শ্রীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰা OUT বাবুল বৰা!

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ม.ค. 2025

ความคิดเห็น • 84

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 5 หลายเดือนก่อน +1

    এয়া প্ৰকৃত ধৰ্ম ও নহয় ্ভকতি ও নহয়। গুৰুজনাৰ আদৰ্শ এনে কুৱা নহয়।লোভত ভকতি নহয়।

  • @BhaskarGogoi-n6m
    @BhaskarGogoi-n6m 6 หลายเดือนก่อน +10

    এই ধুৰন্ধৰটো অতি সোনকালে ৱাচিং মেচিনত সোমাব

  • @rlaskarkam3616
    @rlaskarkam3616 6 หลายเดือนก่อน +11

    শ্ৰীমন্ত শংকৰদেৱ সংঘক কালিমা সানিলে । বাবুল বৰা ডাঙৰীয়াৰ দৰে সংঘত আৰু ওলাব ।

  • @bikashkalita2977
    @bikashkalita2977 6 หลายเดือนก่อน +2

    চি চি হাই হাই গুৰুজনাৰ নাম লৈ পইচা ঘটাৰ মেচিন বনাই লৈছে৷

  • @krishnagogoi1657
    @krishnagogoi1657 6 หลายเดือนก่อน +9

    বাবুল বৰাক বহিস্কাৰ কৰা বাবে মোৰ লগতে বন্ধু বৰ্গইও স্বত্বি লভিছে |

  • @KhirudPhukan-g1w
    @KhirudPhukan-g1w 6 หลายเดือนก่อน +2

    আগতেই জানু , ক'লে ভকতে দুখ পাই।

  • @krishnagogoi1657
    @krishnagogoi1657 6 หลายเดือนก่อน +7

    উঠি ৰজা বহি ৰজা হৈছিল |

  • @As05870
    @As05870 6 หลายเดือนก่อน +1

    এই জনে ভুৱা ভকতৰ ৰূপলৈ কোনোবা অতি হিন্দু দলৰ এজেণ্ট হিচাপে সংঘ ত সোমাই দায়িত্ব লৈছিল, আৰু আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক কলুষিত কৰিছিল। খুব সোনকালে তেওঁ দুৰ্নীতি ছফা কৰা washing মেচিন ত সোমাই নিজকে ধোৱা তুলসীৰ পাত সজাই ২০২৬ চনৰ election ত সেই দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিব চাগে।

  • @Nabajit-l2d
    @Nabajit-l2d 5 หลายเดือนก่อน

    Good news

  • @puspadhardowarah1932
    @puspadhardowarah1932 6 หลายเดือนก่อน +5

    বাবুল"বৰা বোলা কিয় বহিষ্কাৰ হব লগা হল?এইজনে বৰ ধৰ্মপ্ৰাণ ব্যক্তি হিচাবে নিজকে প্ৰতিষ্ঠা কৰিব"বিচাৰে! হেৰি বৰা ডাঙৰীয়া;কীৰ্তনত লিখিছে:-ব্যাস নামে ভৈলা সত্যৱতীৰ"সন্ততি। দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি,,।। দ্বাপৰ যুগতেই ব্যাসে লিখিলে যে দ্বাপৰ যুগৰ নৰ সকল"অতি অল্পমতি;মূৰ্খ;স্বাৰ্থলোভী।তেন্তে কলিৰ নৰ সকল কোন কূটা? ধৰ্ম গ্ৰন্থত লিখামতে কোনেও হাত সাৰিব"নোৱাৰে। কলিত সচা মানুহ নাই। যদিও কোনোবা"আছে;সেইজনে কাকো চিনাকী নিদিয়ে। দিলে তেওৰেই বিপদ। আপুনি যিমানেই শুদ্ধ হৈ নেদেখুৱাওক আপুনি"ধৰা পৰিল!

  • @joshowantagoswami3175
    @joshowantagoswami3175 6 หลายเดือนก่อน +2

    একো নাই। শংকৰদেৱক লৈ বেলেগ এটা সংগঠন খুলি বেপাৰ আৰম্ভ কৰি দে অ বাবুল😊😊😊

  • @nonichutia3034
    @nonichutia3034 6 หลายเดือนก่อน

    বৰ চুৰীয়া ফেৰ, অতীতত ঢকুৱা বেৰ আছিল। দিনত ভকত 🙏🙏ৰাতি গৰু চুৰ

  • @nonichutia3034
    @nonichutia3034 6 หลายเดือนก่อน +1

    আৰু 🙏🙏ওলাব অভিযান চলালে বাবুল ৰ নিচিনা কলংক। শংকৰদেৱ সংঘৰৰনামত কলংক

  • @HarekrishnaBora
    @HarekrishnaBora 6 หลายเดือนก่อน

    এইজনে নানা কথা দেখোন জানে। নাজানা কথা এওঁৰ নাছিলেই ।

  • @NumalKhongiadigital
    @NumalKhongiadigital 6 หลายเดือนก่อน +5

    সংঘত ভাল ব্যক্তি আছে নো কোন,,,😅😅৫৮০ বছৰীয়া গুৰু জনাৰ সভ্যতাত, ৯৩ বছৰীয়া সংগঠনে ধন ঘটিলে,,, ঢেইত,, বৰা বাপে এইবাৰ bjp join কৰি টিকট নিবিচাৰিলে হল আৰু,,,,

    • @montudutta7017
      @montudutta7017 6 หลายเดือนก่อน

      অৱশেষত BJP য়েই জগৰীয়া হ'ল ন ? যেনেতেনে BJP ওচৰ পালাগৈ তাৰমানে ?

    • @bkp9774
      @bkp9774 6 หลายเดือนก่อน

      মাত্ৰ ৯৩ বছৰ , তাৰ আগতেই টো সত্ৰ বোৰে শিষ্য ৰ নামত সুদিৰক শৰণ দিয়া, বছেৰেকীয়া বৰঙণি আদি লুটি আছিল ।

    • @pranabjyotihazarika1479
      @pranabjyotihazarika1479 6 หลายเดือนก่อน

      ​@@bkp9774সত্ৰক ইয়াৰ মাজলৈ অনাৰ কি প্ৰয়োজন আছে

    • @montudutta7017
      @montudutta7017 6 หลายเดือนก่อน

      @@bkp9774 গুৰুজনাৰ সৃষ্টিক শশ বছৰে কোনে ধৰি ৰাখিছিল বাপু ? শংকৰদেৱ সংঘ সৌ সিদিনাহে আৰম্ভ 🙏🙏

    • @bkp9774
      @bkp9774 6 หลายเดือนก่อน

      @@montudutta7017 সংঘ সও সিদিনা হে আৰম্ভ, মাত্ৰ ৯৩ বছৰীয়া, তাৰ আগৰ/পাছৰ বছৰ বোৰত সত্ৰ বোৰে শিষ্য, গুৰু দক্ষিণা, বাৰ্ষিক কৰ কাটল আদাই দিছিল নে নাই । যোৱা পাঁচ বছৰ বাবুলে অলপ অসুবিধা কৰিলে । বাপ জনাৰ কিছু অসুবিধা আছিল চাগে, মানু্হ হে,
      পাঁচ শ বছৰ, গুৰু জনাৰ নামত লুতিলে কোনে,

  • @Jiten-zz3rq
    @Jiten-zz3rq 6 หลายเดือนก่อน

    এই জন নহয় ধুৱা তুলসী

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree5977 6 หลายเดือนก่อน +1

    ইয়াক জেলত ৰখাৰ দিহা কৰক।

  • @ajitgogoi4555
    @ajitgogoi4555 6 หลายเดือนก่อน +2

    এই ভোবোলা বৰাজনেপ্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই শংকৰ সঙ্ঘ বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰিছিল। 2014 15চনৰ শিৱসাগৰ অধিৱেশনৰ আদৰণী সমিতিকে আদি কৰি বহু বিষয়ববীয়াই লাখ লাখ টকা খাই হজম কৰিলে। কিন্তু সেই সকলক মাত্ৰ বহিষ্কাৰ কৰিয়ে সামৰি থলে।কতা সেই সোপাৰ একো অসুবিধা নাইচোন। সঙঘত যিহেতু আইনী কোষ এটা আছে এইসকলৰ ওপৰত আইনী ব্যৱস্থা নলয় কিয়। যোৱা বিধান সভাৰ নিৰ্বাচনত এওঁ বিজেপিক ভোট দিবৰ বাবে আহ্বান জনাইছিল। ইফালে কয় সঙঘ বোলে কোনো ৰাজনৈতিক দলৰ অধীন নহয়। সঙঘত ৰাজনীতি নাথাকে। যোৱা বোকাখাটৰ অধিৱেশনতে ইয়াক লৈ বিতৰ্ক হৈছিল। গতিকে মাছ মূৰৰ পৰাই গেলিল আৰু গেলালে।অলপ দিন বাট চাব লাগিব আৰু ওলাব।2026ত এইজন বিধান সভাৰ প্ৰাৰ্থী হবলৈও আছে।

  • @manoranjansaikia2578
    @manoranjansaikia2578 6 หลายเดือนก่อน

    এইজন মহা পণ্ডিতক কেৱল সংঘৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাটোৱেই শাস্তি হবনেকি? এওঁৰ বিৰূদ্ধে আদালতত গোচৰ পঞ্জীয়ন কৰক, আত্মসাত কৰা ধন তেওঁৰ পৰা উদ্ধাৰৰ ব্যবস্থা কৰিব লাগে, তেতিয়াই এইজন ফকতিয়া মহা পণ্ডিতৰ লগত জড়িত ধন আত্মসাৎ কৰা গেঙটো ধৰা পৰাৰ লগতে আন বহুতো তথ্য পোহৰলৈ আহিব।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 6 หลายเดือนก่อน

      অসমীয়াৰ হোজা,গাঁৱলীয়া মানুহক কাম বন এৰোৱাই ধৰ্মৰ নামত ধোদ কৰি পেলালে ।

  • @amitabhsharma7360
    @amitabhsharma7360 6 หลายเดือนก่อน

    টকা বস্তুটোৱে সাংঘাটিক, ই ধৰ্ম ভক্তি নামানে ।

  • @promudborgohain7920
    @promudborgohain7920 6 หลายเดือนก่อน

    অতি ভক্তি চোৰৰ লক্ষণ হৈছে নেকি??

  • @NilutpolKhound
    @NilutpolKhound 6 หลายเดือนก่อน +4

    উচিৎ পদক্ষেপ।

  • @helindraboro8357
    @helindraboro8357 5 หลายเดือนก่อน

    This is Buisness, in the name of sankardev club,,, good dicission

  • @violeenalaskar3742
    @violeenalaskar3742 6 หลายเดือนก่อน

    কৃষঞ ,ধনৰ টোপোলাটো অকলে বযবহাৰ কৰিবলৈদিয়া হল কিয়? বহু কষট কৰি সঙঘৰসদসয বাপ সকলে বাৰষিক ধন মূললৈ পঠাই ।সঙঘৰ নামত কালিমা সানিলে।বহুত দুখ অনুভৱ কৰিছো ।

  • @Pranjit_bora
    @Pranjit_bora 6 หลายเดือนก่อน +2

    ধৰ্ম নামত বেপাৰ !

  • @mukulborahahm
    @mukulborahahm 6 หลายเดือนก่อน +3

    বাপ সমস্তৰ মাজতেই যদি এনে দুৰ্জন পালিত হৈ আছে তেন্তে আমা
    ৰ দৰে ভক্তি ব্যভিচৰি কৰা বোৰলৈ কি থাকিল!!!😅😅😅

    • @nirjurajgogoi319
      @nirjurajgogoi319 6 หลายเดือนก่อน

      শঙ্কৰসঙ্ঘ বিৰুধী সকলৰ ছাগৈ বৰ ফুৰ্তী লাগিছে। যদুবঙশটো বহুতো দূৰ্জনলোক আছিল আপুনি জানে চাগৈ ।

  • @pramuddasomshantiom
    @pramuddasomshantiom 5 หลายเดือนก่อน

    dhanya bad babol da krishna hadhran hampadakar pora bonti prajolanor loi k jiman mor ghomowa homoi par koribo logia hoi bohut bhal mor hasai lagise

  • @dharmaphukon3166
    @dharmaphukon3166 6 หลายเดือนก่อน +2

    ধন ঘটাৰ কাৰখানা নেকি শংকৰদেৱ সংঘ?

    • @bkp9774
      @bkp9774 6 หลายเดือนก่อน

      ধৰ্মৰ নামত চব একেই, সত্ৰক মিচিং কোচ আহোম আদি শিষ্য বোৰে চান্দা দিয়ে, মন্দিৰ বোৰ টকা ঘটা মেচিন। বৰ লাভ দায়ক বেপাৰ। সেই কাৰণে মামাই নগাওঁৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ পাৰ্তনাৰ হব বিচাৰিছিল চাগে।

  • @dipankarsaikia8272
    @dipankarsaikia8272 6 หลายเดือนก่อน

    Beleg party khuli dia .malamal hoo jaba

  • @nisengfoodlover
    @nisengfoodlover 6 หลายเดือนก่อน

    এই চুৰ জহৰাটো কেতিয়া মৰিব

  • @jitudeka8959
    @jitudeka8959 6 หลายเดือนก่อน +1

    এইটোবে বহু কৌটি টকা কাহানিবাই বনালেও । কৌটি কৌটি হাৰামি খালে ।

  • @JayantaPhukan-pe4yx
    @JayantaPhukan-pe4yx 6 หลายเดือนก่อน

    তদন্ত কৰাব লাগে।

  • @Putulbhuyan
    @Putulbhuyan 6 หลายเดือนก่อน +4

    ইপিনে সংঘীয় হৈ গাৱত প্ৰাথমিকত আমি ধৰ্মৰ নামত মাহেকীয়া, বছেৰেকীয়া, অধিবেশনীয়া,নৱীকৰন, পঢ়া-শুনা , সম্বৰ্ধনা, নামঘৰত তিথি, ধৰ্মীয় অনুষ্ঠান , লগতে বিশ্ববিদ্যালয়ৰ নামত টকা সংগ্ৰহাকক বৰঙণি দি মুললৈ বিভিন্ন নীয়ম বনাই পথাই আছো । আনপিনে বৰা বাপে ইনভা গাড়ীত ফুৰি নামধৰ্ম বানী বিলাই সকলো উদৰস্থ কৰি আছে। সজ সজ তেৰাৰ লীলা। কৃষ্ণ, জয় গুৰু শংকৰ 🙏

    • @montudutta7017
      @montudutta7017 6 หลายเดือนก่อน +1

      শংকৰ সংঘত এনেবোৰ কাৰণেই অন্তর্ভুক্ত নহয় 🙏🙏

  • @nilutpalsaikia8615
    @nilutpalsaikia8615 6 หลายเดือนก่อน

    অতি ভক্তি চুৰৰ লক্ষণ।

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 6 หลายเดือนก่อน +1

    😋LUBH LALASH MAHAN GUN 😷😷😷🙏🙏

  • @debajanibaruah3105
    @debajanibaruah3105 6 หลายเดือนก่อน

    কৃষ্ণ। ধৰ্মক ভয় সন্মান নকৰা মানুহ এইবোৰ। কৰ্মই ধৰ্ম ।তেও কয় কি কৰিচে কি ।শুনিবও ভাল নলগা কথা । গুৰুজনাক অপমান কৰা হৈছে ।ৰাম ৰাম ।

  • @kalpanahazarika7631
    @kalpanahazarika7631 6 หลายเดือนก่อน

    ইমান ষড়যন্ত কিছুমান মানুহৰ। একনিষ্ঠ সেৱক। ইমান কষ্ট কৰি অনুষ্ঠান টি আগ বঢ়াই ছিল থাকো অভিযোগ দি সঙ্ঘৰ বদনাম কৰি পেলালে। যি বদনাম কৰি অভিযোগ কৰিলে তেওঁলোকে অনা গত দিনত দেখা পায় সকলোৱে নিজৰ দিব।

    • @mantukumarkoch1028
      @mantukumarkoch1028 6 หลายเดือนก่อน

      😂😂😂😂

    • @niponborah8103
      @niponborah8103 6 หลายเดือนก่อน

      হয় ঠিকেই কৈছে। সত্য লুকাই নাথাকে।

  • @bijitphukan4483
    @bijitphukan4483 6 หลายเดือนก่อน

    ভাল হৈছে।।। 😂😂😂

  • @lakhinandanchetia3494
    @lakhinandanchetia3494 6 หลายเดือนก่อน +1

    বেছি হল ।

  • @himanshudutta609
    @himanshudutta609 6 หลายเดือนก่อน

    lookak aghoriya kori kori nijeai bohiskrito hol😂😂😂😂

  • @trinayanvlogs3128
    @trinayanvlogs3128 5 หลายเดือนก่อน

    E ata garu sur

  • @dhanjitrabha5809
    @dhanjitrabha5809 6 หลายเดือนก่อน

    Sogonekawak bahir korile

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 6 หลายเดือนก่อน

    Aijon babul bora a soklong biyat opoman krisil oti vokti suror loikhon

  • @Dekanabin
    @Dekanabin 6 หลายเดือนก่อน

    Val heise

  • @madhubora8971
    @madhubora8971 6 หลายเดือนก่อน

    বেপাৰি

  • @madhurjyasaikia1233
    @madhurjyasaikia1233 6 หลายเดือนก่อน

    aito dhuwa shap😂 dakhata sur sur laga

  • @parishmitachoudhury930
    @parishmitachoudhury930 6 หลายเดือนก่อน

    Ai bur hol vogobanor nam lua sur vokot...

  • @kandarpaborah9204
    @kandarpaborah9204 6 หลายเดือนก่อน

    Etia goi kunuba Political Partyt join koribo ru Ag sthan pabo

  • @parashgogoi2076
    @parashgogoi2076 6 หลายเดือนก่อน

    Val molai korile mane babul bulatue😂😂😂😂

  • @hemjeet2023
    @hemjeet2023 6 หลายเดือนก่อน

    কৃষ্ণ ভগৱানৰ নামত

  • @parthapgogoi4489
    @parthapgogoi4489 6 หลายเดือนก่อน

    Very good. Case kio nidiye

  • @Jintuaxomm
    @Jintuaxomm 6 หลายเดือนก่อน +1

    Good .

  • @trishnasaikia8788
    @trishnasaikia8788 6 หลายเดือนก่อน

    Best

  • @pramoddeka4285
    @pramoddeka4285 6 หลายเดือนก่อน

    Barhiya......atiya ...boiler and gahari r.... fram khulib.....parib

  • @himangsumasrong3945
    @himangsumasrong3945 6 หลายเดือนก่อน

    Good

  • @BBorah-g8n
    @BBorah-g8n 6 หลายเดือนก่อน +1

    Bidurvai Borah

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 6 หลายเดือนก่อน

    ধম আৰু

  • @dipjyotitalukdar8278
    @dipjyotitalukdar8278 6 หลายเดือนก่อน

    Kisuman bhandamir dara parisalita

    • @dipjyotitalukdar8278
      @dipjyotitalukdar8278 6 หลายเดือนก่อน

      Aru bahut olaba tenekua

    • @montudutta7017
      @montudutta7017 6 หลายเดือนก่อน

      ভন্ডামী সকল শংকৰদেৱ সংঘৰেই চাগে ?

  • @brojenkhargharia15
    @brojenkhargharia15 6 หลายเดือนก่อน

    Songhoe ge koresa val koresa

  • @rajibsaikia1261
    @rajibsaikia1261 6 หลายเดือนก่อน

    Bohot deri hol

  • @Batihaloi18
    @Batihaloi18 6 หลายเดือนก่อน +1

    মাতি আনি মুখত থৈ তিয়াই দিৱ লাগে

  • @tsgaming5343
    @tsgaming5343 6 หลายเดือนก่อน

    Assam r Nagaon district r Singia Deuri Gaon,P.O.-Bihori Gaon t Nomal Chandra Bora name r one bad,hinksoki,wicked,villain,kopotiya,sukuni,sondal,mukh e letera mat mota,lukor logot kajiya kori lukok prohar kora,ghah t medicine di mari cow e ghah khabo nuwarakoi rokha, cow r soite eral ghah khabo nuwarakoi sutikoi gathi di thuwa,lukor sima r mati wall mari nijor hatoloi aniboloi try kora,anok destroy kora,ungentleman,lukor ghare-ghare mel mari fura,kutniti kora manoh aru criminal ase neki?

  • @haritj3915
    @haritj3915 6 หลายเดือนก่อน

    Sur

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg 6 หลายเดือนก่อน

    😂😂😂😂😂