মা"য়েই

  • @anubhavsaikia1396
    @anubhavsaikia1396 ปีที่แล้ว +14

    true words gautam daa 🥺❤️,we love u

  • @ilasaikia9077
    @ilasaikia9077 ปีที่แล้ว +14

    মাকৰ চকুত নিশ্চয় বেয়া পোৱা কাম তেওঁ কৰিছে যিকাৰনে তেনে শব্দ মূখৰ পৰা ওলাই যায়। ৰাতি কিবা খাই অহাতো গাঁৱৰ মানুহে সহ্য কৰিব নোৱাৰে। জন্ম দিয়া মাক অকনমান শান্তি দিয়া।

    • @Podcastsai3
      @Podcastsai3 ปีที่แล้ว

      Toi olp besi bokili nk8

    • @Podcastsai3
      @Podcastsai3 ปีที่แล้ว

      Video to Last k lgi nasali nki

    • @priyaksheepriyam8166
      @priyaksheepriyam8166 ปีที่แล้ว +1

      যিমানেই বেয়া পোৱা কাম নকৰক লাগিলে নিজৰ মাকে তেনেকে কোৱাটো ঠিক বুলি নাভাবো।

  • @NirmolRay1996
    @NirmolRay1996 ปีที่แล้ว +2

    বাকী যিয়েই নহওক নিজৰ ভৰিত নিজে থিয় হোৱা।।।চিন্তা কৰিব নালাগে।।।।

  • @munmigogoi7952
    @munmigogoi7952 ปีที่แล้ว

    Dukh nokoriba .nijok loi busy thaka..aguwai juwa..vogoban r shristri jetia vogobanoke vaviba ru ♥️♥️

  • @supriyaborah4234
    @supriyaborah4234 ปีที่แล้ว +16

    ল'ৰা জনৰ গাত কি দুখ আছে বেচেৰা ,মাক -বাপেকেই যদি এটা healthy সন্তান জন্ম দিব নোৱাৰে।

  • @mainumajuli589
    @mainumajuli589 ปีที่แล้ว +2

    মানুহে হাঁহি কি কৰিব ভগৱানে তেনেকুৱা কৰাটো নাই আপোনাক তেনেকৈ সৃষ্টি কৰিছে জীৱনটো আগুৱাই যাওক

  • @papuburagohain4330
    @papuburagohain4330 ปีที่แล้ว +1

    Hosakoi bohut dukh lagi gol o
    Aru maa tumi plz NXT bar তেওঁক মনত দুখ লগা কথা নকবা 🙏🙏🙏🙏

  • @dhritimadhabsaikia2952
    @dhritimadhabsaikia2952 ปีที่แล้ว +4

    Always respect that people...
    Teur mnr kotha bur janibo pari vl lgl

  • @pampam5677
    @pampam5677 ปีที่แล้ว

    val manuhe hodai tumak val pabo aru beya monuhor kotha moi nokoleu buji paise sagoi sobei... you are great👍👏😊

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +1

      I think.....manuh bur bea nhoi.....
      Teu lukor manokhikota bur h bea...

  • @dipenkonwar5003
    @dipenkonwar5003 ปีที่แล้ว +1

    Tomi ajon khahokhi lora, are strong ,manuhe bewake koleu Tomi vagi npora Karon tomak god khokti dise, Tomi agbahi jowa tomi adin kamiyab hoba

  • @anitadas9102
    @anitadas9102 ปีที่แล้ว

    apuni jeneke thaki val pai teneke thakibo.kele ki jibon to apunar.aru lukor kothat nakandibo hodai hahi dhemali kori thakibo😊🥰😍♥️❤️♥️

  • @pranjaldeka8345
    @pranjaldeka8345 ปีที่แล้ว +3

    আৰু আগোৱাই যোৱা মানুহৰ কথা কান নিদিবা

  • @abishmitamaina69
    @abishmitamaina69 ปีที่แล้ว +1

    Tumar ji mon jai take kra nijor essa mote kra beya puwa burk beya pab diya bhutu vl puwa manuh ase tumalukk.... Aguwai juwa xodai❤️

  • @mantunath7317
    @mantunath7317 ปีที่แล้ว

    Xosai tumar kotha bur xuni dukh lagise Goutam . Vogobanor uporat Biswas rakha aru aaguwai juwa . Aru tumi monor kotha bur pun potiyakoi khuli kuwar babe aamiu bohut xahox paisu tumaloi bohut bohut dhainybad thakil

  • @Rituponsaikia86
    @Rituponsaikia86 ปีที่แล้ว +25

    Very straight forward man.....👍🙏🙏🙏🙏

    • @chayanbhagawati4286
      @chayanbhagawati4286 ปีที่แล้ว

      🤣🤣🤣🤣🤣 heavy

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +2

      It is matter that someone is straight or not ....we should respect all.... because we are all human....
      That is just sexuality (infact only our society don't accept it)

  • @bontisonowal5816
    @bontisonowal5816 ปีที่แล้ว +1

    😭😭😭 sokupani ulai gol. ajoni mattri hoi nijr hontanok tnk koboloi okonu bya nalagil ne .aku nai dukh nokoribo vogoban hodai ase apunar lgt.adin Saba hokolua apunak loi gourb koribo hai dintur babe apuni aru aaguwai jaok

  • @bad_boygaming1150
    @bad_boygaming1150 ปีที่แล้ว +4

    Manuhay hodai baya tu a dekhy. Vl bur nedaykhay.. God bless you

  • @indiraphukan9476
    @indiraphukan9476 ปีที่แล้ว

    Bohut bohut xuvexa thakil... Gibonto abare pai... Vgwane deya hokolu amr dan.jibon jiyai thakiboloi nohoi, jibon upovug koriboloi hoi... Upovug kora

  • @nurulislam560
    @nurulislam560 ปีที่แล้ว

    দুখ নকৰিব ৷ ঈশ্বৰ সকলোৰে লগত আছে ৷ সৃষ্টি ঈশ্বৰে কৰিছে ৷ ঈশ্বৰে জীয়াই ৰাখিব ৷ আপুনি আগুৱাই যাওক ৷

  • @NDR_LIZA
    @NDR_LIZA ปีที่แล้ว +3

    God Bless You...👍👍👍 YOU ARE THE BEST AND GREAT ❤❤❤

  • @dijodaya5972
    @dijodaya5972 ปีที่แล้ว +4

    Baaa bohut val lagil video tu sai . Guys joldi 100K kori diyok subscribe 🙏❤️

  • @jahnabibhuyan7839
    @jahnabibhuyan7839 ปีที่แล้ว

    Dada apuni hodai aguwai jawok..vogobane hodai soku meli sabo...apuni bht vl manuh hoi..lukor kthat Mon nidibo..

  • @rohangonju6649
    @rohangonju6649 ปีที่แล้ว

    এইটো ঈশ্বৰদত্ত । গতিকে তুমি যিয়ে মিটাৰ কয় একো চিন্তা নকিৰিবা। যাৰ লগত হয় তেওঁহে জানিব।

  • @rabinadas5408
    @rabinadas5408 ปีที่แล้ว +14

    দুখ নকৰিবা. যি হব ভালেই হব 😭

  • @kaushik....6385
    @kaushik....6385 ปีที่แล้ว +10

    Love u so much 🤗🤗🤗 u r so positive keep it up 👍👍👍👍👍

  • @user-qo7uq8wf8i
    @user-qo7uq8wf8i 11 หลายเดือนก่อน +1

    Bohot dukh lagil xuni oo ako nai dukh nokoriba nijor ma jodi teneke koisa tumi axirbad hisape lowa vogoban aru ami xodai lgt asu bohot val hbo tumar din tumi Khali hotah nohoba vogoban ok Biswas koriba val din nisoi ahibo tumar

  • @ankitadeka2773
    @ankitadeka2773 ปีที่แล้ว +2

    Xsai re emotional hoi golu😪xdai vale thak k apuni♥️

  • @jhumasutradhar9647
    @jhumasutradhar9647 ปีที่แล้ว +3

    তোমাৰ কথা বোাৰে মোৰ চকু পানী ওলাইছে বৰ দুখ লাগিল

  • @_The_Leo_Man_
    @_The_Leo_Man_ ปีที่แล้ว +1

    Carry on yr job with sincealy,god always help u,all da best

  • @gobinchuri1693
    @gobinchuri1693 ปีที่แล้ว +1

    Agbahi jua,June ji koi heibur care nkriba,nijor mote soliba,God bless u,vul buja bure adin holeu tumak bujiboi

  • @nipa_axom9058
    @nipa_axom9058 ปีที่แล้ว +1

    Apuni bohute vhal oo dada... Tantion noloba ji hobo vhle hobo ... Blager kotha loi Kandi lavh nai ... Apunak ame hoklua respect karu

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q ปีที่แล้ว +1

    নিজৰমনটোকদূবলকৰাটোএকেবাৰেঅনুচিত।ইএকমাএভগৱানৰ ইচ্ছা। ভগবান ৰ ওছৰতসদায়পাথনাকৰাযেপৰৱ তীজনমতযেনকোনোক্ষুতনাৰাখে।

  • @mayahazarika1796
    @mayahazarika1796 ปีที่แล้ว +1

    All the best goutom aru aguwai jua tumi .vogoban ase .

  • @The.Musical.Rishii___
    @The.Musical.Rishii___ ปีที่แล้ว +1

    ❤️Aku nai, Tumi Val Manhu, Tumar Future Val Hobo.
    Akha koru Khodai Hahi Thaka.

  • @digboshaktiinassam2897
    @digboshaktiinassam2897 ปีที่แล้ว

    বিজ্ঞানৰ যুগ শিক্ষিত সমাজ জ্ঞানৰ অভাৱ কাৰণে এতিয়া মানৱ দানৱ হ'ল,

  • @kripanjalikkb
    @kripanjalikkb ปีที่แล้ว +4

    May God bless and fulfill your wishes 🙌 🙏. We are always with you.

  • @simpiexamtips6831
    @simpiexamtips6831 ปีที่แล้ว +4

    🥺🥺❤️❤️bya lgi gol.... Strong hoi tmi bhutt.... Aguwai jua brother ❤️❤️

  • @foodieassam530
    @foodieassam530 ปีที่แล้ว +1

    Jibon tu tumar Tumi ji kora tumar kotha ...aag barhi jwa ❤️❤️❤️

  • @subhadrabasumatary5476
    @subhadrabasumatary5476 ปีที่แล้ว +2

    Always be strong dost.

  • @amonsonar7689
    @amonsonar7689 ปีที่แล้ว +1

    ঘৰৰ মানুহক পইচা চুব দিয়া, চব লাইনত আহি যাব

  • @Trishna98643
    @Trishna98643 ปีที่แล้ว +1

    Yes ...hodae njk sobot k besi bhal pabo lage..self love is very very important...

  • @trishnadas258
    @trishnadas258 ปีที่แล้ว

    Bya lge oo tnkua dukh nkriba...tmi lora suwali ji nhouk tar agt ami mnuh ...tumi bhtt vl hoi...vl k thka

  • @Bidyut382
    @Bidyut382 ปีที่แล้ว +3

    ই চুৰ মহা
    চামগুৰি আহিলে ইয়াৰ বিষয়ে জানিবা
    বাকি তোমাৰ interviews জুই💥💥💥💥💥🔥🔥🔥🔥🔥🔥🔥

  • @manjukalita5714
    @manjukalita5714 ปีที่แล้ว

    ভগৱানে যাক যেনেকৈ সৃষ্টি কৰিছে ...সেয়া জন্ম দিয়া মাতৃ আৰু পিতৃ গৰাকীৰ হে ভাগ্যৰ ফলত হয় ...সেয়া জন্ম লওঁতা জনৰ কোনো দোষ নাই , নিজৰ ঘৰ খনে এওঁলোকক মৰমৰ পৰা বঞ্চিত কৰিব নাপায় ... কাৰ কেতিয়া কি হয় কোনেওঁ নাজানে 😭 আনক ঠাট্টা কৰাৰ সলনি মৰম দিবলৈ শিকক 🙏🙏🙏

  • @rajashreebora2595
    @rajashreebora2595 ปีที่แล้ว +1

    Aji ha salu imn dukh lgile apunr ktha bur xosai vl lgil aru ag bahi jauk ru moi ktha ata kou apunr mak koisu apuni agoraki mati hoi kiyo nijor xontank anekoi krebo pre bru vogobane dise apuni ya tu jonmo dise olpu bya nlge na apuni mati nhoya asolote bohut bya paisu anekua nkrebo mont aghat di ki paise aji salu bohut bya paisu taik xnti diyok ru support krok plz😢

  • @nazimaahmed9974
    @nazimaahmed9974 ปีที่แล้ว +1

    Nice to Know. And be bold.Its natural.God created you.Be Happy.
    GodBless.

  • @armanhussain6049
    @armanhussain6049 ปีที่แล้ว +3

    Bohut bese respect tumr karone...

  • @gaganthakuria8884
    @gaganthakuria8884 ปีที่แล้ว +1

    Dukh nokoriba...nijor kam kora...dukh nokoriba...val manuh howa ...anekuwa kam kora jate sobai tumak seni paw

  • @rupashreegoswami6594
    @rupashreegoswami6594 ปีที่แล้ว +2

    Apunar ktha khini xuni dukh lagile kinto apunak bhut val Lage dada

  • @purabideka1800
    @purabideka1800 ปีที่แล้ว +18

    You are very straight forward Man.. I really like your personality ✨

    • @chiranjibkonwar
      @chiranjibkonwar ปีที่แล้ว +1

      It is matter that someone is straight or not ....we should respect all.... because we are all human....
      That is just sexuality (infact only our society don't accept it)

  • @renukalahkar8669
    @renukalahkar8669 ปีที่แล้ว +1

    I m with u frnd... Always be happy😊😊😊

  • @manashbora5516
    @manashbora5516 ปีที่แล้ว

    Bea lgeei deiii, bohut kastat asee deii manuh jon, alp hahokh houk jiyai thakiteiii

  • @rekhadeka6633
    @rekhadeka6633 ปีที่แล้ว +1

    Kaamei hl manuhr porisoy....kaam kori jua...aguwai jua

  • @jhornalivesassam8598
    @jhornalivesassam8598 ปีที่แล้ว

    Xuni xosai dukh lagise...Bohut bosorei hol tuk nedeha....ami ekeloge dangor huwar dorei asil..ekekhn school..nijor kam kori aguwai ja...Belege ji koi kob deee...ketiyaba lg pam deee..

  • @parismitadas2236
    @parismitadas2236 ปีที่แล้ว

    Apuni belegor kotha nuxunibo aru aguwai jauk bhogoban ase apunar logot 😍😍😍

  • @bobybora146
    @bobybora146 ปีที่แล้ว

    Tumar kotha bur bahut val lagil aguwai jua kaku care nakoriba

  • @hiranyanath7403
    @hiranyanath7403 ปีที่แล้ว +10

    Vl lagil baa