Pahari Kanya Pt-2,Assamese movie,Story -Timothy DasHanse, script- Basanta Das,direction-Munin Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • পাহাৰী কন্যা Pranjal Saikia, Purabi Bhattacharjya, Tom Alter, Biju Phukan, Kashmiri Saikia, Tapan Das, Madhurima Bora ‪@Royalsabriassam‬

ความคิดเห็น • 20

  • @labanyagogoi1426
    @labanyagogoi1426 หลายเดือนก่อน

    এইখন বোলছবি আকৌ এবাৰ চাবলৈ পালো,বহুত ভাল লাগিল,এইবোৰ কথাছবিয়ে কথা কয়, কাহিনী বহুত ভাল!

  • @darsanasaharia3577
    @darsanasaharia3577 ปีที่แล้ว +4

    দাদা কি কম ভাষা নাই দেখোন অতি সুন্দৰ অভিনয় চাই বহুত ধুনীয়া লাগিছে গীত বোৰ বহুত ধুনীয়া হৈছে কিন্তু এই গীত বোৰ কত যে হেৰাই গৈছিল আপোনাৰ কি যে কন্ঠ নিগৰাইছে বহুত ধুনীয়া দাদা মোৰ আৰু এখন চিনেমা চাবলৈ মন গৈছে নাম পতিমা কৰোৱা ত পালে দিব চূন🙏🙏🙏🙏🙏🙏

    • @Royalsabriassam
      @Royalsabriassam  ปีที่แล้ว +2

      চিনেমা খনৰ নামটো কি বুলি কলে ?

    • @darsanasaharia3577
      @darsanasaharia3577 ปีที่แล้ว +2

      প্ৰতিমা কথাছবি খন আৰু মীদুলা বৰুৱা অভিনয় কৰিছে

    • @Royalsabriassam
      @Royalsabriassam  ปีที่แล้ว +2

      মুনিন বৰুৱা দেৱৰ ছবি। মই মঞ্জুলা বৰুৱা বাইদেউৰ লগত সম্পৰ্ক কৰি চাব লাগিব, তেখেত সকলে কি কয়!

  • @kishorbharali9563
    @kishorbharali9563 ปีที่แล้ว +1

    Khubei bhaal laagil ..

  • @darsanasaharia3577
    @darsanasaharia3577 ปีที่แล้ว +4

    প্ৰথম খণ্ডটো কত পাম বাৰু আছে যদি দিব নেকি দাদা আমি মঙ্গলদৈ পৰা চাই আছোঁ🙏🙏🙏🙏🙏আৰু আপোনাৰ কণ্ঠটি বহুত ধুনীয়া আছিল চাগে শুনি থাকিলে শুনি থাকিব পাৰি

    • @Royalsabriassam
      @Royalsabriassam  ปีที่แล้ว +1

      প্ৰথম খণ্ড টোও দিছোঁ।
      লিংক টো দি দিছোঁ বাৰু।
      th-cam.com/video/LmDKWd9f8Tw/w-d-xo.html
      বহুত ধন্যবাদ জনাইছোঁ দেই 🙏

  • @minakshipoddar4569
    @minakshipoddar4569 ปีที่แล้ว +1

    Thanks
    আকৌ চাবলৈ সুবিধা কৰাৰ বাবে

  • @baldlad
    @baldlad ปีที่แล้ว +1

    bohut xundor

  • @animagogoi148
    @animagogoi148 ปีที่แล้ว +4

    চিনেমাখন চাই ভাল লাগিলে ৷যদি পুৰণা ৰশ্মিৰেখাছবিখন আছে প্ৰচাৰ কৰিলে ভাল লাগিব ৷

    • @NNG-SINGER
      @NNG-SINGER 21 วันที่ผ่านมา

      ৰশ্মিৰেখা খন চাবলৈ মোৰো মন গৈছে ।সৰুতে চাইছিলো কাহিনীটো ভালকৈ মননত নাই ।

  • @PranjalBorgohain
    @PranjalBorgohain ปีที่แล้ว

    masterpiece🥰😍❤️Tapan Das😘Biju Phukan 🥰Pranjal Saikia 🥰Munin Baruah

  • @NiruDeori-wo5cy
    @NiruDeori-wo5cy 4 หลายเดือนก่อน +3

    Hi hi

  • @ushadutta6100
    @ushadutta6100 6 หลายเดือนก่อน +1

  • @ratuldeka5958
    @ratuldeka5958 3 หลายเดือนก่อน +1

    Brajen barar ranganadi pratidan suruj puja eibor movi i dibasun khube bhal lagib 😂😂😂😂😂😂😂😂

  • @narmadadevi-kp5ol
    @narmadadevi-kp5ol 7 หลายเดือนก่อน +2

    বৰ সুন্দৰ কাহিনী ৰে এখন ধুনীয়া চিনেমা। পুৰণি চিনেমাবোৰ মোৰ সদায়ে প্ৰিয়।ভাল লাগিল চাই।

  • @iamanusuyamusic
    @iamanusuyamusic ปีที่แล้ว +1

    Do you know who is script writer of this film? Basanta Das..❤️
    You should mention his name also😊

    • @Royalsabriassam
      @Royalsabriassam  ปีที่แล้ว +1

      ধন্যবাদৰ সৈতে শুধৰণি কৰা হল।

  • @gojendeka5264
    @gojendeka5264 ปีที่แล้ว

    Thanks