ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ইমান ভাল লাগিল ৷ ❤❤❤❤❤❤
পুৰণি চিনেমা সমূহ সঁচাই বহুত ভাল লাগে, গীতৰ সুৰ আৰু চিনেমাৰ কাহিনী বৰ ভাল লগা।
মইনো হাতীতো ক'ত নিচিলো,হাতীতোহে মোক নিচিল।সুন্দৰ মৰম লগা মাত
সাংঘাটিক ভাললগা ♥️♥️
এনেকুৱা পুৰণা ফিল্ম দিবচোন ।
Makonloi mur bare bare bhut dukh lagil sinemakhon bhut bhal lagil❤❤❤
এইবোৰ বোলছবি সচাকৈ সুন্দৰ আছিল ।। সংগীত সুন্দৰ পৰিকল্পনা সুন্দৰ ।। ৰমেন বৰুৱাৰ সংগীতবোৰৰ যাদু আছে
বৰ সুন্দৰ কাহিনী। Old is gold
4:42Now this boy is the Chief Minister of Assam😮😮😮😮......
Nipondar bolistha bor bhaal lagise yathayat bhawe.
বৰ্তমানৰ মুখ্য মন্ত্ৰী আমাৰ মামা হয়।মামা সৰুতেই তিখৰ। এতিয়া নহ'ব কিয়।মামালৈ প্ৰনাম জনাইছোঁ।
my fevaret cinema
বৰ দুখ লাগি যায় ।
Mama 🔥🔥🔥
Xundor
Vl lagil❤
পিতৃ মাতৃৰ অবাধ্য হোৱা ল'ৰা থকাতকৈ নথকাই ভাল।
2024 sai asu ❤
১৯৮২চনত "বোৱাৰী,১৯৮৩ চনত ককাদেউতা নাতি আৰু হাতীৰ ,১৯৮৫ চনত " শকুন্তলা আৰু শংকৰ যোছেফ আলি "" বোলছবি কেইখন চোৱাৰ সৌভাগ্য ঘতিছিল । আটাইকেইখন ছবিতেই মৃদুলা বৰুৱাৰ যি মন পৰসা অভিনয় কৰিছিল মোৰ মৃত্যুৰ শেষ সময়লৈ নাপাহৰো।আৰু হাতীৰ পিঠিত উঠি নাচি-বাগি লগৰীয়াৰ লগত গান গাই ফুৰা ল'ৰা জন যে সি হিমন্ত বিশ্ব শৰ্মা বুলি পিচত জানিলো
হিমন্ত বিশ্ব শৰ্মা চাৰৰ শৈশৱ দেখি ভাল লাগিছিল -- কোনে ভাবিছিল তেতিয়া এই অকণমানি মৰমলগা ল"ৰাটি একালত অসমৰ CM হবগৈ []💥💥💥💥💥💥
😮bhaut.dhanua.dhanabad.krrinsa
পুৰণি চিনেমা চায় ভাল লাগিল
বঢ়িয়া
Bor dukh lagil cinemakhon sai 😢😢
Old is gold ❤❤❤
2025 t Kune sai ase
Old is gold.
Old is gold
24:47 Master Hemanta ( mukhymantri mahoday Himant Vishva Sharma ji) in the credits.
মামা ❤
জাহ্ন বৰুৱা পৰিচালিত কৰা কোহকাল আৰু পাপৰি খন দিবচোন সকলো বোৰ চাইচো এই ২খন চাহ আছে দিব বুলি আশা ৰাখিলোঁ
মামাই সৰুৰে পৰা হাতীক নাকত ধৰি চাকত ঘূৰাইছিল ।গতিকে 😂😂😂😂29/11/2024। name castingত শিশু চৰিত্ৰ অভিনয়ত মামাৰ নামটো দেখা নাপালোচোন ।
bolistha abhinoy bhaal lagise.
কামপুৰত চুটিং হৈছিল,,,,
Old is gold yeh❤
চনটোভুল হৈছে।
🙏🙏
2nd part 2 upload nokoribo nki
Mama ৰক
এই বিলাক হে আচল চিনেমা। কাহিনী, সংলাপ, মিউজিক, অভিনয়,সাজ পাৰ 👍👋🥰 আজিকালি চিনেমা 👎👎😭😭😭😡😡😡
পুৰণি অসমীয়া চিনেমা
❤❤❤❤❤❤❤❤
মোৰ,পিতূ,মাৰ, অতি প্ৰিয় আছিল
❤
Sisu silpi master himanta
নিভাঁজ অসমীয়া চলচিত্ৰ
Bandana Sarmar durdanto abhinoy
mama is alrounder
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mridula boruar xei look ajio asomiya film industryt nai... Actingr fale d houk ba dhuniar fale d a houk
Mur khura ase ❤❤
Durgeswar Borthakur.
Kallol,pranganga aaru purana cinema dibason
2024 🎉❤
😅😅 1:44
Mamar ovinai ki satfatia 🤔
❤❤❤
❤️🩹
Buari খনো utbt দিবচোন
Abani.boruah.commnt
Old is gold❤❤❤
Mama🔥🔥
❤❤❤❤
ইমান ভাল লাগিল ৷
❤❤❤❤❤❤
পুৰণি চিনেমা সমূহ সঁচাই বহুত ভাল লাগে, গীতৰ সুৰ আৰু চিনেমাৰ কাহিনী বৰ ভাল লগা।
মইনো হাতীতো ক'ত নিচিলো,হাতীতোহে মোক নিচিল।সুন্দৰ মৰম লগা মাত
সাংঘাটিক ভাললগা ♥️♥️
এনেকুৱা পুৰণা ফিল্ম দিবচোন ।
Makonloi mur bare bare bhut dukh lagil sinemakhon bhut bhal lagil❤❤❤
এইবোৰ বোলছবি সচাকৈ সুন্দৰ আছিল ।। সংগীত সুন্দৰ পৰিকল্পনা সুন্দৰ ।। ৰমেন বৰুৱাৰ সংগীতবোৰৰ যাদু আছে
বৰ সুন্দৰ কাহিনী। Old is gold
4:42
Now this boy is the Chief Minister of Assam😮😮😮😮......